ⓘ Free online encyclopedia. Did you know? page 100

থাইৰয়ড ৰোগ

হায়পাৰথাইৰয়ডিজমৰ লক্ষণসমূহ: বুকুৰ ধপধপনি পুৰুষৰ স্তন ডাঙৰ হোৱা গায়নকমেষ্টিয়া অস্থিৰতা ভাগৰ,দুৰ্বলতা চকু দুটা টেলেকাহৈ বাহিৰলৈ ওলাই অহা ইত্যাদি কঁপনি চুলি সৰা গাৰ বিষ তেজৰ চুগাৰ আৰু কলেষ্টৰলৰ পৰিমাণ কমি যোৱা অনিয়মীয়া মাহেকীয়া গৰম সহ্য কৰিব ...

নিউমনিয়া

নিউমনিয়া হৈছে একপ্ৰকাৰৰ অস্বাস্থ্যকৰ শাৰীৰিক অৱস্থা। প্ৰাথমিকভাৱে হাঁওফাঁওৰ আনুবীক্ষণিক বায়ুকোষবোৰৰ ক্ষতিসাধনৰ ফলত নিউমনিয়া হয়। ভাইৰাছ বা বেক্টেৰিয়া আৰু অন্য কিছুমান বীজাণুৰ সংক্ৰমণ, কিছুমান দৰৱ, আৰু অন্য কিছুমান ৰোগৰ ফলত উদ্ভৱহোৱা পৰিস্থিতি ...

প্ৰিয়ন

প্ৰিয়ন / ˈ p r iː ɒ n / হৈছে কেৱল অস্বাভাৱিক প্ৰটিনেৰে গঠিত এবিধ সংক্ৰমণ কাৰক। ইয়াৰ বিপৰীতে আন সংক্ৰমণ কাৰকসমূহ নিউক্লিক এচিডেৰে গঠিত। ১৯৮২ চনত ষ্টেনলী বি. প্ৰুছিনাৰে protein আৰু infection শব্দ দুটাৰ পৰা "প্ৰিয়ন" শব্দটো উদ্ভাৱন কৰে। প্ৰিয়নে ব ...

বধিৰতা

শ্ৰৱন বিসংগতি বা বধিৰতা হৈছে আংশিক বা সম্পূৰ্ণভাৱে শ্ৰৱন ক্ষমতা লুপ্ত হৈ যোৱা। ই এখন বা দুয়োখন কাণৰ ক্ষেত্ৰত হব পাৰে। ইয়াৰ ফলত শিশুসকলৰ ভাষা শিক্ষণত আৰু বয়স্কসকলৰ বিভিন্ন কাৰ্যত অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ বাবেই কিছুমান লোক, বিশেষকৈ বয়সস্থ সকল ...

বসন্ত ৰোগ

বসন্ত ৰোগ হৈছে ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰামক ৰোগ। অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক ‘ আই ’ বোলা হয়। শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে ‘বসন্ত’ বুলি কোৱা হয়। এই ৰোগ তিনি প্ৰক ...

বাত বিষ

বিশ্বৰ জনসংখ্যাৰ শতকৰা এভাগ "ৰিউমেটিজমৰ" চিকাৰ। পুৰুষৰ তুলনাত মহিলা ভূক্তভোগী হল তিনিগুণ। ৰিউমেটিজম নিৰ্দিষ্ট এবিধ ৰোগ নহয়। ৰিউমেটিজম বুলিলে কমেও দুশ বিভিন্ন এনে পৰিস্থিতিক বুজায় যত হাঁড়ৰ গাঁঠিৰ বিষ হয় আৰু নিম্নলিখিত লক্ষণসমূহ থাকে: - গাঁঠিৰ ...

