ⓘ Free online encyclopedia. Did you know? page 105

উদজান

উদজান বা হাইড্ৰজেন এটা ৰাসায়নিক মৌল। আণৱিক ভৰ ১.০০৭৯৪ ডেল্টন হোৱাৰ বাবে পৰ্য্যাবৃত্ত তালিকাত ইয়াক সকলোতকৈ পাতল মৌল বুলি গণ্য কৰা হয়। হাইড্ৰজেনৰ ৰাসায়নিক চিহ্ন হল H। ইয়াৰ আণৱিক সংকেত H 2 আৰু পাৰমাণৱিক সংখ্যা ১। হাইড্ৰজেন বিশ্বত সকলোতকৈ বেছিকৈ ...

এলুমিনিয়াম

এলুমিনিয়াম হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ চিহ্ন হৈছে Al আৰু পাৰমানবিক সংখ্যা হৈছে ১৩। ই একপ্ৰকাৰৰ ৰূপালী, কোমল, অচুম্বকীয় ধাতু। প্ৰায় ২৭০ প্ৰকাৰৰ লৱণৰ মিশ্ৰ ৰূপে ইয়াক পৃথিৱীত পোৱা যায়। এলুমিনিয়ামৰ প্ৰধান আকৰিক হৈছে বক্সাইট। নিম্ন ঘনত্বৰ ধাতু ...

কাৰ্বন

কাৰ্বন হৈছে এটা ৰাসায়নিক মৌল। ইয়াৰ সংকেত C আৰু ৰাসায়নিক সংখ্যা ৬। পৰ্যায়বৃত্ত তালেকাত ই ১৪ নং স্তম্ভত প্ৰথমৰ পৰা ৬ নং স্থানত অৱস্থিত। সহযোযী বন্ধন সৃষ্টি কৰিব পৰাকৈ ইয়াৰ একেবাৰে বাহিৰৰ কক্ষত ছটা ইলেক্ট্ৰন থাকে। ইয়াৰ প্ৰাকৃতিক সমৰূপ তিনিটা হ ...

জিংক

জিংক হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত আৰু আনৱিক সংখ্যা ৩০। ই পৰ্যাবৃত্ত তালিকাৰ ১২ নং বৰ্গৰ প্ৰথম মৌল। ৰাসায়নিকভাৱে মেগনেছিয়ামৰ লগত ইয়াৰ কিছু সাদৃশ্য আছে: দুয়োৰে মাত্ৰ এটা জাৰণ অৱস্থা আছে, আৰু Zn ২+ আৰু Mg ২+ আয়ন দুটাৰ আকাৰ সমান। ই হৈছে ...

টিন

টিন পৰ্যাবৃত্ত তালিকাৰ ৫০তম মৌলিক পদাৰ্থ। টিনৰ আণৱিক সংকেত Sn। টিনৰ লেটিন নাম "ষ্টানাম" ৰ পৰা সংকেতটো লোৱা হৈছে। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৪ত এই ধাতৱ মৌলিক পদাৰ্থৰ অৱস্থান।

তাম

তাম হৈছে এবিধ ৰাসায়নিক মৌল, সংকেত Cu আৰু পাৰমানৱিক সংখ্যা ২৯। ই অতি উচ্চ তাপ আৰু বিদ্যুৎ পৰিবাহিতা বিশিষ্ট এবিধ কোমল ধাতু। বিশুদ্ধ তাম ৰঙচুৱা-কমলা বৰণৰ। ইয়াক তাম আৰু বিদ্যুতৰ পৰিবাহী হিচাপে, ঘৰ সজা সামগ্ৰী হিচাপে আৰু বিভিন্ন সংকৰ ধাতুৰ উপাদান, ...

নাইট্ৰজেন

নাইট্ৰজেন হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত N আৰু আনৱিক সংখ্যা ৭। ১৭৭২ চনত স্কটলেণ্ডৰ বিশেষজ্ঞ ডেনিয়েল ৰাডাৰফৰ্ডে ইয়াক প্ৰথম আৱিষ্কাৰ আৰু নিষ্কাষণ কৰিছিল। প্ৰায় একে সময়তে কাৰ্ল উইলিয়াম শ্বেলী আৰু হেনৰী কাভেনডিছেও স্বতন্ত্ৰভাৱে ইয়াৰ সন্ধা ...

