ⓘ Free online encyclopedia. Did you know? page 126

ৰেচন তন্ত্ৰ

ৰেচন তন্ত্ৰ ইংৰাজী: Excretory system হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ। ৰেচন তন্ত্ৰ দুটা বৃক্ক, দুডাল বৃক্ক নলী, এটা মুত্ৰ থলী, আৰু এডাল মুত্ৰ নলীৰে গঠিত হয়। প্ৰতি ...

ক্ষুদ্ৰান্ত্ৰ

ক্ষুদ্ৰান্ত্ৰ হৈছে পৌষ্টিকনলীৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয ...

কৰ্ণ (অংগ)

কৰ্ণ বা কাণ হৈছে শব্দ অন্তঃকৰণ কৰা একপ্ৰকাৰৰ অংগ। ইয়াক শ্ৰৱণেন্দ্ৰিয় বুলিও কোৱা হয়। ই কেৱল শব্দ শুনাৰ লগতে জড়িত নহয়, ই দেহৰ অৱস্থান আৰু ভাৰসাম্যতা ৰক্ষা কৰাতো সহায় কৰে।

চৰ্ম

চৰ্ম বা ছাল হৈছে মেৰুদণ্ডীৰ বাহ্যিক আৱৰণ। অন্য প্ৰাণীৰ আৱৰণবোৰ, যেনে সন্ধীপদিৰ বহিঃ কংকাল আদিৰ বিকাশৰ উৎস, গঠন আৰু ৰাসায়নিক সংযুতি ভিন্ন। স্তন্যপায়ীৰ ছাল বহু তৰপীয়া আৱৰণি কলাৰে গঠিত আচ্ছাদন তন্ত্ৰৰ এটা অংগ, আৰু ই ভিতৰত থকা পেশী, হাড়, লিগামেণ্ ...

দাঁত

দাঁত মেৰুদণ্ডী প্ৰাণীৰ মুখত অৱস্থিত এটি অংগ। কঠিন খাদ্যবস্তু কৰ্তন,চৰ্বন নাইবা পেষণৰ বাবে স্তন্যপায়ী প্ৰাণীবোৰৰ দাঁত বিশেষভাৱে বিকাশিত। দাঁতবোৰ উৰ্দ্ধ আৰু নিম্নহনুত থকা গাঁতবোৰৰ ভিতৰত সোমাই থাকে। এই ধৰণৰ দাঁতক থেকডণ্ট বোলে।

নাক

নাক হৈছে মেৰুদণ্ডীৰ দেহত থকা একপ্ৰকাৰৰ সংবেদক অংগ। নাকৰ ন্যাসৰন্ধ্ৰইদি শ্বাসক্ৰিয়াৰ বায়ু প্ৰৱেশ আৰু প্ৰস্থান কৰে। নাকৰ পাছফালে অলফেক্টৰি মিউকছা আৰু ছাইনাছ থাকে। নাসিকা গহ্বৰৰ পৰা বায়ু ফেৰিংছৰ মাজেৰে হাঁওফাঁওত প্ৰৱেশ কৰে।

পেশী

পেশী হৈছে অধিকাংশ প্ৰাণীৰ দেহত থকা এক প্ৰকাৰৰ কোমল কলা। পেশী কোষবোৰ প্ৰটিনযুক্ত এক্টিন আৰু মায়চিন সূত্ৰৰে গঠিত। এই সূত্ৰহোৰৰ সংকোচনৰ বাবে পেশী কোষবোৰৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তন হয়। বলৰ উৎপাদন কৰা আৰু চলন ক্ষমতা প্ৰদান কৰা হৈছে পেশীৰ কাৰ্য। দেহৰ ...

যকৃৎ

যকৃৎ হৈছে মেৰুদণ্ডী আৰু অন্য কিছু প্ৰাণীৰ এটা অত্যাৱশ্যকীয় অংগ। মানুহৰ ক্ষেত্ৰত ই মধ্যচ্ছদাৰ তলফালে পেটৰ সোঁকাষৰ ওপৰ অংশত থাকে। যকৃতৰ বহু কাৰ্য আছে, বহু দেহজ ক্ৰিয়াৰ বিষ প্ৰশমন, প্ৰটিন সংশ্লেষণ, পাচনৰ বাবে প্ৰয়োজনীয় জৈৱৰসায়নৰ উৎপাদন কৰে। প্ৰ ...

স্তন

স্তন হৈছে এক প্ৰকাৰৰ দুগ্ধ গ্ৰন্থী। প্ৰতিটো গ্ৰন্থী মাইকী আদিমানৱৰ বক্ষৰ ওপৰৰ অংশত থাকে। এই গ্ৰন্থীয়ে উৎপাদন আৰু নিঃসৰণ কৰা গাখীৰ অপত্যই খায়। মতা আৰু মাইকী উভয়ৰে একে ভ্ৰূণীয় কলাৰ পৰা ইয়াৰ বিকাশ হয়, কিন্তু যৌন সক্ষমতা লাভ কৰাৰ সময়ত, এষ্ট্ৰজ ...

হাঁওফাঁও

হাঁওফাঁও হৈছে অধিকাংশ জীৱৰ অতি প্ৰয়োজনীয় শ্বাস অংগ। অধিকাংশ টেট্ৰাপড, কিছু মাছ আৰু কিছু শামুকৰ হাঁওফাঁও থাকে। স্তন্যপায়ী আৰু জ়টিল জীৱবোৰৰ ৰাজহাড়ৰ কাষত হৃদযন্ত্ৰৰ দুয়ো কাষে দুটা হাঁওফাঁও থাকে। ইয়াৰ প্ৰধান কাম হৈছে বায়ুমণ্ডলৰ পৰা অক্সিজেন ত ...

ৰক্তবাহিকা

ৰক্তবাহিকা বোৰ হৈছে ৰক্ত পৰিবহণ তন্ত্ৰৰ এটা উপাদান। জীৱদেহত তিনি প্ৰকাৰৰ ৰক্তবাহিকা থাকে, সেই কেইটা হৈছে ধমনী, সিৰা, আৰু ৰক্ত কেশিকা। ধমনীয়ে হৃদযন্ত্ৰৰ পৰা তেজ বিভিন্ন অংগলৈ কঢ়িয়াই নিয়ে, ৰক্ত কেশিকাই তেজ আৰু কলাৰ মাজত পানী আৰু ৰসায়নৰ আদান প্ ...

এম্পিয়াৰ

এম্পিয়াৰ হৈছে আন্তৰ্জাতিক একক প্ৰণালীত বিদ্য়ুৎ প্ৰৱাহৰ একক। ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।

জুল

জুল হৈছে আন্তৰ্জাতিক একক প্ৰণালীত শক্তিৰ একক। এক নিউটন বল প্ৰয়োগ কৰি কোনো বস্তু বলৰ দিশত এক মিটাৰ সৰণ ঘটালে হোৱা কাৰ্য্যৰ পৰিমাণ অথবা শক্তি হৈছে এক জুল । এক ওম বাধাৰ মাজেদি এক ছেকেণ্ডৰ বাবে এক এম্পিয়াৰ প্ৰৱাহ পাৰ হৈ গলে তাপ হিচাপে ওলোৱা শক্তিকো ...

ভল্ট

এডাল বিদ্য়ুৎ পৰিবাহীৰ মাজেৰে দুটা বিন্দুৰ মাজেৰে এক এম্পিয়াৰ প্ৰৱাহ যাওঁতে যদি এক ৱাট শক্তি ওলায়dissipates, তেন্তে সেই বিন্দু দুটাৰ মাজৰ বৈদ্য়ুতিক বিভৱৰ পাৰ্থক্যই হৈছে এক ভল্ট। এক মিটাৰ দূৰত্বত থকা দুখন সমান্তৰাল সমতলৰ মাজত যদি এক নিউটন প্ৰতি ...

মিটাৰ

মিটাৰ গ্ৰীক বিশেষ্য μέτρον, যাৰ অৰ্থ হৈছে "measure" "জোখ লোৱা", হৈছে আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক। এছ আই এককত ইয়াৰ চিহ্ন হৈছে m। শূন্যস্থানত পোহৰে 1 / 299 792 458 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্বক মিটাৰ হিচাপে সংজ্ঞাবদ্ধ কৰা হয়। ১৭৯৩ চনত বিষ ...

ৰামধেনু

ৰামধেনু হল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়। ফলত সূৰ্যৰ পোহৰত আমি দেখা ...

