ⓘ Free online encyclopedia. Did you know? page 72

আগাথা ক্ৰিষ্টি

ডেম আগাথা মেৰি ক্লেৰিছা মিলাৰ, লেডি মেলোৱেন এগৰাকী বিশ্ববন্দীত ইংৰাজী লেখিকা। তেওঁৰ জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে তেওঁৰ দ্বাৰা লিখিত ৬৬খন উপন্যাস, ১৪খন চুটিগল্প সংকলন আৰু হাৰকিউল পয়ৰো, মিছ মাৰ্পল নামৰ কাল্পনিক ডিটেকটিভ চৰিত্ৰ দুটাৰ সৃষ্টি। দা মাউছট্ ...

উইলিয়াম শ্বেইকছপীয়েৰ

উইলিয়াম শ্বেক্সপিয়াৰ আছিল এক ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়। তেওঁৰ সাহিত্য সম্ভাৰে ৩৮খন ন ...

এম ইব্ৰাহিম আলি

এম ইব্ৰাহিম আলি আছিল অসমৰ এজন শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁৰ জন্ম হয় দৰং জিলাৰ, মঙলদৈৰ ছিপাঝাৰৰ ওচৰৰ শিঙিমাৰী গাঁৱত।

চাৰ্লছ ডিকেন্স

চাৰ্লচ ডিকেঞ্চ এজন ইংৰাজ লেখক আৰু সমাজ সমালোচক আছিল। তেখেতে দুখ কষ্টেৰে ভৰা নিজ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য সৃষ্টি কৰি ইংৰাজী সাহিত্য সমৃদ্ধিশালী কৰি থৈ গৈছে। চাৰ্লচ ডিকেঞ্চৰ জন্ম ইংলেণ্ডৰ পৰ্টচ মাউঠ নামে ঠাইত ১৮১২ চনত হৈছিল। চাৰ্লচৰ ১২ বছৰ ব ...

জে. এম. কয়েৎজে

জন মেক্সৱেল কয়েৎজে (k ʊ t ˈ s iː ə / kuut- see -ə, বা / k ʊ t ˈ s iː / kuut- see ; একাধাৰে ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক কয়েৎজেই দুবাৰকৈ বুকাৰ বঁটা আৰু এবাৰ সাহিত্যৰ নবেল বঁটা লাভ কৰে। এনে অসামান্য সাহিত্যিক কৃতিত্ব লাভ কৰা ব্যক্তি বৰ্ত ...

জে. কে. ৰাউলিং

জে. কে. ৰাউলিং এগৰাকী ইংৰাজ লেখিকা। ৰাউলিঙৰ জন্ম হয় ১৯৬৫ চনৰ ৩১ জুলাইত। তেওঁৰ প্ৰকৃত নাম জোৱান ৰাউলিং । তেওঁক ঘাইকৈ হেৰী পটাৰ কল্প কাহিনী শৃংখলাৰ বাবে জনা যায়। এই গ্ৰন্থসমূহে বিভিন্ন বঁটাৰ উপৰিও ৪০০ মিলিয়নতকৈয়ো অধিক কপিৰ বিক্ৰীৰে সৰ্বাধিক বিক ...

ডগলাছ ষ্টুৱাৰ্ট

ডগলাছ ষ্টুৱাৰ্ট এজন স্কটিছ-আমেৰিকান লেখক আৰু ফেশ্বন ডিজাইনাৰ। তেওঁৰ প্ৰথমখন উপন্যাস শ্বাগি বেইন হৈছে ২০২০ চনত বুকাৰ বঁটা লাভ কৰা গ্ৰন্থ।

পাবলো নেৰুদা

পাবলো নেৰুদা চিলিৰ কবি-কুটনীতিবিদ তথা ৰাজনেতা নেফটালি ৰিকাৰ্ড ৰেইচ বাচলাট ৰ ছদ্মনাম আৰু পাচলৈ আইনী নাম আছিল। তেওঁ চেক কবি জান নেৰুদাৰ নামৰ অনুকৰণত এই নাম লৈছিল। ১৯৭১ চনত তেওঁ সাহিত্যৰ নবেল বঁটা লাভ কৰে। কিশোৰ অৱস্থাৰপৰাই নেৰুদাই কবি হিচাবে নাম অৰ ...

