ⓘ Free online encyclopedia. Did you know? page 103

কৃষ্ণগহ্বৰ

কৃষ্ণগহ্বৰ হৈছে মহাকাশৰ একো একোটা বিশেষ অঞ্চল, যৰ পৰা একোয়েই, আনকি পোহৰো; ওলাই যাব নোৱাৰে। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব অনুসৰি পৰ্যাপ্তভাৱে গাঢ় বা অতি ঘনত্ব বিশিষ্ট ভৰপিণ্ডই কাল-স্থান স্থানাংক তন্ত্ৰৰ নিজস্ব বিশেষ স্থানত সৃষ্টি কৰা বিকৃতিৰ জৰিয় ...

দেৰগাঁও উল্কাপিণ্ড

দেৰগাঁও উল্কাপিণ্ড নামেৰে নামাংকিত এই উল্কাপিণ্ডটো ২০০১ চনৰ ২ মাৰ্চ তাৰিখে বিয়লি প্ৰায় ৪:৪০ বজাত অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত পৰিছিল। এই উল্কাপিণ্ডৰ ভালেসংখ্যক টুকুৰা পশ্চিম দেৰগাঁৱৰ পৰা ৪০ কি.মি দুৰত্বত অৱস্থিত মাজুলীৰ ১০ বৰ্গ কি.মি অঞ্চলৰ পৰা ...

নিউট্ৰন তৰা

নিউট্ৰণ তৰাবোৰ এক প্ৰকাৰৰ নাক্ষত্ৰিক অৱশিষ্ট যিবোৰ অতিমাত্ৰা ভৰৰ নীহাৰিকা প্ৰকাৰ II, প্ৰকাৰ Ib বা প্ৰকাৰ Icৰ বিস্ফোৰণৰ পিছত হোৱা মহাকৰ্ষণিক সংকোচনৰ ফলত সৃষ্টি হয়। এনেকুৱা তৰাবোৰ সম্পূৰ্ণৰূপে নিউট্ৰন নামৰ এক উপ-আণৱিক, আধানহীন আৰু প্ৰ’টনতকৈ সামাণ্ ...

জেনাৰ ডায়ড

জেনাৰ ডায়ড হৈছে ডায়ডৰ এক বিশেষ প্ৰকাৰ যাৰ দ্বাৰা বিদ্যুৎ বিপৰীত দিশত প্ৰৱাহিত কৰিব পাৰি, ব্ৰেকডাইন ভল্টেজক অতিক্ৰমি যি বিভৱৰ মাত্ৰা প্ৰাপ্ত হয়, সেই ভল্টেজক জেনাৰ ভল্টেজ বোলে। জেনাৰ ডায়ডবোৰ বৈদ্যুতন সৰঞ্জাম, বিশেষত বিদ্যুৎ চাৰ্কিটত বিল্ডিং বল্ ...

পোহৰ নিৰ্গতক ডায়ড

পোহৰ নিৰ্গতক ডায়ড ইংৰাজী: Light Emitting Diode চমুকৈ এল ই ডি এটি অৰ্ধপৰিবাহী ডায়ড যিয়ে প্ৰযুক্ত ভল্টেজক পোহৰলৈ পৰিৱৰ্তিত কৰে, যাক প্ৰায় চাকি আৰু অঙ্কীয় পৰ্দাত ব্যৱহাৰ কৰা হয়।

মেক্সৱেলৰ দৈত্য

মেক্সৱেলৰ দৈত্য হৈছে এটা থট্ এক্সপেৰিমেণ্ট যিয়ে কল্পিতভাৱে তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰটো উলংঘা কৰে। ১৮৬৭ চনত পদাৰ্থবিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলে ইয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। থট্ এক্সপেৰিমেণ্টটোত এটা দৈত্যই দুটা গেছৰ খোঁটালিৰ মাজত থকা ভৰশূণ্য ...