ৰামন প্ৰভাৱ

ৰামন প্ৰভাৱ বা ৰামন বিক্ষেপণ হৈছে ফটন কণাসমূহৰ অস্থিতিস্থাপক বিকিৰণ। ১৯২৮ চনত চি ভি ৰামন আৰু তেওঁৰ ছাত্ৰ কে এছ কৃষ্ণণে তৰল পদাৰ্থত "ৰামন প্ৰভাৱ" আৱিষ্কাৰ কৰিছিল। চি ভি ৰামনৰ নামেৰে নামকৰণ কৰা এই পৰিঘটনাটো ১৯২৩ চনত আডল্ফ স্মেকালে তাত্ত্বিকভাৱে পূৰ ...

প্ৰৱেশ্যতা

বিদ্যুৎ চুম্বকত্বৰ ক্ষেত্ৰত, পৰম প্ৰৱেশ্যতা হৈছে কোনো এক মাধ্যমত এখন বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰোঁতে লাভ কৰা বাধাৰ পৰিমাণ। অন্যধৰণেৰে কবলৈ গলে, প্ৰৱেশ্যতা হৈছে পৰাবৈদ্যুতিক মাধ্যমত এখন বৈদ্যুতিক ক্ষেত্ৰই কেনেদৰে প্ৰভাৱ পেলায় বা প্ৰভাৱ লাভ কৰে। ক ...

বিদ্যুত চুম্বকত্ব

বিদ্যুৎচুম্বকত্ব হৈছে পদাৰ্থ বিজ্ঞানৰ এটা শাখা, যত বৈদ্যুতিকভাৱে আহিত কণাসমূহৰ মাজত হোৱা বিদ্যুতচুম্বকীয় বলৰ বিষয়ে অধ্যয়ন কৰা হয়। বিদ্যুচুম্বকীয় বলে বিদ্যুচুম্বকীয় ক্ষেত্ৰ যেনে বৈদ্যুতিক ক্ষেত্ৰ, চুম্বকীয় ক্ষেত্ৰ, পোহৰ আদি প্ৰদৰ্শন কৰে। এই ...

জুই

জুই বা অগ্নি হৈছে দ্ৰুত প্ৰজ্জ্বলনশীল পদাৰ্থৰ ৰাসায়নিক বিক্ৰিয়াবিশেষ। ইয়াৰ ফলত উত্তাপ, পোহৰ আৰু বহুবিধ ৰাসায়নিক প্ৰতিক্ৰিয়া সৃষ্টি হয়। ধীৰগতিত অম্লজাত প্ৰক্ৰিয়াৰে সংগঠিত জুই বা পৰিপাকতন্ত্ৰৰ বিক্ৰিয়াত সৃষ্ট জুইৰ সংজ্ঞা ইয়াৰ অন্তৰ্ভুক্ত নহয়।

তাপ সঞ্চালন

শক্তিৰ এক অন্যতম প্ৰকাৰ হল তাপ শক্তি। উষ্ণতা বিভেদৰ ফলস্বৰূপে উচ্চ উষ্ণতা সম্পন্ন অঞ্চলৰ পৰা নিম্ন উষ্ণতাৰ অঞ্চললৈ তাপ শক্তিৰ পৰিবহণকে তাপ সঞ্চালন বোলা হয়।

প্ৰক্ষেপ্য গতি

ভূপৃষ্ঠৰ পৰা কোনো এটা বস্তু অথবা কণা বায়ুমণ্ডললৈ প্ৰক্ষেপ কৰিলে কেৱল মহাকৰ্ষণৰ প্ৰভাৱত প্ৰক্ষেপ্যটোৱে বক্ৰৰেখাৰ পথেৰে গতি কৰে আৰু এই গতিকেই প্ৰক্ষেপ্য গতি বুলি কোৱা হয়।

ত্বৰণ

সময়ৰ লগত বেগৰ পৰিবৰ্তনৰ হাৰক পদাৰ্থ বিজ্ঞানত ত্বৰণ বুলি কোৱা হয়। একমাত্ৰিক স্থানত, ত্বৰণ হৈছে বস্তু এটাৰ দ্ৰুতিৰ বৃদ্ধিৰ নাইবা হ্ৰাসৰ হাৰ। যিহেতু বেগ হ’ল এবিধ ভেক্টৰ, গতিকে বেগৰ মান আৰু দিশ দুয়োটাৰে পৰিবৰ্তনৰ হাৰকে ত্বৰণে সূচায়। ত্বৰণৰ মাত্ৰা ...

নিউটনৰ গতিৰ সূত্ৰ

নিউটনৰ গতিৰ সূত্ৰ সমূহ হৈছে ধ্ৰুপদী বলবিদ্যা বা ধ্ৰুপদী বলবিজ্ঞান ৰ তিনিটা ভৌতিক সূত্ৰৰ সমষ্টি। এই সূত্ৰসমূহে কোনো বস্তুত ক্ৰিয়া কৰা বল আৰু এই বলৰ বাবে সৃষ্টি হোৱা বস্তুটোৰ গতিৰ সম্পৰ্ক প্ৰকাশ কৰে। এই সূত্ৰকেইটাক কেইবাটাও বিভিন্ন ৰূপত প্ৰকাশ কৰি ...

বেগ

কোনো এক নিৰ্দিষ্ট দিশত কোনো বস্তুৰ দ্ৰুতিকেই পদাৰ্থ বিজ্ঞানত বেগ বোলা হয়। দ্ৰুতিয়ে মাত্ৰ কিমান খৰকৈ বস্তু এটাই গতি কৰিছে তাকহে বুজাই আনহাতেদি বেগে দ্ৰুতিৰ লগতে দিশকো নিৰ্দেশ কৰে। কোনো এক বস্তুৱে স্থিৰ দ্ৰুতিৰে কোনো নিৰ্দিষ্ট এক দিশত গতি কৰিলে ত ...

ভৰ

পদাৰ্থ বিজ্ঞানত, ভৰ, হৈছে বস্তু এটাৰ দ্ৰুতিৰ পৰিবৰ্তনৰ বিপৰীতে বস্তুটোৱে দিয়া অন্তৰ্নিহিত পদাৰ্থৰ পৰিমাণসূচক বাধা। অৰ্থাৎ কোনো এটা বস্তুৰ সমান বাধা। আনহাতে, মাধ্যাকৰ্ষণিক ভৰ হৈছে, যেতিয়া এটা বস্তুৱে আন এটা বস্তুৰ সৈতে ক্ৰিয়া কৰে তেতিয়া বস্তুট ...

বিদ্যুৎ চুম্বকীয় বিকিৰণ

বিদ্যুৎ-চুম্বকীয় বিকিৰণ হৈছে আধানযুক্ত কণিকাৰ দ্বাৰা বিকিৰিত কৰা আৰু শোষিত কৰা শক্তিৰ এটা ৰূপ, যিয়ে মহাকাশৰ মাজেৰে পৰিভ্ৰমণ কৰোঁতে তৰংগ সদৃশ ধৰ্ম দেখুৱায়। বিদ্যুৎ-চুম্বকীয় বিকিৰণত বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰ দুয়োটাৰে ক্ষেত্ৰ প্ৰাবল্যৰ উপ ...

ৰঞ্জন ৰশ্মি

ৰঞ্জন ৰশ্মি ক্ষুদ্ৰ তৰঙ্গ বিশিষ্ট এক ধৰণৰ ত্বৰিক চৌম্বিক বিকিৰণ। ইয়াৰ আন এক নাম এক্স-ৰে । ৰঞ্জনৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্য সাধাৰণ পোহৰতকৈ অনেক কম কাৰণে ইয়াক খালি চকুৰে দেখা নাযায়। ১৮৯৫ চনত উইলিয়াম ৰণ্টজেনে এই ৰশ্মিৰ আৱিষ্কাৰ কৰে। তৰঙ্গদৈৰ্ঘ্য যিমানে ...

জয়ন্ত কুমাৰ শৰ্মা

ড° জয়ন্ত কুমাৰ শৰ্মা অসমৰ এগৰাকী আগশাৰীৰ পদাৰ্থবিদ, শিক্ষাবিদ, লেখক আৰু সম্পাদক৷ ১৯৬৫ চনৰ ১ ফেব্ৰুৱাৰীত অসমৰ পাঠশালাত জন্মগ্ৰহণ কৰা শৰ্মাৰ পিতৃ-মাতৃ আছিল যথাক্ৰমে অধ্যাপক হেমচন্দ্ৰ শৰ্মা আৰু চাৰু দেৱী৷ শৰ্মাৰ পিতৃ হেমচন্দ্ৰ শৰ্মা বজালী মহাবিদ্যা ...

নট

নট জাহাজৰ গতিৰ একক। এখন জাহাজ বা আন জলযানে এঘণ্টাত ৬০৭৬১২ ফুট বা ১৮৫২ মিটাৰ বা ১.৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিলে তাএক নট বুলি জোখা হয়।

ফাৰেনহাইট

ফাৰেনহাইট হল তাপমাত্ৰা পৰিমাপৰ স্কেল, যিটো ১৭২৪ চনত প্ৰস্তাব কৰা হয় আৰু জাৰ্মান পদাৰ্থবীদ ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট ৰ নামানুসৰি নামকৰণ কৰা হয়। বৰ্তমান বিশ্বৰ অধিকাংশ দেশত তাপমাত্ৰা পৰিমাপৰ বাবে ছেলছিয়াছ স্কেল ব্যৱহৃত হৈছে। যুক্তৰাষ্ট্ৰ সহ ...

বিঘা

বিঘা মাটিৰ কালি জোখৰ এটা একক। এই একক প্ৰধানতঃ নেপাল,বাংলাদেশ আৰু ভাৰতৰ উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান আৰু অসমত ব্যৱহাৰ কৰা হয়। বিঘাৰ মান্য জোখৰ অঞ্চল বিশেষে ভিন্নতা আছে। উৎস বিশেষে ১,৫০০ পৰা ৬,৭৭১ বৰ্গম ...

মল

মল হৈছে আন্তৰ্জাতিক একক পদ্ধতিত কোনো বস্তুত থকা পদাৰ্থৰ পৰিমানৰ আধাৰ একক। সংজ্ঞামতে, যিমান পৰিমানৰ ৰাসায়নিক পদাৰ্থত, ১২ মান আনৱিক ভৰ বিশিষ্ট ১২ গ্ৰাম কাৰ্বন-১২ত থকা প্ৰাথমিক কণিকা, যেনে, পৰমাণু, অণু, আয়ন, ইলেক্ট্ৰন, অথবা ফটনৰ সম সংখ্যক কণিকা থা ...

লিটাৰ

লিটাৰ হল মেট্ৰিক পদ্ধতিত আয়তনৰ একক। এক লিটাৰ হল ১০০০ ঘন চেণ্টিমিটাৰৰ সমান । লিটাৰ শব্দটোৰ আন্তৰ্জাতিক প্ৰতিশব্দ হল litre আৰু আমেৰিকান প্ৰতিশব্দ হল liter, ইয়াৰ এছ আই চিহ্ন L বা l অন্য এটি চিহ্ন ℓ ৰ জৰিয়তেও লিটাৰক প্ৰতিনিধিত্ব কৰা হয়। ই ১ ঘন ডে ...

ক অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ প্ৰথম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। কও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ক উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধ ...

খ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। খও এটি ব্যঞ্জন বৰ্ণ, সেয়ে খ উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বা ...

গ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। গও এটি ব্যঞ্জন বৰ্ণ, সেয়ে গ উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰ ...

ঘ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্থ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। ঘও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ঘক উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰ ...

ঙ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৫ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। ঙও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ঙ উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধ ...

চ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ষষ্ঠ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। চও এটি ব্যঞ্জন বৰ্ণ, সেয়ে চ উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত ব ...

ছ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৭ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। ছও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ছ উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধ ...

জ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৮ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। জও এটি ব্যঞ্জন বৰ্ণ, সেয়ে জ উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰ ...

ঝ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৯ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। ঝও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ঝ উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধ ...

ঞ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দশম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।

ট অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। টও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ট উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ ...

ঠ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দ্বাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। ঠও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ঠ উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধা ...

ড অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। ডও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ড উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ ...

ড়

ড় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। ড়ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ড় উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিত ...

ঢ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্দশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। ঢও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ঢ উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধ ...

ঢ়

ঢ় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। ঢ়ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে ঢ় উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিত ...