ⓘ Free online encyclopedia. Did you know? page 112

টেঙামৰা

টেঙামৰা হৈছে পশ্চিম আফ্ৰিকান মূলৰ এবিধ গুল্মজাতীয় উদ্ভিদ। টেঙামৰাৰ গছ প্ৰায় 2–2.5 মিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ পাতসমূহ তিনিটা মূৰযুক্ত আৰু ই 8–15 cm দীঘল হয়। টেঙামৰাৰ ফুলবোৰৰ ৰঙ বগা নাইবা পাতল হালধীয়া আৰু প্ৰতিটো পাহিৰ গুৰি অংশত গাঢ় ৰঙা ৰঙৰ ফ ...

দোৰোণ

দোৰোণ এবিধ লেমিয়াছি Lamiaceae গোত্ৰৰ লেউকাছ" Leucas জাতিৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। ইয়াক ঠাইবিশেষে অনেক নামেৰে জনা যায়, যদিও অসমত ই দোৰোণ শাক বুলিয়ে জনাজাত। ভাৰতবৰ্ষৰ সকলো অ‌ঞ্চলতে উপলব্ধ এইবিধ তৃণ বিভিন্ন ধৰণৰ বনৌষধি আৰু কৃষিকাৰ্য্যৰ সহায়ক ...

পচতীয়া

পচতীয়া হৈছে এবিধ মধ্যম আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াক দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ জনসমাজত একপ্ৰকাৰৰ বহু প্ৰচলিত বনৌষধী হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বৈজ্ঞানিক নাম Vitex negundo । পচতীয়াক বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনা যায়: তামিলত নচ্চি நொச் ...

পদিনা

পদিনা এবিধ লতাজাতীয় সুগন্ধি শাক। এই শাক প্ৰধানকৈ ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চল, এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চল, পূব ছাইবেৰিয়া আৰু দক্ষিণ আমেৰিকাত পোৱা যায়।

বাবৰি শাক

বাবৰি শাক হৈছে সপুষ্পক উদ্ভিদ গণৰ এচটাৰ প্ৰজাতিৰ এবিধ তৃণ জাতীয় উদ্ভিদ। বাবৰি শাক বেলিফুল পৰিয়ালৰ অন্তৰ্ভুক্ত।

ব্ৰাহ্মী শাক

ব্ৰাহ্মী হৈছে পূৱ ভাৰত, অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকা, এছিয়া, আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ সেমেকা অঞ্চলত পোৱা এবিধ অধিবৰ্ষজীৱি, লতাজাতীয় শাক। ইয়াৰ সাধাৰণ নামসমূহ হৈছে ৱাটাৰ হাইছপ, ৱাটাৰহাইছপ, থেমি−লিফ্‌ড গ্ৰেচলা, হাৰ্ব অৱ গ্ৰীছ, আৰু ইণ্ডিয়ান ...

ভেদাই লতা

ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে skunkvine, stinkvine, বা Chinese fever vine বুলি জনা যায়। এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গন্ধ sulphurous odour ওলায়। এই গন্ধৰ কাৰণ হ’ল পাদ ...

সৰু-পকমৌ

পকমৌ হৈছে Solanum গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদৰ প্ৰজাতি। ইয়াক স্থানীয়ভাৱে লাচকচি, লাটকচু বা পিচকাটি বুলিও কোৱা হয়। এই উদ্ভিদক সংস্কৃতত কাকামাচি বা কাকমাচি, নেপালীত কালবিহি, তাই আহোম ভাষাত ফাক টেন নামেৰে জনা যায়। পকমৌৰ বৈজ্ঞানিক নাম Solanum ...