পিটাৰ হেণ্ডকে

পিটাৰ হেণ্ডকে এগৰাকী অষ্ট্ৰিয়ান ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু অনুবাদক। তেওঁ ২০১৯ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

প্ৰেমনাৰায়ণ দত্ত

প্ৰেমনাৰায়ণ দত্তৰ জন্ম হৈছিল ১৮৯৯ চনৰ ২৮ ফেব্ৰুৱাৰীত বজালীৰ ৰতনপুৰ নামে ঠাইত৷ তেওঁ যোৰহাট নৰ্মাল স্কুলৰ পৰা শিক্ষা সমাপ্ত কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ পৰৱৰ্তীসময়ত তেওঁ সেই চাকৰি ইস্তফা দি কিছুদিন কৃষিত আত্মনিয়োগ কৰ ...

ফ্ৰান্‌জ কাফ্‌কা

ফ্ৰান্‌জ কাফ্‌কা এজন জাৰ্মান ভাষাৰ ঔপন্যাসিক আৰু চুটি গল্প লেখক। তেখেতক বিংশ শতিকাৰ সাহিত্যৰ অন্যতম লেখক হিচাপে গণ্য কৰা হয়। বাস্তৱবাদ আৰু ফেণ্টাছীৰ উপাদান থকা তেখেতৰ কৰ্মত প্ৰায়েই অকলশৰীয়া প্ৰটাগনিষ্টক অদ্ভুত বা অধিবাস্তৱিক দুৰ্দশা আৰু অবোধগম ...

বিয়েৰ গ্ৰিলচ্

এডৱাৰ্ড মাইকেল "বিয়েৰ" গ্ৰিলচ্ এজন দু:সাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শন উপস্থাপক। মেন ভাৰ্চেচ ৱাইল্ড নামৰ দূৰদৰ্শন ধাৰাবাহিক খনৰ বাবে সৰ্বাধিক পৰিচিত। এই ধাৰাবাহিক খনক ব্ৰিটেইনত বৰ্ণ চাৰ্ভাইভৰ: বিয়েৰ গ্ৰিলচ হিচাপেও জনা যায়। যুক্তৰাজ্য ...

মেক্সিম গৰ্কী

এলেক্সেই মেক্সিমভিছ পেচকভ বা চমুকৈ এলেক্সেই পেচকভ এজন ৰুচ সাহিত্যিক আছিল। তেওঁ মেক্সিম গৰ্কী ছদ্মনামেৰে লিখামেলা কৰিছিল যিটো নামেৰেই পাছত তেওঁ বিশ্ববিখ্যাত হৈ পৰে। তেওঁ এজন সামাজিক বাস্তববাদী সাহিত্যিক আৰু সমাজকৰ্মী আছিল।

লীঅ টলষ্টয়

কাউণ্ট লেভ নিকোলায়েভিছ টলষ্টয় ; ৯ ৯ছেপ্টেম্বৰ ১৯১০), বা লীঅ’ টলষ্টয় আছিল এগৰাকী ৰাছিয়ান লেখক যিয়ে প্ৰধানতঃ উপন্যাস আৰু ছুটিগল্প ৰচনা কৰিছিল। পিছলৈ তেওঁ নাটক আৰু বিভিন্ন প্ৰবন্ধও লিখিবলৈ লয়। ১৮৭০ চনত হোৱা এক নৈতিক সংকট আৰু ধাৰ্মিক জাগৰণৰ পিছ ...

ৰবাৰ্ট লুই ষ্টিভেনছন

ৰবাৰ্ট লুই বালফৰ ষ্টিভেনছন এজন স্কটিছ ঔপন্যাসিক, কবি, নিৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী লেখক আছিল। তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ হল ট্ৰেজাৰ আইলেণ্ড, কিডনেপ্ড, ডক্টৰ জেকিল আৰু মিষ্টাৰ হাইড, চাইল্ডছ গাৰ্ডেন অৱ ভাৰ্ছেজ ইত্যাদি । জীৱনকালতে সাহিত্যক্ষেত্ৰত চ ...

বুকাৰ বঁটা

বুকাৰ বঁটা, পূৰ্বৰ নাম কল্প-সাহিত্যৰ বুকাৰ বঁটা আৰু মেন বুকাৰ বঁটা, হৈছে ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা। ইয়াক ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ প ...

ক’হিমাৰ যুদ্ধ

ক’হিমাৰ যুদ্ধ ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীসেনাৰ ভাৰতৰ সৈতে যুদ্ধৰ এক গুৰুত্বপূৰ্ণ যুদ্ধ৷ ১৯৪৪ চনত উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ ক’হিমাত ৪ এপ্ৰিলৰ পৰা ২২ জুনলৈকে তিনিটা পৰ্য্যায়ত এই যুদ্ধখন সংঘটিত হৈছিল৷ ৩ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ ...

বাংলাদেশৰ মুক্তিযুদ্ধৰ সময় ৰেখা

December 7: Liberation of Jessore, Sylhet and Moulovi Bazar. December 4: Battle of Longewala: Indians stop a Pakistani invasion directed at Jaisalmer. December 3: Bangladesh Air Force destroys Pakistani oil depots. Pakistani air attacks on India ...

মহগড় ৰণ

মহগড় ৰণ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সেনা আৰু মানৰ মাজত ১৮২২ চনৰ ১৯ এপ্ৰিলত হৈছিল। যোৰহাটৰ উত্তৰৰ মহগড় নামে ঠাইত হোৱা বাবে এই যুদ্ধক মহগড় ৰণ বোলা হয়। আহোম ৰাজ্য ৰক্ষাৰ এইখনেই আছিল শেষ গুৰুত্বপূৰ্ণ ৰণ। ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ ...

লতাকটা ৰণ

লতাকটা ৰণ বুলিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত মণিপুৰলৈ চলোৱা অসফল প্ৰথম অভিযানক বুজোৱা হয়। চুখ্ৰংফা বা ৰুদ্ৰ সিংহৰ চতুৰ্থ পুত্ৰ চুৰাম্‌ফাই ৰাজেশ্বৰ সিংহ নাম লৈ ১৭৫১ চনত ৰাজপাটত উঠে। মানৰ আক্ৰমণত ৰাজ্য হেৰুওৱা মণিপুৰৰ ৰজা জয় সিংহ‌ই ১৭৬৫ চন ...

এডল্ফ হিটলাৰ

এডল্ফ হিটলাৰ মানৱ ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোক সকলৰ মাজৰ এজন, তৃতীয় ৰেইখৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ নেতা আছিল। তেখেত আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদী গণহত্যাৰ কাৰক আছিল।

ক্যিন ছি হোৱং

ক্যিন ছি হোৱাং Qin Shi Huang খ্ৰীঃ পূৰ্ব ২৫৯ – ২১০, যাৰ ব্যক্তিগত নাম আছিল ইয়িং ঝিং Ying Zhing, চীন দেশ যুদ্ধ-বিগ্ৰহত লিপ্ত থকা সময়ত খ্ৰীঃপূৰ্ব ২৪৬-২২১ লৈকে ক্যিন ৰাজ্যৰ ৰজা আছিল। পিছত ২২১ খ্ৰীঃপূৰ্বত তেওঁ প্ৰথম বৃহত চীন সম্ৰাজ্যৰ সম্ৰাট হয়। এ ...

চেংগিজ খান

চেংগিজ খান মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহান খান। এই সাম্ৰাজ্য তেখেতৰ মৃত্যুৰ পাছত বিশ্বৰ ইতিহাসৰ সৰ্ববৃহৎ ভৌগোলিকভাৱে সংযুক্ত সাম্ৰাজ্যত পৰিণত হল।

জেৎচুন পেমা

জেৎচুন পেমা বৰ্তমান ভূটানৰ ৰাণী। জংখা ভাষাত তেওঁক ড্ৰোক গ্যাল্টচুৱেইন বুলি কোৱা হয়। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে ভূটানৰ "ড্ৰেগন ৰাণী"। তেওঁ ভূটানৰ পঞ্চম তথা বৰ্তমান ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ পত্নী। তেওঁ পৃথিৱীৰ আটাইতকৈ কনিষ্ঠতম ৰাণী। তেওঁ ভূটান ...

নেপোলিয়ন বোনাপাৰ্ট

নেপোলিয়ন বোনাপাৰ্ট ফৰাচী: Napoléon Bonaparte, ফৰাচী বিপ্লৱৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল First Consul আছিল। তেওঁ নেপোলিয়ন ১ নামেৰে ১১ নৱেম্বৰ, ১৭৯৯ৰ পৰা ৬ এপ্ৰিল ১৮১৪ পৰ্যন্ত ফ্ৰান্সৰ সম্ৰাট আছিল আৰু পুনৰায় ১৮১৫ চনৰ ২ ...

ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড দ্য লেভাণ্ট

ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড দ্য লেভাণ্ট, ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড ছিৰিয়া বা আৰবী ছুটী ৰূপৰপৰা গ্ৰহণ কৰা ডাএছ এটি ছালাফি জেহাদবাদী সশস্ত্ৰ গোট। ই ছুন্নি ইছলামৰ ৱাহ্হাবি, মৌলবাদী চিন্তা অনুসৰণ কৰে। গোটটোৰ নামত ইছলামিক ষ্টেট শব্দদ্বয়ৰ প্ৰয়োগ আৰু ...

নতুন অসম গণ পৰিষদ

নতুন অসম গণ পৰিষদ ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদ দলৰ বিভাজনৰ জৰিয়তে ন-অগপ দল গঠিত হৈছিল। পূৰ্বৰ সাংসদ আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী দীনেশ গোস্বামী আৰু অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ন-অগপ গঠিত হৈছিল। দীনেশ গ ...

বড়োলেণ্ড পিপলছ ফ্ৰন্ট

বড়োলেণ্ড পিপলছ ফ্ৰন্ট ইংৰাজী: Bodoland Peoples Front BPF) চমুকৈ বি পি এফ ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বি টি এ ডি Bodoland Territorial Areas District অঞ্চলত সক্ৰিয়। এই দলটো ২০০৫ চনত প্ৰতিষ্ঠিত হৈছিল ...

মাৰ্ক্সিষ্ট মঞ্চ

মাৰ্ক্সিষ্ট মঞ্চ ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। এই দলটোয়ে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়াৰ বিভাজিত স্থানীয় গোট হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই দলটোৰ ৰাতাবাৰী বিধানসভা সমষ্টিত কিছূ জনভিত্তি আছে আৰু এই সমষ্টিত দলটোৱে অসম গণ পৰিষদৰ সৈতে নিৰ্বাচনী বুজ ...

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা ভাৰতৰ এক ৰাজনৈতিক দল। উত্তৰ-পূৰ্বাঞ্চলৰ অসমত এই দলৰ উৎপত্তি হৈছিল। মৌলানা বদৰুদ্দিন আজমল এই দলৰ মুখ্য নেতা। ২০০৫ চনৰ অক্টোবৰ মাহত তেওঁ এক আঞ্চলিক দল হিচাপে "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা") গঠন কৰে। ২০০৯ চনৰ ...

উদাৰনৈতিকতাবাদ

উদাৰনৈতিকতাবাদ বা উদাৰতাবাদ হৈছে এনে এক ৰাজনৈতিক দৰ্শন আৰু মতাদৰ্শ যি স্বাধীনতা, শাসিত লোকৰ সম্মতি তথা আইনৰ আগত সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত। উদাৰনৈতিকতাবাদৰ ইংৰাজী প্ৰতিশব্দ Liberalism শব্দটো লেটিন শব্দ Liber -ৰ পৰা আহিছে, যাৰ অসমীয়া অৰ্থ হব মুকলি ...

একাত্ম মানৱবাদ (দীন দয়াল উপাধ্যায়)

উপাধ্যায়ে ব্যক্তিবাদক সৰ্বোচ্চ জ্ঞান কৰা সামাজিক ব্যৱস্থাসমূহৰ সমালোচনা কৰিছিল। তেওঁ লগতে দাবী কৰিছিল যে সাম্যবাদে ব্যক্তিবাদক এক বৃহৎ হ্ৰদয়হীন যন্ত্ৰৰ অংগ হিচাপে ভাঙি পেলায় আৰু সেয়ে তেওঁ সাম্যবাদৰো বিৰোধিতা কৰিছিল। উপাধ্যায়ৰ মতে, সমাজ কেইবা ...

জাতীয়তাবাদ

জাতীয়তাবাদ হৈছে একপ্ৰকাৰ ৰাজনৈতিক চিন্তাধাৰা। ই জাতি বুলি চিহ্নিত কৰা কোনো প্ৰতীক বা ধাৰণাৰ লগত কোনো ব্যক্তি বা সমূহৰ গভীৰ সম্পৰ্ক সূচিত কৰে। জাতিৰ আধুনিকতাবাদী ধাৰণা অনুসৰি জাতীয়তাবাদে এক জাতীয় অস্তিত্বৰ সৃষ্টি কৰে। জাতিৰ বিভিন্ন সংজ্ঞা অনুসৰ ...

ধৰ্মীয় সাম্যবাদ

ধৰ্মীয় সাম্যবাদ সাম্যবাদৰ এনে এক ৰূপ যিয়ে ধৰ্মীয় নীতিসমূহক মানি চলে। পণ্ডিতসকলে অনেক ধৰ্মীয় আন্দোলনক এই শ্ৰেণীত ৰাখিছে যিয়ে সম্পদৰ ৰাজহুৱা মালিকানা সমৰ্থন কৰিছিল।

নৈৰাজ্যবাদ

নৈৰাজ্যবাদ হৈছে এক ধৰণৰ ৰাজনৈতিক দৰ্শন যি ৰাষ্ট্ৰক অপ্ৰয়োজনীয়,অনাকাংক্ষিত আৰু ক্ষতিকৰ বুলি বাখ্যা কৰে আৰু তাৰ পৰিৱৰ্তে ৰাষ্ট্ৰবিহীন সমাজৰ পোষকতা কৰে৷ নৈৰাজ্যবাদীসকলে সংস্কাৰপন্থী বামধাৰাক আদৰ্শ হিচাপে গ্ৰহণ কৰে। বেছিভাগ নৈৰাজ্যবাদী অৰ্থনীতি আৰু ...

নৈৰাজ্যবাদী সাম্যবাদ

নৈৰাজ্যবাদী সাম্যবাদ, মুক্ত সাম্যবাদ বা সাম্যবাদী নৈৰাজ্যবাদ নৈৰাজ্যবাদৰ এক সূত্ৰ যিয়ে ৰাজ্য, পুঞ্জিবাদ, দৰমহাভিত্তিক শ্ৰম আৰু ব্যক্তিগত সম্পদৰ বিপৰীতে উত্পাদনৰ আহিলাৰ ৰাজহুৱা মালিকানা, প্ৰত্যক্ষ গণতন্ত্ৰ আৰু স্বেচ্ছাসেৱী সংগঠন আৰু শ্ৰমিক সংসদৰ ...

