ⓘ Free online encyclopedia. Did you know? page 130

পল্টন বজাৰ

পল্টন বজাৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এক বসতিস্থল। ইয়াৰ চৌপাশে পাণ বজাৰ, উলুবাৰী, ৰিহাবাৰী, ফাঁচী বজাৰ অৱস্থিত। পল্টন বজাৰ গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান। যাতায়াত-যোগাযোগ, ব্যৱসায়-বাণিজ্য, হোটেল আদিকে ধৰি আন বহুতো সেৱাৰেই পল্টন বজাৰ হৈছে ...

পাণবজাৰ

পাণবজাৰ অসমৰ গুৱাহাটী মহানগৰৰ এক অঞ্চল। পল্টন বজাৰ, আমবাৰী, ফাঁচী বজাৰ আদি অঞ্চলবিলাক ওচৰা-ওচৰিকৈ অৱস্থিত। ব্ৰহ্মপুুত্ৰ নদীৰ দক্ষিণ পাৰত নগৰ কেন্দ্ৰৰ ই এক গুৰুত্বপূৰ্ণ অংশ।

মালিগাঁও

মালিগাঁও হৈছে অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এটি জনবসতিপূৰ্ণ এলেকা৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় আৰু উত্তৰ-পূব সীমান্ত ৰেলৱে ষ্টেডিয়ামখনি মালিগাঁৱতেই অৱস্থিত৷ কামাখ্যা মন্দিৰ, কালী মন্দিৰ, হনুমান মন্দিৰকে ধৰি একাধিক উপাসনাগৃহ মালিগ ...

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান হৈছে অসমৰ ব্যক্তিগতখণ্ডৰ এখন আগশাৰীৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান। শ্ৰীমন্ত শংকৰ একাডেমী সমাজৰ আধিনত ২০০৬ চনত স্থাপিত ই হৈছে অসমৰ প্ৰথম ব্যক্তিগতখণ্ডৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান।

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ এখন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান। ২০১১ চনত শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ সমীপত ডেকাৰগাঁও কুন্দাৰবাৰী অঞ্চলত ইয়াক প্ৰতিষ্ঠা কৰা হয়।

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা ২০০৮ চনত কোকৰাঝাৰ জিলাত প্ৰতিষ্ঠা কৰা হয় । ২০০৬ চনত অসম চৰকাৰে কোকৰাঝাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হব বুলি ঘোষণা কৰিছিল । সেইমৰ্মে ২০০৮ চনৰ ১৬ আগষ্ট তাৰিখে অসমৰ মুখ্যম ...

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ অসমৰ শিলচৰ চহৰত অৱস্থিত এখন অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬৭ চনত আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠিত এই মহাবিদ্যালয়খন ২০০২ চনত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ উন্নীত কৰা হ ...

আজাৰবাইজানী ৱিকিপিডিয়া

আজাৰবাইজানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ আজাৰবাইজানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৮০,৮১৬ প্ৰবন্ধ আছে।

আফ্ৰিকান্স ৱিকিপিডিয়া

আফ্ৰিকান্স ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ আফ্ৰিকান্স সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৯৭,৯৪৮ প্ৰবন্ধ আছে।

ইংৰাজী ৱিকিপিডিয়া

ইংৰাজী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 62.96.134 প্ৰবন্ধ আছে।

ইউক্ৰেনীয় ৱিকিপিডিয়া

ইউক্ৰেনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইউক্ৰেনীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 10.91.376 প্ৰবন্ধ আছে।

ইটালীয় ৱিকিপিডিয়া

২০২১ চনত ইটালীয় ৱিকিপিডিয়াৰ ১৬,৯১,৯২৭টা প্ৰবন্ধ, ২১,২১,০০০ গৰাকী সম্পাদক, ১১৪ গৰাকী প্ৰশাসক আৰু ১,৪১,২৫১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১২,০২,৫৬,৯০০।

ওলন্দাজ ৱিকিপিডিয়া

ওলন্দাজ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওলন্দাজ ভাষাৰ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 20.54.605 প্ৰবন্ধ আছে।

চাঁওতালি ৱিকিপিডিয়া

চাঁওতালি ৱিকিপিডিয়া হল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চাঁওতালি সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেচনৰ অন্তৰ্ভুক্ত এই প্ৰকল্পটো ২০১৮ চনৰ ২ আগষ্ট তাৰিখে ইয়াক মুকলি কৰা হৈছিল। চাঁওতালি ভাষাৰ নিজস্ব অল চিকি লিপিৰ চাঁওতালি ৱিকিপিডিয়াত ব্যৱহাৰ কৰা হয়। ...

চাৰ্ব-ক্ৰৱেচীয় ৱিকিপিডিয়া

চাৰ্ব-ক্ৰৱেচীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চাৰ্ব-ক্ৰৱেচীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৪,৫৪,৯৯৮ প্ৰবন্ধ আছে।

জাৰ্মান ৱিকিপিডিয়া

২০২১ চনত জাৰ্মান ৱিকিপিডিয়াৰ ২৫,৭৪,৬০৮ টা প্ৰবন্ধ, ৩৭,০০,০০০ গৰাকী সম্পাদক, ১৮৭ গৰাকী প্ৰশাসক আৰু ১,২৯,৫০৮ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ২১,০৩,৭৮,৬১৭।

নেপাল ভাষা ৱিকিপিডিয়া

নেপাল ভাষা ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ নেপাল ভাষা সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩১,৮৩২ প্ৰবন্ধ আছে।

পৰ্তুগীজ ৱিকিপিডিয়া

পৰ্তুগীজ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পৰ্তুগীজ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 10.66.072 প্ৰবন্ধ আছে।

বঙালী ৱিকিপিডিয়া

২০০৪ চনৰ ২৭ জানুৱাৰীত বঙালী ৱিকিপিডিয়া জন্মলাভ কৰে। ২০০৬ চনৰ অক্টোবৰত বঙালী ৱিকিপিডিয়া প্ৰথম দক্ষিণ এছিয় ৱিকিপিডিয়া হিসাবে ১০,০০০ প্ৰবন্ধ অতিক্ৰম কৰে। ২০১১ চনৰ ৩ অক্টোবৰত উইকিমিডিয়া বাংলাদেশ গঠন কৰা হয়। ২০১৭ চনত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ...

বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া

বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৫,০৫০ প্ৰবন্ধ আছে।

ভিয়েটনামী ৱিকিপিডিয়া

ভিয়েটনামী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ভিয়েটনামী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১২,৬৩,৭২২টা প্ৰবন্ধ আছে।

মিচৰীয় আৰবী ৱিকিপিডিয়া

মিচৰীয় আৰবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মিচৰীয় আৰবী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১২,৮০,৯২০ প্ৰবন্ধ আছে।

স্পেনীয় ৱিকিপিডিয়া

স্পেনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ স্প্যানিশ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৬,৮২,১১৫টা প্ৰবন্ধ আছে।

হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)

হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাটি ব্ৰিটিছ লেখিকা জে কে ৰাউলিং ৰচিত সাত খণ্ডৰ হেৰী পটাৰ উপন্যাস শৃংখলাৰ কাহিনীৰ আধাৰত নিৰ্মিত। শৃংখলাটিৰ কিতাপৰ সংখ্যা সাতখন আৰু, চলচ্চিত্ৰৰ সংখ্যা আঠখন। অন্তিমখন কিতাপৰ কাহিনী অপেক্ষাকৃত ভাবে দীঘল আৰু জটিল হোৱাৰ বাবে কি ...

অক্সিন

অক্সিন উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা এক শ্ৰেণীৰ হৰমন। সাধাৰণতে ই গছৰ আগলি অংশত থাকে। অক্সিনে ঘাইকৈ গছৰ বৃদ্ধিৰ পৰিমাণ, ধৰণ আৰু দিশ নিৰূপন কৰে। সামান্য পৰিমাণৰ অক্সিন ব্যৱহাৰ কৰি উদ্ভিদ-জীৱকোষৰ বৃদ্ধি ঘটাব পাৰি। খেতি পথাৰৰ অপতৃণ ধ্বংসৰ ব ...

ইনছুলিন

ইনছুলিন অগ্ন্যাশয়ৰ বিটা কোষসমূহে তৈয়াৰ কৰা এক পেপ্‌টাইড হৰমন। ইয়াৰ দেহৰ প্ৰধান শক্তিদায়ক হৰমন হিচাপে গণ্য কৰা হয়। মূলতঃ গ্লুকজক যকৃৎ, চৰ্বি আৰু মাংসপেশীলৈ শোষণ কৰি ই শৰ্কৰা, স্নেহ পদাৰ্থ আৰু প্ৰটিনৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। এই কলাবোৰত প ...

থাইৰইড হৰমন

থাইৰইড হৰমন হল মানৱ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় একপ্ৰকাৰৰ হৰমন। থাইৰয়ড নামৰ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে এই হৰমন নিঃসৃত কৰে। এই হৰমনে আমাৰ শৰীৰৰ পৰিপুষ্টি আৰু বৰ্ধনকে ধৰি শৰীৰৰ অতিকে প্ৰয়োজনীয় কিছুমান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

কাক বাঁহ

কাক বাঁহ এবিধ বনৰীয়া বাঁহ। এই বাঁহৰ জোপা জোপাকৈ একেলগে বহুতো বাঁহগছ উৎপত্তি হৈ বৃহৎ এলেকা অধিকাৰ কৰি পেলোৱা দেখা যায়।

কোটোহা বাঁহ

কোটোহা বাঁহৰ গাইগুটীয়া গাঁঠিবোৰ ঘন হয় আৰু দুটা গাঁঠিৰ মধ্যভাগত বিকশিত হোৱা পাব internode বিলাকত থকা চুঙাৰ ফোঁপোলা সামান্য হয়। গাঁঠিবিলাকৰ পৰা ওলাই অহা চেকনিবোৰে বাঁহজোপাক মেৰিয়াই ধৰে। বাঁহৰ মুঢ়াৰ পৰা পোখা ওলাই গাঁজৰ উৎপত্তি হয়। অন্যন্য বাঁহ ...

বাঁহৰ স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ

উপাচাৰবিহীন বাঁহ বহু কম সময়ৰ বাবেহে ভাল হৈ থাকে । বগা পচন, কোমল পচন, ভেঁকুৰ, চিদ্ৰকাৰী পোক, উঁই পৰুৱা আদিৰ প্ৰতি বাঁহ যথেষ্ট সংবেদনশীল। এই জৈৱ কাৰকসমূহৰ কাৰণেই বহু মজুত ৰখা বাঁহ নষ্ট হৈ যায়। বাঁহ হেমিচেলুল’জ, পেণ্ট’জেনচ্, লিগনিন আৰু প্ৰচুৰ পৰিম ...

ভলুকা বাঁহ

ভলুকা বাঁহ এবিধ ডাঙৰ আকাৰৰ মজবুত বাঁহ। এই বাঁহ ভাৰত উপমহাদেশৰ থলুৱা বাঁহ যদিও বৰ্তমান অন্য দেশতো ঔদ্যোগিক ভাৱে এই বাঁহৰ খেতি কৰা হয়।

অশোক ফুল

অশোক ফুল অৰ্থাৎ যাৰ শোক নাই এবিধ লেগুমlegume অৰ্থাৎ মাহ পৰিয়ালৰ কেছালপিনিওডি Caesalpinioideae উপ-পৰিয়ালৰ অন্তৰ্গত উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ছাৰাকা অশোকা Saraca asoca। ভাৰত উপমহাদেশ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ সাংস্কৃতিত ইয়াৰ এক বিশে ...

কৰ্চন চৰাই

কৰ্চন চৰাই গ্ৰুইডু গোত্ৰ বা পৰিয়ালৰ অন্তৰ্গত বক গণৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ চৰাই। সহজে দৃষ্টিগ্ৰাহ্য ও দৰ্শনীয় ইয়াক দেশীয় শাৰস বুলিও কোৱা হয়। এই চৰাইবিধ উৰিব পৰা চৰাইৰ ভিতৰত দীৰ্ঘতম, প্ৰায় ১.৮ মিটাৰ । চৰাইবিধ বাংলাদেশ, ভাৰতৰ ওপৰিও দক্ষিণ আ ...

গাহৰি-নেজীয়া বান্দৰ

গাহৰি-নেজীয়া বান্দৰ বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, লাওচ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি। পূৰ্ব্বতে ইয়াক Macaca nemestrina -ৰ এবিধ উপ-প্ৰজাতি বুলি গণ্য কৰা হৈছিল। ভাৰতবৰ্ষত এই প্ৰজাতিটো ব্ৰহ্মপুত্ৰৰ দক্ষি ...

গেৰেলা

গেৰেলা ইংৰাজী: Hog badger; বৈজ্ঞানিক নাম: Arctonyx collaris এবিধ সৰু আকাৰৰ স্তন্যপায়ী নিশাচৰ প্ৰাণী৷ অসমৰ বিভিন্ন অঞ্চলত এই প্ৰাণীবিধ দেখা পোৱা যায়৷

টুপীমূৰীয়া বান্দৰ

টুপীমূৰীয়া বান্দৰ উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি। এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো পোৱা যায়। টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল।

টুৱাটেৰা

টুৱাটেৰা নিউজিলেণ্ডৰ এবিধ নিজা-থলুৱা সৰীসৃপ। জেঠীজাত জীৱৰ দৰে দেখিলেও ইহঁত বেলেগ এটা গুৰি-গোষ্ঠীৰ, যিটো হ’ল ৰাইংক’চেফালিয়া বৰ্গ। ইহঁতৰ নামটো মাওৰি ভাষাৰ পৰা আহিছে যাৰ অৰ্থ "পিঠিত শৃংগ"। ২০ কোটি বছৰমান আগতে উন্নতি লাভ কৰা বৰ্গটোৰ এটাই টুৱাটেৰাৰ প ...

দল-হৰিণা

দল-হৰিণা ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও বৰ্তমান এই প্ৰাণীবিধ তাৰ পৰা বিলুপ্তপ্ৰায় হৈছে৷ এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং ৷ একো ...

পানীটুকি চৰাই

পানীটুকি চৰাই ঘন বনেৰে ভৰা জলাহ বা পিতনি অঞ্চলত বাস কৰা এবিধ অতিকৈ বিৰল প্ৰজাতিৰ চৰাই৷ এই চৰাইবিধ কেৱল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতহে দেখিবলৈ পোৱা যায় ৷

বগা ভালুক

এই ভালুক সুমেৰু বৃত্তত পোৱা যায়, সুমেৰু মহাসাগৰ আৰু ওচৰৰ সাগৰ তথা ভূমি সামৰি। যদিও প্ৰায়বোৰ বগা ভালুকৰে জন্ম মাটিত হয়, অথচ বেছি ভাগ বগা ভালুকেই সাগৰীয় বৰফত বাস কৰে। সাগৰীয় বৰফৰ ওপৰত থকা নীৰ্ভৰশীলতাৰ বাবেই বগা ভালুকক সাগৰীয় প্ৰাণী জ্ঞান কৰা হয়।

মিৰিকা মাছ

মিৰিকা মাছ, মৃগেল আৰু হোৱাইট কাৰ্প বুলিও কোৱা হয়, হৈছে কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ মাছৰ প্ৰজাতি। ভাৰতৰ নদী আৰু জুৰিত পোৱা এবিধ স্থানীয় মাছ, কেৱল কাউভেৰি নদীত ইয়াৰ বন্য প্ৰজাতি দেখিবলৈ পোৱা যায়, প ...

মেঠোন

মেঠোন দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷

লাজুকী বান্দৰ

লাজুকী বান্দৰ প্ৰধানতঃ ভাৰত উপমহাদেশ তথা ইণ্ডোনেচিয়াত পোৱা বান্দৰৰ এটা প্ৰজাতি। সমগ্ৰ বিশ্বত পোৱা অন্যান্য পাঁচটা লাজুকী বান্দৰৰ প্ৰজাতিৰ ভিতৰত এই প্ৰজাতিটোয়ে আটাইতকৈ বহুলভাৱে বিস্তৃত। এই জন্তুবিধৰ মুৰটো ঘূৰণীয়া, সমতল মুখমণ্ডল, বৃহৎ চকু, ক্ষুদ ...

শৰপহু

শৰপহু দক্ষিণ এছিয়া তথা দক্ষিণ-পূব এছিয়া ত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি। ভাৰতবৰ্ষতো এই প্ৰাণীবিধ বহুল ভাৱে বিস্তৃত হৈ আছে। পহুৰ প্ৰজাতি সমূহৰ ভিতৰত শৰপহু অন্যতম বৃহৎ প্ৰজাতি। শৰপহু বাঘৰ এবিধ প্ৰিয় চিকাৰ বুলি জনা যায়।

সিংহ

সিংহ, পেন্থেৰা লিঅ হৈছে পেন্থেৰা গণৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ইহঁত ফেলেডি পৰিয়ালৰ পাঁচ প্ৰকাৰৰ বৃহৎ মেকুৰীজাতীয় প্ৰাণীৰ অন্যতম। আফ্ৰিকীয় সিংহ বুলিলে আফ্ৰিকাৰ অৰণ্যত পোৱা কেইবা প্ৰকাৰৰ উপ-প্ৰজাতিক বুজায়। এটা পূৰ্ণবয়স্ক মতা সিংহৰ ওজন ...

সেন্দুৰী বান্দৰ

সেন্দুৰী বান্দৰ দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা বান্দৰৰ এবিধ প্ৰজাতি ৷ ইয়াৰ গাৰ বৰণ গাঢ় খয়েৰী বৰণৰ৷ নেজ অত্যনত চুটি আৰু নোমহীন৷ নেজৰ এই বৈশিষ্ট্যৰ বাবেএই প্ৰজাতিবিধৰ ইংৰাজী নাম Stump-tailed হয়৷ সেন্দুৰীয়া বান্দৰৰ মুখখন নোমহীন আৰু তাত কিছুমান ক ...

হয়কলি

হয়কলি লাজকুৰীয়া আৰু স্থলচৰ কুকুৰা পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাই। ইয়াক সাধাৰণতে ভাৰতৰ কিছু অংশত, নেপাল আৰু বাংলাদেশ ত পোৱা যায়। ইয়াৰ যথেষ্ট দীঘল ঠেং দুখনৰ সহায়ত সহজে চিনাক্ত কৰিব পাৰি।

ৰঙা পাণ্ডা

ৰঙা পাণ্ডা এবিধ সৰু আকাৰৰ গছত থকা স্তন্যপায়ী প্ৰাণী। ইয়াক সাধাৰণতে পূব হিমালয় আৰু দক্ষিণ-পশ্চিম চীনত দেখা পোৱা যায়। ইয়াৰ বন্য পৰিবেশত হোৱা দ্ৰুত জনসংখ্যা হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি এই জন্তুবিধক আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত বুলি স্বীকৃতি প ...

অক চৰাই

অক চৰাই বা great auk Pinguinus impennis এবিধ বিলুপ্ত সামুদ্ৰিক চৰাই। স্কাণ্ডিনেভিয়া, স্পেইন, গ্ৰীণলেণ্ড আদি ঠাইক সামৰি উত্তৰ আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উপকুল অঞ্চলত এসময়ত পৰ্যাপ্ত পৰিমাণে অক চৰাই আছিল। কিন্তু সুস্বাদু মাংস আৰু কণীৰ অধিকাৰী ...

ডৌডৌ চৰাই

ডৌডৌ ভাৰত মহাসাগৰৰ মৰিচাচ দ্বীপৰ থলুৱা চৰাই আছিল। ইহঁত উৰিব নোৱাৰা চৰাই আছিল। ১৬ শতিকাৰ শেষত মানুহে ইহঁতৰ বৰ বেছিকৈ চিকাৰ কৰাৰ ফলত ইহঁত বিলুপ্ত হৈ গৈছিল। জীয়াই থকা জীৱৰ ভিতৰত ইহঁত পাৰ আৰু কপৌ চৰাইৰ লগত আটাইতকৈ ওচৰ-সম্পৰ্কীয়, আৰু ইহঁতক ৰেফাইনায় ...