ⓘ Free online encyclopedia. Did you know? page 36

নাৰায়ণ বৰ্মা

নাৰায়ণ বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ সপ্তম ৰজা আছিল। এওঁ মহেন্দ্ৰ বৰ্মা আৰু ৰাণী সুব্ৰতাৰ পুত্ৰ আছিল। এওঁ ৪৯৪ খ্ৰীষ্টাব্দৰ পৰা ৫১৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁৰ পিছত ভূতি বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

নিধানপুৰ তাম্ৰলিপি

নিধানপুৰ তাম্ৰলিপি বা নিধানপুৰ তাম্ৰশাসন সপ্তম শতিকাৰ কামৰূপ ৰাজ্যৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত জাৰি কৰা তামৰ ফলিত খোদিত তাম্ৰলিপি বা তাম্ৰশাসন। এই তাম্ৰলিপি বা তাম্ৰশাসনত ৰজা ভাস্কৰবৰ্মণে ব্ৰাহ্মণসকলক নিষ্কৰ ভূমি প্ৰদান কৰাৰ বৰ্ণনাৰ সৈতে ...

নীতিপাল

নীতিপাল চুতীয়া ৰাজবংশৰ শেষৰজন ৰজা আছিল। পূৰ্বতে তেওঁৰ নাম নিতাই আছিল। নিতাই এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা আছিল। অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপালে সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে ‘পাল শৱদি ...

পাথৰিঘাট

পাথৰিঘাট, অসমৰ দৰং জিলাৰ অন্তৰ্গত এখন ৰাজহ চক্ৰ। এই ঠাই মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত। ১৮৯৪ চনত হোৱা ওতিহাসিক কৃষক বিদ্ৰোহ "পথৰুঘাটৰ ৰণ"ৰ বাবে এই ঠাই বিখ্যাত। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত বৰ্ধিত কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰায় ১৪ ...

পাল ৰাজবংশ

পাল ৰাজবংশ)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল। প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল। বংগ পাল ৰাজব ...

পুষ্য বৰ্মা

পুষ্য বৰ্মা হৈছে বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা। তেওঁ ৩৫০ খ্ৰীষ্টাব্দত কামৰূপত এই বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সময়তে ব্ৰাহ্মণ সকলৰ প্ৰভাৱ ৰাজ্যখনত বৃদ্ধি পাইছিল। তেওঁ মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ...

পূৰ্ববংগ আৰু অসম

পূৰ্ববংগ আৰু অসম ১৯০৫ৰ পৰা ১৯১২লৈ ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক ভাগ আছিল। প্ৰদেশখনৰ ৰাজধানী আছিল ঢাকা। বৰ্তমানৰ বাংলাদেশ, উত্তৰ-পূব ভাৰত আৰু পশ্চিমবংগৰ উত্তৰ অংশক সামৰি এই প্ৰদেশ গঠন কৰা হৈছিল।

পৃথু

ৰজা পৃথু ১১৯৫ খ্ৰীষ্টাব্দৰ পৰা ১২২৮ খ্ৰীষ্টাব্দলৈ ভাৰতৰ বৰ্তমানৰ ৰাজ্য অসমত উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ কামৰূপ ৰাজ্যৰ ৰজা আছিল। তেওঁক জলপেশ্বৰ বুলিও জনা যায়। ১২০৬ খ্ৰীষ্টাব্দত মহম্মদ বিন বখতিয়াৰ খিলজী আৰু ১২২৬ খ্ৰীষ্টাব্দত দিল্লীৰ মামলুক ৰাজবংশৰ নৱম ...

প্ৰাগঐতিহাসিক অসম

প্ৰাগঐতিহাসিক অসমৰ লিখিত ইতিহাস পুৰাণ, তন্ত্ৰ শাস্ত্ৰ আদিতে সীমিত। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। মহীৰঙ্গ দানৱ নামৰ এজন অনাৰ্য ৰজাই প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ উল্লেখ পোৱা যায়। তেওঁৰ মৃত্যুৰ পিছত একে বংশৰে হটকাসুৰ, সম্বৰাসুৰ আৰু ...