নিয়ন

নিয়ন হৈছে এবিধ ৰাসায়নিক মৌল, ইয়াৰ সংকেত Ne আৰু পাৰমানৱিক সংখ্যা ১০। ই পৰ্যাবৃত্ত তালিকাৰ বৰ্গ ১৮ ৰ মৌল। ই একপ্ৰকাৰৰ বৰ্ণহীন, গন্ধহীন, এক অনুবিশিষ্ট গেছ । বায়ুৰ দুই-তৃতীয়াংশ নিয়ন গেছ থাকে। ১৮৯৮ চনত ইয়াৰ আবিস্কাৰ কৰা হৈছিল।

বৰণ

বৰণ হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "B" পাৰমাণৱিক সংখ্যা ৫। বৰণ পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ১৩ বৰ্গৰ p-গোষ্ঠীৰ মৌল। নামটো আৰৱীক শব্দ বুৰাকৰ পৰা আহৰণ আহিছে, যিটো হৈছে বৰাস্ক।

বেৰিলিয়াম

বেৰিলিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Be" পাৰমাণৱিক সংখ্যা ৪। বেৰিলিয়াম হৈছে এক তুলনামূলকভাৱে বিৰল উপাদান। বেৰিলিয়াম পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ২ বৰ্গৰ s-গোষ্ঠীৰ মৌল। নামটো গ্ৰীক শব্দ বেৰাইল’ৰ পৰা আহৰণ আহিছে

লিথিয়াম

লিথিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Li" পাৰমাণৱিক সংখ্যা ৩। ই এক কোমল, ৰূপালী-বগা ক্ষাৰধাতু। সাধাৰণ পৰিস্থিতিত, ই হৈছে আটাইতকৈ পাতল ধাতু আৰু আটাইতকৈ পাতল কঠিন উপাদান। লিথিয়াম অতি সক্ৰিয় আৰু জ্বলনশীল, আৰু সেয়ে খনিজ তেলত সংৰক্ষণ ...

লো

লো হৈছে এটা মৌলিক পদাৰ্থ যাৰ পাৰমাণবিক সংখ্যা ২৬ আৰু ৰাসায়নিক সংকেত Fe। ই এক প্ৰকাৰৰ ধাতু। ধাতুসমূহৰ ভিতৰত প্ৰাচুৰ্যৰ দিশত প্ৰকৃতিত এলুমিনিয়ামৰ পিছতেই লো দ্বিতীয় স্থানত আছে। প্ৰকৃতিত বিশুদ্ধ লো বিৰল, ইয়াক সদায় অন্য ধাতুৰ সৈতে মিশ্ৰ ৰূপতহে পো ...

হিলিয়াম

হিলিয়াম পৰ্যাবৃত্ত তালিকাৰ ২য় মৌল। ইয়াৰ প্ৰতীক He। ই পৰ্যাবৃত্ত তালিকাৰ ১ম পৰ্যায়ৰ শূন্য শ্ৰেণীত অৱস্থিত। ওজনৰ দিশত ই দ্বিতীয়;- মৌলিক পদাৰ্থৰ মধ্যত একমাত্ৰ হাইড্ৰজেন ইয়াতকৈ পাতল। হিলিয়াম এটি বৰ্ণহীন, গন্ধহীন আৰু স্বাদহীন নিষ্ক্ৰিয় গেছ। এই ...

ৰূপ

এছিৰীয় শব্দ "serpu" নাইবা গথজাতিৰ ভাষাৰ "silbur" পৰা চিলভাৰ শব্দটো আহিছে যি ৰূপৰ ইংৰাজী প্ৰতিশব্দ। ৰূপৰ বৈজ্ঞানিক নাম আৰ্জেণ্টাম argentum শব্দটো লেটিন ভাষাৰ যিটো সম্ভৱতঃ সংস্কৃত শব্দ আৰ্জেণ্টাৰ পৰা আহিছে। সংস্কৃত ভাষাৰ আৰ্জেণ্টা শব্দৰ অৰ্থ "পোহৰ ...

অম্ল

অম্ল হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ টেঙা আৰু ই নীলা লিটমাছ কাগজ ৰঙা কৰে। ই ক্ষাৰৰ লগত বিক্ৰিয়া কৰে আৰু কিছুমান নিৰ্দিষ্ট ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱন সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধ ...

এম’নিয়া

এম’নিয়া বা এজেন হ’ল নাইট্ৰজেন আৰু হাইড্ৰ’জেনেৰে গঠিত এবিধ ৰাসায়নিক যৌগ যাৰ ৰাসায়নিক সংকেত NH 3 । জোছেফ প্ৰিষ্টলে সৰ্বপ্ৰথমে ১৭৭৪ চনত এম’নিয়াম ক্ল’ৰাইডক চূণৰ সৈতে গৰম কৰি এম’নিয়া গেছ তৈয়াৰ কৰিছিল। ইউৰিয়াৰ অৱক্ষয়ৰ ফলত এম’নিয়া উৎপন্ন হয় NH ...

কলেষ্টেৰল

কলেষ্টেৰল বা Cholesterol আৰু ষ্টেৰচ, লগত এলকহলৰ বাবে -ol ৰাসায়নিক অনুসৰ্গ) এক জৈৱ অণু। ই ষ্টেৰল নামৰ একপ্ৰকাৰৰ চৰ্বি। সকলো প্ৰাণী কোষে কলেষ্টেৰল উৎপন্ন কৰে আৰু ই প্ৰাণীৰ কোষ আৱৰণীৰ এক অত্যাৱশ্যকীয় উপাদান। কলেষ্টেৰলে ষ্টেৰইড হৰমন, পিত্তৰস আৰু ভি ...

ক্ষাৰ

ক্ষাৰ হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ তিতা আৰু ই ৰঙা লিটমাছ কাগজ নীলা কৰে। ই অম্লৰ সৈতে বিক্ৰিয়া কৰি লৱণ সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱণৰ সৃষ্টি হয়। ক্ষাৰৰ pH ৭ তক ...

ছালফিউৰিক এচিড

ছালফিউৰিক এচিড হৈছে একপ্ৰকাৰৰ অজৈৱ এচিড। ইয়াক ভিট্ৰিয়ল নামেৰেও জনা যায়। ই বৰণহীন, গোন্ধহীন আৰু চিৰাপৰ নিচিনা এবিধ তীব্ৰ এচিড। ইয়াৰ সংকেত হৈছে H 2 SO 4 ।

পানী

পানী বা জল হৈছে এক প্ৰকাৰৰ স্বচ্ছ জুলীয়া পদাৰ্থ। অক্সিজেনৰ এটা আৰু হাইড্ৰ’জেনৰ দুটা পৰমাণু লগ লাগি পানীৰ অণু গঠন হয়। মান্য উষ্ণতা আৰু চাপত পানী জুলীয়া অৱস্থাত থাকে যদিও ইয়াক কঠিন অৱস্থা অৰ্থাৎ বৰফ আৰু গেছীয় অৰ্থাৎ বাষ্প অৱস্থাতো পোৱা যায়। হ ...

যখাৰ

যখাৰ পটাছিয়ামৰ এবিধ যৌগ। ইয়াৰ ৰাসায়নিক নাম পটাছিয়াম নাইট্ৰেট । ই পটাছিয়াম আয়ন K+ আৰু নাইট্ৰেট আয়ন NO3− ৰ আয়নিক লৱণ, আৰু সেইবাবে এটা ক্ষাৰকীয় ধাতু নাইট্ৰেট। প্ৰকৃতিত ইয়াক নাইটাৰ নামৰ এক খনিজ পদাৰ্থ হিচাপে পোৱা যায়। যখাৰ বুলিলে পটাছিয়াম ...

লৱণ

লৱণ) হৈছে অম্ল আৰু ক্ষাৰৰ প্ৰশমন বিক্ৰিয়াৰ ফলত উৎপাদিক হোৱা একপ্ৰকাৰৰ আয়নিত ৰাসায়নিক যৌগ। লৱণবোৰত বৈদ্যুতিক ভাৱে প্ৰশম হৈ থকাকৈ সমতুল সংখ্যাৰ কেটায়ন আৰু এনায়ন লগলাগি গঠিত হয়। এনে আয়নসমূহ ক্লৰাইডৰ দৰে অজৈৱিক, বা এচিটেটৰ দৰে জৈৱিক; আৰু ফ্লৰা ...

ষ্টেৰইড

ষ্টেৰ‌ইড এক জৈৱিকভাৱে সক্ৰিয় জৈৱ যৌগ যত এক বিশেষ আণৱিক গাঁথনিৰ চাৰিটা চক্ৰ থাকে। ষ্টেৰ‌ইডৰ দুটা প্ৰধান জৈৱিক কাম আছে: কোষাৱৰণৰ তৰলতাত সালসলনি কৰা এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে; আৰু সংকেত বহনকাৰী অণু হিচাপে। উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰত শতাধিক ষ্টে ...

চিগ্‌মণ্ড ফ্ৰয়েড

উনৈশ শতিকাত অষ্ট্ৰিয়াই জন্ম দিয়া কেইবাজনো মহিমামণ্ডিত ব্যক্তিৰ ভিতৰত এজন হ’ল চিগ্‌মণ্ড ফ্ৰয়েড । মনস্তত্ত্বক, দৰ্শনৰ পৰা এটা পৃথক বিষয় হিচাবে চিহ্নিত কৰি ইয়াক গুৰুত্বপূৰ্ণ অধ্যয়নৰ বাবে প্ৰতিষ্ঠা কৰে চিগ্‌মণ্ড ফ্ৰয়েডে। ইয়াৰ আগলৈকে অধ্যয়নৰ ...

অলিভাৰ হাৰ্ট

অলিভাৰ চাইমন ডিআৰ্কি হাৰ্ট এজন ব্ৰিটিছ অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এনড্ৰিউ ই. ফুৰাৰ আসনৰ অধ্যাপক। তেওঁ অৰ্থনীতিবিদ বেংগেট ৰবাৰ্ট হল্মষ্টৰ্মৰ সৈতে যুটীয়া ভাবে ছুইডেনৰ কেন্দ্ৰীয় বেংকে আগবঢ়োৱা ২০১৬ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল স্ ...

আৰ্থাৰ অস্কিন

আৰ্থাৰ অস্কিন এজন আমেৰিকান পদাৰ্থ বিজ্ঞানী। তেওঁ বেল পৰীক্ষাগাৰ আৰু লুচেণ্ট টেকনলজিছত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬০ ৰ দশকত তেওঁ সূক্ষ্মকণা সমূহৰ ওপৰত লেজাৰেৰে পৰীক্ষা কৰাৰ ফলত ১৯৮৬ চনত অপ্টিকেল টুৱিজাৰ্ছ আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰৰ বাবে তেওঁ ২০১৮ চনত ...

ইউছুফ এষ্টেছ

ইউছুফ এষ্টেছ এজন আমেৰিকান মুছলিম যাজক, যিজনে ১৯৯১ চনৰ পৰা খ্ৰীষ্টান ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। তেখেতে ১৯৯০ চনৰ পৰা "যুক্তৰাষ্ট্ৰ কাৰা ব্যুৰো" নামৰ প্ৰতিষ্ঠানৰ যাজক আছিল। তেখেত ২০০০ চনৰ চেপ্তেম্বৰ ৰাষ্ট্ৰসংঘত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ বিশ ...

ইস্থাৰ ডাফ্লো

ইস্থাৰ ডাফ্লো, এগৰাকী ফ্ৰেন্স-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত দৰিদ্ৰতা নিৰ্মূল আৰু উন্নয়ন অৰ্থনীতিৰ আব্দুল লতিফ জামেল আসনৰ অধ্যাপক। তেওঁ আব্দুল লতিফ জামেল পভাৰ্টি এক্সন লেবৰ সহ প্ৰতিষ্ঠাপক আৰু সহনিৰ্দেশক ...

এলবাৰ্ট আইনষ্টাইন

এলবাৰ্ট আইনষ্টাইন ; জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এজন তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেওঁৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ। তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰি ...

কেমেৰণ দিয়াজ

কেমেৰণ মিচেল ডিয়াজ হল এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। ১৯৯০ৰ দশকত তেওঁ দ্য মাস্ক,মাই বেষ্ট ফ্ৰেইণ্ডছ ৱেডিং আৰু দেয়াৰ্ছ চামথিং এবাউট মেৰী আদি ছবিত অভিনয় কৰি চৰ্চা লাভ কৰে। তেওঁৰ অন্যান্য উল্লেখযোগ্য কৃতিত্ব সমূহ হল দুখন চাৰ্লিজ এঞ্জ ...

চাৰ্লছ এম. ৰাইচ

চাৰ্লছ এম. ৰাইচ এগৰাকী আমেৰিকান ভাইৰাছবিদ আৰু চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী বিজ্ঞানী। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে হেপাটাইটিছ চি ভাইৰাছ। তেওঁ ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ ভাইৰলজীৰ বিষয়ৰ অধ্যাপক। তেওঁ আমেৰিকান এছচিয়েচন ফৰ দা এডভান্সমেণ্ট অফ ...

ছিডনী শ্বেলডন

ছিডনী শ্বেলডন এগৰাকী একাডেমী বঁটা বিজয়ী আমেৰিকান সাহিত্যিক আছিল। বিশ বছৰজুৰি টিভিৰ লগত জড়িত হৈ থকা কালত তেওঁ দ্য পাৰ্টী ডিউক শ্বো, আই ড্ৰীম অৱ জিনি, হাৰ্ট টু হাৰ্ট আদি অনুষ্ঠান সৃষ্টি কৰে যদিও ৫০ বছৰীয়া হৈ মাষ্টাৰ অৱ দ্য গেম, দ্য আদাৰ চাইড অৱ ...

জ বাইডেন

জ বাইডেন এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিবিদ। তেওঁ ২০২০ চনৰ ৩ নৱেম্বৰৰ নিৰ্বাচনীত ৪৫তম ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক পৰাজিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬তম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পৰম্পৰা মতে নিৰ্বাচনীৰ পিছৰ বছৰৰ জানুৱাৰী ম ...

জন বেনিষ্টাৰ গুডএনাফ

জন বেনিষ্টাৰ গুডএনাফ এগৰাকী আমেৰিকান অধ্যাপক আৰু কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ত যান্ত্ৰিক অভিযান্ত্ৰিক আৰু মেটেৰীয়েল চাইন্সৰ অধ্যাপনা কৰি আছে। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনা ...

জন মাইকেল কষ্টাৰলিটজ

জন মাইকেল কষ্টাৰলিটজ এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান ব্ৰাউন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ জৈৱৰসায়নবিদ হান্স কষ্টাৰলিটজৰ পুত্ৰ। তেওঁ ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন আৰু ডেভিদ জেমছ থুলছৰ লগত পদাৰ্থৰ টপলজিকেল ফ ...

জাৰেড ডায়মণ্ড

জাৰেড মেছন ডায়মণ্ড হৈছে এগৰাকী আমেৰিকান ভূগোলবিদ, ইতিহাসবিদ, নৃতত্ত্ববিদ, পক্ষীবিদ। দ্যা থাৰ্ড ছিম্পাঞ্জী ; পুলিৎজাৰ বঁটাৰে সন্মানীত গানছ্, জাৰ্মছ্ এণ্ড ষ্টিল ; কলাপ্স, দ্য ৱৰ্ল্ড আনটিল য়েছটাৰডে, আৰু আপহিভেল হৈছে তেখেতে লিখা জনপ্ৰিয় গ্ৰন্থৰ না ...

জেকছন পোলক

জেকছন পোলক এজন আমেৰিকান চিত্ৰশিল্পী আৰু বিমূৰ্ত অভিব্যক্তিবাদ বিপ্লৱৰ এজন অন্যতম হোতা। অদ্বিতীয় ড্ৰিপ্‌ পেইণ্টিং কৌশলৰ বাবে তেখেত জনাজাত আছিল। জীৱনকালত পোলকে যথেষ্ট সুখ্যাতি আৰু কুখ্যাতি আৰ্জিছিল। তেখেত সেই প্ৰজন্মৰ এজন প্ৰভাৱশালী চিত্ৰকৰ আছিল। ...

জেছি অৱেন্স

জেম্ছ ক্লিভেলণ্ড ‘জেছি’ অ’ৱেন্স এগৰাকী আমেৰিকান ট্ৰেক এণ্ড ফিল্ড এথলিট আৰু চাৰিটা সোণৰ পদক বিজয়ী অলিম্পিয়ান। অ’ৱেন্সে মূলতে দৌৰ আৰু লং জাম্প খেলত ভাগ লৈছিল আৰু তেখেতক ‘সম্ভৱত: ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ আটাইতকৈ মহান আৰু খ্যাতিমান এথলিট’ আখ্যা দিয ...

জেনিফাৰ লপেজ

জেনিফাৰ লপেজ এগৰাকী আমেৰিকান অভিনেত্ৰী,পপ গায়িকা,লেখিকা আৰু ফেছন দিজাইনাৰ। তেওঁৰ জন্ম ১৯৬৯ চনৰ ২৪ জুলাইত The bronx নিউই্য়ৰ্কত হয়। তেওঁক J.Lo নামেৰেও জনা যায়। ২০১৪ চনত তেওঁক billboard music awards এ international icon বটা প্ৰধান কৰে।বৰ্তমানলৈক ...

টি এছ ইলিয়ট

টি এছ ইলিয়ট বিগত অৰ্ধ শতাব্দীৰ কাব্য সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ আছিল। কবিত্ব আৰু দাৰ্শনিক চিন্তাধাৰাই তেওঁৰ প্ৰতিভা সাৰ্থক কৰি তুলিছে। ইলিয়টৰ শ্ৰেষ্ঠ পৰিচয় হ’ল তেওঁ এগৰাকী কবি। এই যুগৰ কবিতাৰ নতুন ধাৰা প্ৰবৰ্তন কৰা পুৰোহিত। বিশ্বৰ সকলো আধুনিক ...

ডেন ব্ৰাউন

ডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন এজন আমেৰিকান ৰহস্য ঔপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস দ্য ডা ভিঞ্চি কোড ৰ বাবে তেওঁ বিখ্যাত। ব্ৰাউনৰ উপন্যাসৰ ঘাই উপজীব্য হৈছে ২৪ ঘণ্টাত শেষ হোৱা এটা কাহিনী, পৌণঃপৌণিক গোপন সংকেতৰ অৱতৰণ, ৰহস্যৰ ছাবি, গোপন চিহ্ন, ...

ন’ৰা জ’নছ

ন’ৰা জ’নছ এগৰাকী আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী। তেওঁৰ ইতিমধ্যে ৫০ মিলিয়নতকৈ অধিক সংগীতৰ এলবাম বিশ্বজুৰি বিক্ৰী হোৱাৰ লগতে অলেখ সন্মানৰ অধিকাৰীও হৈছে। ২০০০ ৰ দশকটোত বিলবৰ্ডে তেওঁক শীৰ্ষ জাজ শিল্পীৰ স্থান দিছিল। তেওঁ ইতিমধ্যে ৯ টাকৈ গ্ৰেমী সন্মা ...

পল আৰ. মিলগ্ৰম

পল ৰবাৰ্ট মিলগ্ৰম এগৰাকী আমেৰিকান অৰ্থনীতিবিদ। তেওঁ ১৯৮৭ চনৰ পৰা ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ মানৱতা আৰু বিজ্ঞান বিভাগৰ শ্বিৰলী আৰু লিওনাৰ্ড এলি আসনৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। তেওঁ অৰ্থনীতিৰ ক্ৰীড়া তত্ত্বৰ বিশেষজ্ঞ। ক্ৰীড়া তত্ত্বৰ অন্তৰ্গত নি ...

পল ৰবচন

পল লেৰয় ৰবচন আমেৰিকাৰ চিভিল ৰাইটছ্ আন্দোলনৰ লগত জড়িত এগৰাকী আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা আছিল। ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ত তেওঁ এগৰাকী উৎকৃষ্ট ফুটবল খেলুৱৈ আছিল। পাচত তেওঁ এজন আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গায়ক আৰু লগতে থিয়েটাৰ আৰু চিনেমাৰ অভ ...

বব ডিলন

বব ডিলন এজন আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি আৰু ডিস্ক জকি যি পাঁচ দশক ধৰি জনপ্ৰিয় ধাৰাৰ সঙ্গীতৰ অন্যতম প্ৰধান ব্যক্তি হিচাবে সুপৰ্ৰিচিত। ডিলনৰ শ্ৰেষ্ঠ গানসমূহৰ মাজত অনেকবোৰ ১৯৬০ দশকত ৰচিত হৈছে। এসময়ত তেওঁ আমেৰিকান অস্থিৰতাৰ প্ৰতীক হি ...

ব্ৰুচ ৱিলিছ

ব্ৰুচ ৱিলিছ ৰ সম্পূৰ্ণ নাম ৱাল্টাৰ ব্ৰুচ ৱিলিছ ৷ জাৰ্মানত জন্মগ্ৰহণ কৰা এইজন আমেৰিকান অভিনেতা একেৰাহে এজন সংগীতজ্ঞ হোৱাৰ উপৰিও এজন প্ৰযোজকো৷ ১৯৮০ চনত দূৰদৰ্শনৰ মাধ্যমেৰে কেৰিয়াৰ আৰম্ভ কৰা ব্ৰুচ ৱিলিছে এতিয়ালৈকে চলচ্চিত্ৰ তথা দূৰদৰ্শন, দুয়োটা ম ...

মাইকেল ক্ৰেমাৰ

মাইকেল ৰবাৰ্ট ক্ৰেমাৰ এগৰাকী আমেৰিকান উন্নয়ন অৰ্থনীতিবিদ। তেওঁ বৰ্তমান হাৰ্ভাড বিশ্ববিদ্যালয়ৰ ডেভলপিং ছচাইটিছৰ গেট আসনৰ অধ্যাপক। তেওঁক অভিজিৎ বেনাৰ্জী আৰু ইস্থাৰ ডাফ্লোৰ সৈতে "গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ পৰীক্ষামূলক অভিগমন"ৰ বাবে ২০ ...

মাইৱা ৱিনষ্টক

মাইয়া ৱিনষ্টক এগৰাকী আমেৰিকান বিজ্ঞান লেখিকা আৰু লেগ উৎসাহী। তেওঁ কেমব্ৰিজৰ মেছাচুছেটছত বাস কৰে। ১৯৯৯ চনত তেওঁ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ বৰ্তমান এম আই টি নিউজৰ উপসম্পাদক।

মিচ্ছিঅ কাকু

মিচ্ছিঅ কাকু এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ভৱিষ্যৎদ্ৰষ্টা আৰু বিজ্ঞান জনপ্ৰিয়কৰণত অংশ লোৱা ব্যক্তি। কাকু চিটি কলেজ অৱ নিউয়ৰ্ক আৰু "কানি স্নাতক কেন্দ্ৰ"ৰ এজন তাত্ত্বিক পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক। পদাৰ্থবিজ্ঞান আৰু ইয়াৰ সম্পৰ্কীয় বিষ ...

মেৰিলিন মন্‌ৰ

মেৰীলিন মনৰো) আছিল এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল । শৈশৱকালৰ বেছিভাগ সময় অনাথ আশ্ৰমত পাৰ কৰাৰ পিছত তেওঁ মডেল হিছাপে জীৱিকাৰ পাতনি মেলে আৰু ১৯৪৬ চনত চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে । প্ৰথম চলচ্চিত্ৰকেইখনত তেওঁৰ ভূমিকা বিশেষ নাছিল কি ...