হেলচী

হেলচী ইংৰাজী: Helancha বৈজ্ঞানীক নাম: Enhydra fluctuans সামান্য দ, জীপাল ঠাইত হোৱা জলজ উদ্ভিদ। গা-গছৰ ভিতৰখন ধানখেৰৰ দৰে ফোঁপোলা। পাতৰ আকাৰ মাটিকাঁদুৰিতকৈ ডাঙৰ আৰু কোমল। ফুলৰ গঠন থুপি থুপি হয়। ই এবিধ উৎকৃষ্ট শাক। ইয়াৰ কেইবাবিধো ঔষধীয় গুণ আছে।

আকিকা

ইছলামৰ পৰিভাষাত সন্তান জন্ম গ্ৰহণ কৰাৰ পিছত আল্লাহৰ শ্বুকৰিয়া ও আনন্দৰ বহিৰ্প্ৰকাশ হিচাবে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ কাৰণে যি পশু জবেহ কৰা হয়, তাকে আকীকা বোলা হয়।

আচমানী কিতাপ

আচমানী কিতাপ বা আকাশী কিতাপ বা ঐশ্বিক গ্ৰন্থ বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত মুছলমানসকলে ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। ইছলাম ধৰ্মত যি ৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্ৰ ...

আজৰাইল

মালক আল-মাউত বা আজৰাইল হল এক দেৱদূত বা ফৰিষ্টা; যাৰ কাম হল ঈশ্বৰৰ নিৰ্দেশনা অনুযায়ী জীৱৰ প্ৰাণ সংহাৰ কৰা।ইছলামৰ বিশ্বাস মতে মৃত্যুকালত আজৰাইলে, ব্যক্তিৰ পৃথিৱীৰ আমল বা কৃতকৰ্ম অনুযায়ী ভাল মানুহৰ ওচৰত পৱিত্ৰৰূপে আৰু পাপীসকলৰ ওচৰত ভয়ংকৰৰূপে আবিৰ ...

আদম

আদম আব্ৰাহামিক ধৰ্মত আদমক প্ৰথম মানৱ হিচাপে বিশ্বাস কৰা দেখা যায়। কোৰআনত বৰ্ণিত ইছলাম ধৰ্মৰ মতে আদম প্ৰথম মানুহ, প্ৰথম পয়গম্বৰ বা নবী। তেওঁৰ বুকুৰ এটা হাঁড়ৰ পৰা তেওঁৰ স্ত্ৰী হওআক "মানৱজাতিৰ মা" হিচাপে সৃষ্টি কৰা হৈছে বুলি ইছলাম ধৰ্মাৱলম্বী সকল ...

আয়াত

মুছলিমসকলৰ ধৰ্মগ্ৰন্থ আল-কোৰআনৰ ছূৰা সমূহৰ পংক্তি বা বাক্যক বহুবচনত আয়াত আৰু একবচনত আয়াহ বুলা হয়। কিন্তু অসমীয়া আৰু বাংলা ভাষাত একবচন ও বহুবচন উভয় ক্ষেত্ৰতেই আয়াত শব্দটোৱেই বহুল প্ৰচলিত। কোৰআনত মুঠ ৬২৩৬ টা আয়াত আছে। কোনো কোনো বৰ্ণনাত ৬৬৬৬ ...

আল ইখলাছ

ছূৰা আল ইখলাছ মুছলিম সকলৰ ধৰ্ম গ্ৰন্থ কোৰআনৰ ১১২ নম্বৰ ছূৰা, ইয়াৰ আয়াতৰ সংখ্যা ৪ টা আৰু ইয়াৰ ৰূকুৰ সংখ্যা এটা। আল ইখলাছ ছূৰাটো মক্কাত অৱতীৰ্ণ হৈছে। এই ছূৰাটোক ইছলামৰ শেষ পয়গম্বৰ মুহম্মদৰ দ্বাৰা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ব্যাখ্যা কৰা হৈছিল। কাৰণ ...

আল লাহাব

আল লাহাব আৰবী ভাষাত سورة المسد যাৰ অৰ্থ শিখাৰ পিতৃ কোৰআনৰ ১১১ নং ছূৰা। ছূৰা আল লাহাব অগ্নিশিখা ছূৰা নং- ১১১ মুঠ আয়াতৰ সংখ্যা- ৫ মুঠ ৰুকুৰ সংখ্যা- ১ মক্কাত অৱতীৰ্ণ

আল্লাহ

মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক আল্লাহ বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হৈছে আল্লাহৰ একত্ব বা তাওহিদ। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাৱেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বোলা হয ...

