ⓘ Free online encyclopedia. Did you know? page 22

শিখা বাৰ্মা

শিখা বাৰ্মা হৈছে ঘনীভূত পদাৰ্থৰ পদাৰ্থ বিজ্ঞানৰ এগৰাকী সম্পৰীক্ষক। তেখেতৰ কৰ্মস্থান ভুৱনেশ্বৰস্থিত পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান। তেখেতেৰ গৱেষণাৰ বিচৰণথলী হৈছে:- পৃষ্ঠা বিজ্ঞান, প্ৰাৰম্ভিক পৰ্যায়ত Thin film ৰ বিকাশ আৰু বিকাশৰ ধৰণ, থিন ফিল্মৰ অণুবৈদ্ ...

শিলামবৰ্ষণ ৰাজেন্দৰ

শিলামবৰ্ষণ ঠেছিংগু ৰাজেন্দৰ হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ। শিলামবৰ্ষণ, শিম্ভু, এছ টি আৰ, লিটিল ছুপাৰষ্টাৰ আদি নামেৰেও প্ৰখ্যাত এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ৩ ফেব্ৰুৱাৰীত তামিল নাডুৰ চেন্না ...

শিৱানী বৰ্মা

শিৱানী বৰ্মা এগৰাকী ভাৰতীয় ৰাজযোগ ধ্যান গুৰু আৰু আধ্যাত্মিক বক্তা। তেওঁ প্ৰাচীন ভাৰতীয় ৰাজযোগৰ অনুশীলনৰ সৈতে জড়িত। তেওঁ ভাৰতৰ ব্ৰহ্ম কুমাৰী আধ্যাত্মিক আন্দোলনৰ এগৰাকী গুৰু আৰু নেত্ৰী। জনপ্ৰিয়ভাবে তেওঁ চিষ্টাৰ শিৱানী, ব্ৰহ্ম কুমাৰী শিৱানী, বি ...

শীলা দীক্ষিত

শীলা দীক্ষিত এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু আটাইতকৈ দীঘলীয়া সময় কাৰ্যনিবাহ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী। তেওঁ ১৯৯৮ৰ পৰা ২০১৩লৈ সেই পদত অধিষ্ঠিত আছিল। শীলা দীক্ষিতৰ নেতৃত্বত কংগ্ৰেছ দলে তিনিবাৰকৈ ধাৰাবাহিক বিজয় লাভ কৰিছিল। ২০১৩ চনত দিল্লী বিধানসভা ন ...

শীলা ভাটিয়া

শীলা ভাটিয়া আছিল এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, থিয়েটাৰ কৰ্মী আৰু দিল্লী আৰ্ট থিয়েটাৰ প্ৰতিষ্ঠাতা, যি হৈছে ভাৰতীয় কলাৰ প্ৰসাৰৰ বাবে দিল্লীস্থ এক অনুষ্ঠান। "পঞ্জাবী অপেৰা" নামৰ ভাৰতীয় নৃত্য-নাটিকাৰ এক বিশেষ শৈলী যি অপেৰাসদৃশ শৰীৰ-সঞ্চালনৰ ওপৰত ...

শীলা মেহতা

শীলা মেহতা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য কলাকাৰ, কোৰিঅ’গ্ৰাফী, শিক্ষক আৰু সংগীতকাৰ। তেওঁৰ পটভূমি কথকত উত্তৰ ভাৰতীয় ৰূপত দৃঢ়ভাভাৱে নিহিত হৈ আছে, যিটো তেওঁ বিশ্বৰ দৰ্শকৰ মাজত উপস্থাপন কৰিছে, যাৰ ভিতৰত আছে ভাৰত, উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ই ...

শীলা শ্ৰী প্ৰকাশ

শীলা শ্ৰী প্ৰকাশ হৈছে এগৰাকী ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট। তেখেত এগৰাকী নগৰাঞ্চলৰ ডিজাইনাৰ । তেখেত শিল্পা আৰ্কিটেক্টছ নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক। স্থপতিবিদ্যাৰ সেৱা আৰম্ভ কৰা আৰু প্ৰতিষ্ঠা কৰা শীলা শ্ৰী প্ৰকাশ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।

শেফালী শ্বাহ

শ্বেফালি শ্বাহ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবি জগত বা বলিউডত অভিনয় কৰে। ১৯৯৫ চনত মুক্তি লাভ কৰা ৰংগিলা -ৰ জৰিয়তে তেখেতে ছবিৰ জগতত খোজ পেলায়। ১৯৯৮ চনত তেখেতে অপৰাধমূলক ছবি সত্যাত এটি সহযোগী চৰিত্ৰত অভিনয় কৰে। ছবিখনত কৰা অভিনয় ...

শোভা (অভিনেত্ৰী)

মহালক্ষ্মী মেনন তামিল আৰু মালয়ালম ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ জনপ্ৰিয় বৃত্তিগত নাম আছিল শোভা । মাত্ৰ ১৭ বছৰ বয়সতে তামিল ভাষাৰ ‘পাচি’ ছবিৰে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল। তেওঁ শ্ৰেষ ...

শোভা দে

শোভা ৰাজাধ্যাক্সা বা শোভা দে এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ৷ তেওঁক প্ৰধানকৈ তেওঁৰ কাহিনীসমূহত অংকণ কৰা সমাজৰ ৰূপ আৰু যৌনতাৰ বাবে জনা যায়৷ সাহিত্যিক কৰ্মৰাজিত প্ৰাধান্য পোৱা এই মূল বিষয়-বস্তুৰ বাবে তেওঁক ’ভাৰতৰ জেকি কলিনছ বুলিও অভিহিত ক ...

শোভানা নৰসিংহ

শোভানা নৰসিংহ হৈছে বাংগালোৰস্থিত জৱাহৰলাল নেহৰু উচ্চ বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ এগৰাকী অধ্যাপিকা। তেখেতে তাত্ত্বিক বিজ্ঞানত অধ্যাপনা কৰে। তেখেতৰ গৱেষণাক্ষেত্ৰৰ মূল বিষয় হৈছে গণনামূলক নেনোবিজ্ঞান। মাত্ৰাৰ লঘূকৰণ আৰু আকাৰৰ হ্ৰাসকৰণে কিদৰে পদাৰ্থৰ ধ ...

শ্বাহানা গোস্বামী

শ্বাহানা গোস্বামী হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। শ্বাহানাই সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। প্ৰযোজনা সহযোগী হিচাপে কেৰিয়াৰৰ পাতনি মেলা শ্বাহানাই পৰৱৰ্তী সময়ত অভিনয়ৰ জগতত ভৰি দিয়ে আৰু একাধিক ভিন্নধৰ্মী ছবিত কাম কৰে। ২০০৯ চনত মুক্তিপ্ৰাপ্ ...

শ্বাহৰুখ খান

শ্বাহৰুখ খান এগৰাকী প্ৰখ্যাত ভাৰতীয় অভিনেতা, প্ৰযোজক, আৰু দূৰদৰ্শন ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি। এওঁক চমুকৈ এছ আৰ কে নামেৰেও জনা যায়। জনসাধাৰণৰ মাজত "বলিউডৰ বাদশ্বাহ", "কিং অৱ্ বলিউড" আৰু "কিং খান" বুলি পৰিচিত শ্বাহৰুখে ইতিমধ্যে ৮০ খনতকৈও অধিক ...

শ্যামল মিত্ৰ

শ্যামল মিত্ৰ এগৰাকী ভাৰতীয় বহুমুখী প্ৰতিভাৰ নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক আছিল। বঙালী সঙ্গীত উদ্যোগৰ সোণালী সময়চোৱাৰ তেওঁ প্ৰসিদ্ধ ব্যক্তিত্ব আছিল। তেওঁৰ বেৰিটোন কণ্ঠত বহুমাত্ৰিক আবেগৰ প্ৰতিফলন ঘটিছিল। তেওঁ নেপথ্য কণ্ঠ ...

শ্ৰদ্ধা কাপুৰ

শ্ৰদ্ধা কাপুৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী যিয়ে বিশেষকৈ হিন্দী চলচ্চিত্ৰৰ লগত জড়িত। তেওঁ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বেতন প্ৰাপ্ত অভিনেত্ৰীসকলৰ তালিকাত স্থান পাইছে আৰু ফোৰ্বচ এছীয়াত সিহঁতৰ ২০১৬ চনৰ ৩০ আণ্ডাৰ ৩০ তালিক ...

শ্ৰীকান্ত জিচকাৰ

শ্ৰীকান্ত জিচকাৰ ভাৰতৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাবে পৰিচিত আছিল। তেওঁ ৪২খন বিশ্ববিদ্যালয়ত পৰীক্ষা দিয়াৰ পিছত ২০টা ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ এগৰাকী ৰাজনীতিবিদও আছিল, তেওঁ ২৬ বছৰ বয়সত দেশৰ আটাইতকৈ কমবয়সীয়া বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।

শ্ৰীকান্ত শাস্ত্ৰী

শ্ৰীকান্ত শাস্ত্ৰী এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ বষ্টন বিশ্ববিদ্যালৰৰ এজন প্ৰাক্তন শিক্ষাৰ্থী। ২০০৮ চনত তেওঁক আৰু ৰঘূনাথন শ্ৰীআনন্দক পদাৰ্থ বিজ্ঞানৰ শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা আগবঢ়োৱা হৈছিল। অধ্যাপক শাস্ত্ৰী ...

শ্ৰীদেৱী

শ্ৰীদেৱী কাপুৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ বলিউড, তেলুগু, তামিল, মালয়ালম আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁক বলিউডৰ প্ৰথম গৰাকী মহিলা "চুপাৰষ্টাৰ" হিচাপে অভিভীত কৰা হয়। মোহময়ী অভিনেত্ৰী গৰাকী ভাৰতীয় চলচ্চি ...

শ্ৰীনিবাস ৰামানুজন

এদিনাখন শিক্ষকে ৰামানুজনৰ শ্ৰেণীৰ লৰাবিলাকক হৰণ অঙ্ক বুজাই আছিল।তেতিয়া শিক্ষকজনে এটা মন্তব্য কৰিছিল যে যিকোনো সংখ্যাক একে সংখ্যাৰে হৰণ কৰিলে ভাগফল এক হয়। ৰামানুজনে শিক্ষকৰ মন্তব্যত সুখী নহৈ ঘপহকৈ উঠি প্ৰশ্ন কৰিলে যে শূন্যক শূন্যৰে হৰণ কৰিলেও ভা ...

শ্ৰীলক্ষ্মী গোৱৰ্ধনন

শ্ৰীলক্ষ্মী গোৱৰ্ধনন হৈছে এগৰাকী ভাৰতীয় কুচিপুড়ি শিল্পী। তেখেতে গুৰু শ্ৰী পশুমাৰ্থি ৰাট্টায়া শৰ্মাৰ শিষ্যা। শ্ৰীলক্ষ্মী সাধাৰণতে পদ-ভংগীমা আৰু অভিনয়াৰ বাবে পৰিচিত। যিটো হৈছে একধৰণৰ অভিনয়-কৌশল। গুৰু শ্ৰী পশুমাৰ্থী ৰাট্টায়া শৰ্মাৰ, শ্ৰীমতি বৈ ...

শ্ৰীলাল শুক্লা

শ্ৰীলাল শুক্লা) এজন হিন্দী ভাষাৰ লেখক, যাক তেওঁৰ ব্যংগ লেখাৰ বাবে জনা যায়। তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ এজন পিচিএচ বিষয়া ৰূপে কৰ্মৰত আছিল, পিছত তেওঁ আই এ এছ লাভ কৰে। তেওঁ ৰাগ দৰবাৰী, মকান, চুনি ঘাটি কা সূৰজ, পেহলা পড়াৱ আৰু বিশ্ৰামপুৰ কা সন্ত আদিকে ...

শ্ৰীহৰি বৰিকৰ

শ্ৰীহৰি বৰিকৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক৷ তেওঁ গুৱাহাটীৰ পৰা এই দায়িত্ব পালন কৰিছিল৷ তেওঁ বৰ্তমান অখিল ভাৰতীয় বিশ্ববিদ্যালয় প্ৰমুখ।

শ্ৰুবৱতী গোস্বামী

শ্ৰুবৱতী গোস্বামী হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছে। তদুপৰি জ্যোতিকণিকা পদাৰ্থ বিজ্ঞান আৰু নিউট্ৰিনো পদাৰ্থ বিজ্ঞানৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত। কলিকতা বিশ্ববিদ্যালয়ৰ বিজ্ঞান কলেজৰ পৰা "নিউট্ৰিনো দোলন ...

শ্ৰেয়া ঘোষাল

শ্ৰেয়া ঘোষাল এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেখেতে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাঁচটা ফিল্মফেয়াৰ বঁটা, সাতটা আইফা বঁটা, ছটা স্ক্ৰীন বঁটা আৰু আঠটা দাক্ষিণাত্যৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেখেতে বিভিন্ন ভাৰতীয় ভাষাৰ বোলছবিৰ বাব ...

শৰ্মিলা ঠাকুৰ

শৰ্মিলা ঠাকুৰ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে বঙালী ছবিতো অভিনয় কৰে। তেওঁ কৰা অনবদ্য অভিনয়ৰ বাবে তেখেতে দুবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ এসময়ত হিন্দী চলচ্চিত্ৰৰ আটাইতকৈ বেছি ...

শৰ্মিষ্ঠা মুখাৰ্জী

মুখাৰ্জীয়ে বাৰ বছৰ বয়সত কথক নৃত্যৰ শিক্ষা আৰম্ভ কৰে৷ তেওঁৰ শিক্ষকসকলৰ ভিতৰত পণ্ডিত দুৰ্গালাল, বিদুষী উমা শৰ্মা আৰু ৰাজেন্দ্ৰ গংগানী Rajendra Gangani আদি উল্লেখযোগ্য৷ হিন্দু কাকতে তেওঁৰ নৃত্য পৰিৱেশনৰ ভুয়সী প্ৰশংসা কৰিছে৷

শৰৎচন্দ্ৰ চট্টোপাধ্যায়

শৰৎচন্দ্ৰ চট্টোপাধ্যায় এজন বিখ্যাত বঙালী সাহিত্যিক। তেওঁৰ সাহিত্যকৰ্মৰ কাৰণে তেওঁক অপৰাজেয় কথাশিল্পী আৰু সাহিত্য সম্ৰাট প্ৰভৃতি নামেৰে জনাজাত। দেৱদাস আৰু শ্ৰীকান্ত তেওঁৰ উল্লেখযোগ্য ৰচনা। তেওঁৰ উপন্যাস আৰু চুটিগল্পসমুহত এক নতুনত্বৰ আমেজ পোৱা যা ...

সঞ্জনা কাপুৰ

সঞ্জনা কাপুৰ হৈছে এগৰাকী ভাৰতীয় থিয়েটাৰ কৰ্মী আৰু প্ৰাক্তন অভিনেত্ৰী। তেখেতে ভাৰতীয় প্ৰসিদ্ধ অভিনেতা শশী কাপুৰৰ জীয়ৰী। আনহাতে মাতৃ হৈছ জেনিফাৰ কাপুৰ। ১৯৯৩ চনৰ পৰা ২০১২ চনৰ ফেব্ৰুৱাৰীলৈকে তেখেতে পৃথ্বী থিয়েটাৰ পৰিচালনা কৰিছিল।

সতীশ ধৱন

সতীশ ধৱন এগৰাকী ভাৰতীয় গণিতজ্ঞ তথা এৰস্পেছ অভিযন্তা। তেওঁক ভাৰতত পৰীক্ষামূলক তৰল গতিবিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা হয়। শ্ৰীনগৰত জন্ম গ্ৰহণ কৰা সতীশ ধৱনে ভাৰততে শিক্ষা গ্ৰহণ কৰিছিল যদিও পাছলৈ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰতো শিক্ষা গ্ৰহণ কৰে। তেওঁৰ গৱ ...

সত্য সাই বাবা

সত্য সাই বাবা) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ পুনৰ্জন্ম। ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁ বিভূতি ...

সত্যজিৎ ৰায়

সত্যজিৎ ৰায় এজন ভাৰতীয় তথা বঙালী চলচ্চিত্ৰ নিৰ্মাতা। তেখেতক বিংশ শতিকাৰ এজন উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা হিছাপে গণ্য কৰা হয়। কলিকতাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত সুনাম থকা এক পৰিয়ালত সত্যজিৎ ৰায়ৰ জন্ম হৈছিল। ৰায়ে বাণিজ্যিক শিল্পীৰূপে জীৱিকা ...

সত্যেন্দ্ৰনাথ বসু

সত্যেন্দ্ৰনাথ বসু আছিল এগৰাকী তাত্ত্বিক পদাৰ্থ বিজ্ঞানত বিশেষত্ব থকা ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী। ১৯২০-ৰ দশকত কোৱাণ্টাম বলবিজ্ঞানৰ ওপৰত কৰা কাম, বসু-আইনষ্টাইন পৰিসংখ্যাৰ ভিত্তি আৰু বসু-আইনষ্টাইন ঘনীভৱন তত্ত্ব বিকাশত এলবাৰ্ট আইনষ্টাইনৰ সৈত ...

সন্ধ্যা মুখাৰ্জী

সন্ধ্যা মুখাৰ্জী এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। ১৯৩১ চনৰ ৪ অক্টোবৰত তেওঁ কলকাতাত জন্মগ্ৰহণ কৰে। ২০১১ চনত পশ্চিমবঙ্গৰ সৰ্বোচ্চ অসামৰিক সন্মান বঙ্গবিভূষণ লাভ কৰে। ১৯৭০ চনত ‘জয় জয়ন্তী’ আৰু ‘নিশি পদ্ম’ নামৰ দুখন বঙালী ছবিত তেওঁ গোৱা গীতৰ বাবে শ্ৰেষ্ঠ ম ...

সবিতা শাস্ত্ৰী

সবিতা শাস্ত্ৰী হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅগ্ৰাফাৰ। তেখেতক ভাৰতনাট্যমৰ এগৰাকী শীৰ্ষস্থানীয় শিল্পী হিচাপে গণ্য কৰা হয়। ভাৰতনাট্যমৰ পৰম্পৰাগত শৈলী আৰু উপস্থাপনক লৈ তেওঁ কেতবোৰ সম্পৰীক্ষা কৰিছে। তাৰ বাবে উপন্যাস, গল্পৰ বিষয়বস্তুনিৰ্ভৰ ...

সমীৰ ৰায়চৌধুৰী

সমীৰ ৰায়চৌধুৰী বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ১৯৩৩ চনৰ ১ নৱেম্বৰত উত্তৰ চব্বিশ পৰগণাত পানিহ ...

সলিল চৌধুৰী

সলিল চৌধুৰী এজন ভাৰতীয় সংগীত পৰিচালক। তেওঁ মূলতঃ বঙালী, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰত আদিকে ধৰি অন্যান্য আঞ্চলিক ভাষাৰ কথাছবি সমূহতো সংগীত পৰিচালনা কৰিছিল। ইয়াৰ বাদেও তেওঁ এজন কবি আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতৰ গুনগ্ৰাহীসকলৰ ওচৰত তেওঁ সলিলদা ন ...

সাক্ষী মালিক

সাক্ষী মালিক এগৰাকী ভাৰতীয় মহিলা কুস্তি খেলুৱৈ। তেওঁ সাধাৰণতে মহিলাৰ ৫৮ কেজি ফ্ৰী ষ্টাইল শ্ৰেণীত প্ৰতিদ্বন্দিতা কৰে । তেওঁ গ্লাছগত অনুষ্ঠিত ২০১৪ কমনৱেলথ গেমচত ৰূপৰ পদক লাভ কৰে। তদুপৰি তেওঁ ২০১৪ ৱৰ্ল্ড ৰেচিলিং চেম্পিয়নশ্বিপত মহিলাৰ ফ্ৰী ষ্টাইল শ ...

সাবিত্ৰী চট্টোপাধ্যায়

সাবিত্ৰী চট্টোপাধ্যায় এগৰাকী অভিনেত্ৰী, যাক বঙালী চলচ্চিত্ৰ আৰু পশ্চিমবঙ্গৰ মঞ্চত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ৬০ বছৰ জুৰি অভিনয়ৰ সৈতে জড়িত আছে। তেওঁ দুবাৰ ‘বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা’ পাইছে। বঙালী মঞ্চত কৰা অভিনয়ৰ বাবে তেও ...

সাবিত্ৰী হৈস্নাম্

সাবিত্ৰী হৈস্নাম্ বা হৈস্নাম্ সাবিত্ৰী এগৰাকী ভাৰতীয় মঞ্চ অভিনেত্ৰী আৰু মণিপুৰী থিয়েটাৰৰ অন্যতম উল্লেখযোগ্য থিয়েটাৰ ব্যক্তিত্ব। তেওঁ মধুশ্ৰী দত্তৰ দ্বাৰা পৰিচালিত সমালোচনামূলকভাৱে প্ৰশংসিত চুটি ছবি স্ক্ৰিবেলছ অন আক্কাত অভিনয় কৰিছিল। এই ছবিখনে ...

সামান্থা আক্কিনেনী

সামান্থা আক্কিনেনী ১৯৮৭ চনৰ ২৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জন্মসূত্ৰে নাম আছিল সামান্থা ৰুথ প্ৰভু । তেওঁ তেলেগু আৰু তামিল ফিল্ম ইণ্ডাষ্ট্ৰিৰৰ পৰাই অভিনয় জগতৰ কেৰিয়াৰ গঠন কৰে। তেওঁ চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ ...

সায়েশা সৈগল

সায়েশা সৈগল, সায়েশা নামে পৰিচিত, ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী গৰাকী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ উপস্থিত হয় আৰু তেওঁ হিন্দী আৰু তেলুগু চলচ্চিত্ৰতো উপস্থিত হৈছিল। তেলুগু চলচ্চিত্ৰ অখিল -ত কাম কৰাৰ পিছত, তেওঁ অজয় দেৱগনৰ শিৱায়, আৰু তেওঁৰ বনা ...

সাৰদা (অভিনেত্ৰী)

সাৰদা বা সৰস্বতী দেৱী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক নেতা। তেওঁ তিনিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। তেওঁ মালয়ালম আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি আৰ্জিছে। তেওঁ উৰ্বশী সাৰদা নামেৰেও জন ...

সাৰন্য পোনভান্নন

সাৰন্য পোনভান্নন এগৰাকী জনপ্ৰিয় দক্ষিণ ভাৰতীয় অভিনেত্ৰী, যাৰ জন্মৰ নাম শীলা ক্ৰিষ্টিনা। তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ কমকৈ কন্নড় ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। মণি ৰত্নমৰ ‘নায়কন’ ছবিৰ এটা মুখ্ ...

সাৱনী ৰবীন্দ্ৰ

সাৱনী ৰবীন্দ্ৰ ঘাংগুৰ্দে ধন্দে চমুকৈ সাৱনী ৰবীন্দ্ৰ, এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ মাৰাঠী সংগীত উদ্যোগৰ লগত জড়িত। মাৰাঠীৰ লগতে তেওঁ কোংকণী আৰু তামিল ভাষাৰ গীততো কণ্ঠদান কৰিছে। তেওঁ ২০১১ চনৰ আইদিয়া চাৰেগমাৰ শীৰ্ষ পাঁচ গৰাকী চূড়ান্ত প্ৰত ...

সাৱিত্ৰী (অভিনেত্ৰী)

সাৱিত্ৰী গনেশান আছিল এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী, এগৰাকী গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক। তেখেতে মূলতঃ তেলেগু আৰু তামিল ভাষাৰ ছবিৰ লগত জড়িত আছিল। তদুপৰি, কানাড়া, মালায়ালম আৰু হিন্দী ছবিত কৰা অভিনয়-কৰ্মৰ বাবেও তেখেত জনাজাত। সাৱিত্ৰ ...

সাৱিত্ৰীবাই ফুলে

সাৱিত্ৰীবাই জ্যোতিৰাও ফুলে এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি। তেওঁ আৰু তেওঁৰ স্বামী জ্যোতিৰাও ফুলে একেলগে ব্ৰিটিছ শাসনৰ কালছোৱাত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল। ১৮৪৮ চনত ফুলে আৰু তেওঁৰ স্বামীয়ে পুণেৰ ভিড়া ৱাডাত ভাৰতৰ প্ৰথম মহিলা বিদ্যালয় স্ ...

সিদ্ধেশ্বৰী দেৱী

সিদ্ধেশ্বৰী দেৱী বাৰাণসীৰ এগৰাকী কিংৱদন্তী হিন্দুস্তানী সংগীতৰ কণ্ঠশিল্পী আছিল। তেওঁক মা বুলিও জনা গৈছিল। তেওঁৰ জন্ম ১৯০৮ চনত হৈছিল আৰু অতি কম বয়সতে মাক-দেউতাকক হেৰুৱাইছিল। তেওঁক ডাঙৰ দীঘল কৰে মাহীয়েক ৰাজেশ্বৰী দেৱীয়ে, যি এগৰাকী প্ৰখ্যাত কণ্ঠশ ...

সিন্ধুতাঈ সপকাল

সিন্ধুতাঈ সপকাল এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সামাজিক সক্ৰিয়বাদী। তেওঁ বিশেষকৈ ভাৰতত অনাথ শিশুক প্ৰতিপালন কৰাত তেওঁৰ অৱদানৰ বাবে জনা যায়। তেওঁক জনপ্ৰিয়ভাবে অনাথৰ মাতৃ আৰু মাই বুলি কোৱা হয়। তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকা ...

সীমা নন্দা

সীমা নন্দা এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে গৱেষণাত গণিত ব্যৱহাৰ কৰি জীৱবিজ্ঞান, অভিযান্ত্ৰিক আৰু অৰ্থনীতিৰ সমস্যা সমাধান কৰে। গণিত আৰু গণনাৰ জৰিয়তে বাস্তৱ পৃথিৱীৰ সমস্যাবোৰ কিদৰে সমাধান কৰিব পাৰি-এই বিষয়ে তেখেতে গৱেষণা কৰিছে।

সীমা ভাটনাগৰ

সীমা ভাটনাগৰ হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে প্ৰধানকৈ কেন্সাৰবিৰোধী ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত কাম কৰি আছে।