ⓘ Free online encyclopedia. Did you know? page 119

খেউন ৰৌণ মাই ক্ব

খেউন ৰৌণ মাই ক্ব বা চিঙ্গাড়ীঘৰুথা হল মধ্যযুগীয় অসমত ৰাজত্বকাৰী আহোম ৰাজ্যৰ চাওফাৰ ঐতিহাসিক ৰাজ্যভিষেক অনুষ্ঠান। আহোম শাসনৰ সময়ত এই অনুষ্ঠানে বিশেষ ৰাজকীয় মৰ্য্যাদা লাভ কৰিছিল সেইসময়ত আহোম ৰাজকুমাৰে এই অনুষ্ঠান অবিহনে ৰাজকীয়ভাবে মৰ্যাদা লাভ ...

টাই আহোম চিত্ৰশৈলী

মধ্যযুগীয় অসমীয়া চিত্ৰশৈলীৰ এটা শৈলী টাই-আহোম শৈলী ৰূপে জনা যায়। বহিঃ ভাৰতৰপৰা ইয়ালৈ অহা এই চিত্ৰাংকন শৈলী উজনিৰ বৌদ্ধবিহাৰসমূহৰ ভিতৰতে সীমাবদ্ধ। এই শৈলীত চিত্ৰিত মাত্ৰ দুখনি পুথিচিত্ৰ উদ্ধাৰ হৈছে-- ফুং চিন আৰু চুক-টান্তা-কিম্পং । শেষৰখনি বুৰ ...

ডালিমী

ডালিমী ৱাংচু ৰাজ্যৰ ৰাজকুমাৰী আৰু আহোমৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী আছিল। আহোম ৰাজত্বৰ অন্যতম প্ৰতাপী ৰজা স্বৰ্গদেউ গদাধৰ সিংহই ৱাংচু ৰাজকন্যা নেফে ৱাংচাক বিয়া কৰাইছিল। পৰৱৰ্তী সময়ত নেপী ৱাংচা ডালিমী হিচাপে পৰিচিত হয়। ডালিমীৰ ইচ্ছা অনুসৰি তেওঁ ...

পাইক প্ৰথা

পাইক প্ৰথা আহোমসকলৰ ৰাজত্ব কালত প্ৰচলিত এক প্ৰথা আছিল। বিশ্বাস কৰা হয় যে, এই প্ৰথাটো দক্ষিণ-পূব এছিয়াত প্ৰচলিত আছিল। আহোমসকল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ অহাৰ পিছত এই প্ৰথাৰ প্ৰচলন কৰে। এই প্ৰথাটোকে ১৬০৯ খ্ৰীষ্টাব্দত মোমাই তামূলী বৰবৰুৱাই কিছু সাল-স ...

বঙাল পুখুৰী

বদন বৰফুকন আহোম ৰাজ্যৰ এজন বিষয়া আছিল। তেওঁ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে বাৰ্মাৰ পৰা সৈন্য আনিছিল আৰু সাধাৰণ জনতাক নানা অত্যাচাৰ কৰিছিল। সেয়ে, ১৭৩৯ শকৰ ১৮১৮ চন শাওণ মাহত বদন বৰফুকনে এই পুখুৰীটোত গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে চুবেদাৰ তেওঁক হত্যা ...

য়া চিং ফা

য়া চিং ফা আছিল তাঈ আহোমসকলৰ বাবে এগৰাকী পূজনীয় পূৰ্বপুৰুষ যাক জ্ঞান, ব্যাকৰণ প্ৰণেতা, শিল্পী আৰু সাহিত্যৰ প্ৰণেতা বুলি ধৰা হয়। তেওঁ উচ্চ সাহিত্যৰ প্ৰণেতা আছিল। তাঈ সাহিত্যৰ বৃদ্ধি আৰু বিকাশত তেখেতৰ যথেষ্ট বৰঙনি আছে বুলি ধৰা হয়। তেখেতে ফা তু চ ...

লালুকসোলা বৰফুকন

লালুকসোলা বৰফুকন আহোম সাম্ৰাজ্যৰ এজন বৰফুকন আছিল। তেওঁ নিজে ৰজা হোৱাৰ আকাংক্ষাত শৰাইঘাটৰ যুদ্ধত অসমে জয় কৰা গুৱাহাটী পৰিত্যাগ কৰিছিল। ১৬৭২ চনত কনিষ্ঠ ভ্ৰাতৃ লাচিত বৰফুকনৰ দেহাৱসানৰ পিছত স্বৰ্গদেৱ চুন্যৎফা ওৰফে উদয়াদিত্য সিংহই লালুকসোলাক বৰফুকন ...

লেংডন

চাই ৰে ফা চাং ডাম ঙি ৰিং লেংডন আহোমসকলৰ পূৰ্বপুৰুষ আৰু চাং বংশৰ সম্ৰাট আছিল যি মৌঙ ফি বা চুং কোৱ সাম্ৰাজ্যখনৰ শাসক আছিল। তেখেতৰ পিতৃ সম্ৰাট চেং নুঙ এজন মহান শাসক আছিল। সম্ৰাট চেং নুঙৰ পুত্ৰৰ নাম আছিল হাং-টি আৰু হাং-টি পিছলৈ গৈ মৌঙ ফিৰ শাসনভাৰ লাভ ...

শিৱসাগৰ পুখুৰী

স্বৰ্গদেও শিৱসিংহৰ ৰাজত্ব কালত তেওৰ দ্বিতীয় গৰাকী কুৱৰীয়ে বৰৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰ সদৃশ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ ৬ বহাগত৷ পুখুৰীটোৰ সম্পূৰ্ণ মাটিকাল ...

হেংদান

হেংদান হল আহোমসকলৰ পৰম্পৰাগত এবিধ অস্ত্ৰ। আহোম সকলৰ মতে হেং-দান্ অকল যুদ্ধৰ অস্ত্ৰই নহয়, ই বশ্যতা স্বীকাৰ কৰোৱাত, ৰাজকাৰ্য চলোৱাত, কৰ-কাটল আদি আদায় কৰাত দিগ্বিজয় কৰাত সাৰথি হোৱা এবিধ আপুৰুগীয়া আহিলা। হেং-দান্ টাই আহোম ভাষাৰ শব্দ।

বেলতলা

প্ৰাচীন কালৰে পৰা বেলতলা কামৰূপৰ এক ৰাজনৈতিকভাৱে সক্ৰিয় অঞ্চল। প্ৰাচীনকালত ই ঐতিহাসিক কামৰূপ সাম্ৰাজ্যৰ অন্তৰ্গত আৰু পিছলৈ কোচ-কমতা সাম্ৰাজ্যৰ অধীন হয়। পিছলৈ মোগল শাসনৰ সময়ত এক কৰতলীয়া ৰাজ্যলৈ পৰিৱৰ্তিত হয়। কোচ সাম্ৰাজ্যৰ পিছৰে পৰা বেলতলাই ক ...

গুণদা দাস কৌৰ

গুণদা দাস কৌৰ হৈছে এগৰাকী অসমীয়া সংগীত শিল্পী। তেওঁ চল্লিশ আৰু পঞ্চাশ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ গুৱাহাটী তাৰিনী চৌধুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংগীতৰ শিক্ষয়িত্ৰী ৰূপে সেৱা আগবঢ়াইছিল।

তৰালি শৰ্মা

তৰালি শৰ্মা অসমৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মূলতঃ শাস্ত্ৰীয় সংগীত আৰু লোক-সংগীতৰ চৰ্চা কৰা তৰালিয়ে মঞ্জু বৰাৰ অসমীয়া ছবি আকাশীতৰাৰ কথাৰে. নামৰ চিনেমাখনত "কিমতে ভকতি কৰিব." শীৰ্ষক ঘোষাভাগত কৰা কণ্ঠদানৰ বাবে ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ ...

দোস্ত হবিবুৰ ৰহমান

দোস্ত হবিবুৰ ৰহমান অসম তথা ভাৰতৰ এগৰাকী গীতিকাৰ, গায়ক আৰু অভিনেতা আছিল৷ মাত্ৰ ত্ৰিশ বছৰ বয়সতে মৃত্যু দোস্ত হবিবুৰ ৰহমান এগৰাকী পেৰডি গায়ক হিচাপে অতি জনপ্ৰিয় আৰু প্ৰখ্যাত আছিল৷

নীলিমা খাতুন

নীলিমা খাতুন অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া ছবি, অনাতাঁৰ কেন্দ্ৰ আৰু গ্ৰামফোনত গীত গোৱাৰ উপৰিও মঞ্চতো গীতৰ অনুষ্ঠান পৰিবেশন কৰিছে। কুৰি শতিকাৰ সত্তৰ, আশীৰ দশকত তেখেতে ছবি আৰু অনাতাঁৰত গোৱা বহুকেইটা গীত শ্ৰোতাৰ মাজত প্ৰভূত জনপ্ৰিয়তা লাভ ক ...

মুনমুন দাস

মুনমুন দাস অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ তিৱা লোক সংগীতৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ জনগোষ্ঠীয় গীত বিভাগৰ স্বাকৃতিপ্ৰাপ্ত গায়িকা আৰু তিৱা নৃত্য গুৰু নাদিৰাম দেউৰীৰ উদ্যোগত প্ৰতিষ্ঠিত মাৰ্কাংকুছি তিৱা কাণ্ঠিচুৰী চমত নাম ...

লোনা সোনোৱাল

লোনা সোণোৱাল ইংৰাজী: Luna Sonowal এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে ৷

ৰুদ্ৰ বৰুৱা

ৰুদ্ৰ বৰুৱা আধুনিক অসমীয়া সংগীত জগতত এক উল্লেখনীয় নাম। তেখেতক অসমীয়া চলচ্চিত্ৰ আৰু অসমৰ সংগীতসমূহলৈ আগবঢ়োৱা অৱদানৰ বাবে লুইত কোঁৱৰ উপাধিৰেও জনা যায়। কলংপৰীয়া গীতিকাৰ তেখেতৰ অন্য এটা জনপ্ৰিয় উপাধি। তেখেত একাধাৰে এজন গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল ...

কৃষ্ণ দাস

কৃষ্ণ দাস এজন ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ অসম ক্ৰিকেট দলৰ হৈ খেলে। তেওঁ এজন সোঁহতীয়া ফাষ্ট-মেডিয়াম বলাৰ। তেওঁ ২০০৫-০৬ চনৰ ৰঞ্জি ট্ৰফীৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। ২০০৯ চনত তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণকাৰী ভাৰতৰ ১৯ বছৰ অনূৰ ...

অভিজিত বৰুৱা

অভিজিত বৰুৱা হৈছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছ ত স্বীকৃতিপ্ৰাপ্ত এজন অসমীয়া ক্ৰীড়াবিদ। তেওঁ অসম আৰক্ষী বিভাগৰ এজন কৰ্মচাৰী। অভিজিত এজন সুদক্ষ সমৰ কলাবিদ। তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সামৰিক কলাৰ বহুতো প্ৰতিযোগিতাত কেইবাটাও সোণ, ৰ ...

এলেন দেউৰী

এলেন দেউৰী এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু আই-লীগত শ্বিলং লাজং এফ চি দলৰ হৈ মিডফিল্ডাৰ হিচাপে খেলে।

বাবুল ফুকন

বাবুল ফুকন অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।

মাধুৰ্য বৰা

স্কুলীয়া দিনৰেপৰা তেওঁ বিভিন্ন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০০০ চনত ২০ বছৰ বয়সত তেওঁ প্ৰথমবাৰ আনুষ্ঠানিক ট্ৰায়েথলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০০০ চনৰপৰা তেওঁ একেৰাহে ১০ বছৰ অসমৰ ৰাজ্যিক চেম্পিয়ন হৈ ৰয়। ২০০৯ চনৰপৰা তেওঁ উন্নত প্ৰশিক্ষণৰ ক ...

মিঠু বৰুৱা

মিঠু বৰুৱা অসমৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় সাঁতোৰবিদ। তিনিবছৰ বয়সতে দীঘলীপুখুৰীৰ দুয়োপাৰ সাতুৰিবলৈ সক্ষম হোৱা মিঠু বৰুৱাই ৫০ মিটাৰ ফ্ৰিষ্টাইল শাখাত ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ...

লাভলীনা বৰগোঁহাই

লাভলীনা বৰগোঁহাই এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। তেওঁৰ অসমৰ গোলাঘাটত জন্ম হৈছিল। তেওঁ ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয ...

ৰঞ্জনা শৰ্মা বৰদলৈ

ৰঞ্জনা শৰ্মা বৰদলৈ জন্ম হৈছিল ডিব্ৰুগড়ৰ চিৰিং চাপৰিত। পিতৃৰ নাম নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম অৰ্চনা বৰদলৈ। তেখেতে সত্ৰীয়া নৃত্য গুৰু যতীন গোস্বামী আৰু ভৱ গোস্বামীৰ পৰা সত্ৰীয়া আৰু মাধৱ সিংহাৰ পৰা মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। ...

ভগৱান মৰল

ড॰ ভগৱান মৰল অসমীয়া ভাষা বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰখনৰ এটা অতি চিনাকি নাম। প্ৰচলিত চিন্তা-চৰ্চা তথা মতবাদৰ বিপৰীতে ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে অসমৰ ভাষা বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰখনক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰা ড॰ ভগৱান মৰল যথাৰ্থতে এগৰাকী সফল ভাষা বিজ ...

পূৰ্ণিমা দেৱী বৰ্মন

পূৰ্ণিমা দেৱী বৰ্মন ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃঙ্খলাৱদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষ ভাবে জনাজাত। তেওঁ হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলা সকলৰ হাড়গিলা আৰ্মী নামৰ ...

বিভুতি লহকৰ

বিভুতি প্ৰসাদ লহকৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু পৰিস্থিতি বিজ্ঞানী । তেওঁ অসমৰ ঘাঁহনি অঞ্চলৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয় আছিল অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পিগমি হগৰ বিস্তৃতি অধ্যয়ন।

দেবানন্দ উলুপ

সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দেবানন্দ উলুপে এটা কুকুৰা বিক্ৰী কৰা টকাৰে ৰেলৰ টিকট কাটি যোৰহাটলৈ গুচি আহে। যোৰহাট চাৰুকলা বিদ্যালয়ত কিছুদিন ছবি অঁকাৰ পাঠ লয় যদিও মনৰ অস্থিৰতাই তেখেতক যোৰহাটতো টিকি থাকিবলৈ নিদিলে। ১৯৭৯ চনৰ শেষৰ ফালে তেখেত গুৱা ...

মাধৱ বৈশ্য

১৯৩০ চনত শুৱালকুছিত তেখেতৰ জন্ম হয়। ১৯৫৮ চনত তেখেতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰপৰা আৰ্টৰ বৃত্তি লাভ কৰে আৰু ছাত্ৰ ৰূপে বিশ্ব ভাৰতীত শান্তিনিকেতন নামভৰ্তি কৰে। ১৯৬২ চনত তেখেতে পেইণ্টিং বিষয়ত ডিষ্টিংচন সহ প্ৰথম শ্ৰেণী লাভ কৰি বিশ্ব ভাৰতীৰপৰা উত্তীৰ ...

অমলা বেজবৰুৱা

অমলা বেজবৰুৱা অসমৰ এগৰাকী গণিত বিজ্ঞানৰ স্নাতকোত্তৰ। তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এগৰাকী মহিলা প্ৰবক্তা। অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিষয়ক আলোচনী গণিত বিকাশৰ প্ৰথমগৰাকী সম্পাদক আছিল অমলা বেজবৰুৱা।

অৰুণমণি চৌধুৰী

অৰুণমণি চৌধুৰী হৈছে বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত অসমৰ এগৰাকী মেধাৱী মহিলা। তেখেত ১৯৫৪ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে আছিল।

প্ৰসেন বৰা

প্ৰসেন বৰা অসমৰ এগৰাকী প্ৰসিদ্ধ ঢুলীয়া আছিল। অসমৰ লগতে ভাৰতৰ বাহিৰতো বিভিন্ন অনুষ্ঠানত ঢোলবাদন কৰি তেওঁ খ্যাতি লাভ কৰিছিল। বহুকেইখন শ্ৰব্য কেছেটত তেওঁৰ ঢোলৰ চাপৰ সন্নিবিষ্ট হৈ আছে।

অনুৰাগ শইকীয়া

অনুৰাগ শইকীয়া এজন ভাৰতীয় সংগীত পৰিচালক, চলচ্চিত্ৰ সংগীতৰ সুৰকাৰ আৰু বাদ্যযন্ত্ৰী। অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণত তেওঁৰ জন্ম হৈছিল। তেওঁ "যুগদ্ৰষ্টা নামৰ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অদৰ্শিত বোলছবিৰ সংগীত ...

মৃণাল কান্তি দাস

মৃণাল কান্তি দাস এগৰাকী চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক। পুণে ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ স্নাতক মৃণাল কান্তি দাসে কেবাখনো অসমীয়া ছবিৰ চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰাৰ লগতে দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক হিচাপেও কাম কৰিছিল। ১৯৯৬ চনত ৰাগ-বিৰাগ ...

বাণী জয়ৰাম

বাণী জয়ৰাম এগৰাকী ভাৰতীয় প্ৰথিতযশা সংগীত শিল্পী। তেওঁক বিশেষকৈ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে জনা যায়। ১৯৭১ চনত আৰম্ভ হোৱা তেওঁৰ চাৰি দশক জোৰা কৰ্মজীৱনত এহাজাৰতকৈও অধিক চলচ্চিত্ৰত ২০,০০০ তকৈও অধিক গীতত কণ্ঠদান কৰিছে। তাৰোপৰ ...

সাৰদা (কণ্ঠশিল্পী)

সাৰদা ৰাজন আয়েংগাৰ বা সাৰদা ১৯৬০ আৰু ১৯৭০ দশকৰ ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। জাহাঁ প্যাৰ মিলে ছবিৰ কেবাৰে ‘বাত জৰা হ্যায় আপস কী’ৰে তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল; যদিও তেওঁৰ আটাতকৈ স্মৰণীয় গীত সুৰয ৰ ‘তিতলি উড়ি’। ২০০৭ ...

হেমলতা

হেমলতা বলীউডী এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৭০ দশকৰ শেষৰ ফালে তেওঁ বলীউডৰ গীতৰ জগতখনৰ সৈতে জড়িত আছিল। শাস্ত্ৰীয় সংগীতত সুপ্ৰশিক্ষিত হেমলতাই চলচ্চিত্ৰ, কনচাৰ্ট আৰু টেলিভিচনৰ জগতখনত নিজকে প্ৰতিষ্ঠিত কৰিছিল। তেওঁ ৰবীন্দ্ৰ জৈনৰ সংগীত পৰিচালনা ...

ভূপেন হাজৰিকাৰ কৰ্মৰাজি

ড॰ ভূপেন হাজৰিকা একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক তথা লেখক আছিল। তেওঁ অসমীয়াৰ লগতে বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত সংগীত ৰচনা আৰু কণ্ঠদান কৰিছিল। এই প্ৰবন্ধত ভূপেন হাজৰিকাৰ কৰ্মসমূহ তালিকাবদ্ধ কৰা হৈছে।

বিস্তীৰ্ণ পাৰৰে

বিস্তীৰ্ণ পাৰৰে গীতটো ড° ভূপেন হাজৰিকাৰ অপূৰ্ব সৃষ্টি। তেওঁ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। প’ল ৰবচনৰ অল্ড মেন ৰিভাৰ গীতটোৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ "বিস্তীৰ্ণ পাৰৰে" গীতটি ৰচনা কৰিছিল। এই গানটোততেখেতে ব ...

কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বেংগালুৰুত অৱস্থিত মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ‌ বিমানবন্দৰটি দেৱেনাহাল্লী নামৰ অঞ্চলটোৰ ৪৭০০ একৰ মাটিকালিত বিস্তৃত হৈ আছে। ‌ বিমানবন্দৰটি প্ৰথমে ২০০৮ চনত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে মু ...

শ্বিলং বিমানবন্দৰ

শ্বিলং বিমানবন্দৰ হৈছে ভাৰতৰ শ্বিলং, মেঘালয়ৰ উমৰৈ নামৰ ঠাইত অৱস্থিত এটা বিমানবন্দৰ। যি শ্বিলঙৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত।

জোহৰাবাই অম্বালেৱালী

জোহৰাবাই অম্বালেৱালী ১৯৩০ আৰু ১৯৪০ৰ দশকৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী তথা হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী আছিল। ১৯৪৪ চনত মুক্তি পোৱা হিট ছবি নৌচাদে সঙ্গীত পৰিচালনা কৰা ৰতন ৰ আঁখিয়া মিলাকে জিয়া ভৰমাকে আৰু আয়ী দিৱালী আয়ী দিৱ ...

আন্না মণি

আন্না মোডায়িল মণি আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সাধাৰণ উপসঞ্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু পাছলৈ তেওঁ ৰমণ গৱেষণা প্ৰতিষ্ঠানত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বতৰ বিজ্ঞান সম ...

ডিকি ডলমা

ডিকি ডলমা Dicky Dolma ডিকি ডলমা এগৰাকী ভাৰতীয় নাৰী, তেওঁ ১৯বছৰ বয়সত ১৯৯৩চনৰ ১০ মে তাৰিখে মাউন্ট এভাৰেষ্টৰ শীৰ্ষবিন্দু আৰোহণ কৰা সবাতোকৈ কম বয়সৰ নাৰী হিচাপে পৰিচিত। এই ঐতিহাসিক ক্ষণটি সম্ভৱ হৈ উঠিছিল ভাৰত-নেপালৰ মহিলা এভাৰেষ্ট অভিযানৰ সময়ত।এই ...

মালাৱাত পূৰ্ণা

মালাৱাত পূৰ্ণা পূৰ্ণা এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ তেলেঙ্গনা ৰাজ্যৰ নিজমাবাদ জিলাৰ বাসিন্দা। ২০১৪ চনৰ ২৫ মে তাৰিখে পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰে। মাত্ৰ ১৩ বছৰ, ১১মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা পূৰ্ণা, বৰ্তমানলৈ বিশ্বৰ একেবাৰেই ...

ৰেহনেছ টি পি

ৰেহনেছ থুম্বিৰুম্বু পৰম্বা ভাৰতৰ এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলৰ এজন গোলৰক্ষক।

অমৰ সিং (ক্ৰিকেটাৰ)

লাধাভাই নাকুম অমৰ সিং লধা উচ্চাৰণ এজন ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ আছিল। সোঁহতীয়া বেগী বলাৰ আৰু পটু লৱাৰ অৰ্ডাৰ বেট্‌ছমেন অমৰ সিঙে দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে ভাৰতৰ হৈ সাতখন টেষ্ট মেট্‌ছ খেলিছিল। সেইকেইখনত তেওঁ ২৮টা উইকেট দখল কৰিছিল। তেওঁ ভাৰতৰ প্ৰথম ...

কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ

কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কোকৰাঝাৰ জিলাত অৱস্থিত। এই ৰাজহুৱা অভিযান্ত্ৰিক প্ৰতিষ্ঠানখন ২০০৬ চনত ভাৰত চৰকাৰে স্থাপন কৰে। ই উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত।