ⓘ Free online encyclopedia. Did you know? page 39

থ্ৰী ইডিয়টচ্

থ্ৰী ইডিয়টচ্ হৈছে ৰাজকুমাৰ হিৰাণি পৰিচালিত ২০০৯ চনত মুক্তি পোৱা এখন হাস্যধৰ্মী ভাৰতীয় হিন্দী চলচ্চিত্ৰ। থ্ৰী ইডিয়টচ মূলত জনপ্ৰিয় ভাৰতীয় লিখক চেতন ভগতৰ ঊপন্যাস Five Point Someone-What not to do at IIT! ৰ আধাৰত নিৰ্মিত, ছবিখনৰ নিৰ্মাতা বিধু বি ...

দংগল

দংগল ইংৰাজী: दंगल, অৰ্থ: মল্লযুদ্ধ হৈছে ২০১৬ চনৰ ২৩ ডিচেম্বৰত মুক্তিপ্ৰাপ্ত ভাৰতীয় পৰিচালক নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন জীৱনীবিষয়ক ক্ৰীড়াকেন্দ্ৰিক চলচ্চিত্ৰ। আমিৰ খানে ছবিখনত মহাবীৰ সিং ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছে যি তেওঁৰ দু ...

দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)

দেৱদাস ১৯৩৬ চনত মুক্তি পোৱা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী চলচ্চিত্ৰ। এইখন আছিল ১৯৩৫ চনত মুক্তি পোৱা বঙালী ভাষাৰ ছবি দেৱদাসৰ হিন্দী সংস্কৰণ। দেৱদাসৰ হিন্দী সংস্কৰণৰ পৰিচালক আছিল প্ৰমথেশ বৰুৱা, সঙ্গীত পৰ ...

ফেন (হিন্দী বোলছবি)

ফেন হৈছে মনীষ শৰ্মাৰ দ্বাৰা পৰিচালিত ২০১৬ চনৰ এখন হিন্দী ৰোমাঞ্চকৰ বোলছবি। শ্বাহৰুখ খান‎‎ এই বোলছবিৰ মুখ্য অভিনেতা। এই ছবিৰ প্ৰযোজনা আদিত্য চোপ্ৰাৰ, য়শ ৰাজ ফিল্মছৰ বেনাৰত। এই ছবি এক অভিৰত অনুৰাগীৰ বিষয়ে, যি প্ৰায় তেওঁৰ দৰেই দৃশ্যমান এগৰাকী তাৰ ...

ফেশ্বন (চলচ্চিত্ৰ)

ফেশ্বন হল মধুৰ ভাণ্ডাৰকাৰৰ দ্বাৰা নিৰ্দেশিত, সহ-প্ৰযোজিত, সহ-ৰচিত ২০০৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। ইয়াত প্ৰিয়ংকা চোপ্ৰা, কংগণা ৰাণাৱট, নৱাগতা মুগ্ধা গডছে, অৰ্জন বজৱা আদিয়ে অভিনয় কৰিছে। ছবিখনে মূল নায়িকা প্ৰিয়ংকা চোপ্ৰাৰ চকুৰে ফ ...

বজৰংগী ভাইজান

বজৰংগী ভাইজান কবীৰ খানৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। কে ভি ৱিজয়েন্দ্ৰ প্ৰসাদৰ দ্বাৰা লিখিত এই ছবি ছলমান খান আৰু ৰকলাইন ভেংকতেশৰ দ্বাৰা নিৰ্মিত। ছলমান খান, হৰ্ষালী মলহোত্ৰা, কৰীণা কাপোৰ, নাৱাজুদ্দিন ছিদ্দিকী এই ছবিৰ মুখ্য চৰিত্ৰ। ...

মহেঞ্জোদাৰো (চলচ্চিত্ৰ)

মহেঞ্জোদাৰো হ’ল ২০১৬ চনৰ ১২ আগষ্টত মুক্তি লাভ কৰা এখন ঐতিহাসিক-ৰোমান্টিক ভাৰতীয় চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত আৰু সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু সুনীতা গোৱাৰিকৰৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনত হৃত্বিক ৰোছন আৰু পূজা হেগড়ে মূল নায়ক আৰু নায় ...

মেইনে গান্ধীকো নেঁহি মাৰা

মেইনে গান্ধীকো নেঁহি মাৰা হৈছে ২০০৫ চনত মুক্তিপ্ৰাপ্ত এখনি হিন্দী ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। প্ৰযোজক হৈছে অনুপম খেৰ। ছবিখনৰ দুটা মুখ্য চৰিত্ৰত অনুপম খেৰ আৰু উৰ্মিলা মাতুণ্ডকাৰে আভিনয় কৰিছে। ছবিখনত হিন্দী কবি ছোহন লাল দ্বিবেদ ...

লগান

লগান হৈছে ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দি চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য ভূমিকা ৰুপায়ন কৰিছিল আমিৰ খান আৰু গ্ৰেছী সিঙে। লগানে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিলাকত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ লগতে ছবিখনে অনেক ব ...

সড়ক ২

সড়ক ২ এখন হিন্দী ভাষাৰ চলচ্চিত্ৰ, যিখনক পৰিচালনা কৰিছে মহেশ ভট্ট আৰু প্ৰযোজনা কৰিছে মুকেশ ভট্ট। চলচ্চিত্ৰখন ভিশেশ ফিল্মচ্‌ৰ বেনাৰত নিৰ্মিত। চলচ্চিত্ৰখন ১৯৯১ চনৰ চলচ্চিত্ৰ সড়কৰ পৰিশিষ্ট। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে সঞ্জয় দত্ত, পূজা ...

ৱাটাৰ (২০০৫ চলচ্চিত্ৰ)

ৱাটাৰ অনুৰাগ কাশ্যপৰ কাহিনী আৰু দীপা মেহতাৰ পৰিচালনাৰে ২০০৫ চনত মুক্তি পোৱা এক কানাডিয়ান চলচ্চিত্ৰ। অনুৰাগ কাশ্যপে সংলাপসমূহৰ অনুবাদ কাৰ্যও সম্পন্ন কৰিছিল। এই ছবিখন ১৯৩৮ চনৰ বাৰাণসীৰ পটভূমিত বিধৱাসকলৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল। ৱাটাৰ একে ভাৱবস্ ...

অসম ৰাজ্যিক পৰিবহণ নিগম

অসম ৰাজ্যিক পৰিবহণ নিগম ইংৰাজী: Assam State Transport Corporation হৈছে অসমৰ এটা পৰিবহণ সংস্থা। চমুকৈ ইয়াক এ. এছ. টি. চি. ASTC নামেৰে জনা যায়। ই সমগ্ৰ অসমৰ লগতে প্ৰতিৱেশী ৰাজ্যসমূহলৈ বাছ সেৱা আগবঢ়ায়। ৰাজ্যিক চৰকাৰৰ এটা বিভাগ হিচাপে ইয়াক প্ৰতি ...

আসাম বেংগল ৰেলৱে

আসাম বেংগল ৰেলৱে ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰেলৱে কোম্পানী আছিল। বেংগল এণ্ড আসাম ৰেলৱে ৰ পূৰ্বসূৰী এই কোম্পানীটোৰ কাৰ্যকাল আছিল ১৮৯২ চনৰ পৰা ১৯৪২ চনলৈ।

গুৱাহাটী মেট্ৰ লাইট

গুৱাহাটী মেট্ৰ লাইট হৈছে ভাৰতৰ অসম ৰাজ্যৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ বাবে প্ৰস্তাৱিত দ্ৰুতগামী পৰিবহণ ব্যৱস্থা। প্ৰথম পৰ্য্যায়ত চাৰিাটা কৰিডৰযুক্ত এই ছিষ্টেমটোৰ মুঠ দৈৰ্ঘ্য হব ৬১.৪২ কিঃমিঃ।

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’ ই গুৱাহাটী মহানগৰীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেৰে উত্তৰ গুৱাহাটীক সংযোগ কৰিছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২ কিলোমিটাৰ। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰাপাৰ হ’বলৈ প্ৰয়োজন হ’ব ৭ মিনিট। এইটো ভাৰতৰ আটাইতকৈ দীঘল নদী ...

যোৰহাট জিলাৰ পৰিবহণ

যোৰহাট হৈছে উজনি অসমৰ এখন উল্লেখযোগ্য ঠাই। আহোমসকলৰ দিনৰ পৰাএই অঞ্চলত বহুতো পথ নিৰ্মাণ কৰা হৈছিল। ধোদৰ আলি, চেউনী আলি, মালৌ আলি হৈছে ইয়াৰ উদাহৰণ। ইংৰাজ সকলে ইয়াত ৰেলগাড়ীৰ প্ৰৱৰ্তন কৰে। বেপাৰৰ বাবেই তেওঁলোকে ৰেল প্ৰৱৰ্তন কৰিছিল। ককিলামুখ ঘাটটো ...

পম্বন সেতু

পম্বন সেতু এখন "কেণ্টিলিভাৰ" দলং যি ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত পম্বন দ্বীপক মূলভূমিৰ সৈতে সংযোগ কৰে। এই পম্বন দ্বীপতে অৱস্থিত হিন্দু ধৰ্মাৱলম্বী সকলৰ পৱিত্ৰস্থান ৰামেশ্বৰম। পম্বন সেতু বুলিলে সমান্তৰাল কৈ যোৱা ৰেল আৰু ৰোড দলং দুয়োখনকে বুজোৱা হয়।

১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

১২৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোক পূৰ্বতে ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ) বুলি জনা গৈছিল। এই ঘাইপথটো অসমৰ পাঠশালাত আৰম্ভ হৈ ভাৰত-সীমান্তত গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 38 km ।

১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো অসমৰ কৰিমগঞ্জত আৰম্ভ হৈ ভাৰত-বাংলাদেশত গৈ শেষ হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 14 km ।

১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ অৰুণাচল প্ৰদেশৰ লিডুত আৰম্ভ হৈ ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছেগৈ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬০ কিঃমিঃ। ইয়াৰে ২০ কিঃমিঃ অসমত আৰু ৪০ কিঃমিঃ অৰুণাচল প্ৰদেশত অৱস্থিত।

১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ ধলেশ্বৰত আৰম্ভ হৈ মিজোৰামৰ কানপুইত গৈ শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ১৮০ কিঃমিঃ। ইয়াৰে ১১০ কিঃমিঃ অসমত আৰু ৭০ কিঃমিঃ মিজোৰামত আছে।

২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে অৰুণাচল প্ৰদেশৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। ই ৰাষ্ট্ৰীয় ঘাইপথটো ৰাজ্যখনৰ পশ্চিমত অৱস্থিত টাৱাঙ চহৰত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো পাছিঘাট গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ১০৯০ কিঃমিঃ। এই পথটো কেৱল অৰুণাচল প্ৰদেশতেই বিস্তৃ ...

৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ টোৱে পশ্চিম বংগৰ গলগলীয়া আৰু অসমৰ বিজনীৰ মাজত সংযোগ স্থাপন কৰিছে। এই পথটোৰ দৈৰ্ঘ্য হৈছে ২৩৫ কিঃমিঃ । ইয়াৰে ১৪২ কিঃমিঃ অসমত আৰু ৯৩ কিঃমিঃ পশ্চিম বংগত আছে।

৩১বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩১বি নং ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ উত্তৰ শলমৰা আৰু যোগীঘোপাৰ মাজত সংযোগ স্থাপন কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 19 km ।

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে অসম আৰু নাগালেণ্ডৰ মাজত সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ নগাঁওত আৰম্ভ হৈ এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 170 km । ইয়াৰে 167 km অসমত আৰু 3 km নাগালেণ্ডত আছে। অসমৰ নগাঁৱত ৩৭ নং ৰাষ ...

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এটা ভাৰতৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ যিটোৱে অসম ৰাজ্যৰ বহুকেইখন জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ।

৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো কুঁৱৰীতলৰ পৰা আৰম্ভ হৈ তেজপুৰত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত লগ লাগিছেগৈ। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ২৩ কিঃমিঃ ।

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে অসমৰ দুখন চহৰক সংযোগ কৰা এটা কম দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে মাকুম আৰু লেখাপানীক সংযোগ কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৪ কিঃমিঃ ।

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৩৬ কিঃমিঃ । ইয়াৰ ভিতৰত অসমত ১১৫ কিঃমিঃ, নাগালেণ্ডত ১০০ কিঃমিঃ আৰু মণিপুৰত ২১১ কিঃমিঃ আছে।

৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

ৰাষ্ট্ৰীয় ঘাইপথ নং ৪৪ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙক ত্ৰিপুৰাৰ চাব্ৰুমৰ লগত সংযোগ কৰিছে। এই ঘাইপথটো ভাৰতৰ তিনিখন ৰাজ্য: "মেঘালয়, অসম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হ ...

৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে অসম আৰু মেঘালয়ৰ মাজত বিস্তৃত হৈ থকা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ পাইকানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফাটি ওলাইছে। এই ঘাইপথটো মেঘালয়ৰ দালুত গৈ শেষ হৈছে। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ১৪৯ কিঃমিঃ । ইয়াৰে ২২ কিঃমিঃ ...

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত অৱস্থিত। গুৱাহাটীৰ উত্তৰ দিশত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ফাটি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। তাৰ পিছত ই পূব আৰু উত্তৰ-পূবলৈ বিস্তৃত হৈ আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫০ কিঃমিঃ । ইয়া ...

৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাত আৰম্ভ হৈ অসমৰ গহপুৰত শেষ হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৭ কিঃমিঃ । ইয়াৰে ১৫ কিঃমিঃ অসমত আৰু ৪২ কিঃমিঃ অৰুণাচল প্ৰদেশত আছে।

৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ কুলাজান আৰু ডিব্ৰুগড়ৰ মাজত সংযোগ স্থাপন কৰিছে। এই ঘাইপথটো কুলাজানত আৰম্ভ হৈ ডিব্ৰুগড়ত শেষ হৈছে। এই ৫২ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৩১ কিঃমিঃ ।

৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে উত্তৰ-পূব ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে অসমৰ বদৰপুৰ আৰু মণিপুৰৰ নুঙবাৰ মাজত সংযোগ স্থাপন কৰিছে। বদৰপুৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা এই ৰাষ্ট্ৰীয় ঘাইপথটো আৰম্ভ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 320 km । ই ...

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য হৈছে 850 km । এই ঘাইপথটো অসমৰ দবকাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে। তাৰ পিছত দক্ষিণ দিশলৈ গৈ লামডিঙ, শিলচৰৰ মাজেদি গৈছে। অৱশেষত গেগি ঘা ...

৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো নাগালেণ্ডৰ ৰাজধানী কহিমাত আৰম্ভ হৈ অসমৰ জাঁজীত শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 240 km । ইয়াৰে লাগালেণ্ডত আৰু 20 km অসমত আছে।

এ এইচ হুইলাৰ এণ্ড কোম্পানী

এ এইচ হুইলাৰ এণ্ড কোম্পানী লিমিটেড Ltd) এটা ভাৰতীয় মালিকানাধীন কোম্পানী। এইটো এটা গ্ৰন্থ বিপনীৰ শৃংখলা। ১৮৭৭ চনত এলাহাবাদ ৰেল ষ্টেচনত ইয়াৰ আৰম্ভণি কৰিছিল ফৰাচী দেশীয় লেখক Émile Moreau, ভাৰতীয় ব্যৱসায়ী টি. কে. বেনাৰ্জী আদি কেইজনমান ব্যক্তিয়ে ...

কালকা-চিমলা ৰেলৱে

কালকা-চিমলা ৰেলৱে উত্তৰ-পশ্চিম ভাৰতৰ কালকা আৰু চিমলাৰ মাজত পৰ্বতীয়া পথেৰে চলাচল কৰা এটা নেৰগজ ৰেলসেৱা। পাহাৰ আৰু চৌপাশৰ মনোমোহা সৌন্দৰ্যৰ এই ৰেলসেৱা বিশেষভাৱে জনাজাত। ব্ৰিটিছ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী চিমলাক ভাৰতীয় ৰেল প্ৰণালীটোৰ সৈতে সংযোগ কৰ ...

ডিব্ৰু-শদিয়া ৰেলৱে

ডিব্ৰু-শদিয়া ৰেলৱে ব্ৰিটিছ অসমৰ প্ৰথম ৰেল প্ৰতিষ্ঠান। মূলতঃ চাহ আৰু কয়লা, লগতে যাত্ৰী পৰিবহণৰ উদ্দ্যেশে এই মিটাৰগজ ৰেলপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঠন হোৱা "আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী"য়ে নিৰ্মাণ কৰিছিল। ডিব্ৰু-শদিয়া ৰেলপথত ১৮৮২ চনৰ ১ ...

তেজপুৰ বালিপাৰা লাইট ৰেলৱে

তেজপুৰ বালিপাৰা লাইট ৰেলৱে ব্ৰিটিছ ভাৰতৰ দৰং জিলাৰ চাহ খেতিয়কসকলৰ বিশেষ প্ৰচেষ্টাত গঢ়ি উঠা এটা বেচৰকাৰী নেৰগজ ৰেলসেৱা আছিল। তেজপুৰ বালিপাৰা ষ্টীম ট্ৰামৱে কোম্পানীয়ে বিশেষকৈ চাহপাত কঢ়িয়াবলৈ এই তেজপুৰ-বালিপাৰা ৰেলপথ নিৰ্মাণ কৰিছিল। ১৯৫২ চনত ভা ...

নীলগিৰি পাৰ্বত্য ৰেলৱে

নীলগিৰি পাৰ্বত্য ৰেলৱে ১৯০৮ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ভাৰতৰ তামিলনাডু ৰাজ্যৰ এক মিটাৰগজ ৰেলসেৱা। আৰম্ভণিতে মাদ্ৰাজ ৰেলৱেএই ৰেলসেৱা পৰিচালনা কৰিছিল। এতিয়াও ইয়াত ভাপ ইঞ্জিনে সেৱা আগবঢ়াই আছে। নীলগিৰি পাৰ্বত্য ৰেলৱে বৰ্তমান দক্ষিণ ৰেলৱে জন ...

যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে

যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে ব্ৰিটিছ অসমৰ শিৱসাগৰ জিলাৰ আৰু বৰ্তমানৰ যোৰহাট জিলাৰ এটা ২ ফুট বহল নেৰগজ ৰেলসেৱা আছিল। প্ৰথমে ককিলামুখ ট্ৰামৱে নামকৰণ কৰা এই ৰেলসেৱাৰ নাম পিছলৈ ককিলামুখ ষ্টেট ৰেলৱে, যোৰহাট ষ্টেট ৰেলৱে আৰু যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে হৈছ ...

অসম ৰত্ন

অসম ৰত্ন অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান৷ সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়৷ অসমৰ জাতীয় জীৱনৰ সৃষ্টি ধৰ্মী, বিকাশমুখী চেতনাৰ লগত নিজকে নিবিড় ভাৱে জড়িত কৰি নিজ কৰ্ম দক্ষতাৰে প্ৰভূত ...

প্ৰণৱ বৰুৱা শিল্পী বঁটা

প্ৰণৱ বৰুৱা শিল্পী বঁটা চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত গুৰুত্ব্পূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষক প্ৰদান কৰা এটা বঁটা। প্ৰয়াত যশস্বী শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতিবছৰে তেওঁৰ জন্মদিন ২২ ফেব্ৰুৱাৰীত এই বঁটাৰ প্ৰদান কৰা হয়। এই বঁটা ২০০২ চনৰ পৰা প ...

মোহন ভাইৰা বঁটা

মোহন ভাইৰা বঁটা সদৌ অসম ছাত্ৰ সন্থাৰ নালবাৰী শাখা আৰু নলবাৰী জিলা উন্নতি সভায়ে প্ৰদান কৰা বাৰ্ষিক বঁটা। সংগীত নাটক একাডেমী বঁটা বিজয়ী ভাওনা শিল্পী মোহন চন্দ্ৰ বৰ্মন, জনপ্ৰিয় ভাবে মোহন ভাৱৰীয়া বা মোহন ভাইৰাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ১ ...

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা অসমৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিলৈ সন্মান জনাই আগবঢ়োৱা এক বঁটা৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ২০১৪ চনৰ পৰা পণ্ডিত শশীচন্দ্ৰ বৰবৰুৰা ন্যাসে এই বঁ ...

ৰেনেছাঁ অসম বঁটা

ৰেনেছাঁ অসম বঁটা হৈছে ২০১২ চনৰপৰা প্ৰতি বছৰে প্ৰদান কৰি অহা এক বঁটা। অসমৰ সাহিত্য-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যে নগাঁৱৰ ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয় আৰু ৰেনেছাঁ মাধ্যমিক বিদ্যালয়ে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগ ...

অশোক চক্ৰ (পদক)

অশোক চক্ৰ ভাৰত সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰৰ বাহিৰে আন ঠাইত অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়। এই পদক মৰণোত্তৰ ভাৱেও প্ৰদান কৰা হয়। এই পদক সামৰিক আৰু অসামৰিক যিকোনো ব ...

অৰ্জুন বঁটা

ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অৰ্জুন বঁটা আগবঢ়োৱা হয়৷ এই বঁটাত আছে ৩ লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি৷ ১৯৬১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