প্ৰাগজ্যোতিষপুৰ

প্ৰাগজ্যোতিষপুৰ, বৰ্তমান গুৱাহাটীৰ অন্তৰ্গত মধ্যযুগৰ বৰ্মন ৰাজবংশয়ে ৰাজত্ব কৰা ঐতিহাসিক নগৰ তথা কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল। খ্ৰীষ্টীয় সপ্তম শতিকাৰ পিছত প্ৰাগজ্যোতিষপুৰ নাম প্ৰচলন হৈছিল। তদুপৰি প্ৰাগজ্যোতিষপুৰ, প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰো ৰাজধানী আছিল।

প্ৰাগজ্যোতিষপুৰ ৰাজ্য

পৌৰাণিক যুগত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল। তাৰ পাছত ই লাহে লাহে কামৰূপ নামেৰে জনাজাত হয়। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিবলৈ লোৱাৰে পৰা কামৰূপ ৰাজ্য সকলোৰে মাজত অসম নামেৰে পৰিচিত হ’বলৈ ধৰে। ৰা ...

বব্ৰুবাহন

বব্ৰুবাহন মণিপুৰ ৰাজ্যৰ ৰাজকন্যা চিত্ৰাংগদা আৰু তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুতেক আছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যেতিয়া পঞ্চপাণ্ডৱে হস্তিনাপুৰত ৰাজত্ব কৰিছিল, তেতিয়া বব্ৰুবাহনে মণিপুৰত ৰাজত্ব কৰিছিল। তেওঁ পাণ্ডৱৰ অশ্বমেধ ঘোঁৰা বন্দী কৰি থৈ পিতৃ অৰ্জুন ...

বল বৰ্মা

বল বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ তৃতীয়জন ৰজা আছিল। এওঁ সমুদ্ৰ বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৯৮ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱতী আছিল। তেওঁৰ পিছত কল্যাণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

বাৰ ভূঞা

বাৰ ভূঞা মধ্যযুগীয় অসম আৰু বংগৰ এচাম শাসনকৰ্তা আৰু জমিদাৰ আছিল। ভূঞাৰ অৰ্থ ভূঁই বা ভূমিৰ অধিকাৰী। তেওঁলোকে আনৰ পৰা প্ৰায় স্বাধীনতা বজাই ৰাখি নিজ মাজতে গোট কৰিছিল। এই ভূপতিসকল কোনো বিশেষ জনগোষ্ঠী, ধৰ্ম বা জাতিৰ নাছিল। বাহিৰা শক্তিয়ে আক্ৰমণ কৰিল ...

বিশ্বনাথ ক্ষেত্ৰ

বিশ্বনাথ ক্ষেত্ৰ বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ১০ কি:মি: দক্ষিণৰ এখন প্ৰাচীনতম পবিত্ৰ স্থান। বিশ্বনাথ ক্ষেত্ৰত থকা বিভিন্ন শিলৰ গাঁত বিলাকে প্ৰমান কৰে যে আদিম কালত ই আছিল অষ্ট্ৰিক সকলৰ বাসস্থান। খাছী-চিণ্টেংসকলেই বিশ্বনাথৰ শিলৰ গাঁতবোৰ খান্দি ...

বুৰঞ্জী

বুৰঞ্জী বা বুৰণ -জি হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ। বুৰঞ্জী শব্দটোৰ মূল টাই-চীন আহোম ভাষা। ৰাজকীয় বুৰঞ্জী সমূহ টাই আহোম ভাষাত লিপিবদ্ধ আছিল আৰু পৰৱৰ্ত্তী পৰ্যায়ত আহোম ম-লৌঙ সকলেও বুৰঞ্জী লিখিছিল, যদিও আধুনিক যুগত কিছু সম্পাদিত আৰু ...

ব্ৰহ্মপাল

ব্ৰহ্মপাল হৈছে কামৰূপ ৰাজ্যৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পাইছিল। প্ৰজাবিলাকে পুৰণি নৰক বংশীয় কোঁৱৰ ব্ৰহ্মপালক ৰজা মনোনীত কৰিছিল। এওঁ ৯০০ খ্ৰীষ্টাব্দৰ পৰা ৯২০ খ্ৰীষ্টাব ...

বৰ্মণ ৰাজবংশ

বৰ্মণ বংশ খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে। এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।

ভীষ্মক

ভীষ্মক ৰজাই অসমৰ পূব মূৰে কুণ্ডিল ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁৰ ৰাজধানীৰ নাম কুণ্ডিল নগৰ আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহে বিশ্বাস কৰে। ভীষ্মক ৰজাৰ ৰুক্ম প্ৰভৃতি পাঁচজন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এগৰাকী কন্যা আছিল। বৰ্তমানৰ কু ...

ভীষ্মকনগৰ

ভীষ্মকনগৰ উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থিত এক প্ৰত্নতাত্ত্বিক ঐতিহ্যমূলক স্থান। ভীষ্মকনগৰ নামনি দিবাং উপত্যকা জিলাৰ ৰইঙত অৱস্থিত। অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস বিজড়িত এই ঠাই প্ৰত্নতাত্ত্বিক দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ।

ভূতি বৰ্মা

ভূতি বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ অষ্টমজন ৰজা আছিল। এওঁ ৫১৮ খ্ৰীষ্টাব্দৰ পৰা ৫৪২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ বিজনানাৱতীক বিয়া কৰাইছিল। ইয়াৰ পিছত তেওঁলোকৰে পুত্ৰ চন্দ্ৰমুখ বৰ্মা ভূতি বৰ্মাৰ উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

ভৌম ৰাজবংশ

ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে। মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ ...

মহেন্দ্ৰ বৰ্মা

মহেন্দ্ৰ বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ ষষ্ঠজন ৰজা আছিল। এওঁ গণপতি বৰ্মা আৰু য়াজিয়াৱতীৰ পুত্ৰ আছিল। এওঁ ৪৭০ খ্ৰীষ্টাব্দৰ পৰা ৪৯৪ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ সুব্ৰতাক বিয়া কৰইছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ নাৰায়ণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰ ...

মাজুলীৰ সন্ধি

মাজুলীৰ সন্ধি কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্‌ফাৰ মাজত স্বাক্ষৰিত হৈছিল। নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্যত চলোৱা আক্ৰমণত আহোমৰ ৰাজধানী গড়গাঁৱৰ পতন হয়। স্বৰ্গদেউৰ ভায়েককে ধৰি আহোম বিষয়ববীয়াসকলৰ চক্ৰান্তত গড়গাঁও পতনৰ ...

মানৰ অসম আক্ৰমণ

মানৰ অসম আক্ৰমণ বুলিলে ১৮১৭ চনৰ পৰা ১৮২৬ চনৰ ভিতৰত ব্ৰহ্মদেশৰ সৈন্যই অসমত তিনিবাৰ কৰা আক্ৰমণক বুজায়। ইয়াৰ ফলত ১৮২১ চনৰ পৰা ১৮২৫ চনলৈ আহোম ৰাজ্য বৰ্মদেশৰ তলতীয়া আছিল। অসমীয়া লোকে এই সময়ছোৱাক মানৰ দিন আৰু মণিপুৰীসকলে Chahi-Taret Khuntakpa বুলি ...

মালৌ আলি

মালৌ আলি হৈছে অসমৰ যোৰহাট জিলাৰ এটা পথ। এই পথটো ১৭৯৫-১৮১৮ চনত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। এই পথটোৱে জিলাখনৰ পশ্চিমৰ বহুতো গাঁৱক যোৰহাট নগৰৰ লগত সংযোগ কৰিছে।

যোৰহাট জিলাৰ ইতিহাস

আহোম ৰজাসকলৰ শাসন কালত যোৰহাট জিলাখন পোহৰলৈ আহিছিল। আহোম ৰজা গদাধৰ সিংহই বৈষ্ণৱ মহন্ত সকলক নিৰ্যাতন কৰি এতিয়াৰ যোৰহাটৰ ভিতৰতে ৰাখিছিল। যোৰহাট নামটো গৌৰীনাথ সিংহৰ দিনতহে প্ৰখ্যাত হয়। পুৰণি কালত ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ নহ’লেও বাণিজ্যিক নহ’লেও এ ...

লুচাই অভিযান

লুচাই অভিযান ১৮৭১-৭২ চনত ব্ৰিটিছ ভাৰতীয় সেনাই কৰা এক আক্ৰমণমূলক অভিযান। জেনেৰেল ব্ৰন্‌ল আৰু বুৰ্চিয়াৰে ইয়াৰ নেতৃত্ব লৈছিল। ইয়াৰ উদ্দেশ্য আছিল লুচাইসকলে অসমত আক্ৰমণ চলাই অপহৰণ কৰা ব্ৰিটিছ লোকসকলৰ উদ্ধাৰ। অপহৃত লোকৰ মাজত মেৰী ৱিন্‌চেষ্টাৰ নামৰ ...

শালস্তম্ভ ৰাজবংশ

শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে। এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শ ...

শোণিতপুৰ ৰাজ্য

অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য বৈদিক যুগৰ এখন ৰাজ্য। কিংবদন্তি অনুসৰি মৰীচি হৈছে এই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক। বৰ্তমান এই ঠাইখণ্ড অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত। এই ৰাজ্যখন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সমসাময়িক বুলি ধাৰণা কৰা হয়। পুৰাণ, মহাভাৰত আৰু অন্যান্য ধ ...

শৰাইঘাটৰ যুদ্ধ

শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত সংঘটিত হৈছিল মোগল সাম্ৰাজ্য, আৰু আহোম ৰাজ্যৰ মাজত। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত হৈছিল। আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও গৰিলা যুদ্ধ কৌশল, psychological warfare, কূটনীতি আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি আহোম ...

ষ্টিলৱেল পথ

ষ্টিলৱেল ৰোড নামৰ বুৰঞ্জীপ্ৰসিদ্ধ পথটো আগতে জনা গৈছিল লিডু ৰোড নামেৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহায্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে এই পথটিৰ নিৰ্মাণ কৰা হৈছিল, কিয়ন ...

সতী সাধনী

সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল। সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল। বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।

সমুদ্ৰ বৰ্মা

সমুদ্ৰ বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বিতীয়জন ৰজা আছিল। এওঁ বৰ্মণ ৰাজবংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৭৪ খ্ৰীষ্টাব্দৰ পৰা ৩৯৮ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ বল বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল। ...

সাঁচিপাত

সাঁচিপাত হৈছে "সাঁচিগছ"ৰ ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী । মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি । ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে । অসমৰ স ...

সুপ্ৰতিস্থিত বৰ্মা

সুপ্ৰতিস্থিত বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বাদশ ৰজা আছিল। এওঁ সুস্থিত বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৫৯৫ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ ভাতৃ ভাস্কৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

সুস্থিত বৰ্মা

সুস্থিত বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ একাদশতম ৰজা আছিল। তেওঁক শ্ৰী-মৃগাঙ্ক নামেৰেও জনা গৈছিল। এওঁ স্থিত বৰ্মা আৰু নয়নাদেৱীৰ পুত্ৰ আছিল। এওঁ ৫৯০ খ্ৰীষ্টাব্দৰ পৰা ৫৯৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত সুপ্ৰতিষ্ঠিত বৰ্মা উত্তৰাসুৰী হিচাপে ...

স্থিত বৰ্মা

স্থিত বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ ৰজা আছিল। এওঁ চন্দ্ৰমুখা বৰ্মা আৰু ভগাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৬৬ খ্ৰীষ্টাব্দৰ পৰা ৫৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ নয়নাদেৱীক বিয়া কৰাইছিল। তেওঁৰ পিছত সুষ্ঠিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

হাড়িয়া মণ্ডল

হাড়িয়া মণ্ডল ক অসমৰ কোচসকলৰ আদি পুৰুষ বুলি গণ্য কৰা হয়৷ জনামতে তেওঁ বৰ্তমানৰ গোৱালপাৰা জিলাৰ খুণ্টাঘাট পৰগনাৰ চিকনগ্ৰাম নামৰ গাঁৱৰ বাসিন্দা আছিল৷

হৰি-হৰ যুদ্ধ

হৰি-হৰ যুদ্ধ অসমত প্ৰচলিত এটা কিংবদন্তি। ভগবান কৃষ্ণ আৰু শিৱৰ মাজত সংঘটিত হোৱা এখন যুদ্ধক লৈ ই প্ৰচলিত। অসমৰ তেজপুৰ নগৰৰ নামৰ উৎপত্তিৰ কাৰণ হিচাবে এই প্ৰবাদ বিখ্যাত। এসময়ত তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী উষা ...

ৰত্নধ্বজপাল

ৰত্নধ্বজপাল চুতীয়া ৰজাসকলৰ মাজত এজন উল্লেখযোগ্য ৰজা আছিল। তেওঁ ৰজা হোৱাৰ সময় প্ৰায় ১২৪৪ খ্ৰীষ্টাব্দ। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰপালৰ ৰাণীয়ে ৰূপৱতীয়ে হেনো কুবেৰৰ পূজা কৰি এটি পুত্ৰ সন্তান লাভ কৰে। তেওঁৰ নাম গৌৰনাৰায়ণ আছিল। তেওঁ নিজ বাহু ব ...

ৰাইজমেল

ৰাইজমেল সমূহ প্ৰাক ব্ৰিটিছ আৰু ব্ৰিটিছ ৰাজত্বৰ আৰম্ভনি কালচোৱাত অসমীয়া সাধাৰণ প্ৰজাৰ এক সামাজিক মঞ্চ আছিল। ১৭০৭ - ৬৯ ৰ কালচোৱাত মূলতঃ কৃষকৰ এক সামাজিক শক্তি হিচাবে উদ্ভৱ হৈ ১৮৯৪ চন মানলৈকে ই বৰ্তি আছিল। দৰং জিলাৰ পৰা আৰম্ভ কৰি মধ্য অসম পৰ্য্যন্ত ...

ৰাণী অভয়েশ্বৰী

আনুমানিক ১৮৬১ চনত উত্তৰ শালমাৰাৰ টিলাপাৰা নামৰ ঠাইখনৰ বাসিন্দা নিশাৰাম বৰুৱাৰ ঔৰসত আৰু ক্ষীৰেশ্বৰী দেৱীৰ গৰ্ভত অভয়েশ্বৰীৰ নামে এটি কন্যাসন্তানৰ জন্ম হয়। এই কন্যাসন্তানটি ডাঙৰ হৈ অহাৰ লগে লগেই অতুলনীয় ৰূপ লাবণ্যৰ কথা চাৰিওফালে বিয়পি পৰিল। সেই ...

ৰিক খ্বন

ৰিক খ্ৱন হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মৰধৰ্মীয় অনুষ্ঠান। ইয়াত খ্ৱন নামৰ বিশেষ শক্তি স্মৰণ কৰা হয় যিটো চীন, শান,থাইলেণ্ড আৰু লাওছৰ তাঈ সকলৰ মাজতো দেখা যায়। নতুনকৈ চাওফাৰ আসন লাভ কৰাৰ সময়ত বা ৰণত জয়লাভ কৰাৰ পিছত অথবা কোনো অমঙ্গলৰ পৰা হাত ...

আম্ৰপালি

আম্ৰপালি বা আম্ৰ্পালিকা বা আম্বপালি প্ৰাচীন বৈশালী নগৰৰ প্ৰায় ৫০০ খ্ৰীঃপূঃৰ এগৰাকী প্ৰখ্যাত নগৰবধূ বা ৰাজকীয় গণিকা আছিল। বুদ্ধৰ ওচৰত শৰণ লৈ তেওঁ এগৰাকী অৰ্হৎ বা অৰহন্ত হৈছিল। প্ৰাচীন পালি সাহিত্যত বা বুদ্ধ পৰম্পৰাত তেওঁৰ সৈতে বুদ্ধৰ সংযোগৰ উল্ল ...

বসন্তসেনা

বসন্তসেনা শুদ্ৰকে ৰচনা কৰা মৃচ্ছকটিক নাটকৰ কেন্দ্ৰীয় চৰিত্ৰ। নাটকখনৰ বিষয়বস্তু, চৰিত্ৰ চিত্ৰন আৰু নাট্য বিন্যাসৰ এক চিৰকালীন আবেদন আছে আৰু যাৰবাবে এই নাটকখন পৃথিৱীৰ বহু দেশত, বিশেষকৈ পাশ্চাত্যত বহুভাষাত অনূদিত হৈ জনপ্ৰিয়তাৰ সৈতে বাৰেবাৰে মঞ্চস ...

ৰুদ্ৰমা দেৱী

ৰুদ্ৰমা দেৱী ১২৬৩ খ্ৰীষ্টাব্দৰ পৰা ১২৮৯ খ্ৰীষ্টাব্দলৈ তেওঁৰ মৃত্যু পৰ্যন্ত দাক্ষিণাত্য মালভূমিৰ কাকতীয় ৰাজবংশৰ শাসক আছিল। তেওঁক ৰুদ্ৰদেৱ মহাৰজা, ৰাণী ৰুদ্ৰমা বা ৰুদ্ৰমা দেৱী নামেৰেও জনা যায়। ভাৰতৰ অলপ সংখ্যক ৰাজ্য শাসন কৰা মহিলাৰ তেওঁ অন্যতম আছ ...

ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া

১৯২০ চনত ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আইন প্ৰণয়ন কৰি প্ৰেছিডেন্সী বেংক তিনিটা একত্ৰিত কৰি ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হয়। ই ১৯২১ চনৰ পৰা কাৰ্যনিৰ্বাহ কৰে। পিছত ১৯৫৫ চনত এই ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়াক স্বাধীন ভাৰতবৰ্ষত ৰাষ্ট্ৰীয ...

কহিনুৰ

কহিনুৰ এক বিখ্যাত, ঐতিহাসিক হীৰা। বৰ্তমান ২১.১২ গ্ৰাম ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিল। কহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ড ...

পাইক বিদ্ৰোহ

পাইক বিদ্ৰোহ ১৮১৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ওড়িশাত সংঘটিত হোৱা সশস্ত্ৰ সংগ্ৰাম। পাইক সকল বক্সি জগবন্ধু আৰু জগন্নাথৰ নেতৃত্বত কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল। পিছলৈ ওড়িশাৰ একতাৰ প্ৰতীক হিচাপে এই বিদ্ৰোহ গোটেই ওড়িশাত বিয়পি প ...