নিউক্লীয় পদাৰ্থবিজ্ঞান

নিউক্লীয় পদাৰ্থবিজ্ঞান পদাৰ্থবিজ্ঞানৰ এটা শাখা যত পাৰমাণৱিক নিউক্লিয়াছ আৰু সিহঁতৰ উপাদান তথা আন্তঃক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰা হয়। ইয়াৰোপৰি নিউক্লীয় পদাৰ্থৰ অন্য ৰূপসমূহো ইয়াত অধ্যয়ন কৰা হয়। নিউক্লীয় পদাৰ্থবিজ্ঞান পাৰমাণৱিক পদাৰ্থবিজ্ঞান ...

ইলেকট্ৰন

ইলেক্ট্ৰন ইংৰাজী: Electron ; চিহ্ন: e − হৈছে একক ঋণাত্মক আধানযুক্ত এবিধ উপপাৰমাণৱিক কণা। লেপ্তন পৰিয়ালৰ অন্তৰ্ভুক্ত ইলেক্ট্ৰন হৈছে প্ৰথম প্ৰজন্মৰ কণা। ইলেক্ট্ৰনক প্ৰাথমিক কণাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় কাৰণ ইহঁতৰ কোনো উপাংশ বা উপগঠনৰ বিষয়ে জন ...

ধ্ৰুপদী বলবিজ্ঞান

পদাৰ্থ বিজ্ঞানত বলবিজ্ঞানৰ দুটা প্ৰধান ক্ষেত্ৰৰ এটা ক্ষেত্ৰ হৈছে ধ্ৰুপদী বলবিজ্ঞান। ধ্ৰুপদী বলবিজ্ঞানত সংশ্লিষ্ট কোনো বল প্ৰণালীৰ প্ৰভাৱত কোনো পদাৰ্থ বা অৱয়বৰ গতিৰ সৈতে জড়িত ভৌতিক নীতি আৰু সূত্ৰসমূহৰ সম্পৰ্কে আলোচনা কৰা হয়। পদাৰ্থৰ গতি বিষয়ক ...

নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ

১৬৮৭ চনত ইংৰাজী গণিতজ্ঞ ছাৰ আইজাক নিউটনে তেঁওৰ মহানতম সৃষ্টি" প্ৰিন্সিপিয়া” ইংৰাজী: Principiaত মহাকৰ্ষণৰ সূত্ৰ আগবঢ়াইছিল। মহাকৰ্ষণৰ সূত্ৰমতে, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই আন প্ৰতিটো কণাক আকৰ্ষণ কৰি আছে আৰু এই আকৰ্ষণ বলৰ মান কণাদুটাৰ ভৰৰ পূৰণফল ...

ফাৰ্মিয়ন

ফাৰ্মিয়ন ইংৰাজী: Fermion হৈছে অৰ্ধপূৰ্ণ ঘূৰ্ণন বিশিষ্ট একধৰণৰ কণিকা। এই কণিকাই ফাৰ্মি-ডিৰাক পৰিসংখ্যা আৰু পাউলিৰ নিষেধ নীতি মানি চলে। ইটালীৰ প্ৰখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী এনৰিকো ফাৰ্মিৰ নামানুসাৰে এই কণিকাৰ নাম ফাৰ্মিয়ন ৰখা হৈছে। একেটা শক্ত ...

বছন

বছন হৈছে পূৰ্ণসংখ্যক স্পিনবিশিষ্ট একধৰণৰ উপ-পাৰমানৱিক কণিকা । এই কণিকাই বছ-আইনষ্টাইন পৰিসংখ্যামানি চলে। প্ৰখ্যাত ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী সত্যেন্দ্ৰ নাথ বসুৰ নামানুসাৰে এই কণিকাৰ নামকৰণ কৰা হৈছে।বছন নামটো পোনপ্ৰথমবাৰৰ বাবে তাত্ত্বিক পদাৰ্ ...

ভ্ৰামক

টৰ্ক ইংৰাজী: Torque বা বলৰ ভ্ৰামক হল কোনো বস্তুৰ ঘূৰ্ণন বেগ বা কৌণিক ত্বৰণ সলনি কৰিব পৰা পৰা কাৰক। গাণিতিকভাবে, টৰ্ক হল কোনো অক্ষ সাপেক্ষে ঘূৰ্ণনশীল বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল। টৰ্কক সাধাৰণতে গ্ৰীক অক্ষৰ τ টাউ দ্বাৰা সূচোৱা হয়। টৰ্কৰ মান ক্ৰমে প ...