আহলে কিতাপ

আহলে কিতাপ বা আহলে কিতাব হৈছে সেই সকল জাতি যিসকলে মুহাম্মাদৰ নবুওত প্ৰাপ্তৰ আগতেই সংগঠিত হৈছে, এই জাতিৰ উপৰত প্ৰত্যাদেশ সংবলিত ধৰ্মগ্ৰন্থ অৱতীৰ্ণ হৈছিল সেয়েহেই ইহঁতক আহলে কিতাব বা কিতাপৰ মানুহ বোলে। এই জাতিসমূহ আব্ৰাহামীয় মতবাদত বিশ্বাসী। মুলত ...

আহলে হাদিছ

আহলে হাদিছ, বা আহল-ই-হাদিছ হল ফাৰ্চী শব্দ, বা আছহাবুল হাদিছ অথবা যাৰ শব্দিক অৰ্থ হল, হাদিছৰ বিশেজ্ঞ্য। পাৰিভাষিক অৰ্থ হলঃ ছহীহ,জঈফ,জাল সকলো হাদিছৰ নিৰপেক্ষ সংৰক্ষণকাৰী। কোৰআনক আল্লাহে নিজেই বহুত ঠাইত হাদিছ বুলিছে আৰু হাদিছৰ শব্দিক অৰ্থ বাণী, যিহে ...

ইছমাইল

ইছমাইল কোৰআন আৰু বাইবেলত উল্লিখিত এক ঐতিহাসিক ব্যক্তি। মুছলিমসকলে বিশ্বাস কৰে যে, তেওঁ এজন নবী, আৰু তেওঁৰ সম্মানাৰ্থে তেওঁৰ নামোচ্চাৰণৰ সৈতে আলাইহিছ ছালাম বা শান্তি বৰ্ষিত হওক উচ্চাৰণ কৰা হয়। তেওঁ ইব্ৰাহিমৰ সৰ্ৱপ্ৰথম সন্তান আৰু ইব্ৰাহিমৰ স্ত্ৰী ...

ইছলাম

ইছলাম এটা একেশ্বৰবাদী আব্ৰাহামিক ধৰ্ম। ইছলাম শব্দটো আহিছে আৰবী س-ل-م শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, ইছলাম হল শান্তি ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ ৰ ওচৰত আত্মসমৰ্পণ কৰা। "ইছলাম" শব্দৰ অৰ্থ হৈছে "আত্মসমৰ্পণ ...

ইছলামী পৰিভাষা

তলৰ তালিকাখনত আৰবী ভাষা শব্দৰূপে প্ৰকাশ কৰা, ইছলামী আৰু আৰৱ পৰম্পৰাৰ পৰা আহৰণ কৰা কিছুমান বিশেষ ধাৰণা সন্নিবিষ্ট কৰা হৈছে। এই তালিকাখনৰ মূল উদ্দেশ্য হৈছে বহু বানানৰ দ্বাৰ্থতা দূৰ কৰা, এই ধাৰণাসমূহৰ অব্যৱহৃত বানানসমূহৰ টোকা প্ৰস্তুত কৰা, ধাৰণাসমূহ ...

ইছলামৰ পয়গম্বৰ

↘ ইছলামৰ পয়গম্বৰ, বাৰ্তাবাহক ইছলামত পয়গম্বৰনবী আৰবী: نبي হল সেইজন ব্যক্তি যিজনক স্ৰষ্টাই মানুহক দিক নিৰ্দেশনা প্ৰদানৰ বাবে মনোনীত হিচাবে বিবেচনা কৰে। ইছলামী পৰিভাষাত ইয়াক কোৱা হয় নাবী নবী। ইছলামী ঐতিহ্য মতে ঈশ্বৰে প্ৰত্যেক জাতিৰ ওচৰত পয়গম্বৰ ...

