ⓘ Free online encyclopedia. Did you know? page 16

জৱাহৰলাল নেহৰু

জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী প্ৰখ্যাত লেখক, ৰাজনীতিবিদ আছিল, তেওঁ ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে। তেওঁ ...

টনি জোছেফ

টনি জোছেফ হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখক। তেখেত বিজনেছ ৱৰ্ল্ড নামৰ আলোচনীখনৰ প্ৰাক্তন সম্পাদক। তেখেত বেষ্ট-চেলিং কিতাপ আৰ্লি ইণ্ডিয়ানছ্ ৰ লেখক। ২০১৮ চন পৰ্যন্ত তেখেত মাইণ্ডৱৰ্কছ গ্লোবেল মিডিয়া ছাৰ্ভিছেছ নামৰ প্ৰতিষ্ঠানটোৰো অধ্যক্ষ আৰু সহ ...

টবু

টবচ্চুম ফাটিমা হাশমী হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতৰ জনপ্ৰিয় নাম হৈছে টবু । তেলুগু, তামিল, মালয়ালম, বঙালী আৰু মাৰাঠী ভাষাৰ ছবিতো টবুয়ে অভিনয় কৰিছে। ভাৰতৰ এগৰাকী প্ৰতিষ্ঠিত আৰু সফল অভিনেত্ৰী হিচাপে খ্যাতি লাভ কৰা টবুক প্ৰায়ে জটিল, সংকটা ...

টানিয়া শচদেৱ

টানিয়া শচদেৱ হৈছে এগৰাকী ভাৰতীয় দবা খেলুৱৈ। তেখেতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। টানিয়া খেলুৱৈৰ লগতে দবা খেলৰ এগৰাকী ধাৰভাষ্যকাৰ আৰু পৰিৱেশকো।

টালিমেৰণ আও

টালিমেৰণ আও হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক। অসমৰ নগা পাহাৰ জিলাৰ চাংকি নামৰ এখন গাঁৱত ১৯১৮ চনৰ ২৮ জানুৱাৰীত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ছুবংৱতী নিংডাংৰি আও আৰু মাতৃ মাংচাংলা চাংকিলাৰি। তেওঁ ১১জন সন্তানৰ ভিতৰত চতুৰ্থ আছিল।

টি. এ. সৰস্বতী আম্মা

টেকাথ আমায়ানকট্টুকুৰুচ্চি কালাথিল সৰস্বতী চমুকৈ টি. এ. সৰস্বতী আম্মা এগৰাকী ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ। তেখেতৰ জন্ম হৈছিল কেৰালাৰ পালাক্কাড় জিলাৰ চেৰপুলাচ্চেৰীত। তেখেতে গণিতৰ ইতিহাস আৰু সংস্কৃতলৈ উল্লেখনীয় বৰঙনি আগবঢ়াই এখন গুৰু ...

টিকেন্দ্ৰজিৎ

টিকেন্দ্ৰজিৎ সিং এওঁ স্বাধীন মণিপুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ আছিল। এখেতক বীৰ টিকেন্দ্ৰজিৎ তথা কৈৰেং বুলি জনা যায়। তেওঁ মণিপুৰী সেনাবাহিনীৰ কামাণ্ডাৰ আছিল। তেওঁ ১৮৯১ চনৰ মণিপুৰ মহল-বিপ্লৱৰ গুৰি ধৰিছিল এই বিপ্লৱৰ পৰিণতিত ব্ৰিটিছ আৰু মণিপুৰী সকলৰ মাজত ...

টুন টুন

টুন টুন বা উমা দেৱী খাত্ৰি এগৰাকী ভাৰতীয় কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। টুন টুন তেওঁৰ ৰূপালীপৰ্দাৰ নাম। তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰথম কৌতুক অভিনেত্ৰী আখ্যা দিয়া হয়।

টেনজিং গিয়াত্‍ ছো

টেনজিং গিয়াত্‍ ছো হৈছে চতুৰ্দশ দালাই লামা। তেখেত ১৯৫৯ চনত তিব্বতৰ পৰা প্ৰস্থান কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰে। তিব্বতৰ শান্তিৰক্ষাৰ ক্ষেত্ৰত অবদানৰ বাবে তেখেতক শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয়।

টেনজিং নৰ্গে

টেনজিং নৰ্গে ইংৰাজী: Tenzing Norgay, এজন নেপালী ভাৰতীয় পৰ্বতাৰোহী, আৰু ১৯৫৩ চনত তেওঁ এডমণ্ড হিলাৰীৰ লগ হৈ পোন প্ৰথম বাৰৰ বাবে এভাৰেষ্ট শৃংগ জয় কৰে। টাইম আলোচনীয়ে তেখেত ২০ শতিকাৰ ১০০ জন সকলোতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছিল।

ডলী গুলেৰীয়া

ডলী গুলেৰীয়া এগৰাকী ভাৰতীয় গায়ক, মুখ্যতঃ পঞ্জাবী লোক সংগীত, শাবাদ গুৰবাণী, চুফী আৰু গজল ধাৰাৰ সংগীতত দক্ষতাৰ সৈতে পঞ্জাবীত এজন লোক গায়ক। তেওঁ অধ্যাপক যোগিন্দ্ৰ সিং আৰু কিংবদন্তী লোক গায়ক সুৰিন্দৰ কৌৰৰ কন্যা, যাক পঞ্জাবৰ দি নাইটিঙল বুলি জনা যায়।

ডায়েনা এডুলজি

ডায়েনা এডুলজি এগৰাকী প্ৰাক্তন ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেটাৰ।মুম্বাইত জন্ম গ্ৰহণ কৰা এইগৰাকী প্ৰভাৱশালী খেলুৱৈয়ে নিচেই কম বয়সতে ক্ৰীড়া জগতত ভূমুকি মাৰে আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁলোক বসবাস কৰা ৰেলৱে কলনীতে প্ৰথমে ডায়েনাই এটা ট ...

তথাগত অৱতাৰ তুলসী

তথাগত অৱতাৰ তুলসী জন্ম ৯ ছেপ্টেম্বৰ ১৯৮৭ এজন ভাৰতীয় পদাৰ্থবিদ। তেওঁ বিস্ময় বালক হিচাপে প্ৰখ্যাত। তুলসীয়ে ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী ...

তনুজা

তনুজা সমৰ্থ ৰ জনপ্ৰিয় নাম হৈছে তনুজা । ভাৰতীয় চলচ্চিত্ৰ জগতৰ পৰিচিত ব্যক্তিত্ব তনুজাই সৰ্বাধিক কাম কৰিছে হিন্দী ভাষাৰ ছবিত। তেখেত অভিনেত্ৰী শোভনা সমৰ্থ আৰু ছবি প্ৰযোজক কুমাৰসেন সমৰ্থৰ জীয়েক। আনহাতে তনুজাৰ বিবাহ সম্পন্ন হৈছে ছবি-নিৰ্মাতা শমু মু ...

তাপ্‌সী পন্নু

তাপ্‌সী পন্নু হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবিত গৰিষ্ঠসংখ্যক অভিনয় কৰিছে। ইয়াৰ লগতে তেলুগু, তামিল ভাষাৰ ছবিতো তেখেতক দেখিবলৈ পোৱা যায়। তেখেতে অভিনয়ৰ বাবে ফিল্মফেয়াৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনৰ পৰা ধাৰাবাহিকভাৱে তেখ ...

তাৰক মেহতা

তাৰক মেহতা এজন ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ। তেওঁক গুজৰাটী ভাষাৰ দুনিয়া নে উন্ধা চছমা বা পৃথিৱীৰ উলুটা চছমাৰ বাবে বিশেষভাৱে জনা যায়। তেওঁ বিভিন্ন ব্যংগ গুজৰাটী ভাষালৈ অনুবাদ কৰিছে, তেওঁ গুজৰাটী নাট্যশালাৰ এক পৰিচিত নাম। ব্যংগটো প্ৰথম সাপ্ত ...

তাৰা (কন্নড় অভিনেত্ৰী)

অনুৰাধা যাৰ মঞ্চ-নাম তাৰা, তেওঁ এগৰাকী কন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। ২০০৯ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰে আৰু ২০১২ চনত এগৰাকী মনোনীত সদস্যৰূপে কৰ্ণাটক বিধানসভাত প্ৰবেশ কৰে। তাৰাই ১৯৮৪ চনত তামিল ভাষাৰ ‘ইঙ্গেয়ুম ওৰু গঙ্গাই ...

তাৰাবাই ভোঁচলে

তাৰাবাই ভোঁচলে ১৭০০ চনৰ পৰা ১৭০৮ লৈকে ভাৰতৰ মাৰাঠা সাম্ৰাজ্যৰ শাসক আছিল। তেওঁ ছত্ৰপতি ৰাজাৰাম ভোঁচলে -ৰ ৰাণী আৰু মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ বোৱাৰী আৰু দ্বিতীয় শিৱাজীৰ মাতৃ আছিল। স্বামীৰ মৃত্যুৰ পিছত মাৰাঠা অঞ্চলৰ মোগল দখলৰ বিৰুদ্ধে প্ ...

তীজান বাঈ

তীজান বাঈ এগৰাকী ভাৰতীয় লোক-সংগীতৰ শিল্পী। তেওঁ ছত্তীছগঢ়ৰ বিখ্যাত পৰিবেশ্য কলা পাণ্ডৱনীৰ লগত জড়িত। পাণ্ডৱনীত মহাভাৰতৰ কাহিনী গীত আৰু বাদ্যযন্ত্ৰৰ মাধ্যমৰে পৰিবেশন কৰা হয়। তেওঁক ভাৰত চৰকাৰে ১৯৮৭ চনত পদ্মশ্ৰী, ২০০৩ চনত পদ্মভূষণ আৰু ২০১৯ চনত পদ্ ...

তীৰথ সিং ঠাকুৰ

ন্যায়ধীশ তীৰথ সিং ঠাকুৰ বা টি. এছ. ঠাকুৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৩তম মুখ্য ন্যায়ধীশ। তেওঁৰ পিতৃ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ দেৱী দাস ঠাকুৰ অসমৰ পূৰ্বৰ ৰাজ্যপাল আছিল। তিৰথ সিং ঠাকুৰ তেওঁৰ পিতৃৰ চেম্বাৰত ১৯৭২ চনত যোগ দি কৰ্মজীৱ ...

তুকাৰাম

সন্ত তুকাৰাম ১৭শ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ ভক্তি আন্দোলনৰ সময়ৰ হিন্দু কবি আৰু সন্ত আছিল। তেওঁ সমতাবাদ, ব্যক্তিগতকৃত ভাৰ্কাৰী ভক্তবাদ ঐতিহ্যৰ অংশ আছিল। তেওঁ ‘অভঙ্গ’ নামৰ ভক্তিমূলক কবিতা আৰু ‘কীৰ্তন’ নামৰ পূজাৰ ভক্তিমূলক গীতবোৰৰ বাবে জনাযায়।

তুলসীদাস

তুলসীদাস বা গোস্বামী তুলসীদাস হৈছে এজন হিন্দু বৈষ্ণৱ কবি। ভক্তি সাহিত্যৰ ৰামভক্তি ধাৰাৰ প্ৰধান কবিসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ সংস্কৃত বাল্মীকি ৰামায়ণৰ তেওঁ অৱধি ভাষালৈ কৰা ৰামচৰিত-মানসৰ অনুবাদৰ বাবে প্ৰধানকৈ প্ৰখ্যাত। তুলসীয়ে জীৱনৰ অধিক কাল বা ...

তৰু দত্ত

তৰু দত্ত হল ভাৰতীয় উপমহাদেশৰ এগৰাকী বঙালী অনুবাদক আৰু কবি। স্বাধীনতাৰ আগৰ ব্ৰিটিছ ভাৰতত প্ৰচলিত ইংৰাজী আৰু ফৰাছী ভাষাত তেওঁ লিখা-মেলা কৰিছিল। হেনৰী লুই ভিভিয়ান ডেৰোজিঅ, মনমোহন ঘোষ আৰু সৰোজিনী নাইডু ৰ সৈতে তৰু দত্ত ভাৰত-এংলিয়ান সাহিত্যৰ অন্যতম ...

দময়ন্তী যোশী

দময়ন্তী যোশী হল কথক নৃত্য শৈলীৰ এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।১৯৩০ চনত তেওঁ মাডাম মেনকাৰ দলত নাচিবলৈ আৰম্ভ কৰে, দলটোৱে বিশ্বৰ বিভিন্ন ঠাইত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। জয়পুৰ ঘৰানাৰ সীতাৰাম প্ৰসাদৰপৰা তেওঁ কথক শিকিছিল আৰু খুব কম বয়সতে এগৰাকী ...

দশৰথ মাঝি

দশৰথ মাঝি, বিহাৰৰ গয়াৰ সমীপৰ গেহলুৰ নামৰ এখন গাঁৱৰ এজন দুখীয়া শ্ৰমিক, যি কেৱল এটা হাতুৰী আৰু বটালী লৈ এটা পাহাৰ কাটি তাৰ মাজেদি ৰাস্তা উলিয়াইছিল৷ সুদীৰ্ঘ ২২ বছৰৰ অন্তত গয়াৰ আট্ৰি আৰু ৱাজিগাওৰ মাজৰ ৫৫ কিমি দৈঘ্যৰ পথটো তেওঁ পাহাৰৰ মাজেৰে বাট কা ...

দাদাচাহেব ফাল্কে

ধুণ্ডীৰাজ গোবিন্দ ফাল্কে, যি দাদাচাহেব ফাল্কে নামে অধিক পৰিচিত, এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে গণ্য কৰা হয়। তেওঁ ১৯১৩ চনত নিৰ্মাণ কৰা ৰাজা হৰিশচন্দ্ৰ আছিল ভাৰতৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ ...

দাৰোজী এৰাম্মা

দাৰোজী এৰাম্মা জনপ্ৰিয়ভাবে বুৰাকথা এৰাম্মা এগৰাকী ভাৰতীয় লোকশিল্পী। তেওঁ দক্ষিণ ভাৰতৰ মহাকাব্যিক কাহিনী কোৱাৰ এক লোককলাৰ ৰূপ বুৰাকথাৰ এগৰাকী লোকগায়িকা আৰু অভিনয় আছিল। তেওঁক ১৯৯৯ চনত ৰাজোৎসৱ প্ৰশস্তীকে ধৰি কেইবাটাও পুৰস্কাৰ প্ৰদান কৰা হৈছিল।

দিলীপ কুমাৰ

দিলীপ কুমাৰ ইংৰাজী: Dilip Kumar; প্ৰকৃত নাম মহম্মদ ইউচুফ খান ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত। ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল ১৯৪৪ চনৰ ‘জোৱাৰ ভাটা’। ন ...

দিৱ্যঙ্কা ত্ৰিপাঠী

দিৱ্যঙ্কা ত্ৰিপাঠী জন্ম হয় ১৯৮৪ চনৰ ১৪ ডিচেম্বৰত। তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী দূৰদৰ্শন উদ্যোগত কাম কৰে। তেখেতে জীটিভিৰ বনু মে তেৰি দুলহন ত দৈত্বচৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহে। তেওঁক বৰ্তমান ষ্টাৰ প্লাছৰ য়ে হে মহাব্বতে নামৰ নামৰ ধ ...

দীনদয়াল উপাধ্যায়

পণ্ডিত দীনদয়াল উপাধ্যায় এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জন সংঘৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল।

দীপক মিশ্ৰ

ন্যায়াধীশ দীপক মিশ্ৰ ভাৰতৰ বৰ্তমান তথা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৫তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ জগদীশ সিং খেহৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়।তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰ ...

দীপা কৰ্মকাৰ

দীপা কৰ্মকাৰ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত জন্মগ্ৰহণকাৰী এগৰাকী ভাৰতীয় আৰ্টিষ্টিক বা শৈল্পিক জিমনাষ্ট। তেওঁ গ্লাছগোত অনুষ্ঠিত ২০১৪ কমনৱেলথ গেমচত প্ৰথম ভাৰতীয় জিমনাষ্ট হিচাপে ব্ৰঞ্জৰ পদক পাইছিল। ইয়াৰ পূৰ্বে জিমনাষ্টিকচত কোনো ভাৰতীয় আন্তৰ্জাতিক প্ৰ ...

দীপা মালিক

দীপা মালিক এগৰাকী ভাৰতীয় এথলেট। ২০১৬ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰি তেওঁ পেৰালিম্পিক ক্ৰীড়াত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ পৰিল। তেওঁ বিভিন্ন দুঃসাহসিক ক্ৰীড়াত অংশ গ্ৰহণ কৰাৰ বাবে বিখ্যাত। তেওঁ হিমালয়ান মটৰস্পৰ্ট সন ...

দীপিকা পাডুকন

দীপিকা পাডুকন বা দীপিকা পাডুকনি হল এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক, যি হিন্দী চিনেমাত কাম কৰে। তেওঁ ভাৰতৰ এগৰাকী অন্যতম সৰ্বোচ্চ পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেত্ৰী। শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। এই দেশৰ সৰ্বাধি ...

দীশা ৰবি

দীশা আনাপ্পা ৰবি এগৰাকী ভাৰতীয় তৰুণী আৰু এগৰাকী পৰিৱেশ কৰ্মী। তেখেত ফ্ৰাইডেছ ফৰ ফিউছাৰ প্ৰতিষ্ঠাতা। সুপৰিচিত পৰিৱেশ কৰ্মী গ্ৰেটা থুন্‌বাৰিৰ এটা অনলাইন টুলকিটৰ লগত জড়িত থকাৰ অভিযোগক্ৰমে ২০২১ চনৰ ১৩ ফেব্ৰুৱাৰীত দীশা ৰবিক গ্ৰেপ্তাৰ কৰা হৈছিল। তেখে ...

দূতী চান্দ

দূতী চান্দ এগৰাকী ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী। দূতী গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলাৰ ১০০ মিটাৰ প্ৰতিযোগিতাত নিৰ্বাচিত তৃতীয় গৰাকী ভাৰতীয় মহিলা।

দেৱ কুমাৰ বসু

দেৱ কুমাৰ বসু এগৰাকী বঙালীভাষী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ অসমীয়া ছবিৰ উপৰিও মণিপুৰী ছবি মাতামগি মণিপুৰ পৰিচালনা কৰিছিল। তেওঁৰ পিতৃ আছিল বিখ্যাত চলচ্চিত্ৰ পৰিচালক দেৱকী বসু। অমৰ পাঠকে পৰিচালনা কৰা সংগ্ৰাম ছবিৰ যোগেদি অসমীয়া ছবিৰ সৈতে বসুৰ স ...

দেৱকী জৈন

দেৱকী জৈন এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ আৰু সাহিত্যিক। তেওঁ মুখ্যতঃ নাৰীবাদী অৰ্থনীতিৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে। ২০০৬ চনত সামাজিক ন্যায় আৰু মহিলাৰ সশক্তিকৰণত তেওঁৰ অৱদানৰ বাবে তেওঁক ভাৰত চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰা হৈছিল।

দেৱদত্ত পাটনায়ক

দেৱদত্ত পাটনায়ক এজন ভাৰতীয় চিকিৎসক, বাণিজ্যিক পৰামৰ্শদাতা, কিংবদন্তিবিদ আৰু লেখক। তেওঁ প্ৰধানকৈ কিংবদন্তিমূলক আৰু ব্যৱস্থাপনাৰ বিষয়ে লিখে। তেওঁ হিন্দু কিংবদন্তিৰ ওপৰত কেইবাখনো কিতাপ লিখিছে যাৰ ভিতৰত Myth = Mithya: A Handbook of Hindu Mythology ...

দেৱদাস গান্ধী

দেৱদাস মোহনদাস গান্ধী আছিল মহাত্মা গান্ধীৰ চতুৰ্থটি আৰু একেবাৰে সৰুটো সন্তান। তেওঁৰ দক্ষিণ আফ্ৰিকাত জন্ম হয় আৰু ডেকাকালত হৈ মাক দেউতাকৰ লগত ভাৰতলৈ ঘূৰি আহে। তেওঁ দেউতাকৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কাৰাবাসো খাটিছিল। তেওঁ এজন বিশিষ্ট সাংবাদিক ...

দেৱশ্ৰী ৰায়

দেৱশ্ৰী ৰায় এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী, নৃত্যশিল্পী, নৃত‍্য পৰিকল্পক, ৰাজনীতিবিদ আৰু পশু-অধিকাৰ সংৰক্ষক। তেওঁ নটৰাজ দলৰ কৰ্ণধাৰ। তেওঁ ভাৰতীয় লোকনৃত্যক পাশ্চাত্য মঞ্চত উপস্থাপনা কৰে আৰু ধ্ৰুপদী আৰু লোকনৃত্যৰ সংমিশ্ৰণত এক অপূৰ্ব নৃত্যকৌশলী ৰচ ...

দেৱিকা ৰাণী

দেৱিকা ৰাণী ; ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী। তেখেতৰ আগলৈকে ভাৰতীয় চলচ্চিত্ৰত নাৰী চৰিত্ৰত পুৰুষে অভিনয় কৰিছিল। ১৯২৯ চনত মুক্তিপ্ৰাপ্ত ‘প্ৰপঞ্চ পাস’ নামৰ ছবিখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ...

দেৱী প্ৰসাদ শেট্টী

দেৱী প্ৰসাদ শেট্টী হৈছে এগৰাকী ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ আৰু উদ্যোগী। তেখেত নাৰায়ণা হেল্থ নামৰ ২১টা চিকিৎসা-কেন্দ্ৰযুক্ত সংস্থাটোৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষ। তেখেতে ১৫,০০০ টাতকৈও অধিক হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰিছে। ভাৰতৰ স্বাস্থ্যখণ্ডলৈ আগবঢ়োৱা অনবদ্য ...

দেৱী শ্ৰী প্ৰসাদ

দেৱী শ্ৰী প্ৰসাদ এজন ভাৰতীয় সংগীত গীতিকাৰ, কণ্ঠশিল্পী আৰু পৰিচালক। তেওঁ মূলতঃ তেলেগু, আৰু তামিল ভাষাৰ বোলছবিৰ গীততো কণ্ঠ নিগৰাইছে।

দেৱেন্দ্ৰ ঝাঝাৰীয়া

দেৱেন্দ্ৰ ঝাঝাৰীয়া এজন ভাৰতীয় পেৰালিম্পিক জেভেলীন থ্ৰো খেলুৱৈ। পেৰালিম্পিক ক্ৰীড়াত দুটাকৈ ব্যক্তিগত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ। ২০০৪ চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকৰ জেভেলীন থ্ৰোত তেওঁ প্ৰথম স্বৰ ...

দ্ৰৌপদী মূৰ্মু

দ্ৰৌপদী মূৰ্মু এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান ঝাৰখণ্ডৰ ৰাজ্যপাল। ২০১৫ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী জনজাতীয় মহিলা। ইয়াৰ লগতে ঝাৰখণ্ডৰ প্ৰথম গৰাকী ম ...

ধনুষ

ধনুষ তামিল: தனுஷ் ; জন্ম ২৮ জুলাই, ১৯৮৩ হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু নেপথ্য গায়ক। এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ২৮ জুলাই তামিলনাডুৰ চেন্নাইত। ২০১১ চনত, তেওঁ তামিল চলচ্চিত্ৰ আদুকালামৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচ ...

নন্দিতা স্বেতা

স্বেতা শেট্টী, পেচাগতভাৱে নন্দিতা স্বেতা নামে পৰিচিত, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত উপস্থিত হয়। নন্দ লাভচ্‌ নন্দিতা নামৰ কান্নাডা চলচ্চিত্ৰৰ যোগেদি তেওঁ অভিনয়ৰ কৰ্মজীৱন আৰম্ভ কৰে। পিছত ২০১২ চনৰ ব্যংগাত্মক চ ...

নয়নতৰা চেহগল

নয়নতৰা চেহগল হল এগৰাকী ভাৰতীয় লেখক, যি ইংৰাজী ভাষাত লেখা-মেলা কৰে। তেওঁ নেহৰু-গান্ধী পৰিয়ালৰ সদস্য। জৱাহৰলাল নেহৰুৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতৰ তিনি গৰাকী জীয়ৰীৰ তেওঁ দ্বিতীয় গৰাকী। ১৯৮৬ চনত তেওঁৰ ইংৰাজী উপন্যাস ৰিচ লাইক আচ ৰ বাবে তেওঁক সাহিত ...

নলিনী জয়ৱন্ত

নলিনী জয়ৱন্ত ১৯৪০ আৰু ১৯৫০ৰ দশকত হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ‘কালাপানী’ ছবিৰ বাবে ১৯৫৯ চনত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।