ⓘ Free online encyclopedia. Did you know? page 108

জৰ্জিয়া (দেশ)

জৰ্জিয়া পূব ইউৰোপৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম তিবি‌লিচি। জৰ্জিয়া কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত অৱস্থিত স্থলযোটক দক্ষিণ ককেছাছ অঞ্চলৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাষ্ট্ৰ। দক্ষিণ ককেছাছৰ অন্য ৰাষ্ট্ৰসমূহ হ’ল আজেৰবাইজান আৰু আৰ্ ...

পোলেণ্ড

পোলেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী ৱাৰ্ছ। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্লভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলস ...

ফিনলেণ্ড

ফিনলেণ্ড উত্তৰ-পশ্চিম ইউৰোপ বাল্টিক সাগৰৰ উপকূলত অৱস্থিত এখন ৰাষ্ট্ৰ। ফিনলেণ্ড ইউৰোপৰ সকলোতকৈ উত্তৰত অৱস্থিত দেশসমূহৰ এখন। ইয়াৰ এক-তৃতীয়াংশ অঞ্চল সুমেৰু বৃত্তৰ উত্তৰত অৱস্থিত। হেলচিংকী ফিনলেণ্ডৰ ৰাজধানী আৰু দেশখনৰ বৃহত্তম চহৰ।

ফ্ৰান্স

ফ্ৰান্স পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰ পৰা ফ্ৰান্স পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত ফ্ৰান্সৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ ...

ভেটিকান চিটি

ভেটিকান চিটি হৈছে ইটালীৰ ৰোমৰ ভিতৰত অৱস্থিত এক স্বাধীন দেশ। ভেটিকান চিটি ষ্টেট, যাক" দ্য ভেটিকান” বুলিও কোৱা হয়, লেটাৰন চুক্তিৰ মাধ্যমত ১৯২৯ চনত ইটালীৰ পৰা স্বাধীন হৈছিল। ভেটিকান চিটিৰ মাটিকালি মাত্ৰ ৪৯ হেক্টৰ ১১০ একৰ আৰু জনসংখ্যা প্ৰায় ৮২৫ জন। ...

যুক্তৰাজ্য

যুক্তৰাজ্য ইউৰোপীয় মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখনৰ চৰকাৰী নাম হল গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য । ৰাষ্ট্ৰখন চাৰিখন সাংবিধানিক ৰাষ্ট্ৰ: ইংলেণ্ড, স্কটলেণ্ড, ৱেল্ছ আৰু উত্তৰ আয়াৰল ...

ৰাছিয়া

ৰাছিয়া, চৰকাৰীভাৱে ৰাছিয়ান ফেডাৰেচন বুলিও কোৱা হয়; ৰুছ: Росси́йская Федера́ция, tr. ৰছিয়াস্কায়া ফেডাৰাষ্টিয়া ; IPA, হৈছে উত্তৰ ইউৰেছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ফেডাৰেল অৰ্ধ-ৰাষ্ট্ৰপতিয় প্ৰজাতন্ত্ৰ। 1.70.75.400 বৰ্গ কি.মি.s মাটিকালিৰ সৈতে ই, প ...

আমেৰিকা যুক্তৰাষ্ট্ৰ

আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ ইংৰাজী: United States of America উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ ইউনাইটেড ষ্টেট্‌চ অৱ আমেৰিকা ...

এণ্টিগুৱা আৰু বাৰ্বুডা

এণ্টিগুৱা আৰু বাৰ্বুডাক কেইখনমান পেৰিচ আৰু দিপেণ্ডেঞ্চিত বিভক্ত কৰা হৈছে। বৰ্তমান এই দেশত ৬খন পেৰিচ আৰু ২খন দিপেণ্ডেঞ্চি আছে। পেৰিচসমূহ চেইণ্ট জৰ্জ চেইণ্ট জন চেইণ্ট পিটাৰ চেইণ্ট মেৰি চেইণ্ট পল চেইণ্ট ফিলিপ দিপেণ্ডেঞ্চি ৰেডণ্ডা বাৰ্বুডা

কানাডা

কানাডাৰ চৰকাৰ ব্যৱস্থা এখন সংসদীয় গণতন্ত্ৰভিত্তিক আৰু এখন সাংবিধানিক ৰাজতন্ত্ৰ ইয়াত প্ৰচলিত। কানাডাৰ চৰকাৰ দুভাগত বিভক্ত। কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰাদেশিক বা আঞ্চলিক চৰকাৰ। প্ৰশাসনিক অঞ্চলসমূহৰ তুলনাত প্ৰদেশসমূহত স্বায়ত্তশাসনৰ পৰমাণ বেছি। কানাডা ...

