ⓘ Free online encyclopedia. Did you know? page 27

কৃত্ৰিম বুদ্ধিমত্তা

কৃত্ৰিম বুদ্ধিমত্তা হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ ...

চি (প্ৰগ্ৰামিং লেংগুৱেজ)

চি C হ’ল বেল লেবৰটেৰিজত ১৯৬৯ ৰ পৰা ১৯৭৩ চনৰ কালছোৱাত ডেনিচ ৰিট্‌চী ৰ দ্বাৰা বিকাশিত এটা কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ। ই এজন প্ৰগ্ৰেমাৰক কম্পিউটাৰ আৰ্কিটেক্সাৰৰ হাই লেভেল লেংগুৱেজৰ পৰা ল লেভেল লেংগুৱেজলৈকে এক বিস্তৃত পৰিসৰ প্ৰদান কৰে। বিশ্বৰ বহুল ...

ছফ্টৱেৰ

কম্পিউটাৰ ছফ্টৱেৰ বা ছফ্টৱেৰ হল কম্পিউটাৰে কি কৰিব লাগে সেয়া জনোৱাৰ বাবে ব্যৱহাৰ কৰা ডাটা অথবা কম্পিউটাৰ নিৰ্দেশাৱলীৰ একত্ৰিত সংকলন। এয়া ভৌতিক হাৰ্ডৱেৰৰ বিপৰীত। ভৌতিক হাৰ্ডৱেৰৰ দ্বাৰাই কম্পিউটাৰ নিৰ্মাণ কৰা হয় ইয়েই প্ৰকৃত কামবোৰ কৰে।

জাভা

জাভা ইংৰাজী: Java হল এক object-oriented কম্পিউটাৰৰ প্ৰগ্ৰামিং ভাষা। ইয়াৰ মূল উদ্দেশ্য হল "write once, run anywhere" WORA। এবাৰ লিখি যিকোনো ঠাইতে চলোৱা। অৰ্থাৎ কোনো এপ্লিকেশ্যন এবাৰ লিখা হলে পুনৰ কম্পাইল নকৰাকৈয়ে যিকোনো প্লেটফৰ্মত চলা। জাভা এপ্ল ...

টিউৰিং পৰীক্ষা

টিউৰিং পৰীক্ষা এনে এক পৰীক্ষা যাৰ দ্বাৰা এটা যন্ত্ৰৰ ক্ষমতা কিমান মানৱ-সম অথবা মানৱ-সদৃশ তাৰ পৰীক্ষা কৰা হয়। এলান ট্যুৰিঙে প্ৰস্তাৱ দিয়ে যে এজন মানৱ বিচাৰকে আন এজন মানৱ আৰু এটা মানৱ-সদৃশ বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰৰ মাজৰ সাধাৰণ মানৱীয় ভাষাৰে হোৱ ...

ডেটা মাইনিং

ডেটা মাইনিং এটা কম্পিউটাৰ বিজ্ঞানৰ লগত জড়িত বিষয়। স্থানান্তৰে ইয়াক "তথ্যাধাৰত জ্ঞানান্বেষন" -ও বোলা হয়। ডেটা মাইনিঙৰ মূল উদ্দেশ্য হৈছে বৃহৎ পৰিমাণৰ ডেটাৰ পৰা তথ্য বা জ্ঞান নিষ্কাষণ কৰা।

প্ৰগ্ৰামিং ভাষা

প্ৰগ্ৰামিং ভাষা বা প্ৰগ্ৰামিং লেংগুৱেজ হ’ল এটা কৃত্ৰিম ভাষা যাৰ দ্বাৰা কোনো এলগৰিথম প্ৰকাশ কৰিব পৰা যায় বা কম্পিউটাৰ প্ৰ’গ্ৰাম লিখিব পৰা যায়। এই ভাষাৰ দ্বাৰা কোনো এটা যন্ত্ৰৰ সৈতে সংযোগ স্থাপন কৰি তাক বিশেষ নিৰ্দেশ প্ৰদান কৰা হয়। এই ভাষা কম্পি ...

বাইট

বাইট অংকীয় জ্ঞানৰ একক, যি ৮ বিটৰ সমান। ঐতিহাসিকভাৱে এক বাইট পৰিকলন যন্ত্ৰত ১ আখৰ বা সংখ্যা প্ৰৱেশ কৰিবলৈ প্ৰয়োজনীয় বিটৰ পৰিমাণ। সেয়ে বহুতো পৰিকলন ব্যৱস্থাত বৰ্তমান ১ বাইটেই ঠিকনাযুক্ত সৰ্বনিম্ন জ্ঞানৰ পৰিমাণ। পূৰ্বতে বাইটৰ আকাৰ হাৰ্ডৱেৰৰ ওপৰত ...

বিগ ডাটা

বৃহৎ-তথ্য বা বিগ ডাটা হ’ল এনে কিছু তথ্যৰ সমষ্টি যি অতি বৃহদাকাৰ আৰু জটিল আৰু ই গতানুগতিক তথ্য বিশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষণৰ বাবে অনুপযুক্ত। বিগ ডাটাৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত অন্যতম হৈছে তথ্য-আহৰণ, তথ্য-সংৰক্ষণ, তথ্য-বিশ্লেষণ, তথ্য-সন্ধান, ...

যন্ত্ৰ শিক্ষণ

যন্ত্ৰ শিক্ষণ বা মেশ্বিন লাৰ্নিং এটা কম্পিউটাৰ বিজ্ঞানৰ বিষয়। "কৃত্ৰিম বুদ্ধিমত্তা" বা "আৰ্টিফিচিয়েল ইণ্টেলিজেন্স"-অৰ অধ্যয়নৰ লগত জড়িত "পেটাৰ্ন ৰিকগ্‌নিশ্যন" আৰু "কম্পিউটেশ্যনেল লাৰ্নিং থিয়ৰি"ৰ পৰা এই বিষয় উদ্ভুদ হৈছে। মেশ্বিন লাৰ্নিঙত এলগৰ ...

স্ক্ৰেচ্ছ্‌ (প্ৰগ্ৰামিং লেংগুৱেজ)

স্ক্ৰেচ M.I.T. লেৱত লাইফ্ লং কিণ্ডাৰ্গাৰ্টেন গ্ৰুপৰ দ্বাৰা নেশ্যনেল চাইন্চ ফাউণ্ডেচ্যন, মাইক্ৰচফ্ট, ইণ্টেল ফাউণ্ডেচ্যন, M.I.T. মিডিয়া লেৱ কন্চৰ্টিয়াৰ সহায়ত নিৰ্মিত।

হেকাৰ

হেকাৰ হৈছে এনে এজন ব্যক্তি যাৰ সাধাৰণতঃ কম্পিউটাৰৰ বিভিন্ন বিষয়ৰ জ্ঞান থাকে আৰু সেই জ্ঞান ধ্বংসাত্মক বা প্ৰয়োগাত্মক কাৰ্য্যত ব্যৱহাৰ কৰে। যেনে, কম্পিটাৰ নেটৱৰ্ক এটা বা কোনো চফ্টৱেৰৰ এটাৰ দুৰ্বলতা বিচাৰি উলিয়াই সেইবোৰক আঁতৰাবলৈ, বিনা অনুমতিত ব্ ...

ৱিকি

ৱিকি হৈছে এক ধৰণৰ ৱেবচাইট যত ইণ্টাৰনেট দৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা ব্ৰাউজাৰৰ যোগেদিয়েই ৱেবপৃষ্ঠা এটা নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এটা সম্পাদনা কৰিব পাৰি। ৱিকিসমূহক সাধাৰণেতে ৱিকি ছফ্‌টৱেৰ-এ চলায়, আৰু কেইবাজনো ব্যৱহাৰকাৰীয়ে সামূ ...

ৱৰ্ল্ড ৱাইড ৱেব

ৱৰ্ল্ড ৱাইড ৱেব বা ডব্লিউ ডব্লিউ ডব্লিউ বা ডব্লিউ থ্ৰী বা সাধাৰণভাৱে দ্য ৱেব হ’ল ইণ্টাৰনেটত উপলব্ধ পৰস্পৰৰ লগত হাইপাৰটেক্সটেৰে সংযুক্ত তথ্যৰে গঠিত এটা তথ্য প্ৰযুক্তিগত প্ৰণালী বা তন্ত্ৰ । ব্ৰিটিছ ইঞ্জিনীয়াৰ আৰু কম্পিউটাৰ বিশেষজ্ঞ চাৰ টিম বাৰ্নাৰ ...

