ⓘ Free online encyclopedia. Did you know? page 113

লাহাব

আৰবী: بِسۡمِ اللّٰہِ الرَّحۡمٰنِ الرَّحِیۡمِ تَبَّتْ يَدَا أَبِي لَهَبٍ وَتَبَّ ١ مَا أَغْنَى عَنْهُ مَالُهُ وَمَا كَسَبَ ٢ سَيَصْلَى نَارًا ذَاتَ لَهَبٍ ٣ وَامْرَأَتُهُ حَمَّالَةَ الْحَطَبِ ٤ فِي جِيدِهَا حَبْلٌ مِّن مَّسَدٍ ٥ অসমীয়া অনুবাদ: ১. ...

শ্ববে বৰাত

শ্ববে বৰাত বা মধ্য শ্বাবান ইছলামিক দিনপঞ্জী হিজৰীৰ শ্বাবান মাহৰ ১৪ আৰু ১৫ তাৰিখৰ মাজৰ ৰাতি মুছলমান সকলে উদযাপন কৰা এক উৎসৱ। এই নিশা পৰৱৰ্তী বছৰলৈ ব্যক্তিগত ভাগ্য নিৰূপণ হোৱা আৰু আল্লাহে পাপী সকলৰ পাপ ক্ষমা কৰাৰ ৰাতি হিচাপে গণ্য কৰা হয়। পৃথিৱীৰ ব ...

শ্বাহাদাহ

ইছলাম ৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ/কলিমা। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হল- ছূৰা এখলাছত আল্লাহৰ একত্ববাদৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,

শ্বীৰ্ক

শ্বীৰ্কঃ শ্বীৰ্ক শব্দৰ অৰ্থ-অংশীদাৰিত্ব,অংশীবাদ,মিলোৱা, সমকক্ষ কৰা, সমান কৰা, শৰিক কৰা, ভগাভাগি কৰা। ইংৰাজীত Polytheism, Associate,partner. বিশ্বাসগতভাবে,আমলগতভাবে আল্লাহৰ সৈতে ইবাদতৰ ক্ষেত্ৰত অন্য কোনো ব্যক্তি বা বস্তুক আল্লাহৰ অংশীদাৰ/সমতুল্য ব ...

হজ্জ

হজ্জ বা হজ্জ্ব ইছলামৰ বৰ্ণনা অনুসৰি হজ্জ এটা আৱশ্যকীয় বা ফৰজ উপাসনা বা ইবাদত। এইটো ইছলামৰ ৫ম স্তম্ভ। হজ্জ শব্দৰ আভিধানিক অৰ্থ হৈছে- "ইচ্ছা" বা "সংকল্প" কৰা। আচাৰ আৰু আদব-কায়দাৰ বিবেচনাত হজ্জ হল বছৰৰ নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট পোচাকত কেইটামান স্থা ...

হাদিছ

হাদিছ হল মূলত ইছলাম ধৰ্মৰ শেষ বাণীবাহক হজৰত মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাণী আৰু জীৱনাচৰণ। হাদিছৰ উপদেশ মুছলিম সকলৰ জীৱনাচৰণ আৰু ব্যৱহাৰ বিধিথ অন্যতম পথ নিৰ্দেশ। কোৰআন হল মৌলিক গ্ৰন্থ আৰু হাদিছক বহুত সময়ত ইয়াৰ ব্যাখ্যা হিচাপেও অভ ...

ৰমজান (পঞ্জিকা মাহ)

ৰমজান বা ৰমাদ্বান হল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলিমসকলে ৰোজা পালন কৰে। ৰমজান মাহত ৰোজাপালন ইছলামৰ পঞ্চস্তম্ভৰ মাজত তৃতীয়তম। এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক মুছলিম ব্যক্তিৰ ওপৰত ৰোজা পালন কৰা ফৰজ, কিন্তু অসুস্থ, গৰ্ ...

