ⓘ Free online encyclopedia. Did you know? page 44

গুৰু আসন

সিংহাসন বা গুৰু আসন অসমীয়া সংস্কৃতিৰ হীৰক খণ্ড। কীৰ্তনঘৰৰ পূৰ্বদিশৰ মণিকূটত পশ্চিমমুৱাকৈ থাকে সিংহাসন। ইষ্টদেৱতাৰ সদায় স্থান সিংহাসনত। গুৰুজনাৰ ভাষাত" হেন মন্দিৰে ৰত্নসিংহাসনে। আসন্তে বহি প্ৰভু নাৰায়ণে॥” সিংহাসনৰ একেবাৰে তলত চাৰিকোণত থাকে চাৰি ...

গৰখীয়া ভাৰ

অতীতত নামনি অসমত দৰাই বিয়া কৰাবলৈ কন্যাঘৰলৈ যাওঁতে দৰাৰ লগে লগে বাৰগোপালৰ উদ্দেশ্যে এখন ভাৰ ল’ব লাগিছিল ৷ এই ভাৰখনৰ নাম গৰখীয়া ভাৰ ৷ গৰখীয়া ভাৰৰ এটা টেকেলিত বোকা চাউল, অথবা চিৰা, আন এটাত ভাল দৈ, তৃতীয়টোত পকা লাডু, এআশী কল আৰু আন এটা টোপোলাত এ ...

চকলং

চকলং বা চ-ক্লঙ হল টাই আহোম সকলৰ ফ্ৰা-লুং ধৰ্ম নিয়ম অনুসৰি প্ৰাচীন পুথি লাই লিত নাঙ হুন ফাত উল্লিখিত নিয়ম অনুসৰি পালন কৰা এক প্ৰকাৰৰ ক্লঙ বা ধৰ্মীয় অনুষ্ঠান যি আহোম বিবাহ পৰম্পৰা তিনিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য ...

চামাদি

চামাদি তিৱাসকলৰ সমাজ সংস্কৃতিত এটি অপৰিহাৰ্য অংগ। তিৱা সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত চামাদিৰ গুৰুত্ব অসীম। প্ৰাচীন কালৰে পৰা তিৱা সকলৰ মাজত চামাদিৰ পৰম্পৰা প্ৰচলিত। তিৱা ভাষাৰ চামাদি শব্দটিৰ অৰ্থ ডেকাচাং। ডেকাচাং শব্দটি জনজাতীয় সমাজ আৰু সংস্কৃতি ...

চেও-চাপৰি নাম

বিষয়বস্তু চেও-চাপৰি নামৰ বিষয়বস্তু ৰামায়ণ, মহাভাৰত, কীৰ্ত্তন-দশম কেন্দ্ৰিক। ৰামায়ণ, মহাভাৰত অথবা কীৰ্ত্তন-দশমৰ পৰা তেওঁলোকে গোৱাৰ উপযোগীকৈ গীত-পদ উলিয়াই লয়। ব্যৱহৃত বাদ্যযন্ত্ৰ চেও-চাপৰি নাম পৰিৱেশন কৰিবলৈ এযোৰ নাগাৰা আৰু কমেও দুযোৰ ভোৰতালৰ ...

চেলেং

চেলেং বা চেলেং চাদৰ শৰীৰৰ ওপৰ অংশত পৰিধান কৰা এবিধ অসমীয়া পৰম্পৰাগত বস্ত্ৰ। সাধাৰণতে দেহৰ সন্মুখৰ ফালে এটা অংশ ৰাখি লৈ বাঁও কান্ধেৰে পিঠিৰ ফালে চেলেঙৰ আনটো অংশ ওলোমাই লোৱা হয়। অসমীয়া সংস্কৃতিত চেলেং চাদৰক এক সন্মানীয় সাজৰূপে গণ্য কৰা হয়। চেল ...

চোতাল

চোতাল হৈছে মানুহৰ ঘৰৰ আগফালে বা পাচফালে থকা মুকলি ঠাই। সংস্কৃত: चत्वाल् মূলৰ পৰা চোতাল শব্দটো নিষ্পন্ন হৈছে। বিদেশতো মানুহে ঘৰত চোতাল ৰখা দেখা যায়। চোতালখনত সাধাৰণতে ঘাঁহ-বন নাথাকে ঘৰৰ আগফালে থকা চোতালক আগচোতাল আৰু পাচফালৰখনক পাচ চোতাল বুলি কয়। ...

জাপি

জাপি অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক ৰূপে সৰ্বজনবিদিত। প্ৰথমে জাপি দেখিবলৈ টুপিৰ দৰে আছিল। কালক্ৰমত তাৰ আকাৰ, ৰং, সজাৰ অৰ্থাৎ তৈয়াৰী কৰা সঁজুলি ভিন্ন ধৰণৰ হল। বাঁহ, বেত, গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ। কোনো কোনো দেশত ...

জোৰোণ

জোৰোণ হৈছে বিয়াৰ এদিন বা দুদিনৰ আগতে দৰাঘৰৰ মানুহে কইনা ঘৰলৈ গৈ কইনাক সেন্দূৰ, আ-অলঙ্কাৰ, কাপোৰ-কানি আদি প্ৰদান আৰু পৰিধান কৰোৱাৰ মাংগলিক অনুষ্ঠান। নামনি অসমত জোৰোণক তেল ভাৰ দিয়া বুলিও কোৱা হয়। জোৰোণৰ সম্ভাৰত কাপোৰ-কানিৰ উপৰি আইনা, ফণী, তামোল- ...

ঠগা

ঠগা অসমীয়া হস্ত শিল্পৰ উৎকৃষ্ট নিদৰ্শন। চন্দ্ৰকান্ত অভিধান মতে ঠগা হ’ল পুথি থোৱা এঠেঙীয়া কাঠৰ আধাৰ। পুথি থোৱা আন এক প্ৰকাৰৰ আধাৰ পোৱা যায়। ৩০ৰ পৰা ৪৫ ছেমিঃ দীঘল তক্তা এখনৰ মাজভাগত বিশেষ প্ৰক্ৰিয়াৰে কাটি মাজেদি ফালি দুভাগ কৰা হয়। দেখিবলৈ দুখন ...

ঠেঙ্গাল কছাৰীসকলৰ পৰম্পৰাগত সাজপাৰ

অসমৰ ঠেঙ্গাল কছাৰীসকলৰ পৰম্পৰাগত সাজপাৰৰ ভিতৰত পুৰুষসকলৰ প্ৰধান সাজ চুৰীয়া,চাদৰ, হাতৰ দীঘল চোলা। এৰী, মুগা,পাট আৰু অনান্য সূতাৰে মহিলাসকলে ঘৰতে পুৰুষৰ বাবে তৈয়াৰ কৰি দিয়ে। বিয়া-বাৰুত পুৰুষে মুগাৰ চোলা-চুৰীয়া, চেলেং,গামোচা আৰু মূৰত মুগাৰ পাগ ...

ডেকা চাং

ডেকা চাং কিছুমান জনজাতিৰ বিয়া নকৰা ডেকাবিলাক থকা চাং-ঘৰ। পাহাৰীয়া আৰু বানপানীৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলৰ জনজাতি সকলে সাধাৰণতে মাটিৰ পৰা ওখকৈ চাং ঘৰত বাস কৰে। পৃথিৱীৰ বিভিন্ন ঠাইৰ জনজাতীয় গাওঁসমূহত ডেকা চাং দেখা যায়। ডেকা চাং সমূহত গাঁৱৰ ডেকা সকল ...

ঢুলীয়া ভাওনা

লোকনৃত্য আৰু লোক অভিনয় উভয়ৰে দাবী পূৰণ কৰি অহা ঢুলীয়া ভাওনা পৰম্পৰাগতভাৱে অতি প্ৰাচীন কালৰে পৰা বৰ্তমানলৈ অসমত বিভিন্ন জনগোষ্ঠীৰ মাজত সমাদৃত হৈ আহিছে। ঢুলীয়া দলে সভা-মেলা, বিয়া-বাৰু আদিৰ প্ৰসংগত নৃত্য গীত সহ ঢোল বজোৱাৰ উপৰিও চাৰ্কাছ, কুষ্টি ...

ঢেঁকী

ঢেঁকী হৈছে চাউল, মচলা আদি গুৰি কৰিবলৈ ব্যৱহাৰ কৰা এবিধ কাঠৰ আহিলা। অসমত অতীজৰে পৰা ঢেঁকীৰ প্ৰচলন হৈ আহিছে। অসমীয়াৰ লগতে বিভিন্ন অইন বহুতো জাতি জনজাতিৰ লোকেও ঢেঁকী ব্যৱহাৰ কৰা দেখা যায়। অসমৰ বাদেও ইয়াৰ দাতি কাষৰীয়া ৰাজ্য পশ্চিম বংগ আৰু বাংলাদে ...

তোলনি বিয়া

অসমীয়া সমাজত বহুল প্ৰচলিত এক লোক ৰীতি হৈছে তোলনি বিয়া । এগৰাকী কন্যা প্ৰথম ঋতুমতী হোৱাৰ লগত সংগতি ৰাখি বিভিন্ন বাধ্যবাধকতাৰ মাজেৰে এই তোলনি বিয়া সম্পন্ন কৰা হয়। ঠাইভেদে তোলনি বিয়াক নোৱাই-তোলনি বিয়া, শান্তি বিয়া, চুৱা বিয়া, প্ৰথম বিয়া, মৌ ...

ধোঁৱাচাং

ধোঁৱাচাং অসমৰ গাঁৱৰ মানুহৰ বাবে অপৰিহাৰ্য সামগ্ৰী বিশেষ। ঘৰৰ জুহাল বা ৰান্ধনিশালৰ ওপৰত চাৰিটাকৈ খুটি পুতি নাইবা বিশেষ পদ্ধতিৰে ধোঁৱাচাংখন ওলমাই ৰখাই হয়। ই প্ৰায় দুইৰ পৰা চাৰি খলপীয়া হয়।

নাদু-ভংগী

নাদু-ভংগী নাচত পূৰ্বতে উল্লেখ কৰি অহা তিনিযোৰ নটুৱাৰ ভিতৰত প্ৰথম যোৰাই কৃষ্ণৰ, দ্বিতীয় যোৰাই গোপীৰ আৰু তৃতীয় যোৰাই ঝুমুৰৰ সাজ পিন্ধি নাচিবলৈ লয়। নাদু-ভংগীৰ সাজ সম্পৰ্কে ড৹ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীয়ে এনেদৰে কৈছে---- "ককালত ৰঙা বা পাটৰ চুৰিয় ...

নামঘৰ

নামঘৰ অসমীয়া লোকসকলৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ। শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰথম বাৰৰ কাৰণে নামঘৰৰ প্ৰতিষ্ঠা কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু ...

পানীতোলা সবাহ

পানীতোলা সবাহ উজনি অসমৰ গাঁও বিশেষত পালন কৰি অহা এক লোকাচাৰ। খেতিৰ বাবে পৰ্যাপ্ত বৰষুণ কামনা কৰি প্ৰতিবছৰে জেঠ মাহত পানীতোলা সবাহৰ আয়োজন কৰা হয়। তিনিদিনীয়াকৈ গাঁৱৰ নামঘৰত সমূহীয়াভাৱে পালন কৰা এই সবাহত অংগ খুঁত নথকা, পিতৃ-মাতৃ জীৱিত থকা তিনিজন ...

পাল নাম

পালনাম ৰ অৰ্থ হৈছে নিৰৱচ্ছিন্নভাৱে পালে পালে কৰা নাম-কীৰ্তন। ইতিহাসপ্ৰসিদ্ধ গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, নতুন কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, বিহিমপুৰ সত্ৰ আদিত নিজস্ব পৰম্পৰাৰে পালনাম অনুষ্ঠিত হয়। আউনীআটী সত্ৰত অনুষ্ঠিত হোৱা পালনামৰ এক সুকীয়া ব ...

প্ৰভাতী

সমগ্ৰ পুহমাহ জুৰি সুৰ্যোদয়ৰ পূৰ্বেই গাঁৱৰ যুৱক আৰু আদহীয়া লোকসকলে গাঁৱৰ বাটে বাটে প্ৰভাতী গায়৷ এই প্ৰভাতী গোৱাত শংখ, ঘণ্টা, খুটিতাল, খোল, মৃদংগ, ডম্বৰু আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়৷ সমনীয়াই শংখ বজাই দলৰ বাকীসকলক পুৱাতে জগোৱাৰ নিয়ম৷ তাৰপাছ ...

বগেজাৰী গীত

বগেজাৰী গীত হৈছে পাতি ৰাভাসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত। পুৰণি কামৰূপ জিলাৰ ঔগুৰি, বামুনীগাওঁ, বকো, বনগাওঁ আৰু বগে ৰাজ্যত ৰচিত হৈছিল বগেজাৰী গীত।

বুলবুলি চৰাইৰ যুঁজ

অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে।

বৰদৈচিলা

বৰদৈচিলা বৰ্ষাকালত অসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহাৰ নাম। প্ৰতি বছৰ বৰদৈচিলাৰ কবলত ঘৰ, খেতিপথাৰৰ ক্ষতি হয়। চত মাহৰ পৰা বহাগ মাহলৈকে অসমত বৰদৈচিলাৰ প্ৰভাৱ পৰিলক্ষিত হয়।

ভেকুলী বিয়া

অসম মূলতঃ কৃষি প্ৰধান দেশ। কৃষিৰ বাবে পানীৰ প্ৰয়োজন। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাঁট দিয়ে। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে ...

মণিকূট

অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এটি উল্লেখযোগ্য সম্পদ হ’ল মণিকূট৷ অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে নামঘৰৰ সংলগ্নকৈ মণিকূটটো সজা দেখা যায়৷ নামঘৰ অথবা কীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ থাকে৷ নামঘৰটো পূৰ্ব প্ৰকোষ্ঠত লগ লগাই মণিকূটটো উত্তৰা-দক্ষিণাকৈ সজা হয়৷ এই মণিকূটৰ সো ...

মৃতকক দিয়া

মৃতকক দিয়া প্ৰথা হৈছে ঠেঙ্গাল কছাৰী সমাজত পৰিয়ালবৰ্গৰ মঙ্গলাৰ্থে পালন কৰা এক পুৰণি প্ৰথা। বিহু সংক্ৰান্তিত, খেতি বাতিৰ আৰম্ভণিত আৰু সামৰণিত, বেমাৰ আজাৰ,অপায়-অমংগল ইত্যাদি হলে মৃতকক দিয়াৰ নিয়ম পালন কৰা হয়। ঠেঙ্গাল কছাৰীসকলে প্ৰত্যেক বিহুত মৃ ...

মেখেলা

অসমীয়া মহিলাৰ জাতীয় পোছাক হ’ল মেখেলা চাদৰ৷ তাৰে অধোবস্ত্ৰ ৰূপ মেখেলা পৰিধান কৰা হয় ৷ মেখেলা শব্দৰ মূল সংস্কৃত মেখলা ৷ অধোবস্ত্ৰ আৰু কঁকালত মেৰিউৱা মেখলাৰ ধাৰণাটো বৈদিক যুগৰে ৷ এসময়ত অধোবস্ত্ৰ ৰূপে মেখলা স্ত্ৰী-পুৰুষ নিৰ্বিশেষে পৰিধান কৰিছিল ৷ ...

মেখেলা চাদৰ

মেখেলা চাদৰৰ দুটা মুখ্য অংশ আছে। কঁকালৰ পৰা তললৈ পিন্ধা অংশক মেখেলা বুলি কোৱা হয়। ইয়াক কঁকালৰ চাৰিওফালে খাপ খাবলৈ, কঁকালত মেৰিয়াই ভাঁজ বনাই কঁকালত খুছি পৰিধান কৰা হয়। ভাঁজবোৰ সোঁফালে আৰু অতি কম সৰ্বাধিক তিনিটা দিয়া হয়। মেখেলাৰ ওপৰৰ অংশত পিন ...

লখিমী বিবাহ

লখিমী বিবাহ সাধাৰণতে উজনি অসমৰ গাঁও বিশেষতে সীমাবদ্ধ। বৰষুণৰ কামনাৰে জেঠ-আহাৰ মাহত লখিমী সবাহৰ সৈতে জড়িত বিশ্বাস অনুসৰি, শস্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী বা লখিমী ধান চপোৱাৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু ওখ পৰ্বতত স্থিতি লয়গৈ। মানুহৰ প্ৰতি সন্ ...

শেন যুঁজ

শেন যুঁজ বা শেন কনুৱাৰ যুঁজ অসমৰ পাৰম্পৰিক খেল সমূহৰ ভিতৰত অন্যতম। ইয়াত শেন চৰাই আৰু কনুৱা চৰাইৰ যুঁজক আমোদজনক ৰূপত উপস্থাপন কৰা হয়। স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱাৰ বাবে ইয়াক আহোম যুগৰ ৰাজকীয় খেল বুলিও অভিহিত কৰা হয়। শেন যুঁজ ঠাই ...

হুদুমদেওৰ পূজা

অনাবৃষ্টিৰ ফলত খেতিপথাৰে যেতিয়া চিৰালফাঁট মেলে, কৃষকে হুমুনিয়াহ কাঢ়ি ঘনে ঘনে আকাশলৈ চায়, তেনে পৰিস্থিতিত গোৱালপাৰা অঞ্চলত হুদুমদেওৰ পূজা আয়োজন কৰি বৃষ্টিৰ আয়োজন কৰা হয়। এই অনুষ্ঠান সম্পূৰ্ণৰূপে সত্ৰ আচাৰ। পূৰ্বতে আঁউসীৰ নিশা হুদু চৰাই এটা ...

ৰিহা

ৰিহা অসমীয়া গোপিনী-বোৱাৰীয়ে পিন্ধা এবিধ পৰম্পৰাগত সাজ। ই এবিধ উত্তৰীয় বস্ত্ৰ। ইয়াক কাঁচলি বুলিও জনা যায়। পুৰণি অসমীয়া সমাজত মহিলাই মেখেলাৰ ওপৰত ৰিহা পিন্ধিছিল। বক্ষস্থল আগুৰিবৰ বাবে চোলাতকৈ ৰিহাৰ ব্যৱহাৰ বেছি আছিল। ৰিহাখনে কঞ্চুলিকা বা স্তন ...

অংকীয়া নাট

অংকীয়া নাট হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাটসমূহ। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক অংকীয়া নাট বুলি নাম ...

আখ্যান

আখ্যান এক পৰম্পৰাগত সঙ্গীতিক থিয়েটাৰ তথা গুজৰাটী আৰু ৰাজস্থানী কবিতাৰ এক মধ্যযুগীয় শৈলী। ভাৰতৰ ৰাজস্থান আৰু গুজৰাটত এনে ধৰণৰ আখ্যান প্ৰচলিত আছিল।

গুজৰাটী থিয়েটাৰ

গুজৰাটী থিয়েটাৰে গুজৰাটী অথবা ইয়াৰ উপভাষাসমূহত নাট মঞ্চস্থ কৰা থিয়েটাৰক বুজায়। গুজাৰাটী থিয়েটাৰ সাধাৰণতে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মুম্বাই, আহমেদাবাদ, বৰোদা, সুৰাত আদি চহৰত তথা গুজাৰাটী লোকৰ বসতি থকা, বিশেষকৈ উত্তৰ আমেৰিকা আদিত প্ৰদৰ্শিত হয়। ১ ...

নৌটংকী

নৌটংকী দক্ষিণ এছিয়াৰ, বিশেষকৈ উত্তৰ ভাৰতৰ এক জনপ্ৰিয় লোকনাট্য শৈলী। বলীউদী চলচ্চিত্ৰ আগমনৰ পূৰ্বে নৌটংকীয়ে আছিল উত্তৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ সৰ্বাধিক জনপ্ৰিয় বিনোদন মাধ্যম। নৌটংকীৰ চহকী সংগীত আৰু হাস্যৰসপ্ৰধান, বিনোদনমূলক কাহিনীৰ সংয ...

পাৰ্চী থিয়েটাৰ

পাৰ্চী থিয়েটাৰ বা পাৰ্চী ৰঙ্গমঞ্চ শব্দ-গুচ্ছই পাৰ্চীসকলৰ বা বহুলভাৱে পাৰ্চী ব্যৱসায়িক গোষ্ঠীৰ মালিকানাধীন কোম্পানীৰ দ্বাৰা ১৮৫০ৰ দশকৰ পৰা ১৯৩০ৰ দশকলৈ মঞ্চায়ন কৰা এক প্ৰভাৱশালী ৰঙ্গমঞ্চ পৰম্পৰাক সূচায়। পাৰ্চী থিয়েটাৰৰ নাটকবোৰ মূলতঃ উৰ্দু বা গ ...

বঙালী থিয়েটাৰ

বঙালী থিয়েটাৰ মানে হ’ল- সাধাৰণতে বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবঙ্গত বঙালী ভাষাত পৰিবেশন কৰা থিয়েটাৰ। ব্ৰিটিছ শাসনৰ সময়ত, ঊনৈশ শতিকাৰ প্ৰথমৰ ফালে ব্যক্তিগত বিনোদন হিচাপে বঙালী থিয়েটাৰৰ উৎপত্তি হৈছিল। স্বাধীনতাৰ প্ৰাক কালত বঙালী থিয়েটাৰবোৰে ব্ৰিটি ...

ভাৰতীয় গণনাট্য সংঘ

ভাৰতীয় গণনাট্য সংঘ ভাৰতৰ থিয়েটাৰ শিল্পীসকলৰ আটাইতকৈ পুৰণি সংস্থা। ব্ৰিটিছৰ শাসন কালত ১৯৪৩ চনত গণনাট্য সংঘ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কিত বিষয়-বস্তুৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছিল। সংস্থাটোৰ উদ্দেশ্য আছিল ভাৰতীয় ...

ভ্ৰাম্যমাণ থিয়েটাৰ

ভ্ৰাম্যমাণ থিয়েটাৰ মূলতঃ নাট্য পৰিবেশনৰ এক মাধ্যম। এখন ঠাইৰপৰা আন এখন ঠাইলৈ নাটক প্ৰদৰ্শন কৰি ফুৰি কৰাটোৱেই ভ্ৰাম্যমাণৰ মূল চিনাকি হলেও যাত্ৰা বা অন্যান্য ভ্ৰমণকাৰী নাট্য দলৰ লগত ইয়াৰ কেইটামান উল্লেখনীয় পাৰ্থক্য আছে। নাটকৰ লগত জড়িত অভিনেতা-অভ ...

মণিপুৰী সংকীৰ্তন

মণিপুৰী সংকীৰ্তন হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজহুৱা মন্দিৰসমূহত আৰু ব্যক্তিগত স্থানত কৰা একপ্ৰকাৰৰ পাৰম্পৰিক নাট্য। ইয়াত ধৰ্মীয় ৰীতি-নীতি, গীত, বাদ্য আৰু নৃত্যৰ সমলয়ত প্ৰদৰ্শন কৰা হয়। সংকীৰ্তনৰ জৰিয়তে অতুলনীয় ধৰ্মীয় ভক্তি আৰু শক্তি প্ৰদৰ্শন ...

মাৰাঠী থিয়েটাৰ

মাৰাঠী থিয়েটাৰ মানে হ’ল মূলতঃ মহাৰাষ্ট্ৰত উদ্ভৱ আৰু বিকাশ হোৱা মাৰাঠী ভাষাৰ থিয়েটাৰ। সংগীত নাটক আৰু তামাচাৰ পৰা উপাদান গ্ৰহণ কৰি, ঊনৈশ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হৈ ১৯৫০ আৰু ১৯৬০ৰ দশকত ই পূৰ্ণবিকশিত ৰূপ পৰিগ্ৰহ কৰিছিল। ভাৰতৰ অন্যান্য অঞ্চলত যেতিয ...

সংগীত নাটক

সংগীত নাটক হ’ল সংগীতপ্ৰধান নাটক। এনে নাটকত গদ্যৰ সমান্তৰালকৈ গীতৰ ৰূপত থকা কবিতাৰ দ্বাৰাও কাহিনী বৰ্ণনা কৰা হয়। সংগীত-নাটকে মাৰাঠী থিয়েটাৰৰ বিকাশত আৰু তেনেকৈ মাৰাঠী চলচ্চিত্ৰ বা বহল অৰ্থত ভাৰতীয় চলচ্চিত্ৰৰ বিকাশক এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। স ...

ৰামলীলা

ৰামলীলা একপ্ৰকাৰ লোকনাট্য শৈলী। এই নাট্যধাৰাত হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত ৰাম আৰু ৰাৱণৰ মাজত সংঘটিত দহদিন ব্যাপি চলা যুদ্ধৰ পুনৰভিনয় কৰা হয়। ৰামলীলাৰ উদ্ভৱ ভাৰতীয় উপমহাদেশত। ৰামৰ বিজয়ৰ স্মৰণত আয়োজিত উৎসৱ বিজয়া দশমী বা দশেৰাৰ পূৰ্বৰ দহ ন ...

কʼলাট্টম নৃত্য

কলাট্টম হৈছে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, আৰু তামিলনাডু ৰাজ্যৰ এক পৰম্পৰাগত লোকনৃত্য। কেৰালাত এই নৃত্য কুম্মী নামেৰে জনজাত। গুজৰাট ৰাজ্যৰ দাণ্ডিয়া ৰাসৰ দৰে, ৰঙীন লাঠি হাতত লৈ এই নৃত্য প্ৰদৰ্শন কৰা হয়। কলাট্টম শব্দটো দুটা পৃথক শব্দৰ পৰা উদ্ভৱ হৈছে- কো ...

কন্যাৰকালি

কন্যাৰকালি হ’ল কেৰালাৰ পলক্কাদ জিলাৰ, চিট্টুৰ তালুকৰ গাঁৱৰ মন্দিৰবোৰত অনুষ্ঠিত হোৱা এটা লোকনৃত্য। অনুষ্ঠানটো সাধাৰণতে গাঁৱৰ বিষু উৎসৱৰ এটা অংশ আৰু ‘ভেলা’ৰ সৈতে সংগতি ৰাখি এপ্ৰিল-মে’ মাহত অনুষ্ঠিত কৰা হয়। এইটো নায়াৰ সম্প্ৰদায়ৰ এটি কৃষিভিত্তিক উ ...

গিদ্ধা

গিদ্ধা ভাৰত আৰু পাকিস্তানৰ পঞ্জাব অঞ্চলত প্ৰচলিত মহিলাসকলৰ এক জনপ্ৰিয় লোক নৃত্য। গিদ্ধা নৃত্য প্ৰাচীন ৰিং নৃত্যৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা হয়। ই ভাংৰাৰ দৰেই উত্তেজনাপূৰ্ণ আৰু একে সময়তে ই সৃজনশীলভাৱে নাৰীসূলভ কৰুণা, সৌন্দৰ্য আৰু নমনীয়তা প্ৰদৰ ...

গৰবা

গৰবা ভাৰতৰ গুজৰাট ৰাজ্যৰ পাৰম্পৰিক লোকনৃত্য। গৰবা নামটো সংস্কৃত শব্দ গৰ্ভ আৰু দীপৰ পৰা আহৰণ কৰা হৈছে। এই নৃত্য বিশেষকৈ নৱৰাত্ৰিত কেন্দ্ৰীয়ভাৱে জ্বলোৱা চাকি বা দেৱী শক্তিৰ ছবি বা মূৰ্তিৰ চাৰিওফালে পৰম্পৰাগতভাৱে ঘূৰি ঘূৰি কৰা হয়।

ঘুমৰ নৃত্য

ঘুমৰ নৃত্য ভাৰতৰ ৰাজস্থানত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰাগত লোকনৃত্য। আৰম্ভণিতে ভিল জনজাতিৰ লোকসকলে দেৱী সৰস্বতীক উপাসনা কৰিবলৈ এই নৃত্য কৰিছিল। পিছলৈ আন ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলেও ইয়াক গ্ৰহণ কৰে। ঘাঘৰা নামৰ প্ৰবাহিত পাৰম্পৰিক পোছাক পিন্ধি ওৰণিলো ...