ⓘ Free online encyclopedia. Did you know? page 59

মৃণাল মিৰি

ড॰ মৃণাল মিৰি এগৰাকী ভাৰতীয় দাৰ্শনিক আৰু শিক্ষাবিদ। তেওঁৰ পিতৃ মহীচন্দ্ৰ মিৰি আৰু মাতৃ ইন্দিৰা মিৰি। শিক্ষাৰ আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। ২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ড॰ মৃণাল মিৰিক ৰাজ্য ...

মৃদুস্মিতা ফুকন

মৃদুস্মিতা ফুকন একেধাৰে প্ৰবন্ধকাৰ, গল্পকাৰ, অনুবাদক, শিশু সাহিত্যিক৷ তেখেতে ১৯৭১ চনৰে বৰ্তমান সময়লৈকে ‘ অসম বাণী’, ‘দৈনিক জনমভূমি’,‘ আমাৰ অসম’,‘ দৈনিক অসম’, ‘ অসমীয়া প্ৰতিদিন’, ‘নতুন দৈনিক’, ‘ এদিন’ আদি দৈনিক বা সাপ্তাহিক কাকত; ‘সঁফুৰা’, ‘মৌচা ...

মেনকা পি পি বৰা

মেনকা প্ৰফুল্ল প্ৰসাদ বৰা চমুকৈ মেনকা পি পি বৰা এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যপটীয়সী। ইয়াৰ লগতে তেওঁ কেৰালাৰ সমৰনৃত্যকলা কলৰীপায়াট্টুৰ এগৰাকী শিল্পী। ভাৰতৰ শাস্ত্ৰীয ...

মেলিণ্ডা গেট্‌ছ

মেলিণ্ডা আন গেট্‌ছ হৈছে এগৰাকী আমেৰিকান মানৱমিত্ৰ আৰু মাইক্ৰছফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক। ২০০০ চনত, পতি বিল গেট্‌ছৰ লগলাগি মেলিণ্ডাই বিল এণ্ড মেলিণ্ডা গেট্‌ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠা কৰে; যিটো ২০১৫ চনলৈকে পৃথিৱীৰ সৰ্ববৃহৎ ব্যক্তিগত লোকহিতৈষী সংস্থা ...

মৈত্ৰেয়ী পাটৰ

মৈত্ৰেয়ী পাটৰ এগৰাকী ভাৰতীয় কবি, গীতিকাৰ আৰু কণ্ঠশিল্পী। তেওঁ বিশেষকৈ অসমীয়া সাহিত্য আৰু অসমীয়া গীতৰ নতুন আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।

মোহিত চৌহান

মোহিত চৌহান ৰোমাণ্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷ তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

মৌমিতা দত্ত

মৌমিতা দত্ত এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰ, আৰু আহমেদাবাদস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী/অভিযন্তা হিচাপে কৰ্মৰত। তেখেত আলোকীয় আৰু ইনফ্ৰাৰেড সংবেদক/সৰঞ্জামৰ বিকাশ আৰু পৰীক্ষণৰ লগত জড়িত। ২০১৪ চনৰ বিখ্যা ...

যতীন বৰা

যতীন বৰা হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। যতীন বৰাই অভিনয় জীৱনৰ পাতনি মেলে ১৯৮৯ চনত আব্দুল মজিদ পৰিচালিত ছবি "উত্তৰকাল"ৰ যোগেদি। ১৯৯৫ চনত তেওঁ প্ৰদীপ গগৈ পৰিচালিত "আই কিল হিম ছাৰ" নামৰ ছবিখনত এটি মুখ্য চৰিত্ৰত অ ...

য়ুভাল নোৱাহ হাৰাৰী

য়ুভাল নোৱাহ হাৰাৰী হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক। তেওঁৰ তিনিখন গ্ৰন্থৰ নাম হৈছে চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড, হম ডি ...

যোগেন তামুলী

যোগেন তামুলী তেখেত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। এতিয়ালৈকে ভালেকেইখন গ্ৰন্থ সম্পাদনা কৰাৰ লগেত নিজেও গ্ৰন্থ প্ৰকাশ কৰিছে। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেইখন বিশ্ববিদ্যালয়তে তেওঁ আলোচনী শাখাৰ ...

লুট্‌ফা হানুম ছেলিমা বেগম

লুট্‌ফা হানুম ছেলিমা বেগম একাধাৰে কবি, সমালোচক, অধ্যাপক। তেওঁৰ বহুকেইখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে লগত তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, কন্নড়, নেপালী আদি ভাষালৈকো অনুবাদ হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা আৰু সাহি ...

লেৰী ছেংগাৰ

লৰেঞ্চ মাৰ্ক ছেংগাৰ এজন আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক। তেৱেঁ ৱিকিপিডিয়াৰ নামকৰণ কৰিছিল আৰু ইয়াৰ পৰিচালনা কৰা নীতিসমূহ লিখি উলিয়াইছিল। ছেংগাৰে অন্য শিক্ষামূলক ৱেবচাইট, যেনে নুপিডিয়া, চিট ...

শংকুৰাজ কোঁৱৰ

শংকুৰাজ কোঁৱৰ এগৰাকী ভাৰতীয় গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক আৰু কণ্ঠশিল্পী। তেওঁ অসমীয়া গীতৰ নতুন আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।

শান্তনু কৌশিক বৰুৱা

শান্তনু কৌশিক বৰুৱা অসমৰ এজন লেখক আৰু সাংবাদিক। ১৯৮৬ চনত "নতুন অসম বিলাসিনী" সংবাদ পত্ৰৰ সহ-সম্পাদক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰি তেখেত বৰ্তমান "এদিনৰ সংবাদ" বাতৰিকাকতৰ মুখ্য কাৰ্যবাহী সম্পাদকৰূপে কৰ্মৰত। জনপ্ৰিয় শিশু আলোচনী "মৌচাক"ৰ লগতো তেখেত ...

শিখৰ ধৱন

শিখৰ ধৱন ভাৰতৰ এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া অপেনাৰ আৰু সোঁহতীয়া অফ ব্ৰেক বলাৰ। ভাৰতৰ জ্যেষ্ঠ দলত খেলাৰ আগেয়ে তেওঁ ভাৰতৰ অনুৰ্দ্ধ-১৭ আৰু অনুৰ্দ্ধ-১৯ দলৰ হৈ খেলিছিল আৰু ২০০৪ চনৰ আই চি চি অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ তেওঁ সৰ্বাধিক ৰ ...

শুভংকৰ বৰুৱা

শুভংকৰ বৰুৱা ইংৰাজী: Shubhankar Baruah অসমৰ এগৰাকী ৰেডিঅ’ জকি; যাক আৰ জে শুভংকৰ বা আৰজে জিৎ বুলিও জনা যায়৷ তেওঁ গুৱাহাটীৰ ৯২.৭ বিগ এফ এমৰ অনুষ্ঠান" বিগ চাহ গৰম”ৰ বাবে তেওঁ অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি৷

শৰ্মিষ্ঠা প্ৰীতম

শৰ্মিষ্ঠা প্ৰীতম এগৰাকী অসমীয়া লেখক। শৰ্মিষ্ঠা প্ৰীতমে নিজৰ সাহিত্য কৰ্মৰাজীৰ বাবে ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰিছে।

ষ্টিফেনি মেয়াৰ

ষ্টিফেনি মেয়াৰ এগৰাকী আমেৰিকান ঔপন্যাসিক তথা প্ৰযোজক। তেওঁ ঘাইকৈ ভেম্পায়াৰ ৰোমাঞ্চ শৃংখলা টোৱাইলাইটৰ বাবে জনাজাত। ১০০ মিলিয়নতকৈও অধিক বিক্ৰী তথা ৩৭টা বিভিন্ন ভাষালৈ অনুবাদ হোৱা টোৱাইলাইট উপন্যাস সমূহে তেওঁলৈ বিশ্বজোৰা খ্যাতি আনি দিয়ে। ২০০৮ চন ...

ষ্টিভেন জনছন

ষ্টিভেন ৱাছিংটন ডি চিত ডাঙৰ দীঘল হৈছিল। তাত তেওঁ ছেইণ্ট আলবান স্কুলত পঢ়িছিল। তেওঁ স্নাতক ডিগ্ৰী ব্ৰাউন বিশ্ববিদ্যালয়ত সাং কৰিছিল যত তেওঁ বিদ্যালয়ৰ আধুনিক সংস্কৃতি আৰু মিডিয়া বিভাগৰ এক ভাগ,সংকেতবিদ্যা অধ্যয়ন কৰিছিল। কলম্বিয়া বিশ্ববিদ্যালয়ৰ ...

ষ্টিভেন স্পিলবাৰ্গ

ষ্টিভেন এলান স্পিলবাৰ্গ হৈছে এজন আমেৰিকান ছবি-নিৰ্মাতা। তেওঁক নব্য-হলিউড যুগৰ এজন অন্যতম ৰূপকাৰ বুলি অভিহিত কৰা হয় আৰু ছবি উদ্যোগৰ এজন অগ্ৰগণ্য প্ৰযোজক-পৰিচালক হিচাপে বিভূষিত কৰা হয়। কিছুমান টেলিভিছন শ্ব পৰিচালনা কৰি আৰু সেইবোৰৰ প্ৰদৰ্শনী কৰি ত ...

সঞ্জীৱ পল ডেকা

সঞ্জীৱ পল ডেকা একাধাৰে গল্পকাৰ, আলোচনী সম্পাদক। বৰ্তমান তেওঁ ‘আলাপ’ আলোচনীৰ অবৈতনিক সম্পাদক। কৰ্মসূত্ৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। তেখেতে ২০১৯ বৰ্ষৰ জুন মাহত এইপিনে কি আছে’ শীৰ্ষক গল্পগ্ৰন্থৰ বাবে সাহিত্য অকাদেমিৰ য ...

সত্যৰঞ্জন বৰা

সত্যৰঞ্জন বৰা অসমৰ এগৰাকী দাৰ্শনিক, লেখক তথা বিশিষ্ট ৰাজনীতিবিদ। তেওঁ কিষান মৰ্চা অসম প্ৰদেশৰ বৰ্তমান উপ-সভাপতি পদত অধিষ্ঠিত আছে। তেওঁ ইছলাম আৰু কোৰআনৰ কলংকিত কথাবোৰ নামৰ বিতৰ্কিত গ্ৰন্থ প্ৰকাশ কৰিছে। উল্লেখনীয় যে ইতিমধ্যে গ্ৰন্থটোৰ বাংলা অনুবাদ ...

সনন্ত তাঁতি

সন‍ন্ত তাঁতি সত্তৰ দশকত আত্মপ্ৰকাশ কৰা অসমীয়া সাহিত্যৰ এগৰাকী যশস্বী আৰু উল্লেখযোগ্য কবি। তেওঁ অসমৰ কালীনগৰ চাহবাগিচাৰ এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বঙলা ভাষাত শিক্ষা লৈ অসমীয়া ভাষাত উল্লেখযোগ্য কবিতা ৰচনা কৰি বহু কেইটা বঁটা লাভ কৰা ...

সান্ত্বনা বৰদলৈ

সান্ত্বনা বৰদলৈ এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। বৃত্তিত তেওঁ এগৰাকী শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক।

সুজিতা দাস

সুজিতা দাস অসমৰ এগৰাকী অনাতাঁৰ ঘোষক । তেওঁ জনপ্ৰিয়ভাৱে আৰ. জে সুজিতা নামেৰে পৰিচিত। তেওঁ ৯২.৭ বিগ এফ এম গুৱাহাটীত অনাতাঁৰ ঘোষক হিচাপে ১৫ বছৰ কাম কৰা জ্যেষ্ঠতম ৰেডিঅ’ ঘোষক৷ তেওঁ ৯২.৭ বিগ এফ এমৰ" দুপৰৰে ৰ’দালি” অনুষ্ঠানৰ বাবে অসমৰ আটাইতকৈ জনপ্ৰিয় ...

সুনীল ছেত্ৰী

সুনীল ছেত্ৰী এজন ভাৰতীয় ফুটবল খেলুৱৈ। আই-লীগত তেওঁ বাংগালুৰু এফ চি দলৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ভাৰতৰ জাতীয় ফুটবল দলৰ তেওঁ বৰ্তমান সহ-অধিনায়ক । অন্ধ্ৰ প্ৰদেশৰ ছেকেন্দ্ৰাবাদত বৰ্তমান তেলেংগানাৰ অন্তৰ্গত জন্মগ্ৰহণ কৰা ছেত্ৰীয়ে ২০০২ চনত মোহন বাগা ...

সুমন হৰিপ্ৰিয়া

সুমন হৰিপ্ৰিয়া এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ তিনিখন চলচ্চিত্ৰ পৰিচালনা কৰিছে। ২০০৫ চনত মুক্তি লাভ কৰা তেওঁৰ দ্বাৰা পৰিচালি ...

সুৰেশ ৰাইনা

সুৰেশ ৰাইনা এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এজন আক্ৰমণাত্মক বাওঁহতীয়া মিডল-অৰ্ডাৰ বেট্‌ছমেন আৰু এজন অনিয়মীয়া অফ-স্পিন বলাৰ। উত্তৰ প্ৰদেশ দলৰ হৈ তেওঁ আটাইকেইবিধ ঘৰুৱা ক্ৰিকেটত খেলে আৰু ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত চেন্নাই চুপাৰ কিংচ দলৰ তেওঁ সহ-অধিনায ...

সোমনাথ বড়া

সোমনাথ বড়া একাধাৰে গীতিকাৰ, সুৰকাৰ, ঢোলবাদক, সংগীত পৰিচালক৷ অসমীয়া সংগীতৰ কেছেটৰ যুগটোৰ শিল্পী সকলৰ ভিতৰত সোমনাথ বড়াৰ নাম উল্লেখযোগ্য৷ বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ খ্যাতি অৰ্জন কৰিছে৷ ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠ ...

সৌম্যদ্বীপ দত্ত

সৌম্যদ্বীপ দত্ত অসমৰ এগৰাকী প্ৰকৃতিবিদ, ভ্ৰমণ-কাহিনীৰ লেখক আৰু তেওঁ বৌদ্ধ-সংস্কৃতিৰ গৱেষকো। ১৯৬৭ চনত অসমৰ এক জমিদাৰী পৰিয়ালত তেওঁৰ জন্ম হয়। প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই যোৱা ৩০ বছৰৰ অধিক কাল ধৰি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত চৰাই-চিৰিকতি, জীৱ-জ ...

স্কট কেলি

স্কট যোচেফ কেলি হ’ল ক্ৰমে এজন অভিযন্তা, এজন অৱসৰপ্ৰাপ্ত সুদক্ষ আমেৰিকান মহাকাশচাৰী আৰু আমেৰিকা নৌসেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত সেনাপতি। অভিজ্ঞ মহাকাশচাৰী স্কট কেলিয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ক্ৰমে অভিযান ২৬, ৪৫ আৰু ৪৬ৰ দায়িত্বভাৰ গ্ৰহণ কৰ ...

স্কাৰলেট জহানছন

স্কাৰলেট জহানছন এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁৰ পিতৃৰ নাম কাৰ্ষ্টেন জহানছন আৰু মাতৃ মেলানি স্লৱান। জহানছনে নৰ্থ ১৯৯৪ বোলছবিৰে অভিনয় জীৱনৰ পাতনি মেলে আৰু পিছলৈ মেনী এণ্ড ল ১৯৯৬ বোলছবিত অভিনয়ৰ বাবে শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বাবে ...

স্বৰূপম পুৰকায়স্থ

স্বৰূপম ফণীন্দ্ৰ পুৰকায়স্থ এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ অসমৰ হৈ খেলে। বলিং অল-ৰাউণ্ডাৰ পুৰকায়স্থ এজন সোঁহতীয়া বেট্‌ছমেন আৰু সোঁহতীয়া অফ ব্ৰেক বলাৰ। অসম দলৰ হৈ তেওঁ অনুৰ্দ্ধ-১৪, অনুৰ্দ্ধ-১৬ আৰু অনুৰ্দ্ধ-১৯ দলৰ হৈ খেলাৰ পাছত ২০০৮ ...

হাৰ্বাৰ্ট গিণ্টিছ

হাৰ্বাৰ্ট গিণ্টিছ এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, ব্যৱহাৰ বিজ্ঞানী আৰু শিক্ষক। তেওঁৰ সমাজ-জীৱবিজ্ঞান, বিশেষকৈ পৰোপকাৰিতা, সহযোগিতা, জ্ঞানতত্ত্বিক খেল সূত্ৰ, জীন-সংস্কৃতি সহ-ক্ৰমবিকাশ, দক্ষতা মজুৰি, বলৱান পাৰস্পৰিকতা আৰু মানৱ সম্পদ সূত্ৰলৈ আগবঢ়োৱা অ ...

হিমাংশু প্ৰসাদ দাস

হিমাংশু প্ৰসাদ দাস ইংৰাজী: Himanshu Prasad Das অসমৰ এগৰাকী কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক। তেওঁ‌ বিশেষকৈ অসমৰ অপেছাদাৰী নাটকৰ লগত জড়িত। তেওঁ ৰচনা আৰু আবৃত্তি কৰা এই ছোৱালী এবাৰ ভালপাই চাবা নেকি শীৰ্ষক কবিতাটিয়ে ব্ ...

হিলাৰি ক্লিণ্টন

হিলাৰি ক্লিণ্টন এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰীয় ৰাজনীতিক। তেওঁ ২০১৬ বৰ্ষৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী। এনে সন্মান লাভ কৰা তেওঁ প্ৰথম আমেৰিকী মহিলা। তেওঁ পূৰ্বতে আমেৰিকাৰ ফাৰ্ষ্ট লেডী আছিল।

হীৰেন গোহাঁই

হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এজন সাহিত্যিক আৰু সমালোচক। ইয়াৰ উপৰিও তেখেত এজন কবি, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেখেত ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ ন ...

হীৰেন গোহাঁই (সংগীতজ্ঞ)

হীৰেন গোহাঁই ষাঠিৰ দশকৰ পৰাই আকাশবাণীৰ গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক, সুৰকাৰ তথা সংগীত পৰিচালক৷ সংগীতৰ জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে অসম চৰকাৰে হীৰেন গোহাঁইলৈ ২০১২-১৩ বৰ্ষৰ শিল্পী বঁটা আগবঢ়াইছে৷

হোমেন বৰগোহাঞি

হোমেন বৰগোহাঞি অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।

হৰনাম কৌৰ

হৰনাম কৌৰ হৈছে এগৰাকী চছিয়েল মিডিয়া তাৰকা, পাৰ্টম প্ৰশিক্ষক, জীৱনবোধ সম্বন্ধীয় প্ৰশিক্ষক আৰু প্ৰেৰণা মূলক কথাৰ বক্তা। তেওঁ বৰ্তমান ভাৰতত বাস কৰে।

ৰজনী বসুমতাৰী

ৰজনী বসুমতাৰী এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। প্ৰথমতে বিদ্যুৎ চক্ৰৱৰ্তী, মুজাফৰ আলীৰ দৰে পৰিচালকৰ অধীনত তেওঁ কাম কৰিছিল। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও কেইবাখনো ধাৰাবাহিকৰ কাহিনী লিখিছে।

ৰঞ্জন বেজবৰুৱা

ৰঞ্জন বেজবৰুৱা অসমৰ এগৰাকী শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, প্ৰবন্ধকাৰ। ২০১৪ চনৰ ৫ নৱেম্বৰত ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা লাভ কৰা উপৰিও এটি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ তৰফৰ পৰা ২০২০ চনত ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি সন্মান লাভ কৰে।

ৰঞ্জিত দাস

ৰঞ্জিত দাস অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক আৰু সম্পাদক। তেওঁ কাহিনী আৰু অনা-কাহিনী দুয়োটা শিতানৰে ছবি পৰিচালনা কৰিছে। দ্বিবন বৰুৱাৰ মন আৰু মৰম ছবিৰ সহকাৰী পৰিচালক ৰূপে তেওঁৰ চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি হয়। পিছলৈ তেওঁ জাহ্নু বৰুৱাৰ ইউনিটত অংশগ্ৰহণ ...

ৰত্না ভৰালী তালুকদাৰ

ৰত্না ভৰালী তালুকদাৰ সাংবাদিক আৰু সৃষ্টিশীল লেখক। তেওঁ উত্তৰ-পূব ভাৰতৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহা ‘নিজাইন ডট কম’ নামৰ দ্বিভাষিক আলোচনীখনৰ কাৰ্যবাহী সম্পাদক। গল্প আৰু উপন্যাসৰ লগতে অনুবাদৰ ক্ষেত্ৰখনতো ত ...

ৰবাৰ্ট টি কিয়োচাকি

ৰবাৰ্ট টি কিয়োচাকি হৈছে এজন আমেৰিকান ব্যৱসায়ী আৰু লেখক। তেওঁ ব্যক্তিগত কোম্পানী Rich Global LLC আৰু Rich Dad Company -ৰ সংস্থাপক। যিটো ব্যক্তিগত বিত্তীয় আৰু ব্যৱসায়িক সম্বন্ধীয় শিক্ষা প্ৰদান কৰে, কিতাপ আৰু ভিডিঅ’ যোগে। তেওঁৰ Rich Dad, Poor D ...

ৰবি শৰ্মা

ৰবি শৰ্মাৰ জন্ম ১৯৭৯ চনৰ ১৯ ছেপ্তেম্বৰত গুৱাহাটীত হয়। তেখেতে ডি এ ভি স্কুল আৰু ফেকাল্টী হাই স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত তেখেতে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ...

ৰবিন গুৰুং

ৰবিন গুৰুং হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগত শ্বিলং লাজং দলত আৰু ইণ্ডিয়ান চুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলত ডিফেণ্ডাৰ হিচাপে খেলে।

ৰবিন ভেন পাৰ্চি

ৰবিন ভেন পাৰ্চি হল এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ এজন ষ্ট্ৰাইকাৰ হিচাপে ইংলিছ প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয় ক্লাব মানচেষ্টাৰ ইউনাইটেড আৰু নেডাৰলেণ্ডচ্‌ জাতীয় দলৰ হৈ খেলি আছে। নেডাৰলেণ্ডচ্‌ জাতীয় দলৰ অধিনায় ভেন পাৰ্চি হৈছে ডাচ্চ ফুটবল ক্লাব ফিয়েন ...

ৰাজজ্যোতি কোঁৱৰ

ৰাজজ্যোতি কোঁৱৰ অসমৰ উত্তৰ লক্ষীমপুৰৰ এজন গায়ক আৰু সুৰকাৰ। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ লগতে বলিউডৰো বহুকেইখন চলচ্চিত্ৰৰ সংগীতত কণ্ঠদান কৰিছে।

ৰাজীৱ বৰা

ৰাজীৱ বৰা একাধাৰে কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। ইয়াৰোপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। ‘অসমীয়া কবিতা: বিন্দুৰপৰা সিন্ধ ...