ⓘ Free online encyclopedia. Did you know? page 6

প্ৰতিভা পাটিল

প্ৰতিভা দেৱীসিং পাটিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য পাটিল ভাৰতৰ প্ৰথমগৰাকী আৰু আজিৰ দিনলৈ একমাত্ৰ মহিলা ৰাষ্ট্ৰপতি। পাটিলে ২০০৭ চনৰ পৰা ২০১২ চনলৈ ভাৰতবৰ্ষৰ দ্বাদশ ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ পালন কৰিছিল। ইয়াৰ পূৰ্বে ২০০৪ ...

কছাৰী ৰাজ্য

ডিমাছা কছাৰী ৰাজ্য অসমত অৱস্থিত এখন জনজাতীয় ৰাজ্য আছিল। ইয়ৰ শাসকসকল আছিল ডিমাছা জনগোষ্ঠীয় লোক। স্থানীয় জনজাতীয় নেতাই শাসন কৰা কছাৰী আৰু আনবোৰ ৰাজ্য । কছৰী ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়। পৰম্পৰাগত তথ্য অনুসৰি ৰাজনৈতিক অস্থিৰতাৰ বাবে কছাৰ ...

কমতা ৰাজ্য

কমতা ৰাজ্য ত্ৰয়োদশ শতিকাত পাল ৰাজবংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত গঠিত হয়। কমতা ৰাজ্যৰ উত্থানৰ লগে লগে অসম বুৰঞ্জীৰ প্ৰাচীন যুগ শেষ হয় আৰু মধ্য যুগ আৰম্ভ হয়। এই অঞ্চলৰ শেষ শাসক আছিল খেন বংশ যাক গৌড়ৰ শাসক আল্লাউদ্দিন হুছেইন শ্বা ...

জয়ন্তীয়া ৰাজ্য

জয়ন্তীয়া ৰাজ্য বৰ্তমানৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য আছিল। আনুমানিক পঞ্চদশ শতিকাত প্ৰভাত ৰায় নামৰ ৰজা এজনে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। যষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰে আৰু ৰাজ্যখন কোচৰ অন্তৰ্গত কৰে। ১৮৩৫ চনত এই ৰাজ্য ইংৰাজ ...

অসম

অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিকভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও ...

ডবকা ৰাজ্য

ডবকা বৰ্তমান অসমৰ মধ্য অংশত অৱস্থিত প্ৰাচীন ভাৰতৰ এখন ৰাজ্য। ডবকাৰ নাম ৪ৰ্থ শতিকাৰ সমুদ্ৰগুপ্তৰ দিনৰ এলাহাবাদ শিলালিপিত পোৱা যায় যত ইয়াক গুপ্ত সাম্ৰাজ্যৰ পাঁচখন সীমান্ত ৰাজ্যৰ এখন বুলি কোৱা হৈছে। লিউ শ্বং ৰাজবংশৰ শ্বুং-শ্বু ইতিহাসত ৰাজ্যখনৰ নাম ...

ভাৰতৰ উপৰাষ্ট্ৰপতি

ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৬৩ৰ মতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ মৃত্যু, পদৰ পৰা অব্যাহতি ললে, মহাভ ...

ভাৰতৰ জিলাসমূহৰ তালিকা

জিলা শব্দটোৱে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এনে একোটা প্ৰশাসনিক ভৌগোলিক অঞ্চল, যিবোৰ ভাৰতৰ ৰাজ্য নাইবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অন্তৰ্গত। জিলাসমূহ কিছুমান উপভাগত বিভক্ত কৰা হৈছে, যেনে মহকুমা আৰু নাইবা তেহচিল, গাওঁ পঞ্চায়ত ইত্যাদি। জিলাৰ মুখ্য শাসনকৰ্তা স ...

