ⓘ Free online encyclopedia. Did you know? page 12

অৰুন্ধতী ভট্টাচাৰ্য্য

অৰুন্ধতী ভট্টাচাৰ্য্য এগৰাকী ভাৰতীয় বেংকাৰ আৰু ভাৰতীয় ষ্টেট বেংকৰ ভূতপূৰ্ব অধ্যক্ষ। তেওঁ ভাৰতীয় ষ্টেট বেংকৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ। ২০১৬ চনৰ ফৰ্ব আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ শীৰ্ষ ১০০ গৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত ২৫তম স্থান লাভ কৰিছিল। ভ ...

অৰুন্ধতী ৰায়

সুজানা অৰুন্ধতী ৰায় এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ সাহিত্যিক। তেওঁৰ বিখ্যাত ইংৰাজী উপন্যাস দ্য গড অৱ স্মল থিংছ ৰ বাবে তেওঁ ১৯৯৭ চনত মেন বুকাৰ বঁটা লাভ কৰে। ১৯৮৯ চনত ইন হুইছ এনি গিভ ইট ডজ ওৱানছ ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰ ...

অৰ্চনা ভট্টাচাৰ্য

অৰ্চনা ভট্টাচাৰ্য এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে আয়নমণ্ডলীয় পদাৰ্থ বিজ্ঞান, ভূচুম্বকত্ব, মহাকাশৰ বতৰ আদি বিষয়ত গৱেষণা কৰিছে। তেখেত নৱী মুম্বাইস্থিত, "ভাৰতীয় ভূচুম্বকীয় প্ৰতিষ্ঠান"ৰ সঞ্চালক আছিল।

অৰ্চনা শৰ্মা (উদ্ভিদ বিজ্ঞানী)

অৰ্চনা শৰ্মা এগৰাকী ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী। তেওঁ বিশেষকৈ অযৌন প্ৰজনন কৰা উদ্ভিদৰ শ্ৰেণীবিভাজনৰ অধ্যয়ন, প্ৰাপ্ত বয়স্ক কোষকেন্দ্ৰৰ আৱেশিত কোষ বিভাজন, উদ্ভিদৰ বিভিন্ন কলাৰ পলিটেনিৰ শ্ৰেণীবিভ ...

অৰ্জুন (ফিৰোজ খান)

অৰ্জুন ফিৰোজ খান এগৰাকী ভাৰতীয় অভিনেতা, যিয়ে বি. আৰ. চোপ্ৰাৰ হিন্দী মহাকাব্যৰ টেলিভিচন ধাৰাবাহিক মহাভাৰতত অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। এই ভূমিকাত সাফল্য পোৱাৰ পিছত, ফিৰোজ খানে পেশাগতভাৱে তেওঁৰ নাম অৰ্জুনলৈ পৰিৱৰ্তন কৰিছিল। তেওঁ কেইখ ...

অৱনীন্দ্ৰনাথ ঠাকুৰ

অৱনীন্দ্ৰনাথ ঠাকুৰ ; হল আধুনিক ভাৰতীয় চিত্ৰকলাৰ প্ৰাণ পুৰুষ তথা ইণ্ডিয়ান ছচাইটি অৱ অৰিয়েন্টেল আৰ্ট ৰ সৃষ্টিকৰ্টা। অৱনীন্দ্ৰনাথ ঠাকুৰ চিত্ৰশিল্পীৰ উপৰি এজন ভাল লেখক ও আছিল। অৱনীন্দ্ৰনাথ ঠাকুৰৰ ছবিত ইউৰোপীয় ছবিৰ প্ৰভাৱ পৰিলক্ষিত হয়। ১৯০৭ খৃষ্ট ...

আগথা চাংমা

আগথা কঙ্গকাল চাংমা ভাৰতৰ পূৰ্বৰ সাংসদ সদস্য আৰু ১৫ তম লোকসভাৰ সদস্য আছিল। ২০০৯ চনৰ সংসদীয় নিৰ্বাচনত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁ মেঘালয়ৰ তুৰা নিৰ্বাচন ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ইউপিএ দ্বিতীয় মনমোহন সিং কেবিনেটেৰ স ...

আচিন

আচিন থত্তুমকাল) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যমত বিশেষভাৱে প্ৰশিক্ষিত। তেওঁ বলিউড, তেলেগু, তামিল, মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ দক্ষিণ ভাৰতীয় চিনেমা উদ্যোগত অভিনয় জীৱন আৰম্ভ কৰিছ ...

আদি শংকৰ

আদি শংকৰ হৈছে অষ্টম শতিকাৰ এজন ভাৰতীয় অদ্বৈতবাদী দাৰ্শনিক। হিন্দু ধৰ্মদৰ্শনৰ মীমাংসা ভাগৰ তেওঁ সমৰ্থক আছিল; বহ্মসূত্ৰ,উপনিষদ,গীতা আদিৰ দ্বাৰা তেওঁ আধ্যাত্মিকতাত গুৰুত্ব দিছিল। তেওঁক শংকৰাচাৰ্য নামেৰেও জনা যায়। বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰ কৰা আচাৰ্য ...

আদিতি পণ্ট

আদিতি পণ্ট এগৰাকী ভাৰতীয় সমুদ্ৰ বিজ্ঞানী। তেওঁ ভূবিজ্ঞানী সুদীপ্তা সেনগুপ্তাৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১৯৮৩ চনৰ ভাৰতৰ এণ্টাৰ্কটিকা প্ৰগ্ৰেমৰ সহায়ত এণ্টাৰ্কটিকা অভিযানৰ সুযোগ লাভ কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান ...

আদুৰ গোপালকৃষ্ণন

আদুৰ গোপালকৃষ্ণন এজন ভাৰতীয় চিত্ৰনিৰ্মাতা, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। নামজ্বলা ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সকলৰ ভিতৰত তেওঁ অন্যতম। ৭০ৰ দশকত নিজৰ প্ৰথমখন চিনেমা স্বয়ম্বৰম নিৰ্মাণেৰে গোপালকৃষ্ণনে মালয়ালম চিনেমাত এক নতুন ঢৌৰ সৃষ্টি কৰিছিল। পাঁচ দশ ...

আনন্দ কুমাৰ

আনন্দ কুমাৰ জন্ম ১ জানুৱাৰী ১৯৭৩ এজন ভাৰতীয় গণিতৰ প্ৰশিক্ষক যি ২০০২ চনত বিহাৰৰ পাটনাত আৰম্ভ কৰা চুপাৰ ৩০ কাৰ্য্যসূচীৰ বাবে বেছি জনপ্ৰিয় যʼত আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক ভাৰতীৰ প্ৰায়োগিক প্ৰতিষ্ঠানৰ প্ৰৱেশ পৰীক্ষা আই টি-জে ই পৰীক্ষাৰ বাবে প্ ...

আনন্দীবাঈ যোশী

আনন্দীবাঈ গোপালৰাও যোশী প্ৰথম ভাৰতীয় মহিলা এলপেথি চিকিৎসক। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱমেন মেডিকেল কলেজ অফ পেনচিলভেনীয়াৰ পৰা দুবছৰীয়া এলপেথি চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

আন্না ৰাজম মলহোত্ৰা

আন্না ৰাজম মলহোত্ৰা এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা। তেওঁ ১৯৫০ চনত অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মাদ্ৰাজ কেডাৰত যোগদান কৰিছিল। ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদবীত অধিষ্ঠ ...

আমলা ৰুইয়া

১৯৯৯/২০০০ আৰু ২০০৩ চনত ৰাজস্থানত সৃষ্টি হোৱা ভয়ংকৰ খৰাং পৰিস্থিতিয়ে ৰুইয়াক জল সংৰক্ষণ কৌশল প্ৰয়োগৰ বাবে অনুপ্ৰেৰণা যোগায়। তেখেতে গাওঁবাসীক লগত লৈ এই গাওঁসমূহত বান্ধ নিৰ্মাণৰ বাবে" আকাৰ দাতব্য ন্যাস” নামেৰে এখন ন্যাস গঠন কৰে। ৰাজস্থানৰ মাণ্ডা ...

আমিনা আহমেদ আহুজা

আমিনা আহমেদ আহুজা এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, কেলিগ্ৰাফাৰ, ভাষাবিদ আৰু সাহিত্যিক। তেওঁৰ উৰ্দু কবিতা অনুপ্ৰাণিত কলাৰ বাবে বিশেষভাৱে জনাজাত। ভাৰত চৰকাৰে কলাক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ২০০৯ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

আমিৰ খান

মহম্মদ আমিৰ হুচেইন খান হিন্দী: आमिर खान ; জন্ম: ১৪ মাৰ্চ ১৯৬৫ হল এজন বিখ্যাত ভাৰতীয় অভিনেতা। হিন্দী ছবিত ত্ৰিছ বছৰৰো বেছি সময় ধৰি তেওঁৰ কেৰিয়াৰত খানে নিজকে ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী অভিনেতা হিচাপে প্ৰতিষ্ঠিত কৰিছে।

আমিৰবাই কৰ্ণাটকী

আমিৰবাই কৰ্ণাটকী এগৰাকী হিন্দী চলচ্চিত্ৰৰ আৰম্ভণী কালৰ অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ কানাড়া ককিলা নামে প্ৰখ্যাত আছিল। মহাত্মা গান্ধীয়ে তেওঁ গোৱা বৈষ্ণৱ জন তো গীতটোৰ পৰম ভক্ত আছিল।

আয়েশা চৌধুৰী

আয়েশা চৌধুৰী আছিল এগৰাকী তৰুণ ভাৰতীয় লেখিকা আৰু প্ৰেৰণাদায়ী বক্তা। তেওঁ ইংক আৰু টেডৰ মঞ্চত একাধিক অনুপ্ৰেৰণাদায়ী বক্তৃতা প্ৰদান কৰি দৰ্শকৰ পৰা প্ৰশংসা আৰু সমাদৰ লাভ কৰিছিল। তেওঁ লিখা গ্ৰন্থখনৰ নাম হৈছে My Little Epiphanies, যিখন গ্ৰন্থ তেওঁৰ ...

আয়েশা টাকিয়া

আয়েশা টাকিয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বলিউডত অভিনয় কৰে। ১৫ বছৰ বয়সত কমপ্লানৰ বিজ্ঞাপন আৰু তাৰ পাছত ফাল্গুনী পাঠকৰ গীতকে ধৰি কেইটামান মিউজিক ভিডিঅত অভিনয় কৰাৰ পাছত টাৰজান: দ্য ৱণ্ডাৰ কাৰ বোলছবিৰে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে। এইখন ব ...

আলিয়া ভাট

আলিয়া ভাট হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। তেখেত ভাৰতৰ লগতে ব্ৰিটেইনৰ নাগৰিকত্বৰ অধিকাৰী। আলিয়াৰ সৰহভাগ কৰ্ম হিন্দী ছবি জগতত আবদ্ধ। ২০১৯ বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ ভিতৰত অন্যতম আলিয়াই এতিয়ালৈকে চাৰিটা ফিল্মফেয়াৰ বঁটাৰ লগ ...

আল্পনা বন্দোপাধ্যায়

আল্পনা মুখোপাধ্যায় এগৰাকী সফল বঙালী কণ্ঠশিল্পী আছিল। তেওঁৰ বিখ্যাত গীত কেইটামান- ‘তাৰাদেৰ চুমকি জ্বলে আকাশে’, ‘হাট্টি মাটিম টিম’, ‘চোটো পখী চন্দনা’ আদি।

আশা পাৰেখ

আশা পাৰেখ হৈছে ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী, পৰিচালিকা আৰু প্ৰযোজক। আশা পাৰেখে নিজৰ সুদীৰ্ঘ কেৰিয়াৰত বহুকেইখন সফল আৰু সমাদৃত ছবিত অভিনয় কৰিছে। ১৯৬০ আৰু ১৯৭০ ৰ দশকৰ ভিতৰত তেখেত ছবি জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ...

