ⓘ Free online encyclopedia. Did you know? page 37

বিজন সেতু হত্যাকাণ্ড

বিজন সেতু হত্যাকাণ্ড ১৯৮২ চনৰ ৩০ এপ্ৰিলৰ দিনা পশ্চিমবংগৰ কলকাতাৰ ওচৰৰ বালিগঞ্জত সংঘটিত আনন্দমাৰ্গী ১৬ সন্ন্যাসী আৰু ১ গৰাকী সন্ন্যাসিনীৰ হত্যাকাণ্ডক সূচায়। দিনৰ পোহৰতে সংঘটিত হোৱা সত্ত্বেও এই ঘটনাৰ বাবে আজিলৈকে কাকো গ্ৰেপ্তাৰ কৰা নহ’ল। আনুষ্ঠানি ...

১৯৮০ মোৰাদাবাদ সংঘৰ্ষ

১৯৮০ চনৰ মোৰাদাবাদ সংঘৰ্ষ ই উত্তৰ প্ৰদেশৰ মোৰাদাবাদ নগৰত ১৯৮০ৰ আগষ্টৰ পৰা নবেম্বৰলৈ হোৱা হিংসাত্মক ঘটনাৰাজিক বুজায়। এই হিংসাত্মক ঘটনাৰাজি আংশিকৰূপে হিন্দু-মুছলমানৰ মাজত ঘটা সংঘাট আৰু আংশিকৰূপে আৰক্ষী আৰু মুছলমানৰ মাজত ঘটা সংঘাট আছিল। ১৩ আগষ্টৰ দ ...

১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ

১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ বা ১৯৮৪ শিখ গণহত্যা বুলিলে শিখ দেহৰক্ষীৰ দ্বাৰা হোৱা ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিশোধ পূৰবালৈ ভাৰতীয় শিখসকলৰ বিৰুদ্ধে চলোৱা শিখ বিৰোধী উন্মত্ত জনতা, মূলতঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যসকলে চলোৱা এলানি কাৰ্যসূচীকে বুজায়। সে ...

অশোকৰ অনুশাসন

অশোকৰ অনুশাসন হল মৌৰ্য সম্ৰাট অশোকৰ দ্বাৰা লিখোৱা কেতেবোৰ নীতি নিৰ্দেশনামূলক বাণীৰ সমষ্টি। সাম্ৰাজ্যৰ প্ৰান্তৱৰ্তী স্থানসমূহত ডাঙৰ শিলৰ ওপৰত; সাম্ৰাজ্যৰ মধ্যৱৰ্তী প্ৰধান প্ৰধান স্থান সমূহত সৰু শিলাখণ্ডৰ ওপৰত; প্ৰধান প্ৰধান বৌদ্ধ কেন্দ্ৰসমূহত স্তম ...

সম্ৰাট অশোক

অশোক মৌৰ্য্য ৩০৪-২৩২ খ্ৰীষ্টপুৰ্ব এজন প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ এজন শাসক আছিল। তেওঁক অশোক বা মহামতি অশোক হিচাপেও জনা যায়। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে ২৬৯-২৩২ খ্ৰীষ্টপূৰ্বলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰ ...

আচল উত্তাড়ৰ যুদ্ধ

আচল উতাড়ৰ যুদ্ধ হৈছে ১৯৬৫ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত হোৱা সকলোতকৈ বৃহৎ টেংক যু্দ্ধ। এই যুদ্ধখন ১৯৬৫ চনৰ ছেপ্টেম্বৰ মাহৰ ৮ তাৰিখৰ পৰা ১০ তাৰিখৰ মাজত হৈছিল, যেতিয়া পাকিস্তানী সেনা নিজৰ টেংক বাহিনী আৰু পদাতিক সৈন্যসহ ভাৰতীয় সীমাৰেখাৰ ভিতৰলৈ সোমাই ...

