ⓘ Free online encyclopedia. Did you know? page 43

নাগৰহলে ৰাষ্ট্ৰীয় উদ্যান

নাগৰহলে ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটকৰ পশ্চিম প্ৰান্তৰ মহীশূৰ আৰু কডাগু জিলাৰ সীমাত পাহাৰৰ নামনিত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। নাগৰহলে অৰ্থ হৈছে snake river, মানে যিখন নদী নাগৰহলেৰ মাজেদি বৈ গৈছে সেইখন সাপৰ নিচিনা একা-বেঁকা। নাহৰফুটুকী, চিতা বাঘ আৰ ...

আব্ৰাহাম থমাছ কুভুৰ

আব্ৰাহাম থমাছ কুভুৰ আছিল এগৰাকী ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী। অৱসৰৰ পাছত তেখেতে এক অভিনৱ অভিযান আৰম্ভ কৰিছিল, যত তেখেতে শ্ৰীলংকা আৰু ভাৰতৰ স্বয়ম্ভু ঈশ্বৰ, গডমেন আৰু তথাকথিত অতিপ্ৰাকৃতিক পৰিঘটনাৰ আঁৰৰ ৰহস্য ফাদিল কৰিছিল। পৰিণতিস্বৰূপে তেখে ...

বুলবুল চক্ৰৱৰ্তী

বুলবুল চক্ৰৱৰ্তী হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"। তেখেত হৈছে ঘনীভূত পদাৰ্থৰ তত্ত্ববিদ, সাম্যৱস্থাৰ পৰা বহু আঁতৰত থকা কেতবোৰ প্ৰণালী যেনে-কণিকাসদৃশ পদাৰ্থৰ তেখেতে অধ্যয়ন কৰে।.

হৰিশ চন্দ্ৰ বাৰ্মা

হৰিশ চন্দ্ৰ বাৰ্মা এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু ১৯৯৪ চনৰ পৰা কাণপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত। তেওঁৰ গৱেষণাৰ বিষয় হৈছে নিউক্লিয়েৰ পদাৰ্থ বিজ্ঞান. তেওঁ ইতিমধ্যে বিদ্যালয়, মহাবিদ্যালয়ৰ ছা ...

ৰণজিত সিংহ ডিচলে

ৰণজিত সিংহ ডিচলে এগৰাকী ভাৰতীয় শিক্ষক তথা প্ৰযুক্তিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ মাঢা তালুকাৰ পৰিতেৱাড়ী জিলা পৰিষদ বিদ্যালয়ৰ প্ৰাথমিক শিক্ষক। কন্যা শিশুৰ শিক্ষাৰ প্ৰসাৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০২০ বৰ্ষৰ গোলকীয় শিক্ষক বঁটা লাভ ক ...

ৰাজেশ্বৰী চেটাৰ্জী

ৰাজেশ্বৰী চেটাৰ্জী আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেত কৰ্ণাটকৰ প্ৰথমগৰাকী মহিলা অভিযন্তা।. বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান কাৰ্যনিৰ্বাহৰ কালছোৱাত তেখেতে প্ৰথমে অধ্যাপক আৰু শেষলৈ বৈদ্যুতিক যোগাযোগ অভিযান্ত্ৰিকৰ অধ্যক্ষৰ পদ ...

ৰাহত ইন্দৰী

ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দৰী এগৰাকী উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ। তেওঁ উৰ্দু ভাষাৰ শিক্ষাবিদ আৰু এগৰাকী চিত্ৰশিল্পী হিচাপেও বিখ্যাত আছিল। তেওঁ মধ্য প্ৰদেশৰ ইন্দৰত অৱস্থিত দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ উৰ্দু সাহিত্যৰ ...

ৰেণু চি. লস্কৰ

ৰেণু চক্ৰৱৰ্তী লস্কৰ হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে লেখ তত্ত্ব লৈ বিশেষ বৰঙনি আগবঢ়াইছে। ক্লেমছন বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞানৰ তেখেতে "এমৰিটা অধ্যাপক"। ১৯৬২ চনত তেখেতে ইলিঅনয়ছ বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ বিষয়ত গৱেষণা কৰি ডক্তৰেট ডিগ ...

ৰোহিনী গোডবোলে

ৰোহিনী গোডবোলে হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী আৰু শিক্ষাবিদ। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপনা কৰে। তেখেতে বিগত তিনিটা দশকত কণিকা প্ৰপঞ্চবিজ্ঞানৰ কেইবাটাও দিশত উল্লেখনীয় কাম কৰিছে। ত ...

ঈশান উদয়

ঈশান উদয় হল ভাৰত চৰকাৰৰ অধীনস্থ বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়-এ উত্তৰ-পূৱৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰদান কৰা এক বিশেষ বৃত্তি। যিকোনো শাখাতে ১০+২ সফলতাৰে উত্তীৰ্ণ হোৱা যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী পৰ্য্যায় ...

আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ

আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা স্থাপিত এটা বিজ্ঞান গৱেষণা কেন্দ্ৰ। এই কেন্দ্ৰৰ নিৰ্মীয়মান চৌহদ বাংগালোৰৰ হেছাৰাঘাটা অঞ্চলত অৱস্থিত। এই গৱেষণা প্ৰতিষ্ঠানৰ স্থাপনৰ উদ্দেশ্য হৈছে উচ্চ শিক্ষা, প্ৰশিক্ষন ...

ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট

ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট ভাৰতৰ ৰাজধানী নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা এখন মান্যতাবিহীন প্ৰতিষ্ঠান, সমগ্ৰ দেশ জুৰি ১৮টা শাখা আছিল। প্ৰতিষ্ঠানখন মিছা বিজ্ঞাপন আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ বাবে বহুলভাবে সমালোচিত হৈছে। বিভিন্ ...

কলিকতা বিশ্ববিদ্যালয়

কলিকতা বিশ্ববিদ্যালয় পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। এইখন এছিয়া মহাদেশৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়। ভাৰতত কলিকতা ...

কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় বাংগালোৰত অৱস্থিত দন্ত চিকিৎসাবিজ্ঞানৰ এখন ব্যক্তিগত মহাবিদ্যালয়। ‌ এই মহাবিদ্যালয়খনি ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আৰু ভাৰতীয় দন্ত পৰিষদ,নতুন দিল্লীদ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

গান্ধী তীৰ্থ

গান্ধী তীৰ্থ হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ জলগাৱত মহাত্মা গান্ধীৰ ওপৰত এক গৱেষণা প্ৰতিষ্ঠান আৰু সংগ্ৰাহালয়। গান্ধী ফাউণ্ডেচনৰ দ্বাৰা ইয়াৰ গঠন আৰু প্ৰচাৰ কৰা হৈছিল। ই অজন্তা গুহাৰ পৰা ৬০ কিঃমিঃ দূৰত অৱস্থিত। এই প্ৰতিষ্ঠানটি ২০১২ চনৰ ২৫ মাৰ্চত স্থাপন কৰ ...

চেন্নাই গাণিতীয় প্ৰতিষ্ঠান

চেন্নাই গাণিতীয় প্ৰতিষ্ঠান হৈছে ভাৰতবৰ্ষৰ চেন্নাইত অৱস্থিত এটা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হৈছিল ১৯৮৯ চনত, SPIC বিজ্ঞান ফাউণ্ডেচনৰ দ্বাৰা। অংকশাস্ত্ৰৰ উচ্চ পৰ্যায়ৰ গৱেষণাৰ উপৰি ইয়াত পদাৰ্থ বিজ্ঞান, গণিত বিজ্ঞান আৰু ...

জৱাহৰ নৱোদয় বিদ্যালয়

জৱাহৰ নৱোদয় বিদ্যালয় হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা। তামিলনাডু ৰাজ্যক বাদ দি ভাৰতৰ বাকী সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশতে বিভিন্ন জিলাত এই বিদ্যালয় আছে। নৱোদয় বিদ্যালয় সমিতি নাম ...

জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ

জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ এক বহু শৈক্ষিক বিষয় বিশিষ্ট গৱেষণা প্ৰতিষ্ঠান। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ ৰ দ্বাৰা এই গৱ ...

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ইংৰাজী: Jawaharlal Nehru University, হিন্দী: जवाहरलाल नेहरू विश्वविद्यालय ভাৰতৰ নতুন দিল্লীৰ দক্ষিণাংশত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন বিজ্ঞান, সামাজিক বিজ্ঞান, মানৱবিদ্যা, আন্তৰ্জাতিক অধ্ ...

টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান

টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান ভাৰতবৰ্ষৰ মুম্বাই আৰু হায়দৰাবাদত অৱস্থিত এক গৱেষণা কেন্দ্ৰ। ইয়াত মূলতঃ গণিত আৰু বিজ্ঞানৰ গৱেষণাৰ বাবে উৎসৰ্গিত অনুষ্ঠান। ভাৰতবৰ্ষৰ আণৱিক শক্তি বিভাগৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানটি স্বতন্ত্ৰ আৰু ই মুম্বাইৰ কলৱাৰ নেৱী ...

বন গৱেষণা প্ৰতিষ্ঠান

বন গৱেষণা প্ৰতিষ্ঠান হৈছে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা -ৰ অন্তৰ্গত বন গৱেষণাৰ ক্ষেত্ৰত প্ৰথমখন তথা প্ৰধান গৱেষণা প্ৰতিষ্ঠান। ই উত্তৰাখণ্ডৰ ডেহৰাডুন চহৰত অৱস্থিত। ১৯৯১ চনত প্ৰতিষ্ঠান খনক বিশ্ববিদ্যালয় অনুদান আয়োগে সম-বিশ্ববিদ্যালয় হিচাপে ...

বেথুন কলেজ

বেথুন কলেজ ভাৰতৰ কলকাতাত অৱস্থিত এখন মহিলা মহাবিদ্যালয়। ১৮৪৯ চনত এইখন বালিকা বিদ্যালয় হিচাপে স্থাপন কৰা হৈছিল। পিছলৈ ১৮৭৯ চনত ইয়াক মহাবিদ্যালয়লৈ উন্নীত কৰা হয়। কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বেথুন কলেজ এছিয়াৰ আটাইতকৈ পুৰণি মহিলা মহাবিদ্ ...

ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ আৰু ভাৰত চৰকাৰৰ দ্বাৰা সাহায্যপ্ৰাপ্ত এক স্বয়ংশাসিত প্ৰতিষ্ঠান। ই পুনেৰ পূৰ্বৰ প্ৰভাত ফিল্ম কোম্পানীৰ পৰিসৰত অৱস্থিত। ১৯৬০ চনত আৰম্ভ হোৱাৰ পিছত, এফ. টি. ...

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান হল ১৯৫৯ চনৰ সংসদীয় আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত এটি উচ্চশিক্ষা প্ৰতিষ্ঠান।কলকাতাৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা গৱেষণাগৰত প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ তত্ত্বাৱধানত এই প ...

ভাৰতীয় বন্যজীৱ সংস্থান

ভাৰতীয় বন্যজীৱ সংস্থান ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অধীনস্থ এটি স্বায়ত্ত্বশাসিত শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান। ভাৰতীয় বন্যজীৱ সংস্থানত বন্যজীৱৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ বৈজ্ঞানিক গৱেষণা হয়। জৈৱবৈচিত্ৰ, সংকটাপন্ন প্ৰজাতি, বন্যজীৱ ন ...

ভাৰতীয় বিজ্ঞান একাডেমী

১৯৩৪ চনৰ ২৪ এপ্ৰিল তাৰিখে ছাৰ চি ভি ৰমণে ভাৰতীয় বিজ্ঞান একাডেমী প্ৰতিষ্ঠা কৰে। সেই বছৰৰে ৩১ জুলাই তাৰিখে ৬৫ জন সদস্যৰে সৈতে প্ৰতিষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। সেইদিনাই অনুষ্ঠিত হোৱা এখন সভাত ছাৰ চি ভি ৰমণক প্ৰতিষ্ঠানটোৰ সভাপতিৰূপে নিৰ্বাচিত কৰি স ...

লাভলি প্ৰফেচনেল ইউনিভাৰচিটি

লাভলি প্ৰফেচনেল ইউনিভাৰচিটি এখন বেচৰকাৰি আৰু অৰ্ধ আবাসিক বিশ্ববিদ্যালয়। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ভাৰতৰ ভিতৰত এটি চৌহদত সৰ্বোচ্চ ছাত্ৰ-ছাত্ৰী থকা বেচৰকাৰি বিশ্ববিদ্যালয়। ইয়াৰ বৰ্তমান মাটি ১০০০ একৰ। ইয়াত ২৬খন ৰাজ্য আৰু ১৬খন দেশৰ মুঠ ২৫০০০ ...

লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী

লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী ভাৰতত সাৰ্বজনিক নীতি আৰু লোক প্ৰশাসনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই একাডেমীখন উত্তৰাখণ্ডৰ মুচৌৰীত অৱস্থিত। ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় পুলিচ সেৱা, ভাৰতীয় বন সেৱা আৰ ...

শান্তিনিকেতন

শান্তিনিকেতন পশ্চিমবংগ ৰাজ্যৰ অন্তৰ্গত বীৰভূম জিলাৰ বোলপুৰ চহৰত অৱস্থিত আশ্ৰম আৰু শিক্ষাকেন্দ্ৰ। ১৮৬৩ চনত ৰবীন্দ্ৰনাথৰ পিতা দেবেন্দ্ৰনাথ ঠাকুৰে ঈশ্বৰচিন্তা আৰু ধৰ্ম আলোচনা কৰাৰ উদ্দেশ্যত বোলপুৰ চহৰৰ উত্তৰ অংশত এই আশ্ৰমখনৰ প্ৰতিষ্ঠা কৰিছিল। ১৯০১ চ ...

শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয়

শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় বা চমুকৈ এছএনডিটি মহিলা বিশ্ববিদ্যালয় ভাৰতৰ মুম্বাইত অৱস্থিত এখন মহিলা বিশ্ববিদ্যালয়। ১৯১৬ চনত ধন্দ কেশৱ কৰ্ৱেয়ে ইয়াৰ স্থাপন কৰিছিল। বিশ্ববিদ্যালয় খনৰ মুখ্য কাৰ্যালয় দক্ষিণ মুম্বাইৰ চাৰ্চগে ...

ৰমন গৱেষণা প্ৰতিষ্ঠান

১৯৪৮ চনত বাংগালোৰত ৰমণ গৱেষণা প্ৰতিষ্ঠান স্থাপিত হয়। বৈজ্ঞানিক গৱেষণাৰ অৰ্থে প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটো পোন প্ৰথমে ছাৰ চি ভি ৰমণে নিজাকৈ চলাই আছিল যদিও বৰ্তমানে ই ভাৰত চৰকাৰৰ অধীস্থিত।

ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়

ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় বাংগালোৰত অৱস্থিত এখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়।‌ এই বিশ্ববিদ্যালয়খনি কৰ্ণাটক চৰকাৰে ১৯৯৬ চনত সমগ্ৰ কৰ্ণাটক ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতৰ হেতুকে স্থাপন কৰে।‌

ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ

ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ, চমুকৈ NCBS,কৰ্ণাটকৰ বাংগালোৰত অৱস্থিত জীৱবিজ্ঞানৰৰ গৱেষণাৰ বাবে বিশেষীকৃত এটি গৱেষণা কেন্দ্ৰ। কেন্দ্ৰটো ভাৰত চৰকাৰৰ পাৰমানৱিক শক্তি বিভাগ ৰ অধীনত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান, চমুকৈ TIFR-ৰ এক অংশ। NCBS-ৰ মূল মন্ত্ৰ ...

অসমীয়া খাদ্যাভ্যাস

অসমৰ খাদ্য বা অসমীয়া আহাৰ, অসম প্ৰদেশৰ স্থায়ী বাসিন্দা সকলৰ খাদ্য প্ৰণালী। অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভ্যাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়োটা প্ৰভাৱেই বিদ্যমান। বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ পৰাৰ বাবে এই অঞ্চলটোৰ খাদ্যাভ্যাসৰ মাজতো ...

শৰাই

শৰাই অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ। দেৱতাক নৈবেদ্য দিয়া বা কোনো মহৎ গ্ৰন্থ ৰখা আৰু ডাঙৰ মানুহক মান ধৰা এবিধ থিয় কাণেৰে খুৰা লগোৱা অসমীয়া পৰম্পৰাগত পাত্ৰ। ই একাধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁ ...

অনাকটা কাপোৰ

অনাকটা কাপোৰ কোনো অস্ত্ৰ-শস্ত্ৰৰে নকটাকৈ তাঁতশালৰপৰা উলিয়াই অনা কাপোৰেই অনাকটা কাপোৰ। এই কাপোৰ তাঁতশালত এবাৰত মাত্ৰ এখনেই বোৱাটো নিয়ম। সাধাৰণতে কাতি, পুহ আৰু চত মাহত মঙ্গল, শনি আৰু ৰবিবাৰে অমাৱস্যা তিথিত এই কাপোৰৰ বাটি নাকাঢ়ে, কাপোৰো নবয়। উকা ...

অপেশ্বৰী সবাহ

অপেশ্বৰী সবাহ হৈছে অসমীয়া সমাজত লোকবিশ্বাস অনুসৰি পতা এক অনুষ্ঠান। অসমীয়া লোকসকলৰ মাজত লৰা-ছোৱালী শুকাই-খীণাই গলে বা কোনো বেমাৰ আজাৰ হলে বা বয়স অনুসাৰে মাত নুফুটিলে বা ছোৱালী সন্তান পুষ্পিতা হোৱাৰ সময় উকলি গলে সৰগৰ অপেশ্বৰীৰ কুদৃষ্টি পৰা বুলি ...

অসমীয়া লোক-সংস্কৃতিত পূজা-পাতল

অসমীয়া থলুৱা জাতি-জনজাতিৰ মাজত, প্ৰকৃতিয়ে সৃষ্টি কৰা অপায়-অমঙ্গলৰ ফলত মানুহৰ মনত জন্ম দিয়া বিশ্বাসৰ পৰম্পৰাৰে বিপদ-বিঘিণিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আগবঢ়োৱা পূজা-পাতলৰ লগত অসমীয়া সংস্কৃতিৰ বহুতো ন-পুৰণি সংযোগ নিহিত হৈ আছে। ইয়াৰ বিপৰীতে একশৰণীয ...

অসমীয়া লোক-সংস্কৃতিত বাঁহ

অসমত বাঁহ শিল্প প্ৰচলনৰ ইতিহাস বহুদিনীয়া। বাণভট্টৰ হৰ্ষচৰিতত উল্লেখ থকা মতে অতীত অসমৰ বাঁহ শিল্প বৰ উন্নত আছিল। গ্ৰন্থখনৰ মতে, কামৰূপৰ ৰজা ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ বহুৰঙী বাঁহৰ চুঙা আৰু বাঁহৰ সঁজাত চৰাই উপহাৰ হিচাপে পঠাইছিল। এসময়ত মংগোলীয় জনজা ...

অসমৰ কাঁহ শিল্প

কাঁহ এবিধ ৰাসায়নিক মিশ্ৰ ধাতু। ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালী সুকীয়া। ৰাং আৰু তাম, এই দুই ধাতু নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ মিশ্ৰণ প্ৰক্ৰিয়াৰে কাঁহ প্ৰস্তুত কৰা হয়। সাধাৰণতে ইয়াৰ অনুপাত হ’ল ২০:৮০। কেতিয়াবা সামান্য পৰিমাণে দস্তা আৰু সীহ যোগ দি ...

অসমৰ তামোল-পাণ সংস্কৃতি

তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা অপৰিহাৰ্য অংগ। বিয়া, সবাহ, অন্নপ্ৰাসন আদিকে ধৰি সকলো মাংগলিক তথা ৰাজহুৱা কাম সকামত ইয়াৰ ব্যৱহাৰ হয়। সাধাৰণতে অসমৰ গাঁওবোৰত ইয়াৰ অধিকতম প্ৰচলন দেখা পোৱা যায় যদিও চহৰ অঞ্চলতো ইয়াৰ ব্যৱহাৰ কম নহয়। বৰ্ত ...

অসমৰ পৰম্পৰাগত সাজ-পাৰ

কাৰ্চিপৰ মেখেলা, বনকৰা, মেখেলা, কিংখাপৰ মেখেলা, গুণাকটা মেখেলা, কপাহী সূতাৰ মেখেলা, গোমচেঙৰ মেখেলা, চাটনৰ মেখেলা, নৰা মেখেলা, পাটৰ মেখেলা, মুগাৰ মেখেলা, বুটা বছা মেখেলা, মেজাংকৰী মেখেলা।

অসমৰ মাছ ধৰা সঁজুলি

অসমৰ মাছ ধৰা সঁজুলি সমূহ প্ৰধানকৈ হাতেৰে তৈয়াৰ কৰা কিছুমান বাঁহ-বেতৰ সঁজুলি। এইসমূহ অসমৰ কুটীৰ শিল্পৰ অন্তৰ্গত। অসমৰে বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন পদ্ধতিৰে, বিভিন্ন সঁজুলি আৰু কৌশলৰ সহায়ত পুৰণি কালৰে পৰা মাছ ধৰি আহিছে। মাছ ধৰাৰ ...

অসমৰ মুখা শিল্প

মুখাশিল্প অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ চৰিত পুথিত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো নিজহাত ...

অসমৰ ৰেচম শিল্প

অসমৰ ৰেচম শিল্প বুলিলে প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাককে বুজায়। অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ। আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছ ...

আখৈ তোলা

আখৈ তোলা অসমীয়া লোক-সংস্কৃতিৰ এক মাংগলিক কৰ্ম। এই কৰ্ম বা কাম বিবাহ অনুষ্ঠানৰ সতে জড়িত। বৈদিক প্ৰথাৰে সম্পাদিত বিবাহ অনুষ্ঠানত আখৈ তোলা কাৰ্য কৰা হয়। বৈদিক লজ্জ্বাহোম বা লাজহোম -ৰ ক্ৰিয়াকে অসমীয়া জনসমাজত আখৈ তোলা বুলি কোৱা হয়।

আঙঠি পিন্ধোৱা

আঙঠি পিন্ধোৱা অসমীয়া পৰম্পৰাগত বিবাহ অনুষ্ঠানৰ সতে জড়িত এক মাংগলিক কাৰ্য। বিবাহৰ বাবে উপযুক্ত লৰালৈ উপযুক্ত কন্যা এগৰাকী ঠিক কৰাৰ পিছত দৰা বা লৰাপক্ষৰ মানুহ কন্যাঘৰলৈ গৈ আঙঠি পিন্ধোৱা পৰ্বটো সমাপন কৰাৰ নিয়ম। অসমৰ সকলো ঠাইতেএই পৰম্পৰা আছে যদিও ...

আহোম বিবাহ পৰম্পৰা

আহোম বিবাহ পৰম্পৰা মুখ্য তিনিদিনীয়াকৈ পতা ফুৰালুং ধৰ্মৰ নিয়মেৰে পালন কৰা আহোমসকলৰ একমাত্ৰ বিবাহ পৰম্পৰা।আহোম বিবাহ পৰম্পৰাৰ ৰীতিনীতি মতে ৰিক্ খ্বান উৎসৱ বিবাহৰ প্ৰথম দিনা চাওৱান উৎসৱ বিবাহৰ দ্বিতীয় দিনা আৰু চ-ক্লঙ তৃতীয় দিনা পাতে। আহোমসকলৰ বি ...

কামৰূপীয়া ঢুলীয়া

অসমৰ ঐতিহ্য বহনকাৰী আন এটি মূল্যৱান কৃষ্টি হ’ল কামৰূপীয়া ঢুলীয়া। ই সম্পূৰ্ণভাৱে লৌকিক আৰু বৰ জনপ্ৰিয় অনুষ্ঠান। ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ অভিনয় কৌশল আৰু হাস্য-ব্যংগ কৌতুকবোৰেই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ। এনে এটি মনোৰঞ্জক অনুষ্ঠান সম্প ...

কুশান গান

কুশান গান অবিভক্ত গোৱালপাৰা জিলাত প্ৰচলিত এবিধ লোকনাট্যানুষ্ঠান। এই কুশান গান বাৰেৰহনীয়া অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ। কুশান গানৰ উৎপত্তি সম্পৰ্কত ভিন্ন জনে ভিন্ন মত পোষণ কৰিছে। কোচ সকলে গোৱা গীত-মাতৰ পৰাই কুশান গানৰ উদ্ভৱ হৈছে বুলি কোনো কো ...