আশা ভোঁচলে

আশা ভোঁচলে ভাৰতৰ এগৰাকী স্বনামধন্যা জনপ্ৰিয় গায়িকা। তেওঁ ১৯৪৩ চনৰপৰা এতিয়ালৈকে সহস্ৰাধিক হিন্দী আৰু ভিন্নভাষী চলচ্চিত্ৰৰ লগতে বহুকেইটা ব্যক্তিগত এলবামত গান গাইছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ মঞ্চত গীত পৰিৱেশন কৰিছে। তেওঁ বিখ্যাত গায়িকা লতা মংগ ...

আশাপূৰ্ণা দেৱী

আশাপূৰ্ণা দেৱী এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি। নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হোৱা দেৱীয়ে ১৯৭৬ চনত জ্ঞানপীঠ বঁটা আৰু ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল। উল্লেখ্য যে আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগ ...

আহমেদ পেটেল

আহমেদভাই মহম্মদভাই পেটেল জনপ্ৰিয়ভাৱে আহমেদ পেটেল এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন পদবীৰ লগতে সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। তেওঁ কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব আছিল। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৮৯ চনলৈ ত ...

আৰ কে লক্ষ্মণ

ৰাচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ এজন ভাৰতীয় কাৰ্টুনিষ্ট, চিত্ৰকৰ আৰু ব্যংগ লেখক। দ্য টাইম্‌ছ অৱ ইণ্ডিয়া কাকতত ১৯৫১ চনৰপৰা প্ৰকাশিত তেওঁৰ "ইউ ছেইড ইট" শীৰ্ষক কাৰ্টুন শিতানৰ "দ্য কমন মেন" চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত। লক্ষ্মণে স্থানীয় বাতৰি কাকত আৰু আল ...

আৰতি অংকলীকৰ-টিকেকৰ

আৰতি অংকলীকৰ-টিকেকৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ লগত জড়িত আৰতিয়ে বেছিভাগ মাৰাঠী, কোংকণী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত নেপথ্য কণ্ঠশিল্পী হিচাপে জড়িত। সম্পূৰ্ণ কণ্ঠৰ গীত আৰু শৈলীৰ বাবে জ ...

আৰতি মুখাৰ্জী

আৰতি মুখাৰ্জী এগৰাকী ভাৰতীয় বঙালী গায়িকা। তেওঁ বিভিন্ন ভাষাত গীত গাইছে। মূলতঃ তেওঁ বঙালী চলচ্চিত্ৰ আৰু আধুনিক গীত গোৱাৰ বাবে বিখ্যাত। গীত গাতা চল, তপস্যা, মনোকামনা, মাচুম আদি বহুতো হিন্দী ছবিত গীত গোৱাৰ উপৰিও বহুকেইখন অসমীয়া ছবিতো তেওঁ গীত গাইছে।

আৰতি সাহা

আৰতি গুপ্তা সাহা এগৰাকী ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ। ব্ৰিটিছ অধীনস্থ ভাৰতৰ কলকাতাত আৰতিৰ জন্ম হৈছিল। চাৰি বছৰ বয়সৰ পৰাই তেওঁ সাঁতোৰবিদ্যা শিকিবলৈ লৈছিল। তেওঁৰ প্ৰতিভাৰ প্ৰথম উমান পাইছিল শচীন নাগে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় ম ...

আৰমান মালিক

আৰমান মালিক এজন প্ৰতিভাৱান নৱাগত ভাৰতীয় সংগীত শিল্পী। প্ৰথমে তেওঁ ইউনিভাৰ্চেল মিউজিক ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ টিছিৰিজৰ লগত চুক্তিবদ্ধ। তেওঁক পোনপ্ৰথমে জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব সা ৰে গা মা পা লিটিল চেম্পচ্ "ত দেখা গৈছিল ...

আৰুচি নাশিক

আৰুচি নাশিক এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, উদ্যোগতা, তথা চলচ্চিত্ৰ নিৰ্মাতা। যাক প্ৰায়ে আৰুচি পোখৰিৱাল বুলি পৰিচিত। তেওঁ পীৰ বিৰ্জু মহাৰাজ আৰু পূৰ্ণিমা পাণ্ডেৰ শিষ্য। তেওঁ সংস্কৃতি সম্পৰ্ক আই.চি.চি.আৰ-ৰ ভাৰতীয় কাউঞ্চিলৰ এগৰাকী কথক এমপেন ...

আৰ্য ৰাজেন্দ্ৰন

আৰ্য ৰাজেন্দ্ৰন এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান কেৰালাৰ ৰাজধানী তথা বৃহত্তম নগৰ থিৰুৱন্তপুৰম পৌৰনিগমৰ মেয়ৰ। তেওঁ ২০২০ চনৰ কেৰালাৰ স্থানীয় প্ৰশাসনিক নিৰ্বাচনত মুদাভানমুকাল ৱাৰ্ডৰ পৰা থিৰুৱন্তপুৰম পৌৰনিগমলৈ নিৰ্বাচিত হৈছিল। ২১ বছৰ বয়সতে ৱা ...

আৰ্যভট্ট

আৰ্যভট্ট প্ৰাচীন ভাৰতৰ সকলোতকৈ বিখ্যাত গণিতজ্ঞসকলৰ মাজৰ এজন। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম তেওঁৰ নামেৰে "আৰ্যভট্ট" ৰখা হয়।

ই চি জৰ্জ সুদৰ্শন

ই চি জৰ্জ সুদৰ্শন আছিল এজন ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।

ই. গায়ত্ৰী

ইছাম্পতি গায়ত্ৰী হৈছে পৰম্পৰাগত কৰ্ণাটকী সংগীতৰ এগৰাকী স্বনামধন্য বীণাবাদক, যাক বীণা গায়ত্ৰী বুলিও জনা যায়। তেখেতৰ জন্ম হৈছিল ১৯৫৯ চনৰ ৯ নৱেম্বৰত। ২০১৩ চনৰ নৱেম্বৰ মাহত তদানীন্তন তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়ললিতাই তেখেতক "তামিলনাডু সংগীত আৰু লল ...

ইন্দিৰা জয়সিংহ

ইন্দিৰা জয়সিংহ এগৰাকী ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগসমতা কৰ্মী। ২০০৯ চনত তেওঁ ভাৰতৰ অতিৰিক্ত চলিছিটৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। এই পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা। ২০১৮ চনত তেওঁ ফৰ্চুন আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ ৫০ গৰাকী ...

ইন্দু জৈন

ইন্দু জৈন এগৰাকী বিশিষ্ট ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু ব্যৱসায়ী। চাহু জৈন পৰিয়ালৰ অন্তৰ্ভুক্ত ইন্দু জৈন বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ মিডিয়া গোট বেনেট কলমেন এণ্ড কো. লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ টাইমছ গ্ৰুপৰ অধ্যক্ষ। এই গোট টাইমছ অফ ইণ্ডিয় ...

ইন্দু মলহোত্ৰা

ইন্দু মলহোত্ৰা বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ। তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগতে উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে কৰ্মৰত আছিল। ২০০৭ চনত উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তাৰ স্বীকৃতি লাভ কৰা দ্বিতীয় মহিলা ...

ইন্দুলতা শুক্লা

ইন্দুলতা শুক্লা হৈছে অংকৰ এগৰাকী ভূতপূৰ্ব অধ্যাপক। উৰিষ্যাস্থিত সম্বলপুৰ বিশ্ববিদ্যালয়ত তেখেতে তিনি দশকতকৈও অধিক কাল অধ্যাপনা কৰিছিল। তেখেতৰ জন্ম হৈছিল বাড়িপাড়াত।

ইন্দ্ৰাণী ৰহমান

ইন্দ্ৰাণী ৰহমান ভাৰতনাট্যম, কুচিপুড়ি, কথাকলি আৰু ওদিছিৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আছিল, যিটো তেখেতক পশ্চিমত জনপ্ৰিয় কৰিছিল আৰু পিছত ১৯৭৬ চনত নিউয়ৰ্কত স্থায়ী বাসিন্দা হয়। ১৯৫২ চনত তেখেত মিচ ইণ্ডিয়া বিজয়ী হৈছিল। পিছত তেওঁ তেওঁৰ ম ...

