ⓘ Free online encyclopedia. Did you know? page 26

ৰুদালী

ৰুদালী হৈছে এক ধৰণৰ পেছাদাৰী শোক প্ৰকাশৰ প্ৰথা বা পৰম্পৰা। ৰাজস্থানৰ গ্ৰাম্য অঞ্চলত প্ৰচলিত এই প্ৰথামতে নিম্নবিত্ত মহিলাসকলক এই কাৰ্যত নিয়োগ কৰা হয়। এনেদৰে নিয়োগ কৰা মহিলাসকলকো ৰুদালী বোলা হয়। এই প্ৰথামতে উচ্চ জাতিৰ মৃত পুৰুষসকলৰ মৃত্যুত শোকৰ ...

কেওঁট জনগোষ্ঠী

কেওঁটসকল মূলতঃ আৰ্য গোষ্ঠীৰ লোক। কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওঁট’ আৰু ‘হালোৱা কেওঁট’ আদি উপগোটত বিভক্ত হৈছিল। উদাহৰণ স্বৰূপ খেতি বাতি কাম কৰা বা খেতি বাতিৰ বাবে সঁজুলি বনোৱা লোক সকল হালোৱা কেওঁট হল আৰু পুৰনি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে ...

জামাতিয়া সম্প্ৰদায়

জামাতিয়া সম্প্ৰদায় ত্ৰিপুৰা ৰাজ্যৰ উপ-জনজাতি সমুহৰ ভিতৰত তৃতীয় বৃহৎ উপ জনজাতি। জামাতিয়া শব্দৰ মুল জামাত শব্দৰ অৰ্থ হল সংগ্ৰহ। পিছত তেওঁলোকে জামাতক জামাতিয়া লৈ নামাকৰণ কৰে। জামাতিয়া সম্প্ৰদায়ৰ লোক এতিয়াও নিজৰ সম্প্ৰদায়ৰ নিয়ম অনুসৰি একত্ৰ ...

নাথ-যোগী সম্প্ৰদায়

নাথ-যোগী ভাৰতবৰ্ষৰ এক ধৰ্মীয় সম্প্ৰদায়। সাধনাৰ জৰিয়তে শিৱক লাভ কৰাত এই সম্প্ৰদায়ৰ লোকে বিশ্বাস ৰাখে। শিৱ এই সম্প্ৰদায়ৰ আদি গুৰু। ইয়াৰোপৰি নাথসকলৰ বহুজন গুৰু আছে। এইসকলৰ ভিতৰত ৯-১০ শতাব্দীৰ মৎসেন্দ্ৰনাথ আৰু গোৰক্ষনাথৰ দ্বাৰা বিকশিত বিচাৰ আৰু ...

বনিয়া

বনিয়া এটা ভাৰতীয় জাতি। বনিয়াসকল সাধাৰণতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত। বনিয়াসকল সাধাৰণতে বেংক, টকা-পইচা ঋণ দিয়া, শস্য বা মচলা বিক্ৰেতা, আৰু আধুনিক যুগত বিভিন্ন বাণিজ্যিক উদ্যোগৰ লগত জড়িত।

ইষ্ট ইণ্ডিয়া কোম্পানী

ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত ইংলণ্ডত। এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰ পৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ ...

গান্ধী–আৰউইন চুক্তি

গান্ধী–আৰউইন চুক্তি আছিল লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ আগতে ১৯৩১ চনৰ ৫ মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এক ৰাজনৈতিক চুক্তি। ইয়াৰ আগতে, ভাইচৰয় লৰ্ড আৰউইনে ১৯২৯ চনৰ অক্টোবৰ মাহত এক অনিৰ্দিষ্ট ভৱিষ্যতে ব্ৰিট ...

চিপাহী বিদ্ৰোহ ১৮৫৭

চিপাহী বিদ্ৰোহ হৈছে ১৮৫৭ চনৰ ১০ মেত মিৰাট চহৰত হোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ চিপাহীসকলে কৰা এক বিদ্ৰোহ। ক্ৰমশঃ এই বিদ্ৰোহ সমগ্ৰ উত্তৰ আৰু মধ্য ভাৰতত বিয়পি পৰিছিল। এই অঞ্চলসমূহত কোম্পানীয়ে যথেষ্ট ক্ষিপ্ৰ বেগত বিদ্ৰোহ দমন কৰিছি ...