ইঞ্জিল

ইঞ্জিল ঈছা ৰ উপৰত অৱতীৰ্ণ হোৱা আকাশী কিতাপ। সাধাৰণ ধাৰণামতে ইঞ্জিলৰ পূৰ্ণৰূপ বৰ্তমান বিলুপ্ত। একাংশৰ মতে ইঞ্জিলৰ আংশিক ৰূপ বৰ্তমানৰ New Testament ।

ইবাদত

ইবাদাত শব্দৰ আভিধানিক অৰ্থ হল:- চূড়ান্ত বিনয়, আনুগত্য আৰু বশ্যতা। শ্বৰী‘আতৰ পৰিভাষাত:- প্ৰকাশ্য নাইবা গোপনীয় যিবোৰ কথা আৰু কাম আল্লাহে ভালপায় আৰু পছন্দ কৰে, সেই সকলোবোৰৰ এটা সমষ্টিৰ নামেই হল ইবাদাত । সেয়েই যিবোৰ কথা-বতৰা আৰু কাম-কাজ আল্লাহে ...

ইব্ৰাহিম

ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থত হজৰত ইব্ৰাহিম তোৰাহ অনুসৰি আব্ৰাহাম, ইছলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী আৰু ৰাছুল। কাবুল আহবাৰৰ মতে তেখেত ১৯৫ বছৰ জীৱিত আছিল। সৃষ্টিকৰ্তাৰ প্ৰতি তেখেতৰ দৃঢ় বিশ্বাসৰ ফলত সৃষ্টিকৰ্তাই তেখেতক সৰ্ৱকালৰ সকলো জাতিৰ নেতা ...

ইমাম

ইমাম ইছলাম ধৰ্মাৱলম্বী সকলে ব্যৱহাৰ কৰা এটা শব্দ, যাৰ দ্বাৰা সাধাৰণভাৱে মুছলিম সমাজৰ নেতৃস্থানীয় ব্যক্তিক বুজোৱা হয়। সৰ্বাধিক প্ৰচলিত অৰ্থে ইমাম হল সেইজন ব্যক্তি যিজনে মছজিদ বা বাহিৰত জামায়াতত নামাজ পৰিচালনা কৰে। ইয়াৰ উপৰিও, ইছলামৰ বিষয়ে অগা ...

ইস্তিগফাৰ

ইস্তিগফাৰ । ইয়াৰ উপৰিও আস্তাগফিৰুল্লাহ ব্যৱহাৰ কৰা হয়- ইয়াৰ অৰ্থ হল আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। মুছলিমসকলে বিশ্বাস কৰে যে, আল্লাহ হল ‘গাফিৰ’ ক্ষমাকাৰী, ‘গফুৰ’ ক্ষমাশীল, ‘গফফাৰ’ সৰ্বাধিক ক্ষমাকাৰী। ইস্তিগফাৰ এটা স্বতন্ত্ৰ ইবাদত; কোনো গুনা ...

ঈছা

ঈছা ইবনে মাৰিয়াম, যিজননক বাইবেলৰ নতুন নিয়মত যীশু নামেৰে পৰিচিত) ইছলাম ধৰ্মত তেখেত এজন নবী আৰু ৰাছুল; লগতে মছিহ হিচাপে স্বীকৃত। খ্ৰীষ্টান ধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন নবী আৰু ৰাছুল; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্ৰুশবিদ্ধ হোৱাৰ ঘট ...

ঈদ মোবাৰক

ঈদ মোবাৰক মুছলমান সকলৰ ঐতিবাহী শুভেচ্ছাবাক্য যি মুছলমানসকলে ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহাত পৰস্পৰে পৰস্পৰক কৈ শুভেচ্ছা জনায়। ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ বা উদযাপন আৰু মোবাৰক শব্দৰ অৰ্থ কল্যাণময়, অৰ্থাৎ ঈদ মোবাৰক শব্দৰ অৰ্থ হৈছে ঈদ বা আনন্দ উদযাপন কল্য ...