ভাৰত-চীন যুদ্ধ

ভাৰত-চীন যুদ্ধ বা ভাৰত-চীন সীমা বিবাদ ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত সংঘটিত এখন যুদ্ধ। বিবাদেৰে আৱৰা হিমালয়ান সীমাই আছিল এই যুদ্ধৰ মূল কাৰণ। পিচে অন্য কিছু কাৰণো এই যুদ্ধৰ বাবে দায়ী। ভাৰতে দালাই লামাক সহযোগ কৰাৰ পাছত ১৯৫৯ চনত হিংসুক তিব্বতীয় আন্দ ...

ভাৰতত কভিড-১৯ বৈশ্বিক মহামাৰী

২০১৯ − ২০২০ চনৰ কৰণা ভাইৰাছৰ বিশ্বমাৰীৰ প্ৰথম ঘটনা ভাৰতত ৩০ জানুৱাৰী ২০২০ ত হৈছিল, ই চীনৰ পৰা আৰম্ভ হৈছিল। ১৩ এপ্ৰিল ২০২০ পৰ্যন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দেশত মুঠ ৯,১৫২টা সংক্ৰমণ, ৮৫৭জন আৰোগ্য, ১টা প্ৰৱজন আৰু ৩০৮জন মৃত্যু হোৱাৰ ...

ভাৰতত কভিড-১৯ মহামাৰী লকডাউন

২০২০ চনৰ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে ২১ দিনৰ বাবে সমগ্ৰ দেশত লক্‌ডাউনৰ নিৰ্দেশ দিছিল আৰু ভাৰতত কভিড-১৯ বৈশ্বিক মহামাৰীৰ প্ৰতিৰোধ কৰাৰ বাবে ১৩০ কোটি জনসংখ্যাৰ গতিবিধি সীমাবদ্ধ কৰিছিল। ২২ মাৰ্চত পালন কৰা এক স্বেচ্ ...

ভূপাল দুৰ্ঘটনা

১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত ভাৰতৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত ইউনিয়ন কাৰ্বাইড কৰপৰেশন -ৰ অধীনৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড নামৰ এটি কীটনাশক কাৰখানাত বহুলমাত্ৰাত হোৱা মিথাইল আইছচায়ানেট বিষাক্ত গেছৰ নিৰ্গমনে ইয়াৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চলত এই বিপৰ ...

মহাত্মা গান্ধীৰ হত্যাকাণ্ড

১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত এতিয়া গান্ধী স্মৃতি হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য, আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী স ...

শ্বীনা বৰা হত্যাকাণ্ড

শ্বীনা বৰা মুম্বাইস্থিত মুম্বাই মেট্ৰ ওৱান নামৰ প্ৰতিষ্ঠানৰ এগৰাকী কাৰ্য্যবাহী বিষয়া আছিল আৰু তেওঁ এপ্ৰিল, ২০১২ চনৰ পৰা ৰহস্যজনক ভাৱে অন্তৰ্ধান হৈ আছে। আগষ্ট,২০১৫ ত মুম্বাইস্থিত সংবাদ-উদ্যোগী আৰু এক প্ৰখ্যাত সংবাদ-প্ৰতিষ্ঠানমালাৰ প্ৰতিষ্ঠাপিকা আ ...

হাথৰসৰ দলবদ্ধ বলাৎকাৰ, ২০২০

হাথৰসৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা ২০২০ ৰ ১৪ ছেপ্তেম্বৰৰ দিনা সংঘটিত হয়। সেইদিনা উত্তৰ প্ৰদেশৰ হাথৰস জিলাত চাৰিজন উচ্চবৰ্ণৰ যুৱকে এজনী দলিত সম্প্ৰদায়ৰ ছোৱালীক বলাত্‍কাৰ কৰে। দুসপ্তাহ জুৰি জীৱন-মৃত্যুৰে যুঁজি অৱশেষত পীড়িতা ছোৱালীজনীয়ে দিল্লীৰ হাস্পাত ...

