ⓘ Free online encyclopedia. Did you know? page 57

আৰ্জেন ৰবেন

আৰ্জেন ৰবেন জন্ম ২৩ জানুৱাৰী, ১৯৮৪ হৈছে এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ নেডাৰলেণ্ডচ্‌ জাতীয় দল আৰু জৰ্মানীৰ বুন্দেছলিগাBundesliga লীগৰ ক্লাব বেয়াৰ্ন মিউনিখৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ। ৰবেনে ইউৰো ২০০৪, ইউৰো ২০০৮, ইউৰো ২০১২ আৰু ফিফা বিশ্বকাপ ২০০৬, ...

ইন্দ্ৰা নূয়ী

ইন্দ্ৰা কৃ্ষ্ণমূৰ্ত্তি নূয়ী বাণিজ্যৰ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান মহিলা। তেওঁ বৰ্ত্তমান আয়ৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম খাদ্য আৰু শীতল পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান পেপছিক’ৰ মুৰব্বী তথা মুখ্য কাৰ্যবাহী বিষয়া। ফ ...

ইমৰান খান

ইমৰান খান নিয়াজি পাকিস্তানৰ বৰ্তমান প্ৰধানমন্ত্ৰী, পাকিস্তান জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ আৰু অধিনায়ক। খেলুুুৱৈ জীৱনৰ শেষত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। তেওঁ বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰসকলৰ ভিতৰত অন্যতম। তেওঁৰ অধিনায়কত্ ...

ইলন মাস্ক্

ইলন ৰিভ্ মাস্ক্ এগৰাকী প্ৰযুক্তি বিষয়ৰ উদ্যোগী লোক, বিনিয়োগকাৰী আৰু অভিযন্তা। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ প্ৰতিষ্ঠাপক, মুখ্য কাৰ্য্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী। তেওঁ টেছলা কোম্পানী ...

উদয়ন দুৱৰা

উদয়ন দুৱৰা হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। বিশেষকৈ অসমীয়া চলচ্চিত্ৰ, অসমীয়া ধাৰাবাহিক আৰু চুটিছবিত কৰা অভিনয়ৰ বাবে তেওঁক জনা যায়। ইয়াৰোপৰি বিভিন্ন অনুষ্ঠানৰ ঘোষক হিচাপেও তেওঁ জনপ্ৰিয়।

ডেভিড উদাৰ্ড

ডেভিড উদাৰ্ড এজন আমেৰিকান লেখক আৰু পথ-প্ৰদৰ্শক। ১৯৯০ দশকৰ সময়ত তেওঁ প্ৰেকুইএম শব্দ, এক ৰীতি পূৰ্ব আৰু শান্তিযজ্ঞৰ এক চুইটকেছৰ আৱিষ্কাৰ কৰে, যিটো তেওঁৰ অনুগামীৰ মৃত্যু সময়ত বা মৃত্যুৰ অলপ আগত সম্প্ৰতি সংগীত লিখাৰ নিজৰ বৌদ্ধ ধৰ্মাৱলম্বী প্ৰথাৰ বৰ ...

উমেশ চন্দ্ৰ ডেকা

উমেশ চন্দ্ৰ ডেকা একাধাৰে লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক আৰু অধ্যাপক। তেওঁ টংলা মহাবিদ্যালয়ৰ অধ্যাপক আছিল। পৰৱৰ্তী সময়ত পূব কামৰূপ কলেজৰো অধ্যাপক হিচাপে নিয়োজিত হয়।

উমেশ যাদৱ

উমেশকুমাৰ তিলক যাদৱ এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ বিদৰ্ভৰ হৈ খেলে। সোঁহতীয়া বেগী বলাৰ যাদৱে ২০০৮ চনৰপৰা বিদৰ্ভ দলৰ হৈ খেলি আহিছে আৰু এই দলৰপৰা ভাৰতীয় জাতীয় টেষ্ট ক্ৰিকেট দলত স্থান পোৱা প্ৰথম খেলুৱৈ। ২০১০ চনৰ মেত জিম্বাবৱেৰ বিৰুদ্ধ ...

উৎপল দাস

উৎপল দাস অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, চুটি ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে। তাৰে মাজৰ কেইখনমান চলচ্চিত্ৰ হ’ল:-

এ. আৰ. ৰহমান

এ. আৰ. ৰহমান, সম্পূৰ্ণ নাম আল্লাহ ৰাখা ৰহমান pronunciation ইংৰাজী: A.R. Rahman হল এজন প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ। তামিলনাডুৰ চেন্নাইত এটা মধ্যবিত্ত তামিল পৰিয়ালত এ. আৰ. ৰহমানৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আৰ. কে. শেখৰ আৰু ...

এঞ্জেলিনা জলি

এঞ্জেলিনা জলি এগৰাকী জনপ্ৰিয় আমেৰিকান অভিনেত্ৰী। তেখেতে তিনিবাৰ গোল্ডেন গ্লোব পুৰস্কাৰ, দুবাৰ স্ক্ৰিন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ আৰু এবাৰ একাডেমি পুৰস্কাৰ লাভ কৰিছে। চলচ্চিত্ৰ জগতৰ বাহিৰে ২০০১ চনত তেখেতে জাতিসংঘৰ শৰণাৰ্থী সংস্থাৰ শুভেচ্ছাদূত হিচাপে ...

এডৱাৰ্ড স্নডেন

এডৱাৰ্ড জোচেফ স্নডেন এজন আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ। তেওঁ ক্ৰমে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এ আৰু এচ এৰ প্ৰাক্তন কৰ্মী আছিল। তেওঁ আন্তৰাসষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰখ্যাত হৈ পৰে যেতিয়া তেওঁ সহস্ৰাধিক গোপনীয় তথ্য কেইটামান সংবাদগোষ্ঠীলৈ সৰবাৰহ ক ...

এণ্ড্ৰিউ গাৰফিল্ড

এণ্ড্ৰিউ ৰাছেল গাৰফিল্ড ১৯৮৩ চনৰ ২০ আগষ্টত জন্ম লাভ কৰা আমেৰিকা আৰু য়ুনাইটেড কিংদমৰ দ্বিনাগৰিকত্ব সম্পন্ন এক অভিনেতা। । লছ এঞ্জেলছত জন্ম লাভ কৰা আৰু ছাৰেত ডাঙৰ দীঘল হোৱা গাৰফিল্ডে ২০০৫ চনত ব্ৰিটিছ টেলিভিছনযোগে অভিনয় জীৱনৰ অভিষেক ঘটাই আৰু ২০০৭ চ ...

এম মণিৰাম

মৈৰঙঠম মণিৰাম সিংহ বা চমুকৈ এম মণিৰাম এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰৰ লগত জড়িত। লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত জন্মলাভ এম মণিৰাম মণিপুৰী সম্প্ৰদায়ৰ। তেওঁৰ মৈৰঙঠম মুভিজৰ ...

এম. কামালুদ্দিন আহমেদ

এম. কামালুদ্দিন আহমেদ একাধাৰে কবি, সমালোচক, অধ্যাপক। তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ কবি হিচাপে একবিংশ শতিকাটোৰ তেওঁ এজন উল্লেখযোগ্য কবি৷ তেখেতৰ কবিতা উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ ...

এমিনেম

মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয় ওৰফে এমিনেম আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰতিভাশালী তথা বিখ্যাত হিহপ গায়ক। D12 দলৰ সদস্য এমিনেমক আমেৰিকান মেগাজিন ৰলিং ষ্টন -এ ১০০ জন সৰ্বকালৰ শ্ৰেঠ কলাতকৰ ভিতৰত ৮৩ তম স্থান প্ৰদান কৰি হিপ হপৰ ৰজা বুলি আখ্যা দিছে। ...

এলিজা মাইৰি

এলিজা মাইৰি এগৰাকী দৃশ্যমান শিল্পী। তেওঁ বৰ্তমান চিকাগো চহৰত বাস কৰে। তেওঁ বিভিন্ন দৃশ্যমান কলা যেনে ভাস্কৰ্য, অংশগ্ৰহণকাৰী স্থাপনা কলা, ৰাজহুৱা কলা আৰু ছপা কলা আদিৰ লগত জড়িত।

ককে

ছাৰ্জিঅ কণ্ট্ৰেৰাছ পাৰ্ড, যাৰ চিনাকি নাম ককে, হৈছে স্পেইনৰ এজন পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ এতিয়ালৈকে স্পেইন, ফ্ৰান্স, পৰ্তুগাল, গ্ৰীচ, আমেৰিকা যুক্তৰাষ্ট্ৰ, আজাৰবাইজান, জাৰ্মানী, বলিভিয়া আৰু ভাৰতৰ বিভিন্ন ক্লাবক প্ৰতিনিধিত্ব কৰিছে। বৰ্তমান তেওঁ ...

কপিল বৰা

কপিল বৰা অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা আৰু আকাশবাণীৰ ভাষ্য শিল্পী। তেওঁ অভিনয় জীৱনৰ আৰম্ভ কৰে বিদ্যুৎ চক্ৰৱৰ্তীৰ অসমীয়া চলচ্চিত্ৰ গুণ গুণ গানে গানে ৰ জৰিয়তে।

কল্যাণ বৰুৱা

কল্যাণ বৰুৱা অসমৰ এজন গীটাৰবাদক। কল্যাণ বৰুৱাৰ জন্ম ডিব্ৰুগড় জিলাত। বৰুৱাই ১৫০ খনৰো অধিক জনপ্ৰিয় হিন্দী ভাষাৰ বোলছবিত গীটাৰবাদক হিচাপে কাম কৰাৰ লগতে এম টিভিৰ ক’ক ষ্টুডিঅ’, আনপ্লাগ্‌ড্‌ৰ দৰে অনুষ্ঠানত গীটাৰবাদন কৰি আহিছে।

কুইন হাজৰিকা

কুইন হাজৰিকা এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁঘৰ অসমৰ লখিমপুৰ জিলাত। তেওঁ কণ্ঠ প্ৰদান কৰা কেইখনমান অসমীয়া বোলছবিৰ ভিতৰত মন, চুৰেণ চোৰৰ পুতেক আৰু স্নেহ বন্ধন অন্যতম। তেওঁ ২০১৩ চনত ৰটাৰী য়ং এশ্বিভাৰ এৱাৰ্ডেৰে সন্মানিত হোৱাৰ লগতে ২০১৩ চনত ...

কুমাৰ চানু

কেদাৰনাথ ভট্টাচাৰ্য, কুমাৰ চানু নামেৰে অধিক পৰিচিত, এজন ভাৰতীয় নেপথ্য গায়ক। তেওঁ বলীউডত সুৰৰ ৰজা হিচাপে জনপ্ৰিয়। তেওঁ হাজাৰ হাজাৰ বলীউডৰ হিন্দী গান গোৱাৰ বাবে বিখ্যাত। হিন্দীৰউপৰিও, তেওঁ পশ্চিম বংগ আৰু বাংলাদেশদুয়োটা দেশতে মাৰাঠী, নেপালী, অসম ...

কুলদা কুমাৰ ভট্টাচাৰ্য

কুলদা কুমাৰ ভট্টাচাৰ্য অসমৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক। তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ নাট পৰশুৰামত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল। লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিচন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল ...

কেনী দেউৰী বসুমতাৰী

কেনী দেউৰী বসুমতাৰীৰ জন্ম হৈছিল অসমৰ গুৱাহাটীতজন্মদিন ৯ এপ্ৰিল। তেওঁ লখিমপুৰ, তেজপুৰ তথা গুৱাহাটীত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। উচ্চ মাধ্যমিক শিক্ষা উত্তৰ লখিমপুৰৰ ছেইণ্ট মেৰিজ হাইস্কুলৰ পৰা সমাপ্ত কৰি উচ্চতৰ মাধ্যমিক শিক্ষা কটন কলেজত বিজ্ঞান শাখ ...

কোষকান্ত দেৱগোস্বামী

কোষকান্ত দেৱগোস্বামী অসমৰ মাজুলীৰ পৰম্পৰাগত মুখাশিল্পৰ এগৰাকী যশস্বী শিল্পী তথা চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ২০১৩ চনত দেৱগোস্বামী প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়।

কৌটিল্য পণ্ডিত

কৌটিল্য পণ্ডিতৰ ২০০৭ চনৰ ডিচেম্বৰৰ ২৪ তাৰিখে জন্ম হয়। ২য় শ্ৰেণীত পঢ়া কৌটিল্যই দেউতাকে চলোৱা এচ-ডি হৰিত মডাৰ্ণ স্কুলত পঢ়িছিল। বৰ্তমান তেওঁ পঞ্চকুলাৰ ভাৰতীয় বিদ্যা ভৱনত পঢ়ে।

ক্লৱি ঝাও

ক্লৱি ঝাও, জন্ম-৩১ মাৰ্চ, ১৯৮২) হৈছে এগৰাকী চীনা ছবি-নিৰ্মাতা। আমেৰিকান স্বাধীন ছবিলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেত জনাজাত। ক্লৱিৰ প্ৰথমখন কাহিনী-ছবি আছিল Songs My Brothers Taught Me । ছবিখনে ২০১৫ চনত মুক্তিলাভ কৰিছিল আৰু ছানডান্স ছবি মহোৎসৱত প্ৰদৰ্ ...

খগেশ সেন ডেকা

তেখেতৰ জন্ম হয় কামৰূপ জিলাৰ কৰৰা মৌজাৰ ক্ষুদ্ৰহাজাৰা গাঁৱত, ১৯৫৩ চনৰ ১৬ অক্টোবৰ তাৰিখে। পিতৃ: স্বৰ্গীয় ধনপতি ডেকা কৰৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। মাতৃ: স্বৰ্গীয়া যোগেশ্বৰী ডেকা।

গায়ত্ৰী হাজৰিকা

গায়ত্ৰী হাজৰিকা অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰিও ভালেসংখ্যক অসমীয়া কথাছবিত গীত গাইছে। ২০২১ চনত কাঞ্চনসংঘা বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ কণ্ঠশিল্প ...

গিলবাৰ্টছন চাংমা

১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে।

গীতালি বৰা

২০০৮ চনত গল্প সংকলন ‘সম্ভৱতঃ’ ৰ বাবে মুনীন বৰকটকী বঁটা উপন্যাস বুদ্ধজায়াৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান গল্প সংকলন নিৰৱধি নৈৰাঞ্জনাৰ বাবে হোমেন বৰগোহাঞি সাহিত্য বঁটা

গীতালী বৰুৱা

গীতালী বৰুৱাই তেওঁৰ প্ৰথম কাব্যসংকলন একুৰি অনুভূতি২০০২ৰে সাহিত্য জগতৰ পাতনি মেলে। পৰৱৰ্তী সময়ত তেওঁৰ কেইবাখনো কাব্য সংকলন, গল্প সংকলন, উপন্যাস আৰু প্ৰবন্ধসংকন প্ৰকাশিত হৈছে। তেওঁ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই অভিমান নাটকযোগে প্ৰথমবাৰৰ বাবে অভিনয় ...

গুঞ্জন ভৰদ্বাজ

গুঞ্জন ভৰদ্বাজ এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ অসমীয়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে বিখ্যাত। ২০১৪ চনত অসমীয়া ছবি টি আৰ পি আৰু ত অভিনয়ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ আগতে তেওঁ জানমণি ভিচিডিত অভিনয় কৰিছিল। তেওঁ অহেতুক বোলছবিত ...

গোবিন্দপ্ৰসাদ শৰ্মা

গোৱিন্দপ্ৰসাদ শৰ্মা এগৰাকী অসমীয়া গৱেষক, সাহিত্য সমালোচক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক আৰু সম্পাদক। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰি বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। ড॰ গোৱিন্দপ্ৰসাদ শৰ্মা অসমীয়া কথা-সাহিত্য ...

চন্দা জগ

চন্দা জয়ন্ত জগ হৈছে এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ আইআইএছচিত কৰ্মৰত। তেখেতৰ গৱেষণাক্ষেত্ৰ হৈছে-তাৰকাপুঞ্জীয় গতিবিজ্ঞান, ইণ্টাৰএক্টিং এণ্ড ষ্টাৰ বাষ্ট তাৰকাৰাজ্য, আৰু অন্তৱৰ্তী আণৱিক ...

চন্দ্ৰকমল গগৈ

পহুমৰা প্ৰাথিমক বিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি উত্তৰ লখিমপুৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৬৯-৭৪ লৈকে শান্তি নিকেতনত পাঁচবছৰীয়া চাৰুকলাৰ উচ্চশিক্ষা গ্ৰহণ কৰে৷

চিত্ৰজিৎ শইকীয়া

চিত্ৰজিৎ শইকীয়া এগৰাকী সাহিত্যিক, সমালোচক, অধ্যাপক৷ মূলতঃ অসমীয়া সমালোচনা সাহিত্যৰ লগত জড়িত৷ তেখেত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ সাতসৰী, প্ৰকাশ, গৰীয়সীৰ লগতে অসমৰ ভালেমান বাতৰি কাকতত তেওঁ প্ৰবন্ধ প্ৰকাশ কৰাৰ লগতে কেইবাখনো গ ...

জয়ন্ত নাথ

জয়ন্ত নাথ অসমৰ এগৰাকী কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। বহুতো জনপ্ৰিয় গীতৰ উপৰিও হৃদয় কঁপোৱা গান আৰু কৰমা কে ৰাতি নামৰ দুখন বোলছবিও পৰিচালনা কৰে।

জাষ্টিন নেপ

জাষ্টিন এন্থনি নেপ এগৰাকী ৱিকিপিডিয়া ব্যৱহাৰকাৰী। ৱিকিপিডিয়াত ১০ লাখতকৈও অধিক সম্পাদনা কৰা তেওঁ হৈছে প্ৰথমগৰাকী ব্যক্তি। ২০২০ ৰ মাৰ্চলৈকে নেপে ২০ লাখতকৈও অধিক ইংৰাজী ৱিকিপিডিয়াত সম্পাদনা কৰিছে।

জিতেন হাজৰিকা

জিতেন হাজৰিকা এজন অসমীয়া চিত্ৰশিল্পী। ভাৰতীয় সেনা বাহিনীৰ পৰা কৰ্ণেল ৰূপে অৱসৰ গ্ৰহণ কৰা হাজৰিকাই ১৯৩৬ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল। ভাৰতৰ লগতে বিদেশতো তেওঁৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। চিত্ৰশিল্পীগৰাকীয়ে বৰ্তমান দিল্লীৰ নয়দাত বাস কৰে।

জুপিতৰা ভূঞা

জুপিতৰা ভূঞা এগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। জুপিতৰাই কেইবাখনো অসমীয়া বোলছবিত লগতে বিভিন্ন বিহুৰ ভিডিঅ ছবিত অভিনয় কৰিছে। তেখেতে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ দল কহিনুৰ থিয়েটাৰতো মুখ্য অভিনেত্ৰীৰ হিচাপে কাম কৰিছিল। অভিনয়ৰ লগতে জুপিতৰাই বিভ ...

জুবিন গাৰ্গ

জুবিন গাৰ্গ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টা ...

জুৰী বৰা বৰগোহাঞি

জুৰী বৰা বৰগোহাঞি অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেখেতৰ জন্ম অসমৰ মাজুলীত হৈছিল। পিতৃৰ নাম মহেন্দ্ৰ বৰা আৰু মাতৃৰ নাম বীণা বৰা। কিছুদিন সংবাদ মাধ্যমৰ লগত জড়িত হৈ থকাৰ পাছত তেখেতে বৰ্তমান স্বাধীনভাৱে সাহিত্যৰচনাত মনোনিৱেশ ক ...

জেনিফাৰ ডাউডনা

জেনিফাৰ এনি ডাউডনা এগৰাকী আমেৰিকান জৈৱ ৰসায়নবিদ যি CRISPR জিন সম্পাদনা-ত কৰা অগ্ৰণী কামৰ বাবে প্ৰখ্যাত, আৰু ইয়াৰ বাবে তেওঁ ইমানুৱেল চাৰ্পেণ্টিয়েৰ সৈতে ৰসায়ন বিজ্ঞানত ২০২০ চনৰ নবেল বঁটা লাভ কৰে। তেওঁ বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ আণৱিক ...

জেহিৰুল হুছেইন

জেহিৰুল হুছেইন অসমৰ এগৰাকী সাহিত্যিক। গল্পকাৰৰূপে তেখেতৰ এক বিশেষ পৰিচিতি আছে। তেখেতে ভালেসংখ্যক কবিতাও লিখিছে। শুভাকাংক্ষীৰ মাজত জেহিৰুল হুছেইন নাইচ কা/ নাইচ ছাৰ নামে জনপ্ৰিয় আছিল। হুছেইন এগৰাকী প্ৰগতিশীল লেখক আছিল আৰু ১৯৭৯ চনত বিদেশী বহিষ্কাৰ ...

জ্ঞানদা কাকতি

জ্ঞানদা কাকতি এগৰাকী অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অ ...

টেছি থমাছ

টেছি থমাছ এগৰাকী ভাৰতীয় বিজ্ঞানী তথা অভিযন্তা। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনত অগ্নি-৪ মিছাইল প্ৰকল্পটোৰ সঞ্চালক আছিল। ভাৰতত মিছাইল প্ৰকল্পৰ দায়িত্ব লোৱা তেৱেঁই প্ৰথম মহিলা বিজ্ঞানী। তেওঁক ভাৰতৰ ‘ মিছাইল মহিলা ’ হিচাপে গণ্য কৰা হয়।

ডেনিয়েল কাহনেমেন

ডেনিয়েল কাহনেমেন হৈছে এগৰাকী ইজৰাইলী-আমেৰিকীয় মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদ। বিচাৰ আৰু সিদ্ধান্ত-গঠনৰ মনোবিজ্ঞানৰ লগতে আচৰণবিষয়ক অৰ্থনীতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেত জনাজাত। আচৰণবিষয়ক অৰ্থনীতিৰ বাবেই তেখেতে ২০০২ চনত ভাৰ্ণন এল. স্মিথৰ ...

তপন দাস

হাইস্কুলত পঢ়ি থকাৰ সময়তে তপন দাস প্ৰথমে মঞ্চ অভিনয়ৰ লগত জড়িত হয়। গুৱাহাটীৰ মঞ্চত অভিনয় কৰি জনপ্ৰিয় হোৱা তপন দাসে প্ৰথমে অভিনয় কৰে পুলক গগৈ পৰিচালিত সেন্দূৰ বোলছবিত। বৰ্তমানলৈ কমেও ২০খন বোলছবিত তপন দাসে অভিনয় কৰিছে। বোলছবিৰ বাহিৰেও তপন দা ...

তেৎছুকো কুৰয়ানাগি

তেৎছুকো কুৰয়ানাগি) হৈছে এগৰাকী জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা আৰু টাৰেণ্টো ৷ ইয়াৰ উপৰিও তেখেত "প্ৰকৃতিৰ বিশ্বজনীন পুঁজি"ৰ উপদেষ্টা, আৰু ইউনিচেফৰ গুডৱিল এম্বেচাদৰ৷ সমাজহিতকৰ কৰ্মৰ বাবে তেখেত জনাজাত৷ আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি অৰ্জন কৰ ...