ⓘ Free online encyclopedia. Did you know? page 35

চৰিত পুথি

চৰিত পুথি হৈছে শঙ্কৰোত্তৰ যুগৰ এক প্ৰকাৰৰ সাহিত্য। বৈষ্ণৱ গুৰু শংকৰদেৱ, মাধৱদেৱ,হৰিদেৱ,দামোদৰদেৱৰ জীৱন চৰিত্ৰক কেন্দ্ৰ কৰি তেওঁ লোকৰ শিষ্য সকলে এই জীৱনীমূলক সাহিত্যৰ ৰচনা কৰিছিল। এইদৰে গুৰুৰ গুণ-গৰিমা তথা জীৱন দৰ্শনৰ ওপৰত শিষ্যৰ দ্বাৰা সাহিত্য ৰচ ...

নগেন্দ্ৰ নাথ ভট্টাচাৰ্য্য

অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা নগেন্দ্ৰ নাথ ভট্টাচাৰ্য্য নলবাৰী জিলা|নলবাৰী সমাজ জীৱনৰ এটি পৰিচিত নাম। ভট্টাচাৰ্য্যই সাহিত্য চৰ্চাত দেৰিকৈ হাত দিলেও তেখেতে ইতিমধ্যে কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, জীৱনী, স ...

নামঘোষা

নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী। নামঘোষা প্ৰায ...

পাঁচালী

পাঁচালী হৈছে মুখ পৰম্পৰাৰে প্ৰচলিত হৈ অহা এক গীতি কাব্য। মুখে মুখে প্ৰচলিত হৈ অহা এই কাব্যই ১৫-১৬ শতিকাৰ অসমীয়া কবি মনকৰ, দুৰ্গাবৰ কায়স্থ আদিৰ দ্বাৰা লিখিত ৰূপ লাভ কৰিছে। পাঁচালী সাহিত্যক পাঞ্চালী বুলিও কোৱা হয়।

প্ৰহ্লাদ চৰিত্ৰ

দ্বিজ কবিৰত্নই সপ্তম স্কন্ধ ভাগৱতত প্ৰহ্লাদ চৰিত্ৰভাগ উল্লেখ কৰিছে। অন্যহাতে ভাগৱতৰ অধ্যায়ৰ আধাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্ত্তনত প্ৰহ্লাদ চৰিত্ৰভাগৰ চৰিত্ৰবিলাক উল্লেখ কৰিছে।

বধকাব্য

বধকাব্য হৈছে এক প্ৰকাৰৰ কাব্য সাহিত্য। বধকাব্য সমূহৰ লক্ষ্য উদ্দেশ্য হৈছে অন্যায়, অশান্তি, আৰু আসুৰিক শক্তিৰ প্ৰতিনিধি, অপৰাজেয় দৈত্য-দানৱৰ মৃত্যু প্ৰদৰ্শন কৰা। এই বধকাব্য সমূহৰ লেখক বিভিন্নজন। ৰাম সৰস্বতী এই সকলৰ ভিতৰত অন্যতম। তেওঁ মূল মহাভাৰত ...

বৈষ্ণৱ সাহিত্য

মহাপুৰুষ শ্ৰী শ্ৰী মন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নিজৰ সাহিত্য, কৃষ্টি সংস্কৃতি নিদৰ্শনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পাছৰ ভকত বৈষ্ণৱ সকলে যি ভগৱন্তৰ গুণ গৰিমা গাই উত্তৰাধিকাৰী সকলৰ জ্ঞানৰ অৰ্থে যি নীতি শাস্ত্ৰ লিখি থৈ গৈছে বা যি লিখি আছে, তেনে শাস্ত্ৰ বা প ...

ভূপেন হাজৰিকাৰ সাহিত্য

ব্যক্তিগত প্ৰতিভাৰে বিশ্ববিয়পা খ্যাতি লাভ কৰা বিশাল ব্যক্তিত্বৰ সংগীতৰ মহাসাধক ভূপেন হাজৰিকা জনপ্ৰিয়তাৰ শীৰ্ষ স্তৰত উপনীত হৈ জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ-বণিতাৰ মৰম, দয়া আৰু কৰুণা আদায় কৰিবলৈ সক্ষম হৈছিল। ব্যক্তিগত জীৱনৰ বহুতো তিতা-টে ...

মামণি ৰয়ছম গোস্বামীৰ উপন্যাস

মামণি ৰয়ছম গোস্বামী অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেওঁ‌ৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী । সততে মামণি বাইদেউ হিচাবে তেওঁ‌ক জনা যায়। গোস্বামীয়ে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱে ...

অসমীয়া সাহিত্যত মালিতা

মালিতা বা কাহিনী-গীতসমূহ সমাজ জীৱন আৰু সাহিত্যৰ এটা অঙ্গ। সমগ্ৰ বিশ্বতে বিভিন্ন ভাষাৰ কাহিনী-গীত প্ৰচলিত আছে। এনেবোৰ গীতক বেলাড বোলা হয়। ফ্ৰান্স ভাষাৰ" বেলাৰে” শব্দৰ পৰা এই শব্দৰ উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ’ল "নৃত্য"। অৰ্থাৎ নৃত্যৰ লগত সঙ্গতি ৰাখি ...

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান

পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও এজন বুলি কোৱা হয়। ; অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে তেওঁৰ দখল আছিল। কবিতা,গল্প,উপন্যাস,ৰস ৰচনা,সমালোচনা সাহিত্য,সাধুকথা ...

আমাৰ সোনাৰ বাংলা

আমাৰ সোনাৰ বাংলা গানটো হৈছে বাংলাদেশৰ জাতীয় সঙ্গীত। এই গানটোৰ ৰচনা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ। ১৯০৫ খ্ৰীষ্টাব্দৰ বংগ-ভংগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই গানটো ৰচনা কৰা হৈছিল। ১৯৭২ খ্ৰীষ্টাব্দত এই গানটোৰ প্ৰথম দহ শাৰী সদ্যগঠিত গণপ্ৰজাতন্ত্ৰী বাংলাদেশৰ জাতী ...

ফেলুদা

প্ৰদোষচন্দ্ৰ মিত্ৰ ওৰফে ফেলুদা সত্যজিৎ ৰায়ৰ সৃষ্ট বঙালী সাহিত্যৰ এটি জনপ্ৰিয় কাল্পনিক ৰহস্যসন্ধানী চৰিত্ৰ। ১৯৬৫ চনৰ ডিচেম্বৰ মাহৰ সন্দেশ আলোচনীত ফেলুদা চিৰিজৰ প্ৰথম গল্প"ফেলুদাৰ গোয়েন্দাগিৰি" প্ৰকাশিত হয়। ১৯৬৫ ৰ পৰা ১৯৯৭ পৰ্যন্ত এই চিৰিজৰ মুথ ...

বনলতা সেন (কবিতা)

বনলতা সেন বঙালী ভাষাৰ অতি জনপ্ৰিয় কবিতাসমূহৰ মাজত অন্যতম। কবিতাটোৰ ৰচয়িতা বিংশ শতাব্দীৰ আধুনিক বাঙালী কবি জীবনানন্দ দাস। এইটো প্ৰধানত এটি ৰোমান্তিক গীতি কবিতা হিচাবেই সমাদৃত। ১৯৯৯ খ্ৰীষ্টাব্দত কবিৰ জন্ম শতবাৰ্ষিকীত ঢাকা চহৰৰ ১০০০ কলেজত পঢ়া ছাত ...