গুজৰাট

হিন্দু বিশ্বাসৰ মতে শ্ৰীকৃষ্ণ আৰু তেওঁৰ ভ্ৰাতৃ বলৰামে তেওঁলোকক দ্বাৰকাত প্ৰতিষ্ঠা কৰিছিল, তেওঁলোক আছিল যাদৱ বংশৰ। মৌৰ্য্য, গুপ্ত, চালুক্য, প্ৰতিহাৰা আদি উল্লেখনীয় ৰাজবংশ। পাৰ্চী সকল ইৰানৰ পৰা ৮ম শতিকাত পলাই গুজৰাটলৈ আহে পবিত্ৰ শিখা লৈ যি এতিয়াও ...

কৰ্ণাটক

কৰ্ণাটক কন্নড়: ಕರ್ನಾಟಕ দক্ষিণ ভাৰতৰ এখন ৰাজ্য। ১৯৫৬ চনৰ ১ নবেম্বৰত ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত এই ৰাজ্য গঠন হয়। ৰাজ্যখনৰ প্ৰাচীন নাম আছিল মহীশূৰ ৰাজ্য। ১৯৭৩ চনত ৰাজ্যখনৰ নাম কৰ্ণাটকলৈ সলনি হয়।

আই এম ডি টি আইন, ১৯৮৩

আই এম ডি টি আইন বা অবৈধ অনুপ্ৰৱেশকাৰী আইন, ১৯৮৩ Act, 1983) হৈছে অসমৰ অনুপ্ৰৱেশকাৰী সমস্যাৰ সৈতে জড়িত আৰু কেৱল অসমত প্ৰযোজ্য হোৱাকৈ ১৯৮৩ চনত গৃহীত কৰা এখন আইন। এই আইনখন ইতিমধ্যে বাতিল কৰা হৈছে।

আন্তৰ্জাতিক মানৱ অধিকাৰ আইন

আন্তৰ্জাতিক মানৱ অধিকাৰ আইন সামাজিক, আঞ্চলিক তথা গাৰ্হস্থ্য স্তৰত মানৱ অধিকাৰ প্ৰচাৰৰ হেতু পৰিকল্পিত আন্তৰ্জাতিক আইনৰ এক অঙ্গ। আন্তৰ্জাতিক আইনৰ এটি ৰূপ হিচাপে আন্তৰ্জাতিক মানৱ অধিকাৰ আইন মূলত কিছুমান চুক্তিৰে গঠিত, আন্তঃৰাষ্ট্ৰীয় আইনৰ এক ৰূপ হিচ ...

হিন্দু বিবাহ আইন, ১৯৫৫

হিন্দু বিবাহ আইন হৈছে ১৯৫৫ চনত ভাৰতীয় সংসদত গৃহীত হোৱা এখন আইন। হিন্দু ক’ড বিলৰ অংশ হিচাপে আৰু তিনিখন বিল গৃহীত কৰা হৈছিল। সেইকেইখন হৈছে হিন্দু উত্তৰাধিকাৰী আইন, হিন্দু নাবালক আৰু অভিভাৱকত্ব আইন আৰু হিন্দু দত্তক আৰু চোৱাচিতা আইন ।

বাল্য বিবাহ নিৰোধক আইন, ১৯২৯

বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ ২৮ চেপ্তেম্বৰ ১৯২৯ তাৰিখে ভাৰতৰ ইম্পেৰিয়েল বিধান পৰিষদত গৃহীত হয়। এই আইন যোগে বিবাহৰ নিম্নতম বয়স ছোৱালীৰ বাবে ১৪ বছৰ আৰু ল’ৰাৰ বাবে ১৮ বছৰ নিৰ্ধাৰণ কৰা হয়; যিটো পৰৱৰ্তী সময়ত ছোৱালীৰ বাবে ১৮ বছৰ আৰু ল’ৰাৰ বাবে ২১ ...

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯

নাগৰিকত্ব আইন, ২০১৯ Act, 2019 ; চমুকৈ কা, পূৰ্বতে কেব) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন। এই আইনখন নাগৰিকত্ব আইন, ১৯৫৫-ৰ সংশোধিত ৰূপ আৰু ইয়াৰ দ্বাৰা ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিৰ্যাতিত আৰু ...

মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯

মুছলমান মহিলা আইন, ২০১৯ Act, 2019) ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইন, য’ত তিনি তালাকক অপৰাধ ৰূপে গণ্য কৰা হৈছে। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে মুছলমান পুৰুষসকলে পত্নীক সহজে বিবাহ বিচ্ছেদ দিব পৰা তিনি তালাকৰ ব্যৱস্থাৱলীক অসংবিধানিক বুলি ঘোষণা কৰে। সংখ্য ...

কোম্পানী আইন ২০১৩

কোম্পানী আইন ২০১৩ হ’ল ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন যিয়ে এটা প্ৰতিষ্ঠানৰ সংযোজন, এটা কোম্পানিৰ দায়িত্ব, পৰিচালক আৰু পৰিসমাপ্তি বা অৱসান -ক নিয়ন্ত্ৰণ কৰে। এই আইনখনৰ মুঠ অধ্যায়ৰ সংখ্যা ২৯টা, কোম্পানী আইন ১৯৫৬ ৰ ধাৰাৰ সংখ্যা ৬৫৮ৰ ব ...

বিশেষ বিবাহ আইন, ১৯৫৪

বিশেষ বিবাহ আইন, ১৯৫৪ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে ভাৰতৰ সকলো নাগৰিক আৰু প্ৰবাসী ভাৰতীয় নাগৰিকৰ বিশেষ বিবাহৰ মৰ্যাদা দিবলৈ এই আইন উপস্থাপন কৰা হৈছিল। ১৯ শতিকাৰ শেষৰ ফালে প্ৰস্তাৱিত আইনৰ এক অংশৰ পৰা এই আইন উদ্ভৱ হৈছে। ...

তেজপুৰ আইন মহাবিদ্যালয়

তেজপুৰ আইন মহাবিদ্যালয় হৈছে এখন চৰকাৰী আইন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন অসমৰ তেজপুৰ চহৰৰ ধনুৱা নগৰ, মহাভৈৰৱ পথৰ দাঁতিত দৰং মহাবিদ্যালয়ৰ কাষতে অৱস্থিত। ৰাজ্যখনৰ পুৰণা আইন মহাবিদ্যালয় সমূহৰ ভিতৰত এখন।

বাল্যবিবাহ নিষেধ আইন, ২০০৬

বাল্যবিবাহ নিষেধ আইন, ২০০৬ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ২০০৭ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু পুডুচেৰীৰ ৰেনকেন্টৰ বাদে সমগ্ৰ ভাৰতত এই আইন কাৰ্যকৰী হয়। এই আইনে পূৰ্বৰ পৰা প্ৰচলিত বাল্যবিবাহ নিৰোধক আইন, ১৯২৯ ক প্ৰতিস্থাপন কৰিলে। ২০ ...

জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম

জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম অসমৰ গুৱাহাটীত অৱস্থিত এখন ভাৰতৰ স্বায়ত্বশাসিত আইন বিদ্যালয়। এইখন ভাৰতৰ ১৭খন নামজ্বলা জাতীয় আইন বিদ্যালয়ৰ অন্যতম। ২০০৯ চনৰ পঞ্চদশ অসম বিধেয়কৰ ফলশ্ৰুতিত ২০১০ চনত অসম চৰকাৰে আইন শিক্ষাৰ ক্ষেত ...

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এখন আইন, যত নাগৰিকসকলে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য যাতে সহজে লাভ কৰিব পাৰে তাৰবাবে ব্যৱহাৰিক পদ্ধতি এটা প্ৰৱৰ্তন কৰা হৈছে। এই আইনখন জম্মু আৰু কাশ্মীৰৰ বাদে ভাৰতৰ সকলোবোৰ ৰাজ্য আৰু ...

ইতিহাস

ইতিহাস হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন। ইতিহাস লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে। ইতিহাসৰ বিষয়ে লিখা পণ্ডিতসকলক ইতিহাসবিদ বোলা হয়। ই গৱেষণাৰ এক ক্ষেত্ৰ যত ঘটনাৱলীৰ ক্ৰম পৰীক্ষা আৰু বিশ্লেষণ ক ...

ইতিহাস (চলচ্চিত্ৰ)

ইতিহাস হৈছে ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অন্তিমখন অসমীয়া চলচ্চিত্ৰ। ৰূপকমল প্ৰডাকচনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল লীনা বৰাই। ইতিহাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লা ...

মানৱজাতিৰ ইতিহাস

বিশ্বৰ ইতিহাস হৈছে পৃথিৱী নামৰ গ্ৰহত বসবাস কৰা মানৱজাতিৰ ইতিহাস, গ্ৰহ হিচাপে পৃথিৱীৰ ইতিহাস নহয়। মানুহৰ ইতিহাস মূলত প্ৰস্তৰ যুগৰ পৃথিৱীৰ সময়ৰ পৰা আৰম্ভ হয়। আদিম যুগৰ পৰা প্ৰাপ্ত সকলো প্ৰত্নতাত্ত্বিক আৰু লিখিত ইতিহাসৰ আওতাভুক্ত। যদিও লিখন পদ্ধত ...

পৃথিৱীৰ ইতিহাস

পৃথিৱীৰ ইতিহাস বুলিলে পৃথিৱী নামৰ গ্ৰহটোৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময় পৰ্যন্ত সমগ্ৰ সময়ছোৱাকেই বুজোৱা হয়। অতীতৰ মূল ঘটনাবোৰোৰ সম্পৰ্কে অধ্যয়ন কৰাত প্ৰাকৃতিক বিজ্ঞানৰ শাখাসমূহে সহায় কৰে। পৃথিৱীৰ বয়স মহাবিশ্বৰ বয়স প্ৰায় এক তৃতীয়াংশ। ...

বিপন্ন সময়

বিপন্ন সময় হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে, বিশেষ উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষা ...

জেৰিফা ৱাহিদ

জেৰিফা ৱাহিদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত বিভাগটোৰ ভিতৰত শীৰ্ষস্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। একে বিষয়তে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি তেওঁ আইন বিষয়ৰো স্নাতক ডিগ্ৰীধাৰী।

লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত ব ...

নলবাৰী মহাবিদ্যালয়

নলবাৰী মহাবিদ্যালয় অসমৰ নলবাৰী চহৰৰ পৰা এক কিঃমিঃ দূৰত জাপাৰকুছি গাঁৱত অৱস্থিত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল ১৯৪৫ চনত। ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল ত্ৰৈলোক্য নাথ গোস্বামী। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্ ...

মৃদুলা বৰুৱা

মৃদুলা বৰুৱা হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। চলচ্চিত্ৰৰ উপৰিও মৃদুলা বৰুৱাই ৩০ খনৰো অধিক ভিচিডি ছবি, কেইবাখনো হিন্দী আৰু অসমীয়া দূৰদৰ্শনৰ ধাৰাবাহিক আৰু টেলিফিল্মতো অভিনয় কৰিছে। ২০০০ চনত তেওঁ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি দূৰদৰ্শনৰ ...

অসম চিকিৎসা মহাবিদ্যালয়

অসম চিকিৎসা মহাবিদ্যালয় অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় নগৰৰ "বৰবাৰী" অঞ্চলত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয়খন আনুস্থানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ দিনা উদ্বো ...

শান্তনুকুলনন্দন

শান্তনুকুলনন্দন হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমীয়া সাহিত্য ক্ষেত্ৰত গৱেষণাধৰ্মী দৃষ্টিকোণেৰে এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসখনে ২০০৭ বৰ্ষৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এই গ্ৰন্থখনত প্ৰাচীন কামৰূপৰ মূল ...

দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ

তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।

কম্পিউটাৰ বিজ্ঞান

কম্পিউটাৰ বিজ্ঞান হল তথ্য আৰু ইয়াৰ পৰিস্কৰণ/সংকলন সম্বন্ধিত তাত্বিক বিষয়সমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন । থোৰতে ক’বলৈ গ’লে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰস ...

কম্পিউটাৰ নেটৱৰ্ক

কম্পিউটাৰ নেটৱৰ্ক হৈছে এনে এক ব্যৱস্থা য’ত একাধিক কম্পিউটাৰ আৰু হাৰ্ডৱেৰ উপাদানসমূহ যোগাযোগ মাধ্যমৰ দ্বাৰা ইটো সিটোৰ লগত সংযুক্ত হৈ থাকে। এনে কম্পিউটাৰ নেটৱৰ্ক ব্যৱহাৰকাৰীসকলে সম্পদ আৰু তথ্য আদান-প্ৰদান কৰিব পাৰে। কম্পিউটাৰ নেটৱৰ্কৰ সংজ্ঞা এনেধৰণ ...

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অসম চৰকাৰৰ দ্বাৰা ১৯৭১ চনত "চৰকাৰী বিজ্ঞান মহাবিদ্যালয়" নামেৰে যোৰহাট জিলাত প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ বিজ্ঞান উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল এই প্ৰতিষ্ঠানটো। যোৰহাট নগৰীৰ উপকন্থৰ চটাই ত অৱস্থি ...

পূব কামৰূপ মহাবিদ্যালয়

পূব কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন চৰকাৰী শিক্ষানুষ্ঠান। অঞ্চলটোৰ কেইগৰাকীমান শিক্ষাবিদৰ উদ্যোগত ১৯৭২ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম ...

কম্পিউটাৰ প্ৰ’গ্ৰাম

কম্পিউটাৰ প্ৰ’গ্ৰাম হৈছে কম্পিউটাৰৰ দ্বাৰা কোনো এক কাৰ্য সমাধান কৰিবৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীৰ সমষ্টি। কম্পিউটাৰে এই নিৰ্দেশাৱলী অনুসৰি উল্লেখিত কাৰ্যটো সমাধা কৰে। এক কম্পিউটাৰে প্ৰ’গ্ৰাম অবিহনে কোনো কাৰ্য সমাধা কৰিব নোৱাৰে। প্ৰ’গ্ৰামৰ নিৰ্দে ...

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় গোলাঘাট জিলাৰ দেৰগাঁওত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬২ এই মহাবিদ্যালয় স্থাপন কৰা হৈছিল। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় জালুকবাৰী,গুৱাহাটীত অৱস্থিত অসমৰ একমাত্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় । এই বিশ্ববিদ্যালয়খনি অসম চৰকাৰে ২০১১ চনত সমগ্ৰ অসম ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিক্ষা আৰু ইয়াৰ মানদণ্ড উন ...

মানকাচৰ মহাবিদ্যালয়

মানকাচৰ মহাবিদ্যালয় অসমৰ মানকাচৰ চহৰৰ পৰা এক কিঃমিঃ দূৰত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জেহিৰুল ইছলামৰ লগতে মানকাচৰ অঞ্চলৰ কিছু উদ্যমী লোকৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন ১৯৭১ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰতিষ্ঠ ...

অসম বিশ্ববিদ্যালয়

অসম বিশ্ববিদ্যালয় অসমৰ কাছাৰ জিলাত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় খনত মুঠ ষোল্লখন বিদ্যাপীঠ আছে, এইসমূহত সমাজ বিজ্ঞান, কলা, জীৱ বিদ্যা, ভৌতিক বিদ্যা, পৰিৱেশ বিদ্যা, তথ্য বিজ্ঞান, প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিদ্যাপীঠ আদি অন্ ...

ছয়দুৱাৰ মহাবিদ্যালয়

মহাবিদ্যালয়খনত তলত দিয়া বিভাগসমূহত শিক্ষা প্ৰদান কৰা হয়: উচ্চতৰ মাধ্যমিক কলা স্নাতক বিজ্ঞান সন্মানসহ স্নাতক কলা সন্মানসহ স্নাতক বিজ্ঞান সাধাৰণ উচ্চতৰ মাধ্যমিক বিজ্ঞান স্নাতক কলা সাধাৰণ অন্যান্য পাঠ্যক্ৰমসমূহৰ ভিতৰত হল: ছয় মহীয়া কম্পিউটাৰ প্ৰ ...

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়

অসম অভিযান্ত্ৰিক মহাবিদ্যালয় হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এখন উল্লেখযোগ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। ১৯৫৫ চনত অসমৰ গুৱাহাটী মহানগৰৰ জালুকবাৰী অঞ্চলত এই প্ৰতিষ্ঠানখন প্ৰতিষ্ঠা কৰা হয়। ইয়েই হৈছে প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী প্ৰদান কৰা উত্তৰ-পূৰ্বাঞ ...

তিনিচুকীয়া মহাবিদ্যালয়

তিনিচুকীয়া মহাবিদ্যালয় তিনিচুকীয়া জিলাত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। তিনিচুকীয়া নগৰৰ পৰ্বতীয়াস্থিত এই মহাবিদ্যালয়খন ১৯৫৬ চনত প্ৰতিষ্ঠা হয়। তিনিচুকীয়া মহাবিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা ...

কলা

দৃশ্যমান বা অদৃশ্য কোনো ভাৱৰ ৰূপ শিল্পীৰ চিত্তৰসৰে নৱৰূপায়িত হৈ যেতিয়া স্থিতিশীল ৰূপত প্ৰকাশিত হয় তাকেই কলা বা শিল্প বোলে। এই কলা মানৱ ক্ৰিয়া-কলাপৰ বৈচিত্ৰপূৰ্ণ এক দৃশ্যৰ প্ৰকাশ আৰু এনেধৰণৰ প্ৰকাশৰ ফলত প্ৰাপ্ত পণ্য বা উৎপাদন। দৃশ্যমান বা বোধ্ ...

কলা (জীৱ বিজ্ঞান)

জীৱবিজ্ঞানত কলা হৈ নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টি। কলাৰ ইংৰাজী প্ৰতিশব্দ tissue, ফ্ৰান্স শব্দ tissuৰ অনুৰূপ। যাৰ অৰ্থ হৈছে বোৱা। মানুহ আৰু অন্য পশু ইত্যাদিৰ কলা সম্পৰ্কীয় অধ্যয়নক হিষ্টলজি আৰু চিক ...

জ্যোতি কলা কেন্দ্ৰ

জ্যোতি কলা কেন্দ্ৰ তেজপুৰত অৱস্থিত এখন সংগীতানুষ্ঠান। মহাবিদ্যালয় খনত মূলতঃ সংগীত আৰু নৃত্যৰ শিক্ষণ-প্ৰশিক্ষণ দিয়া হয়। ১৯৪০ চনত জ্যোতিপ্ৰসাদ আগৰৱালাএই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খন তেজপুৰ চহৰৰ SC পথৰ দাঁতিত তেজপুৰ জিলা ডাকঘৰৰ ওচ ...

জীৱন কলা (গ্ৰন্থ)

জীৱন কলা জীৱন কলা গ্ৰন্থখন মূলতঃ প্ৰবন্ধ সংকলন৷ কৈশোৰ আৰু বয়ঃসন্ধি কালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰাসংগিক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুঠ ১৮ টা অধ্যায় আছে৷ প্ৰতিটো অধ্যায়েই মানৱ জীৱনৰ মনস্তত্ত্ব বিষয়ক চিন্তা-চেতনাৰে সমৃদ্ধ৷