ⓘ Free online encyclopedia. Did you know? page 53

বনকুকুৰা

বনকুকুৰা Pheasant পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক প্ৰধানত: বিষুৱীয় অঞ্চলত পোৱা যায়৷ ইয়াক বৰ্তমান পোহনীয়া কুকুৰা চৰাইৰ পূৰ্বপূৰুষ বুলি গণ্য কৰা হয়৷ বনকুকুৰা পোনপ্ৰথমে প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে এছিয়াত পোহনীয়া কৰাৰ প্ৰচেষ্টা চলিছিল৷ পৰৱৰ্ত্তী ...

বলয়ী প্ৰাণী

বলয়ী প্ৰাণী বা এনিলিডা ‌, অৰ্থ "little ring"ৰ পৰা) হৈছে প্ৰাণীৰাজ্যৰ এটা পৰ্ব। ইহঁতৰ দেহ নলাকাৰ, খণ্ডিত দেখিবলৈ সৰু সৰু আঙুঠিৰ মালাৰ দৰে, সেইবাবে নাম "বলয়ী প্ৰাণী" নাম দিয়া হৈছে। উদাহৰণ কেচু, জোক, নেৰিছ।

বহুকোষী জীৱ

বহুকোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক কোষৰ দ্বাৰা গঠিত হয়, আনহাতে এককোষী জীৱবোৰৰ শৰীৰত মাত্ৰ এটা কোষ থাকে। কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ প্ৰায় ২০ নিযুত জীৱয়েই বহুকোষী জীৱ। বিশেষকৈ সকলো প্ৰজাতিৰ প্ৰাণী, স্থলজ ...

বাটৰাজ সাপ

বাটৰাজ সাপে পানীৰ ভেকুলী আৰু মাছ আদি খাই জীয়াই থাকে৷

বাঢ়ৈটোকা

বাঢ়ৈটোকা বা কাঠৰোকা ঠোঁটেৰে গছ খুলি পোক উলিয়াই খোৱা টান ঠোঁটৰ এবিধ মজলীয়া আকৃতিৰ চৰাই। পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে বিভিন্ন প্ৰজাতিৰ বাঢ়ৈটোকা পোৱা যায়। বাঢ়ৈটোকাৰ পাখিবিলাক বৰ ৰংচঙীয়া। পেটৰ ৰং বগা। মাজে মাজে কলা পাখি থাকে। পিঠিৰ ৰং সোণবৰণীয়া। ...

বামুণ বগলী

পূৰ্ণবয়স্ক বামুণ বগলীৰ দেহৰ দৈৰ্ঘ্য ৫৫-৬৫ ছে:মি: আৰু ওজন প্ৰায় ৩৫০-৫৫০ গ্ৰাম হয়৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ উপ-প্ৰজাতি garzetta ৰ ঠেং দীঘল আৰু কলা বৰণৰ, ঠৌঁট ঠেক, কলা৷ প্ৰজননৰ সময়ত ইয়াৰ মূৰৰ কিছু তলৰ পৰা দুডাল আৰু বুকুৰ পৰা একাধিক দীঘল ...

বামুণ ভেকুলা

Green or olive above, with dark spots; often a light vertebral line. Male with two subgular vocal sacs, conspicuous externally by folds of the skin on the sides of the throat; these regions generally blackish.

বামুণী সাপ

বামুণী সাপ এছিয়া মহাদেশত দেখা পোৱা এবিধ বিষ নথকা সাপৰ প্ৰজাতি। এই সাপবিধে ভেকুলীজাতীয় প্ৰাণী খাই জীয়াই থাকে।

বাৰীসুন্দৰী

বাৰীসুন্দৰী এটা মজলীয়া আকাৰৰ আৰু এছিয়া মহাদেশৰ স্থানীয় চৰাইৰ প্ৰজাতি। বাৰীসুন্দৰীৰ মতা চৰাইৰ নেজ অতি দীঘল। কিছুমানত ই মাখন বৰণীয়া আৰু অন্য কিছুমানত ইয়াৰ বৰণ বগা হয়। মাইকী বাৰীসুন্দৰীৰ নেজ চুটি, ডেউকা মাখন বৰণীয়া আৰু মূৰ অংশ কলা হয়। ইহঁতে ...

বিহুৱতী চৰাই

বিহুৱতী চৰাই এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় অঞ্চলত, প্ৰধানকৈ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে। i

বুলবুলি

বুলবুলি এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ফল-মূল আদি খাই জীয়াই থাকে। ইয়াৰ মূৰত থকা মুকুট আৰু ৰঙা কটি তথা চকুৰ ৰঙা অংশৰ বাবেই সহজেই চিনাক্ত কৰিব পৰা যায়।

বৃহৎ মালয় কেৰ্কেটুৱা

বৃহৎ মালয় কেৰ্কেটুৱা) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত দেখা পোৱা এবিধ কেৰ্কেটুৱাৰ প্ৰজাতি৷ এই কেৰ্কেটুৱাবিধ বাংলাদেশ, নেপাল, ভূটান, চীন, ম্যানমাৰ, লাওছ, থাইলেণ্ড, মালয়েছিয়া, কম্বোডিয়া, ভিয়েটনাম আৰু পশ্চিম ইণ্ডোনেছিয়ালৈকে বহুলভাৱে বিস্তৃত হৈ আছে৷

বেক্টেৰিয়া

বেক্টেৰিয়া এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱ। এণ্টন ফন লিউৱেনহক নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়। বিজ্ঞানী এহৰনবাৰ্গ-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে। পৰৱৰ্তী সময়ত ...

বৰ বগ

বৰ বগ এটা ডাঙৰ আকাৰৰ বগলীৰ প্ৰজাতি৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ ইয়াৰ উচ্চতা প্ৰায় এক মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় ৮০-১০৪ মিটাৰ৷ ইয়াৰ দেহৰ ওজন ৭০০-১৫০০ গ্ৰাম পৰ্যন্ত হব পাৰে৷দেখাত একেধৰণৰ বগলীৰ আনবোৰ প্ৰজতিৰ পৰা ইয়াক ইয়াৰ হালধীয়া ঠৌঁট, কলা ঠ ...

বৰখন্তি সাপ

বৰখন্তি সাপ Typhlopidae পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি। এই সাপবিধ প্ৰধানকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়।

বৰটোকোলা

বৰটোকোলা ইংৰাজী নাম: Lesser Adjutant Stork, বৈজ্ঞানিক নাম: ; ‘Ciconiidae ‘ পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই৷ এই গোত্ৰৰ অন্যান্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাই ৷ ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা য ...

বৰমূগী হাঁহ

বৰমূগী হাঁহ বিষূৱীয় অঞ্চল সমূহত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াক প্ৰধানত: এছিয়া মহাদেশত দেখা পোৱা যায়৷

বৰশৰালি

বৰশৰালি এবিধ হাঁহৰ প্ৰজাতি৷ ই দেখাত একেধৰণৰ শৰালিৰ প্ৰজাতিতকৈ আকাৰত কিছু ডাঙৰ হয়৷ তাৰোপৰি দুয়োটা প্ৰজাতিৰ মাজত কিছু গঠনগত পাৰ্থক্যও দেখা পোৱা যায়৷

বৰাশগুণ

বৰাশগুণৰ দেহৰ আকাৰ ডাঙৰ, দীঘলে প্ৰায় ৯৩-১২২ ছে:মি: আৰু ওজন প্ৰায় ৭.১ কি:গ্ৰা: হোৱা দেখা যায়৷ইয়াৰ মূৰ অংশ বগা, ডেউকা বহল আৰু নেজৰ পাখিবোৰ চুটি হোৱা দেখা যায়৷ ইয়াৰ ডিঙিত বগা দাগ আছে৷ বৰাশগুণৰ ঠোঁটৰ বৰণ হালধীয়া৷

ভদৰকলি

ভদৰকলি ‘’Paridae’’ পৰিয়ালৰ অন্তৰ্ভুক্ত এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ইউৰোপ, এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক সাধাৰণতে স্থানীয়ভাৱে দেখা পোৱা যায়৷ ভদৰকলিৰ আকাৰ সৰু৷ ইয়াৰ মূৰ আৰু ডিঙি অংশ ক’লা, মুখ বগা আৰু গাৰ তলৰ অংশ হ ...

ভাৰতীয় ফেঁটী সাপ

ভাৰতীয় ফেঁটী সাপ ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰতত হোৱা সাপে খোঁটাৰ ঘটনাৰ সৰহসংখ্যকেএই সাপবিধৰ দ্বাৰা সংঘটিত হয়। ভাৰতীয় সংস্কৃতিতো এই সাপবিধৰ এক বিশেষ স্থান আছে। ভাৰতীয় ফেঁটী সাপক ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২ অন ...

ভিটামিন

ভিটামিন বা খাদ্যপ্ৰাণ হল একপ্ৰকাৰ প্ৰবল শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ১৯১২ চনত পলেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংক এ সৰ্ব্বপ্ৰথমে খাদ্যত থকা এই দ্ৰব্যবোৰক ভিটামিন বুলি নামকৰণ কৰিছিল। ভিটামিনবোৰক ইংৰাজী বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয়। ...

মণিপুৰী বতা চৰাই

মণিপুৰী বতা চৰাই সেমেকা তৃণভূমি ত দেখা পোৱা এবিধ অতিকৈ বিৰল কুৰুৱাজাতীয় চৰাই৷ এই চৰাই অতিকৈ স্পৰ্শকাতৰ আৰু প্ৰাকৃতিক অঞ্চলত দেখা পোৱা কঠিন৷ চৰাইবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত৷ এই চৰাইবিধ পোনপ্ৰথমে প্ৰখ্যাত পক্ষীবিদ এলেন অক্টাভিয়ান হিউম ...

মন ডিমৰু

মন ডিমৰু বা এৱাঁ ডিমৰু মোৰেছি পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ৷ এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷

মাছৰোকা

মাছৰোকা সাধাৰনতে উজ্জ্বল বৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল, বৃহৎ মুণ্ ...

মাটি সাপ

মাটি সাপ এবিধ অবিষাক্ত সাপৰ প্ৰজাতি। এই সাপবিধ প্ৰধানকৈ আফ্ৰিকা আৰু এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। অৱশ্যে এই সাপবিধ বিশ্বৰ অন্যান্য বহুতো ঠাইত নতুনকৈ সংস্থাপিতও কৰা হৈছে।

মালীবৰ সাপ

মালীবৰ সাপৰ দেহৰ দৈৰ্ঘ্য ৫১ ছে:মি: আৰু নেজ ১১ ছে:মি: পৰ্যন্ত দীঘল হয়৷ ঠাইবিশেষে এই সাপবিধৰ দেহৰ বৰণ বেলেগ বেলেগ হোৱা দেখা যায়৷ সাধাৰণতে ই মিহি মটিয়া বা মুগা বৰণীয়া হয়৷

মৃত্যু

মৃত্যু হৈছে এনে এটা অৱস্থা যত এটা জীৱৰ সকলো জৈৱিক ক্ৰিয়া বন্ধ হৈ যায়। বৰ্দ্ধিত বয়স, চিকাৰ, অপুষ্টি, ৰোগ, আত্মহত্যা, হত্যা, আকাল, জলাভাৱ, আৰু দুৰ্ঘটনা অন্য আঘাত যাৰ বাবে চূড়ান্ত আভ্যন্তৰিণ ক্ষতি হব পাৰে আদিৰ বাবে জীৱৰ মৃত্যু হব পাৰে। মৃত্যুৰ ঠ ...

মৌ ডিমৰু

মৌ ডিমৰু বা আওঠা ডিমৰু এবিধ মজলীয় আকাৰৰ ডিমৰু গছ৷ এই গছজোপা সমগ্ৰ এছিয়া মহেদেশতে পোৱা যায়৷ এই গছজোপাৰ বৃদ্ধিৰ বাবে পৰ্য্যাপ্ত পৰিমাণে ৰদৰ প্ৰয়োজন হয়৷

লিংগ

বহু জীৱৰ প্ৰজাতিবোৰৰ মাজত পুং আৰু স্ত্ৰী নামৰ দুটা প্ৰকাৰ থাকে, ইয়াকেই লিংগ বোলে। যৌন প্ৰজননৰ ফলত জিনীয় লক্ষণসমূহৰ মিশ্ৰণ আৰু যোজন হয়: অপত্য সৃষ্টি কৰিবৰ বাবে বিশেষভাৱে বিভাজিত জননকোষে পিতৃ-মাতৃৰ জিনীয় লক্ষণবোৰ অপত্যলৈ পৰিবহণ কৰে। কিছুমান জনন ...

লৰীয়তী

লৰীয়তী এটা সৰু আকাৰৰ wader গোটৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়।

শঁকা সাপ

শঁকা সাপ ভাৰত উপ-মহাদেশ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ সাপৰ প্ৰজাতি৷ ২.১ মিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰে ই আটাইতকৈ দীঘল সাপবোৰৰ ভিতৰতো অন্যতম৷

শামুক খোৱা সাপ

এই সাপবিধ প্ৰধানকৈ ভাৰত, চীন, ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত অৰ্থাৎ অৰুণাচল প্ৰদেশ, ছিক্কিম, দাৰ্জিলিং অসম আদি ৰাজ্যত এই সাপবিধ সতকাই দেখা পোৱা যায়৷

শালিকা ঠোঁটিয়া সাপ

শালিকা ঠোঁটিয়া সাপৰ বৰ্তমানলৈকে চাৰিটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৷ এইবোৰ হল- Ahaetulla prasina suluensis Gaulke, ১৯৯৪: ফিলিপাইনছ Ahaetulla prasina preocularis Taylor, ১৯২২: ফিলিপাইনছ Ahaetulla prasina Boie, ১৮২৭ Ahaetulla prasina medioxima Laze ...

শিল কপৌ

শিল কপৌ কলাম্বিডি গোত্ৰৰ এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধ ভাৰত উপমহাদেশ তথা ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া তথা অষ্ট্ৰেলিয়া পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ শিল কপৌ ভাৰতৰ তামিলনাডু ৰাজ্যৰ জাতীয় চৰাইৰূপে পৰিচিত৷

শেন

শেন চৰাইৰ বিষয়ে পোনপ্ৰথমে বৰ্ণনা কৰিছিল ১৮৩৭ চনত কাৰ্ল জেকব সুন্দাভল Karl Jakob Sundevall এ৷ ইয়াক মাজে সময়ে Falco atriceps বা Falco shaheen বুলিও উল্লেখ কৰা দেখা যায়৷

শেলাই

শেলাই সমূহ সমাংগদেহী বা থেলফাইটা বিভাগৰ অন্তৰ্গত ক্লৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট অপুষ্পক উদ্ভিদ। ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়। বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগলজি বা ফাইকলজি ...

শৰালি হাঁহ

শৰালি ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়া ত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি। ইহঁত সাধাৰণতে নিশাচৰ আৰু দিনৰ ভাগত বৃহৎ গোটত হ্ৰদ বা জলপূৰ্ণ খেতি-পথাৰত থকা দেখা যায়। ই গছৰ খোৰোঙত কেতিয়াবা বাহ সজা দেখা যায়। এই দীঘল ডিঙিৰ চৰাইবিধে উৰিলে বহল ডেউকা দুখ ...

সংকোষকেন্দ্ৰীয় জীৱ

সংকোষকেন্দ্ৰীয় বা ইউকেৰিয়ট বুলিলে সেইবোৰ জীৱক বুজায়, যিবোৰৰ কোষৰ কোষকেন্দ্ৰ আৰু অন্যান্য অঙ্গাণু জৈব পৰ্দাৰ দ্বাৰা আবৃত থাকে। এই জীৱবোৰ ইউকেৰিয়া বা ইউকেৰিয়টা শ্ৰেণীবিন্যাসৰ অন্তৰ্গত। এই জীৱৰ মূল বৈশিষ্ট্য হল এই যে, ইহঁতৰ কোষ পৰ্দা-বেষ্টিত কো ...

সখিয়তী

সখিয়তী Oriole পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷

সাতভনী

সাতভনী, Leiothrichidae পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰত উপমহাদেশতে দেখিবলৈ পোৱা যায়৷ ই সাধাৰণতে ছয়ৰ পৰা দহটামান চৰাইৰ গোট হৈ চৰে৷

সালোক সংশ্লেষণ

সালোক সংশ্লেষণ হৈছে উদ্ভিদ বা অন্য জীৱই পোহৰ শক্তি, বিশেষকৈ সূৰ্যৰ পোহৰক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন কৰা এটা প্ৰক্ৰিয়া। এই ৰাসায়নিক শক্তিকেই জীৱই জীৱৰ বিভিন্ন কাৰ্য সমূহত ইন্ধন হিচাপে ব্যৱহাৰ কৰে। উদ্ভিদে কাৰ্বন ডাই-অক্সাইড আৰু পানীৰ পৰা সৃষ্টি ...

সুন্দৰী সাপ

সুন্দৰী সাপ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি৷ বৰ্তমানলৈকে ইয়াৰ তিনিটা উপ-প্ৰজাতি চিনাক্ত হৈছে৷

সেউজীয়া পাত বেং

সেউজীয়া পাত বেং Rhacophoridae পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভেকুলীৰ প্ৰজাতি৷ এই ভেকুলীবিধ দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে৷

সোণ বাঢ়ৈটোকা

সোণ বাঢ়ৈটোকা ভাৰত উপমহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ বাঢ়ৈটোকা চৰাইৰ প্ৰজাতি৷ নগৰ অঞ্চলতো দেখা পোৱা বাঢ়ৈটোকাৰ প্ৰজাতিসমূহৰ ভিতৰত ই উল্লেখযোগ্য৷ ইয়াৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ বিশেষত্ব হৈছে rattling-whinnying ধৰণৰ বিশেষ ধৰণৰ মাত আৰু উৰাৰ ধৰণ৷ দ ...

স্পঞ্জ

পৰিফেৰা যাৰ সাধাৰণ নাম স্পঞ্জ হৈছে এবিধ বহুকোষী প্ৰাণী। স্পঞ্জ বা পৰিফেৰা হৈছে প্ৰাণী ৰাজ্যৰ এটা পৰ্ব । ইহঁত সাধাৰণতে সামুদ্ৰিক আৰু অপ্ৰতিসম প্ৰাণী। ইহঁত আদিম বহুকোষী প্ৰাণী। লেটিন শব্দ Porus অৰ্থ ছিদ্ৰ আৰু Ferre অৰ্থ বহন কৰা। এই শব্দ দুটিৰ সমন্ব ...

সৰুমূগী হাঁহ

সৰুমূগী হাঁহ দেহৰ দৈৰ্ঘ্য ৪৬-৫৬ ছে:মি: আৰু ডেউকাৰ দৈৰ্ঘ্য ৭৮-৯০ ছে:মি: হয়৷ মতা সৰুমূগী হাঁহ মাইকীতকৈ আকাৰত কিছু ডাঙৰ হয় আৰু ইয়াৰ ওজনো তুলনামূলকভাৱে অধিক হয়৷ প্ৰজননৰ সময়ত মতা সৰুমূগী হাঁহ দেহৰ বৰণ মুগা, ডেউকা বাদামী হয় ৷ অন্য সময়ত ই মাইকীৰ ...

হাড়গিলা

হাড়গিলা চিকনিডি পৰিয়ালৰ অন্তৰ্ভুক্ত বগলী জাতীয় এবিধ চৰাই। পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটত বৰ্ত্তি আছে। তাৰে এটা ভাৰতৰ অসমত আৰু আনটো কম্বোডিয়া ত আছে ...

হৰমন

হৰমন হৈছে যিকোনো সংকেতবাহী অনু, যি বহুকোষী জীৱৰ গ্ৰন্থিত উৎপাদন হয় আৰু জীৱটোৰ শৰীৰতত্ত্ব আৰু আচৰণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট লক্ষ্য অংগলৈ সংবহন তন্ত্ৰৰ জৰিয়তে পৰিবাহিত হয়। হৰমনৰ ৰাসায়নিক গঠন ভিন্ন প্ৰকাৰৰ হব পাৰে, প্ৰধান তিনিটা ভাগ হৈছে: একছা ...

ৰঙা কাঞ্চন

ৰঙা কাঞ্চন ‘Fabaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়।