মাৰ্ক্সবাদ

মাৰ্ক্সবাদ এক সমাজ-অৰ্থনৈতিক বিশ্লেষণ যিয়ে শ্ৰেণী সম্বন্ধ আৰু সামাজিক দ্বন্দ্বক ইতিহাসৰ এক ভৌতিকতাবাদী বুজনিৰে আৰু সামাজিক পৰিৱৰ্তনৰ এক দ্বন্দ্ববাদী দৃষ্টিৰে অধ্যয়ন কৰে। মাৰ্ক্সবাদৰ আৰম্ভণি কৰিছিল ১৯ শতিকাৰ শেষাৰ্ধৰ জাৰ্মান দাৰ্শনিক কাৰ্ল মাৰ্ক ...

মৌলবাদ

মৌলবাদী এনেকুৱা এজন ব্যক্তি যিজনে অনুসৰণ কৰে তাৰ চিন্তা বিশ্বাসৰ মূলনীতি ও শিক্ষা সমূহক। কোনোবাই যদি ভাল ডাক্তৰ হব বিচাৰে তেতিয়াহলে তাক জানিব লাগিব, বুজিব লাগিব আৰু কঠোৰ অনুশীলন চলাব লাগিব ঔষধৰ মূল কাৰ্যকাৰিতাৰ ওপৰত। অন্য কথাত তেওঁ হব লাগিব ঔষধি ...

সমাজবাদ

সমাজবাদ অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ এক গোট যাক উৎপাদনৰ মাধ্যমৰ সামাজিক মালিকী আৰু গণতান্ত্ৰিক নিয়ন্ত্ৰণেৰে চিহ্নিত কৰা হয়। তেনে সমাজ গঠনৰ উদ্দেশ্য ৰখা ৰাজনৈতিক ভাবাদৰ্শ, সূত্ৰ আৰু আন্দোলনকো সমাজবাদ বোলা হয়। সামাজিক মালিকীয়ে ৰাজহুৱা, উমৈহত ...

অসমত ব্যৱহৃত পতংগ খাদ্য

পতংগখাদক ৰ ৰূপত দেশৰ অন্যান্য প্ৰান্তৰ লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যত চহকী অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম; এই অঞ্চলত বাস কৰা মানুহে লিংকৰি, জেৱাংকৰি নাইবা মেজাংকৰি, উঁই, পাইন বিছা, এৰিপলু, আমৰ ...

পতংগৰ অনুকাৰিতা আৰু ছদ্মাবৰণ

অনুকাৰিতা প্ৰাণীয়ে পৰভক্ষীৰ কবলৰ পৰা আত্মৰক্ষা বা চিকাৰক আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰা এক বিশেষ কৌশল। বিশেষ পৰিস্থিতিত অনুকাৰক প্ৰাণীয়ে অন্য একধৰণৰ প্ৰাণীৰ আৰ্হি ত ৰঙ, গঠন অথবা আন স্বভাৱজাত লক্ষণ ধাৰণ কৰে, ফলত অনুকাৰক প্ৰাণীয়ে জীয়াই থকাৰ সংগ্ৰামত ...

বনশাক

স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰ পৰা অসমৰ লোক-সংস্কৃতিত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, গছ-বন আদি ব্যৱহৃত হৈ আহিছে। এই খাদ্য সামগ্ৰীবিলাক পুৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ।

দেশ অনুসৰি বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰৰ তালিকা

২০১২ চনলৈকে, সৰ্বমুঠ ৯৬২ খন এই বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰসমূহ ১৫৭খন দেশব্যপী আছে। এই ৯৬২খন ক্ষেত্ৰৰ ভিতৰত, ৭৪৫খন "সাংষ্কৃতিক", ১৮৮খন "প্ৰাকৃতিক" বাকী ২৯খন মিশ্ৰ সম্পদ। দেশসমূহ বিশ্ব ঐতিহ্য কমিটিয়ে ৫ ভৌগোলিক এলেকাত বিভক্ত কৰিছে: আফ্ৰিকা, আৰৱ, এছিয় ...