মহাকৰ্ষণ

মহাকৰ্ষণ ইংৰাজী: gravitation হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমানুপাতিএক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাকৰ্ষণ এক অতিকে পৰিচিত পৰিঘটনা, ইয়ে ভৰযুক্ত বস্তুৰ ওজনৰ কাৰক, আৰু যেতিয়া কোনো এ ...

বসু-আইনষ্টাইন পৰিসংখ্যা

পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান বা পৰিসাংখ্যিক বল বিজ্ঞানত বসু-আইনষ্টাইন পৰিসংখ্যা বা "B–E পৰিসংখ্যা"ই তাপীয় সাম্য অৱস্থাত একে আৰু পৰষ্পৰৰ পৰা পৃথক বুলি দেখুৱাব নোৱৰা বছন কণাৰ বিভিন্ন শক্তি স্তৰত পৰিসাংখ্যিক বিতৰণ নিৰ্ণয় কৰে।

গতি

দ্ৰুতি হল কোনো বিন্দুৰ প্ৰতি একক সময়ত হোৱা স্থানৰ পৰিবৰ্তনৰ হাৰৰ এক অদিশ ৰাশি। অৰ্থাৎ এটি বস্তুৰ গতিৰ হাৰক দ্ৰুতি বোলা হয়। যিহেতু গতিশীল বস্তু এটাৰ দ্ৰুতি সাধাৰণতে সমান হৈ নাথাকে, সেয়েহে গড় দ্ৰুতি উলিওৱা হয়। গড় দ্ৰুতি = মুঠ দূৰত্ব / মুঠ সময়

বল

কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়। অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক’ব পাৰি। বল হৈছে এটা ভেক্টৰ বা ...

সৰণ

সৰণ হৈছে এক ভেক্টৰ যিয়ে কোনো বস্তুৰ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ মাজৰ সৰ্বনিম্ন দূৰত্বক সূচায়। ইয়াৰ লগত দিশ জড়িত হৈ থাকে আৰু প্ৰাৰম্ভিক অৱস্থানৰ পৰা অন্তিম অৱস্থানলৈ এডাল কাল্পনিক সৰলৰেখাৰ দূৰত্বক নিৰ্দেশ কৰে। কোনো বস্তুৰ সৰণ হৈছে কোনো ...

ঊষ্ণতা

উষ্ণতা হৈছে কোনো বস্তু গৰম নে ঠাণ্ডা তাৰ এক তুলনামূলক জোখ। থাৰ্মমিটাৰৰ সহায়ত ইয়াক জোখা হয়। উষ্ণতা জোখাৰ বহুতো স্কেল আৰু একক আছে। তাৰে ভিতৰত চেলচিয়াছ, ফাৰেণহাইট, আৰু বৈজ্ঞানিক কাম কাজত কেলভিন অন্যতম। আটাইতকৈ ঠাণ্ডা উষ্ণতা হৈছে তাত্ত্বিকভাৱে পৰ ...

ওম

ওম ইংৰাজী: Ohm হল ৰোধৰ এছ.আই.একক যাক গ্ৰীক অক্ষৰ ওমেগা Ω ৰে সূচোৱা হয়। জাৰ্মান পদাৰ্থ বিজ্ঞানী তথা গণিতজ্ঞ জৰ্জ চায়মন ওমৰ নামেৰে এই এককৰ নামকৰণ কৰা হৈছে।

কুলম্ব

শূন্যত ১ মিটাৰ দূৰত্বত ৰখা দুটা সমান আৰু একে জাতীয় আধানৰ মাজত ক্ৰিয়া কৰা স্থিতি বৈদ্যুতিক বল ৯ × ১০ ৯ নিউটন 9 × 10 9 N হলে প্ৰতিটোৰ আধানক ১ কুলম্ব 1 C বোলে। গাণিতিকভাৱে, 1 C = 1 A ⋅ s {\displaystyle 1\ \mathrm {C} =1\ \mathrm {A} \cdot \mathrm ...