ইন্দ্ৰানী হালদাৰ

ইন্দ্ৰানী হালদাৰ বঙালী ভাষাৰ চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, তিনিটা ফিল্মফেয়াৰ বঁটা আৰু তিনিটা ‘বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা’ আৰু দুটা ‘আনন্দলোক বঁটা’ৰে সন্মানিত হৈছে। হালদাৰে জচন ...

ইন্দৰ কুমাৰ গুজৰাল

ইন্দৰ কুমাৰ গুজৰাল এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী। তেওঁ ১৯৯৭ চনৰ এপ্ৰিল মাহৰ পৰা ১৯৯৮ চনৰ মাৰ্চ মাহলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। ইযাৰ আগতে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীৰ পদটো অধিষ্ঠিত আছিল। তেও ...

ইলা অৰুণ

ইলা অৰুণ এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, ৰাজস্থানী লোক কণ্ঠশিল্পী। লমহে, জোধা আকবৰ, ছাদি কে ছাইদ এফেক্টছ আৰু বেগম জান আদি ছবিত তেখেতে অভিনয় কৰিছে। হিন্দী ছবি "খলনায়ক"ত কণ্ঠদান কৰা "ছোলী কে পিছে ক্যা হ্যে" গীতটোৰ বাবে তেখ ...

ইলিয়ানা ডিক্ৰুজ

ইলিয়ানা ডিক্ৰুজ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ইলিয়ানাক সাধাৰণতে তেলুগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত দেখিবলৈ পোৱা যায়। তেখেতৰ জন্ম হৈছিল মুম্বাইত। পিতৃ ৰোনাল্ড ডিক্ৰুজ এগৰাকী অধিবক্তা আৰু মাতৃ হৈছে সমীৰা। শৈশৱৰ অধিকাংশ সময় ইলিয়ানাই গ ...

ইস্মত চুগতাই

ইস্মত চুগতাই এজন ভাৰতীয় উৰ্দু ঔপন্যাসিকা, চুটিগল্প লেখিকা আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল। ১৯৩০-ৰ পৰা আৰম্ভ কৰি, তেওঁ মহিলাগৰাকীয়ে যৌনতা আৰু নাৰীত্ব, মধ্য শ্ৰেণীৰ সৌজন্য, আৰু জাতিগত শ্ৰেণী সংঘাতকে আদি কৰি বিভিন্ন সংবেদনশীল বিষয়ৰ ওপৰত প্ৰায়ে মাৰ্ক ...

ইৰফান খান

ইৰফান খান এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে ব্ৰিটিছ আৰু হলিউডৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ প্ৰায় তিনি দশকজুৰি চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ আছিল। প্ৰায় ৫০খন ভাৰতীয় ছবিত তেওঁ অভিনয় কৰিছে। কলাত ...

ঈশা দেউল

ঈশা দেউল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী; তেওঁ মূলতঃ বলিউড চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০২ চনৰ কই মেৰে দিল ছে পুছে চলচ্চিত্ৰখনত অভিনয় কৰি হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ঈশাএই চলচ্চিত্ৰখনৰ যোগেদি চলচ্চিত্ৰ সমালোচকসকলৰ প্ৰশংসা লাভ আৰু অ ...

ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বঙালী আৰ ...

উত্তৰা উন্নিকৃষ্ণন

উত্তৰা উন্নিকৃষ্ণন এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ এ এল বিজয়ৰ দ্বাৰা পৰিচালিত এক পাৰিবাৰিক ২০১৪ চনৰ তামিল ছবি শৈৱমৰ "আঝাগু" গীতত কণ্ঠদানৰ বাবে ২০১৫ চনৰ ৬২ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ...