ⓘ Free online encyclopedia. Did you know? page 124

সামাজিক দূৰত্ব স্থাপন

সামাজিক দূৰত্ব স্থাপন বা শাৰীৰিক দূৰত্ব স্থাপন হৈছে সংক্ৰামক ৰোগ বিস্তাৰ প্ৰতিৰোধৰ বাবে সংক্ৰমণ নিয়ন্ত্ৰণৰ এক প্ৰকাৰৰ ঔষধবিহীন পদক্ষেপ। সামাজিক দূৰত্ব স্থাপনৰ উদ্দেশ্য হল সংক্ৰামক ৰোগ বহনকাৰী ব্যক্তিৰ সংস্পৰ্শৰ দ্বাৰা ৰোগৰ সংক্ৰামণৰ সম্ভাৱনা হ্ৰ ...

সৰুআই

সৰুআই হৈছে মিজলচ্ ভাইৰাছৰ দ্বাৰা হোৱা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। এই ৰোগৰ প্ৰাথমিক লক্ষণ হৈছে জ্বৰ, প্ৰায়ে 40 °C *1.8-459.67)

হেপাটাইটিছ চি

হেপাটাইটিছ চি এক সংক্ৰামক ৰোগ। হেপাটাইটিছ চি ভাইৰাছ ৰ ফলত হোৱা এই ৰোগে ঘাইকৈ যকৃতত প্ৰভাৱ পেলায়। সংক্ৰমণৰ আৰম্ভণিতে সামান্য লক্ষণ থাকে বা নাথাকেই। কেতিয়াবা জ্বৰ, ডাঠ ৰঙৰ প্ৰস্ৰাৱ, পেটৰ বিষ আৰু জণ্ডিছ হব পাৰে। সংক্ৰমণ হোৱা ৭৫%ৰ পৰা ৮৫% লোকৰ যকৃত ...

মূৰৰ বিষ

মূৰৰ বিষ হৈছে মূৰ বা ডিঙি অঞ্চলৰ যিকোনো অংশত হোৱা যিকোনো ধৰণৰ বিষ বা বেদনা। ই মূৰ বা ডিঙিত দেখা দিয়া যিকোনো পৰিস্থিতিক লক্ষণ হব পাৰে।

ডেণ্ড্ৰবিয়াম

ডেনদ্ৰবিয়াম অৰ্কিডৰ এটা বৃহৎ গণ যাক Olof Swartz নামৰ চুইদিছ উদ্ভিদ বিজ্ঞানী এজনে ১৭৯৯ খীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল আৰু আজি ইয়াৰ প্ৰায় ১২০০ প্ৰজাতি পোৱা যায়। এই গণৰ অৰ্কিড সমূহ ফিলিপাইনছ, বৰ্নেঅ’, অষ্ট্ৰেলিয়া, নিউ গিনি, ভিয়েটনাম, চলমন দ্বীপসম ...

ভাটৌ ফুল

ভাটৌ ফুল হৈছে এক প্ৰজাতিৰ অৰ্কিড। দক্ষিণ-পূৱ এছিয়াত ইয়াৰ কেইবাটাও প্ৰকাৰভেদ পোৱা যায়। ইয়াক য়ুনান আৰু হিমালয়ৰ নিকতবৰ্তী অঞ্চলটো দেখা পোৱা যায়। ইয়াৰ এটা প্ৰকাৰ Andersoniiৰ ভগ্নী প্ৰকাৰ Vanda Miss Joaquim হৈছে চিংগাপুৰৰ ৰাষ্ট্ৰীয় ফুল, কেৱল ...

অশ্বগন্ধা

অশ্বগন্ধা হল ছোলানাছী পৰিয়ালৰ এবিধ গুল্মজাতীয় উদ্ভিদ। অশ্বগন্ধাক ইংৰাজীত ভাৰতীয় জিনছেং, পইজন গুজবেৰী বা ৱিণ্টাৰ চেৰী বুলিও জনা হয়। ইয়াক আয়ুৰ্বেদিক বনৌষধী হিচাপে ব্যবহাৰ কৰা হয়।

ঔষধি উদ্ভিদ

প্ৰাগৈতিহাসিক কালৰ পৰাই পৰম্পৰাগত চিকিৎসাত ঔষধি উদ্ভিদ বা ভেষজ উদ্ভিদ ৰ আবিষ্কাৰ আৰু ব্যৱহাৰ হৈ আহিছে। উদ্ভিদে পোক-পতংগ, ভেঁকুৰ, ৰোগ আৰু তৃণভোজী স্তন্যপায়ী প্ৰাণীৰ প্ৰতিৰোধ তথা অন্য বিভিন্ন কাৰ্যৰ বাবে বহুতো ৰাসায়নিক যৌগ সংশ্লেষণ কৰে। সম্ভাব্য ...

তুলসী

তুলসী হৈছে লেমীয়াছী পৰিয়ালৰ এবিধ সুগন্ধী ঔষধি উদ্ভিদ। ইয়াক ভাৰত উপমহাদেশীয় অঞ্চলত থলুৱাভাৱে দেখিবলৈ পোৱা যায়। তুলসীৰ বৈজ্ঞানিক নাম হল ওছিমাম তেনুইফ্লোৰাম বা ওছিমাম ছেংকটাম । তুলসীক ইংৰাজীত হোলী বেছিল বুলি জনা যায়। সৰু সৰু সেউজীয়া নাইবা বেঙ ...

নিম

নিম ‘Meliaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদ। এই উদ্ভিদবিধ ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ ক্ৰান্তীয় তথা অৰ্ধক্ৰান্তীয় বনাঞ্চলত স্থানীয়ভাৱে হয়।

সিজু

সিজু হল এবিধ ইউফোৰবীয়াছী পৰিয়ালৰ অন্তৰ্গত, ইউফোৰবীয়া জাতিৰ অন্তৰ্গত ৰসাল বনৌষধী। কেকটাছৰ সৈতে দেখিবলৈ একেধৰণৰ হোৱা সত্ত্বেও, সিজু গছ কিন্তু কেকটাছ জাতিৰ অন্তৰ্গত নহয়। সিজু গছ ওখই প্ৰায় ৫,৬ মিটাৰ মানলৈকে হোৱা দেখা যায়। গা-গছত অসংখ্য কাঁইট থা ...

অগৰা

অগৰা বা জেন্থিয়াম ষ্ট্ৰুমাৰিয়াম পৰিয়ালৰ অন্তৰ্গত এক ওষধি উদ্ভিদ। ই সম্ভৱতঃ উত্তৰ আমেৰিকাৰ পৰা পৃথিৱীৰ অন্যান্য স্থানলৈ বিয়পি পৰে। এই গছৰ অংশবিশেষে বিশাক্ত আৰু ঔষধি গুণ দুই প্ৰকাৰ আছে। অসমত বহাগ মাহত খোৱা এশ শাকৰ ভিতৰত অগৰা আগো অন্যতম।

কামিনী কাঞ্চন

কামিনী কাঞ্চন হৈছে দক্ষিণ এছিয়া, দক্ষিণপূৱ এছিয়া আৰু চীনৰ এবিধ থলুৱা ক্ৰান্তীয়, চীৰসেউজীয়া উদ্ভিদ। সৰু সৰু বগা সুগন্ধী ফুল ফুলা এই উদ্ভিদজোপা আলংকাৰিক উদ্ভিদ আৰু বেৰা দিয়া উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলবোৰ কমলাৰ পৰা ৰঙা ৰঙৰ হোৱা দেখ ...

জেতুকা

জেতুকা শব্দৰ দুটা অৰ্থ আছে। এক হৈছে জেতুকা গছ এবিধ জোপোহা গছ, অন্যটো জেতুকা ৰং: এই গছৰ পাত খুন্দি হাতৰ তলুৱাত লগালে, কমলা-ৰঙা ৰঙৰ বোল উঠে। জেতুকাক ইংৰাজীত হেনা বুলি কোৱা হয়। হেনা শব্দটো মূলতঃ আৰৱী শব্দৰ পৰা আহিছে। জেতুকাৰ বৈজ্ঞানিক নাম হৈছে Laws ...

ঝুনঝুনি গছ

ঝুনঝুনি গছ, সাধাৰণতে ঘণ্টাকৰ্ণ অন্য ভাষাত চিকু চিকু, গাৰ্গেলিম ব্ৰেভো, জাইণ্ট ষ্ট্ৰিয়াটা, গুইজ-ডে-কাচকাভেল, মাৰাকা-ডে-কব্ৰা, ৰেটল ৱিড, ৰেটল বক্স, স্মুথ ক্ৰটালেৰিয়া, ষ্ট্ৰিকড ৰেটলপড, আদি নামেৰে জনাজাত এই উদ্ভিদজোপা ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এব ...

তিল

তিল এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ। ইয়াৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাত যথেষ্ট পোৱা যায়। ভাৰততো ইয়াৰ কিছু জাতিত দেখা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিষুৱ অঞ্চলত যথেষ্ট পৰিমাণে খেতি হয়। সাধাৰণেত ইয়াৰ ফুল ৰং হালধীয়া হয় যদিও কিছু কিছু জা ...

দীঘলতী

দীঘলতী বা দীঘলতি লৰেচি পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া গছ৷ই এবিধ বহুবৰ্ষজীৱী, গুল্মজাতীয় উদ্ভিদ। অসম আৰু ইয়াৰ ওচৰ-পাঁজৰৰ কিছু অঞ্চলত এই গছ পোৱা যায়। অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সময়ত গৰু ধুওৱাৰ বাবে এই গছৰ সৰু ডালেৰে কোবাই গৰু ধুওৱাটো এক ...

নাগা মৰিচ

চাইনেনছিচৰ বিভিন্ন প্ৰজাতিসমূহৰ দৰে নগা জলকীয়াৰ সৰু, মধ্যমীয়া গুল্ম জাতীয় উদ্ভিদ, ইয়াৰ পাতবোৰ ডাঙৰ, ফুল সৰু, পাহি পাঁচটাকৈ থাকে আৰু ইয়াৰ ফল অতি জ্বলা সোৱাদযুক্ত।

নৰসিংহ (উদ্ভিদ)

নৰসিংহ ; বৈজ্ঞানিক নামঃ Murraya koenigii ৰুটেছি Rutaceae গোত্ৰৰ এবিধ বহুবৰ্ষীয় গুল্ম জোপোহা জাতৰ উদ্ভিদ। ৪-৬ মিটাৰ ওখ হোৱা এই উদ্ভিদবিধৰ গা-গছৰ পৰিধি ৪০ ছেঃমিঃ পৰ্যন্ত হয়। ইয়াৰ ফুলবিলাক সৰু, বগা আৰু গোন্ধযুক্ত। ইয়াৰ সৰু সৰু কলা ৰঙৰ ফলবিলাক খা ...

বগী জলকীয়া

বগী জলকীয়া এক প্ৰকাৰৰ জলকীয়া। এই জলকীয়াবোৰ সাধাৰণতে একবৰ্ষী বা কম আয়ুসৰ বহুবৰ্ষজীৱী উদ্ভিদ। ফুলবোৰ সেউজ-বগা বা সেউজ-হালধীয়া পাহীৰ সৈতে বগা বৰণৰ, আৰু পতংগ- অথবা স্ব-পৰাগনৰ দ্বাৰা বংশবৃদ্ধি হয়। আকাৰ প্ৰায় ১০-২০ মিলিমিটাৰ দীঘল আৰু ৩-৭ মিলিমিট ...

বাখৰ বেঙেনা গছ

বাখৰ বেঙেনা গছ বুলি বিখ্যাত এই গছজোপা শিৱসানগৰৰ পৰা ৩০ কিঃমিঃ দূৰৈৰ বকতা মৌজাৰ জৱলাটিং আৰু চুহুং মুহুং গাৱঁৰ মধ্যস্থলত অৱস্থিত। বৈজ্ঞানিক নাম Tamilnadia uliginosa । প্ৰধানতঃ ঐতিহাসিক কাৰণত বিখ্যাত এই বাখৰ বেঙেনা গছ। গছজোপাৰ কাষতে গছজোপাৰ নামেৰে ন ...

ভেকুৰী তিতা

ভেকুৰী তিতা বহল পাতেৰে এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ। ভেকুৰী তিতা এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা।

ভোলা গছ

ভোলা গছ বৈজ্ঞানিক নাম - Semecarpus anacardium, পৰিয়াল - Anacardiaceae ৷ ভাৰতৰ বিভিন্ন স্থানীয় ভাষাত ইয়াক ভালকাটা, ভিলৱা আদি নামেৰে জনা যায়৷ এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ৷ ভোলা গছৰ গুটি প্ৰাচীন কালৰপৰাই বিভিন্ন চিকিৎসাত ব্যৱসাৰ হৈ আহিছে৷ অসমৰ যো ...

মাখিয়তী

মাখিয়তিৰ বৈজ্ঞানিক নাম Flemingia Strobilifera । ই Leguminosae Fabaceae গোত্ৰৰ অন্তৰ্গত। গছবিধ প্ৰধানকৈ জোপোহা বা গুল্মজাতীয় বন যদিও ই ১০-১২ ফুট ওখ আৰু বৃক্ষবৎ ৰূপেও দেখা যায়। পাতবোৰ সৰু আৰু ওপৰ পিঠি নিমজ কিন্তু তলপিঠিত অসংখ্য সৰু সৰু শুং থাকে ...

মাটি কাঞ্চন

মাটি কাঞ্চন, বগা কাঞ্চন, মাটি কঁটৰা বা শ্বেত কাঞ্চন হৈছে Fabaceae পৰিয়ালৰ এবিধ গুল্মৰ প্ৰজাতি। ইয়াৰ বিস্তৃত খেতিৰ বাবে আদি নিবাস গম পোৱা নেযায় যদিও ই মালেছিয়া, ইন্দোনেছিয়া, আৰু ফিলিপাইনৰ পৰা আহিছে বুলি ভবা হয়।

শিয়ালকাঁটা

শিয়ালকাঁটা বা Argemone mexicana আফুৰ এক প্ৰজাতি। প্ৰথমে মেক্সিকত পোৱা এই গছ এতিয়া গোটেই বিশ্বতে বিয়পি পৰিছে। ই প্ৰখৰ খৰাং আৰু বেয়া মাটি সহ্য কৰিব পাৰে। ইয়াৰ পৰা উজ্জ্বল হালধীয়া ৰঙৰ তৰুক্ষীৰ ওলায়। গছ-বন খাই ফুৰা জন্তুৰ বাবে ই বিষস্বৰূপ। কিন ...

ষ্টিভিয়া

ষ্টিভিয়া এষ্টাৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ। ই দক্ষিণ আমেৰিকাৰ পাৰাগুৱে আৰু ব্ৰাজিল মূলৰ। ইয়াক সাধাৰণতে "Sweet leaf" বুলি জনা যায়। ভাৰতৰ কিছুমান ঠাইত ইয়াক "মধুপত্ৰ" বুলি নামকৰণ কৰিছে। ইয়াৰ পাত চেনিতকৈ ৩০-৪০ শতাংশ মিঠা বাবে চেনিৰ সলনি বহ ...

দেৱদাৰু

দেৱদাৰু একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। দেৱদাৰু দীঘলীয়াকৈ শংকু আকাৰত বাঢ়ি যায় বাবে ঘৰৰ বাগিচা পদূলি আদিত সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোৱা হয়। হিমালয় পৰ্বতৰ উপত্যকাত এই গছবিধ যথেষ্ট পৰিমাণে দেখা পোৱা যায়।

বৰপুণি

বৰপুণি এৰেকেচি পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলজ উদ্ভিদ। এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়। বৰ্তমান এই উদ্ভিদে মানুহৰ দ্বাৰা সকলো ঠাইলৈকে বিস্তৃতি লাভ কৰিছে।

কঁহুৱা বন

কঁহুৱা বন বা খাগৰী বা বনৰীয়া কুঁহিয়াৰ হৈছে এবিধ তৃণ জাতীয় উদ্ভিদ। এই বনবিধৰ বৈজ্ঞানিক নাম ছ্যাচাৰাম স্পণ্টেনিয়াম । ই ছ্যাচাৰাম গণ আৰু স্পণ্টেনিয়াম প্ৰজাতিৰ অন্তৰ্ভুক্ত। অসমত কঁহুৱা নামেৰে জনাজাত এই বনবিধ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও দক্ষিণ ...

চাল-কুঁৱৰী

চাল-কুঁৱৰী বা এল ভেৰা একপ্ৰকাৰ জলসম্বৃদ্ধ উদ্ভিদ। ইয়াৰ জন্মস্থান উত্তৰ আফ্ৰিকা বা ছোমালিয়া বুলি ভবা যায়। ইয়াক প্ৰাকৰতিক ভাৱে দেখা নাযায় যদিও উত্তৰ আফ্ৰিকাত ওচৰ সম্পৰ্কীয় অন্যান্য এল জাতিৰ গছ পোৱা যায়। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰপৰাই ইয়াক বন ...

তামোল

তামোল গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও অসমৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পা ...

দুবৰি বন

দুবৰি বন এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়। আয়ুৰ্বেদত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ ...

ধান

ধান হৈছে এবিধ খাদ্যশস্য। অসমৰ লগতে ভাৰত তথা প্ৰাচ্যৰ বিভিন্ন দেশত জনপ্ৰিয় ধানৰ প্ৰজাতিটো হৈছে Oryza sativa, যাক সচৰাচৰ এছিয় ধান বোলা হয়। ধান উষ্ণ জলবায়ুত, বিশেষকৈ পূব-এছিয়াত বহুলভাৱে খেতি কৰা হয়। Rice শব্দটো তামিল ভাষাৰ আৰিছি শব্দৰপৰা অহা। ...

পানী শিঙৰি

শিঙৰি এবিধ জলজ উদ্ভিদ। পানী শিঙৰিৰ । অসমত পানী শিঙৰিৰ দুটা প্ৰজাতি পোৱা যায়। অসমীয়াত দুয়োবিধকে পানী শিঙৰি বা শিঙৰি বুলি কোৱা হয়। ইহঁতৰ বৈজ্ঞানিক নাম Trapa natans আৰু Trapa bispinosa । দুয়োটা প্ৰজাতি একেটা বৰ্গ Trapaceae ৰ অন্তৰ্গত। শিঙৰিৰ পা ...

বনগুটি

বনগুটি এবিধ বহল পতীয়া ঘাঁহজাতীয় উদ্ভিদ৷ এই ঘাঁহক ইংৰাজীত amorseco, lesser spear grass, Mackies pest, pilipiliula, grama-amorosa আদি নামেৰে জনা যায়৷

ববচা বন

ববচা বন মূলতে এবছৰহে জীয়াই থাকে যদিও কোনো কোনো অঞ্চলত ই এবছৰৰ অধিক জীয়াই থকাও দেখা যায়। এই বনৰ পুলিটো ডাঙৰ হৈ শাখা-প্ৰশাখা ওলাই জোপোহা ৰূপো ধাৰণ কৰা দেখা যায়। ইয়াৰ শিপাবোৰ চুলি একোছাৰ দৰে। ববচা বনৰ ফুলৰ বৰণ সেউজবুলিয়া। ইয়াৰ পুষ্প গুচ্ছ সাম ...

বাঁহ

বাঁহ গছ Bambuseae এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ। বাঁহ গছ পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম। এই গছ দক্ষিণ এছিয়াৰ দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য উল্লেখনীয়। দক্ষিণ এছিয়া আৰু পূব এছিয়াত ইয়াক গৃহ নিৰ্ ...

বিৰিণা

বিৰিণা এবিধ দ-চানেকীয়া ঠাইত উৎপন্ন হোৱা ওখ ঘাঁহজাতীয় উদ্ভিদ। এই বন একেঠাইতে সৰহীয়াকৈ উৎপত্তি হয়।

শিঙৰি

শিঙৰি এবিধ জলজ উদ্ভিদ। পানী শিঙৰিৰ । অসমত পানী শিঙৰিৰ দুটা প্ৰজাতি পোৱা যায়। অসমীয়াত দুয়োবিধকে পানী শিঙৰি বা শিঙৰি বুলি কোৱা হয়। ইহঁতৰ বৈজ্ঞানিক নাম Trapa natans আৰু Trapa bispinosa । দুয়োটা প্ৰজাতি একেটা বৰ্গ Trapaceae ৰ অন্তৰ্গত। শিঙৰিৰ পা ...

গমাৰী

গমাৰী এবিধ ওখ গুড়চ্যাদি বৰ্গৰ ঔষধি গুণ সম্পন্ন গছ। গমাৰী গছৰ কাঠ কঠিন হোৱা বাবে ইয়াক বিভিন্ন ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই এবিধ বৰ খৰকৈ বৃদ্ধি হোৱা পৰ্ণপাতী উদ্ভিদ। ভাৰতবৰ্ষৰ ১৫০০ উচ্চতাৰ বহু অঞ্চলত এই গছজোপা স্বাভাৱিক ভাবেই গজ ...

শাল গছ

শাল হৈছে ডিপ্টেৰুকাৰ্পাছিয়া গোত্ৰৰ অন্তৰ্গত এবিধ পৰ্ণপাতী উদ্ভিদ। ই এবিধ পাতল, টান কাঠৰ গছ। শাল গছৰ অন্যনাম অশ্বকৰ্ণ। ইয়াক সাধাৰণতে হাবি বা অৰণ্যত পোৱা যায়। ঘৰুৱা ভাৱেও শাল গছৰ বাগান পাতিব পাৰি।

অপৰাজিতা

অপৰাজিতা হৈছে Fabaceae প্ৰজাতিৰ এবিধ ফুল। গাঢ় নীলা ৰঙৰ ফুল, কিন্তু তলৰ ফালে বগা, কেতিয়াবা কিছু হালধীয়া আভা যুক্ত হয়। বগা ৰঙৰ অপৰাজিতা ফুলো আছে।

আখৈ ফুল

আখৈ ফুল হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে।

কঠনা ফুল

কঠনা ফুল হৈছে এবিধ চিৰসেউজীয়া উদ্ভিদ প্ৰজাতি। হাবিত গজে বাবে ইয়াক বন-তগৰ বুলিও কোৱা হয়। ইয়াৰ ফুল গন্ধহীন আৰু সুগন্ধি উভয়েই হ’ব পাৰে, পাতৰ কাষ বা ডালৰ আগত বগা ফুলৰ থুপিয়ে গছ ভৰি থাকে। ফুল ৩-৫ চেমি বহল, একক বা দ্বৈত বা আধাদ্বৈত, পুষ্পদণ্ডৰ আগ ...

কৃষ্ণচূড়া

কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia । এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত। কৃষ্ণচূড়াক গুলমোহৰ বুলিও কোৱা হয়।।

কৰবী ফুল

কৰবী ফুল হৈছে কাছ্‌কাবেলা গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই মেক্সিকো আৰু মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ। ই এবিধ বিষাক্ত উদ্ভিদ যদিও সমগ্ৰ বিশ্বতে আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়। Nerium oleander ৰ সম্পৰ্কীয় হিচাপে ইয়াক ইংৰাজীত ...

খৰিকাজাই

খৰিকাজাই হৈছে Oleaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে। ইংৰাজীত ইয়াক মালাবাৰ জেছমিন আৰু ৱাইল্ড জেছমিন বুলি ...

গুটিমালী ফুল

গুটিমালী জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলেগুত "ছান্না জাজি মাল্লি", বাংলাত কুন্দ আৰু সংস্কৃতত মেঘ মল্লিকা বোলে।

গোলাপ

গোলাপ এক প্ৰকাৰ সুপৰিচিত ফুল যি আধুনিক মানুহৰ বাবে সৌন্দৰ্যৰ প্ৰতীক আৰু ভালপোৱাৰ প্ৰতীক হিচাপে সমাদৃত। গোলাপক ফুলৰ ৰাণী বোলা হয়। Rosaceae পৰিয়ালৰ Rosa গণৰ এক প্ৰকাৰৰ গুল্ম জাতীয় গছত গোলাপ ফুল ফুলে। প্ৰায় ১০০ প্ৰজাতিৰ বিভিন্ন বৰ্ণৰ গোলাপ ফুল আ ...