চৌৰী চোৰা ঘটনা

চৌৰী চোৰা ঘটনা সংঘটিত হৈছিল ১৯২২ চনৰ ৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ গোৰক্ষপুৰ জিলা চৌৰী চোৰাত। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা এক বৃহৎ প্ৰতিবাদকাৰী দল আৰু পুলিচৰ সৈতে সাধাৰণ তৰ্ক পৰা সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু প্ৰতিবাদকাৰীৰ ওপৰত গুলিবৰ্ষণ কৰিছিল। ইয়াৰ প ...

ছাইমন কমিশ্যন

ছাইমন কমিশ্যন বা ভাৰতীয় সংবিধানিক কমিশ্যন ছাৰ জন ছাইমনৰ নেতৃত্বত গঠিত ব্ৰিটিছ সদনৰ সাতজন সাংসদৰ এক গোটৰ নাম আছিল। এই কমিশ্যন ভাৰতৰ সংবিধানিক পুনৰ্গঠন অধ্যয়নৰ বাবে ১৯২৮ চনত ভাৰতত উপস্থিত হয়। ইয়াৰে এজন সদস্য আছিল ক্লিমেণ্ট এটলী যি ১৯৩৪ চনৰ পৰা ...

জালিয়ানৱালাবাগৰ হত্যাকাণ্ড

জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড বা অমৃতসৰ হত্যাকাণ্ড ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ অন্যতম কুখ্যাত গণহত্যা। ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশৰ অমৃতসৰ চহৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈ ...

দাণ্ডী যাত্ৰা

দাণ্ডী যাত্ৰা, যাক লোণ যাত্ৰা, লোণ সত্যাগ্ৰহ, আৰু দাণ্ডী সত্যাগ্ৰহ বুলিও কোৱা হয়, হৈছে ঔপনিৱেশিক ভাৰতত মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত চলা এক অহিংস গণ প্ৰতিবাদ আছিল। ২৪ দিনীয়া এই যাত্ৰাটো ১৯৩০ চনৰ ১২ মাৰ্চৰ পৰা ৬ এপ্ৰিল ১৯৩০ লৈ ব্ৰিটিছৰ লৱণ এ ...

পলাশীৰ যুদ্ধ

পলাশীৰ যুদ্ধ আছিল বংগৰ নৱাব আৰু তেওঁৰ ফ্ৰান্স মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক সিদ্ধান্তকাৰী বিজয় যিয়ে বংগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সূচনা কৰে আৰু পৰবৰ্তী কেইবা শতক জুৰি ভাৰতত কোম্পানীৰ শাসনৰ প্ৰসাৰ ঘটাই। এই য ...

মহাত্মা গান্ধীয়ে কৰা অনশনৰ তালিকা

মহাত্মা গান্ধী অথবা জাতিৰ পিতা হিচাপে জনাজাত মোহনদাস কৰমচান্দ গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ১৭ টা অনশন খাটিছিল। তেওঁৰ আটাইতকৈ দীঘলীয়া অনশন আছিল ২১ দিনৰ। প্ৰতিবাদৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা অনশন, গান্ধীৰ অহিংসা আদৰ্শ আৰু সত্যাগ্ৰহৰ এক ...

স্বৰাজ

স্বৰাজ বুলিলে সাধাৰণতে স্বায়ত্ত্বশাসন বুজায় আৰু মহৰ্ষি দয়ানন্দ স্বৰস্বতীয়ে "গৃহ-শাসন"ৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিছিল যি পিছলৈ মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিল কিন্তু শব্দটোৱে প্ৰকৃততে বিদেশী দমনৰ পৰা ভাৰতৰ স্বাধীন,গান্ধীৰ ধাৰণাক বুজাইছিল। স্ব ...

অৰুণাচল প্ৰদেশ বিধানসভা

অৰুণাচল প্ৰদেশ বিধানসভা হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ এককক্ষীয় বিধানসভা। অৰুণাচলৰ বিধানসভা ভৱনটো ৰাজ্যখনৰ ৰাজধানী ইটানগৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ বিধানসভা ৬০ জন বিধায়কৰ সৈতে গঠিত।

নক্সাল

নক্সাল আন্দোলন, এটি কমিউনিষ্ট আন্দোলনৰ নাম। বিংশ শতাব্দীৰ সপ্তম দশকত পশ্চিমবঙ্গৰ নকশালবাড়ি পৰা আৰম্ভ হয় লাহে লাহে ভাৰতৰ ছত্তীছগঢ় আৰু অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিয়পি পৰে। ক্ৰমে এইটো এটি সন্ত্ৰাসবাদী আন্দোলনৰ ৰূপ লৈছিল। নক্সাল বা নক্সালবাদী ...

ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫

ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫ ৰ দ্বাৰা, ভাৰতত ১৯৭৫-৭৭ ৰ একৈশ মাহ জুৰি সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশজুৰি বলবৎ কৰা জৰুৰীকালীন অৱস্থাক সূচোৱা হয়। চৰকাৰীভাৱে, তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ-এ ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদ ...

লোকসভা

লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদ ...

সাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা

ভাৰতৰ বিভিন্ন প্ৰান্তত সাক্ষৰতাৰ হাৰ অসমান। তলৰ তালিকাখনত ২০১১ আৰু ২০০১ চনৰ জনগণনা অনুযায়ী সাক্ষৰতাৰ হাৰ, সকলো মিলাই, পুৰুষ আৰু মহিলাৰ বাবে দেখুৱা হৈছে। তদুপৰি দশকত পৰিলক্ষিত সাল-সলনি উল্লেখ কৰা হৈছে। ২০১১ৰ জনগণনা অনুযায়ী কেৰালা এই তালিকাৰ শীৰ্ ...

অন্ধ্ৰপ্ৰদেশ

অন্ধ্ৰপ্ৰদেশ ভাৰতৰ দক্ষিণ ভাৰতৰ এখন ৰাজ্য। দক্ষিণে তামিল নাডু, পশ্চিমে কৰ্ণাটক, উত্তৰে তেলেংগানা, উত্তৰ-পূবত ওড়িশা, আৰু পূবে বঙ্গোপসাগৰ। অন্ধ্ৰ প্ৰদেশৰ আয়তন ২,৭৫,০৪৫ বৰ্গকিলোমিটাৰ।

অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশ) ভাৰত গণৰাজ্যৰ এখন ৰাজ্য। এইখন উত্তৰ-পূব ভাৰতত অৱস্থিত। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক। সংষ্কৃতত অৰুণাচল ...

উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশ ভাৰতৰ উত্তৰ অংশৰ এখন ৰাজ্য। এই ৰাজ্যৰ জনসংখ্যা ১৯ কোটিতকৈও অধিক। উত্তৰ প্ৰদেশ ভাৰতৰ তথা পৃথিৱীৰ এক বৃহৎ প্ৰশাসনিক ভাগ। উত্তৰ প্ৰদেশৰ বৰ্গফল ৯৩৯৩৩ বৰ্গকিলোমিটাৰ। উৰ্বৰ আৰু জনবহুল গাংগেয় সমভূমিৰ অধিকাংশ উত্তৰ প্ৰদেশতেই স্থিত। উত্তৰ প্ ...

উত্তৰাখণ্ড

উত্তৰাখণ্ড হিন্দী: उत्तराखंड ভাৰতৰ এখন ৰাজ্য, যাৰ নাম ২০০০ চনৰ পৰা ২০০৬ চন পৰ্য্যন্ত উত্তৰাঞ্চল আছিল। এইখন ভাৰতৰ ২৭-তম ৰাজ্য। ইয়াৰ উত্তৰে তিব্বত চীনৰ অংশ, পূবে নেপাল, পশ্চিমে ভাৰতৰ হিমাচল প্ৰদেশ আৰু দক্ষিণে উত্তৰ প্ৰদেশ অৱস্থিত। ২০০০ চনলৈকে এইখন ...

ওড়িশা

ওড়িশা আগতে অসমীয়া ভাষাত "উৰিষ্যা" বুলি লিখা হৈছিল ভাৰতৰ পূৱ প্ৰান্তৰ এখন ৰাজ্য। এই ৰাজ্য পৰ্যটনৰ সুব্যৱস্থাৰ বাবে জনা যায়। ৰাজ্যখনৰ ৰাজধানী ভুবনেশ্বৰক চিটি অৱ টেম্পলচ্ বা মন্দিৰৰ নগৰ বোলা হয়। ৰাজ্যখনৰ কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গ, ঝাৰখণ্ড, ছত্তী ...

কেৰালা

কেৰালা ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-কোচিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ মালয়ালমভাষী অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰালা ৰাজ্যৰ গঠন কৰা হয়। ৩৮,৮৬৩ বৰ্গকিলোমিটাৰ ম ...

কোচ বিহাৰ

কোচ বিহাৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত এখন প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য আছিল। এই ৰাজ্য বেংগল প্ৰেচিডেন্সীৰ ইষ্টাৰ্ণ ষ্টেটছ এজেঞ্চিৰ বেংগল ষ্টেট এজেঞ্চিৰ অংশ আছিল। এই ৰাজ্য হিমালয়ৰ ভূটানৰ দক্ষিণত বৰ্তমান ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত। ১৫৮৬ চনত ক ...

গোৱা

গোৱা মাটিকালিত হিচাপত ভাৰতৰ সকলোতকৈ সৰু ৰাজ্য আৰু জনসংখ্যাৰ হিচাপত চতুৰ্থ সৰু ৰাজ্য। ভাৰতৰ পশ্চিম অংশত কোংকণ নামৰ অঞ্চলত অৱস্থিত গোৱাক উত্তৰে মহাৰাষ্ট্ৰ, পূব আৰু দক্ষিণে কৰ্ণাটক আৰু পশ্চিমে আৰৱ সাগৰে আগুৰি আছে। গোৱা ভাৰতৰ সকলোতকৈ ধনী ৰাজ্য আৰু ইয ...

ছত্তীসগঢ়

ছত্তীসগঢ় মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য। ছত্তীসগড় ৰাজ্যৰ উত্তৰ-পশ্চিমে মধ্য ...

ছিক্কিম

ছিক্কিম হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন ৰাজ্য। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ পিছতেই আটাইতকৈ কম। ছিক্কিম নামজ্ঞাল ৰাজবংশ ৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক ...

ঝাড়খণ্ড

ঝাড়খণ্ড, বা পূৰ্বৰ ঝাড়খণ্ড পূৰ্ৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানীৰ নাম ৰাঁচী। ই বিহাৰৰ দক্ষিণাংশৰ পৰা পৃথক হৈ ২০০০ চনৰ ১৫ নভেম্বৰত গঠিত হৈছিল। এই ৰাজ্য নানা খনিজ সম্পদেৰে পূৰ্ণ। ঝাড়খণ্ডৰ পৰ্যটনকেন্দ্ৰবিলাকৰ ভিতৰত বিখ্যাত কেইটামান হল: হলুদপুকুৰ, ...

তামিলনাডু

তামিলনাডু তামিলে: தமிழ்நாடு তাম্যিল্ড়্‌ নাড়্যি আ-ধ্ব-ব: ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন ৰাজ্যৰ অন্যতম। এই ৰাজ্যৰ ৰাজধানী চেন্নাই পূৰ্বতে মাদ্ৰাজ। তামিলনাডু ভাৰতীয় উপদ্বীপৰ দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত পণ্ডিচেৰী, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ ...

তেলঙ্গানা

তেলঙ্গানা হৈছে ভাৰতৰ ২৯ তম ৰাজ্য। ই ভাৰতৰ দাক্ষিণাত্যত অৱস্থিত। ইয়াৰ সৰহভাগ অংশ নিজামৰ দ্বাৰা শাসিত হায়দৰাবাদ ৰাজ্যৰ অংশ আছিল। ব্ৰিটিছ শাসন কালত ১৯৪৭ চনলৈ আৰু স্বাধীনতাৰ পিছত ১৯৪৮ চনত ভাৰতৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে ই নিজামৰ দ্বাৰা শাসিত আছি ...

ত্ৰিপুৰা

ত্ৰিপুৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। ই ভাৰতৰ সাতভনী ৰাজ্যৰ মাজত মাটিকালিৰ ফালৰপৰা তৃতীয়তম সৰু ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ৪০৫১ বৰ্গ কিঃমিঃ। ইয়াক উত্তৰ, দক্ষিণ আৰু পশ্চিম দিশৰপৰা বাংলাদেশে আগুৰি আছে। অসম আৰু মিজোৰাম ইয়াৰ উত্তৰ দিশত অৱস্থি ...

নাগালেণ্ড

নাগালেণ্ড / ˈ n ɑː ɡ ə l æ n d / উত্তৰ পূব ভাৰতৰ এক অংগৰাজ্য, নাগালেণ্ড ৰ পশ্চিমে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূৱে ম্যানমাৰ আৰু দক্ষিণলৈ মণিপুৰ। ৰাজ্যৰ ৰাজধানী ক’হিমা, আৰু বৃহত্তম নগৰ ডিমাপুৰ, নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯ ...