ৰাছুল

ইছলাম ধৰ্মত, ৰাছুহল আল্লাহ প্ৰেৰিত বাৰ্তাবাহী ব্যক্তি। ৰাছুল বুলিলে সিহঁতকেই বুজোৱা হয় যিসকলে আল্লাহৰ পৰা কিতাপ বা পুস্তক প্ৰাপ্ত হৈছে। হাদিছ সহ অন্যান্য ইছলামী কিতাপত এক লাখ চৌব্বিছ হাজাৰ মতান্তৰে দুই লাখ চৌব্বিছ হাজাৰ নবীৰ কথা কোৱা হৈছে। এইসকল ...

ৰোজা

ৰোজা বা ৰোযা, সাউম, বা ছিয়াম হল ইছলাম ধৰ্মৰ পাঁচটা মূল ভিত্তিৰ তৃতীয়। ছুবহে ছাদেকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰ আৰু লগতে যাৱতীয় ভোগ-বিলাসৰ পৰা বিৰত থকাৰ নামেই হৈছে ছিয়াম। ইছলামী বিধান অনুসৰি, প্ৰতিজন সবল মুছলিমৰ বাবে ৰমাদ্বান মাহৰ প ...

খ্ৰীষ্টান ধৰ্ম

খ্ৰীষ্টান ধৰ্ম প্ৰাচীন গ্ৰীক: Χριστός খ্ৰীস্তোছ হৈছে একেশ্বৰবাদী ধৰ্ম। যীশুৰ জীৱন আৰু শিক্ষাক কেন্দ্ৰ কৰি এই ধৰ্ম বিকশিত হৈছে। খ্ৰীষ্টানসকলৰ মতে যিশু এজন পয়গম্বৰ আৰু তেওঁকে যীশু খ্ৰীষ্ট বুলি কোৱা হয়। খ্ৰীষ্টধৰ্মৰ শিক্ষা নতুন টেষ্টামেণ্ট বা নতুন ...

যীশু

যীশু আছিল এজন খ্ৰীষ্টান ধৰ্ম ধৰ্ম প্ৰচাৰক। তেখেতক নাজাৰেথেৰ যীশু বা যীশু খ্ৰীষ্ট নামেৰেও অভিহিত কৰা হয়। খ্ৰীষ্টান সকলে বিশ্বাস কৰে যে, তেখেত হল ঈশ্বৰপুত্ৰ আৰু পুৰণা নিয়মত যিজন মছিহ সম্পৰ্কে ভবিষ্যদ্বাণী কৰা হৈছে, সেইজনেএই মছিহ।

অম্বিকা (জৈন ধৰ্ম)

অম্বিকা জৈন ধৰ্মৰ ২২তম তীৰ্থংকৰ নেমিনাথৰ ৰক্ষয়িত্ৰী দেৱী বা শাসনৰ দেৱী। তেওঁৰ শাসন দেৱ হৈছে দিগম্বৰপন্থী মতে সৰ্বাহ্ণ আৰু শ্বেতাম্বৰপন্থী মতে গোমেধ। অম্বিকা দেৱী এগৰাকী যক্ষী। তেওঁক অম্বাই, অম্বা, কুষ্মাণ্ডিনী আৰু অম্ৰ কুষ্মাণ্ডিনী বুলিও কোৱা হয ...

জৈন ধৰ্ম

জৈনধৰ্ম প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত। বৰ্তমান বিশ্বৰ নানা দেশত এই ধৰ্মমতাৱলম্বীসকলক দেখা যায়। জৈনধৰ্মৰ মূল বক্তব্য হ’ল সকল জীৱৰ প্ৰতি শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ। জৈন দৰ্শন আৰু ধৰ্মানুশীলনৰ মূল কথা হ’ল দৈৱ চৈতন্যেৰ আধ্যাত্মিক সোপানত স্বচেষ্ ...

পদ্মাৱতী (জৈন ধৰ্ম)

পদ্মাৱতী জৈন ধৰ্মৰ ২৩তম তীৰ্থংকৰ পাৰ্শ্বনাথৰ ৰক্ষয়িত্ৰী দেৱী বা শাসনৰ দেৱী। তেওঁৰ শাসন দেৱ হৈছে কাষত অৱস্থিত পাৰ্শ্বযক্ষ। তেওঁ পাৰ্শ্বনাথৰ যক্ষী। পদ্মাৱতী এপাহ পদুম ফুলত বহে আৰু তেওঁৰ মূৰৰ ওপৰত সাপৰ ফনা থাকে। প্ৰায়ে তেওঁৰ মূৰ্তিৰ মুকুটত পাৰ্শ্ব ...

গুৰু গ্ৰন্থ চাহিব

গুৰু গ্ৰন্থ চাহিব বা সাম্মাণিক উপাধি সহ শ্ৰী গুৰু গ্ৰন্থ চাহিব জি বা আদি গ্ৰন্থ শিখ ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ। প্ৰতিষ্ঠানিকভাবে এই গ্ৰন্থখন শিখসকলৰ সৰ্বশেষ গুৰু। গুৰু গ্ৰন্থ চাহিব ১৪৩০টা অংগত বিভক্ত, যিবোৰ ১৪৬৯ চনৰ পৰা ১৭০৮ চনৰ মধ্যবৰ্তী সময়ত বিভি ...

টাও টে চিং

টাও টে চিং, বা লাও ত্‌জে/ লাও জে, এখন চীনা শাস্ত্ৰীয় গ্ৰন্থ, খ্ৰীষ্টপূৰ্ব ৬থ শতিকাৰ লাওজেই লিখা বুলি জনা। এই গ্ৰন্থ কোনে লিখা, কেতিয়া লিখা আৰু কেতিয়া সংগৃহীত, সেই কথা স্পষ্ট নহয়। আতাইতকৈ পুৰণি অংশ, যাক পুৰাতাত্ত্বিক পদ্ধতিৰে প্ৰাপ্ত কৰা হৈছে, ...

ত্ৰিপিটক

ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। এইখন গৌতম বুদ্ধৰ দৰ্শন আৰু উপদেশৰ সংকলন। পালি ভাষাৰ তি-পিটক ৰ পৰা অসমীয়া ত্ৰিপিটক শব্দৰ প্ৰচলন। তিনি পিটকৰ সমন্বিত সমাহাৰক ত্ৰিপিটক বোলা হৈছে। এই পিটক তিনিটা হল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক। পিটক শ ...

লিট্ লাই পেঞ কা কা

তাঈ আহোমৰ আদি শাস্ত্ৰ সমূহৰ ভিতৰত লিৎ লাই পেঞ্ কা কা হল এখন মূল শাস্ত্ৰ। অসমীয়াত এইখনক বিৱৰ্ত্তন শাস্ত্ৰ বুলি আখ্যা দিব পাৰি। মলুং চাও বাণী দেও বাণী দেওধাই বৰুৱাৰ মতে লিৎ লাই পেঞ্ কা কাৰ অৰ্থ হল -সৃ্ষ্টি পুনৰ অৱতাৰণা বা প্ৰত্যাগমন বিৱৰণ সম্বলিত ...

নৱ-বৈষ্ণৱ ধৰ্ম

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম বা একশৰণ নাম ধৰ্ম ৰ প্ৰচাৰ কৰে। এই ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ অৰ্থাত কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কো ...

ভাওনা

অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক অংকীয়া নাট আখ্যা দিয়া হয়। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত ক ...

সত্ৰ

"সত্ৰ" হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান। ইষ্টদেৱতাক উপাসনা কৰা, ধৰ্মীয় তত্ত্ব চৰ্চা কৰা আৰু প্ৰসাৰ ঘটোৱা সত্ৰৰ ঘাই লক্ষ্য। ধৰ্ম চৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰু ...

ঈশান

ঈশান শব্দই হিন্দু, বৌদ্ধ আদি ধৰ্মত ঈশ্বৰ বা কোনো দেৱতাক বুজায়। ঈশান এটা জনপ্ৰিয় নাম। এই নামৰ উল্লেখ শিৱ পুৰাণত আছে, আৰু ই বিষ্ণুৰ এটি নাম।

জাতক

জাতক শব্দটোৰ আভিধানিক অৰ্থ অতীতৰ কাহিনী৷ বৌদ্ধ ধৰ্মমতে, ব্যক্তিবিশেষে বুদ্ধত্বপ্ৰাপ্তিৰ আগতে অনেক জন্ম-জন্মান্তৰৰ মাজেদি চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰিব লাগে৷ বুদ্ধত্ব লাভ কৰিলে বিগত জন্মৰ কথাবোৰ স্মৰণ কৰাৰ ক্ষমতা থাকে বুলি ভৱা হয়৷ গৌতম বুদ্ধৰ এই ক্ষমত ...

প্ৰজ্ঞাপাৰমিতা

মহাযান পন্থীয় বৌদ্ধধৰ্মৰ মতে প্ৰজ্ঞাপাৰমিতাৰ অৰ্থ হল জ্ঞানৰ পৰিপূৰ্ণতা। প্ৰজ্ঞাপাৰমিতাই নিখুঁত ভাৱে বাস্তৱক চোৱাৰ পথটোক বুজাই, লগত এটা সূত্ৰক বুজাই। প্ৰজ্ঞাপাৰমিতা শব্দটো সংস্কৃতৰ দুটা শব্দ যোগ হৈ হোৱা; প্ৰজ্ঞা যাৰ অৰ্থ হল জ্ঞান আৰু পাৰমিতা যাৰ ...

বিনায়ক-টেন

বিনায়ক-টেন, গনপতেই, কাংগিটেন, কাংকি-টেন, শ্ব-টেন, ডাইশ্ব-টেন, ডাইশ্ব-কাংগিটেন, টেনচন, কাংগি-জিজাইটেন, শ্বডেন চামা, ৱিনায়কটেন বা জবিটেন জাপানী বৌদ্ধ ধৰ্মৰ শ্বিংগন আৰু টেণ্ডাই শাখাৰ এজন টেন বা দেৱ। তেওঁক হিন্দু ধৰ্মৰ দেৱতা গণেশৰ জাপানী ৰূপ বুলি অ ...

বৌদ্ধ ধৰ্ম

বৌদ্ধ ধৰ্ম গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এটা ধৰ্ম বিশ্বাস আৰু জীৱন দৰ্শন। আনুমানিক খ্ৰ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ পৰিনিৰ্বাৰ্ণৰ পাছত ভাৰতীয় উপমহাদেশ সহ এছিয়াৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধ ধৰ্ম ...

মৎস্যেন্দ্ৰনাথ

মৎস্যেন্দ্ৰ বা মৎস্যেন্দ্ৰনাথ, হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এগৰাকী সাধু আৰু যোগী আছিল। ঐতিহাসিকভাৱে তেওঁক হঠ যোগ আৰু বহু সংখ্যক পুৰণি গ্ৰন্থৰ লেখক হিচাপেও জনা যায়। তেওঁক নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা সকলৰ মাজৰে এজন বুলিও কোৱা হয়৷ তেওঁ বিশেষকৈ কৌল শৈৱ ধ ...

লুইপাদ

লুইপাদ বা লুইপা বৌদ্ধ ধৰ্মৰ এগৰাকী মহাসিদ্ধ কবি আৰু বৌদ্ধ ধৰ্ম গ্ৰন্থৰ ৰচক। দশম শতিকাৰ পূব ভাৰতৰ সিদ্ধাচাৰ্য লুইপাদে চৰ্যাপদ ৰচনা কৰিছিল।

শিখ ধৰ্ম

শিখ ধৰ্ম এটা একেশ্বৰবাদী ধৰ্ম। এই ধৰ্মৰ অনুসৰণকাৰী সকলক শিখ বুলি কোৱা হয়। খৃষ্টীয় পঞ্চদশ শতাব্দীত পঞ্জাবত এই ধৰ্ম প্ৰৱৰ্তিত হয়। এই ধৰ্মৰ মূল ভিত্তি গুৰু নানক দেৱ আৰু এখেতৰ উত্তৰসূৰী ১০জন শিখ গুৰুৰ ধৰ্মোপদেশ। শিখ ধৰ্ম বিশ্বৰ পঞ্চম বৃহত্তম ধৰ্মী ...

ধাদি

ধাদি শিখ ধৰ্মৰ লগত জড়িত আৰু ভাৰতৰ পঞ্জাব ৰাজ্যত প্ৰচলিত পাৰম্পৰিক সংগীতৰ ধাৰা আৰু এই ধাৰাৰ প্ৰদৰ্শকসকলক বোলে। ধাদি সকলে পাৰম্পৰিক লোকবাদ্য ধদ আৰু সাৰংগী বজাই পঞ্জাবৰ বেলাড বা কাহিনীগীত গায়। কাহ্ন সিং নাভাৰ মহান কোষৰ মতে ধাদিৰ সংজ্ঞা হৈছে "যি ধদ ...

শিখ

শিখ ধৰ্মৰ অনুসাৰীসকলক শিখ বোলা হয়। এই শব্দটো মূলতঃ সংস্কৃত ভাষাৰ শিষ্য শব্দৰ পৰা উৎপত্তি হৈছে। শিষ্য মানে শিক্ষাৰ্থী বা শিক্ষানুৰাগী। অথবা সংস্কৃত শব্দ শিক্ষাৰ পৰা এই শব্দৰ উৎপত্তি, যাৰ অৰ্থ হৈছে নিৰ্দেশ, উপদেশ ইত্যাদি".। ১৫ শতাব্দীতে ভাৰতৰ পঞ্জ ...

হিন্দু

হিন্দু ভাৰতীয় দাৰ্শনিক, হিন্দু ধৰ্মাৱলম্বীসকলৰ আৰু ভাৰতৰ সাস্কৃতিএক পৰিচয় অথৱা পদ্ধতি যিবোৰ ভাৰতীয় উপমহাদেশৰ বৃহত্তম আৰু দেশীয় ধৰ্মবিশ্বাস। ভাৰতীয় সংবিধান অনুসৰি "হিন্দু" শব্দটোৱে যিকোনা ভাৰতীয় ধৰ্ম যেনে, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম ব ...

হিন্দু ধৰ্ম

হিন্দু ধৰ্ম হৈছে ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ। ই ভাৰতৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত এটা পুৰণি ধৰ্ম। হিন্দু ধৰ্মাৱলম্বীসকলে নিজস্ব ধৰ্মমতকে সনাতন ধৰ্ম নামেৰেও অভিহিত কৰে। হিন্দু ধৰ্মৰ সাধাৰণ "ধৰণসমূহৰ" মাজত লৌকিক আৰু বৈদিক হিন্দু ধৰ্ম ৰ পৰা বৈষ্ণৱ ...

আত্ৰেয়

এজন আত্ৰেয় হ’ল হিন্দু ঋষিসকলৰ ভিতৰত অন্যতম অত্ৰিৰ বংশধৰ যাৰ অৱদানসমূহ পুৰাণসমূহত উল্লেখিত আছে। ভাৰত আৰু নেপালৰ ব্ৰাহ্মণসমাজে ব্যৱহাৰ কৰা আন বহুতো গোত্ৰৰ দৰে অত্ৰি ঋষিৰ বংশধৰ সকলেও আত্ৰেয় তেওঁলোকৰ উপাধি হিচাপে ব্যৱহাৰ কৰে। প্ৰকৃত আত্ৰেয় গোত্ৰৰ ...

ওঁ

ওঁ হৈছে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু সৰ্বজনীন প্ৰতীক। ইয়াক ওঁ-কাৰ, ওঙ্কাৰ, প্ৰণৱ, ত্ৰ্যক্ষৰ আদি নামেৰেও জনা যায়। ই হিন্দু দৰ্শনৰ সৰ্বোচ্চ ঈশ্বৰ ব্ৰহ্মৰ বাচক। এই ধৰ্মৰ প্ৰতিটো সম্প্ৰদায় আৰু উপসম্প্ৰদায়ে ইয়াক অতি পৱিত্ৰ বুলি গণ্য কৰে। স্বামী বিবেকা ...

গজেন্দ্ৰ মোক্ষ

গজেন্দ্ৰ মোক্ষ অথবা গজেন্দ্ৰৰ মুক্তি হিন্দু ধৰ্মৰ পৱিত্ৰ ধৰ্মশাস্ত্ৰ ভাগৱত পুৰাণৰ অষ্টম স্কন্ধত বৰ্ণিত এক আখ্যান। ভগৱান বিষ্ণুৰ সৈতে জড়িত প্ৰখ্যাত আখ্যানসমূহৰ ভিতৰত গজেন্দ্ৰ মোক্ষও অন্যতম। এই খণ্ডটিত, ভগৱান বিষ্ণুৱে গজেন্দ্ৰ নামৰ হাতীটোক এটা ঘঁৰ ...

গোৰক্ষনাথ

গোৰক্ষনাথ বা গোৰখনাথ,এগৰাকী হিন্দু যোগী, সন্ন্যাসী আছিল। তেওঁ ভাৰতত নাথ পন্থৰ প্ৰৱৰ্তন কৰিছিল। গোৰক্ষনাথক মৎস্যেন্দ্ৰনাথৰ দুগৰাকী প্ৰধান শিষ্যৰ মাজৰ এগৰাকী বুলি ধৰা হয়। তেওঁৰ অনুৰাগী সকল ভাৰতৰ মহাৰাষ্ট্ৰৰ গৰ্ভগিৰী নামৰ অঞ্চলত বসবাস কৰি আহিছে। এই ...

নৱবিধা ভক্তি

নৱবিধা ভক্তি হৈছে শ্ৰীমদ্ভাগৱত পুৰাণ আৰু আন ভক্তি শাস্ত্ৰত উল্লেখ থকা ন বিধ ভক্তি। শংকৰদেৱৰ এটি শ্লোকত এই ন বিধ ভক্তিৰ উল্লেখ আছে- "শ্ৰৱণং কীৰ্তনং বিষ্ণোঃ স্মৰণং পাদ সেৱনম্। অৰ্চনং বন্দনং দাস্যং সখ্যমাত্মনিৱেদনম্॥" এই নৱবিধা ভক্তি হৈছে- কীৰ্ত্তন, ...

ব্ৰত

ব্ৰত হৈছে এক সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে "সংকল্প, সমাধান, ভক্তি", আৰু জৈন আৰু হিন্দু ধৰ্মৰ দৰে ভাৰতীয় ধৰ্মত পালন কৰা উপবাস আৰু তীৰ্থপালনক নিৰ্দেশ কৰে। সাধাৰণতে প্ৰিয়জনৰ স্বাস্থ্য আৰু সুখ অৰ্থে কৰা প্ৰাৰ্থনাৰ সৈতে ইয়াক পালন কৰা হয়। ব্ৰত হৈছে এক ...

সত্যযুগ

সত্যযুগ হল হিন্দু শাস্ত্ৰ অনুযায়ী, চাৰিটা যুগৰ প্ৰথম যুগ। অন্য যুগসমূহ হল ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। ব’হাগ মাহৰ শুক্ল পক্ষ তৃতীয়া তিথিত দেওবাৰে সত্যযুগৰ উৎপত্তি। ইয়াৰ পৰিমাণ ১৭,২৮,০০০ বছৰ। অৱতাৰ সংখ্যা চাৰিটা। মৎস্য, কূৰ্ম, বৰাহ, নৰসিংহ ...

সেন্দূৰ

সেন্দূৰ একপ্ৰকাৰ ৰঞ্জক পদাৰ্থ। হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ মতে সেন্দূৰক পৱিত্ৰ বুলি গণ্য কৰা হয়। হিন্দুধৰ্মত সেন্দূৰ বিবাহিতা নাৰীৰ প্ৰতীক। অবিবাহিত নাৰীয়ে শিৰত সেন্দূৰ দিব নোৱাৰে, কপালত সেন্দূৰৰ ফোঁট লব পাৰে। বিধৱাসকলৰ সেন্দূৰ ব্যৱহাৰ শাস্ত্ৰম ...

হিন্দু সৃষ্টিতত্ত্ব

হিন্দু সৃষ্টিতত্ত্ব হৈছে হিন্দু ধৰ্ম অনুসৰি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আৰু ধ্বংসৰ চক্ৰৰ ধাৰণা প্ৰদান কৰে। হিন্দু সৃষ্টিতত্ত্ব অনুসৰি ব্ৰহ্মাণ্ডক বাৰে বাৰে সৃষ্টি তথা ধ্বংস কৰা হয়, প্ৰায় ৮৬৪ কোটি বছৰৰ পাছে পাছে। বেদ, পুৰাণ আদি বিভিন্ন ধৰ্মীয় গ্ৰন্থত উ ...

অস্কাৰ বঁটা

অস্কাৰ বঁটা বা একাডেমি বঁটা হৈছে চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা। এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে। এই বঁটাপ্ৰদান অনুষ্ঠান পোনপ্ৰ ...

ইগ্ নবেল বঁটা

ইগ্ নবেল বঁটা নবেল বঁটাৰ এক আমেৰিকান পেৰডী সংস্কৰণ। প্ৰতি বছৰে অক্টোবৰ মাহৰ আৰম্ভণিতে এই বঁটা বৈজ্ঞানিক গৱেষণা ক্ষেত্ৰৰ দহটা আচহুৱা আৰু তাৎপৰ্যহীন প্ৰাপ্তিক প্ৰদান কৰা হয়। এই বঁটাৰ লক্ষ্য সম্পৰ্কে এইদৰে উল্লেখ কৰা হৈছে The stated aim of the priz ...

গল্ডেন গ্লব বঁটা

গল্ডেন গ্লব বঁটা হলীউড ফৰেইন প্ৰেছ এছচিয়েচনৰ ৯৩ জন সদস্যই দেশী বা বিদেশী চলচ্চিত্ৰ আৰু টেলিভিজন প্ৰগ্ৰেমৰ ক্ষেত্ৰত উৎকৰ্ষৰ বাবে প্ৰদান কৰা এক বাৰ্ষিক বঁটা। বঁটাসমূহ প্ৰদান কৰা অনুষ্ঠান আৰু আহাৰগ্ৰহণ চলচ্চিত্ৰ উদ্যোগৰ বাৰ্ষিক বঁটা চিজনৰ এক উল্লেখ ...

গোলকীয় শিক্ষক বঁটা

গোলকীয় শিক্ষক বঁটা প্ৰতিবছৰে ভাৰ্কে ফাউণ্ডেচনে শিক্ষকতাৰ ক্ষেত্ৰখনলৈ উৎকৃষ্ট অৱদান আগবঢ়োৱা শিক্ষকসকলক প্ৰদান কৰা বঁটা। এই বঁটাৰ অৰ্থমূল্য ১ নিযুত আমেৰিকান ডলাৰ। নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰা শিক্ষক সকলক বিশ্বৰ জনসাধাৰণে মনোনীত কৰে। ইয়াৰ লগতে শিক্ ...

নবেল বঁটা

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপ ...

পুলিৎজাৰ বঁটা

পুলিৎজাৰ বঁটা বাতৰিকাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীতৰ ক্ষেত্ৰখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা এটি বহুল চৰ্চিত বঁটা। বাতৰি কাকতৰ প্ৰকাশক যোচেফ পুলিৎজাৰৰ স্মৃতিত তথা নিউয়ৰ্ক চহৰৰ কলম্বিয়া বিশ্ববিদ্যাল ...

ৰমন মেগছেছে বঁটা

ৰমন মেগছেছে বঁটা ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছে ৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক বঁটা। এই বঁটা আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ ...

এনিমে

এনিমে বা আনিমে হৈছে ইংৰাজী শব্দ এনিমেছনৰ সমাৰ্থক। সাধাৰণতে জাপানী এনিমেছন ছবিকে এনিমে বোলা হয়। জাপানৰ বাহিৰে পৃথিৱীৰ আন দেশত এনিমে বুলিলে জাপানত সজা এনিমেছনকেই বুজায়। পাৰম্পৰিকভাৱে এনিমেবিলাক হাতেৰে সজা হয়, তথাপি বৰ্তমানে আন এনিমেছন ছবিৰ দৰে এ ...