ⓘ Free online encyclopedia. Did you know? page 144

ফাটবিহুৰ উৎপত্তি সম্পৰ্কীয় মত

১/ আহোম ৰজাৰ দিনতে ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ পাৰৰ বিহু চাবলৈ বহু দূৰৰ পৰা দৰ্শক আহিছিল। তাৰে কিছুমানে বিহুত অংশগ্ৰহণ কৰিছিল। হেজাৰ- বিজাৰ বিহু বলিয়া ৰাইজৰ সমাগম হোৱাত বিহু তলীত ফাট মেলিছিল। তেতিয়াৰ পৰাই ঢকুৱাখনাৰ বিহুৰ নাম ফাটবিহু হয়। ২/ইংৰাজ চাহ ...

খাৰ্‌চী উৎসৱ

খাৰ্‌চী হৈছে ত্ৰিপুৰাত ৰ্পালন কৰা এক উৎসৱ। অতীজতে ৰাজপৰিয়াল সসূহে চৈধ্যজন দেৱতাক স্মৰণ কৰি অনুষ্ঠিত কৰা এই খাৰচী উৎসৱ বৰ্তমান ত্ৰিপুৰাত বসবাস কৰা সকলো সম্প্ৰদায়ৰ লোকে পালন কৰে। চৈধ্যজন আৰাধ্য দেৱতাৰ ইতিহাস অনুসৰি কাছাৰ ৰাজ্যৰ ৰজা ত্ৰিলোচনে মৃত্ ...

হোলি বা দৌল উৎসৱ

ভাৰতীয় লোক সাহিত্যৰ পৰম্পৰাত এটি বিশেষ উৎসৱ হৈছে দৌল উৎসৱ বা হোলি। ভাৰতৰ হিন্দু ধৰ্মৰ লোক সকলৰ মাজত এই উৎসৱ অতি আদৰণীয়।এই উৎসৱত ধৰ্মীয় প্ৰলেপ থাকিলেও ই সম্পূৰ্ণ উৰ্বৰতাৰ পটভূমিত গঢ় লোৱা।হোলীৰ লগত ফাকুৱা কোন সময়ত জড়িত হৈ পৰিল সঠিকভাৱে কব পৰা ...

ৰঙাই আলধৰা

মহাপুৰুষ মাধৱদেৱে পৰম ঈশ্বৰৰ মৰ্ম উপলব্ধিৰে পৰম দাস্যভাব গ্ৰহণ কৰি যি বিমল আনন্দ লাভ কৰিছিল, শংকৰদেৱৰ প্ৰতিও সেই একেই ভাৱ প্ৰদৰ্শন কৰি তাতোকৈ বেছি আনন্দ লভাৰ অনেক উদাহৰণ চৰিত পুথিত পোৱা যায়। গুৰু শিষ্যৰ এনে আধ্যাত্মিক মিলন আৰু প্ৰেমৰ নিদৰ্শন জগত ...

সোণোৱালসকলৰ বহাগ বিহুৰ স্বকীয়তা

অসমত বসবাস কৰি থকা অন্যান্য ভালেমান জনগোষ্ঠীৰ দৰেই সোণোৱালসকলৰো নিজস্ব কৃষ্টি- সংস্কৃতিৰে এটা বৰ্ণাঢ্য জনগোষ্ঠী। চত ‍মাহৰ শেষৰ সংক্ৰান্তিৰ দিনাখন সোণোৱালসকলে গৰু বিহু পালন কৰে। গৰু বিহু পালনৰ লগত কিছুমান লোকাচাৰ জড়িত হৈ আছে। বৃহৎ অসমীয়া সমখজখনৰ ...

ৰাভাসকলৰ বসন্তকালীন উৎসৱ

‌ অসমৰ সাংস্কৃতিক পথাৰখন বাৰেৰহনীয়া আৰু বৈচিত্ৰ্যময়‌। প্ৰত্যেকটো জনগোষ্ঠীৰে নিজা নিজা উৎসৱ অনুষ্ঠান থকাৰ দৰে ৰাভাসকলৰো কিছুমান পৰম্পৰাগত সুকীয়া উৎসৱ আছে। বসন্তকালীন পৰিৱেশতেই সৰহভাগ উৎসৱ পালন কৰা হয়। বসন্তকালীন পৰিৱেশৰ শেষতেই কৃষিজীৱী জনগোষ্ঠ ...

