ⓘ Free online encyclopedia. Did you know? page 66

ভগদত্ত

ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল। মহাভাৰতত তেওঁ প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে। ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল। সেয়ে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত জোঁৱায়েক দুৰ্যোধনৰ পক্ষ লৈ যুদ্ধ কৰিছিল। তেওঁ চীন আৰু কিৰাত সৈন্য সহ ...

ভৃগুমুনি কাগয়ুং

মিচিং লুজান আবেগিক এক্য সাধনাত শ্ৰীমম্ত শঙ্কৰদেৱৰ প্ৰসংগীকতা মিচিং জনজীৱন চিন্তা সম্পৰ্কিত সমস্যা, শিক্ষা আৰু ভাষা আঞ্চলিক ভাষা বনাম আভাস মিচিং কৃষ্টিৰ চমু আভাস

মহেন্দ্ৰ মোহন চৌধুৰী

মহেন্দ্ৰ মোহন চৌধুৰী ৰ জন্ম ১৯০৯ চনত অসমৰ বৰ্তমান বৰপেটা জিলাৰ অৰ্ন্তগত নগাঁও নামৰ গাঁৱত। এল বি পাচ কৰি তেওঁ মহাত্মা গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰণুৱা হৈ পৰে। গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিবলৈ ১৯৪৬ চনৰ ১৫ ডিচেম্বৰত ...

মাইলছ ব্ৰনছন

মাইলছ ব্ৰনছন এগৰাকী আমেৰিকান ব্যেটিষ্ট মিশ্যনাৰী আছিল আৰু অসম, ভাৰতৰ উত্তৰপূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভূত কাম কৰি গৈছে। তেখেতৰ কাৰ্য্যৰ ভিতৰত তেখেতে প্ৰণীত কৰা অসমীয়া অভিধাখন মূখ্য। ১৯৩৮ চনৰ ৪ জুলাই তাৰিখে অসমৰ শদিয়ালৈ অহা ব্ ...

মাৰ্ক জুকাৰবাৰ্গ

মাৰ্ক জুকাৰবাৰ্গ এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইন্টাৰনেট উদ্যামী৷ ইন্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে৷ তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত৷ তেওঁৰ দেউতাক এডৱাৰ্ ...

মাৰ্টিন লুথাৰ কিং, অনুজ

আমেৰিকান পাদ্ৰী মাৰ্টিন লুথাৰ কিং, অনুজ আছিল একাধাৰে সক্ৰিয় কৰ্মী, আফ্ৰিকীয়-আমেৰিকান গণ অধিকাৰ আন্দোলনৰ আগশাৰীৰ নেতা। তেওঁক বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে গণ অধিকাৰৰ বিষয়ে সজাগতা অনাৰ বাবে জনা যায়। মহাত্মা গান্ধীৰ অহিংস নীতিয় ...

মুনমী ফুকন

মুনমী ফুকন অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, ছুটি ছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে ৷

মুহিৰাম শইকীয়া

মুহিৰাম শইকীয়া এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ নগাওঁ লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ সদস্য হিচাপে ভাৰতৰ সংসদ নিম্ন সদন লোকসভালৈ ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। এইছ ডি দেৱেগৌড়া আৰু ইন্দেৰ কুমাৰ গুজৰাল নেতৃত্বাধী ...

মোমাই তামুলী

মোমাই তামুলী আহোমৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজচৰাৰ এগৰাকী বিষয়া আছিল। তেওঁ খুব তলখাপৰ পৰা আহি এসময়ত ডাঙৰ বিষয়বাব পাইছিল। তেওঁ হৈছিলগৈ ৰাজ্যৰ সৰ্বপ্ৰধান কাৰ্য্যপালক আৰু বিচাৰক। গুণী আৰু দক্ষ বিষয়া হিচাপে অসম বুৰঞ্জীত চিহ্নিত কৰা হৈছে। তেওঁ আহোম ...

মৌচুমী চহৰীয়া

মৌচুমী চহৰীয়া এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী কন্ঠশিল্পী। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। ১৯৯০ চনত মাত্ৰ ৫ বছৰ বয়সতে পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই তেখেতৰ "ফাগুণৰ চেঁচাতে" নামৰ এটা এলবাম মুকলি কৰ৷ তেখেতে বৰ্তমানলৈ ...

লক্ষহীৰা দাস

লক্ষহীৰা দাস অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ। ১৯৩৩ চনৰ ২ ফেব্ৰুৱাৰীত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ। প্ৰকাশিত পুথি- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহী ...

লক্ষ্মীকান্ত আতৈ

লক্ষ্মীকান্ত আতৈ হাজোৰ ওচৰৰ ঘোৰাহাটত জন্ম হয় । কোচ ৰজা ৰঘুদেৱে এই গাঁওখন হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ উচ্চৰ্গা কৰিছিল। তেওঁৰ পিতৃ নাম পুষ্কৰ। লক্ষ্মীকান্ত আতৈৰ এমহীয়াতে মাতৃ ঢুকুৱাত পিতৃয়ে বৈৰাগী হৈ ঘৰ এৰি গুচি যায়। ফলত লক্ষ্মীকান্ত আতৈয়ে পেহাক-পে ...

লক্ষ্মীকান্ত বৰুৱা

লক্ষ্মীকান্ত বৰুৱা ৰ জন্ম হয় শিৱসাগৰত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। "মাখন উকিল" নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই শিৱসাগৰত ওকালতি কৰিছিল। তেখেত ব্ৰিটিছ ভাৰতৰ সময়ত এবাৰ অসম ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেখেত কটন মহাবিদ্যালয়ত পঢ়া ...

লক্ষ্মীৰাম বৰুৱা

আধুনিক অসমীয়া সংগীতৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাটকটীয়া লক্ষ্মীনাথ বৰুৱাই বান ৰংগমঞ্চৰ সংগীত অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। ১৯০৯ চনত তেখেতৰ সংগীত বিষয়ক প্ৰথম পুথি "সঙ্গীত-কোষ" প্ৰকাশ পায়। জাতীয় সংগীত, বিবিধ সংগীত আৰু পুৰণি সংগীত নামেৰে তিনিট ...

ললিত কুমাৰ দলে

ললিত কুমাৰ দলে ২৫ মে ১৯২৭- ১৬ মাৰ্চ ১৯৮৬ এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ অসমৰ নেতা আছিল

ললিত চন্দ্ৰ গোস্বামী

১৮৪৫ চনত অসমৰ নলবাৰী জিলাত ললিত চন্দ্ৰ গোস্বামী ৰ জন্ম হয়। তেখেতৰ পিতৃ কৃষ্ণনাৰায়ণ চৈতন্যপন্থী নাৰায়নপুৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল । পিতৃৰ মৃত্যুৰ পিছত তেওঁ নিজে সত্ৰৰ ভাৰ লৈছিল। বৈষ্ণৱ কবিৰ অৰ্হিত গোপাল ভট্টৰ কেলি ৰহস্য নামৰ পুথিখন অসমীয়া ভাষালৈ ...

লিঅনেল মেছি

লিঅনেল আন্দ্ৰেছ মেছি) স্পেনিছ ক্লাব বাৰ্চিলোনা আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলা এজন আৰ্জেণ্টিনাৰ পেছাদাৰী ফুটবল খেলুৱৈ। ফৰৱাৰ্ড হিচাপে খেলা মেছি ৰাষ্ট্ৰীয় ফুটবল দলটোৰ দলপতি। তেওঁ ২১ বছৰ বয়সত বেলন ডিঅৰ আৰু ফিফা বৰ্ষশ্ৰ ...

লুনা লহকৰ

লুনা লহকৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে ইউনাইটেড ছিক্স নামৰ বলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল।

লৰেঞ্চ ফেৰলিংঘেট্টি

হাউ টু পেইণ্ট সানলাইট এ ফাৰ ৰকওয়ে অফ দি হাৰ্ট ল্যান্ডস্কেপস অফ লিভিং অ্যাণ্ড ডায়িং ষ্টাৰটিং ফ্ৰম স্যান ফ্ৰানসিসকো অন দি ব্যাৰাকস ৰুটিনস ওপন আই, ওপন হাৰ্ট দিজ আৰ মাই ৰিভাৰ্স পোয়েট্ৰি এজ ইনসাৰজেণ্ট আৰ্ট ব্যাক ৰোডস টু ফাৰ টাউনস আফটাৰ ব্যাক পিকচাৰ ...

ষ্টেন বৰুৱা

ষ্টেন বৰুৱা ৰ প্ৰকৃত নাম হৰি বৰুৱা। শিৱসাগৰ জিলাৰ হাঁহচৰাত জন্ম লাভ কৰা হৰি বৰুৱাই বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামত যোগ দিছিল। এই সূত্ৰে হাতত ষ্টেনগান লোৱা হেতু ষ্টেন বৰুৱা নামেৰে জনাজাত আছিল। ১৯৪২ চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপ ...

সমৰেন্দ্ৰ নাৰায়ণ দেৱ

সমৰেন্দ্ৰ নাৰায়ন দেৱ অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত অৰণ্য নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৬খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনত মুক্তি পোৱ ...

সৰ্বানন্দ সিংহ

সৰ্বানন্দ সিংহই মোৱামৰীয়া বিদ্ৰোহৰ অচিলাত স্বাধীন মটক ৰাজ্য ঘোষণা কৰিছিল। জন্মৰ নাম মাটিবৰ। তেওঁ বুৰুক চুতীয়া বংশৰ লোক আছিল। ১৭৯১ চনত বেংমৰা ত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লয়। তেওঁ ৰংপুৰৰ সাময়িক বিদ্ৰোহী ৰজা ভৰত ...

হাগ্ৰামা মহিলাৰী

হাগ্ৰামা মহিলাৰী বড়ো: हाग्रामा मोहिलारी ওৰফে হাগ্ৰামা বসুমতাৰী বড়োলেণ্ড এলেকা পৰিষদ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰাপ্তন মূখ্য কাৰ্যবাহী সদস্য। পূৰ্বতে তেওঁ বড়ো লিবাৰেছন টাইগাৰ্ছ ফৰ্ছ ইংৰাজী:BLTFৰ সেনাধ্যক্ষ আছিল। ২০০৩ চনৰ ৬ ডিচেম্বৰ তাৰিখ ...

হিতেশ ডেকা

হিতেশ ডেকা অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক৷ অসমীয়া ভাষা-সাহিত্যৰ উপন্যাস, নাটক, প্ৰৱন্ধ আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷

হেমাঙ্গ বিশ্বাস

হেমাঙ্গ বিশ্বাস এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। মূলত লোকসংগীতক কেন্দ্ৰ কৰি গণসংগীত সৃষ্ট ...

হেমৰাম বৰা

হেমৰাম বৰা ভাৰতৰ এগৰাকী স্বাধীনতা সেনানী। তেখেতৰ জন্মস্থান নগাঁও জিলাৰ হাতীগড় গাৱঁত। ১৯৪২ চনৰ" ভাৰত ত্যাগ” আন্দোলনে নগাঁও জিলাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। কলাই কোঁচ আৰু হেমৰাম বৰাএই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ২৫ আগষ্টৰ দিনা বেবেজীয ...

হেৰমান হেস

হেৰমান কাৰ্ম হেস্ আছিল জাৰ্মানীত জন্ম গ্ৰহণ কৰা এজন বিশিষ্ট কবি, উপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত নবেল পুৰস্কাৰ লাভ কৰে। ভাৰতীয় শ্ৰমণ দৰ্শনৰ আধাৰত ১৯২২ চনত তেওঁ জাৰ্মান ভাষাত সিদ্ধাৰ্থ নামৰ কালজয়ী উপন্যাসখনো ৰচনা কৰিছিল। স ...