ঘনত্ব

ঘনত্ব হল একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ। ঘনত্বক ρ বা D ৰে সূচোৱা হয়। গাণিতিকভাৱে, ঘনত্ব: ρ = m V, {\displaystyle \rho ={\frac {m}{V}},} যত m ভৰ আৰু V আয়তন।

ঘাতবল

ধ্ৰুপদী বলবিজ্ঞানত, ঘাতবল হৈছে সময়ৰ সাপেক্ষে বলৰ অনুকল। J = ∫ F d t {\displaystyle J=\int F\,\mathrm {d} t} যিহেতু বল এটা ভেক্টৰ ৰাশি, ঘাতবলো এটা ভেক্টৰ ৰাশি। এছ আই একক হৈছে নিউটন ছেকেণ্ড। অন্য ইংৰাজ আভিযান্ত্ৰিক একক কিছুমান হৈছে পাউণ্ড-ছেকেণ্ড ...

দ্ৰুতি

দৈনন্দিন জীৱন আৰু গতিবিজ্ঞানত, দ্ৰুতি হৈছে কোনো বস্তুৰ বেগৰ পৰিমাপ আৰু ই এটা স্কেলাৰ ৰাশি। এক নিৰ্দিষ্ট সময়সীমাত কোনো এক বস্তুৱে অতিক্ৰম কৰা মুঠ দূৰত্বক উক্ত সময়সীমাৰে হৰণ কৰিলে গড় দ্ৰুতি পোৱা যায়। গড় দ্ৰুতিৰ লিমিট ললে তাৎক্ষণিক দ্ৰুতি পোৱা ...

ভৰবেগ

নিউটনীয় বলবিদ্যাত, ভৰবেগ বা ৰৈখিক ভৰবেগ হৈছে কোনো বস্তুভৰ আৰু বেগৰ গুণফল। এছ আই একক হৈছে কিলগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড। ইয়াৰ মাত্ৰা বলৰ ঘাতৰ সৈতে সমতুল্য। নিউটনৰ দ্বিতীয় সূত্ৰ অনুসৰি, কোনো বস্তুৰ সলনি হোৱা ভৰবেগ তাৰ ওপৰত কাৰ্যকৰী হোৱা বলৰ ঘাতৰ ...

নষ্ট-ঘাতক

নষ্ট-ঘাতক বা নষ্ট-মাৰাত্মকতা এক পাৰমাণৱিক সমৰ-পন্থাৰ ধাৰণা যত শত্ৰুপক্ষৰ পাৰমাণৱিক প্ৰথমাঘাত বিদ্ধস্ত হোৱাৰ পাছতো সিহঁতবোৰৰ ওপৰত তাৎক্ষনিক, স্বয়ংক্ৰিয় আৰু সৰ্বনাশী ভাৱে আঘাত হানি প্ৰত্যাক্ৰমণ কৰাৰ নিশ্চয়্তা নিহীত থাকে যাৰ দ্বাৰা দৰাচলতে শত্ৰুপ ...

বাৰবাৰিকা প্ৰহাৰ

বাৰবাৰিকা প্ৰহাৰ এনে এক যুদ্ধশৈলী যত নিৰ্দিষ্ট সামৰিক শত্ৰু বা শত্ৰুপক্ষৰ নিৰ্দিষ্ট স্থানক লক্ষ্য কৰি লোৱা হয় আৰু সেই নিৰ্দিষ্ট কৰি লোৱা শত্ৰু বা স্থানতেই সুক্ষ্মভাৱে মোক্ষম আঘাত হনা হয় যাতে সেই লক্ষ্যৰ কাষৰীয়া আন কোনো অসামৰিক বস্তু বা নাগৰিক ...

মাছৰ পৰিভ্ৰমণ

নিৰ্দিষ্ট কালত কিছুমান মাছ প্ৰজননৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণ কৰি আকৌ উক্ত ঠাইলৈ উভতি অহাকে মাছৰ পৰিভ্ৰমণ বা মাছৰ প্ৰব্ৰজন বোলা হয়। কিছুমান পৰিভ্ৰমী মাছৰ উদাহৰণ হল: ঈল, চালমন, ইলীহ মাছ আদি।

জল প্ৰদূষণ

জল প্ৰদূষণ বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানীৰ অবিহনে জীৱই জীৱন নিৰ্বাহ কৰিব নোৱাৰে। এই পানীৰ উৎসসমূহ হ’ল সাগৰ, নদী, হ্ৰদ, পুখুৰী, খাল, বিল, ভূগৰ্ভৰ পানী আৰু জলীয় বাষ্প। খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক উপাদান যেনে খন ...

পোহৰ প্ৰদূষণ

পোহৰ প্ৰদূষণ বুলিলে কৃত্ৰিম পোহৰে অনাৱশ্যকীয় ঠাইত, ভূল দিশত অনাধিকাৰ প্ৰৱেশ কৰি সৃষ্টি কৰা একপ্ৰকাৰৰ প্ৰদূষণ। গাড়ীৰ পোহৰে চকু চাঁট মাৰি ধৰা বা কোঠাৰ বিজুলী বাতি নুমাই শুই থকা অৱস্থাত বাহিৰৰ পৰা পোহৰ আহি আমনি কৰাটো পোহৰ প্ৰদূষণৰ উদাহৰণ। পোহৰক প্ ...

বায়ু প্ৰদূষণ

বায়ু প্ৰদূষণ ৰ এক সংজ্ঞা হ’ল সাধাৰণ অৱস্থাত বায়ুমণ্ডলত কিছুমান পদাৰ্থৰ অবাঞ্চিত উপস্থিতি বা বায়ুমণ্ডলত থকা বিভিন্ন উপাদানবোৰৰ অতিৰিক্ত উপস্থিতিয়ে মানুহৰ লগতে অন্য জীৱ-জন্তু বা উদ্ভিদ জগতৰ ওপৰত যি অনিষ্টকাৰী প্ৰভাৱ পেলায় তাকে বায়ু প্ৰদূষণ বোলে।

ভূমি প্ৰদূষণ

মাটিত কিছুমান নাথাকিবলগীয়া ৰসায়ন বা পদাৰ্থৰ উপস্থিতিয়ে নাইবা কিছুমান পদাৰ্থ থাকিবলগীয়া পৰিমাণতকৈ অধিক থাকিলে, যদি তাত থকা জীৱসমূহলৈ বিপদ মাতি আনে; তেতিয়াই মাটিখিনিক প্ৰদূষিত হোৱা বুলি কোৱা হয়। মাটিৰ এই অৱস্থাটোকে ভূমি প্ৰদূষণ বোলে। যদিওবা অ ...

শব্দ প্ৰদূষণ

শব্দ প্ৰদূষণ হৈছে মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পেলোৱাকৈ হোৱা শব্দ তথা কোলাহলৰ প্ৰসাৰ। শব্দ হৈছে অণুৰ সংঘৰ্ষত সৃষ্টি হোৱা এক কম্পন বা তৰঙ্গ, যি কোনো মাধ্যমৰ দ্বাৰা আহি আমাৰ কাণত অনুভূত হয়। বায়ু, তৰল, কঠিন এই ত ...

বহনক্ষম উন্নয়নৰ লক্ষ্য

বহনক্ষম উন্নয়নৰ লক্ষ্য বা গোলকীয় লক্ষ্য হৈছে "সকলোৰে বাবে এক উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰা"ৰ বাবে প্ৰস্তুত কৰা ১৭ টা আন্তঃসংযোজিত লক্ষ্যৰ এক সংগ্ৰহ। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সিদ্ধান্ত লৈ ১৭টা নতুন বহনক্ষম উন ...

আন্তৰ্জাতিক একক পদ্ধতি

আন্তৰ্জাতিক একক পদ্ধতি সংক্ষেপে SI একক নামে পৰিচিত। মেট্ৰিক এককৰ আধুনিক সংস্কৰণ হল SI একক। দৈনন্দিন জীৱনৰ ব্যৱসায় আৰু বিজ্ঞানত পৃথিৱীৰ সবাতোকৈ বেছি বহুলভাৱে ব্যৱহৃত একক পদ্ধতি। ১৯৬০ চনত SI একক অৰ্থাৎ মিটাৰ-কিলোগ্ৰাম-ছেকেণ্ড MKS পদ্ধতি চেণ্টিমিটা ...

কাঠৰ জোখ মাপ

কাঠৰ জোখ মাপ ৰ একক হল কেবি । কাঠ এডাল ত্ৰিমাত্ৰিক । সেই তিনিটা অংশ হল- কাঠডালৰ দৈৰ্ঘ্য, কাঠডালৰ প্ৰস্থ আৰু কাঠডালৰ উচ্চতা । প্ৰস্থ আৰু উচ্চতা বেছিভাগ ইঞ্চিত থাকে আৰু দৈৰ্ঘ্য সাধাৰণতে ফুটত ধৰা হয়। প্ৰস্থ আৰু উচ্চতাক ফুটত লিখিলে বহুত সৰু মান পোৱা ...

প্ৰমিতি

প্ৰমিতি, হৈছে বস্তুৰ কোনো ধৰ্ম যেনে দৈৰ্ঘ্য, ওজন, উষ্ণতা আদিৰ তুলনামূলক পৰিমাণ কোনো এককৰ মানত - যেনে মিটাৰ, কিলোগ্ৰাম, চেলচিয়াচ আদি প্ৰকাশ কৰা পদ্ধতি বা কাৰ্য্য। এই বিষয়ৰ অধ্যয়নক ইংৰাজীত মেট্ৰলজী বোলে। প্ৰমিতি বুজোৱা ইংৰাজী ভাষাৰ measurement শ ...

বিশ্ব সুখ সূচক

বিশ্ব সুখ সূচক য়ুনাইটেড নেচন্স চাষ্টেইনেবল ডেভেলপ্মেণ্ট চল্যুচন্স নেটৱৰ্কৰ দ্বাৰা প্ৰকাশিত এক জোখ। ই সুখৰ এক জোখ। জুলাই ২০১১ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ দেশৰ বাসিন্দাসকলৰ সুখৰ জোখ লৈ, সেই তথ্যৰে নিজৰ বিকাশৰ নীতি নিৰ্দেশি ...

মাটিৰ হিচাপ

মাটিৰ হিচাপ হৈছে মাটিৰ জোখ-মাখ লোৱা আৰু সেই জোখ অনুসৰি দৰ নিৰ্ণয়ৰ এক প্ৰক্ৰিয়া। সোণৰ দাম উঠা নমা হৈ থাকাৰ বিপৰীতে মাটিৰ দাম সদায় বাঢ়ি গৈ থাকে। কোনোদিন নকমে।

ব্যাকৰণ

ব্যাকৰণ এটা সংস্কৃত ভাষাৰ শব্দ; ইয়াৰ অৰ্থ হ’ল সকলো কথা খৰচি মাৰি কৰা আলোচনা। কোনো এটা ভাষাৰ গঠনৰ সকলো কথা বিতংকৈ বিশ্লেষণ বা আলোচনা কৰা পুথিৰ নাম সেই ভাষাৰ ব্যাকৰণ। ব্যাকৰণত একোটা ভাষাৰ ধ্বনি, বৰ্ণ, বৰ্ণমালা, শব্দ আৰু পদৰ সাধন, পদৰ পৰা বাক্যৰ গঠ ...

ণত্ববিধি (ব্যাকৰণ)

সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূৰ্ধন্য ণ হয় তাক জানিবৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰকে ণত্ববিধি বোলে। বিধি শব্দৰ অৰ্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰো ...

যতি-চিন

আমি মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কথা কওঁতে শব্দ বা বাক্যৰ মাজত কিছু সময় বিৰতি লওঁ বা অৰ্থ প্ৰকাশ কৰিবলৈ শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ভিন্নতা প্ৰকাশ কৰোঁ। এই দৰে প্ৰকাশ কৰা মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমা ...

ষত্ববিধি (ব্যাকৰণ)

ভূমি, গো, অঙ্গু শব্দৰ পাচত থকা স্থ শব্দৰ স, আৰু যুধি শব্দৰ পাচত থকা স্থিৰ শব্দৰ স মূৰ্ধন্য ষ হয়। যেনে ভূমি + স্থ = ভূমিষ্ঠ, গো + স্থ = গোষ্ঠ, অঙ্গু + স্থ = অঙ্গুষ্ঠ, যুধি + স্থিৰ = যুধিষ্ঠিৰ। ক, খ, ত, থ, প, ফ আৰু ম ইহঁতৰ কোনো সৈতে কেৱল" স”ৰ যোগ ...

লেটিন আখৰ বি

আই পি এত য়ে ভইচড বাইলেবিয়েল ষ্টপ ফন বুজায়। ভিন ভিন ভাষাৰ বাবে /b/য়ে লেনিচ ফনেম ব্বুজায় যি ভইচড নহবও পাৰে।

অল চিকি লিপি

অল চিকি লিপি চাঁওতালি ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়। আন ভাৰতীয় ব্ৰাহ্মী লিপিৰ দৰে অল চিকি লিপি আবুগিদা নহয়, ই এক বৰ্ণমালা বা এলফাবেট লিপি। অৰ্থাৎ অল চিকি লিপিত লেটিন লিপিৰ দৰে ব্যঞ্জন আৰু স্বৰ দুয়ো বৰ্ণ ...

অসমীয়া–বঙালী লিপি

অসমীয়া–বঙালী লিপি হৈছে অসমীয়া আৰু বঙালী বৰ্ণমালাৰ ভেটি। ই প্ৰধানকৈ দুবিধ প্ৰধান ভাষাৰ বাবে ব্যৱহাৰ হয়: অসমীয়া আৰু বঙালী। এই দুবিধৰ বাহিৰেও ইয়াক বহুতো ভাষা যেনে বিষ্ণুপ্ৰিয়া মণিপুৰী, মেইতেই মণিপুৰী, ককবৰক আৰু আন অসমীয়া-বঙালী ভাষাৰ বাবে ব্যৱ ...

কাঞ্জি

কাঞ্জি বা কান-জি হল জাপানী ভাষাত ব্যৱহৃত, চীনা ভাষাৰ পৰা গ্ৰহণ কৰা ইডিয়গ্ৰাফিক চিহ্ন। এই চিহ্নসমূহ আধুনিক জাপানী ভাষাত হিৰাগানা আৰু কাটাকানাৰ সৈতে ব্যৱহাৰ কৰা হয়।

কুটিল লিপি

ষষ্ঠ শতিকাৰ পৰা নৱম শতিকালৈকে উত্তৰ ভাৰতত প্ৰচলিত উত্তৰ-ব্ৰাহ্মী লিপিৰ পৰা বিকশিত হোৱা গুপ্তলিপিৰ পৰিৱৰ্তিত ৰূপকে কুটিল লিপি বা সিদ্ধমাতৃকা লিপি বুলি কোৱা হয়। অৰ্থাৎ গুপ্তলিপিৰ পৰা কুটিল লিপি উদ্ভৱ হয়।পৰিৱৰ্তিত গুপ্তলিপিবিলাকৰ স্বৰমাত্ৰাবোৰৰ আক ...

কেলিগ্ৰাফী

কেলিগ্ৰাফী হৈছে হাতৰ আখৰৰ সৈতে সম্পৰ্কিত এক প্ৰকাৰৰ দৃশ্যমান শিল্পকলা। এই শিল্পৰ জৰিয়তে কলম বা ব্ৰাছৰ সহায়ত আখৰৰ নক্সা তৈয়াৰ কৰা হয়। আধুনিক কেলিগ্ৰাফী ইমানেই বিস্তৃত যে অনেক ক্ষেত্ৰত আখৰসমূহকে পঢ়িব পৰা নাযায়। ধ্ৰুপদী কেলিগ্ৰাফী মুদ্ৰাক্ষৰশি ...

গুপ্ত লিপি

গুপ্তলিপি হল উত্তৰ-ব্ৰাহ্মীলিপিৰ এটি পৰিৱৰ্তিত লিপি। চতুৰ্থ আৰু পঞ্চম শতিকাৰ গুপ্ত ৰজাসকলৰ সময়ত প্ৰসাৰ লাভ কৰা লিপিকে গুপ্তলিপি বুলি অভিহিত কৰা হয়। গুপ্তলিপিৰ পৰা কুটিল লিপিৰ বিকাশিত ঘটে। গুপ্ত আখৰৰ লগত অসমীয়া আধুনিক স, ম, শ্ৰী আৰু য -ৰ সম্পৰ্ ...