ⓘ Free online encyclopedia. Did you know? page 11

অংশুলা কান্ত

অংশুলা কান্ত এগৰাকী ভাৰতীয় বেংকাৰ। বৰ্তমান তেওঁ বিশ্ব বেংক গোটৰ মুখ্য বিত্তীয় বিষয়া আৰু পৰিচালনা সঞ্চালক। ২০১৯ চনৰ ১২ জুলাই তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰিছিল। ইয়াৰ আগতে তেওঁ ২০১৮ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখৰ পৰা ২০১৯ চনৰ ৩১ আগষ্টলৈকে তেওঁ ভাৰ ...

অক্কিতম অচ্যুতম নম্বুথিৰী

অক্কিতম অচ্যুতম নম্বুথিৰী, এজন ভাৰতীয় কবি আৰু গদ্যকাৰ, যি মালয়ালম ভাষাত লিখা-মেলা কৰে। অক্কিতম তেওঁ লিখা সৰল আৰু আকৰ্ষক শৈলীৰ, প্ৰেম আৰু সহানুভূতি বিষয়ক লেখাবোৰৰ বাবে জনাজাত। ইৰুপতম নুট্টাদিন্তে ইতিহাসম, বলিদৰ্শনম আৰু নিমিশা ক্ষেত্ৰম আদি তেওঁৰ ...

অজয় দেৱগন

অজয় দেৱগন হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক। তেখেত হিন্দী চলচ্চিত্ৰৰ অন্যতম তীব্ৰ তথা প্ৰভাৱশালী অভিনেতা হিচাপে পৰিচিত, যিয়ে শতাধিক হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। দেৱগন দুখন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিখন ফিল্মফে ...

অজয় নাগৰ

অজয় নাগৰ, যি কেৰিমিনাটি বুলি জনাজাত, হৈছে ভাৰতৰ ফৰিদাবাদৰ এজন ইউটিউবাৰ আৰু ষ্ট্ৰিমাৰ। তেওঁ তেওঁৰ চেনেল কেৰিমিনাটিৰ বিভিন্ন অনলাইন বিষয়ৰ প্ৰতি তেওঁৰ কথমপি ষ্টীট আৰু প্ৰতিক্ৰিয়াৰ বাবে জনাযায়। ২০২০ চনৰ ১২ নৱেম্বৰলৈকে, নাগৰ হৈছে ইউটিউব ইণ্ডিয়াৰ ...

অজিৎ ইকবাল সিং

অজিৎ ইকবাল সিং হৈছে এগৰাকী ভাৰতীয় অংকবিদ। তেখেতৰ বিশিষ্টতা হৈছে "কাৰ্যকৰী বিশ্লেষণ" আৰু "হৰাত্মক বিশ্লেষণ"। ভাৰতীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদৰ শীৰ্ষতম অনুষ্ঠান "ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী"ৰ তেখেত এগৰাকী সভ্য। তেখেত এলাহাবাদিস্থিত "ৰাষ্ট ...

অঞ্জলী গোপালন

অঞ্জলী গোপালন এগৰাকী ভাৰতীয় মানৱধিকাৰ আৰু পশু অধিকাৰ কৰ্মী। তেওঁ ঘাইকৈ এলজিবিটি সম্প্ৰদায়ৰ অধিকাৰ হকে কাম কৰে। তেওঁ বেচৰকাৰী সংগঠন নাজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বৰ্তমান কাৰ্যবাহী সঞ্চালক। নাজ ফাউণ্ডেচননে মহিলা, শিশু, তৃতীয় লিংগ আৰু এলজিবিটি স ...

অটল বিহাৰী বাজপায়ী

অটল বিহাৰী বাজপেয়ী হিন্দী: अटल बिहारी वाजपायी ; ইংৰাজী: Atal Bihari Vajpayee ; জন্ম ২৫ ডিচেম্বৰ ১৯২৪ স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে ১৬ মে ১৯৯৬-১ জুন ১৯৯৬, তাৰপাছত ১৯৯৮ - ১৯৯৯ চনত ...

