ⓘ Free online encyclopedia. Did you know? page 31

জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯

জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ ভাৰতৰ সংসদে গ্ৰহণ কৰা এখন আইন। ইয়াত জম্মু আৰু কাশ্মীৰ ৰাজ্যখনক জম্মু আৰু কাশ্মীৰ আৰু লাডাখ নামেৰে দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজন কৰাৰ ব্যৱস্থা ৰখা হৈছে। আইনখন ২০১৯ৰ ৩১ অক্টোবৰৰ পৰা বলবৎ হ’ব। ২০১৯ৰ ৫ আগষ্ ...

বেঙ্গল সতী নিয়মাৱলী, ১৮২৯

সতীদাহ প্ৰথাৰ নিয়মাৱলী সতীদাহ প্ৰথাৰ অন্তৰ্গত যিকোনো নিয়ম যেনে হিন্দু বিধবা মহিলা এগৰাকীক জীয়াই জীয়াই দাহন কৰা বা সমাধিস্থ কৰা যিকোনো প্ৰচেষ্টা শাস্তিযোগ্য অপৰাধ হিচাপে বিবেচিত হব। এই আইনখন ১৮২৯ চনৰ ৪ ডিচেম্বৰৰ দিনা গৃহীত কৰা হৈছিল। ক) সতীদাহ ...

ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২

ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২ ভাৰতীয় সংসদৰ দ্বাৰা গৃহীত এখন আইন। ভাৰতত বসবাস কৰা খ্ৰীষ্টানধৰ্মালম্বী সকলৰ বিবাহক আইনী স্বীকৃতি আৰু নিয়ন্ত্ৰণ কৰে এই আইনৰ মূল উদ্দেশ্য। ১৮৭২ চনৰ ১৮ জুলাই তাৰিখে এই আইন গৃহীত কৰা হৈছিল। জম্মু আৰু কাশ্মীৰ, মণিপু ...

ভাৰতীয় চুক্তি আইন ১৮৭২

ভাৰতবৰ্ষত চুক্তি সম্পৰ্কীয় আইন ভাৰতীয় চুক্তি আইন ১৮৭২ ত সন্নিৱিষ্ট কৰা হৈছে। এই আইনখন ইংৰাজ শাসনৰ সময়ত অনুমোদিত আৰু ই ইংৰাজ সাধাৰণ আইনৰ নীতিসমূহৰ ওপৰত আধাৰিত। জম্মু আৰু কাশ্মীৰৰ বাদে সমগ্ৰ ভাৰততে ভাৰতীয় চুক্তি আইনখন প্ৰযোজ্য। এই আইনখনে কোনবোৰ ...

ভাৰতীয় দণ্ড বিধি

ভাৰতীয় দণ্ড বিধি ভাৰতৰ মুখ্য অপৰাধ দণ্ড বিধি। অপৰাধ আইনৰ সকলো মূল বিষয়ক সামৰি লোৱাটোৱে ইয়াৰ উদেশ্য, ই এক ব্যাপক বিধান বা আইন। ১৮৬০ চনত ভাৰতীয় দণ্ড বিধি আইনৰ খচৰা প্ৰস্তুত হৈছিল যদিও ব্ৰিটিছ শাসনৰ আৰম্ভণিতে ১৮৬২ চনত ব্ৰিটিছ ভাৰতত ইয়াৰ প্ৰৱৰ্ত ...

ভাৰতৰ প্ৰতিলিপ্যধিকাৰ আইন

প্ৰতিলিপ্যধিকাৰ অধিনিয়ম ১৯৫৭ হৈছে ভাৰতৰ স্বত্বৰ অধিকাৰ ৰক্ষাৰ বাবে ১৯৫৭ চনত প্ৰণয়ন কৰা এক বিধেয়ক। এই অধিনিয়মখন ১৯৫৮ চনৰ ২১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল।"প্ৰতিলিপ্যধিকাৰ অধিনিয়ম ২০১২" নামেৰে ২০১২ চনত এই অধিনিয়মৰ অন্তিম সংশোধন কৰা হৈছিল। ...

মালাবাৰ বিবাহ আইন, ১৮৯৬

মালাবাৰ বিবাহ আইন, ১৮৯৬ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ চৰকাৰে ১৮৯১ চনৰ মালাবাৰ বিবাহ কমিচনৰ পৰামৰ্শ মৰ্মে প্ৰণয়ন কৰা এক আইন আছিল। এই আইনে মাদ্ৰাজ প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত মালাবাৰ জিলাৰ মৰুমাক্কাতায়ম বা মাতৃতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰা যিকোনো স ...

হিন্দু বিধবা পুনৰ্বিবাহ আইন, ১৮৫৬

হিন্দু বিধৱা পুনৰ্বিবাহ আইন, ১৮৫৬ খন ১৮৫৬ চনৰ ২৬ জুলাইৰ দিনা গৃহীত হৈছিল। এই আইনখনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনত অহা সকলো এলেকাত হিন্দু বিধৱাৰ পুনৰ্বিবাহক আইনী মৰ্যাদা দিছিল। এই আইনখনৰ খচৰা লৰ্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল যদিও আইনখন পিছৰজ ...

কস্তুৰবা গান্ধী বালিকা বিদ্যালয়

কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ভাৰতৰ পিছপৰা শ্ৰেণীৰ বাবে ভাৰত চৰকাৰে স্থাপন আৰু পৰিচালনা কৰা আৱাসিক ছোৱালী মাধ্যমিক বিদ্যালয়। উপেক্ষিত কন্যা সন্তানৰ প্ৰতি শিক্ষাক অধিক সংবেদনশীল কৰি গঢ়ি তোলাৰ বাবে বিদ্যালয়ত এনে শিশুৰ নামভৰ্তি তথা নিয়মীয়া উ ...

নিষ্ঠা (চৰকাৰী আঁচনি)

নিষ্ঠা হৈছে ভাৰত চৰকাৰৰ এখন আঁচনি। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে নিষ্ঠা নামৰ এই সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত শিকন ফলাফল উন্নীতকৰণৰ বাবে ৰাষ্টীয় আঁচনি এখন হাতত লৈছে। এই আঁচনিখন কেন্দ্ৰীয়ভাৱে ২০১৯-২০ চনৰ ...

নিৰ্ভয়া নিধি

নিৰ্ভয়া নিধি ২০১৩ চনৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে ঘোষণা কৰা ১০০০ কোটি ভাৰতীয় টকাৰ পুঁজি। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে আশা কৰিছিল যে এই পুঁজিয়ে ভাৰতত মহিলাসকলৰ সন্মান আৰু সুৰক্ষা নিশ্চিত কৰা কাৰ্যসূচীক সমৰ্থন কৰিব। নিৰ্ভয়া ২০১২ চনৰ ...

প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা হল ভাৰতৰ দুখীয়া পৰিয়ালৰ মহিলাসমূহৰ মুখত হাঁহি অনাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ২০১৬ চনৰ ১ মেত আৰম্ভ কৰা এটা যোজনা। এই যোজনাৰ অধীনত দুখীয়া মহিলাবোৰক বিনামুলীয়াকৈ এল.পি.জি. সংযোগ যোগান ধৰা হয়। এই যোজনাৰ মুখ্ ...

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা

প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালনা কৰা এক মাতৃত্বকালীন লাভালাভ কাৰ্যসূচী। ২০১০ চনত এই যোজনা প্ৰৱৰ্তন কৰা হৈছিল আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াক ৰূপায়ণ কৰে। এয়া ১৯ বছৰ বা তাতকৈ অধিক বয়সৰ গৰ্ভৱতী আৰু স্তন্যপান ...

বেটি বচাও, বেটি পঢ়াও যোজনা

বেটি বচাও, বেটি পঢ়াও অভিযান ই ভাৰতৰ এটি সামাজিক প্ৰচাৰ অভিযান, যাৰ লক্ষ্য হল কন্যা সন্তানৰ বাবে কল্যাণমূলক সেৱা প্ৰদানৰে দক্ষতা বৃদ্ধি তথা সচেতনতা সৃষ্টি। এই প্ৰকল্পটিৰ বাবে ১০০ কোটি টকা প্ৰাথমিক তহবিলত আৱন্তন কৰা হৈছিল। এই আঁচনি খন প্ৰথম অৱস্থা ...

ভাৰতৰ পূবলৈ চোৱা নীতি

ভাৰতৰ পূবলৈ চোৱা নীতি বা লুক ইষ্ট পলিচী হৈছে এনে এক নীত যাৰ জৰিয়তে দক্ষিণ-পূব এচিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে দেশৰ অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক মজবুত কৰি নিজকে এক স্থানীয় শক্তিৰূপত গঢ় দিয়াৰ প্ৰচেষ্টা কৰা হৈছে। ১৯৯১ চনত হাতত লোৱা পূবলৈ চোৱা নীতিক ...

মেক ইন ইণ্ডিয়া

মেক ইন ইণ্ডিয়া ভাৰত চৰকাৰৰ এক অভিলাষী কাৰ্যক্ৰম আৰু ইয়াৰ জৰিয়তে কোম্পানীসমূহক ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ ভাৰতত নিৰ্মাণ কৰিবলৈ প্ৰেৰিত কৰা হয়। ২০১৪ চনৰ ২৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়া কাৰ্যক্ৰমৰ উদ্বোধন কৰে।

সুকন্যা সমৃদ্ধি যোজনা

সুকন্যা সমৃদ্ধি ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এক যোজনা। এই যোজনাত ছোৱালী সন্তানৰ পিতৃ-মাতৃক লক্ষ্য কৰা হৈছে। ভৱিষ্যতে ছোৱালী সন্তানটিৰ শিক্ষা আৰু বিবাহৰ খৰছৰ বাবে এক পুঁজি নিৰ্মাণ কৰাএই যোজনাৰ উদ্দেশ্য। ২০১৫ চনৰ ২২ জানুৱাৰীত প্ৰধান মন্ত্ৰী নৰেন্দ ...

স্বচ্ছ ভাৰত অভিযান

স্বচ্ছ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান যাৰ উদ্দেশ্য সকলোকে দ্ৰুতগতিত সৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আবশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলা। ভাৰতৰ ...

আকাশবাণী

আকাশবাণী ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰচাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত, প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আক ...

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী অসমৰ গুৱাহাটীত অৱস্থিত এখন বিজ্ঞান কেন্দ্ৰ। ই অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। ১৯৯৪ চনৰ ১৫ মাৰ্চ তাৰিখে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে হৈছিল। বিজ্ঞান যাদুঘৰ বা চাইন্স মিউজিয় ...

উত্তৰ পূব পৰিষদ

উত্তৰ-পূব পৰিষদ অইন, ১৯৭১ অধীনত উত্তৰ-পূব পৰিষদ -ৰ গঠন হৈছিল আৰু ১৯৭২ চনৰ ১ আগষ্ট তাৰিখত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এটি আদেশৰ বলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষণা-বেক্ষণৰ বাবে এখন আঞ্চলিক সংগঠন হিচাপে ইয়াক আনুষ্ঠানিক ভাবে স্থাপন ...

কেন্দ্ৰীয় অনুসন্ধান সংস্থা

কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআই ভাৰতৰ অন্যতম প্ৰধান অনুসন্ধানকাৰী সংস্থা। এই সংস্থা কৰ্মচাৰী, জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনত। এই সংস্থা দেশৰ বহুতো অৰ্থনৈতিক অপৰাধ, বিশেষ অপৰাধ, দুৰ্নীতি আৰু উচ্চ পৰ্যায়ৰ অপৰাধৰ অনুসন্ধানৰ বাবে ব ...

কৰ্মচাৰী চয়ন আয়োগ

কৰ্মচাৰী চয়ন আয়োগ চমুকৈ এছএছচি ভাৰত চৰকাৰৰ অধীনস্থ বিভিন্ন মন্ত্ৰণালয় আৰু বিভাগৰ কৰ্মচাৰীৰ ভৰ্তি কৰা এক সংস্থা। ই ভাৰত চৰকাৰৰ কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনত। ইয়াৰ এজন অধ্যক্ষ, দুজন সদস্য আৰু এজন সচিব তথা পৰীক্ষা নিয়ন্ত্ৰক আ ...

চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া

চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া বা ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ড হৈছে ভাৰতৰ চিকিউৰিটি অৰ্থাৎ ঋণপত্ৰৰ বজাৰখনৰ নিয়ন্ত্ৰণকাৰী এক প্ৰতিষ্ঠান। ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা ছেবিৰ হাতত চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া আইন ১৯৯২-ৰ ...

দূৰদৰ্শন (চেনেল)

দূৰদৰ্শন হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ এটা স্বশাসিত ৰাজহুৱা সেৱা সম্প্ৰচাৰক আৰু প্ৰচাৰ ভাৰতীৰ এটা শাখা। ষ্টুডিঅ আৰু প্ৰেৰণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক বৃহৎ সম্প্ৰচাৰ উদ্যোগ, যি ১৯৫৯ চনৰ ১৫ ছ ...

নীতি আয়োগ

ৰাষ্ট্ৰীয় আয়োগ সংস্থা, ভাৰত, চমুকৈ নীতি আয়োগ ইংৰাজী: National Institution for Transforming India ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা। ভাৰতবৰ্ষৰ আৰ্থিক যোজনা সমূহৰ প্ৰতি লক্ষ্য ৰাখি ...

নীপকো

উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম পৰিসীমিত চমুকৈ নীপকো হৈছে ভাৰত চৰকাৰ মহাৰত্ন প্ৰতিষ্ঠান NTPC Ltdৰ অধীনৰ ৰাজহুৱা খণ্ডৰ এটা Schedule" A” miniratna category 1 প্ৰতিষ্ঠান। বৰ্ত্তমান উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্যত নীপকোৰ উপস্থিতি আছে। নীপকোৰ মুঠ ক্ষমতা বৰ ...

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন ইংৰাজী: Defence Research and Development Organisation চমুকৈ DRDO, হিন্দী: रक्षा अनुसंधान एवं विकास संघठन হল ভাৰতৰ ৰক্ষা সম্বন্ধীয় গৱেষণাৰ কাৰ্যকলাপৰ লগত জড়িত এটি সংস্থা। নতুন দিল্লীত এই সংস্থাৰ কাৰ্যালয় অৱস্থি ...

বিশ্ববিদ্যালয় অনুদান আয়োগ

বিশ্ববিদ্যালয় অনুদান আয়োগ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা এটি বিধিবদ্ধ সংস্থা। ১৯৫৬ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰা হয়। ভাৰতৰ বিশ্ববিদ্যালয সমূহৰ মাজত সংহতি স্থাপন, মান নিৰ্ণয় আৰু পৰিচৰ্যা ইয়াৰ কাম। বিশ্ববিদ্যালয় অনুদান আয়োগে ভা ...

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ হৈছে ভাৰতৰ জৈৱ-চিকিৎসা সংক্ৰান্তিয় গৱেষণাৰ প্ৰস্তুতি, সহযোগিতা আৰু প্ৰসাৰৰ এক শীৰ্ষ সংস্থা। পৃথিৱীৰ পুৰণি আৰু বৃহৎ গৱেষণা সংস্থাৰ ভিতৰত আইচিএমআৰ অন্যতম। ভাৰত চৰকাৰৰ নেতৃত্বাধীন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধী ...

ভাৰতীয় দন্ত পৰিষদ

ভাৰতীয় দন্ত পৰিষদ ইংৰাজীত: Dental Council of India চমুকৈ DCI ভাৰতীয় সদনৰ এক্ট ১৯৪৮ XVI অৱ ১৯৪৮ দ্বাৰা স্থাপন কৰা হয়।‌ DCI ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়ৰদ্বাৰা স্বীকিৃতিপ্ৰাপ্ত।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইংৰাজী: Indian Space Research Organisation, চমুকৈ ইছৰো ভাৰতৰ প্ৰধান মহাকাশ গৱেষণা সংস্থা। ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণাধীন এই সংস্থাটি বিশ্বৰ অগ্ৰণী মহাকাশ গৱেষণা সংস্থাসমূহৰ অন্যতম। অতীতৰ বহুতো সুসংহত প্ৰচেষ্টাৰ ফলস্ৰুতিত ...

ভাৰতীয় মানক ব্যুৰো

ভাৰতীয় মানক ব্যুৰো হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় মানক নিৰ্ধাৰণ কৰা সংস্থা। ইয়াৰ প্ৰথমে নাম আছিল ভাৰতীয় মানক স্ংস্থান, যাক প্ৰতিষ্ঠা কৰা হৈছিল ১৯৪৬ চনত। ভাৰতীয় মানক ব্যুৰো ক বি আই এছ অধিনিয়মৰ ২০১৬ যোগেদি প্ৰতিষ্ঠা কৰা হয়। কৰ্পোৰেট সংস্থা হিচাপে সংস্থ ...

ভাৰতীয় ষ্টেট বেংক

ভাৰতীয় ষ্টেট বেংক দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক বেংক। ই আন্তৰ্জাতিক ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ২০১৭ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে। ই ভ ...

ভাৰতীয় ৰেল

ভাৰতীয় ৰেল ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰেলপথ আৰু ৭,৫০০টা ষ্টেচনৰে বিশ্বৰ অন্যতম বৃহৎ ৰেল জালিকা । ভাৰতীয় ৰেলে বছৰি ৭৫০ কোটি অথবা দিনে ২ কোটিতকৈয়ো অধিক যাত্ৰী আৰু দিন ...

ষ্টেট বেংক অফ ছিক্কিম

ষ্টেট বেংক অফ ছিক্কিম ছিক্কিম চৰকাৰৰ অধীনৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় ছিক্কিমৰ ৰাজধানী গেংটকত অৱস্থিত। ই ছিক্কিমত বিত্তীয় সেৱা আগবঢ়ায় আৰু ছিক্কিম চৰকাৰৰ ৰাজ্যিক কোষাগাৰৰ কাম-কাজ চোৱা-চিতা কৰে। ভাৰতৰ আন বিত্তীয় প্ৰতিষ্ঠানৰ দৰে ...

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএ বা নিয়া ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ভাৰতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অনুসন্ধান কৰা কেন্দ্ৰীয় সংস্থা। ই কেন্দ্ৰীয় সন্ত্ৰাসবাদ বিৰোধী আইন প্ৰণয়ন সংস্থা হিচাপে কাম কৰে। ৰাজ্যসমূহৰ পৰা বিশেষ অনুমতি নোলোৱাকৈয়ে ৰা ...

ৰাষ্ট্ৰীয় মহিলা আয়োগ

ৰাষ্ট্ৰীয় মহিলা আয়োগ ভাৰত চৰকাৰে স্থাপন কৰা এক সাংবিধানিক আয়োগ। ই মহিলাক প্ৰভাৱিত কৰা নীতি সমূহৰ বিষয়ে ভাৰত চৰকাৰক পৰামৰ্শ আগবঢ়ায়। ইয়াৰ লগতে ই মহিলাৰ সাংবিধানিক অধিকাৰৰ হকে কাম কৰে আৰু আইনী সাহায্য প্ৰদান কৰে। ১৯৯২ চনৰ জানুৱাৰী মাহত ভাৰতৰ ...

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাক ভাৰতৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মূল্যাংকন আৰু প্ৰত্যাপনৰ লগত জড়িত অনুষ্ঠান। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত এই অনুষ্ঠানটো সম্পূৰ্ণ স্বায়ত্ত্বশাসিত। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণাল ...

ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং

ৰিচাৰ্চ এণ্ড এনালাইছিচ উইং হৈছে ভাৰত গণৰাজ্যৰ বাহ্যিক চোৰাংচোৱা সংস্থা। ১৯৬৮ চনত ইয়াৰ প্ৰথম সঞ্চালক ৰামেশ্বৰ নাথ কাওৰ নেতৃত্বত ইয়াক গঠন কৰা হয়। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধ আৰু ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ইণ্টেলিজেন্স ব্যুৰত ভালেমান দুৰ্বল ...

ভাৰতৰ প্ৰধানমন্ত্ৰী

ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধান মন্ত্ৰী। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। একে সময়তে প্ৰধান মন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয়। প্ৰধান মন্ত্ৰী ...

পি ভি নৰসিংহ ৰাও

পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও, আইনজীৱি আৰু ৰাজনীতিবিদ, ১৯৯১-অৰ পৰা ১৯৯৬-লৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ৰাও চৰকাৰে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতীক শুধাৰৰ বাবে পদক্ষেপ লয়। একে সময়তে চৰকাৰখন ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কেইবাটাও ঘটনাৰ সন্ ...

ভাৰতৰ মুখ্য ন্যায়াধীশ

ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতীয় ন্যায় ব্যৱস্থাৰ মুৰব্বী তথা শীৰ্ষ ন্যায় বিষয়া। ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি তথা ন্যায় বিষয়ক মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে উচ্চতম ...

শৰদ অৰবিন্দ ববডে

শৰদ অৰবিন্দ ববডে এগৰাকী ভাৰতীয় ন্যায়াধীশ আৰু ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পায়। ইয়াৰ আগতে তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মধ্য প্ৰদেশ উচ্চ ন্য ...

ৰঞ্জন গগৈ

ৰঞ্জন গগৈ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। তেওঁৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ ১৯৮২ চনত অসমৰ মুখ্যমন্ত্ৰী আছিল। দেশৰ সৰ্বোচ্চ ন্যায়িক পদত ...

অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

এইখন তালিকা ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত ৰাজ্য অসমৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত প্ৰস্তুত কৰি তৈয়াৰ কৰা হৈছে।

এন. বিৰেন সিং

নংথমবাম বিৰেন সিং হল এজন ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সাংবাদিক। বিৰেন সিং বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী। বিৰেন সিঙে ফুটবল খেলুৱৈ হিচাপে নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু ঘৰুৱা প্ৰতিযোগিতাসমূহত বিএছএফ দলৰ হকে খেলিবলৈ তেওঁ বিএচএফত ভৰ ...

মাণিক চৰকাৰ

মাণিক চৰকাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ১৯৯৮ৰ মাৰ্চৰ পৰা ২০১৮ৰ মাৰ্চলৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী আছিল। তেওঁ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া ৰ পলিটব্যুৰ সদস্য। মাৰ্চ ২০০৮ত তেওঁ ত্ৰিপুৰাৰ বাঁও মৰ্চা চৰকাৰৰ নেতা ঘোষিত হয় আৰু ২০১৩ত তেওঁ ৪ৰ্থবাৰৰ বাবে ...

ভাৰতৰ ৰাষ্ট্ৰপতি

ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল ভাৰতৰ প্ৰথম নাগৰিক। দেশৰ সৰ্বোচ্চ পদ-মৰ্যাদাত অসীত ব্যক্তিজনাই হ’ল ৰাষ্ট্ৰপতি। তেওঁ ৰাষ্ট্ৰৰ প্ৰধান, সংবিধানমান্য নেতা। তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মুৰব্বী। দেশৰ সকলো প্ৰশাসনিক কাৰ্যসূচী ৰাষ্ট্ৰপতিৰ না ...

ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

ৰাষ্ট্ৰপতি হৈছে সাৰ্বভৌম গণতান্ত্ৰিক ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান কাৰ্যনিৰ্বাহক বা শাসনকৰ্তা। তেৱেঁই হল ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰো মুৰব্বী। ভাৰতত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰপতিয়ে নিয়মাতান্ত্ৰিক প্ৰধানৰ ভূমিকা পালন কৰে। তেওঁ কেন্দ্ৰী ...