ⓘ Free online encyclopedia. Did you know? page 32

লোকসভাৰ অধ্যক্ষ

লোকসভাৰ অধ্যক্ষ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাৰ সভা পৰিচালক। সাধাৰণতে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন লোকসভাৰ প্ৰথম বৈঠকত কৰা হয়। তেওঁৰ কাৰ্যকাল ৫ বছৰ। লোকসভাৰ অধ্যক্ষ গৰাকী লোকসভালৈ নিৰ্বাচিত সাংসদ সকলে নিৰ্বাচিত থাকে। সেয়ে সাধাৰণতে শাসক দলৰ বা তেওঁলো ...

অসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকা

ইতিহাস ৰচনাৰ সমল হিচাপে তাম্ৰ আৰু শিলালিপি সমূহৰ গুৰুত্ব আছে। অসমত বৰ্তমানলৈ ঊনচল্লিছখন লিপি আৱিষ্কৃত হৈছে। এই তালিকাত উদ্ধাৰ হোৱা শিলা আৰু তাম্ৰলিপিসমূহৰ তালিকা কৰি ৰখা হৈছে।

অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা

অসমৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। এই স্মৃতিচিহ্নসমূহৰ চিনাক্তকৰণৰ বাবে ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে ৰাজ্যিক স্তৰত ক ...

অসমত দেখা চৰাইবোৰ

জৈব-বৈচিত্ৰ্যত চহকী অসম নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ এক অপূৰ্ব বিচৰণভূমি। তথ্য অনুসৰি, ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় ৫৩%, অৰ্থাৎ ছশৰো অধিক চৰাই-চিৰিকটি অসমত দেখা পোৱা যায়। আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই প্ ...

অসমত দেখা পোৱা মাছৰ তালিকা

অজিত দেৱশৰ্মা জুন ২০১৩. "সৰু সৰু মাছ, জীয়া জীয়া মাছ". প্ৰান্তিক খণ্ড XXXII ১৪: ৪০-৮১.

অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা

অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা অসমৰ সাহিত্যিকসকলৰ তালিকা অসমৰ ৰাজ্যপালসকলৰ তালিকা অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

অসমীয়া ৰাজ্যপালসকলৰ তালিকা

এই তালিকাত স্বাধীন ভাৰতৰ বিভিন্ন ৰাজ্যত ৰাজ্যপালৰ পদত অধিষ্ঠিত অসমীয়া ব্যক্তিসকলৰ নাম উল্লেখ কৰা হৈছে। বৰ্তমানলৈকে ৬ গৰাকী অসমীয়াই ভাৰতৰ আন ৰাজ্যত ৰাজ্যপাল হৈ কাৰ্যনিৰ্বাহ কৰিছে। তলৰ তালিকাত তেওঁলোকৰ নাম কাৰ্যনিৰ্বাহ কৰা চনৰ ক্ৰমত উল্লেখ কৰা হল।

অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা

অসমৰ সাহিত্যিকসকলৰ তালিকা অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা অসমৰ ৰাজ্যপালসকলৰ তালিকা অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা

অসমৰ জিলাসমূহ

ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হল - জিলা উপায়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দ্বায়িত্ব বহন কৰা জিলা ন্যায়াধীশৰ কাৰ্যালয় সমূহ আৰু ৰাজহ সংগ্ৰহৰ দ্বায়িত্বত থকা ৰাজহ বিষয়া সকলৰ সমন্বয় ৰক্ষা কৰা। সাধাৰণতে ভাৰতীয় প্ৰশ ...

অসমৰ নগৰ-মহানগৰসমূহৰ তালিকা

অসমৰ নগৰ-মহানগৰসমূহৰ তালিকাত জিলা ভিত্তিক অসমৰ পৌৰ নগৰ সমূহক সূচীভূক্ত কৰা হৈছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যখনত ২৭ খন জিলা, ৫৮ টা মহকুমা আৰু ৮৩ খন নগৰ আছে। মহানগৰ অসমত মাত্ৰ এখনেই আৰু সেইখন হৈছে গুৱাহাটী মহানগৰ । ৰাজ্যখনত মুঠ জনস ...

অসমৰ নদীসমূহৰ তালিকা

অসমৰ বুকুত নদী, উপনৈ, জান, জুৰি, লুইতৰ পৰা বৰাকলৈ, দিখৌৰ পৰা সোৱণশিৰিলৈ এই নদ-নদী বোৰ অসমৰ মানুহৰ সভ্যতা-সংস্কৃতিৰ বাবে বৰ মূল্যবান। অসমৰ সৰু-বৰ বহুত নৈত পানীৰদ্বাৰা ভালে মান জলসিঞ্চন আৰু খোৱা পানী যোগান আঁচনি কাৰ্য্যকৰি কৰা হৈছে। বৰ্ত্তমান বহুত ...

অসমৰ পৰম্পৰাগত খেল-ধেমালি

সমগ্ৰ পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত থকা আমোদ-প্ৰমোদেই হ’ল নানা ধৰণৰ খেল-ধেমালি। সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। অসমৰো সকলো জাতি-জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো খেল-ধেমালি আছে। অসমত প্ৰচলিত কিছুমান জনপ্ৰ ...

অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সামৰি প্ৰকাশ পোৱা বা-বাতৰিক কেন্দ্ৰ কৰি অন্যান্য ভাৰতীয় ভাষাত প্ৰকাশিত বিভিন্ন বাতৰি কাকতসমূহৰ নাম আৰু চমু বৰ্ণনা বৰ্নানুক্ৰমিকভাৱে লিখা হৈছে:-:-

অসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকা

চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰটি "অসম শক্তি উৎপাদন নিগম লিমিটেড পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ"এ ২০০৮ চনৰে পৰা ৭৪-২৬ ব্যক্তিগত-ৰাজহুৱা ভাগৰ ভিত্তিত ব্যক্তিগত খণ্ডৰ যোগেদি উন্নয়ন কৰি পুনৰ চলাচল কৰোঁৱাবৰ বাবে চেষ্টা চলাই আহিছে যদিও এতিয়ালৈকে সেই ...

অসমৰ বিলসমূহৰ তালিকা

বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়। কেন্দ ...

অসমৰ মাছ

বাকলি থকা ডাঙৰ মাছৰ ভিতৰত সচৰাচৰ পোৱা মাছবোৰ হ’ল- ৰৌ, বাহু, মিৰিকা, চিতল, মালি, ইলিচ, খৰীয়া, পিঠিয়া, শ’ল, শাল, শিলঘৰীয়া, নাদনী আদি। অলপ মজলীয়া আকাৰৰ মাছবোৰ হ’ল-ভাঙন, গৰৈ, চেঙা,চেঙেলী, বামী, তোৰা, গেদগেদী, কুচীয়া, বৰলীয়া, কলীয়াজৰা, কুঢ়ি, গ ...

অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ Regional Agricultural Research Station, Titabar টোকোলাই চাহ গৱেষণা কেন্দ্ৰ Tocklai Experimental Station, যোৰহাট উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, North East Institute of Science and Technology, NEIST, ...

অসমৰ সংগীত

উত্তৰ-পূব ভাৰতৰ অসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীতসমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীতসমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, ...

অসমৰ সত্ৰসমূহৰ তালিকা

মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। বৰদোৱাৰ পিছতে শংকৰদেৱে আহোম ৰজাৰ ৰোষত পৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি ধুৱাহাট বেলগুৰিত সত্ৰ প্ৰতিষ্ঠা কৰে। তাৰপিছত দক্ষিণ পাৰত ক্ষেত্ৰী, কাপালত, চুণপোৰা, পালেদি, কমাৰকুছি আদি ...

অসমৰ সাহিত্যিকসকলৰ তালিকা

অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা অসমৰ ৰাজ্যপালসকলৰ তালিকা অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা

অসমৰ ৰাজনীতি

The political structure of Assam in India is headed by the ceremonial post of the Governor. He is assisted by a council of ministers, headed by the Chief Minister, who are members of the Assam Assembly. In recent years the Governor has become mor ...

অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকা

এই তালিকাখন ভাৰতৰ ৰাজ্য অসমত অৱস্থিত ভাৰতৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকা যিখন ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে।

গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকা

গৱেষণা ৰ সংজ্ঞা: জে ফ্ৰেন্সিছ ৰুমেলৰ মতে গৱেষণা হল এনে এক প্ৰকাৰৰ প্ৰচেষ্টা, যাৰ জৰিয়তে জ্ঞানৰ আৱিষ্কাৰ, জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ সত্য প্ৰতিপন্ন কৰা হয়৷ উদ্দেশ্য আৰু গঠনৰ দিশৰ পৰা গৱেষণাৰ গোটেই প্ৰক্ৰিয়াটোৱেই হল সত্যান্বেষণৰ প্ৰক্ৰিয়া৷ গৱেষণা ...

প্ৰবীণা শ‍ইকীয়া বঁটা

যশস্বী লেখিকা প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সংস্থাৰ উদ্যোগত আৰু প্ৰবীণা শইকীয়াৰ স্বামী চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ সহযোগত মহিলা সাহিত্যিকক এই বঁটা প্ৰদান কৰা হৈছিল৷ ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত নগদ ১০,০০০ টকা, এখন প্ৰশস্তিপত্ৰ আৰু এটা ফ ...

বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ২০০৫ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে মংগলসিং হাজোৱাৰীয়ে তেওঁৰ কাব্য সংকলন জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ "-ৰ বাবে।

বিষ্ণু ৰাভা বঁটা

বিষ্ণু ৰাভা বঁটা অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা এক সন্মানজনক বঁটা। অসম চৰকাৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত এই বঁটা অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ ...

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৪-১৫)

২০১২ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা ২০১৩-১৪ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা ২০১১ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৫-১৬)

২০১১ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা ২০১৪-১৫ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা ২০১২ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা ২০১৩-১৪ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা

লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা

ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা তলত দিয়া হৈছে। এই তালিকাত কাৰাবাস খটা আৰু নখটা সকলো অংশগ্ৰহণকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে। ২০০১-২০০২ বৰ্ষত লখিমপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ বুৰঞ্জী সংকলন সমিতিৰ সম্পাদক ...

শ্ৰীমন্ত শংকৰদেৱ বঁটা

অসম চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি বিশ্বৰ জনমানসৰ আগত দাঙ ...

সাপ

সাপ বা সৰ্প উপাংগবিহীন এক প্ৰকাৰ সৰীসৃপ। পৰম্পৰা আৰু অবৈজ্ঞানীকগতভাৱে সাপ বুলিলে জেঠীজাত জীৱকো বুজায়, যেনে গুইসাপ, কেকোসাপ আদি, মানে সকলো ইস্কুৱামাটাকে বুজায়। বৈজ্ঞানিক শ্ৰেণীবিন্যাস অনুযায়ী, প্ৰাণী জগতৰ, কৰ্ডাটা পৰ্বৰ, মেৰুদণ্ডী উপপৰ্বৰ,সৰোপ্ ...

১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত প্ৰথম অসমীয়া ছবি জয়মতী। চিত্ৰলেখা মুভিটোনৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভ ...

১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

জাহ্নু বৰুৱা মুক্তিপ্ৰাপ্ত অসমীয়া ছবি উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী, ১ এপ্ৰিল, ২০১২ সংখ্যা

ৰাজ্যিক চলচ্চিত্ৰ বঁটা

১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ নিৰ্মিত অসমীয়া কাহিনী আৰু অ-কাহিনী ছবিৰ মাজত ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০০৪ প্ৰদান কৰা হয়। বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয় ১৩ এপ্ৰিল, ২০০৫ তাৰিখে।

অ-পদাৰ্থ

অ-পদাৰ্থ হৈছে অসমীয়া কবি-সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা লিখিত এখনি কল্প-বিজ্ঞানধৰ্মী উপন্যাস। উপন্যাসখন ১৯৮২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।

অগ্নিৰ ডেউকা

অগ্নিৰ ডেউকা: ড॰ এ. পি. জে. আব্দুল কালামৰ আত্মকথা হল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড॰ এ. পি. জে. আব্দুল কালামৰ আত্মজীৱনী। অৰুণ তিৱাৰীৰ সহযোগত ৰচিত এই আত্মজীৱনীখন প্ৰথমে প্ৰকাশ পাই ১৯৯৯ চনত। কালামৰ আত্মকথাখনত তেখেতৰ বাল্যকাল, ছাত্ৰজীৱন আৰু কৰ্মজীৱন, উ ...

অঘৰী আত্মাৰ কাহিনী

অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক হৈছে চৈয়দ আব্দুল মালিক। অসমীয়া সাহিত্যত এখন সামাজিক উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬৯ চনত। চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’ হৈছে ১৯৭২ চনত সাহিত্য অকাডেমি ...

অদম্য শক্তি

অদম্য শক্তি ২০১১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি বঁটা বিজয়ী গ্ৰন্থ। ২০০৬ চনত প্ৰকাশিত ড॰ এ পি জে আব্দুল কালামৰ "ইন্‌ডমিটেব্‌ল্‌ স্পিৰিট" নামৰ গ্ৰন্থখনৰ অনুবাদ হৈছে অদম্য শক্তি। গ্ৰন্থখনৰ অনুবাদক সুৰেশ শৰ্মা। অদম্য শক্তি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ...

অনুৰাধাৰ দেশ

অনুৰাধাৰ দেশ উৰিষ্যাৰ বংগোপসাগৰৰ তৈল অনুসন্ধান ক্ষেত্ৰৰ পটভূমিত ৰচিত এখন ভিন্নধৰ্মী অসমীয়া উপন্যাস। উপন্যাসখনৰ লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। ই দেৱচৌধুৰীৰ প্ৰথমখন উপন্যাস। অনুৰাধাৰ দেশ ৰ বাবে লেখকে ১৯৯৩ চনৰ বিষ্ণুৰাভা বঁটা লাভ কৰে। প্ৰথমাৱস্থাত ...

অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ

অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ হৈছে হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত ২০০১ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা এখন প্ৰবন্ধ সংকলনখন। ১৮২২ চনৰ ২৭ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ লুই পেষ্টিঅ’ৰই কেনেকৈ বিভিন্ন আৱিষ্কাৰৰ মাধ্যমেৰে মানুহৰ ...

অন্তৰীপ (উপন্যাস)

অন্তৰীপ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ১৯৭৯ চনত লিখিবলৈ আৰম্ভ কৰা উপন্যাসখন ৰামধেনু নামৰ আলোচনীত তিনিটা সংখ্যাত তিনিছোৱা প্ৰকাশ পোৱাৰ পাছত লিখাৰ কাম বন্ধ হয়। প্ৰান্তিক নামৰ আলোচনীত ১৯৮২ চনৰ ১৬ এপ্ৰিলৰ সংখ্যাৰ পৰা সেই তিনিছোৱা ...

অন্য যুগ অন্য পুৰুষ

অন্য যুগ অন্য পুৰুষ হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৭০ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন তেখেতৰ সাহিত্যিক জীৱনৰ প্ৰথমখন উপন্যাস বুলি গণ্য কৰা হয়।

অয়নান্ত

অয়নান্ত হ’ল অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ অৰূপা পটঙ্গীয়া কলিতাৰ ভাৰতীয় ভাষা পৰিষদৰ পুৰস্কাৰপ্ৰাপ্ত এখন উপন্যাস। এই উপন্যাসখনক ১৯৯৪ চনত প্ৰথমে প্ৰকাশ কৰে লয়াৰ্ছ বুক ষ্টল প্ৰকাশনে। এই উপন্যাসখন হিন্দী আৰু ইংৰাজী ভাষালৈও অনূদিত হৈছে। ইংৰাজীলৈ ৰঞ ...

অলকানন্দা

অলকানন্দা হৈছে অসমীয়া কবি-সাহিত্যিক নলিনীবালা দেৱীৰ এখনি কাব্যগ্ৰন্থ। ১৯৬৭ চনত প্ৰকাশিত এই কাব্যগ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

অশান্ত ইলেকট্ৰন

অশান্ত ইলেকট্ৰন হৈছে সৌৰভ কুমাৰ চলিহাৰ এখন জনপ্ৰিয় গল্পপুথি। ১৯৬২ চনত প্ৰথম প্ৰকাশ পোৱা গল্প সংকলখন চলিহাই তেখেতৰ ভাগিন, গণিতজ্ঞ জ্যোতিপ্ৰসাদ মেধিলৈ উৎসৰ্গা কৰিছে।

অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ

অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাৰ দ্বাৰা লিখিত এখন চলচ্চিত্ৰ সমালোচনাৰ গ্ৰন্থ। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০০১ চনৰ জানুৱাৰী মাহত প্ৰকাশিত হৈছিল। প্ৰথমাৱস্থাত কলা-বগা ৰূপত প্ৰকাশ পোৱা কি ...

অসমীয়া জাতীয় অভিধান

অসমীয়া জাতীয় অভিধান এখন সামুদায়িক অভিধান। ইয়াত গোৱালপৰীয়া, কামৰূপী, দৰঙী আদি অসমীয়া ভাষাৰ সকলোবোৰ উপভাষা আৰু সিবোৰৰ ঠাল-ঠেঙুলিবোৰৰ শব্দবোৰো সংকলিত হৈছে। ইয়াত চৰ অঞ্চল অৰু চাহ বাগিচাৰ ভাষাৰো বহু শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। এই অভিধানত জনজাতীয ...

অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা

অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা হৈছে ড॰ হীৰেন গোহাঁইৰ দ্বাৰা ৰচিত গ্ৰন্থ। এই গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। এই গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।

অসমীয়া ব্যাকৰণ প্ৰৱেশ

অসমীয়া ব্যাকৰণ প্ৰৱেশ হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা এখন অসমীয়া ভাষাৰ ওখ খাপৰ ব্যাকৰণ। ২০০০ চনৰ নৱেম্বৰ মাহত এই ব্যাকৰণখন প্ৰকাশ কৰে বীণা লাইব্ৰেৰী প্ৰকাশনে। ব্যাকৰণখনত মুঠ ১৮টা অধ্যায় আছে।

অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ

অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন ব্যাকৰণধৰ্মী গ্ৰন্থ। ১৯৭৫ চনৰ মে মাহৰ ৪ তাৰিখৰ পৰা লিখিবলৈ আৰম্ভ কৰা এই গ্ৰন্থখন ১৯৮৭ চনত আৰ. চি. ভঁৰালীয়ে প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ দ্বিতীয়টি সংস্কৰণ বীণা লাই ...