অদিতি গুপ্তা

অদিতি গুপ্তা হল এগৰাকী ভাৰতীয় লেখক আৰু মেন্সট্ৰুপীডিয়া কমিকৰ সহ-প্ৰতিষ্ঠাতা। অদিতি আৰু তেওঁৰ স্বামী তুহিন পল, দুয়োজনেই ৰাষ্ট্ৰীয় ডিজাইন সংস্থাৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁলোকে মিলি মেন্সট্ৰুপীডিয়া কমিক প্ৰতিষ্ঠা কৰে। ২০১৪ চনত ফৰ্বচ্‌ আলোচনীৰ থাৰ ...

অনন্যা চট্টোপাধ্যায়

অনন্যা চট্টোপাধ্যায় এগৰাকী বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী। ঋতুপৰ্ণ ঘোষ পৰিচালিত বঙালী ছবি আবহমানৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। এগৰাকী টেলিভিচনৰ অভিনেত্ৰী ৰূপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। অঞ্জন দত্তৰ তিনিখন ধাৰা ...

অনিতা কুপ্পুস্বামী

অনিথা কুপ্পুস্বামী এজন তামিল লোক-সংগীত আৰু কৰ্ণাটক সংগীতশিল্পী আৰু টেলিভিচন হোষ্ট তেওঁৰ নাতুপুৰা পট্টু নামত পৰিচিত, যি এটা তামিল লোকশিল্প। অনিতা অলপ বয়সৰ পৰাই গায়ক হোৱাৰ আগ্ৰহী আছিল। গান গোৱাৰ উপৰিও অনিতা ভালেমান টেলিভিচন ৰিয়েলিটি শ্বত বিচাৰক ...

অনিতা দেশাই

অনিতা দেশাই, বা অনিতা মজুমদাৰ এগৰাকী ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্‌ছ ইন্‌ষ্টিটিউট অৱ টেক্‌নলজীৰ হিউমেনিটী বিষয়ৰ এমাৰিটা জন ই বুৰ্চাৰ্ড অধ্যাপিকা। লেখিকা হিচাপে তেখেত তিনিবাৰ বুকাৰ বঁটাৰ বাবে মনোনীত হৈছে। ১৯৭৮ চনত Fire on the Mountain উপন্যাস ...

অনিতা নায়াৰ

কেৰালাৰ পালাক্কৰ জিলাৰ চোৰাণপুৰত নায়াৰৰ জন্ম হয়। কেৰালালৈ ঘূৰি অহাৰ আগতে নায়াৰে চেন্নাইত পঢ়া-শুনা কৰিছিল আৰু চেন্নাইৰপৰাই তেওঁ ইংৰাজী ভাষা আৰু সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্বামী সুৰেশ পৰম্বাথ আৰু পুত্ৰৰে সৈতে অনিতা বেংগালুৰুত বাস কৰে।

অনিতা ৰত্নম

অনিতা ৰত্নম এগৰাকী ভাৰতীয় শাস্ত্ৰীয় আৰু সমসাময়িক নৃত্যশিল্পী তথা নৃত্য পৰিকল্পনাকাৰ। ভাৰতনাট্যমত প্ৰশিক্ষণ প্ৰাপ্ত, তেওঁ কথাকলি, মোহিনীঅট্টম, আৰু তাই চি তথা কলাৰিপায়ত্তুতো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰিছে, এনেকৈ তেওঁ এখন নৃত্যশৈলী তৈয়াৰ কৰিছ ...

অনিল কাপুৰ

অনিল কাপুৰ হৈছে এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰযোজক, যিয়ে প্ৰায় শতাধিক হিন্দী ভাষাৰ চলচ্চিত্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু টেলিভিচন ছিৰিজতো অভিনয় কৰিছে। তেওঁ পেচাত অভিনয়শিল্পী হিচাপে আৰু ২০০৫ চনৰ পৰা প্ৰযোজক হিচাপে ৪০ বছৰ ব্যয় কৰিছে। ত ...

অনু আগা

অনু আগা হৈছে এগৰাকী ভাৰতীয় বিলিয়নাৰ, উদ্যোগী মহিলা, এগৰাকী সমাজকৰ্মী, ৰাজ্যসভাৰ মনোনীত সাংসদ। শক্তি আৰু পৰিৱেশ অভিযান্ত্ৰিকৰ কোম্পানী থাৰ্মেক্স লিমিটেডৰ অধ্যক্ষা হিচাপে তেখেতে ১৯৯৬ চনৰ পৰা ২০০৪ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। আঠগৰাকী ধনাঢ্য ভাৰতীয় ন ...

অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী

অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী বা শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ ভাৰতৰ এগৰাকী ধৰ্ম সংস্কাৰক। তেওঁ সৎসঙ্গ নামৰ এটি সংগঠনৰ প্ৰবৰ্তক।তেওঁ ব্ৰিটিছ শাসিত ভাৰতৰ বঙ্গ প্ৰদেশৰ পাবনা জিলাৰ হিমায়তপুৰত জন্মগ্ৰহণ কৰে। কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ শ ...

অনুজ ধৰ

অনুজ ধৰ এগৰাকী ভাৰতীয় লেখক তথা প্ৰাক্তন সাংবাদিক। ধৰে সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰহস্য সম্পৰ্কে ভালেসংখ্যক গ্ৰন্থ ৰচনা কৰিছে। চৰকাৰী ভাষ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত সুভাষ চন্দ্ৰ বসুৱে যাত্ৰা কৰা জাপানীজ বিমানখন টাইৱানত দুৰ্ঘটনাত পতিত হয়। ইয়াৰ বিপ ...

অনুজা চৌহান

অনুজা চৌহান হল এগৰাকী ভাৰতীয় লেখক, বিজ্ঞাপনদাতা আৰু নাট্যকাৰ। ১৭ বছৰতকৈও অধিক সময় ধৰি চৌহানে ভাৰতৰ জেডব্লিউটি নামৰ বিজ্ঞাপন সংস্থা এটাত কাম কৰিছিল আৰু কোম্পানীৰ উপ-সভাপতি আৰু কাৰ্যবাহী সৃষ্টিশীল পৰিচালক পদবীত অধিষ্ঠিত হৈছিল। সাহিত্যক কেৰিয়াৰ হ ...

অনুষ্কা শংকৰ

অনুষ্কা শংকৰৰ জন্ম হৈছিল লণ্ডনত আৰু তেওঁৰ শৈশৱ অতিবাহিত হৈছিল দিল্লী আৰু লণ্ডন-এই দুয়োখন ঠাইত। তেওঁৰ মাকৰ নাম সুকণ্যা শংকৰ আৰু পিতা পণ্ডিত ৰবি শংকৰ। অনুষ্কা শংকৰৰ জন্মৰ সময়ত ৰবি শংকৰৰ বয়স হৈছিল ৬১ বছৰ। দেউতাকৰ ফালৰ পৰা অনুষ্কা শংকৰ গায়িকা ন’ৰ ...

অনুষ্কা শৰ্মা

অনুষ্কা শৰ্মা এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু প্ৰযোজক। তেওঁৰ অধিকাংশ ছবিয়েই হিন্দী ভাষাত নিৰ্মিত। ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য আৰু উপাৰ্জনকাৰী তাৰকা হিচাপে সমাদৃত অনুষ্কাই ফিল্মফেয়াৰ, আইফাকে ধৰি বহুকেইটা বঁটা-স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ২০ ...

অনুৰাধা আচাৰ্য

অনুৰাধা আচাৰ্য হৈছে এগৰাকী ভাৰতীয় উদ্যোগী। অকিয়াম বায় চলিউছন্যছ আৰু মেপমাইজিনম নামৰ প্ৰতিষ্ঠান দুটাৰ তেখেত প্ৰতিষ্ঠাতা আৰু মুখ্য কাৰ্যবাহী বিষয়া। ২০১১ চনত তেখেতক বিশ্ব অৰ্থনীতি মঞ্চই "যুৱ গোলকীয় নেত্ৰী" বঁটা প্ৰদান কৰে।

অনুৰাধা মিশ্ৰ

অনুৰাধা মিশ্ৰ এগৰাকী পদাৰ্থ বিজ্ঞানী, অধ্যাপক আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী। তেখেতৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ ফাইজাবাদত। এলাহাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক, অনুৰাধা মিশ্ৰই ২০০৮ চনত মুম্বাই বিশ্ববিদ্যালয়ত এ ...

