ⓘ Free online encyclopedia. Did you know? page 135

৩ জানুৱাৰী

৩ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৩ জুলাই

১৯৭১ - জেমি গ্ৰভ, ইংলেণ্ডৰ ক্ৰিকেটাৰ ১৯৫২ – অমিত কুমাৰ, ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক। ১৯১১ - এলেন ব্ৰাউন, অষ্ট্ৰেলিয়াৰ জনসেৱক ১৯৮২ - হৰভজন সিং, ভাৰতীয় ক্ৰিকেটাৰ। ১৯৬২ - টম ক্ৰুইজ, আমেৰিকান অভিনেতা আৰু প্ৰযোজক

৩ ফেব্ৰুৱাৰী

৩ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা - ২০০৬ খৃ: - ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰ ৰেড ছীত দুৰ্ঘটনাগ্ৰস্থ হয় যত কমেও ১০০০ ...

৩ মাৰ্চ

১৮৩৯ - ভাৰতৰ মহান উদ্যোগপতি আৰু টাটা গ্ৰুপৰ সংস্থাপক জামশেদজী টাটাৰ জন্ম। মৃত্যু: ১৯০৪ ১৮৪৭ - আলেকজাণ্ডাৰ গ্ৰাহাম বেল, স্কটিছ বিজ্ঞানী আৰু উদ্ভাৱক। মৃত্যু: ১৯২২

৩ মে

১৯৩৭ - মাৰ্গাৰেট মিচেল, তেখেতে" Gone with the Wind” নামৰ কিতাপখনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে। ১৯১৩ - প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ মুক্তি লাভ কৰে। ১৮৩৭ - এথেন্স বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় গ্ৰীচত।

৩০ আগষ্ট

৩০ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪২তম দিন। বছৰ শেষ হবলৈ ১২৩ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৩০ এপ্ৰিল

২০২১ - ৰোহিত চাৰ্দানা, এজন ভাৰতীয় বাতৰি সূত্ৰধাৰ, বাতৰি পৰিবেশক, সাংবাদিক তথা সম্পাদক আছিল। জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৭৯ ২০২০ - চুনী গোস্বামী, প্ৰবাদপ্ৰতিম ভাৰতীয় ফুটবল খেলুৱৈ। জন্ম: ১৫ জানুৱাৰী, ১৯৩৮ ২০২০ - ভাৰতীয় অভিনেতা ঋষি কাপুৰৰ ৬৭ বছৰ বয়সত ...

৩০ ছেপ্টেম্বৰ

১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে। ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকিশত হয় ১৯৪৬ চনৰ আজিৰ দিনটোত। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ ...

৩০ জানুৱাৰী

৩০ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৫ দিন বাকী থাকে।

৩০ জুন

৩০ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮১তম দিন। বছৰ শেষ হবলৈ ১৮৪ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৩০ জুলাই

১৯৭৩ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী চনু নিগমৰ জন্ম হৈছিল। ১৯২৬ চনৰ আজিৰ দিনটোত অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক পদ্ম বৰকটকীৰ জন্ম হৈছিল।

৩০ মাৰ্চ

২০০২ - আনন্দ বক্সী, প্ৰখ্যাত ভাৰতীয় কবি,গীতিকাৰ আৰু সুৰকাৰ। জন্ম: ২১ জুলাই, ১৯৩০ ২০০৬ - কেশৱ মহন্ত, অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। জন্ম: ২০ জানুৱাৰী, ১৯২৬ ১৯৬৪ - বিৰিঞ্চি কুমাৰ বৰুৱা, অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক সং ...

৩০ মে

১৪৩১ - জোৱান অফ আৰ্ক, এগৰাকী ফৰাচী বিৰংগনা আৰু ৰোমান কেথ’লিক মনিষী। ১৯৮১ - জিয়াউৰ ৰহমান, বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা। ১৭৭৮ - ভলটেয়াৰ, ফৰাচী লেখক আৰু দাৰ্শনিক। ১৯৬৫ - লুই ইয়েল্ম্‌ ...

৩১ অক্টোবৰ

৩১ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬১টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

৩১ আগষ্ট

৩১ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৩তম দিন। বছৰ শেষ হবলৈ ১২২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৩১ জানুৱাৰী

৩১ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন বাকী থাকে।

৩১ মে

১৯১১ – উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল। ১৮৫৯ – ক্লক টাৱাৰ The clock towerৰ বিগ বেং Big Ben নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল।

৪ আগষ্ট

৪ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৬তম দিন। বছৰ শেষ হবলৈ ১৪৯ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৪ এপ্ৰিল

১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে। ২০১২ - ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ পঞ্চম বৰ্ষৰ প্ৰথমখন খেল অনুষ্ঠিত। ২০১১ - আৰ্মেনিয়াৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, য়ুৰি গেগেৰিনৰ সন্মানত নামকৰণ। ২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক য়ুৰি গেগেৰিনৰ সন্মানত পালন কৰা প্ৰ ...

৪ ছেপ্টেম্বৰ

৪ ছেপ্টেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৭তম দিন। বছৰ শেষ হবলৈ ১১৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৪ জানুৱাৰী

৪ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ চতুৰ্থ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৪ জুলাই

১৯০২ – বিবেকানন্দ, ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক। ২০১২ – হীৰেন ভট্টাচাৰ্য, ভাৰতীয় কবি জন্ম: ১৯৩২ ১৯৬৩ – পিঙ্গলি ভেংকয়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, এখেতে ভাৰতীয় জাতীয় পতাকাৰ আৰ্হি ৰচক জন্ম: ১৮৭৬

৪ ফেব্ৰুৱাৰী

৪ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৪ মে

১৯৪২ চনৰ আজিৰ দিনটোতে ‘‘এন্দ্ৰিউ গৌড়লে ক্ল’’ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৪৭ চনৰ ৪মে’লৈকে তেওঁ কাৰ্যভাৰ কাৰ্য সম্পাদন কৰে। ১৯৭৯ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ১৯৮ ...

৫ অক্টোবৰ

৫ অক্টোবৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৮তম দিন। বছৰ শেষ হবলৈ ৮৭ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

৫ আগষ্ট

৫ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৭তম দিন। বছৰ শেষ হবলৈ ১৪৮ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৫ এপ্ৰিল

১৯৪৯- ভাৰতত স্কাউট এণ্ড গাইড স্থাপনা কৰা হৈছিল। ১৯৪৪ - সুভাষচন্দ্ৰ বসুই ৰেঙ্গুনত আজাদ হিন্দ ব্যাঙ্ক স্থাপন কৰে। ২০১১ - ভাৰতত জন লোকপাল বিল বলবৎ কৰাৰ দাবীত আন্না হাজাৰেৰ আমৰণ অনশন কাৰ্যসূচীৰ আৰম্ভ। ১৯৪৮ - ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াৰ দ্ব ...

৫ ছেপ্টেম্বৰ

৫ ছেপ্টেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৮তম দিন। বছৰ শেষ হবলৈ ১১৭ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৫ জানুৱাৰী

৫ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৫ জুন

৫ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৬তম দিন। বছৰ শেষ হবলৈ ২০৯ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৫ জুলাই

নোবেল বঁটা বিজয়ী জাৰ্মান পদাৰ্থ বিজ্ঞানী এলব্ৰেষ্ট কছেলৰ মৃত্যু হয় ১৯২৭ চনৰ আজিৰ দিনটোতে। ১৯৬৪ চনৰ আজিৰ দিনটোতে বনফুলৰ কবি খ্যাত যতীন্দ্ৰনাথ দুৱৰা যদুৰ দেহাৱসান ঘটে শিৱসাগৰৰ নিজ বাসভৱনত। তেখেত আছিল প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা বিজয়ী। ১৯৬ ...

৫ ফেব্ৰুৱাৰী

৫ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৫ মে

১৯৫৫ চনত আজিৰ দিনটোত সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক। ১৯৮৪ চনৰ আজিৰ দিনটোত ফু দৰ্জীয়ে এভাৰেষ্ট আৰোহণ। তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয়। ১৯২১ চনৰ আজিৰ দিনটোত বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইনাৰ গেজেট’ প্ ...

৬ আগষ্ট

৬ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৮তম দিন। বছৰ শেষ হবলৈ ১৪৭ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৬ এপ্ৰিল

১৯৬৫ - প্ৰথম ব্যৱসায়িক উপগ্ৰহ, আৰ্লি বাৰ্ডৰ উৎক্ষেপন। ১৯১৯ - ভাৰতত মহাত্মা গান্ধীৰ দ্বাৰা সাধাৰণ প্ৰতিবাদৰ আদেশ। ১৮৬৯ - ছেলুলয়ডৰ পেটেণ্ট। ১৫৮০ - ইংলেণ্ড, ফ্লেণ্ডাৰ্ছ আৰু উত্তৰ ফ্ৰান্সত এটা প্ৰবল ভূমিকম্প। ১৯৯৮ - পাকিস্তানৰ দ্বাৰা ভাৰতত প্ৰৱেশ স ...

৬ জানুৱাৰী

৬ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৬ জুলাই

১৯৪৬ চনত ৪৩তম আমেৰিকান ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ জন্ম হয় আজিৰ দিনটোতে। ১৯২৬ চনৰ আজিৰ দিনটোতে কলংপৰীয়া কবি ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা মহিম বৰাদেৱে জন্ম লাভ কৰিছিল।

৬ ফেব্ৰুৱাৰী

৬ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৬ মে

১৮৫৩ চনৰ আজিৰ দিনটোতে আমেৰিকান সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ হয়। ১৮৪০ চনৰ আজিৰ দিনটোত বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় ব্ৰিটেইনত। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল। টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লে ...

৭ আগষ্ট

৭ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৯তম দিন। বছৰ শেষ হবলৈ ১৪৬ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৭ এপ্ৰিল

১৯৩৭ - শ্বিলঙত অসম বিধান সভাৰ প্ৰথম বৈঠক। ১৯২৭ - প্ৰথম দীৰ্ঘ-দূৰত্বৰ ৰাজহুৱা দূৰদৰ্শন সম্প্ৰসাৰণ, ৱাচিংটন ডি.চি.ৰ পৰা নিউয়ৰ্ক নগৰলৈ। ২০০১ - নাছাৰ মংগল অভিযান মাৰ্ছ ওডিছিৰ উৎক্ষেপন। ২০১৪ - অসমত ডেকাৰগাঁও, তেজপুৰৰ পৰা নাহৰলগুনলৈ প্ৰথম যাত্ৰীবাহী ৰ ...

৭ ছেপ্টেম্বৰ

৭ ছেপ্টেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫০তম দিন। বছৰ শেষ হবলৈ ১১৫ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৭ জানুৱাৰী

৭ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৭ জুন

লিবিয়াৰ ইজৰাইল-বিৰোধী আন্দোলনৰ নেতা মোৱাম্মাৰ মহম্মদ আবু মিনয়াৰ আল-গাড্ডাফিৰ জন্ম হৈছিল ১৯৪২ চনৰ আজিৰ দিনটোতেই। বৰপেটা সত্ৰৰ দ্বিতীয় গৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই পৃথিৱীৰ প্ৰথম পোহৰ দেখিছিল ১৪৯০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই। তেখেতৰ আদি ন ...

৭ জুলাই

১৯৯০ চনৰ আজিৰ দিনটোতে মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষনেতা লালডেংগাৰ মৃত্যু হয়।. আজিৰ দিনটোতে ১৩০৭ চনত স্কটলেণ্ড আক্ৰমণ কৰিবলৈ যাওঁতে ইংলেণ্ডৰ ৰজা প্ৰথম এডৱাৰ্ডৰ মৃত্যু হয়। ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু হয় ১৯৩০ চনৰ আজিৰ দিনটোতে।.

৭ ফেব্ৰুৱাৰী

৭ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৭ মে

১৮৪৯ চনৰ আজিৰ দিনটোত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰুজন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’। পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’। ২০০৫ চনৰ আজিৰ দিনটোত অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ ...

৮ অক্টোবৰ

৮ অক্টোবৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৮১ তম দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ৮৫টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:

৮ আগষ্ট

৮ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২০তম দিন। বছৰ শেষ হবলৈ ১৪৫ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

৮ এপ্ৰিল

১৮৯৪ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, বাঙালী সাহিত্যিক। জ. ১৮৩৮। ১৯৪৭ - হেনৰী ফোৰ্ড, আমেৰিকাৰ ঔদ্যোগপতি। ১৯৭৩ - পাবলো পিকাচো, স্পেনৰ চিত্ৰশিল্পী। জ. ১৮৮১