বেলৰ পক্ষাঘাত

বেলৰ পক্ষাঘাত হৈছে কৰোটিক স্নায়ু নং ৭-এ কাম নকৰাৰ ফলত হোৱা মুখমণ্ডলৰ একপ্ৰকাৰৰ পক্ষাঘাত। ইয়াৰ ফলত পক্ষাঘাত হোৱা ফালে মুখৰ মাংসপেশীবোৰৰ নিয়ন্ত্ৰণ হেৰাই যায়। কেইবাটাও কাৰণত মুখৰ পক্ষাঘাত হব পাৰে, যেনে- মগজুৰ টিউমাৰ, ষ্ট্ৰোক, লাইম ৰোগ আদি। যদি প ...

বৰআই

বৰ‌আই বা বসন্ত ৰোগ ভেৰিঅলা মেজৰ and ভেৰিঅলা মাইনৰ নামৰ দুবিধ ভাইৰাছে কৰা এবিধ সংক্ৰামক বেমাৰ। ইয়াক লেটিন নাম Variola বা Variola vera নামেৰেও জনা যায়। এই নাম দুটা varius বা varus ৰ পৰা উদ্ভুত হৈছে। ইংৰাজীত ৰোগবিধক pox বা red plague বোলা হৈছিল; ১ ...

মাইঅকাৰ্দিয়েল ইনফাৰ্কচন

মাইঅকাৰ্দিয়েল ইনফাৰ্কচন) সাধাৰণতে হাৰ্ট এটেক বুলিয়েই জনা যায়, হৃদযন্ত্ৰ কোনো অংশলৈ ৰক্ত প্ৰৱাহ বন্ধ হোৱাৰ ফলত হৃদ পেশীৰ ক্ষতিসাধনৰ বাবে হয়। সাধাৰণ লক্ষণবোৰ হৈছে বুকুৰ বিষ বা অস্বস্থি অনুভৱ কৰা, যি বাহু, কান্ধ, পিঠি, ডিঙি অথবা হনুলৈকে বিয়পিব ...

মাইগ্ৰেণ

মনত ৰাখিব, ৱিকিপিডিয়াই কোনো চিকিৎসাৰ পৰামৰ্শ নিদিয়ে। মাইগ্ৰেণ এক প্ৰকাৰৰ মূৰত হোৱা বেদনা। সাধাৰণতে মূৰৰ এফালে হয় যদিও দুয়োফালে হোৱাও দেখা যায়। মূৰৰ বিষ থকা লোকসকলৰ, শব্দ, পোহৰ, গন্ধ, বায়ুৰ চাপৰ তাৰতম্য আৰু কিবা খোৱাৰ যেনে চকলেট, আঙুৰৰ ৰস, প ...

মৃগীৰোগ

অসমীয়া আৰু হিন্দীত মৃগীৰোগ বুলিলে ইংৰাজীত Epilepsy বা Seizure disorder-ক বুজায়৷ মৃগী এক স্নায়ুজনীত ৰোগ, যি মস্তিষ্কৰ অস্বাভাৰিক অৱস্থাৰ পৰা এই ৰোগ হয়। এনে ৰোগী সাধাৰণ অৱস্থাত আন মানুহৰ দৰেই থাকে। ৰোগটো হোৱাৰ লগে লগে ৰোগী অজ্ঞান হৈ পৰে আৰু মাট ...

মেদবহুলতা

মেদবহুলতা হৈছে দেহত অতিমাত্ৰা চৰ্বী জমা হোৱাৰ ফলত সৃষ্টি হোৱা শাৰীৰিক সমস্যাজনিত এক অৱস্থা। বৰ্তমান ভাৰতবৰ্ষৰ এক কোটিৰো অধিক লোক মেদবহুলতাৰ চিকাৰ। বি এম আই মান অনুসৰি, কোনো ব্যক্তিৰ শৰীৰৰ ওজনক তেওঁৰ শৰীৰৰ উচ্চতাৰ বৰ্গফলেৰে হৰণ কৰি পোৱা মান, ৩০ কি ...