অনুৰাধা ৰায়

অনুৰাধা ৰায় এগৰাকী ভাৰতীয় ঔপন্যাসিক, সাংবাদিক আৰু সম্পাদক। তেওঁ এন এটলাছ অৱ ইমপছিবল লঙিং, দ্য ফল্ডেড আৰ্থ, শ্লিপিং অন জুপিটাৰ আৰু অল দ্য লাইভচ্‌ ৱুই নেভাৰ লিভড্‌ নামৰ চাৰিখন উপন্যাস লিখিছে।

অপৰ্ণা দীক্ষিত

অপৰ্ণা দীক্ষিত এগৰাকী ভাৰতীয় টেলিভিচন অভিনেত্ৰী। ২০১৩ চনত ষ্টাৰপ্লাছৰ পৌৰাণিক ধাৰাবাহিক মহাভাৰতত তেওঁ অম্বিকাৰ চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। তেওঁ লাইফ অকেৰ নাটক চিৰিজ কেলাশত দেৱীকা গৰেৱালৰ চৰিত্ৰত সৰ্বাধিক পৰিচিত হৈছিল আৰু টেলিভিচন ধাৰাবাহি ...

অপৰ্ণা সেন

অপৰ্ণা সেন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালিকা আৰু অভিনেত্ৰী, যি বঙালী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ নটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱাৰ উপৰিও ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে।

অপৰ্ণা হিগিনছ্

অপৰ্ণা ডব্লিউ হিগিনছ্ এগৰাকী গণিতজ্ঞ। গণিতৰ বিষয়ত গৱেষণা কৰিবলৈ নতুন চাম গণিতজ্ঞক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা পালন কৰিছে। তেখেতৰ মূল গৱেষণাক্ষেত্ৰ "সাধাৰণ বীজগণিত" যদিও শেহতীয়াকৈ লেখ তত্ত্ব, গ্ৰাফ পেবলিং, আৰু ৰেখা লেখ আদিৰ বিষয়ত ...

অবলা বসু

অবলা বসু এগৰাকী ভাৰতীয় সামাজিক কৰ্মী আছিল। নাৰীশিক্ষা আৰু বিধৱাসকলক কল্যাণৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ পত্নী।

অবেইদ ছিদ্দিকি

অবেইদ ছিদ্দিকি ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত National Research Professor আছিল। তেওঁৰ ড্ৰছফিলা মাখিৰ জেনেটিকছ আৰু নিউৰবায়লজী সম্পৰ্কীয় গৱেষণাৰ বাবে লব্ধপ্ৰতিষ্ঠ।

অভয়া হিৰন্ময়ী

অভয়া হিৰন্ময়ী হৈছে এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেখেতে মালায়ালম আৰু তেলেগু ভাষাত বহুকেইটা গীত বাণীবদ্ধ কৰিছে। মালায়ালম ভাষাৰ ছবি গোড়ালোচনাত কণ্ঠদান কৰা কয়িকড়ে শীৰ্ষক গীতটিৰ বাবে এইগৰাকী কণ্ঠশিল্পীয়ে ২০১৭ চনৰ এছিয়াভিছন ছবি বঁটা-প্ৰদা ...

অভিজিত মুখাৰ্জী

অভিজিত মুখাৰ্জী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেওঁ পশ্চিমবংগৰ জাংগীপুৰ লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী সাংসদ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷

অভিষেক বচ্চন

অভিষেক বচ্চন হল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা, যি কৰ্মৰ বাবে তেখেত বলিউডত পৰিচিত। বচ্চন পৰিয়ালৰ এজন সদস্য, তেখেত অভিনেতা অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পুত্ৰ। ২০০০ চনত জে পি দত্তৰ যুদ্ধ চলচ্চিত্ৰ ৰিফিউজিৰে বচ্চনে তেওঁৰ অভ ...

অমিত ত্ৰিবেদী

অমিত ত্ৰিবেদী এজন ভাৰতীয় চলচ্চিত্ৰ সংগীত পৰিচালক, সুৰকাৰ, গায়ক আৰু গীতিকাৰ। নাটক আৰু জিংগোল সুৰকাৰ হিচাপে কাম কৰাৰ পাছত বিভিন্ন এলবামত সংগীত পৰিচালনা কৰে। আমিৰ চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে ২০০৮ চনত তেওঁ আত্মপ্ৰকাশ কৰিছিল। বহুল ভাৱে সমাদৃত দে ...

অমিত শ্বাহ

অমিত অনিলচন্দ্ৰ শ্বাহ ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ইয়াৰ আগতে তেওঁ ২০১৭ চনত ...