১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প

১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্পটো মহাৰাষ্ট্ৰৰ কৈনানগৰ চহৰৰ সমীপত সংঘটিত হৈছিল ১১ ডিচেম্বৰত। ভূমিকম্পটোৰ মান আছিল ৬.৬ আৰু প্ৰাৱল্য আছিল মাৰ্কলী প্ৰাৱল্য মাপনীত VIII.ভূমিকম্পটো কৈনা নদীবান্ধৰ সমীপত সংঘটিত হৈছিল আৰু ইয়াৰ কাৰণ বহুতে নদীবান্ধটো বুলিয়েই কব ...

ৰাজীৱ গান্ধী হত্যাকাণ্ড

ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৯১ ইং চনৰ ২১ মে তৰিখে দক্ষিণ ভাৰতৰ তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৩০ কি:মি: নিলগৰ এখন গাঁৱত শ্ৰীপেৰুম্বুদূৰ লোকসভা সমষ্টিৰ কংগ্ৰেচ প্ৰাৰ্থীৰ হৈ ভাগ লোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত এক আত্মঘাতী বোমা ...

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম পৰিসীমিত Corporation Ltd. }) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংগঠন। কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে ইয়াক গঠন কৰিছিল। ASFFDC- ...

আলায়াৰণ

আলায়াৰণ বড়ো ভাষাৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ কাহিনী ছবি। আলায়াৰণ শব্দৰ অৰ্থ প্ৰভাত। ১৯৮৬ চনৰ ১৩ মাৰ্চত কোকৰাঝাৰৰ গঙ্গা টকীজত ছবিখনে মুক্তি পাইছিল। বডোচা ফিল্ম প্ৰডাকচনে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালনা, চিত্ৰগ্ৰহণ আৰু সম্পাদনা আছিল জাংদাও বডোচা। মুখ্য চৰ ...

ক: য়াদ

ক: য়াদ হৈছে মঞ্জু বৰা পৰিচালিত মিচিং ভাষাত নিৰ্মিত ২০১৪ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। বিহু সংখ্যাৰ সাদিনত প্ৰকাশিত অনিল পাংগিঙৰ দ্বাৰা ৰচিত বহু পঠিত আৰু উচ্চ প্ৰশংসিত কঃ য়াদ নামৰ উপন্যাসখনৰ আধাৰত এই ছবিখন নিৰ্মিত হৈছে। প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক ...

জোনাকী ছবিঘৰ

জোনাকী ছবিঘৰ হল জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথম স্থায়ী চিত্ৰগৃহ। ১৯৩৭ চনত প্ৰতিষ্ঠিত এই ছবিঘৰটি জ্যোতিপ্ৰসাদৰ ঘাইঘৰ পকীৰ পিছচোতালৰ হাবি-বন মুকলি কৰি তৈয়াৰ কৰা হৈছিল। ১৯৩৫ চনত কলকতাৰ ৰাওণাক ছবিঘৰত জয়মতীয়ে মুক্তি লাভ কৰাৰ পিছত অসমৰ ...

ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড

ডলফিন ফ্লিমছ প্ৰাইভেট লিমিটেড প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠাপিত এটা চলচ্চিত্ৰ কোম্পানী। এই কোম্পানীটোৱে বৰ্তমানলৈকে বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে যিবোৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো পুৰস্কাৰ লাভ কৰিব ...

ডাও হুদুনি মেথাই

ডাও হুদুনি মেথাই হৈছে মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত ২০১৫ চনৰ বড়ো ভাষাৰ এখন চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনী ৰশ্মিৰেখা বৰাৰ অসমীয়া উপন্যাস ডাও হুদুৰ গান -ৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ প্ৰযোজনা শংকৰ লাল গোৱাংকাৰ আৰু অভিনয় কৰিছে ৰেশমা মোছাহাৰী, অহল্যা দ ...

প্ৰাগ চিনে বঁটা ২০১৪

প্ৰাগ চিনে বঁটা, ২০১৪ মাৰ্চ মাহৰ ২২ তাৰিখে বেংগালুৰুৰ এন জি ভি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান অসমৰ বাহিৰত আয়োজন কৰা হয়। এই অনুষ্ঠানটো আয়োজন কৰে অসমৰ ছেটেলাইট চেনেল প্ৰতিষ্ঠান, প্ৰাগ এ এম টেলিভিশ্যন প্ৰাইভেট লিম ...

ভায়ামামা কৌতুক গোষ্ঠী

ভায়ামামা অসমৰ প্ৰথম কৌতুক গোষ্ঠীসমূহৰ অন্যতম। বিংশ শতিকাৰ ৮০-ৰ দশকৰপৰা এই গোটে কৌতুক অনুষ্ঠান পৰিবেশন কৰিবলৈ লয়। প্ৰথমে মঞ্চত কৌতুক অনুষ্ঠান পৰিৱেশনেৰে আৰম্ভ কৰা এই দলটোৱে পাছলৈ কেইখনমান কৌতুকৰ শ্ৰাৱ্য কেছেট উলিওৱাৰ উপৰিও এখন টিভি ছিৰিয়েল আৰু ...

হাগ্ৰামায়াও জিনাহাৰি

হাগ্ৰামায়াও জিনাহাৰি জাংদাও বডোচা পৰিচালিত ১৯৯৬ চনত মুক্তি পোৱা এখন বড়ো ভাষাৰ চলচ্চিত্ৰ। এইখন বডোচাই পৰিচালনা কৰা দ্বিতীয় কাহিনী ছবি। পৰিচালনাৰ উপৰিও তেওঁ ছবিৰ প্ৰযোজনা আৰু সম্পাদনা কৰাৰ উপৰিও চিত্ৰনাট্যও লিখিছে। পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতা ...

ৱশ্ববিপো

ৱশ্ব’বিপো ইংৰাজী: Wosobipo ১৯৯০ চনৰ কাৰ্বি ভাষাৰ এখন ৰঙীন চলচ্চিত্ৰ। গৌতম বৰা পৰিচালিত এইখন কাৰ্বি ভাষাৰ প্ৰথম ছবি। প্ৰযোজনা কৰিছিল কাৰ্বি আংলং জিলা পৰিষদে। সঙ্গীত শ্বেৰ চৌধুৰীৰ। ভাৰতীয় পেনোৰামাকে ধৰি বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ৱশ্ব’বিপ ...

প্ৰভু দেবা

প্ৰভু দেবা হৈছে তামিল, তেলেগু, বলিউদ, মালায়ালাম আৰু কানাড়া চলচিত্ৰ জগতৰ এজন প্ৰভাৱশালী কথাছবি পৰিচালক, নৃত্য ব্যৱস্থাপক আৰু অভিনেতা। তেওঁ প্ৰায় ২৫ বছৰ কাল কথাছবিৰ লগত জড়িত আৰু এই সময়ছোৱাত তেখেতে নৃত্যৰ বহু নতুন শৈলী উদ্ভাৱন কৰিছে। তেখেতে বৰ্ ...

বিশাল কৃষ্ণ

বিশাল কৃষ্ণ ৰেড্ডি হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। বিশাল কৃষ্ণ ৰেড্ডি আদি নামেৰেও প্ৰখ্যাত এখেতৰ জন্ম হয় ১৯৭৭ চনৰ ২৯ আগষ্টত তামিল নাডুৰ চেন্নাইত৷

শ্ৰুতি হাছান

শ্ৰুতি ৰাজলক্ষ্মী হাছান দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁৰ পিতৃ-মাতৃ কমল হাছান আৰু সাৰিকা। শিশুশিল্পী হিচাপে তেওঁ চিনেমাত গান গাইছিল আৰু দেউতাকৰ চিনেমা হে ৰাম ত অতিথিশিল্পী হিচাপে অভি ...

সিদ্ধাৰ্থ সূৰ্যনাৰায়ণ

সিদ্ধাৰ্থ নাৰায়ণ মূলতঃ এজন তামিল চলচ্চিত্ৰ অভিনেতা, গায়ক, লেখক আৰু পৰিচালক । ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষা সাং কৰি সিদ্ধাৰ্থই চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত খোজ দিয়ে আৰু মণি ৰত্নমৰ সহায়ক হিচাপে কাম কৰে। ২০০৩ চনত শংকৰৰ বয়্‌‍জ বোলছবিৰ যোগেদি তেওঁ ...

হোৱাই দিছ কোলাৱেৰী ডি

হোৱাই দিছ কোলাৱেৰী ডি হৈছে ১৮ জানুৱাৰী ২০১২ তাৰিখে মুক্তি পাব লগা তামিল ভাষাৰ চলচ্চিত্ৰ থ্ৰী -ৰ এটি গীত। অনিৰুদ্ধ ৰবিচন্দেৰই সংগীত পৰিচালনা কৰা গীতটো ৰচনাৰ লগতে কণ্ঠদান কৰিছে ধনুষে। ১৬ নবেম্বৰ ২০১১ত আধিকাৰিক ভাবে মুক্তি দিয়া হয় এই গীতটো মুক্তিৰ ...

ভিন্নইথাণ্ডি ভৰুভায়া

ভিন্নইথাণ্ডি ভৰুভায়া হৈছে ২০১০ বৰ্ষৰ এখন তামিল ভাষাৰ ৰোমাণ্টীক চলচ্চিত্ৰ, যি মুক্তিলাভ কৰে ২৬ ফেব্ৰুৱাৰীত। গৌতম মেনন পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে সিলামবৰসন ৰাজেন্দৰ আৰু তৃষা কৃষ্ণনে। চাৰিজন প্ৰযোজক মদন, গণেশ জনাৰ্দন, এলৰেড কুমাৰ আৰু ...

শিৱাজী (চলচ্চিত্ৰ)

শিৱাজী: দ্য ব’চ হৈছে ২০০৭ চনত মুক্তি প্ৰাপ্ত ভাৰতীয় তামিল ভাষাৰ মছলা-ধৰ্মী চলচ্চিত্ৰ যাৰ পৰিচালনা কৰিছিল এচ শঙ্কৰে আৰু প্ৰযোজনা কৰিছিল এভিএম প্ৰডাকচনে। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল ৰজনীকান্ত আৰু শ্ৰীয়া চৰণে; লগতে আছিল সুমন, বিবেক, ম ...

অটগ্ৰাফ (চলচ্চিত্ৰ)

চলচ্চিত্ৰখনৰ আৰম্ভণিতে নৱাগত পৰিচালক তথা কাহিনীকাৰ শুভব্ৰতই ইন্দ্ৰনীল সেনগুপ্তাই সত্যজিত ৰায়ৰ প্ৰখ্যাত কথাছবি নায়কৰ পুনঃনিৰ্মাণৰ বাবে বাংলা অভিনেতা অৰুণ চেটাৰ্জী প্ৰসেনজিত চেটাৰ্জীক প্ৰস্তাৱ আগবঢ়ায়। অৰুণে এই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ছবিখনৰ প্ৰয ...

দ্য জাপানীজ ৱাইফ

দ্যা জাপানীজ ৱাইফ হৈছে বঙালী চিত্ৰনিৰ্মাতা অপৰ্ণা সেনৰ দ্বাৰা পৰিচালিত ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয়-জাপানী ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। এই ছবিখনত ৰাহুল বসু, ৰাইমা সেন আৰু মৌচুমী চেটাৰ্জী, আৰু জাপানী অভিনেত্ৰী চিগুছা তাকাকুয়ে মূল চৰিত্ৰসমূহত ...

