ⓘ Free online encyclopedia. Did you know? page 29

হিন্দী ভাষা

হিন্দী ভাষা ভাৰতবৰ্ষৰ এটা চৰকাৰী ভাষা। ভাৰতৰ উপৰিও নেপাল, মৰিচাচত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কান ...

ৰহিঙীয়া ভাষা

ৰহিঙীয়া বা ৰোহিংগ্যা হৈছে ম্যানমাৰৰ ৰাখাইন ৰাজ্যত বাস কৰা ৰহিঙীয়া জনগোষ্ঠীৰ লোকে কোৱা এটা ভাষা। ই প্ৰাচ্য ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ এটা ভাষা আৰু চুবুৰীয়া দেশ বাংলাদেশত কোৱা চট্টগ্ৰামীয়া ভাষাৰ সৈতে ইয়াৰ সম্বন্ধ আছে। ৰহ ...

ৰুছ ভাষা

ৰুছ ভাষা এটা স্লাভিক ভাষা যাক প্ৰধানকৈ ৰুছ দেশ, বেলাৰুছ, ইউক্ৰেইন, কাজাখস্তান আৰু কিৰগীস্তানত কোৱা হয় আৰু বহুল ভাৱে ব্যৱহৃত। ইয়াৰোপৰি বিনা চৰকাৰী অনুমতিত লাটভিয়া, এষ্টনিয়া আৰু বহুতো প্ৰাক্তন ছোভিয়েট দেশত ইয়াক কোৱা হয়।

অৰণ্য

অৰণ্য বা জংঘল হল ঘন বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ দ্বাৰা ঘেৰা এক এলেকা। বিভিন্ন মাপকাঠিৰ ভিত্তিত, অৰণ্যৰ নানান ধৰনৰ সংজ্ঞা আছে। ব্যাপকভাবে ব্যবহৃত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ সংজ্ঞা অনুযায়ী, ২০০৬ চনত অৰণ্য চাৰি বিলিয়ন হেক্টৰ বা বিশ্বৰ ভূমিৰ প্ ...

আগ্নেয়গিৰি

আগ্নেয়গিৰি বা জ্বালামুখী দেখাত পিৰামিডৰ দৰে শাংকব৷ আগ্নেয়গিৰিৰ মুখখনক জ্বালামুখ বোলা হয়৷ ইয়াৰ মুখৰপৰা ভূগৰ্ভৰ অন্তৰ্ভাগলৈ এডাল নলী থাকে৷ নলীডাল একেবাৰে মেগমা গহ্বৰ পায়গৈ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত ধোঁৱা,ছাই,লাভা আদি এই নলীয়েদি ওলাই আহি ধৰাপৃ ...

কুমেৰু

পৃথিবীৰ দক্ষিণ ভাগে অৱস্থিত যি স্থানত পৃথিৱীৰ আহ্নিক গতিৰ অক্ষ ভূপৃষ্ঠকে ছেদ কৰে, সেই স্থান হল পৃথিৱীৰ কুমেৰু বা দক্ষিণ মেৰু বা ভৌগোলিক দক্ষিণ মেৰু । কুমেৰু এন্টাৰ্কটিকা মহাদেশত অৱস্থিত পৃথিৱীৰ দক্ষিণতম বিন্দু। এই স্থান পৃথিৱীৰ উত্তৰ প্ৰান্তত অৱস ...

কৰ্কট ক্ৰান্তি

কৰ্কট ক্ৰান্তি প্ৰতি বছৰৰ ২১ জুনৰ দিনা পৃথিৱীৰ যিবোৰ বিন্দুত সূৰ্যৰশ্মি লম্বভাৱে পৰে,সেই বিন্দুবোৰ সংযোগী ৰেখা;২৩ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষৰেখা৷ইয়েই সুৰ্যৰ উত্তৰায়ণৰ শেষ সীমা৷ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে৷এই ৰেখাই চুই য ...

