ⓘ Free online encyclopedia. Did you know? page 137

আহাৰ (মাহ)

আহাৰ অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চতৰ অন্যতম। আহাৰত ৩১ দিন থাকে। ১আহাৰ হল এই মাহৰ প্ৰথম দিন।

আহিন

আহিন অসমীয়া বৰ্ষপঞ্জীৰ ষষ্ঠ মাহ। অশ্বিনী নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম আশ্বিন বা আহিন হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চতৰ অন্যতম। আহিন মাহত ৩০ দিন থাকে। আহিন মাহত শৰৎ ঋতুৰ স ...

কাতি

কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক বা কাতি হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মা ...

চত

চত অসমীয়া বৰ্ষপঞ্জীৰ অন্তিম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, আৰু ফাগুনৰ অন্যতম। বহাগত ৩০ দিন থাকে। ১ চত হল এই মাহৰ প্ৰথম দিন। এই মাহৰ অন্তত অসমীয়া নববৰ্ষৰ আৰম্ভ হয়। ৩০ চতৰ দিনা অস ...

জেঠ

জেঠ অসমীয়া বৰ্ষপঞ্জীৰ দ্বিতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চতৰ অন্যতম। জেঠত ৩২ দিন থাকে। ১জেঠ হল এই মাহৰ প্ৰথম দিন। জেঠুৱা উৎসৱ অসমত জেঠ মাহত পালন কৰা এটা বিশেষ উৎসৱ। ...

পুহ

পুহ অসমীয়া বৰ্ষপঞ্জীৰ নৱম মাহ। পুষ্যা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম পৌষ বা পুহ হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চতৰ অন্যতম। পুহ মাহত ২৯ দিন থাকে। পুহ মাহত হেমন্ত ঋতুৰ সমাপ্তি ...

ফাগুন

ফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চতৰ অন্যতম। ফাগুনত ৩০ দিন থাকে। ১ ফাগুন হল এই মাহৰ প্ৰথম দিন।

ব’হাগ

বহাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চতৰ অন্যতম। বহাগত ৩১ দিন থাকে। ১ বহাগ হল এই মাহৰ প্ৰথম দিন। এই দিনত অসমীয়া নববৰ্ষৰ উপলক্ষে মানুহ বিহু পতা হয়।

ভাদ

ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চতৰ অন্যতম। ভাদত ৩১ দিন থাকে। এই ভাদ মাহতেই দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ...

মাঘ

মাঘ অসমীয়া বৰ্ষপঞ্জীৰ দশম মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ একাদশ মাহ। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চতৰ অন্যতম। মাঘ মাহত ৩০ দিন থাকে। মঘা নক্ষত্ৰৰ নামেৰে মাঘ বা "মাঘা" নামটি ...

শাওণ

শাওণ অসমীয়া বৰ্ষপঞ্জীৰ চতুৰ্থ মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চতৰ অন্যতম। শাওণত ৩২ দিন থাকে। ১শাওন হল এই মাহৰ প্ৰথম দিন। শ্ৰবণা ন ...

জানুৱাৰী

জানুৱাৰী জুলিয়ান তথা গ্ৰেগৰিয়ান পঞ্জিকাৰ প্ৰথম মাহ। ই ৩১ দিন থকা ৭টা মাহৰ অন্যতম। ১ জানুৱাৰী এই মাহৰ প্ৰথম দিন, আৰু এই দিনক নিউ য়েৰ্ছ দে বোলা হয়। সাধাৰণতে এই মাহ পৃথিৱীৰ উত্তৰ গোলাৰ্দ্ধৰ আতাইতকৈ ঠাণ্ডা মাহ, আৰু দক্ষিণ গোলাৰ্দ্ধৰ আতাইতকৈ গৰম ম ...

ডিচেম্বৰ

ডিচেম্বৰ জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ। এই মাহটো ৩১ দিনীয়া। ডিচেম্বৰ শব্দটো লেটিন শব্দ ডিচেমৰ পৰা আহিছে। ইয়াৰ অৰ্থ দহ। প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল। সেই কেলেণ্ডাৰত মাৰ্চ ম ...

ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী হৈছে গ্ৰেগৰিয়ান আৰু জুলিয়ান পঞ্জিকা অনুসৰি বছৰৰ দ্বিতীয় মাহ। ই ইংৰাজী বছৰৰ সকলোতকৈ চুটি মাহ আৰু একমাত্ৰ মাহ যাৰ দিনৰ সংখ্যা ত্ৰিশতকৈ কম। অধিবৰ্ষত এই মাহত মুঠ ২৯ দিন আৰু অন্যান্য বছৰত ২৮ দিন থাকে। উত্তৰ গোলাৰ্ধত ফেব্ৰুৱাৰী হৈছে শীতৰ ...

উইচকনচিন

উইচকনচিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-মধ্য অঞ্চলত অৱস্থিত এখন অংগৰাজ্য। ১৮৪৮ চনৰ ১৯ মে তাৰিখে উইচকনচিন ৩০ সংখ্যক অংগৰাজ্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰে। ৰাজ্যখনৰ সীমান্তৰ পশ্চিমে মিনিচোটা, দক্ষিণ-পশ্চিমে আইৱা, দক্ষিণে ইলিনয়চ, পূবে লেক ম ...

ৱায়মিং

ৱায়মিং আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ পৰ্বতীয় অঞ্চলত অৱস্থিত এখন অংগৰাজ্য। ১৮৯০ চনৰ ১০ জুলাই তাৰিখে ৱায়মিঙে ৪৪ সংখ্যক অংগৰাজ্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰে। বৰ্তমানে ষ্টেট অব ৱায়মিং, ইকুৱেলিটি ষ্টেট আদি নামেৰে জনাজাত এই ৰাজ্যক ...

এক্স-মেন চলচ্চিত্ৰ শৃংখলা

এক্স-মেন চলচ্চিত্ৰ শৃংখলা হৈছে মাৰ্ভেল কমিক্চ ৰ আধাৰত নিৰ্মাণ কৰা কেইখনমান ছুপাৰহিৰো চলচ্চিত্ৰৰ সমষ্টি। এই চলচ্চিত্ৰকেইখনে ৱলভেৰিন, অধ্যাপক জেভিয়াৰ আৰু মেগনিট কে প্ৰমুখ্য কৰি এটা সমূহীয়া গোটক চিত্ৰিত কৰা হৈছে। ছবিখন ৱলভেৰিনক অনুসৰণ কৰি আগুৱাই গ ...

এক্সট্ৰেক্‌চন (চলচ্চিত্ৰ)

এক্সট্ৰেক্‌চন হল ২০২০ চনৰ এখন আমেৰিকান একশ্যন-থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখন শ্ব্যাম হাৰগ্ৰাভৰ দ্বাৰা পৰিচালিত আৰু এণ্ড পাৰ্কছ, জো ৰুছো, এণ্টনি ৰুছো, ফাৰ্নান্দো লেওন গনজালেজ আৰু ৰিক স্কিলমেনৰ গ্ৰাফিক উপন্যাসৰ আধাৰত জো ৰুছোৰ দ্বাৰা ৰচিত। চলচ্চিত্ৰখনত ক্ ...

ক্লেশ্ব অফ দ্য টাইটানছ (২০১০ চলচ্চিত্ৰ)

ক্লেশ্ব অফ দ্য টাইটানছ ২০১০ চনৰ এখন ফেণ্টাছী এডভেঞ্চাৰ চলচ্চিত্ৰ যি ১৯৮১ চনৰ একে নামৰ চলচ্চিত্ৰৰ এক পুনৰ্নিৰ্মাণ । ইয়াৰ কাহিনীভাগ উপৰুৱাকৈ গ্ৰীক কিংবন্তিৰ পাৰ্চিয়াছৰ ওপৰত আধাৰিত। লুইচ লেটেৰিয়াৰ পৰিচালিত আৰু তাৰকা হিচাপে ছেম ৱৰ্ডিংটন অভিনীত চলচ ...

গ্ৰেভিটী

গ্ৰেভিটী ২০১৩ চনত মুক্তিপ্ৰাপ্ত কল্প-বিজ্ঞান কাহিনীৰ ওপৰত আধাৰিত আৰু মহাকাশত সংঘটিত কাহিনীৰে নিৰ্মিত এখন ত্ৰিমাত্ৰিক শিহৰণকাৰী চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা, সহ-প্ৰযোজনা আৰু সহ-সম্পাদনা Alfonso Cuarón-ৰ। মূল চৰিত্ৰত অভিনয় কৰিছে ছান্দ্ৰা বুলক আৰু জৰ ...

দ্য নেমচেক

দ্য নেমচেক ২০০৬ চনৰ ২ ছেপ্তেম্বৰত মুক্তি পোৱা এখন ভাৰতীয় বোলছবি, যিখন ছবি আমেৰিকা যুক্তৰাষ্ট্ৰৰ টৰণ্ট আৰু নিউয়ৰ্ক চিটি চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ নিবাসী বাঙালী কন্যা ঝুম্পা লাহিড়ীৰ পুলিৎজাৰ বঁটা বিজয়ী উপন্যাস নেমচে ...

লাইফ অৱ পাই (চলচ্চিত্ৰ)

লাইফ অৱ পাই ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান ত্ৰিমাত্ৰিক কম্পিউটাৰ এনিমেটেড ৰোমাঞ্চক চলচ্চিত্ৰ। ২০০১ চনত প্ৰকাশিত য়ান মাৰ্টেলৰ লাইফ অৱ পাই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি পৰিচালক আং লীয়ে চলচ্চিত্ৰখন নিৰ্মাণ কৰে। ২০১২ চনৰ ২৮ ছেপ্টেম্বৰত ৫০ সংখ্ ...

ৰেথ অফ দ্য টাইটানছ

ৰেথ অফ দ্য টাইটানছ ২০১২ চনৰ এখন আমেৰিকান-স্পেনিছ ফেণ্টাছী চলচ্চিত্ৰ আৰু ই ২০১০ চনৰ চলচ্চিত্ৰ ক্লেশ্ব অফ দ্য টাইটানছৰ ছিকুৱেল। ছবিখনত ছেম ৱৰ্ডিংটন, ৰজেমাণ্ড পাইক, বিল নায়ি, এডগাৰ ৰেমিৰেজ, টবি কেবেল, ডেনৈ হাষ্টন, ৰালফ ফিয়েনছ আৰু লায়াম নিছনে তাৰক ...

হাৰ্ট ইজ.

হাৰ্ট ইজ., দক্ষিণ কোৰিয়াৰ পৰা ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালক অহ ডা-গ্যুঁ ।

টানবাজাৰ

টানবাজাৰ মধ্য বাংলাদেশৰ নাৰায়নগঞ্জৰ ২০০০ কোঠাযুক্ত এখন পতিতালয় আছিল, যিখন ১৯৯৯ চনত বন্ধ কৰি দিয়া হৈছে। ৩৫০০জনী পতিতা বাস কৰা এইখনে দেশখনৰ বৃহত্তম পতিতালয় আছিল।

জাহানাৰা বেগম

জাহানাৰা বেগম এগৰাকী মোগল ৰাজকুমাৰী আৰু ১৬৩১ চনৰ পৰা ১৬৮১ চনলৈ পাটশাহ বেগম আছিল। তেওঁ সম্ৰাট শাহ জাহান আৰু মমতাজ মহলৰ জ্যেষ্ঠ সন্তান আছিল। সাধাৰণতে বেগম চাহিব বুলি উল্লিখিত বেগম জাহানাৰা দাৰা চিকো আৰু ঔৰংজেৱৰ বায়েক আছিল।

জেব-উন-নিছা

জেব-উন-নিছা এগৰাকী মোগল ৰাজকুমাৰী৷ তেওঁ সম্ৰাট ঔৰংগজেৱ আৰু দিলৰস বানু বেগমৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁ এগৰাকী কবি আছিল আৰু মাখফি ছদ্মনামেৰে লিখিছিল। জীৱনৰ শেষ বিশ বছৰ সম্ৰাট পিতৃয়ে তেওঁক দিল্লীৰ শালিমাৰগড় দুৰ্গত বন্দী কৰি থৈছিল। এগৰাকী কবি ৰূপে ...

তৱাইফ

তৱাইফ হল মোগল যুগৰ শ্ৰেষ্ঠ বিনোদনকাৰী, যি ভাৰতীয় উপমহাদেশৰ আভিজাত্যক লালন কৰিছিল। তৱাইফসকল সংগীত, নৃত্য, থিয়েটাৰ আৰু উৰ্দ্দু সাহিত্যত অতি নামকৰা আছিল আৰু এই বিভাগসমূহলৈ তেওঁলোকৰ অৱদান আগবঢ়াইছিল। শিষ্টাচাৰৰ ওপৰত তেওঁলোকৰ কৰ্তৃত্ব উদাহৰণ যোগ্য। ...

ভাৰতত পতিতাবৃত্তি

ভাৰতত পতিতাবৃত্তি আইনসন্মত। কিন্তু এই সংক্ৰান্তত কিছু কাৰ্য-কলাপ, যেনে প্ৰকাশ্য স্থানত পতিতা নিয়োগ কৰা, পতিতালয়ৰ আশেপাশে ঘূৰি ফুৰা, পতিতালয় চলোৱা, হোটেলত পতিতাবৃত্তি চলোৱা, শিশু পতিতাবৃত্তি, কূটনীতি কৰা, পতিতাৰ দালালী কৰা আইনমতে অপৰাধ। মুম্বাই ...

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা বুলিলে সংবিধানখনৰ চমু ভূমিকা অংশক বুজায় যত এই নথিৰ লক্ষ্য আৰু নীতিৰ কথা আছে। সংবিধানৰ ক্ষমতাৰ উৎস হিচাপে ইয়ত জণগণৰ কথা উল্লেখ কৰা হৈছে। ভাৰতীয় জনতাৰ আশা আৰু দেশৰ আদৰ্শৰ কথাও প্ৰস্তাৱনাত স্পষ্টকৈ উল্লেখ কৰা আছে। ভাৰতৰ ...

লিট্‌ল ৰেড ফ্লাৱাৰ্ছ

লিট্‌ল ৰেড ফ্লাৱাৰ্চ অৰ্থাৎ সৰু ৰঙা ফুল এখন ২০০৬ চনৰ চীনা চলচ্চিত্ৰ। এই ছবিখন ঝাং য়ুৱানৰ দ্বাৰা পৰিচালিত। ছবিখনৰ প্ৰযোজক চীনৰ বেইজিং চেঞ্চুৰি গুড-টাইডিংচ কাল্‌চাৰেল ডেভেলপমেণ্ট কোম্পানী লিমিটেড আৰু ইটালীৰ ডাইন্‌টাউন পিক্‌চাৰ্চ। ডাচ্ছ কোম্পানী ফৰ ...

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬, আনুষ্ঠানিকভাৱে ৩১তম অলিম্পিয়াডৰ গেমছ আৰু সাধাৰণভাৱে ৰিঅ ২০১৬ নামে পৰিচিত ই হৈছে এক আন্তৰ্জাতিক বহু-ক্ৰীড়া প্ৰতিযোগিতা যি ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅ চহৰত ৫ আগষ্টৰ পৰা ২১ আগষ্ট ২০১৬ তাৰিখলৈকে অনুষ্ঠিত হব। অভিলেখ সংখ্যক দে ...

ফিফা বিশ্বকাপ

ফিফা বিশ্বকাপ বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৯৪২ চন আৰু ১৯৪৬ চনক বাদ দি ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এ ...

ফিফা বিশ্বকাপ শুভংকৰ

১৯৬৬ চনৰ পৰা আয়োজিত হোৱা প্ৰত্যেকখন বিশ্বকাপতে শুভংকৰ প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। ১৯৬৬ চনৰ বিশ্বকাপৰ ৱৰ্ল্ড কাপ ৱিল্লী নামৰ শুভংকৰটো আছিল ফুটবল বিশ্বকাপৰ প্ৰথম শুভংকৰ, লগতে যিকোনো ডাঙৰ ক্ৰীড়া সমাৰোহৰো প্ৰথম শুভংকৰ। এই শুভংকৰটোত আয়োজক দেশৰ বেশভুষ ...

ফিফা বিশ্বকাপৰ আয়োজক দেশসমূহ

আগৰ বিশ্বকাপ বিলাক স্থান নিৰ্বাচনৰ কামতো ফিফা কংগ্ৰেছৰ সভা বিলাকতে সম্পন্ন কৰা হৈছিল। কিন্তু স্থান বিলাকক লৈ বহুত বিতৰ্ক হোৱা দেখা গৈছিল, কাৰণ ফুটবলৰ কেন্দ্ৰ হিচাপে চিহ্নিত ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰৰ মাজত যাতায়তৰ নাৱেৰে বাবে ৩ সপ্তাহ মান ...

২০১৮ ফিফা বিশ্বকাপ

চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা ফিফা বিশ্বকাপ ফুটবলৰ একবিংশতিতম স্ংস্কৰণ বিশ্বকাপ ফুটবল ২০১৮ ৰাছিয়াত অনুষ্ঠিত হয়। এই বিশ্বকাপ ১৪ জুনৰ পৰা ১৫ জুলাইলৈ চলিছিল।পূব ইউৰোপত হোৱা এইখনেই প্ৰথম বিশ্বকাপ আৰু ইউৰোপত হোৱা একাদশতম বিশ্বকাপ। ১৪২ বিলিয়ন ...

গান্ধী (চলচ্চিত্ৰ)

গান্ধী ইংৰাজী: Gandhi হল ১৯৮২চনত মোহনদাস কৰমচান্দ গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত এখন চলচ্চিত্ৰ। ভাৰত আৰু লণ্ডনৰ সহযোগত ৰিচাৰ্ড এটেনবৰ হল চলচ্চিত্ৰখনৰ প্ৰযোজক তথা পৰিচালক আৰু জন ব্ৰেইলি হল লেখক। চলচ্চিত্ৰখনত গান্ধীৰ ভূমিকা পালন কৰিছে বেন কিংছলে নামৰ ...

দ্য মেকিং অৱ দ্য মহাত্মা

দ্য মেকিং অৱ দ্য মহাত্মা হৈছে ১৯৯৬ চনত নিৰ্মিত এখন ইংৰাজী ভাষাৰ কথাছবি। শ্যাম বেনেগালে পৰিচালনা কৰা ছবিখন দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছিল। ছবিখন মহাত্মা গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত। দক্ষিণ আফ্ৰিকাত গান্ধীয়ে কটোৱা এক ...

দ্য মেন হু নিউ ইনফিনিটি (চলচ্চিত্ৰ)

দ্য মেন হু নিউ ইনফিনিটি ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লৈ নিৰ্মিত তথা ২০১৫ বৰ্ষত মুক্তি লাভ কৰা এখন ইংৰাজী চলচ্চিত্ৰ। ১৯৯১ চনত প্ৰকাশিত ৰবাৰ্ট কানিগেলৰ দ্য মেন হু নিউ ইনফিনিটি কিতাপখনৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। মেথিউ ব্ৰাউনৰ দ্বাৰা ...

অনুৰাধা (ধাৰাবাহিক)

অনুৰাধা হৈছে ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত আৰু ৰাজেশ ভূঞা পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে মুনমী ফুকনে। অন্যান্য অভিনেতা সকল হৈছে জুবিন গাৰ্গ, উৎপল দাস, জুবলী বৰুৱা, নীল ...

ঐ খাপলা (ধাৰাবাহিক)

ঐ খাপলা হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। আৰ বি প্ৰডাকচনৰ হৈ আজিজ মিৰ্জা প্ৰযোজিত আৰু বুলবুল হুছেইন পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে ৰাহুল দাসে। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।

বিদেশত আপোন মানুহ

বিদেশত আপোন মানুহ হৈছে ২০০১ চনৰ পৰা ২০০৮ চনলৈ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে প্ৰচাৰিত এখন ভ্ৰমণ বিষয়ক ধাৰাবাহিক। ধাৰাবাহিকখনত উপস্থাপিকা ববিতা শৰ্মাই বিভিন্ন দেশলৈ ভ্ৰমণ কৰি বিদেশত থকা অসমীয়া লোকসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। তেওঁলোকৰ জীৱনধাৰা, ব ...

বেহাৰবাৰী আউটপষ্ট (ধাৰাবাহিক)

বেহাৰবাৰী আউটপষ্ট হৈছে ৰেঙণি চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি। ই হৈছে চেনেলটোত সম্প্ৰচাৰ হোৱা আটাইতকৈ দীঘল ধাৰাবাহিক।

কম্পিউটাৰ ক্ৰনিকল্‌চ

কম্পিউটাৰ ক্ৰনিকল্‌চ হল এলানী আধা-ঘণ্টিয়া আমেৰিকাৰ দূৰদৰ্শন অনুষ্ঠান, যি ১৯৮৩ৰ পৰা ২০০২লৈ সম্প্ৰচাৰিত হৈছিল, পাব্লিক্ ব্ৰডকাষ্টিং চাৰ্ভিচ ৰাজহুৱা দূৰদৰ্শনত,ই ব্যক্তিগত গণক যন্ত্ৰৰ উত্থানক আৰম্ভণিৰ পৰা ২১শতিকাৰ আৰম্ভণিত বিশাল বজাৰলৈকে দেখুৱালে। এ ...

গ্লী

গ্লী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংগীতময় কমেডি ড্ৰামা ধাৰাবাহিক। ধাৰাবাহিকখন আমেৰিকা, কানাডা, আৰু ভাৰতত ক্ৰমে ফক্স টেলিভিজন, গ্লোবেল টিভি, আৰু ষ্টাৰ ৱৰ্ল্ড যোগে সম্প্ৰচাৰ হয়। ধাৰাবাহিকখনৰ কাহিনী আমেৰিকাৰ লাইমা, অ’হাঅ’ৰ এখন কাল্পনিক বিদ্যালয় ...

টু ব্ৰোক গাৰ্লচ্

টু ব্ৰোক গাৰ্লচ্ ইংৰাজী: 2 Broke Girls হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক। It debuted on CBS during the 2011–12 television season. The series follows the misadventures of roommates Max Kat Dennings and Caroline B ...

হাউ আই মেট ইয়ৰ মাদাৰ

হাউ আই মেট ইয়ৰ মাদাৰ হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক। ই পোন প্ৰথমৰ বাবে প্ৰচাৰিত হৈছিল ২০০৫ চনৰ ১৯ চেপ্টেম্বৰত চিবিএছ ছেনেলত। নটা শৃংখলাৰ ধাৰাবাহিকখন ২০১৪ চনৰ ৩১ মাৰ্চত সমাপ্ত হয়। ভাৰতত ইয়াক ষ্টাৰ ৱৰ্ল্ড ছে ...

আদালত (ধাৰাবাহিক)

আদালত হল বৰ্তমানেও চনী টিভিত দি থকা এখন কৰ্টৰুম ড্ৰামা। কে.ডি. পাঠক নামৰ এজন অধিবক্তাই পদকীয়া অধিবক্তা হিচাপে কাম কৰে; আৰু তেওঁ লোৱা গোচৰসমূহত বৰ্তমানলৈকে পৰাজয় হোৱা নাই। কে.ডি.পাঠকে আদালতৰ জৰিয়তে কেৱল সত্য প্ৰতিষ্ঠা কৰে। তেওঁ কেতিয়াও দোষী মা ...

আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা

আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা হ’ল দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত এখন ভাৰতীয় চুপাৰহিৰ’ স্পেচ সম্পৰ্কীয় ধাৰাবাহিক। ইয়াৰ বেনাৰ মুকেশ খান্নাই তেওঁৰ ভীষ্ম ইণ্টাৰনেচনেলৰ দ্বাৰা প্ৰযোজনা কৰিছিল, যিয়ে ইয়াৰ আগত ১৯৯৭ চনৰ ভাৰতীৰ প্ৰথম টেলিভিচন ধ ...

কুছ তো লোগ কহেংগে

কুছ তো লোগ কহেংগে হল চনী টিভিত দিয়া হিন্দী ভাষাৰ এখন ভাৰতীয় ধাৰাবাহিক। পাকিস্তানৰ "ধূপ-কিনাৰে" নামৰ এখন ধাৰাবাহিকৰ পুনৰ নিৰ্মাণ হৈছে এই কুছ তো লোগ কহেংগে ধাৰাবাহিক। কুছ তো লোগ কহেংগে নিৰ্মাণ হৈছে ১৮ বছৰ বয়সৰ পাৰ্থক্য থকা দুজন লোকৰ প্ৰেমৰ ওপৰত।