ⓘ Free online encyclopedia. Did you know? page 109

বালি, ইণ্ডোনেছিয়া

বালি ইণ্ডোনেছিয়াৰ এক দ্বীপ অঞ্চল আৰু প্ৰদেশ। বালি আৰু ইয়াৰ কাষৰ কিছু ক্ষুদ্ৰ দ্বীপ নুচা পেনিদা, নুচা লেমবনগান আৰু নুচা চেনিনগানৰ লগ লাগি এই প্ৰদেশ গঠিত হৈছে। ইয়াৰ ৰাজধানী হৈছে ডেনপাচাৰ । ই দ্বীপটোৰ দক্ষিণাঞ্চলত অৱস্থিত। পূব জাভা অঞ্চলৰ ৩.২ কিল ...

যলযলা জাযীৰা

যলযলা জাযীৰা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ। এই দ্বীপটো ২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত পাকিস্তানত সংঘটিত ভূমিকম্পৰ পিছত সৃষ্টি হয়।

হোক্কাইডো

হোক্কাইডো) হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে এযো, য়েযো, য়েছো আদি। হোক্কাইডো হোনশু দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন। সমুদ্ৰৰ তলেৰে সেইকান ...

অনুৰাধাপুৰা

অনুৰাধাপুৰা হ’ল শ্ৰীলংকাৰ এখন ঐতিহাসিক চহৰ তথা শ্ৰীলংকাৰ পুৰণি ৰাজধানী। এই চহৰখন এসময়ত অনুৰাধাপুৰা সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। বৰ্তমান অনুৰাধাপুৰা হ’ল শ্ৰীলংকাৰ এখন গুৰুত্বপূৰ্ণ চহৰ তথা পৰ্যটনস্থলী। শ্ৰীলংকা চৰকাৰে বৰ্তমান এই চহৰখনক কেন্দ্ৰ কৰি পৰ ...

ইছলামাবাদ

ইছলামাবাদ হৈছে পাকিস্তানৰ ৰাজধানী। ই ফেডাৰেল ইছলামাবাদ টেৰিটৰীৰ অন্তৰ্গত। ই পাকিস্তনৰ নৱম বৃহৎ চহৰ, ইয়াৰ জনসংখ্যা দুই নিযুততকৈও অধিক। আনহাতে ৫ নিযুতকৈও অধিক জনসংখ্যাৰে ইছলামাবাদ ৰাৱলপিণ্ডি মহানগৰীয় এলেকা হৈছে পাকিস্তানৰ তৃতীয় বৃহত্তম অঞ্চল। নগ ...

ইষ্টানবুল

ইষ্টানবুল তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটাণ্টিনোপল । ইয়াৰোপৰি ই বাইজাণ্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ স ...

এনিছকিলেন

এনিছকিলেন উত্তৰ আয়াৰলেণ্ডত অৱস্থিত এখন নগৰ। এই নগৰখন ফাৰমানা কাউণ্টি ৰ আৰ্ণ হ্ৰদৰ ৰ উজনি আৰু নামনি অংশৰ ঠিক সোঁমাজতে অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই নগৰৰ জনসংখ্যা ১৩,৮২৩ জন। এই কাউণ্টিৰ ভিতৰত এনিছকিলেন সৰ্ববৃহৎ নগৰ।

কাচুকাবে, চাইটামা

কাচুকাবে জাপানৰ চাইটামা অধ্যক্ষতাৰ এখন চহৰ, জাপানৰ মধ্যৰ কাণ্ট অঞ্চলৰ। ১ ফেব্ৰুৱাৰী ২০১৬ত চহৰখনৰ জনসংখ্যা ২৩২২৯৪ আছিল, প্ৰতি বৰ্গ কিলোমিটাৰত ৩৫২০ জনেৰে। ঠাইখনৰ মুঠ ভূমিয়ে ৬৬ বৰ্গ কিলোমিটৰ আৱৰে। কাচুকাবে পাউলৌনিয়া কাঠৰ কিৰি-টাঞ্চু নিৰ্মাণৰ বাবে ...

কাঠমাণ্ডু

নেপালৰ ৰাজধানী কাঠমাণ্ডু সৌন্দৰ্য্য আৰু শান্তিৰ এক অপূৰ্ব মিলনভূমি। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩৫০ মিটাৰ উচ্চতাত অৱস্থিত এই ৰোমাণ্টিক নগৰী ইয়াৰ নৈশজীৱনৰ বাবেও বিখ্যাত। কাঠমাণ্ড নেপালৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নগৰ যত পৰ্যটকৰ সকলোতকৈ বেছি আগমন হয়। পাহ ...

কুৱালালামপুৰ

কুৱালালামপুৰ, চৰকাৰী নাম ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ, হৈছে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ৰাজধানী তথা ইয়াৰ সৰ্ববৃহৎ নগৰ। নগৰখনৰ মাটিকালি প্ৰায় 243 বৰ্গ কি.মি. আৰু ২০১৫ চনৰ আনুমানিক জনসংখ্যা হৈছে ১.৭ নিযুত। ক্লাং উপত্যাকা নামেৰেও জনাজাত গ্ৰেটাৰ কু ...

কৰাচী

কৰাচী) পাকিস্তানৰ সৰ্ববৃহৎ তথা আটাইতকৈ জনবহুল চহৰ আৰু সিন্ধু প্ৰদেশৰ ৰাজধানী। তদুপৰি কৰাচী পৃথিৱীৰ ভিতৰতে ষষ্ঠ জনবহুল চহৰ। এই চহৰখন পাকিস্তানৰ মূল সাগৰীয় বন্দৰ আৰু বাণিজ্য কেন্দ্ৰ। এই চহৰৰ সদাব্যস্ত নিশাৰ জীৱনৰ বাবে কৰাচীক City of Lights বুলিও আ ...

ছাংহাই

ছাংহাই জনসংখ্যাৰ ফালৰ পৰা চীনৰ সৰ্ববৃহৎ মহানগৰ আৰু বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চিটি প্ৰপাৰ city proper। এই মহানগৰ চীনৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ ভিতৰত থকা চাৰিখন নগৰপালিকা direct-controlled municipalitiesৰ এখন। ২০১৩ চনত ছাংহাই মহানগৰৰ জনসংখ্যা আছিল ২৪ মিল ...

ছিউল

ছিউল দক্ষিণ কোৰিয়াৰ ৰাজধানী তথা বৃহত্তম মহানগৰ। ইয়াৰ জনসংখ্যা প্ৰায় ২৫.৬ নিযুত। ৬,৭৮,১০২ গৰাকী আন্তঃৰাষ্ট্ৰীয় বাসীন্দাৰ সৈতে প্ৰায় অৰ্ধাংশতকৈও অধিক দক্ষিণ কোৰিয়ানৰ গৃহচহৰ। ছিউলত ১৯৮৬ এছিয়ান গেইম, গীষ্মকালীন অলিম্পিক ১৯৮৮, ফিফা বিশ্বকাপ ফুট ...

জাকাৰ্টা

জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, আৰু বিশ্বৰ এখন লেখত লবলগীয়া জনবহুল নগৰ অঞ্চল। জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭ ...

জেৰুজালেম

জেৰুজালেম ভূমধ্য সাগৰ ৰ আৰু মৃত সাগৰ ৰ মাজত জুডিয়ান পৰ্বতমালা ৰ এক মালভূমিত অৱস্থিত বিশ্বৰ ভিতৰতে এক প্ৰাচীন চহৰ। এই চহৰখন বিশ্বৰ তিনিটা ধৰ্ম, মুছলমান, খ্ৰীষ্টান আৰু ইহুদী লোকৰ বাবে এক পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়। ইজৰাইল আৰু পেলেষ্টাইন দ ...

টকিঅ

টকিঅ), হৈছে জাপান ৪৭খন মহানগৰ প্ৰশাসনৰ অন্যতম, অঞ্চল তথা ইয়াৰ ৰাজধানী। ই জাপানৰ আটাইতকৈ ডাঙৰ নগৰ। বৃহত্তৰ টকিঅ অঞ্চল হৈছে পৃথিৱীৰ এখন সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চল। এসময়ত টকিঅ জাপানৰ সম্ৰাটসকলৰ আৰু জাপানী শাসনকৰ্তাৰ আসন আছিল। টকিঅ হৈছে লজু দ্ ...

ডামাস্কাছ

ডামাস্কাছ হৈছে পূৰ্ৱ এলেপ্পৰ গণ যুদ্ধৰ পৰা ছিৰিয়াৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ই বৰ্তমান ছিৰিয়াৰ সৰ্ববৃহৎ চহৰ। ছিৰিয়াত ইয়াক সাধাৰণতে আছ-ছাম বুলি কোৱা হয় আৰু তগৰৰ চহৰ উপনামেৰে জনা যায়। ডামাস্কাছ হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি কালৰে পৰা বসবাস কৰা চহ ...

ডুবাই

ডুবাই গুল্ফ উচ্চাৰণ হৈছে সংযুক্ত আৰব আমিৰাতৰ এখন অতি জনপ্ৰিয় চহৰ। ই পাৰ্ছিয়ান গল্ফৰ দক্ষিণ তীৰত অৱস্থিত আৰু দেশৰ সাতখন আমিৰাতৰ অন্যতম। কেৱল আবু ধাবি আৰু ডুবায়েহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জটিল বিষয়ৰ ওপৰত দেশৰ বিধায়নীত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে ...

ঢাকা

ঢাকা বাংলাদেশৰ ৰাজধানী আৰু ঢাকা বিভাগৰ প্ৰধান চহৰ। ঢাকা এখন মহানগৰ আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰধান চহৰ। বুঢ়ী গংগা নদীৰ তীৰত অৱস্থিত এই চহৰ বাংলাদেশৰ বৃহত্তম চহৰ। ঢাকাৰ মহানগৰ অঞ্চলৰ জনসংখ্যা প্ৰায় ১ কোটি ৫০ লাখ। ই বিশ্বৰ নৱম বৃহত্তম আৰু অত্যধি ...

তেহৰাণ

তেহৰাণ হৈছে ইৰাণ আৰু তেহৰাণ প্ৰদেশৰ ৰাজধানী। নগৰৰ জনসংখ্যা প্ৰায় ৯ নিযুত আৰু বৃহৎ মহানগৰীয় এলেকাত প্ৰায় ১৬ নিযুত, তেহৰান হৈছে ইৰানৰ সৰ্ববৃহৎ মহানগৰ আৰু নগৰীয় এলেকা, পশ্চিম এছিয়াৰ দ্বিতীয় বৃহৎ মহানগৰ, আৰু মধ্য পূৱ তৃতীয় বৃহৎ মহানগৰীয় এলেকা ...

থিম্ফু

থিম্ফু ভূটান ৰাজ্যৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানী। ই দেশখনৰ মধ্য ভাগৰ পশ্চিম ফালে অৱস্থিত আৰু এই অঞ্চলৰ চাৰিওকাষে আছে ভূটানৰ অন্যতম ঝংখাগ থিম্ফু জিলা। ১৯৫৫ত থিম্ফুক প্ৰাচীন ৰাজধানী পুনাখাৰ পৰিৱৰ্তে ৰাজধানী ঘোষণা কৰা হল আৰু ১৯৬১ত ৰজা ৩য় ড্ৰুক গ্যাল্প ...

নিউয়ৰ্ক মহানগৰ

নিউয়ৰ্ক মহানগৰ ইংৰাজী: New York City ; সংক্ষেপে NYC বা এন ৱাই চি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্বৰ এক গুৰুত্বপূৰ্ণ চহৰ। ২০১৮ চনৰ অনুমাণিক ৮২,৯৮,৭৪৮ জনসংখ্যাৰে আৰু ৭৮৪ বৰ্গ কিলোমিটাৰ ৩০২.৬ বৰ্গ মাইল মাটিকালিৰে নিউয়ৰ্ক মহানগৰ আমেৰিকা যুক্ ...

পিয়ং ইয়াং

পিয়ং ইয়াং উত্তৰ কোৰিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ মহানগৰ। পিয়ং ইয়াং টাএডং নদীৰ পশ্চিম কোৰিয়া সাগৰৰ মুখৰ ১১০ কিলোমিটাৰ উজনিত অৱস্থিত। ২০০৮ চনৰ লোকপিয়লৰ প্ৰাৰম্ভিক ফলাফল অনুযায়ী পিয়ং ইয়াং ৩২,৫৫,৩৮৮ জনৰ বসতিস্থল। মহানগৰখনক ১৯৪৬ত দক্ষিণ পিয়ং ইয ...

বাগদাদ

বাগদাদ হৈছে ইৰাকৰ ৰাজধানী। ২০১১ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ৭২,১৬,০৪০ জন, সেই অনুসৰি ই ইৰাকৰ সৰ্বাধিক জনবহুল নগৰ, আৰৱ বিশ্বৰ দ্বিতীয় সৰ্বাধিক আৰু ইৰাণ আৰু তেহৰাণৰ পিছত এছিয়াৰো দ্বিতীয় সৰ্বাধিক জনবহুল নগৰ। বাগদাদ নগৰ খন টাইগ্ৰীছ নদীৰ তীৰত অৱ ...

বেংকক

বেংকক হৈছে থাইলেণ্ডৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। থাই ভাষাত ইয়াক খ্ৰুং থেপ মহা নাশন অঞ্চল অধিকাৰ কৰি আছে, আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৮০ লাখতকৈও অধিক, ই থাইলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ১২.৬ শতাংশ। প্ৰায় ১.৪০ কোটিতকৈও অধিক লোক বেংকক মহানগৰীয় অঞ ...

বেইজিং

বেইজিং হৈছে চীনৰ ৰাজধানী আৰু পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ চহৰ সমূহৰ ভিতৰত এখন অন্যতম চহৰ। ২০১৩ চনৰ পিয়লমতে ইয়াৰ জনসংখ্যা আছিল ২,১১,৫০,০০০ জন। জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ ত্ৰয়োদশতম বৃহৎ চহৰ। ১৬ খন নগৰ, উপনগৰ আৰু গ্ৰাম্য জিলাৰ সৈতে উত্তৰ চীন ...

বেইৰুত

বেইৰুট হৈছে লেবাননৰ ৰাজধানী তথা প্ৰধান চহৰ। ২০০৭ চনৰ মতে ইয়াৰ জনসংখ্যা হৈছে ২১ লাখ। লেবাননৰ অক্ষৰেখাৰ প্ৰায় সোঁমাজত ভূমধ্যসাগৰৰ এটা উপদ্বীপত বেইৰুট অৱস্থিত। ই লেবাননৰ সৰ্ববৃহৎ চহৰ তথা বিমানবন্দৰ। এই চহৰৰ সৈতে অন্য কিছু উপ-চহৰ লগ লাগি বেইৰুট জিল ...

ভিয়েনা

ভিয়েনা) অষ্ট্ৰিয়াৰ নখন প্ৰদেশৰ এখন। ই অষ্ট্ৰিয়াৰ ভিতৰতে সৰ্ববৃহৎ মহানগৰী আৰু ইয়াৰ ৰাজধানী। এই মহানগৰৰ জনসংখ্যা প্ৰায় ১.৮ মিলিয়ন যি অষ্ট্ৰিয়াৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ। জনসংখ্যাৰ ফালৰ পৰা ভিয়েনা ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত সপ্তম বৃহৎ মহানগ ...

মক্কা

মক্কা হৈছে চৌদি আৰৱৰ হিজাজত অৱস্থিত এখন নগৰ। মক্কা হৈছে দেশৰ মাকাহ অঞ্চলৰ ৰাজধানী। এই নগৰখন জেদাহৰ পৰা প্ৰায় 70 km দূৰৈৰ এটা ঠেক উপত্যাকাত, সমূদ্ৰ পৃষ্ঠৰ পৰা 277 মিটাৰ উচ্চতাত অৱস্থিত। ২০১২ চনত ইয়াৰ জনসংখ্যা আছিল প্ৰায় ২ নিযুত। মুছলিম সকলৰ বাৰ ...

মদিনা

মদিনা অথবা মদিনাহ হিচাপেও ইয়াক অনুবাদ কৰা হয়, হৈছে পশ্চিমী চৌদি আৰৱৰ হেজাজ অঞ্চলৰ এখন চহৰ আৰু আল মদিনাহ প্ৰদেশৰ ৰাজধানী। ই ইছলামৰ দ্বিতীয় পৱিত্ৰ চহৰ যত মুছলিম সকলৰ শেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ কবৰ আছে। ই ঐতিহাসিকভাবে গুৰ ...

মাকাও

মাকাও গণপ্ৰজাতন্ত্ৰী চীনৰ দুটা বিশেষ প্ৰশাসনিক অঞ্চলৰ এটা। আনটো হল হংকং। মাকাও পাৰ্ল ব-দ্বীপৰ পশ্চিমাংশত হংকঙৰ পূবত অবস্থিত। ইয়াৰ উত্তৰত গুয়াংডং প্ৰদেশ আৰু দক্ষিণ আৰু পূবত দক্ষিণ চীন সাগৰ। মাকাওৰ অৰ্থনীতি বহুলাংশে পৰ্যটন আৰু জুয়া-ব্যৱসায়ৰ ওপৰ ...

শ্বিলাৰ পাৰ্ক, কুইন্সলেণ্ড

শ্বিলাৰ পাৰ্ক মুখ্যতঃ মধ্য শ্ৰেণীৰ আৱাসিক অঞ্চলৰ এক উপনগৰ, আৰু প্ৰশান্ত মহাসাগৰীয় মটৰৱে আৰু উত্তৰলৈ প্ৰসাৰিত বন আৰু ভূ-ভাগৰ মাজৰ পাহাৰীয় অঞ্চলত অৱস্থিত এক আৱাসিক এষ্টেটৰ পিছত উপনগৰৰ উত্তৰ-পূৱ অংশক কেতিয়াবা কিৰ্মেলি পাৰ্ক বুলি কোৱা হয়। শ্বিলাৰ ...

শ্বেফিল্ড

শ্বেফিল্ড ইংলেণ্ড ৰ চাউথ য়ৰ্কশ্বায়াৰত অৱস্থিত এখন মহানগৰী। এই মহানগৰীৰ নামটো ইয়াৰ মাজেৰে বৈ যোৱা ‘শ্বেফ নামৰ নদীখনৰ নামৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ বৰ্তমানৰ জনসংখ্যা ১,৫৬৯,০০০। জনসংখ্যাৰ ফালৰ পৰা শ্বেফিল্ডৰ স্থান ইংলেণ্ডৰ ভিতৰতে তৃতীয়। এই মহানগৰখন ...

শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে

শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে শ্ৰীলংকাৰ চৰকাৰী ৰাজধানী। ১৯৮২ চনত শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা শ্ৰী জয়াবৰ্ধনেপুৰা কট্টেলৈ স্থানান্তৰ কৰা হয়। ই কলম্বোৰ কাষতে অৱস্থিত নাগৰিক এলেকা।

হংকং

হংকং, চৰকাৰীভাৱে প্ৰজাতান্ত্ৰিক চীনৰ হংকং বিশেষ প্ৰশাসনিক অঞ্চল, হৈছে চীনৰ পাৰ্ল নদীৰ ব-দ্বীপ আৰু দক্ষিণ চীন সাগৰৰ দক্ষিণ তীৰত অৱস্থিত এখন স্বায়ত্ত্বশাসিত ৰাজ্য। হংকং ইয়াৰ দিগন্ত ৰেখা আৰু প্ৰাকৃতিক সুগভীৰ বন্দৰৰ বাবে বিখ্যাত ইয়াৰ মটিকালি হৈছে ...

ৰিয়াধ

ৰিয়াধ চৌদি আৰৱৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ নগৰ । ই চৌদি আৰৱৰ ৰিয়াধ প্ৰান্তৰ ৰাজধানী হোৱাৰ উপৰিও নেজ্দ আৰু আল য়ামামাৰ দৰে ঐতিহাসিক ক্ষেত্ৰৰ লগতো ইয়াৰ সম্পৰ্ক আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ২৫০০ ফুট উচ্চতাত আৰৱ মালভূমিত ৰিয়াধ অৱস্থিত ।

ৱাশ্বিংটন ডি.চি.

ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী মহানগৰী। ১৭৯০ চনৰ ১৬ জুলাইত স্বাক্ষৰ কৰা ’ৰেছিডেন্স আইন’ অনুসৰি এই মহানগৰীৰ সৃষ্টি কৰা হয়। ৱাশ্বিংটন প’ট’মেক নদী -ৰ পাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব উপকূল -ত অৱস্থিত। মেৰিলেণ্ড আৰু ভাৰ্জিনিয়া প্ৰদেশ ...

তিব্বত স্বায়ত্তশাসিত অঞ্চল

তিব্বত স্বায়ত্তশাসিত অঞ্চল, ছিজাং স্বায়ত্তশাসিত অঞ্চল, চুটিকৈ তিব্বত বা ছিজাং গণপ্ৰজাতন্ত্ৰী চীনৰ এক আঞ্চলিক পৰ্যায়ৰ স্বায়ত্তশাসিত অঞ্চল। এই অঞ্চলক আনুষ্ঠানিক ভাৱে ১৯৬৫ত প্ৰতিষ্ঠা কৰা হল, গণপ্ৰজাতন্ত্ৰী চীনে চীন গণৰাজ্যৰ পৰা লাভ কৰা তিব্বত অঞ ...

ডিমৌ

শিৱসাগৰ জিলাৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত চহৰ তথা ৰাজহ চক্ৰ ডিমৌ । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মাজেদি পাৰহৈ যোৱা ডিমৌৰ মাজমজিয়া হৈছে ডিমৌ চাৰিআলি। সমীপৰ ঠাই চৰগুৱাত আহোমসকলে ৰাজধানী পাতিছিল। চৰগুৱাৰ দক্ষিণে যোৱা পথটো, হাৰি লোকৰ এগৰাকী ৰূপ-লাৱণ্যময়ী দ ...

অটল সুৰংগ

অটল সুৰংগ বা ৰহটাং সুৰংগ হৈছে হিমাচল প্ৰদেশৰ হিমালয় পৰ্বতৰ পীৰপাঞ্জাল মালাৰ লেহ-মানালি ঘাইপথৰ ৰোহটাং গিৰিপথৰ ওপৰত নিৰ্মিত এটা সুৰংগ। এই সুৰংগটোৰ দৈৰ্ঘ্য 9.02 km সাগৰপৃষ্ঠৰ পৰা আৰু 10.000 ফুট উচ্চতাত অৱস্থিত। ই পৃথিৱীৰ আটাইতকৈ দীঘল সুৰংগ। ভাৰত প্ ...

আমেৰিকা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

আমেৰিকা মহাদেশ, ৬ মহাদেশ মডেল অনুসৰি বৃহত্তৰ আমেৰিকা ভূখণ্ডক লৈ গঠিত মহাদেশ। দক্ষিণ আমেৰিকা, ৭ মহাদেশ মডেলৰ এক মহাদেশ। উত্তৰ আমেৰিকা, ৭ মহাদেশ মডেলৰ এক মহাদেশ।

নটৰ ডেম কলেজ, ঢাকা

নটৰ ডেম কলেজ বাংলাদেশৰ ঢাকাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৪৯ চনত এইখন চেন্ট গ্ৰেগৰী কলেজ হিচাপে স্থাপন কৰা হৈছিল। নটৰ ডেম কলেজত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা ডিগ্ৰী পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।

মুৰাৰী চান্দ মহাবিদ্যালয়

মুৰাৰী চান্দ মহাবিদ্যালয় ব্ৰিটিছ শাসিত অসমৰ প্ৰথম মহাবিদ্যালয় আৰু বৰ্তমানৰ বাংলাদেশৰ চিলেট ডিভিজনৰো ই প্ৰথম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ই বাংলাদেশৰ সপ্তম পুৰণি মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৮৯২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰে পৰা এই প্ৰতিষ্ঠা ...

অক্সফৰ্ড বিশ্ববিদ্যালয়

অক্সফৰ্ড বিশ্ববিদ্যালয় ইংলেণ্ডৰ অক্সফৰ্ড চহৰত অৱস্থিত এখন গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনত ১০৯৬ চনৰ পৰাই শিক্ষাদানৰ তথ্য পোৱা যায়। ইয়াৰ ফলত এইখন ইংৰাজীভাষী দেশসমূহৰ ভিতৰত আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু আজিৰ দিনলৈ ন ...

কেমব্ৰিজ বিশ্ববিদ্যালয়

কেমব্ৰিজ বিশ্ববিদ্যালয় ইংলেণ্ডৰ কেমব্ৰিজত অৱস্থিত এখন ৰাজহুৱা গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। ১২০৯ চনত প্ৰতিষ্ঠা লাভ কৰা এই বিশ্ববিদ্যালয়খন বিশ্বৰ ইংৰাজী-ভাষী অঞ্চলসমূহৰ দ্বিতীয় পুৰণি আৰু আজিলৈ বৰ্তি থকা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত চতু ...

দালাই লামা

দালাই লামা তিব্বতৰ বৌদ্ধসকলৰ এটা প্ৰধান সম্প্ৰদায় ডেগ-লুগছ-পাৰ মুখ্য ব্যক্তি। অতি প্ৰভাৱশালী এই সম্প্ৰদায়টোৰ নেতা হিচাপে দালাই লামাও যথেষ্ট ক্ষমতাসম্পন্ন আছিল। ১৯৫৯ চনলৈকে দালাই লামা আছিল তিব্বতীসকলৰ প্ৰধান শাসনকৰ্তা আৰু ধৰ্মযাজক। বৌদ্ধশাস্ত্ৰৰ ...

অশোকাষ্টমী

অশোকাষ্টমী বা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে। সেইদিনা ব্ৰহ্মপুত্ৰত স্নান আৰু তৰ্প ...

ঋষি পঞ্চমী

ঋষি পঞ্চমী হৈছে চান্দ্ৰ কেলেণ্ডাৰৰ পঞ্চম মাহ ভাদ্ৰপদৰ পঞ্চমটো দিনত এই উৎসৱ পালন কৰা হয়। ই গণেশ চতুৰ্থীৰ পিছৰটো দিন। এই উৎসৱৰ জৰিয়তে পৰম্পৰাগত ভাৱে সপ্ত ঋষি ক্ৰমে কাশ্যপ, অত্ৰী, ভৰদ্বাজ, বিশ্বামিত্ৰ, গৌতম মহৰ্ষি, জমদগ্নি আৰু ঋষি বশিষ্ঠ। কেৰালাৰ ...

ওনাম

ওনাম দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালী সকলে পালন কৰা বাৰ্ষিক উৎসৱ। ওনাম এক কৃষিভিত্তিক উৎসৱ। কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ২২তম নক্ষত্ৰ থিৰুভোনাম পৰা দিনা ওনাম পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ওনাম আগষ্ট-ছেপ্ট ...

কামদা একাদশী

কামদা একাদশী হৈছে হিন্দু সকলৰ এক উৎসৱ। চান্দ্ৰ মাহ চৈত্ৰা একাদশীত এই উৎসৱ পালন কৰা হয়। নৱবৰ্ষ আৰম্ভৰ পিছত এইটো প্ৰথমটো একাদশী। কামদা নামে সকলো আকাংক্ষা পূৰণ কৰাটো বুজায়।