ⓘ Free online encyclopedia. Did you know? page 121

উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান

উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ অধীনস্থ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আঞ্চলিক গৱেষণাগাৰ। এই প্ৰতিষ্ঠানটো ১৯৬১ চনৰ ১৮ মাৰ্চত যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ বিপুল সম্পদৰাজিৰ ওপৰত গৱেষণ ...

কামৰূপ অনুসন্ধান সমিতি

কামৰূপ অনুসন্ধান সমিতি হৈছে অসমৰ এক প্ৰত্নতাত্বিক আৰু সমাজ বিজ্ঞান গৱেষণা সংস্থা। অসমৰ অতীত, বুৰঞ্জী, সভ্যতা, সংস্কৃতিৰ অধ্যয়নৰ লক্ষ্য আগত ৰাখি ১৯১২ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আলমতে অসম ৰাজ্যিক সংগ্ৰহালয় গঢ় লৈ উঠে।

টোকোলাই চাহ গৱেষণা কেন্দ্ৰ

টোকলাই চাহ গৱেষণা কেন্দ্ৰ ১৯১১ চনত যোৰহাটৰ টোকলাই নৈৰ পশ্চিম পাৰত অসমৰ গৰ্ব সেউজীয়া সোণ চাহৰ উৎপাদন আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত বিস্তাৰ ভাৱে গৱেষণা চলাবৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহক সামৰি বৰ্তমানৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰটো প ...

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বনপালন বিদ্যাৰ গৱেষণা কেন্দ্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত। পূৰ্বতে ইয়াৰ নাম ইনষ্টিটিউট অফ ৰেইন এণ্ড মইষ্ট ডেচিডিউয়াচ ফৰেষ্ট ৰিচাৰ্চ আছিল। উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ...

অৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ

অৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ সমগ্ৰ বিশ্বনাথ চাৰিআলিৰ ভিতৰতে এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ২০০৪ চনৰ ৫জুলাই তাৰিখে বিশ্বনাথ চাৰিআলিৰ মামণি ভিলাত প্ৰতিষ্ঠা কৰা হয়। পিছত ২০০৫চনত কোচগাৱঁলৈ কনিষ্ঠ মহাবিদ্যালয়খনৰ স্থানান্তৰ কৰা ...

আদৰ্শ জাতীয় বিদ্যালয়

আদৰ্শ জাতীয় বিদ্যালয়, বিহদিয়া অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ৮-৯ কিলোমিটাৰ উত্তৰে আমৰতলত অৱস্থিত এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়। এই বিদ্যালয়খন ১৯৯৬ চনৰ ৮ জানুৱাৰীত স্থাপিত হৈছিল। অংকুৰ, প্ৰাকপ্ৰাথমিক শ্ৰেণীৰ পৰা আৰম্ভ কৰি দশম শ্ৰ ...

উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন অসমৰ ভিতৰতে এখন লেখত লবলগীয়া বিদ্যালয়। ২০১৩ চনত শতবৰ্ষ গৰকা এই বিদ্যালয়খনিৰ বৰ্তমান অধ্যক্ষা শ্ৰীমতী অন ...

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বা কটন কলেজিয়েট স্কুল গুৱাহাটীৰ পানবজাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত ঔপনিবেশিক অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰান্সিছ জেনকিন্স ডাঙৰীয়ায়ে ১৮৩৫ চনত এই বিদ্যালয় "গৌহাটী গভমেণ্ট চেমিনাৰী" ন ...

গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়

গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় ইংৰাজী: Golaghat Govt. Bezbaruah Higher Secondary School গোলাঘাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল।

ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়

ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন লখিমপুৰ জিলাৰ ভিতৰতে জাকত-জিলিকা প্ৰাথমিক বিদ্যালয়। ১৯৬৪ চনতে ঘিলামৰা অঞ্চলৰ মাজঁ মজিয়াতে বিদ্যালয়খন স্থাপিত হৈছিল। ইতিমধ্যে বিদ্যালয়খনে "সোণালী জয়ন্তী" গৰকিছে। এটা সময়ত এইখন বিদ্যালয়ৰ পৰা বৃত্তি প ...

চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়

চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ অন্তৰ্গত। এ‍ই বিদ্যালয় ১৯৪১ চনত স্থাপন কৰা হৈছিল। বিদ্যালয়ৰ মুখপত্ৰখনৰ নাম "জাগৰণ"।

জোনাকী জাতীয় বিদ্যালয়, শিমূলচালা

জোনাকী জাতীয় বিদ্যালয়, শিমুলচালা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি আৰু আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বৰ কল ...

জৱাহৰ নবোদয় বিদ্যালয়, গোলাঘাট

গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয় হৈছে অসম ৰাজ্যৰ, গোলাঘাট জিলাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ জৱাহৰ নৱোদয় বিদ্যালয়সমূহ ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা। গোলাঘাটৰ বিদ্যালয়খন ১৯৯৫ চনত ...

ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়

পুৰণি "ঢকুৱাখনা হাইস্কুল"খনেই হৈছে বৰ্তমানৰ ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় । ১৯৩৬ চনত স্থাপিত বিদ্যালয়খনে ২০১০ চনত ইতিমধ্যে মহাৰজত জয়ন্তী বৰ্ষ পাৰ কৰিছে। ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা চাৰিআলিৰ পৰা পশ্চিমে ১.৫ কিঃমিহ দূৰত্বত ঢকুৱাখনা-ঘূণাস ...

তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়

তেজপুৰ একাডেমী হৈছে তেজপুৰ চহৰৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয় খনৰ বৰ্তমান অৱস্থিতি কনকলতা অসামৰিক চিকিৎসা লয়ৰ পৰা হাতীপিল খানা সংযোগী পথৰ দাঁতি, ঈদগাঢ় খেল পথাৰৰ সমুখত। অসম ব্ৰিটিছ চৰকাৰৰ শিক্ষা সঞ্চালক কানিং হামৰ প্ৰতি অসন্তুষ ...

নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়

নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় নকছাৰিত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৫ চনত স্থাপিত হৈছিল। ইয়াৰে শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱ ...

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়

অসমৰ ভিতৰতে এখন সু-প্ৰাচীন আৰু সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে প্ৰাচীনতম উচ্চশিক্ষাৰ অনুষ্ঠান নগাঁও গৱৰ্ণমেণ্ট হাইস্কুল। বৰ্তমান এই শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ৰূপে পৰিচিত। ১৮৬৫ চনৰ ১৭ নৱেম্বৰত প্ৰতিষ্ঠিত হোৱা বিদ্যালয় খন ...

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

১৯৪২ চনৰ স্বাধীনতা আন্দোলন আৰু দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছৰ সময়খিনিতে নাৰায়ণপুৰৰ কেইজনমান শিক্ষানুৰাগী লোকৰ প্ৰচেষ্টাত সেই সময়ৰ উত্তৰ লখিমপুৰ মহকুমাৰ মহকুমাধিপতি বি.এম.ডামB.M.Dam চাহাবৰ সন্মতিক্ৰমে এখনি উচ্চ ইংৰাজী বিদ্যালয় নিৰ্মাণৰ যোজ ...

পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়

তেজপুৰ চহৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় 3৫ মিনিটৰ দূৰত্বত অৱস্থিত। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যবস্থাও আছে। স্থানীয়ভাবে ইয়াত অটৰিক্সা আৰু ৰিক্সাৰ সহায়ত কম খ ...

বিদ্যা নিকেতন, ৰাজগড়

বিদ্যা নিকেতন, ৰাজগড় হৈছে ৰাজগড় অঞ্চলৰ এখন বিদ্যালয়। ১৯৯৪ চনৰ ১৫ মাৰ্চ তাৰিখে ২নং নভকতীয়া অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়। বিদ্যালয়খন জয়পুৰ ব্লক আৰু ৰাজগড় মণ্ডলৰ অন্তৰ্গত। বৰ্তমান প্ৰায় ৫৬৫জন ছ ...

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত ব্ৰিটিছ চৰকাৰে স্থাপনা কৰিছিল। ই যোৰহাটৰ সোণাৰু পথ ত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰা ...

লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খন ১৯৩৫ চনৰ মাৰ্চ মাহত জমিদাৰ ভোলানাথ চৌধুৰী, ৰায়চাহাব আৰু যতীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ উদ্যোগত আৰু মেচপাৰা জমিদাৰৰ সহায়ত ৭ম শ্ৰেণীৰ পাঠদানৰ আৰম্ভণিৰ জৰিয়তে শুভাৰম্ভ কৰা হৈছিল। এই বিদ্যালয়খন অসমৰ গোৱালপাৰা জিলাৰ ...

শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা

শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা ঘিলামৰা নগৰৰ পৰা ৫০০ মিঃ দূৰত্বৰ মিলন নগৰত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ১৯ জানুৱাৰী ১৯৯৭ চনত স্থাপিত হৈছিল। বিদ্যালয়খন বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত আৰু বৰ্তমানৰ অধ্যক্ষৰ নাম গোবিন্দ চুতীয়া। ...

শংকৰদেৱ শিশু নিকেতন, চিলাপথাৰ

শংকৰদেৱ শিশু নিকেতন,চিলাপথাৰ ধেমাজি জিলাৰ চিলাপথাৰ নগৰৰ দক্ষিণ পশ্চিম দিশৰ বামগাঁৱ ত অৱস্থিত এখন বিদ্যালয়।

শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়

শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় খন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত শালকাটা গাঁ‌ৱত অৱস্থিত। এই বিদ্যালয়খন ১৯৭৯ চনত আজগৰ আলী চাহাবৰ নেতৃত্বত স্থাপণ কৰা হৈছিল।

শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়

শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়, হেলেম ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ অসম ৰাজ্যৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তর্গত হেলেম চক্ৰৰ আমলখি দলনী নামৰ ঠাইত অৱস্থিত। পৰাগজ্যোতি লাহন,সহ-শিক্ষক স্বৰ্গীয় উমেশ চন্দ্ৰ গোস্বামী অমল দলে,সহ-শিক্ষয়িত্ৰ ...

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰঙিয়াত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৬ চনত স্থাপিত হৈছিল। ই ৰঙিয়া চহৰৰ সোমাজত মহাত্মা গান্ধী পথত অৱস্থিত। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৬৭ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ১২৮৬ জন ছাত্ৰ-ছাত্ৰ ...

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়

অসম ডনব’স্ক’ বিশ্ববিদ্যালয় ২০০৮ চনৰ ২৯ মাৰ্চত গুৱাহাটীৰ আজাৰাত প্ৰতিষ্ঠা কৰা এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ অনুসৰি অসম ডনব’স্ক’ বিশ্ববিদ্যালয় বিধি,২০০৯ চনৰ ৯ জানুৱাৰীৰ মতে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈ ...

অসম ডাউনটাউন বিশ্ববিদ্যালয়

অসম ডাউনটাউন বিশ্ববিদ্যালয় ২০১০ চনত অসম ডাউনটাউন বিশ্ববিদ্যালয় বিধি,২০১০ ৰ মতে গুৱাহাটীৰ পানীখাইতীত প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয় খনে প্ৰায় ৪২ একৰ ভূমি আৱৰি আছে। ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত বিশ্ববিদ্যালয়খন অসম সচিবালয়ৰ পৰা মাত্ৰ ১২ কিঃম ...

অসম মহিলা বিশ্ববিদ্যালয়

অসম মহিলা বিশ্ববিদ্যালয় অসমৰ যোৰহাটত অৱস্থিত চৰকাৰী খণ্ডৰ এখন বিশ্ববিদ্যালয়। ২০১৩ চনৰ ১৫ জুলাইত অসম বিধানসভাত নতুন মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত এক বিধেয়ক গৃহীত হয়। সেই বছৰতে অসম মহিলা বিশ্ববিদ্যালয় আইন ২০১৩ –ৰ যোগেদি বিশ্ববিদ্যালয়খনৰ প্ৰতি ...

অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়

অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় অসমৰ শিৱসাগৰত অৱস্থিত ভাৰতৰ প্ৰথম সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়। ২০১০ চনৰ অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় বিধেয়ক ৰ দ্বাৰা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয ...

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয অসমৰ নলবাৰীত অৱস্থিত সংস্কৃত শিক্ষা আৰু কামৰূপৰ ইতিহাসৰ লগতে কলা, মানবিকী আৰু পেশাদাৰী শিক্ষাৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয়। প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে এই বিশ্ববিদ্যালয ...

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ইয়েই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত ১৪তম মুক্ত বিশ্ববিদ্যালয়। অসম বিধানসভাৰ Act XXXVII of 2005 জৰিয়তে ইয়াক প্ৰতিষ্ঠা ক ...

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় অসমৰ ষষ্ঠ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন অসম চৰকাৰে ৯ মাৰ্চ, ২০১৭ চনত গৃহীত কৰা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় বিল, ২০১৭ ৰ আধাৰত স্থাপন কৰা হৈছে। বৰপেটা জিলাৰ ন সত্ৰত কৃষ্ণগুৰু ফাউণ্ডেচনে ...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ নামত স্থাপিত বিশ্ববিদ্যালয় । বৰ্তমান নগাঁও চহৰত অৱস্থিত সংঘৰ মূল কাৰ্য্যালয় চৌহদতে আৰু গুৱাহাটীৰ ৰূপনগৰত এই বিশ্ববিদ্যালয়খন অস্থায়ী ভাৱে পৰিচালিত হৈ আহিছে । বৰ্তমান ১৩টা বিভাগত পাঠদান কৰি থকা হৈছে ।

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়

ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় অসমৰ হোজাই জিলাৰ হোজাইত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ ৰ অধীনত স্থাপন কৰিছে। হোজাইত অৱস্থিত হোজা ...

ৰয়েল গ্লবেল বিশ্ববিদ্যালয়

অসম ৰয়েল গ্লবেল বিশ্ববিদ্যালয় অসমৰ পঞ্চমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ৰয়েল গ্ৰুপ অফ ইনষ্টিটিউটৰ একত্ৰিতকৰণ কৰি গঠন কৰা হৈছে। অসম বিধানসভায়ে অনুমোদন জনোৱা অসম ৰয়েল গ্লবেল বিশ্ববিদ্যালয় বিধি ২০১৩ -ৰ আধাৰত বিশ্ববিদ্যালয়খ ...

অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান

অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্য চৰকাৰৰ বাণিজ্য প্ৰতিষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলত বৃত্তিগত ব্যৱস্থাপনা শিক্ষাৰ উৎকৰ্ষ সাধন কৰাৰ উদ্দেশ্যে ১৯৮৮ চনত অসম চৰকাৰে এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে। বৰ্তমান ইয়াৰ প্ৰশাসনিক কাম কাজ অসম ...

অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও

অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও অসমৰ নগাঁও জিলাৰ হয়বৰগাঁৱত অৱস্থিত। ১৯৬৮ চনত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিল। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এইখনেই প্ৰথম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয।

উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)

উত্তৰ লখিমপুৰ মহাবিদ্যালয়) লখিমপুৰ জিলাৰ সদৰৰ সমীপৱৰ্তী খেলমাটিত অৱস্থিত এখনি স্বায়ত্ত-শাসিত মহাবিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ, মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক বিস্তীৰ্ণ অঞ্চলত উচ্চশিক্ষাৰ ধাৰাৰ ...

কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়

কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয় কামৰূপ জিলাৰ এখন অন্যতম পুৰণি মহাবিদ্যালয়। গুৱাহাটী মহানগৰীৰ আঠগাওঁ অঞ্চলৰ ছাত্ৰীবাৰীত বাণিজ্য মহাবিদ্যালয়খন অৱস্থিত। যশস্বী শিক্ষাবিদ কেশৱ চন্দ্ৰ দাসৰ পুত্ৰ ৰমেশ চন্দ্ৰ চৌধুৰীৰ আৰ্থিক সাহাৰ্যৰে শিক্ষাবিদগৰা ...

গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয়

গুৱাহাটী স্থাপত্যবিদ্যা মহাবিদ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থাপত্যবিদ্যাৰ শিক্ষাৰ বাবে ২০০৬ চনত এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয় খনে গুজৰাটৰ আহেমদাবাদৰ কেন্দ্ৰীয় পৰিবেশ পৰিক ...

গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি

গেটৱে একাডেমী জুনিয়ৰ কলেজ বা গেটৱে একাডেমী কনিষ্ঠ মহাবিদ্যালয় ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন উচ্চতৰ-মাধ্যমিক শ্ৰেণীৰ কলেজ। অঞ্চলটোৰ কেইগৰাকীমান আগৰণুৱা শিক্ষাবিদৰ উদ্যোগত ২০০৪ চনত কলা আৰু বাণিজ্য শা ...

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৮ চনত অসমৰ গোলাঘাট জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১২ চনৰ ৩১ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰিছিল। ২০১৯ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে অ ...

গোৰেশ্বৰ মহাবিদ্যালয়

গোৰেশ্বৰ মহাবিদ্যালয় অসমৰ বাক্সা জিলাৰ গোৰেশ্বৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৭৪ চনৰ ২৯ আগষ্ট তাৰিখে এটি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সংগঠন বেতনা কৃষি উন্নয়ন সংঘৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। ২০২০ চনলৈ মহাবিদ্যালয়খন গু ...

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়

চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰত ১৯৫৯ চনত স্থাপন কৰা হৈছিল। এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। স্নাতক কলা আৰু বাণিজ্য উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য

জেংৰাইমুখ মহাবিদ্যালয়

জেংৰাইমুখ মহাবিদ্যালয় ইংৰাজী: Jengraimukh College কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এই মহাবিদ্যালয়খন বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজলীত অৱস্থিত।

ঢকুৱাখনা মহাবিদ্যালয়

ঢকুৱাখনা মহাবিদ্যালয় ১৯৬৬ চনত সেইসময়ৰ ঢকুৱাখনাৰ উচ্চশিক্ষানুৰাগী ৰাইজৰ সহযোগত ৰাইজৰ অনুদানৰ যোগেদি ঢকুৱাখনা চহৰৰ পৰা প্ৰায় ২ কিমি দূৰত্বত, নৱকাঠৰবাৰী গাঁৱত স্থাপিত হৈছিল। মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু ইউজিচিৰ অধ্যায় ২ ...

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত নদুৱাৰৰ জামুগুৰিহাট অঞ্চলৰ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬৩ চনত এই মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা কৰা হয়। ত্যাগবীৰ হেম বৰুৱাৰ নামেৰে মহাবিদ্যালয় খনৰ নাম ৰখা হয়। তেওঁ অসমৰ এজন স্বাধীনতা ...

দক্ষিণ কামৰূপ মহাবিদ্যালয়

দক্ষিণ কামৰূপ মহাবিদ্যালয় হল কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।