যৌন সংক্ৰামক ৰোগ

যৌন সংক্ৰামক ৰোগ আৰু venereal diseases বুলিও কোৱা হয়) হৈছে যৌনতাৰ দ্বাৰা সংক্ৰমন হোৱা একশ্ৰেণীৰ সংক্ৰামক ৰোগ। এনে বেচিভাগ ৰোগৰে কোনো প্ৰাৰম্ভিক লক্ষণ দেখা নাযায়। ইয়াৰ ফলত এই ৰোগবোৰ এজনৰ পৰা আন এজনলৈ বিয়পাৰ সম্ভাৱনা বাঢ়ি যায়। গৰ্ভাৱস্থাত বা ...

লেৰিংজাইটিছ

মানুহৰ দেহৰ ডিঙিৰ ভিতৰত যিডাল নলীৰ মাজেৰে বতাহ চলাচকৰে তাৰ একেবাৰে আগভাগৰ অংশকে স্বৰযন্ত্ৰ বা লেৰিংছ বোলে। আমাৰ ডিঙিৰ ভিতৰত একেবাৰে ওচৰা ওচৰীকৈ দুডাল নলী আছে-এডালৰ মাজেৰে খাদ্য বস্তু আৰু আনডালৰ মাজেৰে বতাহ চলাচল কৰে। বাহিৰৰপৰা চালে অথবা হাতেৰে চু ...

শ্ৰোণীৰ প্ৰদাহ ৰোগ

শ্ৰোণীৰ প্ৰদাহ ৰোগ বা পি আই ডি হল পেলভিক ইনফ্লেমেটৰি ডিজিজ। সাধাৰণতে জৰায়ু, ডিম্বনলী আৰু আন প্ৰজনন অংগৰ সংক্ৰামণক এই ৰোগ বোলা হয়। এইৰোগ কেৱল মহিলাসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়। কোনো এগৰাকী মহিলাৰ যোনী অথবা জৰায়ু মুখৰ পৰা বেক্টেৰিয়াবোৰে যেতিয়া ...

হাড়ৰ জায়েণ্ট-চেল টিউমাৰ

হাড়ৰ জায়েণ্ট-চেল টিউমাৰ হৈছে তুলনামূলকভাৱে অগতানুগতিক এবিধ হাড়ৰ টিউমাৰ। ইয়াক মাল্টিনিউক্লিয়েটেড জায়েণ্ট-চেলৰ উপস্থিতিৰ দ্বাৰা চৰিত্ৰাংকণ কৰা হয়। হাড়ৰ জায়েণ্ট-চেল টিউমাৰক অষ্টিঅক্লাষ্টমা বুলিও কোৱা হয়। জায়েণ্ট-চেল টিউমাৰৰ ক্ষেত্ৰত মাৰাত ...

হাৰ্পিছ ছিম্‌প্লেক্স

যৌনাংগৰ হাৰপিছ হ’ল যৌন সংক্ৰামক এটি ৰোগ। এই ৰোগ হাৰপিছ চিমপ্লেক্স ভাইৰাছ টাইপ-১ আৰু চিমপ্লেক্স ভাইৰাছ টাইপ-২ সংক্ৰমণৰ ফলত হয়।

অসম নেমু

অসম নেমু হৈছে কাজি নেমু আৰু গুল নেমুু নামৰ ভাৰতৰ অসমত পোৱা আৰু খেতি কৰা কৃষিজাত পাচলী। নেমু হৈছে অসমীয়া খাদ্যাভ্যাস অত্যাৱশ্যকীয় উপাদান। ইয়াক অসমীয়াত নেমু টেঙা বুলিও কোৱা হয়। অসম নেমুৰ বৈজ্ঞানিক নাম হৈছে ছাইট্ৰাছ লাইমন। অসম নেমুৰ পৰা শীতল পা ...

আহিনা

আহিনাৰ গা-গছৰ গুৰি অংশই গোটা কাঠৰ আকৃতি ধাৰণ কৰে। কোনো কোনো গছত ডালৰ পৰা বায়বীয় শিপা বিকশিত হয়। বাকলিৰ উপৰিভাগ মদৰুৱা। বাকলিৰ ভিতৰৰ ফালে থকা মঙহাল অংশটোৱে ৰঙচুৱা বৰণ ধাৰণ কৰে। প্ৰত্যেকখিলা পাতে দুযোৰ বা তিনিযোৰ শাখপাত ধাৰণ কৰে। পাত ধাৰণ কৰা ঠা ...

ইনচুলিন গছ

ইনচুলিন গছ হৈছে ইংৰাজীত সাধাৰণতে ফিয়েৰি কষ্টাছ বা স্পাইৰেল ফ্লেগ নামেৰে জনাজাত কষ্টেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ ঔষধি উদ্ভিদ। ই পূৱ ব্ৰাজিলৰ এবিধ থলুৱা প্ৰজাতি। মধুমেহ ৰোগ উপশম কৰাৰ গুণ থকা বাবে ভাৰতত এই উদ্ভিদক ইনচুলিন প্লেণ্ট বুলি জনা যায়। এই ...

উদ্ভিদৰ তীব্ৰ সঞ্চালন

উদ্ভিদৰ তীব্ৰ সঞ্চালন হৈছে অতি কম সময়ত, সাধাৰণতে এক ছেকেণ্ডৰ ভিতৰত সৃষ্টি হোৱা এক প্ৰকাৰৰ উদ্ভিদৰ চলন। যেনে, ভেনাছ ফ্লাইট্ৰেপৰ পিঞ্জৰাটো প্ৰায় ১০০ মিলিছেকেণ্ডত বন্ধ হয়। মাত্ৰ ০.৫ মিলিছেকেণ্ডৰ ভিতৰত ডগউড ব্ৰাঞ্চবেৰীৰ ফুলৰ পাহি খোল খায় আৰু ৰেণু ...

কুকুৰা-ঠেঙীয়া গছ

কুকুৰা-ঠেঙীয়া গছৰ উচ্চতা ৩-৪ মিটাৰ মান হোৱা দেখা যায়৷ পাত ধাৰণ কৰা দীঘলীয়া ঠাৰিবোৰে কেতিয়াবা দুযোৰা আৰু কোনো কোনো ক্ষেত্ৰত তিনিযোৰা শাখা-পত ধাৰণ কৰে৷ পাতৰ আকৃতি দীঘল চানেকীয়াকৈ আগৰফালে জোঙা হয়৷ কেতিয়াবা ওভতাকৈ নাল লগোৱা চামুচৰ আকৃতি ধাৰণ ক ...

কেঞাবন

কেঞাবন চাইপাৰেচি পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ঘাঁহ জাতীয় উদ্ভিদ৷ কেঞাবনক ইংৰাজীত shortleaf spikesedge, green kyllinga, perennial greenhead sedge, kyllinga weed আদি নামেৰে জনা যায়৷

কেতকুৰা

কেতকুৰা ৰুবিয়েচি পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ জোপোহা গছ। ইয়াক সমগ্ৰ বিশ্বজুৰি প্ৰধানকৈ পূৱ এছিয়া - ভাৰত, নেপাল, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, কম্বডিয়া, লাওছ, ভিয়েটনামত পোৱা যায়।

কেতুৰি

উদ্ভিদজগতৰ পৰিয়ালৰ কাৰকামা জাতিৰ অন্তৰ্গতঃ ৮০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ মাজৰ এবিধ হৈছে কেতুৰি। কেতুৰিৰ বৈজ্ঞানিক নাম কাৰকামা আংগাষ্টিফোলিয়া । ই ভাৰত উপমহাদেশৰ এবিধ থলুৱা উদ্ভিদ, যাক সাধাৰণতে ইংৰাজীত ইষ্ট ইণ্ডিয়ান এৰোৰুট নাইবা নেৰো লীভড্ টাৰমাৰি ...

কোটাহি জামু

কোটাহি জামু এবিধ মজলীয়া আকাৰৰ চিৰহৰিৎ গছ৷ এই গছ প্ৰায় দহ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ ইয়াৰ বাকলিৰ বৰণ মটীয়া বা মদৰুৱা আৰু পাত ডাঠ সেউজীয়া৷

কোৱাভাতুৰি

কোৱাভাতুৰি । অসমৰ হাবিয়ে-বননিয়ে উৎপন্ন হোৱা লতা জাতীয় উদ্ভিদ৷ এই উদ্ভিদৰ পৰাই অসমীয়া জতুৱা ঠাঁচ ’বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি’ উদ্ভৱ হৈছে৷

কৌপাত

কৌপাত বা কৌ ভাৰতকে ধৰি এচিয়াৰ কিছুসংখ্যক দেশ যেনে চীন, ম্যানমাৰ, কম্বোডিয়া, লাওচ আদিৰ মাজেৰে নিউগিনিলৈকে বিয়পি থকা একপ্ৰকাৰৰ চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ ঘাইকৈ অসম, অৰুণাচল প্ৰদেশ আৰু পূব হিমালয়ৰ কোনো কোনো অঞ্চলত উদ্ভিদজোপাৰ বিস্তৃতি দেখা যা ...

খাগৰি

খাগৰি বৈজ্ঞানিক নাম: Miscanthus fuscus নদীকাষৰীয়া অঞ্চলত দেখা পোৱা এবিধ ওখ ঘাঁহজাতীয় উদ্ভিদ। ইকৰা, নল আদিৰ দৰে এইবিধ ঘাঁহ জোপোহাকৈ উৎপত্তি হয় আৰু ভালেখিনি ঠাই আগুৰি থাকে।

গধূলিগোপাল

গধূলিগোপাল বা Four OClock Flower বা Marvel of Peru এক প্ৰকাৰৰ গুল্ম জাতীয় আলংকাৰিক ফুল গছ। বিভিন্ন ৰঙৰ গধূলিগোপাল পোৱা যায়। লেটিন ভাষাত Mirabilis মানে "আশ্চৰ্য্যকৰ" আৰু jalapa হৈছে মধ্য আৰু উত্তৰ আমেৰিকাৰ এক ঠাইৰ নাম। ১৫৪০ চনত গধূলিগোপাল পেৰুৰ ...

চেঁচোৰ

চেঁচোৰ Cyperaceae পৰিয়ালৰ অন্তৰ্ভুক্ত ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ ইয়াৰ শিপাত ওলোৱা আলুৰ নাম অনুসৰিয়ে বনবিধকো চেঁচোৰ বুলি কোৱা হয়

চেংমৰা

চেংমৰা ভাৰতকে ধৰি এচিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউগিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদীকাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়| ইয়াক কাঁ‌ইটীয়া কচু, ওলমোটোকা, কেশঠুৰী, লা-ঘটুৱা আদি নামেৰেও জনা ...

চোৰাত

চোৰাত এবিধ জোপোহা গছ। এই গছ এছিয়াৰ অৰ্ধক্ৰান্তীয় সেমেকা আৰু চিৰসেউজীয়া অঞ্চলসমূহত দেখা পোৱা যায়। চোৰাতৰ গছৰ বহুতো ঔষধি গুণ আছে বুলিও জনা যায়।

জাতি বেত

জাতি বেত বা কেলামাছ টেনুইছ আৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ এবিধ সৰু আকাৰৰ বেত জাতীয় উদ্ভিদ। ই ভাৰত, বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ। বৰ্তমান আই ইউ চি এন ৰঙা তালিকাৰ সংকটৰপৰা মুক্ত প্ৰজাতি।

জেটুলি পকা

জেটুলি পকা অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ পৰা ভিক্টোৰিয়ালৈ আৰু ভাৰতৰ উত্তৰ-পূবত অসম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত বিস্তৃত হৈ থকা এবিধ থলুৱা উদ্ভিদ৷

ঝাওবন

ঝাওবন পশ্চিম এছিয়াৰ বিভিন্ন অঞ্চলৰ নদীৰ পাৰৰ পলসুৱা মাটিত উৎপন্ন হোৱা এবিধ জোপোহা গছ। অসমত বাৰিষাৰ পানীয়ে উজনিৰ পৰা এই উদ্ভিদৰ গুটিবোৰ উটুৱাই আনে। পানী শুকালে গুটিবোৰ জেং জাবৰ বা নদীকুলীয়া বননিত লাগি ধৰে। খৰালিৰ লগে লগে এই গুটিবোৰৰ পৰা পুলি ওলায়।

তগৰ

তগৰ অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হল এছিয়া। বহু বছৰ পূৰ্বৰ পৰায়ে চীন দেশত ইয়াৰ খেতি কৰা হয়। ১৮ শতিকাৰ পৰাহে এই ফুল ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ। তগৰ ফুলৰ মুখ্য ...

ধতুৰা

ধতুৰা এক প্ৰকাৰৰ বিষাক্ত উদ্ভিদ। ইয়াৰ সমস্ত অংশই বিষাক্ত। ধতুৰাত বিপজ্জনক মাত্ৰাত tropane alkaloids নামৰ বিষ আছে। এই গাছৰ বিষক্ৰিয়াত মানুহ বা পশু-পক্ষীৰ মৃত্যু পৰ্যন্ত হব পাৰে। এই কাৰণে বহু দেশত ধতুৰাৰ উৎপাদন, বিপনন আৰু বহন নিষিদ্ধ। বনৰ মাজত বা ...

নগা টেঙা

নগা টেঙা পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷ নগা টেঙাৰ বাকলিৰ বৰণ মদৰুৱা বা ছাই বৰণীয়া আৰু পাত দীঘলীয়া আৰু ডিম্বাকৃতিৰ৷নগাটেঙাৰ ফুলবোৰ বগা চানকীয়া বা সামান্যভাৱে সেউজীয়া হয়৷ নগা টেঙাৰ ফল আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ তৰোপৰি নগা টেঙাৰ ...

নয়নতৰা

নয়নতৰা অসমত পোৱা এক সাধাৰণ ফুল গছ। ইয়াৰ গুলপীয়া বা বগা পাঁচ পাহিৰ ফুল বোৰৰ বাবে পৰিচিত। বৈজ্ঞানিক নাম Catharanthus roseus, ই Apocynaceae পৰিয়ালৰ অন্তৰ্ভুক্ত। নয়নতৰা বিভিন্ন স্থানত বিভিন্ন নামেৰে পৰিচিত, যেনে Cape periwinkle, Madagascar periw ...

নাচপতি

নাচপতি গছৰ আকাৰ মধ্যমীয়া, ইয়াৰ উচ্চতা ১০-১৭ মিটাৰ পৰ্য্যন্ত হ’ব পাৰে। নাচপতিৰ কিছুমান প্ৰজাতি জোপোহাও হয়। নাচপতিৰ পাতবোৰ ২-১২ ছে:মি দীঘল, উজ্জ্বল সেউজীয়া বৰণৰ হয়। কিছুমানত ৰূপালী নোম থকা দেখা যায়। ইয়াৰ ফুলবোৰ বগা, মাজভাগত কিছু হালধীয়া বা ...

নাৰ্জী

নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এটি সুগন্ধী ফুল। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে। নাৰ্জী Compositae গোত্ৰত অন্তৰ্ভুক্ত, বৈজ্ঞানিক নাম Tagetes erecta । । নাৰ্জী ফুল বিভি ...

নেফাফু

নেফাফু এবিধ লেমীয়াছী পৰিয়ালৰ বহু বৰ্ষজীৱি ঔষধী উদ্ভিদ। নেফাফু গছৰ পাত উচ্চ ৰক্তচাপ, মধুমেহ, কাহ, আৰু বিভিন্ন বাতবিষ জাতীয় ৰোগৰ বাবে উপকাৰী। এইবিধ উদ্ভিদ এছিয়া মহাদেশৰ ভাৰত, ম্যানমাৰ, বাংলাদেশ, মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড, ভূটান, নেপাল ...

পহু শিঙীয়া ঢেঁকীয়া

পহু শিঙীয়া ঢেঁকীয়া হৰিণ জাতীয় জন্তুৰ শিঙৰ দৰে দীঘল আকৃতিৰ ফেৰমেলা পাতধাৰী এবিধ বিদেশী ঢেঁকীয়া৷ এই ঢেঁকীয়াৰ প্ৰকৃত জন্মভূমি অষ্ট্ৰেলিয়া মহাদেশ যদিও বৰ্তমান ভাৰতৰ বিভিন্ন নাৰ্ছাৰিত পোৱা যায়৷

পানী লতা

পানী লতা এম্পেলিকেচি পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ প্ৰকাণ্ড আকাৰৰ আৰোহী গুল্ম৷ এই লতা প্ৰধানকৈ নামনি অসমৰ শালনি হাবিবোৰত পোৱা যায়৷ লতাডাল দুটুকুৰা কৰিলে বহু পৰিমাণৰ পানী ওলায়৷ হাবিত কাম কৰা মানুহে এই পানী খাই পিয়াহ পলুৱায় বুলি জনা যায়৷

পালেং শাক

পালেং শাক এমাৰান্থেচি পৰিয়ালভুক্ত এক প্ৰকাৰৰ সপুষ্পক উদ্ভিদ আৰু জনপ্ৰিয় শাক । ইয়াৰ আদিবাস মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া। পালেং এবিধ একবৰ্ষজীৱী উদ্ভিদ। পালেং গছ ৩০ চেঃমিঃ পৰ্যন্ত ওখ হয়। অসমত শীতকালত ইয়াৰ খেতি কৰা হয়। ইয়াৰ পাত একান্তৰ, সৰল, ...

পৰাশ্ৰয়ী উদ্ভিদ

পৰাশ্ৰয়ী উদ্ভিদ হল এনেবোৰ উদ্ভিদ যিয়ে আন উদ্ভিদগছ আদিৰ ওপৰত গজে। পৰজীৱি উদ্ভিদৰ নিচিনাকৈ পৰাশ্ৰয়ী উদ্ভিদে আশ্ৰয়দাতা গছজোপাৰ ক্ষতিসাধন নকৰে। এনে উদ্ভিদে নিজৰ পুষ্টিৰ বাবে বতাহ, বৰষুণ, জলীয় বাষ্প আৰু আশ্ৰয়দাতা গছজোপাৰ ওপৰত জমা হোৱা আৱৰ্জনাৰ ও ...

ফুটুকলা

ফুটুকলা ই এক গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদ বিধৰ অন্যান্য নাম সমূহ হৈছে- ফুটকলা, বনতেজপাত ইত্যাদি। ই এবিধ বনৌষধি। সাধাৰণতে এই গছ বিধ বনৰীয়া। বাটৰ কাষ, এৰাবাৰী, বাকৰি আদি ঠাইত এই গছবিধ গজে। ই সাধাৰণতে পাহাৰ বা ওখ ঠাইত বেচিকৈ গজে। ভাৰত, বাংলাদেশৰ ব ...

বক ফুল

বক ফুল এবিধ খৰকৈ বৃদ্ধি পোৱা গছ৷ গছজোপাৰ ৩-৮ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ গা-গছৰ পৰা উৎপত্তি হোৱা শাখা-প্ৰশাখাবিলাক সেৰেঙা হয়৷ গছজোপাৰ বাকলি ছাই বৰণীয়া৷ ইয়াৰ পাতবোৰ ডিম্বাকৃতিৰ৷ ফুলৰ বৰণ শুধ বগা৷ সেউজ-বুলীয়া চুপহিৰ ভিতৰফালে বিকাশ লাভ কৰি থকা ...

বকুল

বকুল হৈছে মিনাছপ্স্‌ প্ৰজাতিৰ ই ফুল। এছিয়া আৰু প্ৰশান্ত মহাসাগৰ তীৰবৰ্তী এলেকাৰ ভাৰত, বাংলাদেশ, শ্ৰীলঙ্কা, বাৰ্মা, ইন্দো-চীন, থাইলেণ্ড, আন্দামান দ্বীপপুঞ্জ এলেকা জুৰি এই গছ দেখা পোৱা যায়। তবে, মালয়েছিয়া, ছলোমন দ্বীপপুঞ্জ, নিউ কেলিডোনিয়া, ভান ...