বেউলা

বেউলা বা বেহুলা প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগলৰ প্ৰধান চৰিত্ৰ, শিৱ পুৰাণ আদিৰ চান্দ সদাগৰৰ অন্যতম পুত্ৰ লখিন্দৰৰ পত্নী।

সত্যজিৎ ৰায়ৰ সাহিত্যকৰ্ম

সত্যজিৎ ৰায় এজন বিখ্যাত বঙালী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ বঙালী সাহিত্যত তেখেতৰ অৱদানৰ বাবেও বিখ্যাত। তেখেতৰ সৃষ্ট বিখ্যাত চৰিত্ৰ হল ৰহস্যসন্ধানী ফেলুদা আৰু বৈজ্ঞানিক প্ৰফেচৰ শঙ্কু। তেওঁ এই দুই চৰিত্ৰৰ ওপৰিও অনেক চুটি উপন্যাস আৰু চুটি গ ...

হাংৰি আন্দোলন

হাংৰি আন্দোলন হৈছে বঙালী সাহিত্যৰ ৰূপত আত্মপ্ৰকাশ কৰা এক অল্পম্যাদী প্ৰতিবাদী সামাজিক আন্দোলন। বিংশ শতিকাৰ ষাঠিব দশকত বংগদেশত কেবাটাও সাহিত্য - শিল্প আন্দোলন হেছিল, যেনে শ্ৰুতি, শাস্ত্ৰবিৰোধী, ধ্বংসকালীন, নিমসাহিত্য আৰু হাংৰি আন্দোলন। সেই আন্দোলন ...

উপনিষদ

উপনিষদ সমূহ হিন্দু ধৰ্মৰ প্ৰধান শাস্ত্ৰ বেদৰ শেষাংশ বুলিব পাৰি। হিন্দু ধৰ্মৰ আদি আৰু প্ৰধান শাস্ত্ৰ বেদ চাৰি ভাগত বিভক্ত। প্ৰতিখন বেদৰে তিনিটা ভাগ থাকে। সেয়া হ’ল সংহিতা বা মন্ত্ৰ, ব্ৰাহ্মণ আৰু আৰণ্যক। ইয়াৰে আৰণ্যকৰ শেষাংসক উপনিষদ বোলা হয়। বেদৰ ...

দেৱী ভাগৱত

দেৱী ভাগৱত বা দেৱী পুৰাণ হৈছে হিন্দু ধৰ্মৰ এখন গ্ৰন্থ, মুলত উপপুৰাণ। শক্তি উপাসনাক গুৰুত্ত্ব প্ৰদান কৰা এই গ্ৰন্থ খনত বৈষ্ণৱবাদ আৰু শৈৱ পৰম্পৰাও উল্লেখ আছে। সৰ্বমুঠ ১২টা স্কন্দ্ব আৰু ৩১৮ টা অধ্যায়ৰ দেৱী ভাগৱতে নিজকে মহাপুৰাণ বুলি গণ্য কৰিছে। শাক ...

দেৱীমাহাত্ম্যম্

দেৱীমাহাত্ম্যম,হৈছে সনাতন হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ ;এই পুথিখনৰ অন্য জনপ্ৰিয় নামসমূহ হল:দূৰ্গা সপ্তশতী আৰু শ্ৰীশ্ৰী চণ্ডী। ১৩টা অধ্যায়ৰ মুল চণ্ডীখন মাৰ্কেণ্ডয় পুৰাণৰ অন্তৰ্গত;ইয়াৰ উপৰিও দেৱী ভাগৱতত দেৱী মাহাত্ম্যক বিস্তৃত ভাবে বৰ্ণনা কৰা ...

ন্যায়সূত্ৰ

ন্যায়সূত্ৰ হৈছে এক প্ৰাচীন ভাৰতীয় দৰ্শন শাস্ত্ৰ। ভাৰতীয় আস্তিক দৰ্শন পৰম্পৰাৰ অন্যতম এই ন্যায়দৰ্শনৰ প্ৰণেতা মহৰ্ষি অক্ষপাদ্ গৌতম । ন্যায়দৰ্শনৰ আধাৰগ্ৰন্থ "ন্যায়সূত্ৰ"। ন্যায়সূত্ৰসমূহ ২য় খ্ৰীষ্টাব্দত বিৰচিত কৰা হৈছিল যদিও পাচত অনেক প্ৰক্ষে ...

পুৰাণ

পুৰাণ সমূহ হ’ল ধৰ্মমূলক উপাখ্যান থকা ওঠৰখন ভাৰতীয় শাস্ত্ৰ। অতি প্ৰাচীনকালৰ প্ৰসিদ্ধ ব্যক্তি আৰু সমাজ, ধৰ্ম আদিৰ অৱলম্বনত পুৰাণৰ কাহিনী সমূহ ৰচনা কৰা হৈছে। বহল ভাষাত, যি গ্ৰন্থত দেৱতা, অসুৰ, গন্ধৰ্ব, যক্ষ, মানুহ আদিৰ বৃত্তান্ত আৰু সৃষ্টি বিৱৰণ, ব ...

ভক্তি ৰত্নাকৰ

ভক্তি ৰত্নাকৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখনি এক-শৰণ ধৰ্মীয় গ্ৰন্থ। এই মূল্যৱান গ্ৰন্থখনি শংকৰদেৱে কামৰূপ কোঁচ ৰাজ্যত থাকোঁতে ৰচনা কৰিছিল; গ্ৰন্থখনিত ভাগৱত পুৰাণৰ নৱধা-ভক্তি আৰু গীতাৰ এক-শৰণ তত্ত্বক আন ধৰ্মীয়গ্ৰন্থৰ ...

ভক্তিবিবেক

ভক্তিবিবেক হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা চমুকৈ ভট্টদেৱে সংস্কৃত ভাষাত লিখা এখনি ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনৰ ৰচনাকাল ১৫৪৩ শক। ভক্তিবিবেকত মুঠ পোন্ধৰটা পৰিচ্ছেদ আছে আৰু তাৰ শ্লোকবোৰ ভট্টদেৱে ভাগৱত পুৰাণ, মহাভাৰত আৰু আন গ্ৰন্থৰ পৰা ...

স্তন কৰ

স্তন কৰ ট্ৰেভেংকৰ ৰাজ্যত নিম্ন জাতি আৰু অস্পৃশ্য হিন্দু মহিলাসকলৰ ওপৰত ১৯২৪ চনলৈকে আৰোপিত এক কৰ আছিল। নিম্ন বৰ্ণৰ মহিলাসকলে স্তন বৰ্ধনৰ লগে লগে ৰাজহুৱা স্থানত স্তনযুগল ঢাকি ৰাখিবৰ বাবে চৰকাৰক এই কৰ পৰিশোধ কৰিবলগীয়া হৈছিল। নিম্ন বৰ্ণৰ পুৰুষসকলে ত ...

অসম গ্ৰামীণ বিকাশ বেংক

অসম গ্ৰামীণ বিকাশ বেংক হৈছে অসমৰ এটা ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ২০০৬ চনৰ ১২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ এক অধিসূচনা যোগে চাৰিটা গ্ৰামীণ ক্ষেত্ৰৰ বেংক ক্ৰমে প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক, লখিমী গাঁৱলীয়া বেংক, কাছাৰ গ্ৰামীণ বেংক আৰু সোৱণশিৰি ...

ক্ষেত্ৰীয় গ্ৰামীণ বেংক

ক্ষেত্ৰীয় গ্ৰামীণ বেংক ভাৰতবৰ্ষৰ একপ্ৰকাৰৰ বেংক ব্যৱস্থা। ১৯৭৬ চনৰ ক্ষেত্ৰীয় গ্ৰামীণ বেংক আইনৰ অধীনত ক্ষেত্ৰীয় গ্ৰামীণ বেংক বা আঞ্চলিক গাঁৱলীয়া বেঙ্ক স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এখন বা একাধীক প্ৰশাসনীক জিলা এলেকাৰ, সামগ্ৰীক ভাবে একেধৰণৰ অৰ্ ...

প্ৰচেষ্টা (বিত্তীয় প্ৰতিষ্ঠান)

অসমৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত প্ৰচেষ্টা অন্যতম। অসমৰ মহিলাসকলৰ উন্নয়নৰ বাবে সৰ্বতোপ্ৰকাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে এই অনুষ্ঠানটোৱে আৰম্ভণিৰেপৰা চেষ্টা কৰি আহিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংক

ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান আৰু ই ভাৰতীয় টকাৰ মুদ্ৰা নীতি নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন ১৯৩৪-ত সন্নিৱিষ্ট ব্যৱস্থা অনুসৰি ১৯৩৫ চনৰ ১ এপ্ৰিলত ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা কৰা ...

অগ্নিগড়

অগ্নিগড় হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। অগ্নিগড়ৰ সংৰক্ষণৰ বাবে ১৯২৮ ...

অসম প্ৰদেশ

অসম প্ৰদেশ ব্ৰিটিছৰ অন্তৰ্গত ভাৰতত ১৯১২ চনত পূৰ্ব বংগ আৰু অসমৰ বিভাজনৰ সময়ত গঠন কৰা এখন প্ৰদেশৰ নাম আছিল।ইয়াৰ ৰাজধানীৰ নাম শ্বিলং আছিল। অসমক প্ৰথম বাৰৰ বাবে বঙালৰ পৰা ১৮৭৪ চনত নৰ্থ-ইষ্ট ফ্ৰণ্টিয়ৰ প্ৰদেশ হিচাপে পৃথক কৰা হৈছিল।১৯০৫ চনত ইয়াক পূৰ ...

অসমৰ ছপাশাল

আমেৰিকাৰ মিছনেৰী সকলৰ উদ্যোগত অসমীয়া ভাষাত ছপাগ্ৰন্থ প্ৰকাশৰ আৰম্ভণি হয়। ১৮১৩ চনত আত্মাৰাম শৰ্মা অনূদিত অসমীয়া বাইবেল প্ৰথম অসমীয়া ভাষাৰ ছপাগ্ৰন্থ। এই গ্ৰন্থখন শ্ৰীৰামপুৰৰ মিছনেৰী ছপাশালত মুদ্ৰণ কৰা হৈছিল। ইয়াৰ পাছতে ১৮৪০ চনত মিছনেৰী সকলে অস ...

অসুৰৰ আলিৰ সন্ধি

অসুৰৰ আলিৰ সন্ধি ১৬৩৯ চনৰ ফেব্ৰুৱাৰী মাহত মোগল সম্ৰাজ্যৰ ফৌজদাৰ আল্লাহ য়াৰ খান আৰু আহোম ৰাজ্যৰ মোমাই তামুলী বৰবৰুৱাৰ মাজত স্বাক্ষৰিত হৈছিল। ১৬১৫ চনৰ পৰা কেইবাবাৰো মোগলে আহোমক আক্ৰমণ কৰি অসম নিজৰ অধীনলৈ আনিবলৈ কৰা বিফল চেষ্টাৰ পিছত ১৬৩৮ চনৰ নৱেম্ ...

আহোম-মোগলৰ সংঘৰ্ষ

আহোম-মোগলৰ সংঘৰ্ষ বুলিলে আহোম ৰাজ্যত প্ৰথমবাৰ ১৬১৫ চনত হোৱা মোগলৰ আক্ৰমণৰ পৰা ১৬৮২ চনৰ শেষ ৰণ অৰ্থাৎ ইটাখুলিৰ যুদ্ধলৈকে গোটেই সময়ছোৱাকে সামৰি লোৱা হয়। এই সময়ছোৱাত দুয়োপক্ষৰে সলনা-সলনিকৈ ক্ষমতা লাভৰ লগতে কোচ হাজোৰ পতন দেখা যায়। সংঘৰ্ষৰ শেষ কা ...

ইটাখুলিৰ ৰণ

ইটাখুলিৰ ৰণ ১৬৮২ চনত আহোম ৰাজ্য আৰু মোগল সম্ৰাজ্যৰ মাজত গুৱাহাটীত সংঘটিত হৈছিল। আহোমসকলে এই যুদ্ধত মোগলৰ বিৰুদ্ধে জয় লাভ কৰে। আহোম সৈন্যয়ে মোগল সকলক পিছ হুহুকাই পশ্চিমৰ মানস নদীৰ পৰ্যন্ত খেদি দিয়ে। ইটাখুলিৰ ৰণৰ ফলত মানস নদী আহোম আৰু মোগলৰ সীমা ...

ইয়াণ্ডাবু সন্ধি

ইয়াণ্ডাবু সন্ধি প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰপৰা ছাৰ আৰ্চিবল্ড কেম্পবেল আৰু ব্ৰহ্মদেশৰ ফালৰপৰা লেগাইৰ ৰাজ্যপাল মহা মিন লা কিয় টিন-এ এই সন্ ...

উমাচল শিলালিপি

উমাচল শিলালিপি অসমত বৰ্তমানলৈ আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি শিলালিপি। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ এই শিলালিপি গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূব ঢালৰ উমাচল পাহাৰত আৱিষ্কৃত হৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই শিলালিপি দৃষ্টিগোচৰ হৈছিল। শিলালিপিখনত বৰ্মন ...

ঔপনিৱেশিক অসম

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়। অসম অধিকাৰ কৰাৰ পাছত অসম উপত্যকা পোন প্ৰথমে বঙ্গৰ কমিচনাৰ ডেভিড স্কটৰ তলত ৰাখে। মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰি দেশত শান্তি স্থাপন কৰাৰ সময়ছোৱালৈকে সময়ছোৱালৈকে ডেভিড স্কটৰ হাততেই ...

কমতাপুৰ

কমতাপুৰ ৰাজ্য ত্ৰয়োদশ শতিকাত পাল ৰাজবংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত গঠিত হৈছিল। কমতা ৰাজ্যৰ উত্থানৰ লগে লগে অসম বুৰঞ্জীৰ প্ৰাচীন যুগ শেষ হয় আৰু মধ্য যুগ আৰম্ভ হয়। এই অঞ্চলৰ শেষ শাসক আছিল খেন বংশ। কোচসকলে নিজকে কমতেশ্বৰ কমতাৰ শাস ...

কল্যাণ বৰ্মা

কল্যাণ বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ চতুৰ্থজন ৰজা আছিল। এওঁ বল বৰ্মা আৰু ৰত্নাৱতীৰ পুত্ৰ আছিল। এওঁ ৪২২ খ্ৰীষ্টাব্দৰ পৰা ৪৪৬ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ গন্ধৰ্বৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত গণপতি বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

কানাই বৰশী বোৱা শিলালিপি

অসমীয়া লিপি উত্তৰ পূব ভাৰত কোচ ৰাজ্যৰ এটা স্বতন্ত্ৰ্য লিপি । ইয়াৰ মূল ব্ৰাহ্মী আৰু তাৰ বিকশিত ৰূপ গুপ্ত লিপি বুলি নিৰ্দ্ধাৰণ কৰা হৈছে। অসমীয়া লিপিটো অসমৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা শিলালেখ তথা তামৰ ফলিসমূহত ব্যৱহৃত লিপিৰ বিকাশপ্ৰাপ্ত এক ৰূপ। ই ...

কামৰূপ পীঠ

কামৰূপ পীঠ হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ পীঠ বা ভৌগোলিক বিভাজন। কামৰূপ ৰাজ্যক চাৰিখন পীঠত ভাগ কৰা হৈছিল। এই পীঠসমূহৰ বিভাজন বিভিন্ন উৎসত সামঞ্জস্যপূৰ্ণ নহয় কিন্তু সকলো উৎসতে চাৰিখন পীঠৰ উল্লেখ পোৱা যায়। এই পীঠসমূহৰ বিষয়ে সমসাময়িক কালৰ কোনো কামৰূ ...

কামৰূপ ৰাজ্য

কামৰূপ অসমৰ প্ৰথম ঐতিহাসিক ৰাজ্য যিখন ৩৫০ চনৰ পৰা ১১৪০ চনলৈ প্ৰায় ৮০০ বছৰ বৰ্তি আছিল। ইয়াক প্ৰাগজ্যোতিষ বুলিও কোৱা হৈছিল। এই ৰাজ্য মুঠ তিনিটা ৰাজবংশই তেওঁলোকৰ ৰাজধানী বৰ্তমানৰ গুৱাহাটী আৰু তেজপুৰৰ পৰা শাসন কৰিছিল। সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী উপত্যকা, ...

কুমাৰ ভাস্কৰ বৰ্মা

কুমাৰ ভাস্কৰ বৰ্মা কামৰূপ ৰাজ্যত ৰাজত্ব কৰা বৰ্মণ ৰাজবংশৰ ৰজাসকলৰ মাজত প্ৰসিদ্ধ আছিল। তেওঁৰ ভাতৃ সুপ্ৰতিষ্ঠ বৰ্মাৰ মৃত্যুৰ পিছত ৰাজসিংহাসনত বহে। ভাস্কৰ বৰ্মা চিৰকুমাৰ আছিল। তেওঁৰ কোনো উত্তৰাধিকাৰী নথকাৰ বাবেই তেওঁৰ মৃত্যুৰ পিছত শালস্তম্ভই কামৰূপ ...

কোচ ৰাজবংশ

অসম আৰু বঙ্গৰ কোচ ৰাজবংশ কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশ‍ই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। কোচ ৰাজবংশৰ প্ৰথম ৰজা বিশ্ব সিংহ আৰু তেওঁৰ পুত্ৰদ্বয় পৰৱৰ্তী ৰজা নৰ নাৰায়ণ আৰু সেনাপতি ...

খাচী আৰু জয়ন্তীয়া পাহাৰ

খাচী আৰু জয়ন্তীয়া পাহাৰ পূৰ্বে মূলতঃ অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল। এই অঞ্চল বৰ্তমান ভাৰতীয় ৰাজ্য মেঘালয়ৰ অন্তৰ্গত। পূব জয়ন্তীয়া পাৰ্বত্য জিলা, পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা, পূব খাচী পাৰ্বত্য জিলা আৰু পশ্চিম খাচী পাৰ্বত ...

গড়গাঁও

গড়গাঁও আহোম ৰাজ্যৰ তৃতীয় ৰাজধানী আছিল। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল। বৰ্তমান এই স্থান অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। গড়গাঁও শিৱসাগৰ চহৰৰ পৰা ১৩ কিলোমিটাৰ নিলগত অৱস্থিত। ১৫৪০ চনতে স্বৰ্গদেউ চুক্লেংমুঙে ...

গণপতি বৰ্মা

গণপতি বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ পঞ্চমজন ৰজা আছিল। এওঁ কল্যাণ বৰ্মা আৰু গন্ধৰ্বৱতীৰ পুত্ৰ আছিল। এওঁ ৪৪৬ খ্ৰীষ্টাব্দৰ পৰা ৪৭০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ য়াজিয়াৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত মহেন্দ্ৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহ ...

ঘটোৎকচ

ঘটোৎকচ হিড়িম্বাপুৰৰ ৰজা আছিল। তেওঁৰ পিতৃ আছিল ভীম আৰু মাতৃৰ নাম আছিল হিড়িম্বী। এওঁকেই অসমৰ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হৈ তেওঁ যুদ্ধ কৰিছিল। যুদ্ধত তেওঁ কৌৰৱৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি কৰিছিল। অৱশেষত কৰ্ ...

ঘিলাধাৰী ঘাটৰ সন্ধি

ঘিলাধাৰী ঘাটৰ সন্ধি মোগল সম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত স্বাক্ষৰিত হোৱা সন্ধি। ১৬৬৩ চনৰ ২৩ জানুৱাৰী তাৰিখে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মোগলৰ সেনাপতি মীৰ জুমলায়ে শিৱসাগৰৰ তিপামৰ ওচৰৰ ঘিলাধাৰী ঘাট নামে ঠাইত এই সন্ধিত স্বাক্ষৰ কৰিছিল। এই সন্ধিৰ ...