গ্ৰেণ্ড কেনিয়ন

গ্ৰেণ্ড কেনিয়ন পৃথিৱীৰ ভিতৰতে অতি দুৰ্গম আৰু আকৰ্ষণীয় গিৰিখাত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পশ্চিমৰ আৰিজোনা প্ৰদেশৰ উত্তৰ-পশ্চিমৰ কলৰাডো মালভূমিত এই গিৰিখাত অৱস্থিত। কলৰাডো নদীৰ গভীৰ ক্ষয়ীকৰণৰ বাবেএই বিখ্যাত গিৰিখাত সৃষ্টি হৈছে। এই গিৰিখাতৰ দৈ ...

চহৰ

চহৰ হল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস। প্ৰায় একে অৰ্থ বুজোৱা নগৰ শব্দৰ পৰা চহৰক কেনেকৈ পৃথক কৰা হয়, সেই বিষয়ে ভিন্নমত আছে। অনেক চহৰৰ নিজস্ব প্ৰশাসন, ইতিহাস আৰু আইন থাকে। সাধাৰণতে চহৰৰ নিজস্ব বিভিন্ন ব্যৱস্থা থাকে, যেনে: পয়োঃনিষ্কাশন, ম ...

ছুনামি

ছুনামি এটা জাপানী শব্দ। ছু মানে বন্দৰ আৰু নামি মানে ঢৌ। ছুনামিৰ অৰ্থ হল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়। ছুনামি হল প্ৰবল জলোচ্ছ্বাস। সকলো ছুনামি ভয়াবহ ...

ঠাই

ভূগোলত ঠাই, স্থান বা অৱস্থান শব্দই ভূ-পৃষ্ঠ বা অইন কিহবাত কোনো এক বিন্দু বা কালি বা আয়তনযুক্ত অংশক নিৰ্দিষ্ট কৰে। ঠাই শব্দটি সাধাৰণভাৱে যিকোনো কালি বা আয়তনযুক্ত অংশক সুনিৰ্দিষ্ট পৰিসীমা ব্যক্ত নকৰাকৈ নিৰ্দিষ্ট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ভূ-পৃষ্ঠ ...

তুষাৰ

তুষাৰ হল বৰষুণৰ কঠিন ৰূপ যি পৃথিৱীৰ বায়ুমণ্ডলত ক্ষুদ্ৰ ক্ষুদ্ৰ স্ফটিক আকাৰে বিৰাজ কৰে। ই প্ৰকৃতপক্ষে পানীৰ কঠিন ৰূপ বা বৰফ। শীতকালত যেতিয়া তাপমাত্ৰা শূন্য ডিগ্ৰী ছেলছিয়াছৰ তললৈ নামি যায় তেতিয়া মেঘৰ পৰা তুষাৰ পতিত হয়, ইয়াকে তুষাৰপাত বোলে। ম ...

দিবালোক সংৰক্ষণ সময়

দিবালোক সংৰক্ষণ সময় বা ডেলাইট চেভিং টাইম, সংক্ষেপে ডিএসটি হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘণ্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূৰ্যোদয় আৰু সূৰ্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূৰ্যৰ পোহৰ পোৱাৰ সুবিধা হয ...

দূৰৱৰ্তী সংবেদন

দূৰৱৰ্তী সংবেদন বা দূৰ সংবেদন হৈছে এক কলা আৰু বিজ্ঞান যত কোনো এক বস্তু বা অঞ্চলৰ তথ্য আহৰণ কৰা হয় সেই বস্তু বা অঞ্চলক শাৰীৰিকভাৱে স্পৰ্শ নকৰাকৈ। দূৰৱৰ্তী সংবেদন কৌশলসমূহ বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত ব্যবহাৰ কৰা হয়। ভূগোল, ভূ-বিজ্ঞান, যোগাযোগ, ...

পৃথিৱীৰ আহ্নিক গতি

পৃথিৱীয়ে ইয়াৰ দুই মেৰু - সংযোগী অক্ষডালক কেন্দ্ৰ কৰি অনবৰতে আৱৰ্তন কৰি থাকে। পৃথিৱীয়ে ২৩ ডিগ্ৰি কোণ কৰি নিজ অক্ষত এবাৰ প্ৰদক্ষিণ কৰিবলৈ ২৩ ঘণ্টা ৫৬ মিনিট আৰু ৪.০৯ ছেকেণ্ড সময় লয়। ইয়েই আহ্নিক গতি। পৃথিৱীৰ এই আহ্নিক গতি ৰ ফলতে দিন - ৰাতি হয়।

পৰ্বত

পৰ্বত হৈছে এক বৃহৎ ভূমিৰূপ যি এক সীমিত স্থানত চাৰিওফালৰ ভূমিৰ পৰা শৃংগৰ ৰূপত ওপৰলৈ উঠে। এটা পৰ্বতক সাধাৰণতে পাহাৰতকৈ ওপৰৰ বুলি গণ্য কৰা হয়। পৰ্বতবোৰ টকেণ্টিক শক্তি বা ভূমিকম্পৰ ফলত সৃষ্টি হয়। এই শক্তিবোৰে স্থানীয়ভাৱে পৃথিৱীৰ পৃষ্ঠ বৃদ্ধি কৰিব ...

ব-দ্বীপ

ব-দ্বীপ হৈছে এক প্ৰাকৃতিক ভূমি। নদীয়ে কঢ়িয়াই লৈ অনা মাটি নদীৰ মোহনাত জমা হয়। এনে দীৰ্ঘদিনধৰি জমা হোৱা মাটিয়েই ব-দ্বীপৰ সৃষ্টি কৰে। এনেদৰে সৃষ্টি হোৱা দ্বীপৰ আকৃতি অসমীয়া বৰ্ণ ‘ ব ’-ৰ দৰে হোৱা বাবে ইয়াক ব-দ্বীপ নামাকৰণ কৰা হয়।

বতাহ

বতাহ হৈছে এক বৃহৎ পৰিসৰত হোলা গেছৰ চলাচল বা বায়ুৰ চলাচলকেই বতাহ বোলে। পৃথিৱীত বতাহত কেৱল বায়ুৰ প্ৰৱাহ হয়। বাহ্যিক মহাকাশত সৌৰ বতাহ হৈছে মহাকাশৰ মাজেৰে সূৰ্যৰ পৰা বায়ু আৰু আহিত কণাৰ প্ৰৱাহ, আনহাতে গ্ৰহীয় বতাহ গ্ৰহসমূহৰ পৰা পাতল ৰাসায়নিক অনু ...

বাৰ্মুদা ত্ৰিভুজ

বাৰ্মুদা ত্ৰিভুজ হৈছে উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশৰ এক অনিৰ্ধাৰিত অঞ্চল যʼত ৰহস্যজনক পৰিস্থিতিত ভালেসংখ্যক বিমান আৰু জাহাজ অন্তৰ্ধান হোৱা বুলি প্ৰবাদ আছে। ইয়াক চয়্তানৰ ত্ৰিভুজ বা দৈত্যৰ ত্ৰিভুজ বুলিও জনা যায়। আমেৰিকান নৌবাহিনীৰ মতে বাৰ্ ...

বিল

বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়। ইয়াৰ ...

বিষুৱ ৰেখা

বিষুৱ ৰেখা বা ভূমধ্য ৰেখা পৃথিৱী পৃষ্ঠত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা সমান দূৰত্বত অৱস্থিত পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰা কাল্পনিক ৰেখা। ই পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰে। অন্য ভাষাত পৃথিৱীৰ কেন্দ্ৰৰ পৰা সৰ্বাধিক দূৰত্বত অৱস্থি ...

বৃহৎ প্ৰবাল প্ৰাচীৰ

বৃহৎ প্ৰবাল প্ৰাচীৰ হৈছে ২,৯০০ গাইগুটিয়া প্ৰবাল প্ৰাচীৰ আৰু ৯০০ দ্বীপেৰে গঠিত বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰৰ শৃংখল। এই শৃংখলটোৰ কালি প্ৰায় 3.44.400 বৰ্গ কি.মি.s । এই সাগৰ অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ প্ৰবাল সাগৰ -ত অৱস্থিত। বৃহৎ প্ৰবাল প্ৰাচীৰ মহ ...

বৰষুণ

বৰষুণ হৈছে বায়ুমণ্ডলীয় জলীয় বাষ্প ঘনিভূত হৈ সৃষ্টি হোৱা আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তললৈ নামি অহা তৰল পানীৰ টোপাল। বৰষুণ হৈছে জল চক্ৰৰ প্ৰধান উপাদান আৰু পৃথিৱীত থকা মিঠা পানীৰ জলাধাৰ সমূহৰ মূল উৎস। ই বহু প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰক অনুকূল পৰি ...

বৰ্ষাৰণ্য

বৰ্ষাৰণ্য হৈছে সেইবোৰ অৰণ্যাঞ্চল যিবোৰত বছৰটোৰ সকলো সময়তে মাত্ৰাধিক বৰষুণ হয়। এনে অৰণ্য নিৰৱচ্ছিন্ন সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছেৰে বিশেষকৈ চিৰসেউজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থাকে। বৰ্ষাৰণ্যত ১৮০-২২০ ফুট পৰ্যন্ত উচ্চতাৰ গছ দেখিবলৈ পোৱা যায়। অধিক ...

ভূমিকম্প

ভূমিকম্প বা ভূঁইকঁপ হৈছে পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণি। ভূগৰ্ভৰ শিলাস্তৰ সমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষণীয় শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকে ...

ভৌগোলিক স্থানাঙ্ক প্ৰণালী

ভৌগোলিক স্থানাংক পদ্ধতি হৈছে এটা স্থানাংক পদ্ধতি যাৰ সহায়ত পৃথিৱীৰ প্ৰতিটো স্থানৰ অৱস্থান এলানি সংখ্যা বা আখৰৰ সহায়ত বিশেষভাৱে প্ৰদৰ্ষণ কৰা হয়। স্থানাংক সমূহৰ এটা সংখ্যাই প্ৰায়ে লম্ব অৱস্থান, আৰু দুটা বা তিনিটা সংখ্যাই হেলনীয়া অৱস্থান বুজায় ...

মহাদেশ

এক মহাদেশ -এ পৃথিৱীৰ সুবৃহৎ ভূখণ্ডসমূহৰ এখনক বুজায়। পৃথিৱীৰ ভূখণ্ডক মহাদেশত ভাগ কৰাৰ কোনো এক নিৰ্দিষ্ট নিয়ম নাই। ইয়াৰ বাবে বিভিন্ন মডেল প্ৰচলিত। সচৰাচৰ সাত মহাদেশ মডেল অনুসৰি মহাদেশকেইখন হৈছে: এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰ ...

মহাসাগৰ

মহাসাগৰ হৈছে অতি বিশাল আৰু লবণযুক্ত বিপুল জলৰাশি যি পৃথিৱীক পৰিবেষ্টন কৰি আছে। পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭০% জলৰাশিৰে আবৰা। এই বিপুল জলৰাশি আকৌ অনেক মহাসাগৰ আৰু সৰু সৰু সাগৰত বিভক্ত। মহাসাগৰৰ ইংৰাজী প্ৰতিশব্দ Ocean আহিছে গ্ৰীক ভাষাৰ শব্দ ‘অচিনোজ’ ...

মানচিত্ৰ

ভূ-পৃষ্ঠ বা ইয়াৰ যিকোনো অংশৰ উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ সমতল ক্ষেত্ৰত প্ৰয়োজনীয় জোখ-মাখ কৰি যি চিত্ৰ প্ৰস্তুত কৰা হয় তাকে মানচিত্ৰ বোলা হয়। মানচিত্ৰ এখন প্ৰকৃততে এখন ঠাইৰ নিৰ্বাচিত উপাদানসমূহৰ চিহ্নিত প্ৰকাশ।

মেৰুপ্ৰভা

মেৰুপ্ৰভা পৃথিৱীৰ দুই মেৰু অঞ্চলৰ ওপৰৰ বায়ুমণ্ডলত দেখা পোৱা ধেনুভিৰীয়া উজ্জ্বল আভা। মেৰুপ্ৰভাৰ পোহৰ বগা, ৰঙা, সেউজীয়া, হালধীয়া আৰু নীলা হব পাৰে। অৱশ্যে ৰঙা, সেউজীয়া ৰঙৰ প্ৰাধান্য কিছু বেছি। সুৰ্যৰ পৰা অহা আধানযুক্ত কণিকাবোৰে বা মহাজাগতিক ৰশ্ ...

সাগৰ

সাগৰ বা সমুদ্ৰ হল লৱণ যুক্ত পানীৰ পৰস্পৰ সংযুক্ত জলৰাশি, যি পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশৰো বেছি অংশ আবৃত কৰি ৰাখিছে। সাগৰে পৃথিৱীৰ জলবায়ুক সহনীয় কৰি ৰাখে আৰু জলচক্ৰ, কাৰ্বন চক্ৰ আৰু নাইট্ৰজেন চক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰাচীন কালৰ পৰাই ...

সুমেৰু

সুমেৰু বা উত্তৰ মেৰু পৃথিৱীৰ সকলোতকৈ উত্তৰত অৱস্থিত বিন্দু । ইয়াক ভৌগোলিক উত্তৰ মেৰু নামেৰেও জনা যায়। সুমেৰুৰ বিপৰীতে পৃথিৱীৰ দক্ষিণতম প্ৰান্ত কুমেৰু বা দক্ষিণ মেৰু অৱস্থিত। বৈজ্ঞানিক সংজ্ঞা অনুসৰি পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ যি বিন্দুত ইয়াৰ ঘূৰ্ণন ...

হিমবাহ

হিমবাহ নদী আৰু বতাহৰ নিচিনাকৈ হিমবাহো ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা এটা প্ৰধান কাৰক। হিমবাহেও ক্ষয়,পৰিবহণ আৰু অৱক্ষেপনৰ দ্বাৰা ভূ-পৃষ্ঠৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে। আচলতে পৃথিৱীৰ যিবোৰ ঠাইত চিৰতুষাৰ জমা হৈ থাকে,সেইবোৰ ঠাইৰ পৰা মাধ্যাকৰ্ষণ শক্তিৰ প্ৰ ...

হিমস্খলন

হিমস্খলন হৈছে কোনো হেলনীয়া পৃষ্ঠত হোৱা বৰফৰ এক বৃহৎ সোঁত। সাধাৰণতে কোনো উচ্চ উচ্চতাত থকা বৰফৰ স্তুপৰ অস্থিৰতাৰ ফলত এনে স্খলনৰ আৰম্ভ হয়। স্খলন আৰম্ভ হোৱাৰ পিছত বৰফৰ তৰপটোৰ বেগ ক্ৰমান্নয়ে বৃদ্ধি পাই আৰু সোঁতত অধিক বৰফ খহাই নিয়ে।

চ্যুতি (ভূতাত্ত্বিক)

চ্যুতি হৈছে শিলৰ ফলকত হোৱা ফাঁট য’ত ফাঁট মেলা সমতলৰ সমান্তৰালভাৱে ফলক দুখনৰ আপেক্ষিক স্নানান্তৰ ঘটে। চ্যুতিসমূহ ভূমিকম্পৰ সৃষ্টিৰ এক উৎস। চ্যুতিৰ ফাঁট মেলা পৃষ্ঠতলখনক চ্যুতি-সমতল বোলা হয়। চ্যুতি-সমতলে ভূ-পৃষ্ঠতলক যিডাল ৰেখাত ছেদ কৰে সেইডালক চ্যু ...

টেক্‌টনিক প্লেট

টেক্‌টনিক প্লেট হৈছে এটা বৈজ্ঞানিক সূত্ৰ যাৰ দ্বাৰা প্ৰায় ৩.৩ৰ পৰা ৩.৫ বিলিয়ন বছৰ আগতেই আৰম্ভ হোৱা পৃথিৱীৰ শিলাস্তৰত থকা সাতখন বৃহৎ আৰু অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ফলকৰ হোৱা এক বৃহৎ পৰিসৰৰ সঞ্চালনৰ ব্যাখ্যা আগবঢ়াই। লিথোস্ফিয়াৰ, হৈছে এটা গ্ৰহৰ আটাই ...

মেঘালয় যুগ

ভূতাত্ত্বিক সময়ৰ মাপনী বা স্কেলৰ শেহতীয়া যুগটোৱেই হৈছে মেঘালয় যুগ। ই হৈছে চতুৰ্থ কল্পৰ উচ্চতম স্তৰ। মেঘালয় যুগ আজিৰ পৰা প্ৰায় ৪২০০ বছৰৰ আগতে আৰম্ভ হৈছিলে। আন্তৰ্জাতিক স্তৰবিজ্ঞান কমিছনে ২০১৮ চনৰ জুলাই মাহত মেঘালয় যুগটোক আনুষ্ঠানিকভাৱে স্বীক ...

কিণ্ডাৰগাৰ্টেন

তিনিৰপৰা সাত বছৰৰ বয়সৰ শিশু সকলৰ বাবে কিণ্ডাৰগাৰ্টেন -ৰ শ্ৰেণীসমূহ সজেৱা হয়। বিদ্যালয়সমূহৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি অৰ্ধদিন বা সম্পূৰ্ণদিনৰ বাবে আঁচনিবোৰ প্ৰস্তুত কৰা হয়। মাক-দেউতাক বা অভিভাৱক-অভিভৱিকাৰ অবিহনে বেছিভাগ শিশুক এটা গোটৰ ভিতৰত সা ...

জিগ্‌শ্ব (শিক্ষণ পদ্ধতি)

জিগ্‌শ্ব প্ৰযুক্তি হৈছে শ্ৰেণীকোঠাৰ বিভিন্ন কাৰ্য্যকলাপ সমূহৰ সুব্যৱস্থাপনাৰ সুবিধাৰ্থে আবিস্কৃত এক আধূনিক প্ৰযুক্তি যি ছাত্ৰ-ছাত্ৰী সকলক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ জৰিয়তে সফলতাৰ দিশে আগবঢ়াই লৈ যোৱাত গুৰুত্ব আৰোপ কৰে। এই প্ৰযুক্তিৰ জৰিয়তে একোটা শ্ ...

পাঠ পৰিকল্পনা

শিক্ষণ প্ৰক্ৰিয়াত পাঠ-পৰিকল্পনা ৰ ভূমিকা অপৰিসীম। শিক্ষণ কাৰ্যৰ সফলতানিৰ্ভৰ কৰে প্ৰণালীবদ্ধ পাঠ পৰিকল্পনাৰ ওপৰত। শিক্ষণৰ বাবে কৌশল আৰু পদ্ধতি এইদুয়োটাৰেই প্ৰয়োজন। শিক্ষণে পূৰ্বৱৰ্তী স্তৰ, কাৰ্যকৰী স্তৰ আৰু উত্তৰৱৰ্তী স্তৰ এই তিনিপৰ্যায়ত ক্ৰিয ...

পাঠ্যক্ৰম

পাঠ্যক্ৰম হৈছে শিক্ষাদান প্ৰক্ৰিয়াৰ আধাৰ। curriculum শব্দটো লেটিন ভাষাৰ পৰা উদ্ভৱ হৈছে। curriculum শব্দটো লেটিন currere শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ দৌৰা বা লক্ষ্যত উপনীত হবলৈ কৰা এটা ব্যৱস্থা। সাধাৰণ ভাৱে পাঠ্যক্ৰমৰ অৰ্থ হৈছে পাঠৰ লগত থকা ব ...

পৰিকল্পনা

সংগঠন আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত পৰিকল্পনা ইংৰাজী: Planning কৰা হল সাংগঠনিক আঁচনি প্ৰস্তুত কৰা আৰু প্ৰতিপালন কৰা এটা প্ৰক্ৰিয়া তথা কিছুমান যোগ্যতাৰ ভিত্তিত নিৰ্দিষ্ট ভৱিষ্যতৰ সৃষ্টিৰ বাবে প্ৰয়োজন হোৱা কাৰ্যৰ ওপৰত চিন্তা কৰা এটা মানসিক প্ৰক্ৰিয় ...

বিদ্যালয়

বিদ্যালয় এটি অনুষ্ঠান যত বিদ্যা আহৰণ কৰা হয়। ই সাধাৰণতে মহাবিদ্যালয়লৈ যোৱাৰ আগৰ শিক্ষাদানৰ কথাহে বুজায় "বিদ্যা" আৰু "আলয়" শব্দ দুটাৰ সংযোগ হৈ বিদ্যালয় শব্দটিৰ উৎপত্তি হৈছে যি বিদ্যা বিতৰণ আৰু গ্ৰহণৰ স্থান হিচাপে পৰিচিত। সাধাৰণতে বিদ্যালয়ৰ ...

বিশেষ শিক্ষাৰ প্ৰয়োজনীয়তা

নিদানমূলক চিকিৎসা আৰু কাৰ্যকৰী বিকাশত, বিশেষ প্ৰয়োজনীয়তা শব্দটোৱে বিকলাঙ্গতাৰ বাবে চিকিৎসা, মানসিক অথবা মনস্তাত্বিক সহায়ৰ প্ৰয়োজন হোৱা ব্যক্তিসকলক বুজায়। নিদানমূলক চিকিৎসাৰ বাবে ডায়েগনেষ্টিক আৰু ষ্টেটিষ্টিকেল মেনুৱেল অফ মেণ্টেল ডিছঅৰ্ডাৰছ আ ...

ব্যৱস্থাপনা

ব্যৱসায় আৰু মানৱ সংগঠনৰ ক্ষেত্ৰত, সাধাৰণ ভাষাত ব্যৱস্থাপনা হল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনীত হোৱা । ব্যৱস্থাপনাৰ উপাদান সমূহ হল - পৰিকল্পনা কৰা, সংগঠিত কৰা, সম্পদ ব্যৱস্থাপনা কৰা, নেতৃত্ব লোৱা বা পথ প্ৰদৰ্শকৰ ভূমিকা ...

মাৰিয়া মণ্টেছৰী

মেৰীয়া মণ্টেছৰী ইংৰাজী: Maria Montessori এগৰাকী ইটালিয়ান স্বাস্থ্যবিদ আৰু শিক্ষাবিদ, আৰু প্ৰখ্যাত মানৱতাবাদী আছিল। তেখেত তেখেতৰ মণ্টেছৰী শিক্ষা প্ৰণালী বুলি আজিকালি পৃথিৱীৰ সকলোতে ব্যৱহৃত প্ৰাথমিক শিক্ষা প্ৰণালীৰ বাবে প্ৰসিদ্ধ। এই প্ৰণালী ভাৰতত ...

যাদু বিদ্যা

যাদু বিদ্যা এক অতি প্ৰাচীন বিদ্যা। হিন্দু ধৰ্ম্মাৱলম্বী দেশসমূহত এই বিদ্যা শঙ্কৰ-পাৰ্বতীৰ সৈতে জড়িত। কামৰূপৰ কামাখ্যা মাৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত। প্ৰকৃত যাদু বিদ্যা আহৰণ কাৰ্য্য সহজ সাধ্য নহয় বুলি এই বিদ্যাৰ লগত জড়িত সকলে কয়। যাদু বিদ্যাক অন্ ...

লিংগভিত্তিক অধ্যয়ন

লিংগভিত্তিক অধ্যয়ন লিংগ পৰিচয় তথা লিংগ প্ৰতিনিধিত্ব বিশ্লেষণৰ বাবে নিবেদিত এটি আন্তঃশৃঙ্খলা শিক্ষামূলক ক্ষেত্ৰ। ইয়াৰ অন্তৰ্গত বিষয় সমূহ হৈছে মহিলাসকলৰ অধ্যয়ন, পুৰুষ অধ্যয়ন আৰু কুইয়াৰ অধ্যয়ন। কেতিয়াবা লিংগ অধ্যয়ন যৌনতা অধ্যয়নেৰ সৈতে একত ...

শিক্ষক দিৱস

শিক্ষক দিৱস বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন। প্ৰখ্যাত শিক্ষাবিদ আৰু পূৰ্ ...

শিক্ষাৰ অধিকাৰ

শিক্ষাৰ অধিকাৰ ক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত এক মানৱ অধিকাৰ হিচাপে মান্যতা প্ৰদান কৰা হৈছে, যত আৰ্থিক, সামাজিক, সাংস্কৃতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিও সন্মিলিত হৈ আছে। এই চুক্তি অনুসৰি সকলোৰে বাবে বিনামূলীয়া, বাধ্যতামূলক প্ৰাথমিক শিক্ষা ...