বিশ্ব পৰ্যটন মূল্যাংকণ

ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা ই তেওঁলোকৰ বিশ্ব পৰ্যটন বেৰোমিটাৰ প্ৰকাশনৰ অংশ হিচাপে "বিশ্ব পৰ্যটন মূল্যাংকণ" সম্পাদনা কৰে, ই বছেৰেকত তিনিবাৰ প্ৰকাশ পায়। এই প্ৰকাশনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ভূখণ্ডলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা, পৰ্যটনৰপৰা সংগ্ৰহ কৰা ...

লীঅ টলষ্টয়ৰ গ্ৰন্থপঞ্জী

এ প্ৰাইমাৰ ১৮৭২ টলষ্টয়ৰ শিক্ষামূলক বাৰ্তালোচনী য়াছনায়া পলয়ানা"ত প্ৰকাশিত প্ৰবন্ধসমূহ ১৮৬১-১৮৬২ অন পপুলাৰ ইনষ্ট্ৰাকশ্যন ১৮৭৪ এ নিউ প্ৰাইমাৰ 1875

অসম প্ৰকাশন পৰিষদ

অসম প্ৰকাশন পৰিষদ নিজাকৈ গ্ৰন্থ প্ৰকাশ কৰা অসম চৰকাৰৰ চৰকাৰী প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৫৮ চনৰ ২ মে তাৰিখে শ্বিলঙত অসম প্ৰকাশন পৰিষদ প্ৰতিষ্ঠা কৰিছিল। ১৯৫৮ চনৰ ৩০ অক্টোবৰত প্ৰথম পৰিষদ গঠন হৈছিল আৰু বিশিষ্ট সংস্কৃত পণ্ডিত আৰু বিশিষ্ট লেখক বিশ্বনাৰায ...

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা পৰিচালিত এখন সামাজিক আঁচনি আৰু জন প্ৰশাসনৰ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়ত মূলতঃ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া সমূহক প্ৰশিক্ষণ দিয়া হয় আৰু অসম চৰকাৰৰ বিভিন্ন ...

অসম বিদ্যুৎ নিয়ামক আয়োগ

অসম বিদ্যুৎ নিয়ামক আয়োগ হৈছে অসম চৰকাৰৰ এটি নিয়ামক সংস্থা, যিয়ে অসমৰ বিদ্যুৎ শক্তিৰ উৎপাদন, সংবহন আৰু বিতৰণৰ লগত জড়িত কেতবোৰ নীতি প্ৰতিষ্ঠা, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। বিভিন্ন স্তৰত বিদ্যুতৰ পাইকাৰী আৰু খুচুৰা নিৰিখ ধাৰ্য কৰাটো সংস্থাটোৰ ম ...

অসম বিদ্যুৎ সংবহন নিগম লিমিটেড

অসম বিদ্যুৎ সংবহন নিগম লিমিটেড হৈছে অসম চৰকাৰধীন ৰাজহুৱা খণ্ডৰ এক উদ্যোগ। পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পুনৰ্গঠন কৰি ২০০৩ চনত এই কোম্পানীটোৰ জন্ম দিয়া হয় আৰু ভাৰতীয় কোম্পানী অধিনিয়ম, ১৯৫৬ৰ অধীনত পঞ্জীকৰণ কৰা হয়। কোম্পানীৰ মূল কাম হৈছে অস ...

অসম লোকসেৱা আয়োগ

অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচি অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক লোকসেৱা আয়োগ। অসম চৰকাৰৰ অধীনৰ বিভিন্ন পদসমূহৰ বাছনি পৰীক্ষা অসম লোকসেৱা আয়োগে আয়োজন কৰে। অসম অসামৰিক সেৱাৰ বিষয়াৰ নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। ...