ⓘ Free online encyclopedia. Did you know? page 46

হাজং জনগোষ্ঠী

হাজং জনগোষ্ঠী ভাৰত উপমহাদেশৰ এক জনজাতি। এই জনগোষ্ঠী লোকসকলে ঘাইকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাংলাদেশৰ উত্তৰ অংশত বাস কৰে। হাজং সকলৰ সংখ্যাগৰিষ্ঠ লোকে ভাৰতত বাস কৰে। হাজং সকল সাধাৰণতে ধান খেতি কৰে। কথিত আছে যে তেওঁলোকে গাৰো পাহাৰত ধান ...

ৰাভা জনগোষ্ঠী

ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলে কিছু পৰিমাণে বাস কৰে। ৰাভাসকল অসমৰ পঞ্চম বৃহত্তম তপশিলি ভুক্ত উপজাতি। এই ৰাজ্যত দুই লাখ সাত ...

অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহ

অৰুণাচল প্ৰদেশ ত প্ৰায় ২০ টা মুখ্য জনগোষ্ঠী আছে। এই সমূহৰ ভিতৰত বহুতো উপ-জনগোষ্ঠী আছে। জনগোষ্ঠী সমূহৰ মাজত সামাজিক আৰু সংস্কৃতিৰ বিভিন্নতা দেখা যায়। জনগোষ্ঠী সমূহৰ নিজস্ব কিছুমান পৰম্পৰা আছে। অৰুণাচলৰ জনগোষ্ঠী সমূহৰ মাজত শিল্পনৈপুণ্য কাৰিকৰী দে ...

মিচিমি জনগোষ্ঠী

মিচিমি জনগোষ্ঠীৰ লোকসকল লোহিত, উজনি দিবাং উপত্যকা আৰু নামনি দিবাং উপত্যকাত বাস কৰে। এই জনগোষ্ঠীৰ তিনিটা ভাগ আছে: ইদু অথবা চুলিকতা, ডিগাৰু অথবা তাৰন আৰু মিজু অথবা কমন । ইদু মিচিমিৰ এটা ভাগক বেবেজীয়া মিচিমি বুলিও কোৱা হয়। মিচিমি জনগোষ্ঠীৰ মহিলা স ...

অসম গণ পৰিষদ

অসম গণ পৰিষদ হল অসমৰ এক ৰাজনৈতিক দল। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা অসম আন্দোলনৰ পৰিণতিত অসম গণ পৰিষদ গঠিত হৈছিল। বৰ্তমানলৈকে অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃ ...

জলেশ্বৰ (বিধানসভা সমষ্টি)

জ্বলেশৰ অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৩৯ হৈছে জ্বলেশৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। জ্বলেশৰ গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্যতম। ই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।

ছোনিয়া গান্ধী

ছোনিয়া গান্ধী এগৰাকী ইটালীয় মূলৰ ভাৰতীয় ৰাজনীতিক। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ পত্নী।

২০১৮ ৰাজস্থান বিধানসভা নিৰ্বাচন

ভাৰতৰ ৰাজস্থান ৰাজ্যত ৭ ডিচেম্বৰ ২০১৮ত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ সৰ্ববৃহৎ দল প্ৰতিপন্ন হল। ২০১৩ চনত ৰাজস্থান বিধানসভাত ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল।

২০২০ দিল্লী বিধানসভা নিৰ্বাচন

২০২০ৰ দিল্লী বিধানসভা নিৰ্বাচন ৮ ফেব্ৰুৱাৰীৰ দিনা দিল্লী বিধানসভাৰ ৭০জন সদস্য নিৰ্বাচন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল৷ ভোটদানৰ হাৰ আছিল ৬২.৫৯%, যি হাৰ ২০১৫ৰ দিল্লী বিধানসভাৰ নিৰ্বাচনকৈ ৪.৮৮% কম আছিল, কিন্তু ২০১৯ৰ দিল্লীৰ লোকসভা নিৰ্বাচনতকৈ ২% বেছি ...

জীপ কেলেংকাৰী, ভাৰত

১৯৪৮ চনত সংঘটিত জীপ কেলেংকাৰী স্বাধীন ভাৰতৰ প্ৰথমটো বৃহৎ কেলেংকাৰী বুলি জনা যায়৷ সেইসময়ত যুক্তৰাজ্যত ভাৰতীয় হাই কমিছনাৰ পদত নিযুক্ত হৈ থকা ভি. কে. মেনন-এ প্ৰ’ট’কল ভংগ কৰি এক বিদেশী কোম্পানীৰ পৰা সৈন্যবাহিনীৰ জীপ গাড়ী ক্ৰয় কৰিবলৈ এক ৮০ লাখ টক ...

অখিল ভাৰতীয় হিন্দু মহাসভা

অখিল ভাৰতীয় হিন্দু মহাসভা ভাৰতৰ এটা হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল। এই সংগঠনটো ১৯০৬ চনত মুছলিম গঠন তথা মৰ্লে-মিণ্টো সংস্কাৰৰ অধীনত ভাৰত চৰকাৰে মুছলমানসকলৰ বাবে সুকীয়া নিৰ্বাচনী ব্যৱস্থা কৰাৰ পিছত ব্ৰিটিছ ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষি ...

আম আদমী পাৰ্টি

আম আদমী পাৰ্টি এক ভাৰতীয় ৰাজনৈতিক দল। ইয়াৰ আনুষ্ঠানিক আৰম্ভ হয় ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে আৰু বৰ্তমানে ই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ শাসকদল। ২০১১ চনৰ পৰা জন লোকপাল বিলৰ দাবিত ভাৰতত হোৱা যি দুৰ্নীতিৰ বিৰোধী আন্দোলন, তাক ৰাজনীতিকৰণ কৰিব লাগে ...

ভাৰতীয় জনতা পাৰ্টি

ভাৰতীয় জনতা পাৰ্টি বা বিজেপি ভাৰতৰ এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল। এইটো এটা ভাৰতীয় জাতীয়তাবাদী আৰু ৰক্ষণশীল সামাজিক নীতি, স্বদেশী, মুক্তবজাৰ ধনতান্ত্ৰিক নীতি, জাতীয় নীতিৰ দ্বাৰ ...

ভাৰতীয় জাতীয় কংগ্ৰেছ

ভাৰতীয় জাতীয় কংগ্ৰেছ ইংৰাজী: Indian National Congress চমুকৈ INC আৰু সাধাৰণভাৱে কেৱল Congress) হল ভাৰতৰ এক ৰাজনৈতিক দল। It is one of the two major political parties in India, the other being the Bharatiya Janata Party. It is the largest and one ...

ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)

ভাৰতীয় জাতীয় কংগ্ৰেছ হৈছে ১৯৬৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আতঁৰি গৈ ইন্দিৰা গান্ধীৰ নেতৃত্বত গঠন হোৱা এটা দল। ১৯৬৭ চনত যেতিয়া সন্মিলিত বিৰোধী দলসমূহে সংযুক্ত বিধায়ক দল ৰ বেনাৰত হিন্দী বলয়ৰ ৰাজ্যসমূহৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিবলৈ সক্ষম হৈছ ...

অৰুণাচল পশ্চিম (লোকসভা সমষ্টি)

অৰুণাচল পশ্চিম লোকসভা সমষ্টি হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, নামনি সোৱণশিৰি, কুৰুং কুমেই, উজনি সোৱণশিৰি আৰু পশ্চিম ছিয়াং জিলাক সামৰি লোৱা হৈছে।

অৰুণাচল পূব (লোকসভা সমষ্টি)

অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টি ইংৰাজী: Arunachal East Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত উজনি ছিয়াং, পূব ছিয়াং, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত, অঞ্জাও, চাংলাং আৰু তিৰাপ জিল ...

ছিক্কিম (লোকসভা সমষ্টি)

ছিক্কিম লোকসভা সমষ্টি হৈছে উত্তৰ-পূব ভাৰতৰ ছিক্কিম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটোত সমগ্ৰ ছিক্কিমখন সামৰি লোৱা হৈছে। এই লোকসভা সমষ্টিটো ১৯৭৭ চনত সৃষ্টি কৰা হৈছিল।

মিজোৰাম (লোকসভা সমষ্টি)

মিজোৰাম লোকসভা সমষ্টি হৈছে উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

অসমৰ পুৰণি স্থাপত্য

অসমৰ পুৰণি স্থাপত্য বুলিলে পুৰণি কালত নিৰ্মাণ কৰা মঠ-মন্দিৰসমূহৰ কথা বুজোৱা হয়। মঠ -মন্দিৰসমূহৰ লগতে বিভিন্ন ৰজাঘৰীয়া প্ৰাসাদ-দূৰ্গ আদিয়েও পুৰণি অসমৰ স্থাপত্য নিদৰ্শন দাঙি ধৰে। সেই বিভিন্ন মঠ-মন্দিৰ তথা প্ৰাসাদ-দূৰ্গ আদিৰ গাত খোদিত কৰা বিভিন্ন ...

অসমৰ সমস্যা

ভাৰতবৰ্ষৰ পূবকোণত অৱস্থিত এসময়ৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অসমত বৰ্তমান বিভিন্ন সমস্যাই গা কৰি উঠিছে। দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাই অসমৰ উন্নতিত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। যাৰ বাবে আজি অসমৰ বুকুত সকলো থকাৰ পিছতো অসম অন্যান্য ৰাজ্যৰ তুলনাত বহ ...

আবতানি

আবতানি বা আবুতানি হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ আপাতানি, নিছি, আদি, গালো আৰু তাগিনৰ দৰে তানি জনগোষ্ঠীৰ অধিবাসীসকলৰ পূৰ্বপুৰুষ। অসমৰ প্ৰধানকৈ লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাত বসবাস কৰা মিচিং জনগোষ্ঠীও আবতানি গোটৰ অন্তৰ্ভুক্ত। ভাৰত-চীন সীমান ...

ডনি-পল

ডনি-পল অভিধাৰে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ তানি আৰু অন্যান্য তিব্বত-বাৰ্মা মূলৰ অধিবাসীসকলৰ মাজত প্ৰচলিত সৰ্বপ্ৰাণবাদ আৰু শমনবাদ প্ৰকাৰৰ খিলঞ্জীয়া ধৰ্মীয় পদ্ধতিসমূহক বুজোৱা হয়। "ডনি-পল" নামটিৰ অৰ্থ হৈছে "সূৰ্য-চন্দ্ৰ"। খ্ৰীষ্টধৰ্মই ...

অৰুণাচল কমলা

অৰুণাচল কমলা বা ৱাক্ৰ’ কমলা হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত থলুৱাভাৱে উৎপাদিত হোৱা এবিধ কমলা টেঙা। ২০১৫ চনৰ ২৩ মাৰ্চত ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়নৰ কাৰ্যালয়ে অৰুণাচল কমলাক ভৌগোলিক স্বীকৃতি প্ৰদান কৰে। উত্তৰ-পূব ক্ষেত্ৰীয় ক ...

অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ

অৰুণাচল প্ৰদেশৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে কৃষি, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। এই সমূহত তেওঁলোকে নৃত্য কৰি, ভোজ-ভাত খাই আনন্দ কৰে। কৃষিৰ লগত জড়িত থকা উৎসৱ সমূহত খেতি ভাল হ’বৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা ভাল খেতি হোৱা ...

ছি-দঞি উৎসৱ

ছি-দঞি হৈছে অৰুণাচল প্ৰদেশৰ টাগিন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। ৰাজধানী ইটানগৰৰ লগতে ডাপৰিজ, ডাম্পৰিজ, তালিহা, ছিয়াম আদি অঞ্চলত এই উৎসৱ ঘাইকৈ পালন কৰা হয়। ইয়াৰ বাহিৰেও টাগিন লোকসকলে বসবাস কৰা ঠাইসমূহত ছি-দঞি উৎসৱ উদযাপিত হয়। ১৯৭৫ চনত এই ...

ন্যোকুম

ন্যোকুম অৰুণাচল প্ৰদেশৰ নিচি জনজাতিসকলে পালন কৰা এটা উৎসৱ। ন্যোকুম দুটা শব্দৰ সংমিশ্ৰিত ৰূপ- ন্যোক মানে ভূমি বা পৃথিৱী কুম মানে একত্ৰীকৰণ। মুখ্য দেৱী ন্যোকুমকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলো দেৱদেৱীকে নিৰ্দিষ্ট এক সময়ত নিৰ্দিষ্ট এখন ঠাইলৈ যেন আমন্ত্ৰ ...

পৰশুৰাম কুণ্ড

পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশ ৰ লোহিত জিলাত অৱস্থিত এখন প্ৰাকৃতিক পাহাৰীয়া ঠাই। আগতে ইয়াৰ নাম দেৱপানী বা ব্ৰজকুণ্ড আছিল। অঞ্চলটোত শিৱৰ এটা মন্দিৰ আছে। ইয়াতে পৰশুৰামে লোহিত নদীখন কাটি ভৈয়ামলৈ বোৱাই দিছিল বুলি প্ৰবাদ আছে। ১৮৪০ চনত ইংৰাজ অভিযাত্ৰ ...

ভালুকপুং

ভালুকপুং ইংৰাজী: Bhalukpong ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে তেজপুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত এখন অতি মনোমোহা প্ৰাকৃতিক দৃশ্যৰাজিৰে ভৰপূৰ স্থান। ভালুকপুং অসমৰ সীমাত আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ অকা পৰ্বতমালাৰ পাদ দেশত অৱস্থিত। ইয় ...

মুৰুং উত্‍সৱ

মুৰুং হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আপাতানি জনজাতিসকলে উদযাপন কৰা এক তাত্‍পৰ্যপূৰ্ণ উত্‍সৱ। যদিও ই এক ব্যক্তিগত উৎসৱ, গোটেই গাওঁ আৰু নিশ্চিতভাৱে সমগ্ৰ আপাতনী লোক এই উৎসৱত জড়িত হৈ পৰে।ইয়াক জানুৱাৰী মাহত বা মুৰং পিলো মাহত পালন কৰা হয় ...

মোপিন উত্‍সৱ

মোপিন হৈছে অৰুণাচল প্ৰদেশত গালো জনজাতিসকলে অনুষ্ঠিত কৰা কৃষিসম্বন্ধীয় এটা উত্‍সৱ। গালো লোকসকল হৈছে পূৱ চিয়াং আৰু পশ্চিম চিয়াংত বসবাস কৰা এটা জনজাতি।এই উত্‍সৱটো গালো মাহৰ "লুমি" আৰু "লুকি"ৰ সময়ত শস্য কটাৰ সময়ত অনুষ্ঠিত কৰা হয়, যিটো গালো জনজা ...

নিজামাবাদৰ কলা মাটিৰ শিল্প

নিজামাবাদৰ কলা মাটিৰ শিল্প ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আজমগড় জিলাৰ নিজামাবাদত প্ৰচলিত পৰম্পৰাগত মৃৎশিল্প। কলা উজ্জ্বল পাত্ৰত ৰূপালী নক্সাৰ বাবে এই মৃৎশিল্প জনাজাত। ২০১৫ চনৰ ডিচেম্বৰ মাহত এই শিল্পয়ে ভাৰত চৰকাৰৰ পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয ...

বেনাৰসী শাৰী

বেনাৰসী শাৰী উত্তৰ প্ৰদেশৰ বাৰাণসী চহৰত তৈয়াৰ কৰা শাৰীৰ প্ৰকাৰ। বাৰাণসী চহৰৰ পুৰণি নাম বেনাৰস আৰু এই নামেৰে ইয়াত উৎপাদিত শাৰীৰ নাম বেনাৰসী শাৰী হৈছে। ই ভাৰতৰ উৎকৃষ্ট শাৰীবোৰৰ অন্যতম আৰু ইয়াক সোণালী আৰু ৰূপালী কিংখাপ বা জৰি, উৎকৃষ্ট ৰেচম আৰু সম ...

কুম্ভ মেলা

কুম্ভ মেলা হল এক বৃহৎ হিন্দু ধৰ্মীয় সন্মিলন। ইয়াত হিন্দু ধৰ্মীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰিবলৈ সমবেত হয়। ইয়াক পৃথিৱীৰ সৰ্ববৃহৎ শান্তিপূৰ্ণ সমদল বুলি গণ্য কৰা হয়। উল্লেখযোগ্য যে ২০১৩ চনত এলাহাবাদত হোৱা মহা কুম্ভ মেলাত প্ৰায় ১০০ মিলিয়ন লো ...

কেৰালাৰ মুছলমানসকলৰ মাজত বাল্য বিবাহ

কেৰালাৰ শাসকীয় দল সংযুক্ত প্ৰগতিশীল মৰ্চাৰ অংশ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে ২০১৩ চনৰ ১৪ জুনৰ দিনা এখন চাৰ্কুলাৰৰ যোগেৰে কেৰালাৰ মুছলমানৰ মাজত বাল্য বিবাহৰ বিষয়টোৰ ওপৰত দৃষ্টিপাত কৰিছিল। বাল্য বিবাহ আইনে নিৰ্দিষ্ট কৰি দিয়া বয়স নোপোৱাকৈয়েই মু ...

নীলাভিলাক্কু

নীলাভিলাক্কু বা কুথুভিলাক্কু দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুত প্ৰচলিত পাৰম্পৰিক ঐতিহ্যবাহী চাকি বা প্ৰদীপ। ইয়াক কেৰালাত নীলাভিলাক্কু আৰু তামিলনাডুত কুথুভিলাক্কু বুলি কোৱা হয়। পৰম্পৰাগত চাকিবিধ প্ৰতিটো শুভ অনুষ্ঠানৰ আৰম্ভণিত জ্বলোৱা হয়। বিশেষ ...

ভাল্লাম কালি

ভাল্লাম কালি ভাৰতৰ কেৰালাত প্ৰচলিত পৰম্পৰাগত নাও খেল। আক্ষৰিক ভাবে ভাল্লাম কালি মানে নাও খেল। এইটো মুখ্যতঃ বসন্তত কৃষিভিত্তিক উৎসৱ ওনামৰ সময়ত পতা কৰা হয়। ভাল্লাম কালিত বহু প্ৰকাৰৰ বৈঠাযুক্ত দীঘল নৌকা আৰু সাপৰ নাওৰ নাওখেলৰ প্ৰতিযোগিতা অন্তৰ্ভুক্ ...

কাছুটি

কাছুটি ভাৰতৰ কৰ্ণাটক ৰাজ্যত অনুশীলন কৰা লোক এম্ব্ৰইডাৰীৰ এক পৰম্পৰাগত ৰূপ। কাছুটি এম্ব্ৰইডাৰীৰ কাম অতি জটিল হয়। কেতিয়াবা হাতেৰে ৫,০০০টা লৈকে চিলাই কৰি ইয়াক প্ৰস্তুত কৰা হয়। পৰম্পৰাগতভাৱে ইল্কাল শাৰী, ৰবিকে আৰু আংগী বা কুৰ্তাৰ দৰে পোছাকৰ ওপৰত ...

কোল্‌হাপুৰী চেণ্ডেল

কোল্‌হাপুৰী চেণ্ডেল ভাৰতৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত প্ৰচলিত পৰম্পৰাগত হাতেৰে নিৰ্মাণ কৰা চামৰাৰ চেণ্ডেল। এই হস্তশিল্পত প্ৰাকৃতিক ৰং যেনে পাচলিৰ ৰং ব্যৱহাৰ কৰি স্থানীয়ভাৱে তৈয়াৰ কৰা হয়। কোল্‌হাপুৰী চেণ্ডেল বা কোল্‌হাপুৰী সাধাৰণতে মুক্ত বুঢ়া আঙুল ...

কৰ্ণাটক ৰাজোৎসৱ

কৰ্ণাটক ৰাজোৎসৱ বা কন্নড়া ৰাজোৎসৱা প্ৰতি বছৰে ১ নৱেম্বৰত পালন কৰা হয়। ইয়াক কৰ্ণাটক গঠন দিৱস বা কৰ্ণাটক দিৱস বুলিও কোৱা হয়। ১৯৫৬ চনৰ এই দিনটোতে দক্ষিণ ভাৰতৰ সকলো কন্নড় ভাষা কথিত অঞ্চলসমূথ একত্ৰিত কৰি কৰ্ণাটক ৰাজ্য গঠন কৰা হৈছিল। ৰাজোৎসৱৰ দিনট ...

ধোকলা

ধোকলা ভাৰতৰ গুজৰাট আৰু ওচৰৰ ৰাজ্যৰ কিছু অংশত প্ৰচলিত এবিধ পাৰম্পৰিক নিৰামিষ ব্যঞ্জন। চাউলৰ গুৰি আৰু মাটিমাহৰ গুৰি পানীৰ সৈতে মিহলাই কিণ্বন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত ধোকলা তৈয়াৰ কৰা হয়। ধোকলা মূলতঃ ৰাতিপুৱাৰ আহাৰ। ইয়াক মুখ্য অহাৰ হিচাপে, গৌ ...

নাগেশ্বৰ মন্দিৰ

নাগেশ্বৰ মন্দিৰ ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত হিন্দুসকলৰ এক অন্যতম ধৰ্মীয় পীঠস্থান। গুজৰাটৰ জামনগৰত অৱস্থিত এই মন্দিৰৰ শিৱলিংগক সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম বুলি বিবেচনা কৰা হয়। বিভিন্ন পৌৰাণিক আখ্যানেৰে এই মন্দি ...

সংখেড়া আচবাব

সংখেড়া আচবাব ভাৰতৰ গুজৰাটৰ চেগুন কাঠৰ ৰঙীন আচবাব। এই আচবাব সমূহ লাৰে ৰং কৰা হয় আৰু পৰম্পৰাগতভাৱে উজ্জ্বল গাঢ় ৰঙা আৰু সোণালী ৰং কৰা হয়। ইয়াক গুজৰাটৰ ছোটা উদয়পুৰ জিলাৰ সংখেড়া গাঁৱত প্ৰস্তুত কৰা হয় আৰু এই গাঁৱৰ নামৰ পৰা ইয়াৰ নাম আহিছে। এই গ ...

সোমনাথ মন্দিৰ

সোমনাথ মন্দিৰ ভাৰতৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰতীৰত গুজৰাট ৰাজ্যত অৱস্থিত এটি পবিত্ৰ তীৰ্থস্থান। সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত সোমনাথৰ স্থান প্ৰথম বুলি শিৱৰ আৰাধক সকলে গণ্য কৰে। বৰ্তমান সোমনাথ মন্দিৰ গুজৰাটৰ অ ...

ভুমচু

ভুমচু প্ৰতিবছৰে তিব্বত, ভূটান আৰু ভাৰতৰ ছিক্কিম ৰাজ্যত উদযাপন কৰা পাৰম্পৰিক উৎসৱ। এই বৌদ্ধ উৎসৱ তিব্বতীয় চন্দ্ৰ বৰ্ষপঞ্জীৰ প্ৰথম মাহৰ চতুৰ্দশ আৰু পঞ্চদশ দিনত অনুষ্ঠিত হয়। এই দিন সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পৰে। ভুমচ ...

অমৰনাথ মন্দিৰ

অমৰনাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী সকলৰ এখন প্ৰধান তীৰ্থস্থান। হিন্দুসকলৰ চাৰিধামৰ ভিতৰত এইখনৰ গুৰুত্ব অসীম। জন্মু-কাশ্মীৰৰ সীমান্তৰ ওচৰত, শ্ৰীনগৰৰ পৰা প্ৰায় ১৪১ কিলোমিটাৰ দূৰৈত ৩,৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত, বৰফেৰে আবৃত অমৰনাথ গুহা ৰ ভিতৰত সম্পূৰ্ণ ...

বৈষ্ণো দেৱী

বৈষ্ণো দেৱী মন্দিৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ ট্ৰিকোটা পৰ্বতত অৱস্থিত হিন্দুধৰ্মীসকলৰ এক অন্যতম পবিত্ৰ তীৰ্থস্থান। ‘মাতা ৰাণী’, ‘ট্ৰিকোটা’, ‘বৈষ্ণৱী’ আদি ভিন্ন নামেৰে পৰিচিত বৈষ্ণোদেৱী মন্দিৰ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পীঠ স্থান। লাখ লাখ ভক্তই প্ৰ ...

গঙ্গা পূজা

গঙ্গা পূজা উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য ত্ৰিপুৰাত পালন কৰা এক ধৰ্মীয় উৎসৱ। ত্ৰিপুৰী জনজাতিৰ লোকসকলে নদীৰ দেৱীক পূজা কৰে আৰু মহামাৰীৰ পৰা যাতে বচাই ৰাখে তথা গৰ্ভৱতী মহিলাসকলৰ কুশল-মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰে। নদী বা জানৰ মাজত বাঁহেৰে মন্দিৰ সাজি এই ...

আওলিং উৎসৱ

আওলিং উৎসৱ কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত এক উৎসৱ। এই উৎসৱ সাধাৰণতে প্ৰতিবছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। উত্তৰ পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ। নাগালেণ্ডৰ আনুষ্ঠানিক স্বীকৃতিপ্ৰাপ্ ...

আখুনি (খাদ্য)

আখুনি হৈছে মূলতঃ নাগালেণ্ডত পৰম্পৰাগতভাৱে সংৰক্ষণ কৰি ৰখা ছয়াবীন। আখুনি শব্দটো চুমী নগা ভাষাৰ পৰা উদ্ভৱ হৈছে। ই আখু আৰু নি এই দুটা শব্দৰে গঠিত। আখু শব্দৰ অৰ্থ গোন্ধ আৰু নি শব্দৰ অৰ্থ গভীৰ বা শক্তিশালী। গতিকে আক্ষৰিক অৰ্থত আখুনিয়ে তীব্ৰ গোন্ধকে ...