ⓘ Free online encyclopedia. Did you know? page 141

মাতৃভাষাৰ নাট-ভাওনা

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অংকীয়া নাট কেইখনৰ আৰ্হিত ৰচিত নাট সমূহে কালক্ৰমত কাহিনী, চৰিত্ৰ,পৰিৱেশৰ ৰীতি আদি সকলো ক্ষেত্ৰতে আকৰ্ষণীয়তা হেৰুৱাই গতানুগতিক হৈ পৰিছিল। আনহাতে সত্ৰসমূহৰ প্ৰতি গৰাকী সত্ৰাধিকাৰে সেইসময়ত একোখনি নাট ৰচনা আৰু অভিনয় ক ...

অসমীয়া সংস্কৃতি আৰু মুছলমানসকল

অসমৰ সংস্কৃতিৰ পথাৰখনত অনেক সময়ত অনেক জাতি-জনগোষ্ঠীয়ে আৰ্বিভাব হৈ শেহলৈ নিজকে এক অসমীয়া জাতি হিচাপে পৰিচয় দিছে । অসমৰ ধৰ্মৰ ক্ষেত্ৰখনৰ লগতে সাহিত্য, স্থাপত্য, ভাস্কৰ্য, খাদ্যাভাস সকলোতে প্ৰতিটো জনগোষ্ঠীৰে অৱদান পৰিলক্ষিত হৈছে । তেনেদৰে মুছলমা ...

দীপাৱলী কুৰ্মি

খামটি গাঁও‌ প্ৰাথমিক বিদ্যালয়ৰ পৰা‌ প্ৰাথমিক শিক্ষা আৰম্ভ কৰি ২০০৪ চনত জকাই উচ্চ মাধ্যমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীত নামভৰ্তি কৰে। তাৰ পিছত ২০১০ বৰ্ষত অসমীয়া, ইংৰাজী আৰু বিজ্ঞান বিষয়ত লেটাৰসহ ষ্টাৰমাৰ্ক লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত ডিব্ৰুগড় জ ...

মনিকা আলী

মনিকা আলী এগৰাকী বাংলাদেশী বংশোদ্ভূত ব্ৰিটিশ লেখক তথা ঔপন্যাসিক। ২০০৩ চনত তেওঁ তেওঁৰ অপ্ৰকাশিত পাণ্ডুলিপিৰ ওপৰত ভিত্তি কৰি গ্ৰাণ্টা পত্ৰিকা কৰ্তৃক "বেষ্ট অফ ইয়ং ব্ৰিটিশ নভেলিষ্ট" হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ প্ৰথম প্ৰকাশিত উপন্যাস, ব্ৰিক লেন সে ...

অসমলৈ মুছলমানৰ আগমন

ধৰ্মীয় জনসংখ্যাৰ আধাৰ তথ্য মতে বঙ্গীয় মুছলমানসকলৰ নিৰানব্বৈ শতাংশ আছিল ধৰ্মান্তৰিত মুছলমান । আনহাতে অসমৰ অধিকাংশ মুছলমান প্ৰকৃত ভাৰতীয় তথা বংগীয়মূলৰ । অসমপূৰ্বৰ কামৰূপৰ ৰজা কামেশ্বৰৰ হৈতে বংগৰ নবাব ইছমাইল গাজীৰ যুদ্ধ হৈছিল । কাৰূপৰ ৰজা কামেশ্ ...

দেউৰীসকলৰ আ-অলংকাৰ

বিয়া-সবাহত বা আনন্দ উৎসৱত দেউৰী পুৰুষ-মহিলা উভয়ে কণ্ঠত কণ্ঠাহাৰ পিন্ধিছিল। এই কণ্ঠাহাৰে ডিঙিৰ পৰা বুকুলৈকে ওলমি তিৰোতাৰ সৌন্দৰ্য দুগুণে বঢ়াই তুলিছিল। দেউৰী মহিলাসকলৰ ডিঙিত পিন্ধা অলংকাৰৰ ভিতৰত মণি জাতীয় সৰু-ডাঙৰ অলংকাৰেই প্ৰধান আছিল। নানা ৰঙৰ ...

ফ্লাইবিগ

ফ্লাইবিগ হৈছে ভাৰতৰ ইন্দোৰৰ এখন আঞ্চলিক বিমান সংস্থা।. ইয়াক গুৰুগ্ৰাম-আধাৰিত বিগ চাৰ্টাৰ প্ৰাইভেট লিমিটেডে প্ৰচাৰ কৰে। এয়াৰলাইনটোৱে ২০২০ চনৰ ডিচেম্বৰত কাম আৰম্ভ কৰিছিল আৰু ভাৰতৰ ভিতৰত টায়াৰ-২ চহৰসমূহক সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

নৰকাসুৰ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

নৰকাসুৰ নামটোৱে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে: নৰকাসুৰ নাট, অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰা এখন পৌৰাণিক নাট নৰকাসুৰ ৰজা, অসমৰ ইতিহাসৰ কিংবদন্তি ৰজা নৰকাসুৰ চলচ্চিত্ৰ, নিপ বৰুৱা পৰিচালিত ১৯৬২ চনত মুক্তি পোৱা অসমীয়া চলচ্চিত্ৰ নৰকাসুৰ পাহাৰ, গুৱাহাটীত অৱ ...

অনুকাহিনী

অনুকাহিনী কোনো সুদীৰ্ঘ ঘটনা বা কাহিনীৰ অন্তৰ্ভুক্ত চমু ঘটনা বা কাহিনী। সাধাৰণতে ই মূল ঘটনা হা কাহিনীৰ লগত অংগাংগীভাৱে জড়িত হৈ থাকে, কিন্তু কেতিয়াবা ইমূলৰপৰা শিথিল হৈ আঁতৰি যোৱাও দেখা যায়। অনুকাহিনী স্বয়ংসম্পূৰ্ণ কাহিনী নহয়; ই কাহিনীৰ মাজৰে ক ...

অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। অসমীয়া শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে। অসমীয়া লিপি অসমীয়া ব্যাকৰণ অসমীয়া বৰ্ণমালা অসমীয়া লিপিৰ বুৰঞ্জী অসমীয়া মানুহ অসমীয়া ভাষা

বাঘধেনু

বাঘধেনু অসমৰ এটা প্ৰাচীন আৰু লুপ্তপ্ৰায় লোকবাদ্য। গৰখীয়া লৰাই মুকলি পথাৰত এই বাদ্য বজায়। বাঘধেনুৰ শব্দত বৰষুণ আহে বুলি অসমীয়া লোকসমাজত প্ৰচলিত আছে।

উকমুকৰ পোৱালি

উকমুকৰ পোৱালি অসমীয়া ভাষাৰ জতুৱা ঠাঁচ ইয়াক কেতিয়াবা ধেমেলিয়া বা খুহুটিয়া, কেতিয়াবা ব্যংগোক্তি বা কেতিয়াবা বক্ৰোক্তি হিচাবে ব্যবহাৰ কৰা হয়। সমাৰ্থক অন্য জটুৱা ঠাঁচ হৈছে ঘোঁড়াৰ ডিম বা অশ্বডিম্ব, শিয়ালৰ শিং আদি। পৃথিৱীৰ অন্যান্য ভাষা, জাতি ...

পয়চাংকেন

পয়চাংকেন টাই বৌদ্ধসকলে পালন কৰা এটি উৎসৱ। ই তেওঁলোকৰ অন্যতম বসন্তোৎসৱ। টাই বৌদ্ধধৰ্মী লোকসকলে পয়চাংকেন উৎসৱৰ যোগেদি বসন্ত ঋতুক আদৰণি জনায়। চত মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰাএই উৎসৱ পতা হয় আৰু তেওঁলোকে এই উৎসৱক সংক্ৰান্তি উৎসৱ আৰু বুদ্ধমূৰ্তি ধুওৱা ...

হগ্ৰা নাচ

সোণোৱাল কছাৰীসকল তিব্বত-বৰ্মী ভাষী মংগোলীয় মূলৰ সোণোৱাল কছাৰীসকল সম্প্ৰতি অসমৰ এক বৃহৎ জনগোষ্ঠী। অসমৰ অনুসূচীত জনজাতিসকলৰ ভিতৰত সংখ্য়াগতভাৱে সোণোৱাল কছাৰীসকলে তৃতীয় স্থান অধিকাৰ কৰি আছে। গোলাঘাট, ধেমাজি,ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাত সোণোৱাল ...

আদিবাসী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। আদিবাসী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: সাধাৰণ ধাৰণা খিলঞ্জীয়া লোক বা আদিবাসী লোক বা ভূমিপুত্ৰ: কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা ভাৰতত ব্যৱহাৰ অসমৰ চাহ জনগোষ্ঠী: অসমৰ চাহ জনগোষ্ ...

জুনা গীত

জুনা গীতসমূহ লোকসাহিত্যৰ অমূল্য সম্পদ৷ উজনি অসমৰ লগতে নামনি অসমৰ প্ৰায়বোৰ অঞ্চলতে এই গীতবোৰ জনপ্ৰিয়৷ এই গীতসমূহ দৰঙী বিয়াসৰ ওজাৰ একচেতীয়া সম্পদ বুলিও কোৱা হয়৷ দৰঙী ভাষাত জুনা গীতসমূহক ’ঝুনা’ বুলি কোৱা হয়৷ গীতসমূহৰ প্ৰায়ভাগেই লঘু হাস্যৰসাত্ ...

শিঙৰীঘৰত উঠা

শিঙৰীঘৰত উঠা আহোম ৰজাসকলৰ ৰাজ্যাভিষেক অনুষ্ঠান। আহোম ৰজাসকলৰ ৰাজ অভিষেক উৎসৱ এক বিশেষ পৰম্পৰাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। আহোম ৰজাসকলে অভিষেকৰ সময়ত মূলতঃ আহোম টাই পৰম্পৰা মানিছিল, হিন্দু নিয়মেৰে হিন্দু নাম উপধি পিছলৈ গ্ৰহণ কৰিছিল যদিও সেয়া আছিল টাই ...

মোৱামৰীয়া বিদ্ৰোহ আঁৰৰ কাহিনী

১৭৬৯-১৮০৬ চন পৰ্যন্ত মোৱামৰীয়া বিদ্ৰোহে আহোম সাম্ৰাজ্য কঁপাই তুলিছিল। ষোল্ল শতিকাৰ শেহৰফালে অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মোৱামৰীয়া সত্ৰৰ শিষ্যসকলক মোৱামৰীয়া বোলা হয়। শাক্তধৰ্মী গদাধৰ সিংহই বৈষ্ণৱধৰ্মী। মোৱামৰীয়া বৈকুণ্ঠ দেৱক বধ কৰে। আনহাতে ৰুদ ...

হেম বৰুৱা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমৰ একাধিক ব্যক্তিক হেম বৰুৱা নামেৰে জনা যায়৷ হেম বৰুৱাই তলৰ ব্যক্তিসকলক বুজাব পাৰে: হেম বৰুৱা ১৯১৫-১৯৭৭: অসমৰ এজন কবি আৰু ৰাজনীতিবিদ হেমচন্দ্ৰ বৰুৱা ১৮৩৫-১৮৯৬: অসমীয়া ভাষাৰ ওজা নামেৰে বিভূষিত হেমকোষ অভিধানৰ প্ৰণেতা হেম বৰুৱা ১৮৯৩-১৯৪৫: ত্যাগব ...

যৌন অভিমুখীতা

যৌন অভিমুখীতা হল এগৰাকী ব্যক্তিয়ে অনুভৱ কৰা যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ। আমেৰিকাৰ মনোবিজ্ঞান সংস্থা অনুসৰি যৌন অভিমুখীতা মূলতঃ দুটা বৃহৎ ভাগত বিভক্ত। বিপৰিতকামিতা যত কোনো এগৰাকী ব্যক্তিয়ে নিজৰ বিপৰীত লিংগলৈ আকৰ্ষিত হয় আৰু সমকামিতা য ...

তীখা

তীখা বা ইস্পাত হৈছে লো আৰু কাৰ্বনৰ এক সংকৰ ধাতু। মান ভেদে ইয়াৰ মুঠ ওজনৰ ০.২% ৰ পৰা ২.১% কাৰ্বন থাকে। মেংগানিজ, ক্ৰমিয়াম, ভেনেডিয়াম আৰু ট্যাংষ্টেন লোৰ সৈতে মিহলাই তীখা তৈয়াৰ কৰা হয়। ইস্পাত লোৰ তুলনাত দৃঢ়তৰ। লোৰ সৈতে বিভিন্ন ধাতু মিশ্ৰণ কৰিলে ...

নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমৰ দুটা যুগৰ দুজন কবিক একে নামেৰে জনা যায়৷ এজনক ককা নীলমণি ফুকন হিচাপে জনা যায় যদিও দ্ব্যৰ্থতা দূৰীকৰণৰ বাবে ইয়াত তলত দিয়াৰ দৰে সজাই তোলা হৈছে৷ নীলমণি ফুকন জেষ্ঠ: সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী৷ নীল ...

অনুপম শইকীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমৰ একাধিক ব্যক্তিক অনুপম শইকীয়া নামেৰে জনা যায়। অনুপম শইকীয়াই তলৰ ব্যক্তিসকলক বুজাব পাৰে: অনুপম শইকীয়া কণ্ঠশিল্পী: অসমৰ এগৰাকী কণ্ঠশিল্পী অনুপম শইকীয়া গণিতজ্ঞ: অসমৰ এগৰাকী গণিতজ্ঞ আৰু অধ্যাপক

ৰক্তচাপ

ৰক্ত সঞ্চালনৰ সময়ত ৰক্তবাহী নলীকাৰ বেৰত সৃষ্টি হোৱা চাপকেই ৰক্তচাপ বোলা হয়। শিৰাবোৰে হৃদয়ৰ পৰা পাম্প কৰা বা ঠেলি পঠিওঁৱা তেজবোৰ টিছু আৰু আন অংগলৈ কঢ়িয়াই নিয়ে। হৃদয়ে শিৰাবোৰেৰে তেজ ঠেলি পঠিয়াওঁতে শিৰাবোৰে তেজ প্ৰবহন কৰাৰ প্ৰতিক্ৰিয়াৰ ফলতে ...

পল ভেৰ্লেন

পোল-মাৰি ভেৰ্লেন এজন প্ৰতীকীবাদী ফৰাচী কবি। তেখেত আন্তৰ্জাতিক আৰু ফৰাচী সাহিত্যৰ ফাঁ দি চিয়েক্‌ল পৰ্বেৰ এজন অন্যতম শ্ৰেষ্ঠ প্ৰতিনিধি হিচাপে পৰিগণিত।

ৰামধেনু (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

ৰামধেনু নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: ৰামধেনু দূৰদৰ্শন কেন্দ্ৰ, অসমীয়া ভাষাৰ সংগীতৰ দূৰদৰ্শন চেনেল ৰামধেনু, আকাশত দেখা ৰঙীন এক পৰিঘটনা ৰামধেনু আলোচনী, ১৯৫০ চনৰ মাৰ্চ মাহৰ পৰা প্ৰকাশ পোৱা এখন অসমীয়া আলোচনী ৰামধেনু চলচ্চিত্ৰ, ২০১১ চনত মুক্তি প ...

সাবিত্ৰী আৰু সত্যবান

হিন্দু ধৰ্মত সাবিত্ৰী আৰু সত্যবান এযোৰ কিংবদন্তীমূলক পতি-পত্নী। ইজনে সিজনৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধাৰ বাবে তেওঁলোকৰ কাহিনী প্ৰখ্যাত। ৰাজকুমাৰী সাবিত্ৰীয়ে নিৰ্বাসিত ৰাজকুমাৰ সত্যবানক বিয়া কৰাইছিল। সত্যবানৰ সোনকালে মৃত্যু হব বুলি ভৱষ্যতবাণী থকা সত্ ...

মিৰ

মিৰ আছিল ১৯৮৬ চনৰ পৰা ২০০১ চনলৈকে মহাকাশত থকা মহাকাশ কেন্দ্ৰ। ইয়াক প্ৰথমে ছোভিয়েট ইউনিয়ন আৰু পাছত ৰাছিয়াই পৰিচালনা কৰিছিল। মিৰ আছিল প্ৰথম মজুলাৰ মহাকাশ কেন্দ্ৰ আৰু ইয়াক মহাকাশত যোৰা লগাই বনোৱা হৈছিলে ১৯৮৬ ৰ পৰা ১৯৯৬ চনৰ ভিতৰত। এটা সময়ত ই পৃ ...

স্মৃতি শক্তি

সৰুৰে পৰা বিভিন্ন উৎসৰ যেনে চকু, নাক, কাণ, ছাল আৰু জিভা আদি পঞ্চেন্দ্ৰিয়ৰ দ্বাৰা সংগৄহীত তথ্য আমাৰ মগজুয়ে জমা কৰে। মগজুত জমা ৰখা এই তথ্য ভাণ্ডাৰকে স্মৃতি বোলা হয় আৰু প্ৰয়োজন অনুসাৰে ইয়াক উলিয়াই আনি ব্যৱহাৰ কৰা হয়। জমা ৰখা তথ্য হেৰাই গলে বা ...

অচিন মোমাইদেউ

শিৱসাগৰত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি ১৯৬৫ চনত তেখেতে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ৰ পৰা বুৰঞ্জীত অনাৰ্চসহ বিএ পাছ কৰে৷ ১৯৭০ চনত তেখেতে বেনাৰছ হিন্দু ইউনিভাৰ্ছিটিৰ পৰা বুৰঞ্জী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্ত ...

চেঙেলীয়াকৰণ

চেঙেলীয়াকৰণ বা নিয়টেনি হৈছে জীৱৰ শৰীৰতাত্ত্বিক বিকাশ দেৰি বা লেহেমীয়া কৰা। আধুনিক মানুহত চেঙেলীয়াকৰণ পোৱা যায়। প্ৰজেনেছিছ ত যৌনবিকাশ ত্বৰিত। চেঙেলীয়াকৰণ আৰু প্ৰজেনেছিছ দুয়োটাৰে ফলত পেড’মৰ্ফিজম হয় যি এক ধৰণৰ হেটেৰ’ক্ৰনি। কিছুমান লেখকে পেড’ ...

আহোম যুগৰ ধাতু শিল্প

আহোমৰ ছশ বছৰীয়া শাসন কালত ধাতু শিল্পৰ অগ্ৰগতি উল্লেখনীয়। অসমত সোণ, ৰূপ,লো, তীখা,তাম আদি ধাতুৰ আকৰ আছিল।এসময়ত অসম সোণেৰে চহকী আছিল।সোণাৰী সকলে অসমৰ থলুৱা কেঁচা সোণৰ আ-অলংকাৰ আদি গঢ়াইছিল। ৰজাৰ ঘৰত সোণৰ মাইহাং, শৰাই, কাঁহী,সঁফুৰা,কাকৈ ফণী আদিৰ ল ...

ধাতু আৰু অধাতু

{ মৌলসমূহক সাধাৰণতে প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে- ১)ধাতু উদাহৰণ- লো,কপাৰ,সোন,ৰূপ ইত্যাদি আৰু ২)অধাতু উদাহৰণ- হাইড্ৰজেন,অক্সিজেন, কাৰ্বন,ক্ল’ৰিন,নাইট্ৰজেন ইত্যাদি কেইটামান মৌলই ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম দেখুৱায়।ইহঁতক ধাতুকল্প বোলা হয়। ধাত ...

পুথি চিত্ৰ প্ৰস্তুতিৰ সঁজুলি

পুথি চিত্ৰ প্ৰস্তুতিৰ সঁজুলি হল চিত্ৰপুথিৰ ভূমি যিয়েই নহক লাগে এই ভূমিসমূহত লিখিবলৈ, আঁকিবলৈ আৰু কোনখিনিৰ পৰা লিখিব, কিমানলৈ লিখিব, আঁকিবৰ বাবে ক্ষেত্ৰ কিমান থাকিব বা ৰাখিব এইবোৰৰ বাবে ব্যৱহৃত কেতবোৰ সঁজুলি। সাঁচিপাতত এখন, তুলাপাত এখনত লিখিব বা ...

নৰনাৰায়ণ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

নৰনাৰায়ণ য়ে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: নৰনাৰায়ণ, অবিভক্ত কোঁচ সাম্ৰাজ্য কমতাৰ অন্তিম ৰজা। নৰনাৰায়ণ ভগৱান বিষ্ণুৰ এটা ৰূপ। নৰনাৰায়ণ সেতু, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা এখন দলং।

লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

লাও বা লাউ নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: লাও ভাষা হৈছে লাউচৰ আধিকাৰীক ভাষা। লাও হৈছে অসমৰ এবিধ পৰম্পৰাগত নিচাজাতীয় পানীয়। লাও পাচলি হৈছে খাদ্যৰূপে ব্যৱহৃত এবিধ পাচলি। লাউচ বা লাও হৈছে দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ।

হেতা

হেতা হৈছে ভাত,আঞ্জা কঢ়া নাল লগোৱা পিয়লাৰ নিচিনা এবিধ সঁজুলি। হেতা শব্দৰ মূল সংস্কৃত হস্ত অৰ্থাৎ হাত। হাতৰ নিচিনা দেখি বাবেই ইয়াক বঙালীত হাতা বোলা হয় আৰু মান্য অসমীয়াত পৰৱৰ্তী আ স্বৰৰ প্ৰভাৱত পূৰ্বৱৰ্তী আৰ অ বা এলৈ ৰূপান্তৰিত হোৱা নিয়ম অনুযা ...

কুঁহি

কুঁহি আলোচনীখন নামনি অসমৰ সৰভোগৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন ত্ৰিমহীয়া আলোচনী। এই ভিন্নবিষয়ক আলোচনীখন ১ জানুৱাৰী, ২০১৪ তাৰিখৰ পৰা প্ৰকাশিত হৈ আছে। ==তথ্য সংগ্ৰহ==

টাৰডিগ্ৰেড

টাৰডিগ্ৰেড হৈছে এটি পানীত থকা আঠ ঠেঙীয়া অতিক্ষুদ্ৰ প্ৰাণী৷ ইয়াক কেৱল মাইক্ৰোস্কোপৰ সহায়তহে দেখা পোৱা যায়। ই পানী ভালুক বা moss piglets নামেৰেও পৰিচিত৷ ইয়াক সৰ্বপ্ৰথম আৱিষ্কাৰ কৰে জাৰ্মান বিজ্ঞানী জোহান আগষ্ট ইফ্ৰাইম গোয়েজয়ে ১৯৭৩ চনত আৰু ১৯ ...

দশম স্কন্ধৰ আদিছোৱা

মহাপুৰুষে ৰচনা কৰা সকলোখিনি পদ-ৰচনাই অনুবাদমূলক,তথাপি কেইখনমান অনুবাদ কৰোঁতে মূলৰ ফালে সততে দৃষ্টি ৰাখি কল্পনা সংযম কৰি ৰাখিছিল। এই কেইখনৰ ভিতৰত সৰ্বপ্ৰধান হল দশম। ভাষাৰ লালিত্য আৰু সৌষ্ঠৱ,বিষয়বস্তুৰ মনোহাৰিত্ব,বৰ্ণনাৰ স্বাভাৱিকতা আৰু ভক্তিৰ গাঢ ...

গংগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। গংগা বা গঙ্গা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: গংগা দেৱী - হিন্দুধৰ্মৰ এগৰাকী দেৱী গঙ্গা পূজা - ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত পালন কৰা এক ধৰ্মীয় উৎসৱ গঙ্গা নদী - ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃৰ্জাতিক ...

তুলসী নাৰায়ণ শৰ্মা

তুলসী নাৰায়ণ শৰ্মা এগৰাকী সাহিত্যিক, শিক্ষাবিদ আছিল। ১৮৯৯ চনৰ ৫ ছেপ্টেম্বৰত তুলসী নাৰায়ণ শৰ্মাদেৱৰ যোৰহাটৰ চাৰিগাঁৱত জন্ম হয়।

পুৰকুইল

এই গাঁওখনৰ পূবে মেহাৰী ইউনিয়নৰ খেওড়া গাঁও, পশ্চিমে ঈশান নগৰ গাঁও, উত্তৰে যমুনা গাঁও আৰু দক্ষিণ ফালে বাহাৰ আটা আৰু চৌবেপুৰ গাঁও আছে।

নগাভাও

নগাভাও উজনি অসমত প্ৰচলিত এবিধ লোকনাট্যানুষ্ঠান। ডিব্ৰুগড় জিলাৰ মৰাণৰ পৰা প্ৰায় বিশ কিলোমিটাৰ দূৰত অৱস্থিত আঘোণীবাৰীৰ কাষৰীয়া বৰপথাৰ গাঁৱৰ ৰাইজে অতীজৰে পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে এই লোকনাট্যানুষ্ঠান উদযাপন কৰি আহিছে। শিৱসাগৰ জিলাৰ ডিমৌৰ পাৰ্শ্ব ...

চাৰ্নবিল বিপৰ্যয়

তদানীন্তন চোভিয়েট ইউনিয়নৰ অন্তৰ্গত ইউক্ৰেইনৰ প্ৰিপ্‌য়েট নগৰৰ ওচৰৰ চাৰ্নবিল পাৰমাণৱিক শক্তি কেন্দ্ৰত ১৯৮৬ চনৰ ২৬ এপ্ৰিলত হোৱা পাৰমাণৱিক দুৰ্ঘটনাকে চাৰ্নবিল বিপৰ্যয় বোলে। RBMK নামৰ এক সাধাৰণ প্ৰকাৰৰ চোভিয়েট পাৰমাণৱিক ৰিয়েক্টৰত এটা সুৰক্ষা পৰী ...

কাগজ

কাগজ হৈছে কাঠ, বাহ, ঘাঁহ বা অন্য উদ্ভিদৰ ছেলুলজ আঁহৰ পৰা যান্ত্ৰিকভাবে বা ৰাসায়নিকভাবে প্ৰস্তুত কৰা অতি পাতল চেপেটা পাত। উদ্ভিদৰ আঁহ জাতীয় উপাদানৰ পৰা মণ্ড তৈয়াৰ কৰা হয় আৰু এই মণ্ড যন্ত্ৰৰ সহায়ত চাপ দি পাতল প্ৰলেপ কৰি শুকুৱাই কাগজ প্ৰস্তুত ক ...

মৌখিক সাহিত্য

যি সাহিত্য মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি জাতীয় সাহিত্যত বৰঙণি যোগায় তাকে মৌখিক সাহিত্য বোলে ৷ মৌখিক সাহিত্য লিখিত ৰূপ নাছিল ৷ আই নাম, ভেকুলী বিয়া নাম, ধাই নাম, দেহবিচাৰ গীত, বনগীত, জনাগাভৰু গীত, নাওখেলৰ গীত এই সকলোবিলাক গীত-মাত মানুহৰ মুখে ম ...

মেহাৰী ইউনিয়ন

২০১১ চনৰ লোকপিয়ল অনুসৰি, মেহৰী ইউনিয়নৰ মুঠ জনসংখ্যা হৈছে ২৬,৩৩৫। ইয়াৰ ভিতৰত, ১২,১৭৯জন পুৰুষ আৰু ১৪,১৫৬জন মহিলা। মুঠ পৰিয়ালৰ সংখ্যা হৈছে ৫,০১৮। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ১,১৯৪ জন। এই ইউনিয়নৰ গাওঁ-আধাৰিত জনসংখ্যা উল্লেখ কৰা ...

মহাৰথী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

মহাৰথী য়ে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: মহাৰথী চলচ্চিত্ৰ, এখন অসমীয়া চলচ্চিত্ৰ। মহাৰথী কৰ্ণ, মহাভাৰত মহাকাব্যৰ এটা মুখ্য চৰিত্ৰ। মহাৰথী উপন্যাস, চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস।

ৱাজিদ খান

ৱাজিদ খান বুলিলে তলৰ পৃষ্ঠাসমূহ বুজাব পাৰে: ৱাজিদ খান শিল্পী, ভাৰতীয় চিত্ৰকৰ তথা ভাস্কৰ্য-শিল্পী ৱাজিদ খান, ভাৰতীয় সংগীত পৰিচালক যুটী ছাজিদ-ৱাজিদৰ এজন