হেৰিয়েট বি.এল. কট্টাৰ

হেৰিয়েট বি.এল. কট্টাৰ প্ৰথম অসমীয়া কাকত অৰুণোদইৰ মুদ্ৰক আৰু খ্ৰীষ্টীয়ান ধৰ্ম প্ৰচাৰক অলিভাৰ টি. কট্টাৰৰ পত্নী। মূলতে আমেৰিকাৰ বাসিন্দা এই মহিলাই স্বামীৰ সৈতে অসমৰ শদিয়া, জয়পুৰ আৰু শিৱসাগৰত থাকে আৰু ইলাইজা হুইট্‌নী ব্ৰাউনৰ লগলাগি কেবাখনো অসমী ...

ৰত্ন কন্দলী শৰ্মা কটকী

ৰত্ন কন্দলী শৰ্মা কটকী স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কটকী আছিল। ১৭১০ চনৰপৰা ১৫ চনলৈ মুঠতে তিনিবাৰ অৰ্জুন দাস বৈৰাগীৰ লগত ত্ৰিপুৰা ৰাজ্যলৈ স্বৰ্গদেউৰ সন্দেশ লৈ গৈছিল। মোগল আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ স্বৰ্গদেৱে ত্ৰিপুৰা ৰাজ্যৰ সহায় বিচাৰি বাৰ্তা পঠিয়াইছি ...

ৰমা দাশ

ৰমা দাশ ৩০ৰ দশকৰ এজন অসমীয়া চুটি গল্পকাৰ। আৱাহন আলোচনীৰ যোগেদি আত্মপ্ৰকাশ কৰে। তেখেত আৱাহন যুগৰ গল্পকাৰ। তেখেতৰ উল্লেখযোগ্য গল্প হল বৰ্ষা যেতিয়া নামে, প্ৰায়শ্চিত্ত, অচল টকা, অবুজ মায়া, কোন এওঁ নতুন মিৰাণ্ডা ইত্যাদি। ৰোমাণ্টিক যুগৰ নৰ-নাৰীৰ প্ ...

ৰমেন ডেকা

ৰমেন ডেকা জন্ম ১ মাৰ্চ ১৯৫৪ এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। ডেকা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ। তেওঁ অসমৰ প্ৰতিনিধিত্ব কৰে। ডেকা ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজবালা দাস

ৰাজবালা দাস অসমৰ এগৰাকী শিক্ষাবিদ। ১৮৯৩ চনৰ ৮ মাৰ্চ তাৰিখে ডিব্ৰুগড়ত ৰাজবালা দাসৰ জন্ম হৈছিল । তেওঁৰ পিতৃ ৰমাকান্ত বৰুৱা আৰু মাতৃ কমলা বৰুৱা। ১৯১৫ চনত কলিকতাৰ বেথুন কলেজৰ পৰা তেখেতে এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে। ১৯২০ চনত স্নাতক আৰু ডাঃ জ্যোতিষ চন্ ...

ৰুদ্ৰ কন্দলী

ৰুদ্ৰ কন্দলী প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেখেতে ৰজা শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।

ৰেবা ফুকন

ৰেবা ফুকন অসমৰ এগৰাকী অভিনেত্ৰী। বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু ছুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে৷ ইয়াৰ উপৰিও অসমৰ ভ্ৰাম্যমান থিয়েটাৰসমূহত তেখেতে বহু নাটকত অভিনয় কৰিছে৷ অসমৰ গোলাঘাট জিলাৰ কঁহৰা গাঁৱত ২৩ জুন তাৰিখে তেখে ...

জিম্মী ৱেলছ

জিম্মী ডনেল ৱেলছ ওৰফে জিম্ব ৱেলছ -ৰ জন্ম ১৯৬৬ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে হৈছিল। তেখেত এজন আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী, কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত তথ্যকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত ...

লাইলা ট্ৰেটিকভ

লাইলা ট্ৰেটিকভ, ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক। তেখেতৰ জন্মৰ নাম Lyalya Tretyakova । মস্কোত জন্মগ্ৰহণ কৰা ট্ৰেটিকভ সৰুকালতেই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহে আৰু ১৯৯৯ চনত কেলিফৰ্নিয়াত ছফ্ট্‌ৱেৰ অভিযন্তা হিচাপে কাম কৰিবলৈ লয়। ইয়াত তেখেতে ...

আহোম লিপি

আহোম লিপি বা টাই আহোম লিপি হল এক প্ৰকাৰৰ লিপি যাক তাই আহোম ভাষাত ব্যাবহাৰ কৰা হয়। এই লিপি আহোম জনগোষ্ঠী ব্যবহাৰ কৰে টাই আহোম সকলে ব্ৰহ্মপুত্ৰ উপত্যকা ৬০০ বছৰ ৰাজত্ব কৰে।

টাই অধ্যয়ন গৱেষণা প্ৰতিষ্ঠান

টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠান অসমৰ শিৱসাগৰ জিলাৰ মৰাণহাটত অৱস্থিত টাই ভাষা শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত প্ৰতিষ্ঠানখন সম্পূৰ্ণ স্বায়ত্ত্ব শাসিত প্ৰতিষ্ঠান। প্ৰতিষ্ঠান খনে টাই ভাষাৰ এবছৰীয়া ডিপ্লোমা পাঠ্ ...

বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)

বঙালী ভাষা আন্দোলন অসমৰ বৰাক উপত্যকাত বঙালী লোক সংখ্যাগৰিষ্ঠ হোৱা সত্ত্বেও অসম চৰকাৰে গোটেই অসমতে অসমীয়াক একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বিৰুদ্ধে বৰাক উপত্যকাত হোৱা এটি গণ আন্দোলন। অসম পুলিচৰ গুলীত ১১ জন আন্দোলনকাৰী শ্বহীদ হোৱা এই আন ...

দেওধাই লিপি

এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক। দেওধাই লিপি বৰ্তমানে এক বিলুপ্ত লিপি, যিটো কিছু বিশেষজ্ঞৰ অনুসৰি কছাৰী জনগোষ্ঠীৰ মাজত প্ৰচলিত আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ডিমাপুৰ অঞ্চলৰ পৰা অন্য কোনো লিপিৰ সৈতে মিল নথক ...

বড়ো ৰোমান লিপি আন্দোলন

বড়ো লিপি আন্দোলন হৈছে বড়োসকলে বড়ো ভাষাটো ৰোমান লিপিৰে লিখিবৰ স্বীকৃতি বিচাৰি কৰা এক আন্দোলন। এই আন্দোলন ১৯৭৪ চনত হৈছিল আৰু ১৫ জনে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। অৱশ্যে এই আন্দোলন সফল হোৱা নাছিল আৰু চৰকাৰে দেৱনাগৰী লিপিকেই বড়ো লিপিৰ মৰ্য্যদা দিছিল।

ব্ৰেইল্

ব্ৰেইল্‌ / ˈ b r eɪ l / হৈছে অন্ধ বা চকুৰে কম দেখা লোকে ব্যৱহাৰ কৰা এটা স্পৰ্শীয় লিখন পদ্ধতি। পৰম্পৰাগতভাৱে ইয়াক এম্‌বছ কাগজত লিখা হয়। ব্ৰেইল্‌ ব্যৱহাৰকাৰীয়ে refreshable braille display-ৰ সহায়ত কম্পিউটাৰ স্ক্ৰীন বা আন ইলেক্‌ট্ৰনিক সঁজুলিত আখ ...

লিখন পদ্ধতি

এক লিখন পদ্ধতি হৈছে মৌখিক যোগাযোগক দৃশ্যমানভাৱে প্ৰতিনিধিত্ব কৰাৰ এক পদ্ধতি, যি সাধাৰনতে এক লিপি আৰু ইয়াৰ ব্যৱহাৰ নিয়মৰ সমষ্টিৰে গঠিত। যদিও বাৰ্তা প্ৰেৰণ কৰাত লিখা আৰু কথা দুয়োটা উপযোগী, তথ্য সংৰক্ষণ আৰু স্থানান্তৰৰ এক নিৰ্ভৰযোগ্য প্ৰকাৰ হিচাপ ...

সম্পাদনা

লেখা, গ্ৰন্থ, দৈনিক, সাপ্তাহিক, মাহেকীয়া বা পষেকীয়া কাকত বা আলোচনী অথবা কবিতাৰ পাঠ, ভাষা, ভাব বা শৃংখলক ব্যাৱস্থিত কৰিবলৈ তথা আৱশ্যকতা অনুসৰি তাত সংশোধন, পৰিৱৰ্তন বা পৰিবৰ্ধন ঘটাই তাক সাৰ্বজনীন প্ৰয়োগ অথবা প্ৰকাশযোগ্য কৰি তোলাকে সম্পাদনা কৰা ব ...

অলিম্পাছ মনছ

অলিম্পাছ মনছ মঙ্গল গ্ৰহত থকা এটা বিশাল ঢাল আগ্নেয়গিৰি। আগ্নেয়গিৰিটোৰ উচ্চতা প্ৰায় ২৫ কিলোমিটাৰ । মাৰ্চ অৰবিটাৰ লেজাৰ এল্টিমিটাৰৰ সহায়ত ইয়াৰ উচ্চতা জোখা হৈছে। মঙ্গল গ্ৰহত থকা ডাঙৰ আগ্নেয়গিৰিবোৰৰ ভিতৰত অলিম্পাছ মনছ আটাইতকৈ চালুকীয়া অৱস্থাত থ ...

ইয় জিমা

ইয় জিমা / ˈ iː w ɵ ˈ dʒ iː m ə, officially Iō-tō, হৈছে জাপানৰ তিনিটা আগ্নেয়গিৰি দ্বীপৰ মাজৰটো। পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দ্বীপটো প্ৰায় ৫ মাইল দীঘল, ৭৩০ মিটাৰ-৪ কি:মি: বহল, আৰু ইয়াৰ মাটিকালি ৮ বৰ্গমাইল । ই টকিয় পৰা ৬৫০ নটিকেল মাইল দ ...

বেৰেন দ্বীপ, আন্দামান

বেৰেন দ্বীপ আন্দামান সাগৰত অৱস্থিত এখন দ্বীপ। ভাৰত মহাসাগৰৰ বংগোপসাগৰত অৱস্থিত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আন্দামান দ্বীপসমূহৰ পূবে এই দ্বীপ অৱস্থিত। বেৰেন দ্বীপত অৱস্থিত বেৰেন আগ্নেয়গিৰি দক্ষিণ এছিয়াৰ একমাত্ৰ প্ৰমাণিত সক্ৰিয় আগ্নেয়গিৰি। ...

বংগোপসাগৰ

বংগোপসাগৰ বিশ্বৰ বৃহত্তম উপসাগৰ। ই ভাৰত মহাসাগৰৰ উত্তৰপশ্চিম অংশত অৱস্থিত প্ৰায় ত্ৰিভূজাকৃতি উপসাগৰ। এই উপসাগৰৰ পশ্চিম দিশত ভাৰত আৰু শ্ৰীলংকা, উত্তৰ দিশত ভাৰত আৰু বাংলাদেশ আৰু পূব দিশত ম্যানমাৰ আৰু ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। বংগোপসাগৰ ...

ছুৱেজ খাল

ছুৱেজ খাল ভূমধ্য সাগৰ আৰু লোহিত সাগৰত সংযোগ কৰিবলৈ ছুৱেজ যোজকৰ মাজেদি খন্দা এটা খাল। এই খাল খন্দাৰ আগতে, কোনো জাহাজ ইউৰোপৰ পৰা এছিয়ালৈ আহোঁতে আফ্ৰিকা মহাদেশেদি বহু হাজাৰ কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছিল। এই অসুবিধা দূৰ কৰিবলৈ ফ্ৰান্সৰ এজন কূটনীতিব ...

পানামা খাল

পানামা খাল ইংৰাজী: Panama Canal, স্পেনীছ: Canal de Panamá হৈছে পানামাত অৱস্থিত ৭৭.১ কি:মি: দৈৰ্ঘ্যৰ এটা খাল যি আটলান্টিক মহাসাগৰৰ সৈতে প্ৰশান্ত মহাসাগৰক স্ংযোগ কৰিছে। এই খালটি খন্দাৰ কামটো ১৮৮১ চনতে ফ্ৰাঞ্চে আৰম্ভ কৰিছিল যদিও প্ৰযুক্তিগত অসুবিধাৰ ...