ⓘ Free online encyclopedia. Did you know? page 116

এথেনা

এথেনা বা পালাছ এথেনা হৈছে প্ৰাচীন গ্ৰীচৰ জ্ঞান, কুটীৰ শিল্প আৰু সমৰকলাৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁক পৰৱৰ্তী কালত ৰোমান দেৱী মিনাৰ্ভাৰ সমকক্ষ হিচাপে চিহ্নিত কৰা হয়। তেওঁক গ্ৰীচৰ বিভিন্ন নগৰ, বিশেষকৈ এথেন্সৰ অধিষ্ঠাত্ৰী আৰু ৰক্ষাকৰ্তা হিচাপে গণ্য কৰা ...

এপল

এপল হৈছে পৌৰাণিক গ্ৰীক তথা ৰোমান কিংবদন্তিৰ বাৰজন অলিম্পিয়ান দেৱতাৰ অন্যতম। তেওঁক ধনুৰ্বিদ্যা, সংগীত আৰু কলা, সত্য আৰু ভৱিষ্যৎবাণী, ৰোগ আৰু নিৰাময়, সূৰ্য আৰু পোহৰ, কবিতা আদিৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা হয়। জ্যুচ আৰু লেটৰ পুত্ৰ তথা চিকাৰৰ ...

পেগেছাছ

গ্ৰীক কিংবদন্তি অনুসৰি এটা উৰণীয়া ঘোঁৰা। পাৰ্ছিয়াছে মেডুছাৰ শিৰচ্ছেদ কৰাৰ পাছত মেডুছাৰ তেজৰ পৰা পেগাছাছৰ জন্ম হয়। বেলেৰফনে পেগাছাছক ধৰি কেইবাটাও অভিযানত আৰোহণ কৰিছিল। কাইমেৰাৰ লগতো বেলেৰফনে পেগাছাছত উঠি যুঁজ কৰিছিল। কিন্তু যেতিয়া তেওঁ উৰণীয়া ...

শ্লীপিং বিউটী

স্লীপিং বিউটী হৈছে চাৰ্লছ পেৰল্ট ৰচিত শ্লিপিং বিউটী বা গ্ৰীম ভাতৃদ্বয় ৰচিত "লিটল ব্ৰায়াৰ ৰোজ" হল যাদুকৰী নিদ্ৰাত শুই থকা এগৰাকী ৰাজকুমাৰী আৰু এজন সুদৰ্শন ৰাজকুমাৰৰ এক পৌৰাণিক সাধুকথা। ১৬৯৭ চনত পেৰল্টৰ Histoires ou contes dutempspassé ত ইয়াৰ প্ ...

ৰেপান্‌জল

ৰেপান্‌জল হৈছে এটা অতি জনপ্ৰিয় জাৰ্মান সাধুকথা যাৰ প্ৰথম প্ৰকাশ হৈছিল ১৮১২ চনত গ্ৰীম ভাতৃদ্বয় ৰচিত "চিলড্ৰেনচ এণ্ড হাউচহোল্ড টেলছ" নামৰ পুথিখনত। প্ৰকৃততে ই Charlotte-Rosede Caumont de La Force এ লিখা ১৬৯৮ চনত প্ৰকাশিত হোৱা পাৰজিনেট নামৰ সাধুটোৰ ...

অজামিল

অজামিল ভাগৱত পুৰাণৰ ষষ্ঠ কাণ্ডত বৰ্ণিত এক আখ্যানৰ মুখ্য চৰিত্ৰ। ভগৱন্তৰ স্বৰ্গীয় নাম জপৰ জৰিয়তে আনকি পাপীৰো পাপ সংঘটন কৰাৰ প্ৰৱণতাৰ পৰা যে মুক্তি পোৱাৰ আশা থাকে, সেই ব্যাখ্যা আগবঢ়াবলৈ অজামিলৰ আখ্যানটো হিন্দু ধৰ্মত ব্যৱহৃত হৈ আহিছে। শ্ৰীমন্ত শং ...

অনিৰুদ্ধ

অনিৰুদ্ধ হ’ল শ্ৰীকৃষ্ণৰ নাতি আৰু প্ৰদ্যুম্নৰ পুত্ৰ; বাণ ৰজাৰ জীয়াৰী ঊষাৰ স্বামী। অনিৰুদ্ধৰ অৰ্থ হ’ল বাধাহীন, ৰোধহীন, অবাধ।

ঊষা

পুৰণি কালত শোণিতপুৰ বৰ্তমানৰ তেজপুৰ ৰাজ্যৰ ৰজা বাণাসুৰৰ ঊষা নামেৰে এজনী পৰম ৰূপৱতী কন্যা আছিল। ঊষাৰ সখী চিত্ৰলেখাৰ মায়াৰ বলত অনিৰুদ্ধ আৰু ঊষাৰ মাজত প্ৰেম হয়। আৰু ঊষাক পাবলৈ অনিৰুদ্ধই অসম শোণিতপুৰ -লৈ আহে। বাণ এজন প্ৰবল শিৱভক্ত ৰজা আছিল। বাণ ৰজা ...

কামধেনু

কামধেনু বা সুৰভি হৈছে এক দৈৱিক গো-দেৱী আৰু হিন্দু ধৰ্মত তেওঁক গো-মাতা বা সকলো গৰুৰ মাতৃ হিচাপে বৰ্ণনা কৰা হয়। কামধেনু "প্ৰাচুৰ্যৰ গাই" হিচাপে পৰিচিত যি নিজৰ গৰাকীয়ে কামনা কৰা সকলো সামগ্ৰী প্ৰদান কৰে। কামধেনুক প্ৰায়ে বাকী পোহনীয়া জীৱ-জন্তুৰো ম ...

চান্দ সদাগৰ

চান্দ সদাগৰ হৈছে প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগল, শিৱ পুৰাণ আদিৰ চৰিত্ৰ লখিন্দৰৰ পিতৃ আৰু বেউলাৰ শহুৰ। তেওঁ প্ৰাচীন ভাৰতৰ চম্পক নগৰৰ এজন খুব ধনী তথা ক্ষমতাশালী বণিক আছিল। চান্দ সদাগৰৰ উপাখ্যানৰ লগত সৰ্পদে ...

চাৰি কুমাৰ

হিন্দুসকলৰ পৌৰাণিক একাধিক গ্ৰন্থ অনুযায়ী চাৰি কুমাৰ হ’ল চাৰিজন ঋষি, যিয়ে শিশুৰ ছদ্মবেশেৰে গোটেইবিশ্ব ভ্ৰমণ কৰি ফুৰিছিল। সিহঁতৰ নামবোৰ হ’ল যথাক্ৰমে- সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰ। সিহঁতক সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ বুলি অভিহিত কৰা হয়। ...

চিত্ৰলেখা

চিত্ৰলেখা আছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী ঊষাৰ সখী। তেওঁৰ দেউতাক আছিল শোণিতপু-ৰ ৰজা বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ড। চিত্ৰলেখা এগৰাকী চিত্ৰকৰ আছিল।

চৰক

মহৰ্ষি চৰক প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি আৰু পাৰম্পৰিক ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদৰ চিকিৎসাবিদ। তেওঁক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়। তেওঁ আয়ুৰ্বেদৰ প্ৰাচীন গ্ৰন্থ চৰক সংহিতা ৰচনা কৰিছিল। তেওঁৰ বিষয়ে ইতিহাসত বিশেষ তথ্য পোৱা নাযায় যদিও পণ্ডিত সকল ...

জয়-বিজয়

হিন্দু পুৰাণ অনুসৰি, জয় আৰু বিজয় আছিল শ্ৰীবিষ্ণুৰ আবাস ক্ষেত্ৰ বৈকুণ্ঠৰ দুজন দ্বাৰপাল বা দুৱৰী। ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সনন্দ আৰু সনৎকুমাৰৰ অভিশাপ মৰ্মে তেওঁলোক তিনিটা যুগত মৰ্ত্যলোকত জন্মগ্ৰহণ কৰিবলগীয়া হৈছিল। জয় আৰু বিজয়ে ...

দ্বাদশ মহাজন

দ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ বাৰজন বিশেষ আৰু বিশ্বস্ত প্ৰতিনিধি। মানৱ সমাজক ভক্তিমূলক সেৱাসমূহৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰাটো হৈছে এই প্ৰতিনিধিসকলৰ কৰ্তব্য। মহাজন শব্দটোৰ অৰ্থ হৈছে মহৎ-লোক। উল্লেখনীয় যে, প্ৰাশ্চ্য চালুক্যৰ ৰজাসকলৰ ...

পুতনা

​ হিন্দু ধৰ্ম অনুসৰি পুতনা হৈছে শিশু কৃষ্ণই বধ কৰা এক ৰাক্ষসী। পুতনাই এগৰাকী সুন্দৰী নাৰীৰ বেশ ধৰি বিষযুক্ত স্তনপান কৰোৱাই কৃষ্ণক হত্যা কৰাৰ চেষ্টা কৰে যদিও স্তনপানৰ জৰিয়তে কৃষ্ণই পুতনাৰ প্ৰাণ শুহি লয়। স্তনদান দিয়াৰ বাবে পুতনাক কৃষ্ণৰ তোলনীয়া ...

পুলস্ত্য

পৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা দশ প্ৰজাপতিৰ এজন আৰু তেওঁ আছিল এজন সপ্তৰ্ষিৰ প্ৰথম মানৱতাৰ। মহাভাৰতৰ অনুসৰি, ৰাক্ষসকুল আৰু কিন্নৰকুল উভয়ে আছিল মুনি পুলস্ত্যৰ সন্তান।

প্ৰহ্লাদ

প্ৰহ্লাদ আছিল এজন ৰজা। তেওঁ হিৰণ্যকশিপু আৰু তেওঁৰ পত্নী কয়াধুৰ পুত্ৰ, আৰু বিৰোচনৰ পিতৃ আছিল। তেওঁ ঋষি কাশ্যপৰ উত্তৰসুৰী আছিল আৰু সেয়েই কাশ্যপ গোত্ৰৰ লোক। ভগৱান বিষ্ণুৰ প্ৰতি থকা আনুগত্য আৰু অচলা ভক্তিৰ কাৰণে পুৰাণসমূহত তেওঁ এগৰাকী সাধুসুলভ শুদ্ ...

বাণাসুৰ

বাণ হিন্দু কিংবদন্তি মতে এজন সহস্ৰ বাহু থকা অসুৰ ৰজা আৰু বলিৰ পুত্ৰ। শোণিতপুৰ ক ৰাজধানী কৰি বাণাসুৰে মধ্য অসমত ৰাজত্ব কৰিছিল বুলি বিশ্বাস কৰা হয়। পুৰাণিক কাহিনী অনুসৰি বাণাসুৰ এজন কিৰাট ৰজা আছিল। আনহাতে হিমাচলৰ লোককথা মতে তেওঁ শোণিতপুৰৰ ৰজা আছিল।

মাতৃকা

মাতৃকা অৰ্থাৎ দৈৱিক মাতৃসকল হৈছে কেইবাগৰাকী মাতৃৰূপী দেৱী আৰু হিন্দু ধৰ্মত তেওঁলোকক সদায়েই একেলগে উপস্থাপন কৰা হয়। তেওঁলোক আদি পৰাশক্তিৰে বিভিন্ন স্বৰূপ। তেওঁলোক হৈছে দেৱতাসকলৰ শক্তিৰ বিমূৰ্ত ৰূপ। ব্ৰহ্মাণীৰ উৎপত্তি ব্ৰহ্মাৰ পৰা। একেদৰে বৈষ্ণৱী ...

লখিন্দৰ

লখিন্দৰ হৈছে প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগল, শিৱ পুৰাণ আদিৰ চৰিত্ৰ চান্দ সদাগৰৰ পুত্ৰ আৰু বেউলাৰ পতি। তেওঁ প্ৰাচীন ভাৰতৰ চম্পক নগৰৰ এজন খুব ধুনী তথা ক্ষমতাশালী বণিকৰ পুত্ৰ আছিল। চান্দ সদাগৰ, বেউলা-লখিন্দ ...

শচী

শচী বা ইন্দ্ৰাণী হৈছে হিন্দুসকলৰ সৌন্দৰ্যৰ দেৱী। তেওঁ ঐন্দ্ৰিলা, মাহেন্দ্ৰী, পুলমাজা আৰু পৌলমী নামেৰেও জনাজাত। তেওঁক সকলোৱে অন্তৰংগভাৱে পাবলৈ বিচৰাৰ বাবে ইৰ্ষাভাৱৰ উৎস হিচাপেও শচীৰ নাম লোৱা হয়। তেওঁ দেৱতাৰ ৰাণী আৰু দেৱৰাজ ইন্দ্ৰৰ সহধৰ্মিণী। শচীৰ ...

শীতলা

শীতলা বা আই এগৰাকী হিন্দু দেৱী। তেওঁ ঘাঁ, ফুচুৰী, বসন্ত ৰোগ, পিশাচ আৰু ৰোগৰ অধিষ্ঠাত্ৰী দেৱী। ভাৰতীয় উপমহাদেশত শীতলাক বহুলভাৱে উপাসনা কৰা হয়। তেওঁ দেৱী দুৰ্গাৰ অৱতাৰ আৰু আই ৰোগ আৰোগ্য কৰে বুলি বিশ্বাস কৰা হয়। হোলীৰ অষ্টম দিনা শীতলা অষ্টমীৰ দিন ...

শৈলপুত্ৰী

শৈলপুত্ৰী হৈছে হিন্দু দেৱী দুৰ্গাৰে এক ৰূপ। শৈলপুত্ৰীৰ আক্ষৰিক অৰ্থ হৈছে পৰ্বতৰ জীয়ৰী। তেওঁ হৈছে নৱদুৰ্গাৰ প্ৰথমগৰাকী আৰু নৱৰাত্ৰিৰ প্ৰথমদিনাই তেওঁৰ উপাসনা কৰা হয়। তেওঁ আছিল পৰ্বতৰাজ হিমৱান আৰু তেওঁৰ পত্নী মৈনিকা বা মেনাৱতীৰ জীয়ৰী। শিৱ পুৰাণ আ ...

সিংহিকা

সিংহিকা ইংৰাজী: Simhika বা Sinhika অসুৰ ৰজা হিৰণ্যকশিপুৰ কন্যা আছিল আৰু বিষ্ণু ভক্ত প্ৰহ্লাদৰ ভনী আছিল। তেওঁক ভগৱান বিষ্ণুৰ দ্বাৰা দুটা শিৰশ্ছেদ কৰা স্বৰভানু সংস্কৃত: स्वरभानु -ৰ মাতৃ হিচাপেও গণ্য কৰা হয়, যাৰ ফলত মুৰৰ অংশৰ পৰা ৰাহু আৰু বাকী শৰীৰ ...

স্বাহা

হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মত স্বাহা হৈছে মন্ত্ৰোচ্চাৰণৰ শেষত মোখনি মৰা এক শব্দ। স্বাহাৰ অৰ্থ হৈছে "সুকথন"। যজ্ঞ আদিত প্ৰতিটো মন্ত্ৰ স্বাহাৰে সামৰণি মৰা হয়। তিব্বতীয় ভাষাত স্বাহা ৰ আক্ষৰিক অৰ্থ "সেয়ে হওক" আৰু ইয়াক প্ৰায়ে স্বহা হিচাপে উচ্চাৰণ ক ...

ৰতি

ৰতি বা ৰতিদেৱী হৈছে হিন্দুসকলৰ প্ৰেম, জৈৱিক কামনা-বাসনা আৰু যৌন তৃপ্তিৰ দেৱী। ৰতিত প্ৰায়েই হাতত এখন তৰোৱাল লৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়। তেওঁ প্ৰেমৰ অধিষ্ঠাতা দেৱতা কামদেৱৰ সহধৰ্মিণী তথা প্ৰজাপতি দক্ষৰ জীয়ৰী। কামদেৱৰ চিৰসংগী হিচাপে আখ্যানসমূহ ...

ৰাক্ষস

ৰাক্ষস হিন্দু বিশ্বাসৰ মতে এক দানৱীয় প্ৰাণী। ৰাক্ষসসকলে পিছলৈ বৌদ্ধ বিশ্বাসতো স্থান পালে। ৰাক্ষসসকলে মানুহ ভক্ষণ কৰাৰ কথাও কোৱা হয়। স্ত্ৰী ৰাক্ষসক ৰাক্ষসী বোলা হয় আৰু মানৱ ৰূপ ধৰা ৰাক্ষসীক মনুষ্য-ৰাক্ষসী। কেতিয়াবা অসুৰ আৰু ৰাক্ষস একে বুলি কোৱ ...

অসম ষ্টাৰ থিয়েটাৰ

অসম ষ্টাৰ থিয়েটাৰ ১৯৭০ চনৰ ১১ ছেপ্তেম্বৰত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ দল। নটৰাজ থিয়েটাৰ আৰু মঞ্চৰূপা থিয়েটাৰৰ পিছত পাঠশালাত আৰম্ভ হোৱা নাট্যদল হল অসম ষ্টাৰ থিয়েটাৰ। পাঠশালাৰ কুমুদ শৰ্মাৰ প্ৰযোজনাত এই থিয়েটাৰ প্ৰতিষ্ঠা হয়। আশীৰ দশ ...

কহিনুৰ থিয়েটাৰ

কহিনুৰ থিয়েটাৰ হৈছে অসমৰ এক জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ১৯৭৬ চনত ৰতন লহকৰ দেৱৰ প্ৰচেষ্টাত এই থিয়েটাৰৰ জন্ম হয়। তেখেতে বহুতো ভাৰতীয়, অসমীয়া সাহিত্যৰ নাটকৰ উপৰিও উইলিয়াম শ্বেইকছপীয়েৰৰ বিখ্যাৎ নাটকো কহিনুৰ থিয়েটাৰৰ মজিয়াত মঞ্চস্থ ক ...

থিয়েটাৰ সূৰ্য্য

থিয়েটাৰ সূৰ্য্য অসমৰ এক নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ২০১৫ চনত সৰ্থেবাৰীত এই থিয়েটাৰৰ জন্ম দিয়ে মুনীন্দ্ৰ বৰ্মনে। বিশাল আয়োজনেৰে ২০১৫-১৬ নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত নৱ সংযোজন ঘটা থিয়েটাৰ সূৰ্য্যই। ব্যয়বহুল প্ৰযোজন ...

নটৰাজ থিয়েটাৰ

নটৰাজ থিয়েটাৰ হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ। বৰপেটা জিলাৰ পাঠশালা নগৰত ১৯৬৩ চনত এই ভ্ৰাম্যমাণ নাট্যদলটো গঢ় লৈ উঠিছিল। ১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা নটৰাজ অপেৰা নামৰ যাত্ৰাদলটোক আদিপৰ্ব হিচাপে লৈয়ে অচ্যুত লহকৰে নটৰাজ থিয়েটাৰ ...

মঞ্চৰূপা থিয়েটাৰ

মঞ্চৰূপা থিয়েটাৰ ১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ-ৰ দল। নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠাৰ ছয় বছৰ পিছত পাঠশালা নগৰত এই নাট্যদলটি গঠিত হয়। পাঠশালাৰ নিকটৱৰ্তী মুগুৰীয়া গাঁৱত শ্ৰীহেমকান্ত তালুকদাৰৰ নেতৃত্বত এই থিয়েটাৰ দলটোৰ প্ৰতিষ্ঠা হয় ...

সুৰদেৱী থিয়েটাৰ

সুৰদেৱী থিয়েটাৰ হৈছে এটি অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ দল। নলবাৰী জিলাৰ চামতা ত ১৯৬৪ চনত এই ভ্ৰাম্যমাণ নাট্যদলটো সুৰদেৱী নাট্য সংঘ নামেৰে আত্মপ্ৰকাশ কৰে। ১৯৬৪ চনত সুৰদেৱী নাট্য সংঘই নাম সলনি কৰি সুৰদেৱী থিয়েটাৰ নামেৰে নাট্য পৰিক্ৰমা আৰম্ভ কৰে। সু ...

অপাৰেচন চাৰ্চলাইট

অপাৰেচন চাৰ্চলাইট মাৰ্চ, ১৯৭১ চনত তৎকালীন পূব পাকিস্তানত বঙালী জাতীয়তাবাদী আন্দোলন দমন কৰিবলৈ পাকিস্তানী সেনাই চলোৱা এক পৰিপল্পিত অভিযান আছিল। পশ্চিম পাকিস্তানত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ আদেশত পৰিচালিত এই অপাৰেচনক নৱেম্বৰ ১৯৭০ চনৰ অপাৰেচন ব্লিট্ ...

উপগ্ৰহ উৎক্ষেপণ যান

উপগ্ৰহ উৎক্ষেপণ যান ১৯৭০ দশকত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ সাধন কৰিবলৈ আৰম্ভ কৰা এটা প্ৰকল্প। এছ এল ভি প্ৰকল্পৰ মূল লক্ষ্য আছিল এটা উন্নত মানৰ এছ এল ভি প্ৰণালীৰ আৰ্হি তৈয়াৰ কৰা, বিকাশ স ...

পিএছএলভি-চি৩৭

পিএছএলভি-চি৩৭ হৈছে পিএছএলভি আঁচনি যাৰ দ্বাৰা অভিলেখ সংখ্যক ১০৪টা উপগ্ৰহ সফলতাৰে কঢ়িয়াই নিয়াৰ লগতে কক্ষপথত সংস্থাপনো কৰা হয়। এই উপগ্ৰহসমূহ ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় মহাকাশ ...

বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান

বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান বা অগ্ৰগামী উপগ্ৰহ উৎক্ষেপণ যান নিম্ন ভূ-কক্ষপথত ১৫০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ স্থাপন কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট। এটা ভূ-স্থিৰ কক্ষপথত পেলোড স্থাপন কৰি ...

আল্টা

আল্টা অসমৰ কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা সৰু উন্নয়নশীল অঞ্চল । ই গুৱাহাটীৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত।

উষাপুৰ

উষাপুৰ ডিব্ৰুগড় জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন গাঁও৷ উষাপুৰ গাঁৱৰ পূবে গৰীয়াবাম গাঁও, পশ্চিমে বুঢ়ীদিহিং নৈ, উত্তৰে পদুমনি,ৰূপহী গাঁও আৰু দক্ষিণে টিপাম গাঁও৷ যথেষ্ঠ সাৰুৱা এই অঞ্চলত ‌অইলৰ কেইবাটাও তৈল খাদৰ ওপৰি এটা অ চি এছ আছে৷

কমাৰবন্ধা আলি

কমাৰবন্ধা আলি হৈছে গোলাঘাট জিলাৰ অন্তৰ্গত এক ঐতিহ্যমণ্ডিত অঞ্চল। ইতিহাস প্ৰসিদ্ধ ধোদৰ আলিক যোৰহাট নগৰৰে স্ংযোগ কৰা কমাৰবন্ধা আলিয়ে চুই যোৱা বৃহৎ অঞ্চলটিয়ে সামৰি লয়, প্ৰখ্যাত দক্ষিণহেঙেৰা বজাৰ, দোলাষৰীয়া বজাৰ, বৰজান চাহ বাগিচা, শালিকীহাট আৰু ক ...

কৈহাটী

কৈহাটী ভাৰতৰ অসম ৰাজ্যৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। গাওঁখনৰ এটা অংশক সৰু কৈহাটী আৰু আনটো অংশক বৰ কৈহাটী বোলা হয়।

চিচিবৰগাঁও

চিচিবৰগাঁও অসমৰ ধেমাজি জিলাত অৱস্থিত এখন গাঁও। গাঁওখনৰ উত্তৰ দিশে গাইনদী,পূৱে চিলাপথাৰ আৰু পশ্চিমে গাইনদী বৈ গৈছে। চিচিবৰগাঁও এখন উন্নত আৰু জনবসতিপূৰ্ণ গাঁও।

টিহু-দেখাটা

টিহু-দেখাটা হৈছে ইতিহাসৰ পাতত নাম নথকা ঐতিহ্যমণ্ডিত এখনি সৰু গাঁও। এই গাঁওখন বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত সৰিহ মৌজাৰ দক্ষিণ দিশত অৱস্থিত। গাঁওখনৰ আন এটা নাম হৈছে হেলনা, যিটো নামেৰে গাঁওখন জনাজাত; টিহু-দেখাটা গাঁওখনৰ বিভাগীয় নাম। টিহু-দেখা ...

ফকিৰগঞ্জ

ফকিৰগঞ্জ ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ এখন গাওঁ। ই জিলা সদৰ ধুবুৰীৰ পৰা পূৱফালে ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। দক্ষিণ শালমাৰাৰ পৰা ১১ কিলোমিটাৰ উত্তৰত। ৰাজ্যিক ৰাজধানী দিছপুৰৰ পৰা ১৯৬ কিলোমিটাৰ দূৰৈত অৱস্থিত।

বকতা জাপিসজীয়া

বকতা জাপিসজীয়া গাওঁ পৰিচয়:- ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসম ইতিহাস সাহিত্য কলা সংস্কৃতি আদি সকলো দিশৰে পৰা প্ৰাচুৰ্যময়ী ঠাই। এই অসমভূমিৰে এখন ঐতিহ্যমণ্ডিত জিলা হল শিৱসাগৰ। অসমীয়া জাতি‌ৰ পিতৃ স্বৰ্গদেউ চ্যাওল্যুঙ ছ্যুকাফা‌ই ১২২৮ খ্ৰীষ ...

বৰকলীয়া নস্কৰা

বৰকলীয়া নস্কৰা গাওঁখন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা মহুকুমাৰ অন্তৰ্গত এখন ৰাজহ গাওঁ। এই গাওঁ খনৰ লগত আৰু বহু কেইটা সৰু-সুৰা গাওঁ জড়িত হৈ আছে। প্ৰায় ১০খন সৰু গাঁৱৰে গঠিত এখন ৰাজহ গাওঁ। ইয়াৰে নস্কৰা গাওঁ পঞ্চায়তও সামৰি লয়। নস্কৰা গাঁৱৰ পৰা ৰাজ্ ...

মাখিবাহা

মাখিবাহা ইংৰাজী: Makhibaha অসমৰ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত এখন বৃহৎ গাঁও। বিভিন্ন জাতি উপজাতিৰ মিলনভূমি এই গাঁওখন সুদীৰ্ঘ ছশবছৰীয়া ইতিহাসেৰে প্ৰসিদ্ধ। গাঁওখনত চুবুৰীৰ সংখ্যা ২১ টা। জনসংখ্যা প্ৰায় ১৫,০০০। শিক্ষিতৰ হাৰ ৯০ শতাংশ। মাটিকা ...

মাদুৰি

মাদুৰি নামৰ এবিধ বন থকাৰ বাবে ঠাইখনৰ নাম মাদুৰি গাঁও হ’ল বুলি জনা যায়। মাদুৰি হৈছে এবিধ চোকা ধাৰৰ ক্ষুৰ সদৃশ পাতৰ উদ্ভিদ। এই অঞ্চলৰ পূৱখণ্ডত এখন বিল আছে আৰু ইয়াৰ কাষৰ হাবিত এনে ধৰণৰ বন প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। হাবিৰ মাজত ছেগা-চোৰোকাকৈ এজোপা দ ...

মোৱামাৰী

মোৱামাৰী নগাঁও জিলাৰ ধিংৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষত থকা এখন সৰু গাঁও। ইয়াত মুঠ ১৫৬টা পৰিয়ালৰ লোকে বাস কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি মোৱামাৰী গাঁৱৰ জনসংখ্যা ৮২৬জন, ইয়াৰ ভিতৰত ৪২৮জন পুৰুষ আৰু ৩৯৮জন মহিলা। মোৱামাৰী গাঁৱৰ ০-৬ বছৰ বয়সৰ শিশু ১৮০ ...