শ্বপৌং য়ৌংমান পয়

শ্বপৌং য়ৌংমান পয় চিংফৌসকলৰ জাতীয় উৎসৱ। এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ এক তাৰিখে অনুষ্ঠিত হয়। শ্বপৌং য়ৌংমান পয় উৎসৱ হৈছে উপৰি পুৰুষক সুৱঁৰি পতা এক অনুষ্ঠান। চিংফৌসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অন্যতম প্ৰধান এটা জনগোষ্ঠী। তেওঁলোকৰ নিজা ভাষা ...

ঢেপা-ঢুলীয়া

ঢেপা-ঢুলীয়া দৰং জিলাত পৰম্পৰাগতভাৱে চলি অহা এক দলীয় নৃত্যৰ অনুষ্ঠান হৈছে ঢেপা ঢুলীয়া । এই লোক সংস্কৃতি গীত, বাদ্য বা বাদক আৰু নৃত্যৰ সুসমন্বয়ত পৰিবেশন কৰা হয়। এই নৃত্য অনুষ্ঠানত ঢোল২টা আৰু তাল৪/৫ জোৰা থাকে।ইয়াত তালবোৰ ডাঙৰ, দুই-আঢ়ৈ কেজি ওজ ...

কাৰবি লোকসাহিত্য

কাৰবি লোক সাহিত্য ৰ পথাৰখন অতি বহল, সীমাহীন। কাৰবিসকল পুনৰ্জন্মত বিশ্বাসী। এনে লোকবিশ্বাসৰ মতে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু ঘটিলে মৃতকজনে পুনৰ সেই পৰিয়ালৰে সদস্য হৈ জন্মগ্ৰহণ কৰে। সেয়ে কাৰবি সংস্কৃতি ইমানেই ব্যাপক যে ই জনজীৱনৰ এটা জন্মৰ পৰা মৃত্ ...

মাইকুচুমফাই উৎসৱ

মাইকুচুমফাই টাই পৰিয়ালৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। এই উৎসৱ মাঘ বিহুৰ সমসাময়িক আৰু টাই খামটি, টাই আহোম, টাই ফাকিয়াল, টাই টুৰুং, টাই আইতন আৰু টাই খাময়াংসকলে ইয়াক উদযাপন কৰে। মাইকুচুমফাই শব্দটোৰ অৰ্থ এনেধৰণৰ: মাই মানে খৰি, কু ম ...

অসমৰ লোকজীৱনত গৰখীয়া

অসমৰ লোকজীৱন কৃষিজীৱী।অসমৰ কৃষকসকলে পৰম্পৰাগত পদ্ধতিৰেই আজিও খেতি-বাতি কৰে।খেতি-বাতিৰ প্ৰধান সম্বল হল গৰুহাল। সেয়ে অসমৰ কৃষিজীৱী লোকজীৱনত গৰুৱেই দেৱত্বৰ স্থান অধিকাৰ কৰি আছে।অসমৰ জাতীয় উৎসৱ বিহুত গৰুক দেৱতা ৰূপত জ্ঞান কৰি ‍পূজিত হৈ আহিছে। গৰু চ ...

টাই খাময়াং জনগোষ্ঠী

টাই খাময়াংসকল হৈছে দক্ষিণ-পূৱ এচিয়াৰ শ্বান টাই বংশোদ্ভৱৰ এটা থাল । অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনত টাই খাময়াং জনগোষ্ঠীয়ে এক অন্যতম স্থান দখল কৰিছে ।

ধুৰা নাট বা ভাওনা

অংকীয়া নাটকৰ আদৰ্শত নৱবৈষ্ণৱ যুগৰ পৰৱৰ্তী কালত উজনি অসমত এশ্ৰেণীৰ নাটক আৰু অভিনয় কলাৰ সৃষ্টি হৈছিল- যাক ধুৰা নাটবা ভাওনা নাট আখ্যা দিব পাৰি। এইবিধ নাট আৰু অভিনয়-কলা অংকীয়া নাট আৰু ভাওনাৰ লোক ৰূপ মাথোঁন। কেইখনমান ধুৰা নাটৰ উদাহৰণ হল-খটাসুৰ বধ, ...

অসম বিধানসভা নিৰ্বাচন, ২০০৬

২০০৬ৰ অসম বিধানসভা নিৰ্বাচন দ্বাদশ বিধানসভা গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত দুটা পৰ্যায়ত ভোটগ্ৰহণ হয়; ৬৫টা বিধানসভা সমষ্টিৰ বাবে ৩ এপ্ৰিলত আৰু ৬১টা বিধানসভা সমষ্টিৰ বাবে ১০ এপ্ৰিলত। ৫৩খন আসনেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বাধিক স ...

লাখৰ গীত

লাখৰ গীত হৈছে নামনি অসমৰ অঞ্চলবিশেষত প্ৰচলিত একপ্ৰকাৰৰ চহা গীত। একপ্ৰকাৰৰ দক্ষিণ কামৰূপ আৰু পূব গোৱালপাৰা জিলাৰ গ্ৰাম্যাঞ্চলত গৰখীয়াসকলক লাখৰ বুলি কয়। লাখৰহঁত সাধাৰণতে দুখীয়া ঘৰৰ। গৰু ৰখাৰ সময়ত তেওঁলোকে নিজৰ দৰিদ্ৰতাৰ কথা পাহৰি মুকলি আকাশৰ তল ...

ভেটুলুকা নৃত্য

ভেটুলুকা নৃত্য অসমৰ ডিমৰীয়া অঞ্চলত প্ৰচলিত এক নৃত্য। ভেটুলুকা মূলতঃ গৰখীয়া লৰাৰ আশীৰ্বদীয়া নৃত্য। লোক বিশ্বাস যে ভেটুলুকা নৃত্যত অংশ‌ লোৱা গৰখীয়া লৰাই গৃহস্থক দিয়া আশীৰ্বাদ কেতিয়াও অথলে নাযায়। কাজেই গা‌ঁৱৰ গৰখীয়া সকল একগোট হৈ গৃহস্থৰ ঘৰে ...

পয়-লেং

বৌদ্ধ ধৰ্মাৱলম্বী তাই- খাময়াংসকলৰ সমাজৰ ভিক্ষুজন সৰ্বাতোকৈ পুজনীয় ব্যক্তি। এনে এজন ব্যক্তিৰ মৃত্যুত বিশেষ কিছুমান ৰীতি- নীতি পালন কৰি আহিছে। এজন সাধাৰণ লোকৰ মৃত্যু হলে তেনে ধৰণে কৰা নহয়। ভিক্ষুৰ মৃত্যু হলে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে মৃতুদেহটো ব ...

ভাৰতীয় টকাৰ চিহ্ন

ভাৰতীয় টকাৰ চিহ্ন ₹ হৈছে ভাৰতীয় টকাৰ মুদ্ৰা চিহ্ন, ভাৰতৰ চৰকাৰী মুদ্ৰা। উদয় কুমাৰৰ দ্বাৰা ডিজাইন কৰা, ইয়াক ভাৰত চৰকাৰে ১৫ জুলাই ২০১০ তাৰিখে জনসাধাৰণৰ আগত উপস্থাপন কৰিছিল, ভাৰতীয় বাসিন্দাসকলৰ মাজত মুকলি প্ৰতিযোগিতাৰ জৰিয়তে ইয়াৰ বাছনিৰ পিছত। ...

সত্ৰীয়া চিত্ৰকলা

অসমৰ সত্ৰসমূহত বা সত্ৰৰ সংস্পৰ্শত উৎপত্তি হোৱা কলাসমূহক সত্ৰীয়া চিত্ৰকলা বুলি কোৱা হয়। সত্ৰ স্থাপনৰ গুৰিতে আছিল শ্ৰীমন্ত শঙ্কৰদেৱ। সেয়ে তেওঁ‌ৰ নামেৰে সত্ৰীয়া কলাৰ আন এটা নাম শঙ্কৰী কলা হৈছে।

গ্ৰীণ পাৰ্ক ষ্টেডিয়াম

গ্ৰীণ পাৰ্ক ষ্টেডিয়াম হৈছে ভাৰতৰ কানপুৰত অৱস্থিত ৩২,০০০ ক্ষমতাৰ ফ্লাডলাইট ক্ৰিকেট ষ্টেডিয়াম, আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট দলৰ ষ্টেডিয়াম। ষ্টেডিয়ামখন ক্ৰীড়া বিভাগ উত্তৰ প্ৰদেশৰ নিয়ন্ত্ৰণত আছে। ই হৈছে উত্তৰ প্ৰদেশৰ এখন আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয ...

মোগল সম্ৰাজ্য

মোগল বা মোঘল সাম্ৰাজ্য দক্ষিণ এছিয়াৰ এক প্ৰাৰম্ভিক আধুনিক সাম্ৰাজ্য আছিল। প্ৰায় দুই শতিকাৰ পৰা এই সাম্ৰাজ্য পশ্চিমৰ সিন্ধু অৱবাহিকা, উত্তৰ-পশ্চিমৰ উত্তৰ আফগানিস্তান আৰু উত্তৰে কাশ্মীৰৰ বাহিৰৰ প্ৰান্তৰ পৰা পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশৰ উচ্চভূম ...

যক্ষ

যক্ষ হৈছে একপ্ৰকাৰৰ বনদেৱতা। তেওঁলোক সাধাৰণতে কোমল অন্তৰৰ হয় যদিও কোনো কোনো সময়ত শঠ প্ৰকৃতিৰ আৰু হঠাৎ মনোভাব সলনি কৰা বিধৰ হোৱাও দেখা যায়। তেওঁলোক জলধাৰা, উৰ্বৰতা, বৃক্ষ, অৰণ্য, ধন-সম্পত্তি আৰু বন্যতাৰ সৈতে জড়িত।হিন্দুধৰ্ম, জৈনধৰ্ম আৰু বৌদ্ধধ ...

অসুৰ

অসুৰ হৈছে ভাৰতীয় মূলৰ কিংবদন্তিসমূহত বৰ্ণিত একপ্ৰকাৰৰ জীৱ। হিন্দুধৰ্মৰ ৰচনাৱলীত তেওঁলোকক দেৱতাসকলৰ সৈতে সম্পৰ্কিত কিন্তু এক ক্ষমতালোভী জাতি হিচাপে বৰ্ণনা কৰা হৈছে। বৌদ্ধধৰ্মৰ সাহিত্যত অসুৰ শব্দটো টাইটানসকলক বা অৰ্ধদেৱতাসকলক বুজাবলৈ ব্যৱহাৰ কৰা হ ...

তিহাৰ

তিহাৰ নেপাল আৰু বৃহৎসংখ্যক নেপালী লোক বাস কৰা ভাৰতীয় ৰাজ্য চিক্কিম আৰু বিশেষকৈ পশ্চিমবংগৰ দাৰ্জিলিং আৰু কালিম্পঙত পালন কৰা হয়। ইয়াক দীপাৱলী, য়মপঞ্চক বা স্বন্তী নামেৰেও জনা যায়। পোহৰৰ উৎসৱ দীপাৱলীৰ লগত সংগতি ৰাখি নেপালত নেপালীসকলে আৰু ভাৰতবৰ্ ...

পূব খাছী পাৰ্বত্য জিলা

পূব খাছী পাৰ্বত্য ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ শ্বিলঙত অৱস্থিত। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৮২৫,৯২২ জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ আটাইতকৈ জনবহুল জিলা আছিল।

প্ৰজ্ঞাৰ সাধনা

প্ৰজ্ঞাৰ সাধনা হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখন মুঠ ২৪ টা প্ৰবন্ধ সম্বলিত। ১৯৯৪ চনৰ মে মাহত ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ মূল্য আছিল ৪০ টকা। লেখক ব ...

আত্ম দীপো ভৱ

আত্ম দীপো ভৱ হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। ইয়াত মুঠ ২০ টা প্ৰবন্ধ আছে।এইখন অৱশ্য পঠনীয় গ্ৰন্থ। ১৯৯৬ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয়। প্ৰকাশনগোষ্ঠী হৈছে ষ্টুডেণ্ট ...

নিসংগতা

নিসঙ্গতা হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। ২০০০ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ ২০০৮ চনলৈকে পাঁচটা সংস্কৰণ প্ৰকাশ পায়। লেখক বৰগোহাঞিয়ে এই ১২২ পৃ ...

অপ্সৰা

অপ্সৰা হৈছে হিন্দু আৰু বৌদ্ধধৰ্মৰ আখ্যানসমূহত উল্লিখিত ডাৱৰ আৰু জলধাৰাৰ একপ্ৰকাৰৰ অৰ্ধদৈৱিক নাৰী। দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ বিভিন্ন স্থাপত্য, নৃত্য আৰু চিত্ৰশিল্পত অপ্সৰাৰ উপস্থিতি দেখা যায়। অপ্সৰা দুই প্ৰকাৰৰ: লৌকিকা আৰু দৈৱিকা । তেওঁলোকৰ ম ...

বেঙেনাআটী সত্ৰ

বেঙেনাআটী সত্ৰ নদীদ্বীপ মাজুলীৰ মধ্য়ভাগত অৱস্থিত এখন ইতিহাসপ্ৰসিদ্ধ সত্ৰ। ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত এই বেঙেনাআটী সত্ৰখনৰ ঐতিহাসিকভাৱে যথেষ্ট গুৰুত্ব আছে। পুৰুষ সংহতিৰ অন্তৰ্গত এই সত্ৰখনি ১৬৫৩ খ্ৰীঃত মুৰাৰীদেৱে প্ৰতিষ্ঠা কৰিছিল। অসমৰ বিভিন ...

অজিত কুমাৰ ডোভাল

অজিত কুমাৰ ডোভাল, কেচি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পঞ্চম আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা । তেওঁ ২০০৪-০৫ বৰ্ষত ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত তেওঁ অপাৰেচন শাখাৰ মুৰব্বী হিচাপে এক দশক অতিবাহিত কৰিছিল। জম্মু আৰ ...

আনন্দ আৰু বেদনাৰ সন্ধানত

আনন্দ আৰু বেদনাৰ সন্ধানত হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৭ টা প্ৰবন্ধৰ লগত ৫ টা পৰিশিষ্ট শিতান আছে। গ্ৰন্থখনৰ পাতনি লিখিছে চন্দ্ৰপ্ৰসাদ শইকীয়াই।

অন্তহীন প্ৰেৰণা

অন্তহীন প্ৰেৰণা হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ জন ব্যক্তিৰ জীৱনক লৈ ১৬ টা প্ৰবন্ধ আছে। বনলতা প্ৰকাশনে ২০০৬ চনত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ভগ্নীসম ...

শ্ৰী শ্ৰী কেশৱচৰণ আতা থান সত্ৰ

ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তত ধলপুৰ মৌজাৰ অন্তৰ্গত এখন সৰু ঠাই হৈছে ভাটৌকুছি। এই স্থানতেই অৱস্থিত শ্ৰী শ্ৰী কেশৱ চৰণ আতা থান সত্ৰ। এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শিষ্য কেশৱ চৰণ আতাই, আজিৰ ...

মুকুল চক্ৰৱৰ্তী

মুকুল চক্ৰৱৰ্তী অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক, প্ৰাবন্ধিক তথা হাস্য-ব্যংগ লিখক। ‘চৰিত পুথি’ৰ এগৰাকী বিশিষ্ট গৱেষক হিচাপে পৰিচিত চক্ৰৱৰ্তী ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী মাহেকীয়া বাৰ্তাপখিলী ৰ এগৰাকী উপদেষ্টা হোৱাৰ লগতে হাস্য-ব্যংগ আলোচনী ...

ভৌতিক সংস্কৃতি

লোকসংস্কৃতিৰ চাৰিটা ক্ষেত্ৰৰ ভিতৰত এটা অন্যতম ক্ষেত্ৰ বা শ্ৰেণী হৈছে ভৌতিক সংস্কৃতি। লোকসমাজত যুগে যুগে প্ৰচলিত পৰম্পৰা আৰু ৰক্ষণশীল ঐতিহ্যৰ পৰিসৰে সামৰি লোৱা মৌখিক কলা - কৌশল, পাৰদৰ্শিতা, পদ্ধতি আদিৰ বহিঃ প্ৰকাশেই মূলতঃ ভৌতিক সংস্কৃতি ।

হাৰ্ছান্যিৰ উপযোগিতাবাদী উপপাদ্য

অৰ্থনীতি আৰু দৰ্শনত হাৰ্ছান্যি উপযোগিতাবাদী উপপাদ্য ৰ মতে, সামাজিক কল্যাণ ফলন সমাজ এখনৰ প্ৰত্যেক ব্যক্তিৰ ব্যক্তিগত উপযোগিতা ফলনৰ ভাৰিত সমান্তৰ মাধ্য, যদিহে কিছু বিশেষ চৰ্ত পূৰ্ণ হয়। এই চৰ্তকেইটা হৈছে: সমাজখনে প্ৰত্যাশিত সামাজিক কল্যাণ বৃহদায়িত ...

হাৰ্বাৰ্ট ছাইমন

হাৰ্বাৰ্ট এলেকজেণ্ডাৰ ছাইমন এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, ৰাজনীতি বিজ্ঞানী আৰু মনোবিজ্ঞানী। তেওঁৰ গৱেষণা মূলতঃ সংগঠনৰ ভিতৰত নিৰ্ণয় গ্ৰহন কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে। "পৰিসীমিত তৰ্কসংগতি" আৰু "উপতুষ্টিকৰণ" তেওঁৰ দ্বাৰা বিকশিত দুই অতিকৈ জনপ্ৰিয় তত্ত্ব ...

মথনী

মথনী অসমৰ দৰং জিলাত পালিত হোৱা এক উৎসৱ। জিলাখনৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ দেবানন্দ-সত্ৰত আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা অৰ্থাৎ কাতি বিহুৰ দিনা এই মথনী উৎসৱ উৎযাপন কৰা হয়। দৰঙী ৰজসকলৰ ৰাজত্বকালত পূৰ্বৰেপৰা মথেনী উৎসৱ উলহ-মালহেৰে দেৱানন্দ-সত্ৰত পা ...

সংস্কৃতি গ্ৰহণ

সংস্কৃতি গ্ৰহণ এক সাংস্কৃতিক প্ৰক্ৰিয়া। যি প্ৰক্ৰিয়াত কোনো এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তিত হয় তাৰ নামেই সংস্কৃতি গ্ৰহণ। এই প্ৰক্ৰিয়াৰ দ্বাৰা এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ ...

কনাই

হেমকোষৰ মতে কনাই হৈছে ডিমৰু গুটি, আৰৈ চাউল আৰু দুৰ্বাৰ টোপোলা; তাক তোলনি বিয়াত সন্তান স্বৰূপ ছোৱালীৰ কোলাত দিয়া যায় আৰু শান্তি বিয়াৰ অন্তত দৰা- কন্যা দুয়ো দুইৰ কোলাত দিয়া দি কৰে।

ডিমিটাৰ

ডিমিটাৰ হৈছে প্ৰাচীন গ্ৰীচৰ কৃষিকাৰ্য আৰু শস্য চপোৱা কাৰ্যৰ দেৱী। তেওঁ ফচল আৰু পৃথিৱীৰ উৰ্বৰতাৰ অধিষ্ঠাত্ৰী। তেওঁক ছিট অৰ্থাৎ খাদ্য বা ফচলদাত্ৰী আৰু থেচমফৰিয়া অৰ্থাৎ দৈৱিক আইনৰ প্ৰদানকাৰী নামেৰে জনা যায়। কেৱল মহিলাসকলে পালন কৰা থেচমফৰিয়া নামৰ ...

গন্ধৰ্ব

গন্ধৰ্ব হৈছে হিন্দুধৰ্ম, বৌদ্ধধৰ্ম আৰু জৈনধৰ্মৰ আখ্যানসমূহত উল্লিখিত এক দৈৱিক জীৱ। গন্ধৰ্ব পুৰুষসকল সংগীতবিদ্যাত পাকৈত। তেওঁলোকৰ নাৰীসকল নৃত্য পটিয়সী। গন্ধৰ্ব শব্দৰদ্বাৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ নিপুণ শিল্পীসকলকো বুজোৱা হয়।

বদন বৰফুকনৰ গীত

বদন বৰফুকনৰ গীত এটা অসমীয়া কাহিনীগীত বা মালিতা। গীতটিৰ কাহিনীটো ঐতিহাসিক। এই গীতটি আহোম ৰাজত্বকালৰ ঘটনাক কেন্দ্ৰ কৰি ৰচনা কৰা। বৰফুকনৰ গীতটি সম্পূৰ্ণৰূপত উদ্ধাৰ কৰা হৈছে।

ছাইলেণ্ট হাইপক্সিয়া

ছাইলেণ্ট হাইপক্সিয়া হৈছে এক প্ৰকাৰৰ হাইপোক্সিয়া অৰ্থাৎ শৰীৰত অক্সিজেনৰ পৰিমান কমি যোৱা এক অৱস্থা, যাৰ উশাহ চুটি হোৱা অৱস্থাৰ সৈতে কোনো মিল নাই। ইয়াক কৰনাভাইৰাছ ৰোগ ২০১৯ৰ এক জটিলতা বুলি জনা যায়। অনুমান কৰা হৈছে যে এছএআৰএছ-চিঅভি-2 বোৰে হাঁওফাঁও ...

অসমৰ পৰ্বত ভৈয়ামৰ বাদ্যযন্ত্ৰ

অসমত সংগীত বিদ্যাৰ চৰ্চা দীৰ্ঘদিনীয়া । শাস্ত্ৰীয় আৰু লোক সংগীতত ব্যৱহাৰ হোৱা বিভিন্ন বাদ্যযন্ত্ৰক ভাৰতীয় সংগীত শাস্ত্ৰৰ ভেঁটিত অনৱদ্ধ বা লয়যন্ত্ৰ, তত বা তাঁৰৰ যন্ত্ৰ, সুষিৰ বা বতাহেৰে সুৰৰ সৃষ্টি কৰা যন্ত্ৰ আৰু ঘন বা দুটা বস্তু সংঘাত কৰি বজোৱ ...

নেপালী জনগোষ্ঠী

নেপালী সকলৰ প্ৰধান বাসভূমি নেপাল ৰাষ্ট্ৰ । অসমৰ ভালেমান ঠাইত নেপালী লোকে বসবাস কৰে । তেওঁলোকে সুকীয়া আচাৰ-ৰীতি পালনেৰে নিজস্ব সংস্কৃতি অখুন্ন ৰাখিছে ।

অসমীয়া প্ৰসাধন সামগ্ৰী

পুৰণি অসমত সুগন্ধি দ্ৰব্য আৰু প্ৰসাধন সামগ্ৰীৰ অভাৱ নাছিল। বাণভট্টৰ হৰ্ষচৰিতে প্ৰমাণ দিয়ে যে অসম দেশ অগৰু, চন্দন,কাঠ,কস্তুৰী মৃগ আৰু গো শীৰ্ষৰ কাৰণে খ্যাত আছিল। কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি ডপ্ৰতাপচন্দ্ৰ চৌধুৰীয়ে তেওঁৰ দ্য হিষ্ট্ৰি অব ...

অসমীয়া পাগুৰি

মানুহে ৰদ,তাহ-বৰষুণ-ঠাণ্ডাৰ পৰা আত্মৰক্ষা কৰিবলৈ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে মূৰত পাগুৰি মাৰিছিল আৰু ইয়াৰ সংস্কৃত নাম হল উষ্ণীষ। শীত-বাতাদিৰ পৰা ৰক্ষা পাবলৈ যে উষ্ণীষৰ প্ৰয়োজন,তাক সুশ্ৰুত সংহিতাৰ নিদান স্থানৰ চৰ্তু বিংশতি অধ্যায়ত বৰ্ণিত হৈছে।আশ্ব ...

ৰি-ভৈ জিলা

ৰি-ভৈ ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ নংপহত অৱস্থিত। এই জিলাখনৰ আয়তন ২,৩৭৮ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ২,৫৮,৮৪০জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ ভিতৰত দক্ষিণ গাৰো পাৰ্বত্যৰ পিচতে দ্বিতীয়খন ...