অৰিগামি

অৰিগামি, জাপানৰ এটা পাৰম্পৰিক কলা, যত কাগজ ভাঁজ কৰি বিভিন্ন আকৃতি সজা হয়। সপ্তদশ শতিকাত এই কলাৰ আৰম্ভণি হৈছিল আৰু ১৯০০ চনৰ পাছত ই জাপানৰ বাহিৰতো বিয়পি পৰে। অৰিগামি বৰ্তমানে এটা আধুনিক কলা। এই কলাত মূলতঃ কাগজ ভাঁজ কৰাৰ হে অনুমতি আছে, কাগজ কাটি ব ...

কলাজ

কলাজ । কলাজ দৃশ্য কলাৰ এটা বিশেষ কৌশল। এই কলাত বিভিন্ন ৰূপৰ সংযোজনৰ দ্বাৰা সম্পূৰ্ণ নতুন এক ৰূপ তৈয়াৰ কৰা হয়। কলাজ এটা নিৰ্মাণ কৰিবলৈ সাধাৰণতে কোনো ৰঙীন আলোচনী, বাতৰি কাকত, ফিতা, ৰং, ৰঙীন কাগজ বা হস্ত নিৰ্মিত কাগজৰ টুকুৰা, অন্যান্য কলাকৃতি, সূত ...

গ্ৰীটিংছ কাৰ্ড

গ্ৰীটিংছ কাৰ্ড শুভেচ্ছা, অভিনন্দন, অভিবাদন আদি জনাই প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ। অতি প্ৰাচীন কালৰে পৰাই বিভিন্ন উপহাৰৰ মাধ্যমেৰে শুভেচ্ছা জনোৱাৰ নিয়ম মানৱ সমাজত প্ৰচলিত হৈ আছে। প্ৰাচীন কালত ফুলৰ থোপা, কাৰু-কাৰ্য খোদিত কাঠৰ টুকুৰা, জলফাইৰ ডালেৰে নিৰ ...

বনছাই

বনছাই pronunciation) গছ টাবত লগাই নান্দনিকভাৱে বৃদ্ধি হ’বলৈ দিয়া এক জাপানী কলা। এই কলাত গছজোপা অতি সৰু পাত্ৰত বৃদ্ধি হ’বলৈ দিয়া হয় আৰু সময়ে সময়ে ডাল আৰু শিপা কাটি থকা হয়। বনছাসমূহ অতি সুন্দৰভাৱে বিভিন্ন আকাৰ আৰু আকৃতিত বৃদ্ধি হ’বলৈ দিয়া হয ...

মুখা

মুখা হৈছে মুখত পৰিধান কৰা এক সামগ্ৰী। মুখা মূলতঃ সুৰক্ষা, ছদ্মাৱেশ, অভিনয়, আৰু মনোৰঞ্জৰ বাবে পৰিধান কৰা হয়। মুখাসমূহ প্ৰাচীন কালৰে পৰা অনুষ্ঠানিক আৰু ব্যৱহাৰিক কাৰ্যৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে।

হবি

ইংৰাজীৰ হবি শব্দেটাক অসমীয়াত চখ বা ৰাপ বোলা হয় যদিও সাধাৰণতে সকলোৱে এই শব্দটো হবি বুলিয়েই ব্যৱহাৰ কৰে। হবি বা চখ শব্দটোৰ আচলতে কোনো বিশেষ সংজ্ঞা আৰু ইয়াৰ কোনো বিশেষ নীতি- নিয়মো নাই। কাৰোবাৰ ডাক টিকট সংগ্ৰহ কৰা, কাৰোবাৰ ফুলনি পতা, কৰোবাৰ আকৌ ...

অংক

অংক সংখ্যাবোধক চিন। অংক ৯ টা:- ১,২,৩,৪,৫,৬,৭,৮ আৰু ৯। ইহঁতৰ যিকোনো পাৰ্থিৱ অথবা অপাৰ্থিৱ ৱস্তু আদিৰ অস্তিত্ব বুজাব পৰা ক্ষমতা আছে। সংখ্যাবোধক নহয় অথচ নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিব পৰা চিহ্ন ০ ৰ সৈতে লগ লাগি অংকবোৰে অন্য সংখ্যাবোৰৰ সৃষ্টি কৰে। অংক ...

অনুপাত

অনুপাত, গণিতত অনুপাত হৈছে দুটা সংখ্যাৰ মাজৰ এক সম্পৰ্ক। এই সম্পৰ্ক অনুসৰি প্ৰথমটো সংখ্যাৰ বিপৰীতে কিমান বাৰ দ্বিতীয় সংখ্যাটো আছে তাক বুজা যায়। উদাহৰণ স্বৰূপে যদি এটা ফলৰ খৰাহিত ৯টা কমলা আৰু ৩টা কল আছে, তেন্তে কলৰ বাবে কমলাৰ অনুপাত হব ৯:৩ আৰু এই ...

অৱকলন

গণিতশাস্ত্ৰত বা বিশেষকৈ ইয়াৰ উপক্ষেত্ৰ কলন-গণিতত,বাস্তৱ চলকবিশিষ্ট ফলনৰ অধ্যয়ণৰ এক মৌলিক আহিলা হৈছে অৱকলন গণিত, যি পদাৰ্থবিজ্ঞানৰ লগতে বিজ্ঞানৰ আন ক্ষেত্ৰসমূহতো প্ৰযোজ্য। সহজ ভাষাত কবলৈ গলে কোনো এক ফলনৰ অৱকলন হৈছে চলকৰ মানৰ এক সূক্ষ্ম সালসলনিৰ ...

উপপাদ্য

উপপাদ্য হৈছে জ্যামিতীয় প্ৰতিজ্ঞা। ইয়াক স্বতঃসিদ্ধ ভাৱে বা পূৰ্বে প্ৰতিস্থিত কোনো বিবৃতিৰ ভিত্তিত প্ৰমাণৰ দ্বাৰা সত্য বুলি গ্ৰহণ কৰা হয়। সেয়ে ই এক স্ব-স্বতঃসিদ্ধ বিবৃতি। উপপাদ্যবোৰ একোটা স্বতঃসিদ্ধৰ যুক্তিপূৰ্ণ ফলাফল, যাৰ এক বা একাধিক যুক্তিপূ ...

উৎপাদক (গণিত)

উৎপাদক, গণিতৰ জগতখনত এটা অখণ্ড সংখ্যা x -ক আন এটা অখণ্ড সংখ্যা y -ৰ উৎপাদক বুলি কোৱা হয় যদিহে x সংখ্যাটোৰে y -ক কোনো ভাগশেষ নথকাকৈ হৰণ কৰিব পাৰি বা, x -ৰ লগত আন কোনো এটা সংখ্যা পূৰণ কৰিলে y পোৱা যায়। যেনেঃ ৮-ৰ এটা উৎপাদক হল ৪, কাৰণ ৮-ক ৪-ৰে হৰণ ...

এবাকাছ

এবাকাছ বা গাণনিক বাকচ হল পাটিগাণিতিক গণনা সম্পাদনৰ এটা প্ৰাচীন যন্ত্ৰ। ইয়াত এটি কাঠৰ ফ্ৰেমত কিছুমান তাৰ লগোৱা থাকে। তাৰত লগাই ৰখা গুটি উপৰলৈ তললৈ দি গণনা কৰা হয়। ফ্ৰেমত গুটি সমূহ শৃংখলাৰে লগোৱা থাকে গুটি সমূহৰ মাজত এডাল দণ্ড থাকে যি গুটিসমূহক দ ...

কেলকুলেটৰ

এটা ইলেক্ট্ৰনিক কেলকুলেট ৰ হৈছে এটা লৈ ফুৰিব পৰা যন্ত্ৰ যাৰ সহায়ত গণনা কৰিব পাৰি সাধাৰণ পাটীগণিতৰ পাৰা জটিল গণিতলৈকে। প্ৰথম আৰ্দ্ধপৰিবাহী ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক কেলকুলেটৰ উদ্ভাৱন কৰা হৈছিল ১৯৬০ চনত। পকেটত লৈ ফুৰিব পৰা কেলকুলেটৰ আৰম্ভ হয় ১৯৭০ চ ...

ক্ষেত্ৰফল

ক্ষেত্ৰফল হৈছে এক ভৌত পৰিমাপ যিটো কোনো তলৰ বা তলৰ অংশবিশেষৰ আকাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়। তলৰ ক্ষেত্ৰফল হৈছে কোনো বস্তুৰ উম্মুক্ত তলৰ ক্ষেত্ৰফল।

গণনা

গণনা ইংৰাজী: Computation নামক পৰিভাষিক শব্দটোৰে এক ধৰণৰ অপাৰেশ্যনক বুজায়। এই কাৰ্য্য কিছু প্ৰাৰম্ভিক চৰ্তয়েদি আৰম্ভ হয় আৰু কিছু নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰি এটি ফলাফল প্ৰদান কৰে। কম্পিউটাৰ সম্পাদিত গণনামূলক কামবোৰ গণনাৰ সবাতোকৈ সাধাৰণ উদাহৰণ। ইয ...

গাণিতিক প্ৰমাণ

গাণিতিক প্ৰমাণ, যুক্তি-তৰ্কৰ ওপৰত নিৰ্ভৰ কৰি গাণিতিক উক্তি এটিৰ সত্যতা সাব্যস্ত কৰা পদ্ধতিক গাণিতিক প্ৰমাণ বুলি কোৱা হয়। এই যুক্তিয়ে ইতিমধ্যে প্ৰমাণিত যিকোনো উক্তি বা তত্বক সমল হিচাপে ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে সকলো ধৰণৰ গাণিতিক প্ৰমাণ নীতিগত হব ...

গাণিতিক বিশ্লেষণ

গাণিতিক বিশ্লেষণ গণিতৰ এটা শাখা যত বাস্তৱ আৰু জটিল মানৰ ক্ৰিয়াসমূহৰ অধ্যয়ন কৰা হয়। সাধাৰণতে এই ক্ৰিয়াসমূহ নিয়মবৰ্হিভূত নহয়, অবিচ্ছিন্ন অথবা অন্তৰকলনীয় নাইবা বিশ্লেষণীয় হয়। অন্তৰকলন তত্ত্ব, সমাকলন তত্ত্ব, পৰিমাপ তত্ত্ব, সীমা, অভিসৃতি আৰু ...

ঘাতাংক

ঘাতাংক হৈছে গণিতৰ ক্ষেত্ৰ খনৰ সূচকৰ বিপৰীত প্ৰক্ৰিয়া। অৰ্থাৎ কোনো সংখ্যাৰ ঘাতাংক হল সেই সূচক যাক এটি নিৰ্ধাৰিত মানৰ, ঘাত হিচাপে উন্নীত কৰিলে প্ৰথমোক্ত সংখ্যাটি পোৱা যায়। সাধাৰণ ক্ষেত্ৰত ঘাতাংকই এটা সংখ্যা কিমানবাৰ গুণ কৰা হল সেয়া গণনা কৰে। উদা ...

টাউ (সংখ্যা)

চন ১৯৫৮ত এল্বাৰ্ট ইগলে প্ৰথমবাৰৰ বাবে পাইৰ সলনি টাউ ব্যৱহাৰ কৰাৰ কথা প্ৰস্তাৱিত কৰিছিল। তেওঁ এই প্ৰস্তাৱ দিছিল গাণিতিক সূত্ৰসমূহ সৰলীকৃত কৰিবলৈ। তেওঁ টাউৰ মূল্য পাইৰ আধা হব লাগে বুলি কৈছিল। পিচে প্ৰায় অন্য গণিতজ্ঞ আৰু লেখকে টাউৰ মূল্য বেলেগ বুলি ...

ত্ৰিকোণমিতি

ত্ৰিকোণমিতি গণিতৰ এটি শাখা, য’ত ত্ৰিভুজৰ পৰা উত্পন্ন হোৱা বহুভুজবোৰৰ বিষয়ে অধ্যায়ন কৰা হয়। শাব্দিক অৰ্থ বুজালে ত্ৰিভুজৰ পৰিমাপ লোৱা এটি অধ্যায়ন। ইয়াত ত্ৰিভুজৰ কোণ, বাহু আৰু সিহঁতৰ মধ্যকাৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয় ...

নাশ্ব সাম্যাৱস্থা

খেল সূত্ৰত নাশ্ব সাম্যাৱস্থা জন ফৰ্বছ্‌ নাশ্বৰ নামৰ এটি সমাধানৰ ধাৰণা যি অসহযোগিতামূলক খেলৰ ক্ষেত্ৰত প্ৰযোজ্য। এনে খেলত এই সাম্যাৱস্থাত ধৰি লোৱা হয় যে প্ৰত্যেকজন খেলুৱৈয়ে আন খেলুৱৈসকলৰ সাম্যাৱস্থাৰ কৌশল বা কাৰ্যনীতি জানে, আৰু যদি আন কোনো খেলুৱৈ ...

পাটীগণিত

পাটীগণিত গণিতৰ তিনিটা বিশেষ শাখাৰ অন্যতম অংক তথা সংখ্যা গণনাৰ সৈতে জড়িত গণিতৰ শাখাটোকে পাটীগণিত বুলি কোৱা হয়। ই গণিতৰ মৌলিক শাখা তথা ইয়াৰ পৰাই গণিত শিক্ষাৰ পাঠ আৰম্ভ হয়। প্ৰতিজন ব্যক্তিয়েই তেওঁৰ দৈনন্দিন জীৱনত পাটীগণিতৰ ব্যৱহাৰ কৰি আহিছে। যো ...

পৰিমিতি

পৰিমিতি হৈছে গণিতৰ এক বৃহৎ শাখা যত বিভিন্ন জ্যামিতিক আকৃতি সমূহৰ সৈতে জড়িত বিভিন্ন মাপ বা জোখ-মাখবোৰ লোৱা হয়। মাপ হৈছে কোনো বস্তু বা ঘটনাৰ বিশেষত্ব বুজাবলৈ ব্যৱহাৰৰ কৰা এক সংখ্যাত্মক প্ৰকল্প। যাৰ তুলনা অন্য বস্তু বা ঘটনাৰ সৈতে কৰিব পাৰি। মাপৰ প ...

ফাৰ্মাৰ অন্তিম উপপাদ্য

ফাৰ্মাৰ অন্তিম উপপাদ্য সংখ্যা তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ উপপাদ্য যি ৩৫০ বছৰৰো অধিক কাল অপ্ৰমাণিত হৈ আছিল। ইয়াক ফাৰ্মাৰ অনুমান বুলিও জনা যায়। পিয়েৰ দি ফাৰ্মাৰ নামেৰে নামকৰণ কৰা এই উপপাদ্যমতে a, b আৰু c ৰ বাবে a n + b n = c n সমীকৰণটোৰ কোনো অশূন্য ...

বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল

বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল বা ESS হৈছে এক বিশেষ ধৰণৰ কৌশল অথবা কিছুমান কৌশলৰ সমষ্টি৷ যদি কোনো এটা পৰিৱেশত কোনো এটা জনসমষ্টিয়ে এই কৌশল অৱলম্বন কৰে, তেন্তে সেই জনসমষ্টিটো অভেদ্য হৈ পৰে৷ অৰ্থাৎ, আন বিকল্প কৌশলে এই জনসমষ্টিটোৰ ওপৰত আগ্ৰাসন চলাব নোৱ ...

বীজগণিত

বীজগণিত ইংৰাজী Algebra শব্দটো আহিছে আৰবী "আল-জেব্ৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে ভগ্ন অংশৰ পুনৰমিলন। গণিতৰ এটি বৃহৎ শাখা হৈছে এই বীজগণিত। যত গাণিতিক সমীকৰণৰ অনিৰ্ধাৰিত সংখ্যাক প্ৰতীকৰ মাধ্যমেৰে উপস্থাপন কৰা হয়। বীজগণিতত পাটীগণিতৰ মৌলিক উপাদানসমূহ যে ...

ভাৰতীয় সংখ্যা

Karl Menninger, Number Words and Number Symbols - A Cultural History of Numbers ISBN 0-486-27096-3 Sanskrit Siddham Bonji Numbers Georges Ifrah, The Universal History of Numbers. John Wiley, 2000.

ভেঁটি

ভূমি, নিধান, মূল বা ভেঁটি হ’ল সংখ্যা প্ৰণালী এটাক তথা গণনা প্ৰণালীক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা এটা একক সংখ্যা। উদাহৰণস্বৰূপে, দশমিক প্ৰণালীত ভূমি হ’ল ১০ আৰু ইয়াত অংকসমূহ হ’ল ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮ আৰু ৯ ; আকৌ দ্বৈত প্ৰণালীত ভূমি হ’ল ২ আৰু ইয়া ...

মাধ্যিকা মতদাতা উপপাদ্য

অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত মাধ্যিকা মতদাতা উপপাদ্য ই কয় যে যদি কোনো সমষ্টিত অধিকতা মতদান ব্যৱহাৰ কৰা হয়, কেৱল দুই প্ৰতিদ্বন্দ্বী আছে আৰু সকলো মতদাতাৰ অগ্ৰাধিকাৰ সম্বন্ধৰ এটি শৃংগ আছে, তেন্তে দুয়ো প্ৰতিদ্বন্দ্বীয়ে প্ৰত্যেক নীতিত একেই স্থিতি ...

মিনিমেক্স উপপাদ্য

খেল সূত্ৰত মিনিমেক্স উপপাদ্য এনে এক উপপাদ্য যিয়ে সেই চৰ্তসমূহ প্ৰদান কৰে, যি চৰ্ত পূৰ্ণ হলে মিন-মেক্স অসমতা এটি সমতাও হয়। এই ধাৰণাৰে, এনে প্ৰথম উপপাদ্য হল জন ভন নিউমেনৰ ১৯২৮ চনৰ মিনিমেক্স উপপাদ্য, যাক খেল সূত্ৰৰ আৰম্ভণি বুলিও অনেকে গণ্য কৰে। ভন ...

যুগ্ম সংখ্যা

যুগ্ম সংখ্যা যুগ্ম সংখ্যা হৈছে এনে কিছুমান বাস্তৱ সংখ্যা যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি। বা, এককৰ স্থানত ০,২,৪,৬,৮ অংক থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে ১২ এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। ই ...

যোগ

যোগ ইংৰাজী: Addition যাক প্ৰায়েই ক্ৰছ চিহ্ন "+" দ্বাৰা সূচিত কৰা হয় হল দুটা বা ততোধিক সংখ্যা লগ লগাই এটা কৰা প্ৰক্ৰিয়াৰ গাণিতিক প্ৰক্ৰিয়া। পাটিগণিতৰ চাৰিটা মৌলিক প্ৰক্ৰিয়াৰ ভিতৰত যোগ প্ৰক্তিয়া অন্যতম, আন মৌলিক প্ৰক্ৰিয়া তিনিটা হৈছে বিয়োগ, ...

শূন্য

শূন্য বা ০ (zero ; pron.: / ˈ z iː r oʊ / zeer -oh এটা অংক যিটো হিচাপ নিকাচৰ ক্ষেত্ৰত সকলো স্থানীয় মান পদ্ধতিত এক অপৰিহাৰ্য প্ৰতীক। ইয়াৰ বাহিৰে ই এটা সংখ্যাও হয়। দুয়োটা ৰূপতে গণিতত ইয়াৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। শূন্য এটা সংস্কৃত শব্দ। ই ...

শূন্যৰে হৰণ

গণিতত শূন্যৰে হৰণ ৰ অৰ্থ হল এনে বিভাজন যত বিভাজক ০। এনে হৰণক ক/০ বুলি লিখিব পাৰি। সাধাৰণ পাটীগণিতত ক/খ=গ ৰ অৰ্থ হল, গ*খ=ক । পিচে ক/০=গ হলে, ক=গ*০ হব লাগিব, যাৰ অৰ্থ হলে, ক=০ হব লাগিব। সেয়েহে কৰ ঠাইত যদি ০ৰ বাহিৰে আন, শূন্যতকৈ বেলেগ মূল্য থকা সংখ ...

সংখ্যা

সংখ্যা হ’ল বাস্তৱ জগতৰ বস্তুবোৰৰ পৰিমাণ প্ৰতিকাত্মক ৰূপত প্ৰকাশ কৰাৰ পদ্ধতি। সংখ্যাবোৰ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা চিহ্নক অংক বোলা হয়। অংকক সংখ্যাৰূপে প্ৰকাশ কৰা নিয়মক সংখ্যা পদ্ধতি বোলা হয়। অংক, সংখ্যা আৰু ইহঁতক বাস্তৱজগতৰ তাত্বিক অনুৰূপত প্ৰকা ...

সংখ্যাতত্ত্ব

সংখ্যাতত্ত্ব হৈছে বিশুদ্ধ গণিতৰ এটা শাখা যত অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাৰ মানবিশিষ্ট ফলনৰ বিষয়ে অধ্যয়ন কৰা হয়। জাৰ্মান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিখ গাউছে কৈছিল, "গণিত শাস্ত্ৰ হৈছে বিজ্ঞানৰ ৰাণী আৰু সংখ্যাতত্ত্ব হৈছে গণিত শাস্ত্ৰৰ ৰাণী" সংখ্যাতত্ত্ব ...