ঈমান

ঈমান শব্দৰ আভিধানিক অৰ্থ দৃঢ় বিশ্বাস। ইছলামত ঈমানৰ অৰ্থ অত্যন্ত ব্যাপক। ঈমানৰ ছয়টা অঙ্গ হৈছে সকলো নবী আৰু ৰাছুল সকলৰ প্ৰতি বিশ্বাস; আখেৰাত পৰকাল,মৃত্যুৰ পাছত পুনৰুত্থানত বিশ্বাস; তকদিৰ বা ভাগ্যত বিশ্বাস; আল্লাহ্‌ৰ প্ৰতি ঈমান। আল্লাহ এক, তেখেত অ ...

ওৱাহাবি মতবাদ

ওৱাহাবি মতবাদ হৈছে ধৰ্মীয় মতবাদ বা ইছলামৰ এটা শাখাগোষ্ঠী যিটো অৰ্থোডক্স, অতিচৰমপন্থী," অষ্টেৰে, মৌলবাদী, বিশুদ্ধবাদী," একেশ্বৰবাদৰ উপাসনাৰ বাবে ইছলামী পূৰ্ণ জাগৰণ, চৰমপন্থী আন্দোলন ইত্যাদি নামেৰে পৰিচিত। ইবনে তাইমিয়া আৰু আহমাদ ইবনে হাম্বালৰ শিক ...

কলিমা

কালিমা হল ইছলামৰ মৌলিক বিশ্বাস সংবলিত কেইটামান আৰৱী পংক্তিৰ নাম। ইয়াৰ মাধ্যমেই ইছলামৰ প্ৰথম স্তম্ভ শ্বাহাদাহ পূৰ্ণতা পায়। ইছলাম ৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ/কলিমা। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বু ...

কাফিৰ

কাফিৰ এটি আৰবী শব্দ, যিটো আৰবী কুফৰ ‎ ধাতুৰ পৰা আহিছে, যাৰ শাব্দিক অৰ্থ হল ঢাকি ৰখা, লুকুৱাই ৰখা আৰু ইয়াৰ ব্যৱহাৰিক অৰ্থ হল অবাধ্যতা, অস্বীকাৰ কৰা, অকৃতজ্ঞতা। ই ইছলামী তথ্যলিপিসমূহত বহুলভাৱে ব্যৱহৃত এটি শব্দ। সাধাৰণতে ‘অবিশ্বাসী’ হিচাপে ইয়াক অন ...

কিয়ামত

কিয়ামত আৰৱী শব্দ। ইয়াৰ অৰ্থ হল- মহাপ্ৰলয়, পুনৰুত্থান। ইয়াওমুল কিয়ামা ৰ অৰ্থ হল- কিয়ামতৰ দিৱস। কিয়ামত দিৱসৰ আৰু নাম আছে। যেনেকৈ - ইয়াওমুল জাজা বা প্ৰতিদান দিৱস, ইয়াওমুল হিচাব বা হিচাপৰ দিৱস, ইয়াওমুল কাজা বা বিচাৰ দিৱস, ইয়াওমুদ-দিন বা শে ...

কুৰাইশ্ব

কুৰাইশ্ব বংশ কুৰাঈশ্ব বা কোৰায়েশ্ব আছিল আৰবৰ এক শক্তিশালী বণিক বংশ। এই বংশই মক্কাৰ অধিকাংশ অংশ আৰু কাবা নিয়ন্ত্ৰণ কৰিছিল। ইছলাম ধৰ্মৰ নবী মুহাম্মাদ কুৰাইশ্ব বংশৰ বনু হাছিম গোত্ৰত জন্মগ্ৰহণ কৰিছিল।

কোৰআন

কোৰ্‌-আন বা কোৰান বা কোৰান শ্বৰীফ ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। মুছলিমসকলে কোৰআন স্ৰষ্টাৰ অবিকৃত, হুবহু বক্তব্য বুলি বিশ্বাস কৰে। কোৰআনক আৰবী সাহিত্যৰ অতি উত্তম সৃষ্টি বুলি জ্ঞান কৰা হয় বিশ্বৰ অন্যতম জনপ্ৰিয় গ্ৰন্থখনক লৈ বহু অন্য সাহিত্যৰো সৃষ্টি ...

কোৰআনত উল্লেখিত মহিলাসকল

কোৰআনত উল্লেখ কৰা মহিলা সকল হল- মুহাম্মাদছঃৰ স্ত্ৰী মুছাআঃৰ স্ত্ৰী মুছাআঃৰ মা আৰু ভগ্নী ইব্ৰাহিমআঃৰ স্ত্ৰী ছাৰাহ যি স্ত্ৰীয়ে মুহাম্মাদছঃৰ ওচৰত অভিযোগ কৰিছিল আবু লাহাবৰ স্ত্ৰী মুহাম্মাদছঃৰ কন্যা নুহআঃ আৰু লুতআঃৰ স্ত্ৰী হাওআ ছবাৰ ৰাণী বিলকিছ ইমৰাণ ...

খতমে নবুওৱত

খতমে নবুওৱত হল ইছলামী শ্বৰীয়তৰ এটা গুৰুত্বপূৰ্ণ বিষয়। ইছলামী পৰিভাষাত মুহাম্মাদ হল সৰ্বশেষ নবী আৰু ৰাছুল, এই বিশ্বাসকেই খতমে নবুওৱত বোলা হয়।

খলিফা

খলিফা হল খিলাফত ভিত্তিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু ইছলামিক শ্বৰিয়াহৰ দ্বাৰা পৰিচালিত মুছলিম উম্মাহৰ শাসকসকলৰ পদবী। এই শব্দটো আৰবী: خليفة Khalīfa ৰ পৰা আহিছে।

ছালাত

নামায, নামাজ ফাৰ্চী: نَماز বা ছালাত হল ইছলাম ধৰ্মৰ প্ৰধান উপাসনা কৰ্ম। প্ৰতিদিন ৫ ওয়াক্ত নিৰ্দিষ্ট নামাজৰ নিৰ্দিষ্ট সময় নামাজ আদায় কৰা প্ৰত্যেক মুছলিমৰ বাবে আৱশক বা ফৰজ। নামাজ ইছলামৰ পঞ্চস্তম্ভৰ এটা। শ্বাহাদাহ্‌ বা বিশ্বাসৰ পাছত নামাজেই ইছলামৰ ...

ছালাম

ছালামঃ ছালাম আৰবী শব্দ। ইয়াৰ অৰ্থ হৈছে শান্তি, প্ৰশান্তি কল্যাণ, দুআ, আৰাম, আনন্দ, তৃপ্তি। ছালাম এটা সম্মানজনক অভ্যৰ্থনামূলক অভিনন্দন সুলভ শান্তিময় উচ্চমৰ্যাদা সম্পন্ন পৰিপূৰ্ণ ইছলামী অভিবাদন। উল্লেখযোগ্য যে, ‘আছ্-ছালাম’ আল্লাহৰ সুন্দৰ নাম সমূহ ...

ছাহাবা

ইছলাম ধৰ্মত ছাহাবী শব্দৰ দ্বাৰা মুহাম্মাদ ৰ স্বাথী বা সহচৰসকলক নিৰ্দেশ কৰে। ইয়াৰ বহুবচন শব্দ হল ছাহাবা ।

ছূৰা

ছূৰা হৈছে ইছলামী পৰিভাষাত মুছলিম সকলৰ ধৰ্মগ্ৰন্থ কোৰআনৰ একোটা অধ্যায়ৰ নাম। কিন্তু এইটো সাধাৰণ কিতাপৰ অধ্যায়ৰ নিচিনা নহয় বৰঞ্চ বিশেষভাৱে কেৱল কোৰআনৰ বৈশিষ্টৰ বাবেই ইয়াৰ উৎপত্তি। সেয়েহেই এইটো প্ৰকৃত অৰ্থত এটা কোৰআনিক পৰিভাষা; যাক কেৱল কোৰআনৰ দ ...

ছূৰা আন নাছ

قُلْ أَعُوذُ بِرَبِّ النَّاسِ ১. কোৱা, মই আশ্ৰয় বিচাৰিছোঁ মানুহৰ পালনকৰ্তাৰ ওচৰত مَلِكِ النَّاسِ ২. মানুহৰ অধিপতিৰ إِلَهِ النَّاسِ ৩. মানুহৰ প্ৰভুৰ مِن شَرِّ الْوَسْوَاسِ الْخَنَّاسِ ৪. তাৰ অনিষ্টৰ পৰা যিয়ে কুমন্ত্ৰণা দিc আৰু আত্মগোপন কৰে الَّذ ...

ছূৰা আল ফাতিহা

ছূৰা আল ফাতিহা আৰবী: سورة الفاتحة মুছলিমসকলৰ ধৰ্মীয় গ্ৰন্থ কোৰআনৰ ১ নম্বৰ ছূৰাঅধ্যায়, ইয়াৰ আয়াতৰ সংখ্যা ৭ আৰু ৰুকুৰ সংখ্যা ১। ফাতিহা শব্দটো আৰবী "ফাতহুন" শব্দজাত; যাৰ অৰ্থ "উন্মুক্তকৰণ"। ই আল্লাহৰ তৰপৰ পৰা বিশেষ উপহাৰ। ছূৰা আল ফাতিহা অন্যান্য ...

জমাৎ-উল-বিদা

শুক্ৰবাৰ জুম্মাবাৰএনে এটি দিন, যিদিনা মুছলমান সম্প্ৰদায়ৰ পুৰুষ সকলে দিনটোৰ মধ্য ভাগত প্ৰাৰ্থনাৰ বাবে ধৰ্মীয় অনুষ্ঠান মছজিদ নাইবা কোনো এক বিশেষ স্থানত একত্ৰিত হয়। মহিলা সকলেও এই প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিব পাৰে কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ ব ...

জাকাত

জাকাত হল ইছলাম ধৰ্মৰ পঞ্চস্তম্ভৰ এটা। প্ৰত্যেক স্বাধীন, পূৰ্ণবয়স্ক মুছলিম নৰ-নাৰীক প্ৰতি বছৰে স্বীয় আয় আৰু সম্পত্তিৰ এটা নিৰ্দিষ্ট অংশ, যদি সেয়া ইছলামী শ্বৰীয়ত নিৰ্ধাৰিত সীমা অতিক্ৰম কৰে তেন্তে, গৰীব-দুঃস্থদৰ মাজত বিতৰণৰ নিয়মক জাকাত বুলা হয ...

জানাজাৰ নামাজ

জানাজা এটা বিশেষ প্ৰাৰ্থনা, যিটো কোনো মৃত মুছলিমক কবৰ দিয়াৰ পূৰ্বে অনুষ্ঠিত হয়। সচাৰচৰ এইটো জানাজাৰ নামাজ নামেৰে অভিহিত হয়। মুছলিম অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে এটা ফৰজে কেফায়া বা সমাজৰ বাবে আৱশ্যকীয় দায়িত্ব। কোনো মুছলিমৰ মৃত্যু হলে মুছ ...

জান্নাত

জান্নাত হল ইছলামিক পৰিভাষা অনুযায়ী, পাৰ্থিৱ জীৱনত যিসকল মুছলিমে আল্লাহৰ আদেশ, নিষেধ মানি চলিব আৰু পৰকালত হিচাপত যাৰ পাপতকৈ পুণ্যৰ ভৰ বেছি হব আৰু আল্লাহৰ সন্তুষ্টি লাভ কৰিব সিহঁতৰ বাবে আল্লাহে যিবোৰ স্বৰ্গ প্ৰস্তুত কৰি ৰাখিছে। ■ জান্নাত এটা আৰবী ...