পঞ্জাব, ভাৰত

পঞ্জাব হৈছে ভাৰতৰ উত্তৰে অৱস্থিত এখন ৰাজ্য। ৰাজ্যখনৰ পূবে হিমাচল প্ৰদেশ, দক্ষিণ আৰু দক্ষিণ পূবত হাৰিয়ানা, দক্ষিণ পশ্চিমত ৰাজস্থান আৰু পশ্চিম দিশত পাকিস্তান আছে। ৰাজ্যখনৰ ৰাজধানী চণ্ডীগড়ত অৱস্থিত। চণ্ডীগড় হৈছে এক কেন্দ্ৰীয় শাসিত অঞ্চল তথা পঞ্জ ...

বিহাৰ

খ্ৰীষ্টপূৰ্ব ৫৬০ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৮০লৈকে বিহাৰৰ লগত অংগ জনপদ আৰু বুদ্ধক জড়িত কৰা হয়। ৪৯০ খ্ৰিষ্টপূৰ্বত পাত্লিপুত্ৰ এতিয়া পাটনা স্থাপন হল। ৩২৫ খ্ৰীষ্টপূৰ্বৰ আগত বিহাৰ অংগ, মগধ আৰু বৈশালী ৱেচালীত বিভক্ত আছিল। খ্ৰীষ্টপূৰ্ব ৫০০ত ৱৈশালী বিশ্বৰ প্ ...

মণিপুৰ

এখন ক্ষুদ্ৰ অতি উৰ্ব্বৰ সমতল ভূমিৰে ৰাজ্যখন গঠিত হৈছে। চুবুৰীয়া ৰাজ্যসমূহৰ পৰা এশাৰী পৰ্ব্বতমালাএই ৰাজ্যখন কেউদিশে আবৰি আছে। এই পৰ্ব্বতীয়া অঞ্চলত বন্য আৰু যুঁজাৰুজাতি কেতবোৰে বসবাস কৰিছিল। মণিপুৰ বহুদিন ধৰি এখন স্বাধীন ৰাজ্য আছিল। শানবিলাকে এই ...

মধ্য প্ৰদেশ

মধ্য প্ৰদেশ মধ্য ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যখনক হিন্দুস্তান কা দিল বা ভাৰতৰ হৃদয় বোলা হয়। ২০০০ চনত ৰাজ্যখনৰ পৰা ছত্তীচগড় আঁতৰি যোৱাৰ আগলৈকে আয়তনৰ দিশৰ পৰা মধ্য প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য আছিল। মধ্য প্ৰদেশৰ কাষৰীয়া ৰাজ্য উত্তৰ প্ৰদেশ, গুজৰাট, ...

মহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰ ভাৰতৰ পশ্চিম ফালৰ এখন ৰাজ্য। ৰাজ্যৰ ৰাজধানীৰ নাম মুম্বাই। এই ৰাজ্যৰ অন্যান্য জনবহুল চহৰ নাগপুৰ আৰু পুনে। এই ৰাজ্যৰ জনসংখ্যা ১১ কোটিৰো অধিক আৰু সাক্ষৰতাৰ হাৰ ৮২.৯ শতাংশ। চৰকাৰী ভাষা মাৰাঠী।

মিজোৰাম

মিজোৰাম হৈছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। ইয়াক চাৰিওদিশৰপৰা ত্ৰিপুৰা, অসম, মণিপুৰ তথা প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ম্যানমাৰে আগুৰি আছে। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়। মিজোৰামৰ ৰাজধানী হৈছে আইজল।

মেঘালয়

মেঘালয় হৈছে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। সংস্কৃত ভাষাত "মেঘালয় শব্দৰ অৰ্থ হৈছে মেঘৰ আলয় । পূবা-পশ্চিমাকৈ ই প্ৰায় ৩০০ কিঃমিঃ আৰু বহলে প্ৰায় ১০০ কিঃমিঃ। ইয়াৰ উত্তৰে অসম আৰু দক্ষিণে বাংলাদেশ অৱস্থিত। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। শ্ব ...

হিমাচল প্ৰদেশ

হিমাচল প্ৰদেশ উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰকায় ৰাজ্য। এই ৰাজ্যখনৰ আয়তন ২১,৪৯৫ বৰ্গমাইল । হিমাচল প্ৰদেশৰ উত্তৰ সীমাত জম্মু আৰু কাশ্মীৰ ৰাজ্য; পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত পঞ্জাব ৰাজ্য; দক্ষিণে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ ৰাজ্য; দক্ষিণ-পূৱ দিশত উত্তৰাখ ...

ৰাজস্থান

ৰাজস্থান ভাৰতৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন ৰাজ্য। ই মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। ৰাজস্থানৰ অৰ্থ ৰজা থকা ঠাই। ৩৩°৩ উত্তৰ অক্ষাংশৰপৰা ৩১°১২ উত্তৰ অক্ষাংশৰ আৰু ৬৯°৩০ পূব দ্ৰাঘিমাংশৰপৰা ৭৮°১৭ পূব দ্ৰাঘিমাংশৰ অন্তৰ্গত ৰাজস্থানৰ জলবায়ু ...

অপৰাধিক ষড়যন্ত্ৰ

অপৰাধিক ষড়যন্ত্ৰ ভাৰতীয় আইনমতে এক অপৰাধ যি দৰাচলতে কোনোৱে অপৰাধ সংঘটিত কৰাত বা হোৱাত বা হৈ থকাত হাতে কামে লাগি সাহায্য কৰাটো ঠিক নুবুজাই বৰঞ্চ পৰ্দাৰ আঁৰত থাকি কোনো এক অপৰাধ বা বেআইনী পন্থাৰে অভীষ্ট সিদ্ধি কৰিবৰ বা হবৰ বাবে আন এজন বা ততোধিকৰ লগ ...

কপিৰাইট

কপিৰাইট এটা আইনী সংজ্ঞা। স্ৰষ্টাৰ নিজৰ সৃষ্টিৰ, ছপা, প্ৰচাৰ, বিতৰণ, আৰু প্ৰদৰ্শন, সংৰক্ষণৰ ওপৰত স্ৰষ্টাৰ আৰু অকল স্ৰষ্টাৰ আইনী অধিকাৰ থাকে। এই আইনী অধিকাৰকে কপিৰাইট বোলা হয়। এই আইনী অধিকাৰ অনুযায়ী স্ৰষ্টাই নিজৰ কৰ্মক কেনেকৈ কি চৰ্তত আনক ব্যৱহাৰ ...

ৱেঞ্জবুৰী পৰীক্ষা

ৱেঞ্জবুৰী পৰীক্ষা, ইংৰাজীত Wednesbury unreasonableness test, আইনপ্ৰদত্ত কোনো স্বেচ্ছাধীন ক্ষমতাৰে সিদ্ধান্ত লওঁতে কাৰ্য্যবাহকে তেনে সিদ্ধান্তত সেই ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে নেকি তাক বিচাৰ কৰি চাবৰ বাবে বিচাৰকে প্ৰয়োগ কৰা এক পৰীক্ষা যত ধনাত্মক পৰিণ ...

লীনাক্স

পজিক্সPOSIX নামেৰে এলানী সৰ্বজনমান্য নিৰ্দেশনা অনুসিৰ SYSV আৰু BSDনামৰ দুইধৰণৰ ধাৰাত লীনাক্স অপাৰেটিং চিষ্টেম তৈয়াৰ কৰা হৈছে। সাধাৰণভাবে ইয়াক ইউনিক্স UNIX নামৰ এবিধ বহুপ্ৰচলিত অপাৰেটিং চিষ্টেমৰ নিচিনা বুলি কব পৰা যায়। অপাৰেটিং চিষ্টেমৰ নাম লীন ...

অপাৰেটিং চিষ্টেম

অপাৰেটিং চিষ্টেম হৈছে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পদ বা ৰিচ’ৰ্চ ব্যৱস্থাপনাকাৰী কিছু কম্পিউটাৰ প্ৰ’গ্ৰামৰ সমষ্টি। অপাৰেটিং চিষ্টেমে কম্পিউটাৰ তথা ব্যৱহাৰকাৰীৰপৰা ইনপুট লয় আৰু বিভিন্ন টাস্ক তথা কম্পিউটাৰৰ আভ্যন্তৰীণ চিষ্টেম সম্পদসমূহ বণ্ট ...

আকাশ টেবলেট

আকাশ হৈছে ভাৰত চৰকাৰ, আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহঃযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। আকাশ হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী টেবলেট। ইয়াক Ubislate 7+ বাণিজ্যিক নাম বুলিও জনা ...