অমিতাভ ঘোষ

অমিতাভ ঘোষ হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক, প্ৰবন্ধকাৰ‎ তথা শিক্ষাবিদ। তেওঁ ইংৰাজী ভাষাত ৰচিত কল্প-সাহিত্যৰ বাবে বিশেষভাবে পৰিচিত। ১৮৩০ৰ দশকৰ প্ৰথম আফিং যুদ্ধৰ পটভূমিত ৰচিত তিনিখন উপন্যাসৰ আইবিচ ত্ৰিলজী শৃঙ্খলা বাবে তেওঁ জনপ্ৰিয়। তেওঁৰ সাহিত্যকৃতি ...

অমৃতা পেটেল

অমৃতা পেটেল এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁ সমবায় দুগ্ধ খণ্ডৰ সৈতে জড়িত আৰু লগতে এগৰাকী পৰিবেশবিদ। তেওঁ ১৯৯৮ চনৰ পৰা ২০১৪ চনলৈ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ নেতৃত্ব দিছিল। এই বোৰ্ডে বিশ্বৰ আটাইতকৈ ডাঙৰ দুগ্ধ উন্নয়ন কাৰ্যসূচী অপাৰেচন ফ্লাদৰ নে ...

অমৃতা প্ৰীতম

অমৃতা প্ৰীতম listen এগৰাকী ভাৰতীয় লেখিকা। তেওঁ মূলত পঞ্জাবী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰিছিল। বিংশ শতিকাৰ পঞ্জাবী ভাষা-সাহিত্যৰ প্ৰথমগৰাকী প্ৰগতিবাদী লেখিকা অমৃতা প্ৰীতমৰ কবিতা, উপন্যাস আৰু ৰচনা সমূহ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে সমানে স ...

অমৃতা সুৰেশ

অমৃতা সুৰেশ হল এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পজাৰ, গীতিকাৰ আৰু ৰেডিঅ জকি। এছিয়ানেটত ২০০৭ চনত অনুষ্ঠিত ৰিয়েলিটি টিভি সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণৰ পাছত তেওঁ জনপ্ৰিয় হৈ পৰে। তেতিয়াৰেপৰা তেওঁ কেইবাখনো চিনেমা আৰু মিউজিক এলবামত কাম কৰিছে। ৰেডিঅ সুন ...

অম্বিকা সোনী

অম্বিকা সোনী এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। মনমোহন সিঙৰ কেবিনেটত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আৰু পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী আছিল। বৰ্তমান তেওঁ পঞ্জাব ৰাজ্যৰ পৰা ৰাজ্যসভালৈ সাংসদ।

অমৰীশ পুৰী

অমৰীশ পুৰী এগৰাকী ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী আছিল। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ সমূহত খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত। তেওঁ সত্যদেৱ ডুবে আৰু গিৰীশ কৰ্ণাড আদিৰ দৰে বিখ্যাত নাট্যকাৰৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছিল। ১৯৭০ ...

অলংকৃতা শ্ৰীবাস্তৱ

অলংকৃতা শ্ৰীবাস্তৱ হৈছে এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ২০১১ চনত পৰিচালক হিচাপে অভিষেক ঘটোৱা অলংকৃতাই বিগত সময়ত একাধিক ছবিৰ চিত্ৰনাট্য লিখিছে আৰু ছবিৰ পৰিচালনা কৰিছে। তেখেতে ক্ৰেটেইল ইণ্টাৰনেশনেল ৱমেনছ ফিল্ম ফেষ্টিভেল বঁটা অৰ ...

অলকা য়াগনিক

অলকা য়াগনিক এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেওঁ তিনি দশকৰ বেছি সময় ধৰি কেৰিয়াৰৰ বাবে ভাৰতীয় চলচ্চিত্ৰত খ্যাতিমান। মহিলা নেপথ্য গায়কৰ বিভাগত তেওঁ একমাত্ৰ মনোনীত প্ৰাৰ্থী হোৱাৰ সুনাম কৰিছে, ১৯৯৪ চনত তেওঁৰ তিনিটা একক মনোনয় আছিল আৰু চতুৰ্থটো ইল ...

অশ্বিনী ভিড়ে-দেশপাণ্ডে

অশ্বিনী ভিড়ে-দেশপাণ্ডে এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শৈলীৰ সৈতে তেওঁ জড়িত। হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ জয়পুৰ-আট্ৰাউলি ঘৰাণা পৰম্পৰাৰ অন্তৰ্ভুক্ত অশ্বিনী ভিড়ে-দেশপাণ্ডে ঘাইকৈ খেয়াল, ভজন, ...

অসীমা চেটাৰ্জী

অসীমা চেটাৰ্জী এগৰাকী ভাৰতীয় জৈৱ ৰসায়ন বিজ্ঞানী। তেওঁ জৈৱ ৰসায়ন আৰু উদ্ভিদ ৰসায়নৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ বিশেষকৈ ভিংকা এলকালয়ডৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও তেওঁ উদ্ভিদ ৰসায়ন অধ্যয়ন কৰি মেলেৰিয়া আৰু মৃ ...

অহল্যাবাই হোলকাৰ

মহাৰাণী অহল্যাবাই হলকাৰ ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হলকাৰ ৰাণী আছিল। ৰাজমাতা অহল্যাবাই মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ জামখেদ অঞ্চলৰ গ্ৰাম চৌণ্ডিত জন্মগ্ৰহণ কৰিছিল। তেওঁ তেওঁৰ ৰাজধানী ইন্দোৰৰ দক্ষিণে নৰ্মদা নদীৰ পাৰৰ মহেশ্বৰত স্থাপন কৰিছিল। ১৭৫৪ চনত কুম ...

অৰবিন্দ কেজৰিৱাল

১৯৬৮ চনৰ ১৬ জুনত ভাৰতবৰ্ষৰ হাৰিয়ানাৰ হিচাৰত অৰবিন্দ কেজৰিৱালৰ জন্ম হয়। তেখেতৰ পিতৃ এজন অভিযন্তা আছিল। গোটেই শৈশৱকালটো তখেতে উত্তৰ ভাৰতৰ সৰু নগৰ যেনে সোনেপত, মথুৰা, হিচাৰ আদিতেই অতিবাহিত কৰে। ১৯৮৯ চনত কেজৰিৱালে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি, খ ...

অৰুণ জেটলী

অৰুণ জেটলী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ আছিল। তেওঁ ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰী আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ সদস্য জেটলীয়ে অটল বিহাৰী বাজপায়ী চৰকাৰৰ তৃতীয় মন্ত্ৰীসভা ...

অৰুণা আছফ আলি

অৰুণা আছফ আলী ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আৰু সমাজকৰ্মী আছিল। অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ১৯৯১ চনত জৱাহৰলাল নেহৰু বঁটা প্ৰদান কৰা হয়। ১৯৯৭ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন ...

অৰুণা ইৰানী

অৰুণা ইৰানী হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেখেতে পাঁচশতকৈও অধিক ছিনেমাত অভিনয় কৰিছে। হিন্দী, কন্নড়, মাৰাঠী আৰু গুজৰাটী ছবিত সাধাৰণতে তেখেতক দেখা যায়। অৰুণা ইৰানীয়ে প্ৰায়েই সহ-অভিনেত্ৰী আৰু চৰিত্ৰত অৱতীৰ্ণ হয়। তেখেতে এতিয়ালৈকে দু ...

অৰুণাচলম মুৰুগানান্থম

অৰুণাচলম মুৰুগানান্থম হৈছে ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰৰ এজন সমাজ উদ্যোগী তথা উদ্ভাৱক। তেঁও কম মূল্যৰ ছেনিটেৰী পেড নিৰ্মান কৰা এক মেচিন উদ্ভাৱন কৰিছিল আৰু গ্ৰাম্য ভাৰতত ঋতুস্ৰাৱৰ সময়ত পালন কৰা পৰম্পৰাগত অস্বাস্থ্যকৰ নিয়ম সম্পৰ্কে সজাগতা সৃষ্টিৰ ত ...

অৰুণিমা সিনহা

অৰুণিমা সিনহা কটা যোৱা ভৰিৰে মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট ভিনছন বগোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা আৰোহী। অৰুণিমা সিনহা এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল খেলুৱৈ আছিল। ২০১১ চনত এটা ডকাইতৰ দলক বাধা দিবলৈ লওঁতে দলটোৱে অৰুণিমাক চলন্ত ৰেলৰ পৰা পেলাই দিয়ে। ...