মেক্সিকো

মেক্সিকো, আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য, হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো ...

আফগানিস্তান

আফগানিস্তান ৰ চৰকাৰী নাম হৈছে আফগানিস্তান ইছলামী প্ৰজাতন্ত্ৰ । ই দক্ষিণ-পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ইৰাণ, পাকিস্তান, চীন, তাজিকিস্তান, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানৰ মধ্যস্থলত এটা ভূ-বেষ্টিত মালভূমিৰ ওপৰত অৱস্থিত। আফগানিস্তানৰ পূব আৰু ...

ইজিপ্ত

ইজিপ্ত বা মিছৰ, চৰকাৰী নাম ইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, উত্তৰ আফ্ৰিকাৰ এখন প্ৰাচীন ৰাষ্ট্ৰ। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপ আফ্ৰিকা মহাদেশৰ মধ্য স্থলসেতুৰ দৰে কাম কৰে। ইজিপ্তৰ অধিকাংশ এলেকা ...

ইজৰাইল

ইজৰাইল হৈছে মধ্যপ্ৰাচ্যৰ এখন সংসদীয় গণতন্ত্ৰ। ভূমধ্য সাগৰৰ পূৱ উপকূলত অৱস্থিত এই ৰাষ্ট্ৰৰ ৰাজধানী হৈছে জেৰুজালেম। বিশ্বৰ ৫০খন মুছলিম ৰাষ্ট্ৰৰ ৩০খন দেশে ইজৰাইলক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব নিবিচাৰে। বৰ্তমান এই অঞ্চলৰ গাজা উপত্যকা, পশ্চিম তীৰ আৰু ...

ইণ্ডোনেছিয়া

ইণ্ডোনেছিয়া দক্ষিণ-পূব এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। প্ৰায় ৫,০০০ দ্বীপৰ সমষ্টিৰে গঠিত এই দেশখন পৃথিবীৰ বৃহত্তম মুছলিম সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম জাকাৰ্টা। চৰকাৰী ভাৱে ইণ্ডোনেছিয়াৰ নাম ইণ্ডোনেছিয় প্ৰজাতন্ত্ৰী ।

ইৰাক

ইৰাক চৰকাৰীভাৱে ইৰাক প্ৰজাতন্ত্ৰ, এখন পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ। ইয়াৰ চাৰিসীমা হৈছে, উত্তৰে তুৰষ্ক, পূৱে ইৰাণ, দক্ষিণপূৱত কুৱেট, দক্ষিণে চৌদি আৰৱ, দক্ষিণপশ্চিমত জৰ্দান আৰু পশ্চিমে ছিৰিয়া। ইয়াৰ দক্ষিণাঞ্চল আংশিক ভাবে আৰব উপদ্বীপৰ ভিতৰত পৰে। ৰাষ্ট্ ...

ইৰান

ইৰান হৈছে দক্ষিণ-পশ্চিম এছিয়াৰ পাৰস্য উপসাগৰৰ তীৰত অবস্থিত এখন ৰাষ্ট্ৰ। ইৰান বিশ্বৰ সকলোতকৈ বেছি পৰ্বতমালাৰ দেশৰ ভিতৰত অন্যতম; ইয়াত হিমালয়ৰ পাছতেই এছিয়াৰ সৰ্বোচ্চ পৰ্বত ডামভান্দ অৱস্থিত। দেশৰ জনগণ জাতিগত আৰু ভাষাগতভাৱে বিচিত্ৰ হলেও ইয়াৰ প্ৰা ...

উজবেকিস্তান

উজবেকিস্তান মধ্য এছিয়াৰ এখন গণতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ পশ্চিম আৰু উত্তৰে কাজাখাস্তান, পূবে কিৰগিজস্তান, দক্ষিণ-পূবে তাজিকিস্তান, আৰু দক্ষিণে আফগানিস্তান আৰু তুৰ্কমেনিস্তান। উজবেকিস্তানৰ পশ্চিম অংশত দেশখনৰ প্ৰায় ৩৭% অঞ্চলৰে গঠিত স্বায়ত্ত্বশাসিত কো ...

উত্তৰ কোৰিয়া

উত্তৰ কোৰিয়া উত্তৰ-পূৰ্ব এছিয়াৰ এখন ৰাষ্ট্ৰ যি কোৰিয়া উপদ্বীপৰ উত্তৰ অৰ্ধাংশকলৈ গঠিত। ইয়াৰ চৰকাৰী নাম হৈছে গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়া । উত্তৰ কোৰিয়াৰ উত্তৰে গণচীন, উত্তৰ-পূৰ্বে ৰাছিয়া, পূৰ্বে জাপান সাগৰ, দক্ষিণে দক্ষিণ কোৰিয়া আৰু পশ্ ...

ওমান

ওমান আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত ৰাষ্ট্ৰ। ওমান এখন মৰুময় দেশ। ইয়াৰ সুউচ্চ পৰ্বতমালাৰ ঠিক কাষতেই উজ্জ্বল শুভ্ৰ বালিৰ সমুদ্ৰ সৈকত আছে। ইয়াত সংখ্যালঘু মুছলমান গোত্ৰ ইবাদি জাতিৰ লোকসকলে বাস কৰে। ইহঁত চিয়া আৰু চুন্নী সম্প্ৰদায়তকৈ পৃথক। ব ...

কম্বোডিয়া

কম্বোডিয়া বা কাম্বোডিয়া বা কাম্পুচিয়া দক্ষিণ-পূব এছিয়াৰ এখন দেশ। "কম্বোডিয়া" নাম অৰ্থাৎ "কম্বোজ প্ৰদেশ"। দেশখন কাম্পুচিয়া নামেৰেও পৰিচিত। খমেৰ ভাষাত স্ৰোক্‌ খ্‌মায়্‌ অৰ্থাৎ "খমেৰ দেশ" নামটিও সুপ্ৰচলিত। কম্বোডিয়াৰ উত্তৰ-পূবে লাউচ, পূবে আৰু ...

কাটাৰ

কাটাৰ পশ্চিম এছিয়াৰ এখন সৰু দেশ। ইয়াৰ ৰাজধানী হল ডহা। কাটাৰৰ মাটিকালি হল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ। ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ডহালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ। অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হল ৪০১৯ কিলোমিটাৰ। ইয়াৰ বৰ্তমান জনসংখ্যা হল ...

কিৰগিজস্তান

কিৰগিজিস্তান মধ্য এছিয়াৰ পূব ভাগৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম কিৰগিজ প্ৰজাতন্ত্ৰ । ইয়াৰ উত্তৰে কাজাখাস্তান, পূবে চীন, দক্ষিণে চীন আৰু তাজিকিস্তান আৰু পশ্চিমে উজবেকিস্তান। বিশকেক চহৰ দেশখনৰ ৰাজধানী তথা বৃহত্তম চহৰ। কিৰগিজ সকল মুছলম ...

কুৱেইট

কুৱেইট পশ্চিম এছিয়াত অৱস্থিত এখন আমিৰাত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে চৌদি আৰৱ আৰু উত্তৰ পশ্চিমত ইৰাক অৱস্থিত। ইয়াৰ উত্তৰ-দক্ষিণকৈ দীঘ সৰ্বোচ্চ ২০০ কিঃমিঃ আৰু পূব-পশ্চিমকৈ ১৭০ কিঃমিঃ । কুৱেইট এক আৰৱী শব্দ, ইয়াৰ অৰ্থ হল "পানীৰ কাষৰ মহল"। প্ৰায় ৩০ লাখ ...

চীন

চীন,চৰকাৰী ভাৱে গনপ্ৰজাতন্ত্ৰী চীন পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিবীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰ পৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান। পৃথিৱীৰ ৩য় বৃহত্তম ৰাষ্ট্ৰ চীনৰ উত্তৰে ...

চৌদি আৰৱ

চৌদি আৰৱ চৰকাৰীভাৱে চৌদি আৰৱ সাম্ৰাজ্য নামে পৰিচিত মধ্যপ্ৰাচ্যৰ এখন ৰাজতন্ত্ৰিক দেশ। ভৌগোলিক ভাৱে ই পশ্চিম এচিয়াৰ বৃহত্তম সাৰ্বভৌম দেশ, আৰৱ বিশ্বৰ ই দ্বিতীয় বৃহত্তম,এছিয়া মহাদেশৰ পঞ্চম বৃহত্তম,আৰু গোটেই বিশ্বৰ ই ১২তম বৃহত্তম সাৰ্বভৌম দেশ।

ছিংগাপুৰ

ছিংগাপুৰ দক্ষিণ-পূব এছিয়াৰ এক দ্বীপ ৰাষ্ট্ৰ। দেশখন মালয় উপদ্বীপৰ নিকটত অৱস্থিত। ইয়াৰ আনুষ্ঠানিক নাম ছিংগাপুৰ প্ৰজাতন্ত্ৰ ।

ছিৰিয়া

ছিৰিয়া, চৰকাৰীভাৱে ছিৰিয়ান আৰৱ গণতন্ত্ৰ, দক্ষিণ পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ইয়াৰ পশ্চিমত লেবানন আৰু ভূমধ্য সাগৰ, দক্ষিণ-পশ্চিমত ইজৰাইল, দক্ষিণত জৰ্ডান, পূবত ইৰাক আৰু উত্তৰে তুৰস্ক অৱস্থিত। ইজৰাইল তথা ইৰাকৰ মাজত স্থিত হোৱা বাবে ই মধ্যপ্ৰাচ্য এছ ...

জাপান

জাপান আই.পি.এ: zapan জাপানী: 日本 নিপ্পন এছিয়া মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হোক্কাই ...

জৰ্ডান

জৰ্ডান বা হাছিমীয় জৰ্ডান ৰাজ্য মধ্যপ্ৰাচ্যৰ এখন ৰাজতান্ত্ৰীক ৰাষ্ট্ৰ। জৰ্ডান ৰাজবংশ নিজকে হজৰত মহম্মদৰ পিতামহ হাছিমৰ বংশধৰ বুলি বিশ্বাস কৰে। জৰ্ডানৰ ভূ্প্ৰকৃতি উষ্ণ মৰুভূমিময়। ইয়াত প্ৰাকৃতিক সম্পদৰ পৰিমাণো কম। কিন্তু মধ্যপ্ৰাচ্যৰ ইতিহাসত দেশখন ...

টাইৱান

টাইৱান, চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ), পূব এছিয়াৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান ইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু ফিলিপাইনৰ দক্ষিণত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দ্বীপ ...

তাজিকিস্তান

তাজিকিস্তান দক্ষিণ-পূব মধ্য এছিয়াৰ এখন স্থলবেষ্টিত প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কিৰগিজস্তান, উত্তৰে আৰু পশ্চিমে উজবেকিস্তান, পূবে চীন আৰু দক্ষিণে আফগানিস্তান অৱস্থিত। দুশ্বন্বে দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী। গোৰ্ণা-বাদাখশান স্বায়ত্তশাসিত ...

তুৰ্কমেনিস্তান

তুৰ্কমেনিস্তান মধ্য এছিয়াৰ দক্ষিণ-পশ্চিম অংশৰ এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কাজাখাস্তান আৰু উজবেকিস্তান, পূবে উজবেকিস্তান আৰু আফগানিস্তান, দক্ষিণে আফগানিস্তান আৰু ইৰান আৰু পশ্চিমে কাস্পিয়ান সাগৰ অৱস্থিত। আশগাবাত ইয়াৰ ৰাজধানী আৰু বৃহ ...

থাইলেণ্ড

থাইলেণ্ড / ˈ t aɪ l æ n d / ty -land বা / ˈ t aɪ l ə n d / ty -lənd ; থাই: ประเทศไทย, চৰকাৰী নাম Kingdom of Thailand থাই: ราชอาณาจักรไทย ;, সাধাৰণতে শ্যাম দেশ বুলি কোৱা হয় থাই: สยาม, দক্ষিণপূৱ এচিয়াৰ এখন দেশ। ইয়াৰ উত্তৰে ম্যানমাৰ আৰু লাউচ, পূৱ ...

নেপাল

নেপাল ৰ, চৰকাৰী নাম হৈছে সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল । দক্ষিণ এছিয়াত অৱস্থিত নেপাল এখন সাৰ্বভৌমত্ব ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ১৪৭,১৮১ বৰ্গ কিঃমিঃ আৰু জনসংখ্যা প্ৰায় ২.৭ কোটি। নেপালৰ উত্তৰ দিশত চীন দেশ, দক্ষিণ, পূৱ আৰু পশ্চিম দিশত ভাৰতবৰ্ ...

পাকিস্তান

পাকিস্তান বা ইছলামী প্ৰজাতন্ত্ৰী পাকিস্তান উৰ্দু ভাষাত: اسلامی جمہوریۂ پاکستان ইছলামী জুমহূৰিয়াতে পাকিস্তান দক্ষিণ এছিয়াৰ অন্তৰ্গত এখন দেশ। এই দেশখন বিশ্বৰ পঞ্চম-সৰ্বাধিক জনবহুল দেশ, ইয়াৰ জনসংখ্যা হল 212.2 মিলিয়ন। অঞ্চল অনুসৰি, এইটো 331-বৃহত্ ...

পূৱ টিমুৰ

পূৱ টিমুৰ দক্ষিণ-পূৱ এছিয়াৰ এখন ৰাষ্ট্ৰ। টিমুৰ দ্বীপৰ পূৱ অৰ্ধাংশক লৈ দেশখন গঠিত। ইয়াৰ উত্তৰে ৱেটাৰ প্ৰণালী আৰু দক্ষিণে টিমুৰ সাগৰ আছে। দ্বীপৰ পশ্চিম অংশ ইণ্ডোনেছিয়া পূৱ নুছা তেংগাৰৰা প্ৰদেশৰ অন্তৰ্গত। ১৬শ শতিকাৰ আৰম্ভণিৰ পৰা ১৯৭৫ চন পৰ্যন্ত প ...

ফিলিপাইন

ফিলিপাইন, চৰকাৰী ভাৱে ফিলিপাইন গণৰাজ্য বোলা হয়, হল পশ্চিম প্ৰসান্ত মহাসাগৰত অৱস্থিত দক্ষিণপূৱ এচিয়াৰ এখন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ৭,১০৭টা দ্বীপেৰে গঠিত, লুজম, ৱিছায়াছ, আৰু মিন্দানাও নামেৰে তিনিটা প্ৰধান ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে।. ৰাজধানী হল ...

বাংলাদেশ

বাংলাদেশ দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ। দেশখনৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ; দক্ষিণে বঙ্গোপসাগৰ। বাংলাদেশ আৰু ভাৰতীয় অঙ্গৰাজ্য পশ্চিমবঙ্গই একেলগে এটা বঙালীভাষী অঞ্চল গঠন কৰে। যাৰ ঐতিহাসিক নাম" বঙ্গ” বা" বাংলা”। ১৯৪ ...

বাহৰেইন

বাহৰেইন / b ɑː ˈ r eɪ n / ; আৰবী: ‏البحرين al-Baḥrayn, চৰকাৰী ভাৱে কিংডম অৱ বাহৰেইন আৰবী: مملكة البحرين Mamlakat al-Baḥrayn, পাৰ্ছিয়ান গল্ফৰ পশ্চিম উপকূলৰ কাষত অৱস্থিত এখন সৰু দ্বীপ-ৰাষ্ট্ৰ। ২০১০ চনত ৬,৬৬,১৭২ জন অ-দেশীয় লোকৰ সৈতে বাহৰেইন মুঠ জন ...

ভিয়েটনাম

ভিয়েটনাম চৰকাৰী নাম ভিয়েটনাম সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ, ইন্দোচীন উপদ্বীপৰ পূৱ উপকূলত অবস্থিত ৰাষ্ট্ৰ। ভিয়েটনামৰ উত্তৰে চীন, পশ্চিমে লাউচ আৰু কম্বডিয়া, দক্ষিণ আৰু পূৱত দক্ষিণ চীন সাগৰ আছে। হানয় ভিয়েটনামৰ ৰাজধানী। হো চি মিন চিটি হৈছে বৃহত্তম ...

ভূটান

ভূটান দক্ষিণ এছিয়াৰ এখন ৰাজতন্ত্ৰ। দেশখন ভাৰতীয় উপমহাদেশৰ হিমালয় পৰ্বতমালাৰ পূৰ্বাংশে অৱস্থিত। ভুটানৰ উত্তৰে চীনৰ তিব্বত অঞ্চল, আৰু দক্ষিণ, পূৱ তথা পশ্চিমে ভাৰতবৰ্ষ অৱস্থিত। ভূটানৰ শব্দটো সংস্কৃত শব্দ "ভূ-উত্থান" পৰা আহিছে, অৰ্থাৎ উচ্চভূমি। ভূ ...

মংগোলিয়া

মংগোলিয়া পূব আৰু মধ্য এছিয়াৰ এখন দেশ। দেশখনৰ চাৰিওফাল ভূ-ভাগেৰে আৱৰা। ইয়াৰ ৰাজধানী উলান বাটোৰ। মংগোলিয়া হৈছে এখন বহুদলীয় সংসদীয় গণতান্ত্ৰিক দেশ।

মালদ্বীপ

মালদ্বীপ ভাৰত মহাসাগৰৰ এটি দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম মালে। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ সদস্য দেশ। অপৰূপ সৌন্দৰ্য্যৰ লীলাভূমি এই দেশ বিশ্বৰ সবাতোকৈ নিম্ন। পৰ্যটনৰ বাবে বিখ্যাত এই দেশ সমুদ্ৰপৃষ্ঠৰ পৰা সৰ্বোচ্চ উচ্চতা মাত্ৰ ২.৩ মিট ...

মালয়েছিয়া

মালয়েছিয়া তেৰখন ৰাজ্য আৰু তিনখন ঐক্যবদ্ধ প্ৰদেশলৈ গঠিত দক্ষিণ -পূব এছিয়াৰ এখন দেশ। ইয়াৰ মুঠ আয়তন ৩,২৯,৮৪৫ বৰ্গকিঃমিঃ। কুৱালালামপুৰ দেশখনৰ ৰাজধানী চহৰ আৰু পুত্ৰজয় হ’ল ফেডাৰেল চৰকাৰৰ ৰাজধানী। দক্ষিণ চীন সাগৰৰ দ্বাৰা দেশখন দুই ভাগত বিভক্ত, উপদ ...

ম্যানমাৰ

ম্যানমাৰ হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে ব্ৰহ্ম দেশ । Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম। কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়। চীন, থাইলেণ্ড, ভাৰত, লাওচ আৰু বাংলাদে ...

য়েমেন

য়েমেন মধ্যপ্ৰাচ্য এছিয়াৰ এখন দেশ। ই আৰৱ উপদ্বীপৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত। সুউচ্চ পৰ্বতমালা য়েমেনৰ উপকূলীয় সমভূমিক অভ্যন্তৰৰ জনবিৰল মৰুভূমিৰ পৰা পৃথক কৰিছে। য়েমেনৰ জনসংখ্যা অতি কম। দেশখনৰ আধাতকৈ বেছি অংশ বসবাসৰ বাবে অযোগ্য। ইয়াৰ জনসংখ ...

লাউচ

লাউচ দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ। চৰকাৰী নাম গণতান্ত্ৰীক গণপ্ৰজাতন্ত্ৰী লাউচ । দেশখন পূৰ্বতে ইন্দো-চীন ইউনিয়ন তথা ফৰাচী ইন্দোচীনৰ অংশ আছিল। ১৯৪৯ চনত দেশখনে স্বাধীনতা লাভ কৰে। ১৯৬০ৰ দশকত ভিয়েটনাম যুদ্ধত দেশখন জড়িত হৈছিল। ১৯৭৫ চনত এক স ...

লেবানন

লেবানন, চৰকাৰী ভাবে লেবানন গণৰাজ্য, পশ্চিম এছিয়াৰ ভূমধ্যসাগৰৰ পূব পাৰত অৱস্থিত এখন ৰাষ্ট্ৰ। ইয়াৰ উত্তৰ আৰু পূবত ছিৰিয়া আৰু দক্ষিণত ইজৰাইল দেশ অৱস্থিত। ভূমধ্যসাগৰৰ আৰু আৰৱৰ ভিতৰৰ ভাগৰ এই দেশখনৰ ইতিহাস সমৃদ্ধ আৰু মিশ্ৰিত। এই অঞ্চল পেলেষ্টাইনৰ অত ...

শ্ৰীলংকা

শ্ৰীলংকা / s r iː ˈ l ɑː ŋ k ə - ˈ l æ ŋ k ə / or / ʃ r iː - / ; দক্ষিণ এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলংকা । ১৯৭২ চনৰ আগেয়ে এই দ্বীপ ছিলন নামেও পৰিচিত আছিল। ইয়াৰ ৰাজধানীৰ নাম শ্ৰী জয়াবৰ্ ...