পথেৰ পাঁচালী

পথেৰ পাঁচালী ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত পশ্চিমবঙ্গ চৰকাৰ প্ৰযোজিত আৰু সত্যজিৎ ৰায় পৰিচালিত এটি বঙালী ভাষাৰ চলচ্চিত্ৰ। বিভূতিভূষণ বন্দ্যোপাধ্যায় লিখা পথেৰ পাঁচালী নামৰ উপন্যাসখনৰ অৱলম্বনেৰে নিৰ্মিত এই ছবিখন সত্যজিৎ ৰায় পৰিচালিত প্ৰথম চলচ্চিত্ৰ। মুখ ...

অক্ষয় কুমাৰ

অক্ষয় কুমাৰ হৈছে এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান অভিনেতা, প্ৰযোজক, মাৰ্চাল আৰ্টিষ্ট আৰু টেলিভিচন ব্যক্তিত্ব যিয়ে বলিউড ছবিত কাম কৰে। ২৯ বছৰৰ বেছি কেৰিয়াৰত, কুমাৰ ১০০ টাতকৈ বেছি চলচ্চিত্ৰত অভিনয় কৰিছে। ৰৌস্তম ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ ...

অমিতাভ বচ্চন

অমিতাভ হৰিবংশ বচ্চন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে খঙাল যুৱক হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা। অভিনয়ৰ বাহিৰেও তেখেতে ...

আদিল হুছেইন

আদিল হুছেইন অসমৰ এজন প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। তেখেতে বহুকেইখন হিন্দী আৰু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। তেখেতে দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট আৰু লাইফ অৱ পাই আদিৰ দৰে হলিউডৰ চলচ্চিত্ৰটো অভিনয় কৰিছে।

আশ্ৰাফুল হক

আশ্ৰাফুল হক অসমৰ গোৱালপাৰা জিলাত জন্মলাভ কৰা এজন ভাৰতীয় অভিনেতা। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হকে ৩০ খনতকৈয়ো অধিক চলচ্চিত্ৰ, ৩০ৰো অধিক নাটকৰ উপৰি বহুকেইখন টিভি ধাৰাবাহিক আৰু বিজ্ঞাপনতো অভিনয় কৰে।

কাদেৰ খান

কাদেৰ খান এজন ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক। অভিনেতা হিচাপে তেওঁ ৩০০ তকৈও বেছি বোলছবিত অভিনয় কৰিছে। তেওঁ ৰাজেশ খান্না অভিনীত ছবি "দাগ"ৰ জৰিয়তে বলিউডত অভিনয়ৰ পাতনি মেলিছিল। ১৯৭০ আৰু ১৯৮০ৰ দশকত তেওঁ নিজক ...

কৱি শাস্ত্ৰী

কৱি শাস্ত্ৰী হৈছে এজন ভাৰতীয় ব্ৰিটিছ অভিনেতা। প্ৰবাসী ভাৰতীয় এই অভিনেতাজনে পূৰ্বতে কিছুসংখ্যক ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল যদিও তেওঁ য়শ ৰাজ ফিল্মছৰ ধাৰাবাহিক "ৰিস্তা ডট কম"-ত কৰা অভিনয়ৰ বাবেহে ভাৰতীয় দৰ্শকৰ মাজত পৰিচয় আৰু জনপ্ৰিয়তা লাভ ...

বাবুশান মহান্তি

ওড়িয়া ছবিৰ নায়ক বাবুশান মহান্তি ১৯৮৯ চনৰ ৩০ জুলাইত ওড়িশাৰ ভুবনেশ্বৰত জন্মগ্ৰহণ কৰে আৰু তাতেই ডাঙৰ-দীঘল হয়। তেওঁ ওলিউডৰ জনপ্ৰিয় অভিনেতা উত্তম মহান্তি আৰু অভিনেত্ৰী অপৰাজিতা মহান্তিৰ একমাত্ৰ সন্তান।

ভাৰতীয় চলচ্চিত্ৰৰ অভিনেতাসকল

ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা ভাৰতীয় টেলিভিচন অভিনেতাসকলৰ তালিকা বলিউড অভিনেতাসকলৰ তালিকা ভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা ভোজপুৰী চলচ্চিত্ৰৰ অভিনেতাসকলৰ তালিকা অভিনেতাসকলৰ তালিকা বলিউড অভিনেত্ৰীসকলৰ তালিকা অসমীয়া অভিনেতাসকলৰ ত ...

ৰোমিত ৰাজ

ৰোমিত ৰাজ প্ৰাসাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা যিয়ে জি টিভি ছিৰিয়ালৰ ঘৰ কী লক্ষ্মী বেটিয়াত যুৱৰাজ গাৰোদিয়াৰ চৰিত্ৰত আৰু মায়াক জীৎ খুৰানাৰ চৰিত্ৰত অভিনয় কৰিছিল।

অদিতি ৰাও হায়দৰী

অদিতি ৰাও হায়দৰী হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷ হিন্দী ভাষাৰ ছবিৰ লগতে অদিতিয়ে তামিল, তেলেগু আৰু মালায়ালম ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷ ২০০৭ চনত তামিল ভাষাৰ ছবি শৃংগৰাম ৰ যোগেদি অদিতিয়ে ছবিৰ জগতত খোজ পেলায়৷ পিছে অদ ...

অনুষ্কা শেট্টী

ছুইটি শেট্টী -ৰ পৰিচিত নাম হৈছে অনুষ্কা শেট্টী ৷ তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ অনুষ্কাৰ অধিকাংশ ছবিয়েই তেলেগু আৰু তামিল ভাষাৰ৷ নিজৰ দক্ষতাপূৰ্ণ অভিনয়ৰ জৰিয়তে অনুষ্কাই এতিয়ালৈকে বহুকেইটা বঁটা-বাহন লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰে ভিতৰত আছে- তিনিট ...

অমৃতা সিং

অমৃতা সিং হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ বেটাব আৰু মৰ্দ ৰ দৰে ছবিত অভিনয় কৰি খ্যাতি আৰু সমাদৰ লাভ কৰা অমৃতা সিং আশীৰ দশকত এগৰাকী আগশাৰীৰ তাৰকালৈ উন্নীত হয়৷ নবৈৰ দশকৰ আৰম্ভণিতে তেখেতে ছবিৰ পৰা বিৰতি লয়৷ প্ৰায় দশকজোৰা বিৰতিৰ পাছত তেখেত ২০০২ চনত ...

ঐশ্বৰ্যা ৰায়

ঐশ্বৰ্যা ৰায় এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ১৯৯৪ চনৰ মিচ ৱৰ্ল্ড । অভিনয় জীৱনৰ বৃহৎ সাফল্যই তেওঁক ভাৰতবৰ্ষৰ এগৰাকী অতি জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পীৰূপে প্ৰতিষ্ঠা দিছে। দুটাকৈ ফিল্মফেয়াৰ বঁটাৰ উপৰিও ২০০৯ চনত তেওঁ ভাৰতৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ ...

কংকনা সেন শৰ্মা

কংকনা সেন শৰ্মা এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখক আৰু পৰিচালক, যিয়ে মূলতঃ হিন্দী আৰু বঙালী চলচ্চিত্ৰৰ সৈতে জড়িত। তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ছবি নিৰ্মাতা অপৰ্ণা সেনৰ জীয়ৰী সেন শৰ্মাই কলাত্মক আৰু স্ ...

কাল্কী কেকলাঁ

কাল্কী কেকলাঁ হৈছে এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু লেখিকা৷ বলিউদত অপ্ৰচলিত আৰু ব্যতিক্ৰমধৰ্মী ধাৰাৰ ছবিত অভিনয়ৰ বাবে কাল্কী পৰিচিত৷ তেখেতে এতিয়ালৈকে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ, দুটা স্ক্ৰীণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ...