ⓘ Free online encyclopedia. Did you know? page 79

প্ৰেমধৰ বৰা

প্ৰেমধৰ বৰা অসমৰ এগৰাকী বৰ্ষীয়ান ৰাজনীতিক। তেওঁ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল। তদুপৰি ২০০১ চনত তেওঁ অসম বিধানসভাৰ প্ৰ-টেম অধ্যক্ষ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বিহপুৰীয়া বিধান সমষ্টিৰ পৰা অসম বিধানসভালৈ চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচ ...

পৰমানন্দ মজুমদাৰ

পৰমানন্দ মজুমদাৰ একাধাৰে সাহিত্যিক, সম্পাদক, অধ্যাপক। তেখেতৰ নিজা প্ৰকাশিত পুথি ৭খন। সম্পাদিত পুথিৰ সংখ্যা ৫০ ৰো অধিক। ইয়াৰে তেওঁ বিজ্ঞান চেতনা বিষয়ক সম্পাদনা গ্ৰন্থৰ উপৰি জীৱন আৰু কৃতি, সমাজ সাহিত্য আৰু সংস্কৃতিমূলক, অভিনন্দন সূচক গ্ৰন্থ সম্পা ...

পৰেশ ভূঞা

সৰুৰে পৰা চিত্রশিল্পৰ প্রতি তীব্র আকর্ষণ অনুভৱ কৰা পৰেশক চিত্রশিল্পৰ প্রতি উৎসাহিত কৰা মানুহজনেই হ’ল ককায়েক অৱনী ভূঞা। অৱনীয়েও ভাল ছবি আঁকিছিল। পৰেশৰ প্রিয় চিত্রশিল্পী অমৃতা চেৰেগিল । তেখেতৰ দৃষ্টিত চিত্রশিল্পী আৰু সাধাৰণ দর্শকৰ দৃষ্টিৰ মাজত ক ...

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী এজন অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ। প্ৰান্তিকৰ পাতত প্ৰকাশ পোৱা অনুৰাধাৰ দেশ উপন্যাসৰ যোগেদি তেখেতে পাঠকৰ সমাদৰ লাভ কৰে।

ফুলেশ্বৰী কুঁৱৰী

ফুলেশ্বৰী আহোম ৰজা শিৱ সিংহৰ প্ৰধান ৰাণী আছিল। আহোম ৰাজ্য প্ৰত্যক্ষভাৱে শাসন কৰা তেখেত প্ৰথম মহিলা। পূৰ্বে তেওঁ দেৰগাঁৱৰ শিৱ মন্দিৰৰ এগৰাকী নৰ্তকী আছিল। আচল নাম আছিল ফুলমতী। শিৱ সিংহই তেওঁক দেখি মুগ্ধ হৈ বিয়া কৰায়। পাছত জ্যোতিষীৰ ভৱিষ্যতবাণীত শ ...

বকুল কায়স্থ

বকুল কায়স্থ কামৰূপৰ এগৰাকী গণিতজ্ঞ আছিল৷ তেওঁ প্ৰধানকৈ ১৪৩৪ চনতে ৰচনা কৰা গণিত বিষয়ক গ্ৰন্থ ’কিতাপত মঞ্জৰী’ আৰু ’লীলাৱতী’ৰ বাবে প্ৰসিদ্ধ৷

বাণীকান্ত কাকতি

বাণীকান্ত কাকতি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এজন একনিষ্ঠ সেৱক। ১৮৯৪ চনত বৰপেটা জিলাত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ললিতৰাম কাকতি আৰু মাতৃ লহোবালা। অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়নলৈ তেওঁ যথেষ্ট অৱদান দি থৈ গৈছে। তেওঁ প্ৰথম বাৰলৈ ১৯১৮ ...

বাহাৰুল ইছলাম (ন্যায়াধীশ)

ন্যায়াধীশ বাহাৰুল ইছলাম ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ আছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া৷ ১৯১৮ চনৰ ১ মাৰ্চ তাৰিখে অসমৰ নলবাৰী জিলাত তেওঁৰ জন্ম হৈছিল।

বিউটি শৰ্মা বৰুৱা

বিউটি শৰ্মা বৰুৱা এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন পৰিবেশনৰ বাবে বিখ্যাত। মেলডি কুইন হিচাপে খ্যাত বিউটি বাইদেউয়ে দূৰদৰ্শন, ৰেডিঅ, এলবাম আৰু অন্যান্যত প্ৰায় ১০০০ গীত গাইছে। তেওঁ ৰসৰা ...

বিজ্ঞান জগতত অসমীয়া মহিলা

সোতৰ, ওঠৰ আৰু ঊনৈশ শতিকাত বেছিভাগ মহিলাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু গৱেষণাগাৰত প্ৰৱেশাধিকাৰ নাছিল। ১৮৬৮ চনত প্ৰথমবাৰৰ বাবে পেৰিছ বিশ্ববিদ্যালয়ত মহিলাক নামভৰ্তি কৰিবলৈ দিয়া হৈছিল।১৮৭২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ত মহিলাক বিজ্ঞান পঢ়িবলৈ নামভৰ্তি ...

বিদ্যা ৰাও (অভিনেত্ৰী)

বিদ্যা ৰাও এগৰাকী অসমীয়া আৰু বঙালী ছবিৰ অভিনেত্ৰী। ডিব্ৰুগড় নগৰত জন্ম হোৱা বিদ্যা ৰাও কলকাতা মহানগৰত ডাঙৰ-দীঘল হৈছিল। ছয়বছৰ বয়সতে ড॰ ভূপেন হাজৰিকা পৰিচালিত শকুন্তলা বোলছবিত এটা শিশু চৰিত্ৰত কৰা অভিনয়ৰে তেওঁ অভিনয় জগতত পদাৰ্পন কৰে। তেওঁ বহুক ...

বিষ্ণুপ্ৰিয়া দেৱী

বিষ্ণুপ্ৰিয়া দেৱী হৈছে প্ৰাক্-জোনাকী যুগৰ এগৰাকী বিশিষ্ট কবি। তেওঁ গুণাভিৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্য্যা আছিল। ১৮৮৪ চনত শিশু আৰু চেমনীয়াসকলৰ বাবে নীতিকথা নামৰ এখন অমূল্য গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখনত সান্নিবিষ্ট অনেক সাৰগৰ্ভ নীতিবচনে আজিও চেমন ...

বীৰেন সিংহ

বীৰেন সিংহৰ জন্ম হয় ১৯৫১ চনৰ ১৩ এপ্ৰিলত অবিভক্ত কামৰূপ জিলাৰ ছয়গাঁৱত৷ তেওঁৰ পিতৃয়ে শিলভঙা শ্ৰমিকৰূপে কাম কৰিছিল৷ আৰ্থিক অনাটনৰ বাবে পাঁচ বছৰ বয়সতে বীৰেন সিংহই উপাৰ্জনমুখী হব লগাত পৰিছিল৷ ১৫ বছৰ বয়সত তেওঁ জীৱিকাৰ সন্ধানত গুৱাহাটীলৈ আহে৷ গুৱাহ ...

বীৰেন্দ্ৰ শৰ্মা

বীৰেন্দ্ৰ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লোকশিল্পী, দৰঙী ব্যাস সংগীতৰ ওজা, সূত্ৰধাৰী আৰু ভাৱৰীয়া ওজাৰ শিল্পী৷ শেহতীয়াকৈ তেওঁলৈ বিশিষ্ট অৱদনৰ বাবে ২০১৪ বৰ্ষৰ বকুল বনৰ বঁটা প্ৰদান কৰা হৈছে৷ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতিত বকুল বন ন্যাসে প্ৰতি ...

ভবেন দাস

ভবেন দাস এগৰাকী চলচ্চিত্ৰ পৰিচালক। তেওঁ চাৰিখন অসমীয়া ছবিৰ উপৰিও কানামাছি বুলি বঙালী ছবি এখনো পৰিচালনা কৰিছে। তেওঁ বহুকেইখন বঙালী, ওড়িয়া, হিন্দী আৰু অসমীয়া ছবিত সহকাৰী হিচাপে কাম কৰিছিল।

ভাস্কৰ জ্যোতি মহন্ত

ভাস্কৰ জ্যোতি মহন্ত এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান। তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৮ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আৰক্ষী বিষয়া। অসম আৰক্ষীৰ বিভিন্ন পদত সেৱা আগবঢ়োৱা ভাস্কৰ জ্যোতি মহন্তয়ে ২০১৯ চনৰ ৩০ নৱেম্বৰ ...

ভুৱন মোহন দাস

দেশ-বিদেশৰ নৃতত্ত্ববিদসকলৰ মাজত স্থান পাবলৈ সক্ষম হোৱা ড৹ ভুবন মোহন দাসৰ পিতৃ হৰমোহন দাস এগৰাকী ভাল শিক্ষক আছিল। তেখেতে হাইস্কুলীয়া কিতাপ সংগ্ৰহ আৰু প্ৰণয়ন কৰিছিল।

ভূৱন মোহন বৰুৱা

ভুৱন মোহন বৰুৱা অসমৰ এজন প্ৰসিদ্ধ ঔপন্যাসিক আৰু চুটিগল্প লেখক। কাঞ্চন বৰুৱা ছদ্মনামৰে তেখেতে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে।।

ভৃগু কুমাৰ ফুকন

ভৃগু কুমাৰ ফুকন এজন জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী আছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু অসম আন্দোলনৰ এজন গুৰি ধৰোঁতা আছিল। অসম চুক্তি স্বাক্ষৰকাৰী চাৰিজন ব্যক্তিৰ মাজৰ ভৃগু কুমাৰ ফুকনো এজন।

ভোলানাথ দাস

ভোলানাথ দাস এগৰাকী অসমীয়া কবি। তেখেতে ১৮৫৮ চনত নগাঁৱত জন্মগ্ৰহণ কৰে। ১৮৭৯ চনত প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হৈ জলপানি লাভ কৰে আৰু কলিকতাৰ মেট্ৰপলিটান কলেজলৈ পঢ়িবলৈ যায়। কিন্তু মাতৃৰ অসুস্থতাৰ বাবে তেখেতে পঢ়া বাদ দি ঘৰলৈ ঘূৰি আহে। ১৮৮০ চনত তেখেত ...

ভৱকৃষ্ণ গোস্বামী

ভৱকৃষ্ণ গোস্বামী অসমৰ সত্ৰীয়া গীত-নৃত্যৰ বিশিষ্ট শিল্পী। শ্ৰীশ্ৰীবৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীয়ে সৰুৰে পৰা সত্ৰীয়া পৰিৱেশত ডাঙৰ হৈ তেতিয়াৰ পৰাই সত্ৰীয়া সংস্কৃতিৰ চৰ্চাত জড়িত হৈ আছে। অসমৰ বিশিষ্ট শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্যিধ্য লাভ ক ...

মঘাই ওজা

মঘাই ওজা অসমৰ এজন ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী আছিল। জন্মসূত্ৰে মঘাই বৰুৱা নাম হলেও ঢোল বিদ্যাত তেখেতৰ পাৰদৰ্শিতাৰ বাবে "গণশিল্পী", "মঘাই ওজা" বা "ঢোলৰ যাদুকৰ" নামেৰে প্ৰখ্যাত হৈ পৰে। অসম আৰু ভাৰতত ঢোল বাদনৰে জনপ্ৰিয়তা অৰ্জন কৰাৰ উপৰ ...

মণিকুন্তলা ভট্টাচাৰ্য

মণিকুন্তলা ভট্টাচাৰ্য অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক, কবি তথা গল্পকাৰ। সাধাৰণতে তেখেতে নাৰীৰ মনস্তত্বৰ ওপৰত ভিত্তি কৰি উপন্যাসসমূহ লিখি আহিছে। ভট্টাচাৰ্যই ২০০৪ চনত মুনীন বৰকটকী বঁটা ২০০৭ চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ উপন্যাসিকৰ বঁটা আৰু শ্ৰেষ্ঠ চু ...

মথুৰা দাস বুঢ়া আতা

মথুৰাদাস বুঢ়া আতা -ৰ প্ৰকৃত নাম গোপাল তাঁতী। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে তেওঁক বৰপেটা সত্ৰৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ নিযুক্ত কৰিছিল । গুৰুৰ আজ্ঞা শিৰত লৈ বুঢ়া আতাই নিষ্ঠা, বুদ্ধিমত্তা আৰু বিচক্ষণতাৰে সত্ৰ পৰিচালনাৰ লগতে বৰপেটাৰ সমাজ জীৱনত কিছুমান ...

মনোজ কুমাৰ গোস্বামী

মনোজ কুমাৰ গোস্বামী হৈছে অসমৰ এগৰাকী সাংবাদিক আৰু লেখক। ২০২০ চনৰ ১ জুন তাৰিখে তেওঁ আমাৰ অসম কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।

মনোজ কুমাৰ দাস

মনোজ কুমাৰ দাস এগৰাকী ভাৰতীয় সংঙ্গীতজ্ঞ। তেওঁ অসমৰ বৰপেটাৰ ঘোৰামাৰাহাটীৰ নিবাসী এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খোলবাদক। ২০১৮ চনত অসমৰ পৰম্পৰাগত সংগীত খোলবাদ্যত মনোজ কুমাৰ দাসে বাবে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ ...

মনোজ গগৈ

মনোজ গগৈ এগৰাকী ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী পুনৰসংস্থাপনবিদ। তেওঁ বৰ্তমানলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৫০০০তকৈ অধিক প্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কৰিছে। অসমৰ বাৰ্ষিক বানপানীৰ কৱলত পৰা বনৰীয়া প্ৰাণী ৰক্ষা কৰাৰ বাবে তেওঁ ...

মফজ্জ্বল হুছেইন

মফজ্জ্বল হুছেইন চমুকৈ এম হুছেইন অসমৰ এগৰাকী জনপ্ৰিয় মঞ্চ যাদুকৰ আছিল। শৈশৱত বিষধৰ সাপ ধৰি ভাল পোৱা মফজ্জ্বুল হুছেইনে কিশোৰ অৱস্থাত ঘৰৰপৰা আঁতৰি গৈ ডেৰাডুনত যাদুকৰ ধৰমৰাজ গৰ্গিয়াৰৰ ওচৰত যাদুৰ কলা আয়ত্ব কৰিছিল। ১৯৭২ চনৰপৰা মফজ্জ্বুল হুছেইনে যাদু ...

ময়িদুল ইছলাম বৰা

ময়িদুল ইছলাম বৰা এগৰাকী শিক্ষাবিদ আৰু সাহিত্যিক। ফাৰ্চী সাহিত্যৰ গৱেষণা কৰিছিল। অসম সাহিত্য সভাৰ ১৯৪০ চনত বহা যোৰহাট অধিবেশনৰ সভাপতি আছিল।

মলয়া গোস্বামী

মলয়া গোস্বামী অসমৰ পৰা চলচ্চিত্ৰ জগতত অভিনয় কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম অভিনেত্ৰী। তেখেতে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ফিৰিঙতি চলচ্চিত্ৰত অভিনয় কৰি ১৯৯২ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ...

মহেন্দ্ৰ বৰঠাকুৰ

মহেন্দ্ৰ বৰঠাকুৰ একাধাৰে এজন অসমীয়া শিক্ষক,নাট্যকাৰ, নাট্য-প্ৰযোজক, গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ সহকাৰী সঞ্চালক আছিল। তেখেত সমাদৃত এগৰাকী জনপ্ৰিয় নাট্যকাৰ হিচাপে। তেওঁ অসম নাট্য সন্মিলনৰ সভাপতি হিচাপে কৃতিত্বৰে দায়িত্ব সম্পন্ন কৰা অসমৰ নাট্যজগতৰ ...

মহেন্দ্ৰ বৰা

মহেন্দ্ৰ বৰা এজন অসমীয়া কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। ১৯৮৭ চনত তেখেতে অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ সভাপতিৰ আসন অলঙ্কৃত কৰিছিল।

মাধৱ কন্দলি

মাধৱ কন্দলি ১৪ শ শতিকাৰ কছাৰী ৰজা মহামাণিক্যৰ ৰাজসভাৰ এজন কবি। মাধৱ কন্দলিয়ে উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ "সপ্তকাণ্ড ৰামায়ণ" নামেৰে অনুবাদ কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলিক "অপ্ৰমাদী কবি" আখ্যা দিছিল।

মাধৱদেৱ

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচ ...

মিনতি বৰঠাকুৰ

মিনতি বৰঠাকুৰ অসমৰ এগৰাকী অধ্যাপক, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা, সমাজ সেৱক। তেখেতৰ পিতৃৰ নাম ভূমিদেৱ গোশ্বামী আৰু মাতৃৰ নাম মোক্ষদা দেৱী। তেওঁৰ পিতৃ কৰ বিভাগত চাকৰি কৰিছিল।

মূলা গাভৰু

নাঙ ম-লা বা মূলা কুঁৱৰী গাভৰু এগৰাকী আহোম কুঁৱৰী আৰু এগৰাকী মহীয়সী আহোম যুঁজাৰু মহিলা যি আহোম সৈন্যৰ সেনা মুখ্য আছিল। মূলা গাভৰুৱে মুছলমান আক্ৰমণকাৰী সেনাৰ বিৰুদ্ধে যুঁজ দি সাহসৰ পৰিচয় দিছিল। ১৫২৮ ৰ পৰা ১৫৩২ খ্ৰীষ্টাব্দলৈ চাৰি বছৰ মুছলমান সেনাই ...

যজ্ঞেশ্বৰ শৰ্মা

যজ্ঞেশ্বৰ শৰ্মা এজন অসমীয়া সাহিত্যিক, গল্পকাৰ, প্ৰবন্ধকাৰ, অধ্যাপক। তেখেতে ১৯৭৬ চনৰ অসম সাহিত্য সভাৰ টিহু অধিবেশনত সভাপতিত্ব কৰিছিল। সাহিত্য জগতলৈ বৰঙনি আগবঢ়োৱাৰ উপৰিও শৰ্মা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক দিশতো আগৰণুৱা আছিল। দেশৰ সংকট কালত তেখেতে ...

যতীন্দ্ৰনাথ গোস্বামী

যতীন্দ্ৰনাথ গোস্বামী ১৯১৮ চনৰ ১২ নৱেম্বৰত যোৰহাট জিলাৰ টীয়ক নেপালী সত্ৰৰ জগন্নথীয়া গোসাঁই ঘৰত যতীন্দ্ৰনাথ গোস্বামীৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম প্ৰাণকৃষ্ণ গোস্বামী আৰু মাতৃৰ নাম নৰ্মদা দেৱী । সৰুতেই মাতৃহাৰা হোৱা গোস্বামীদেৱে তিনিচুকীয়াৰ মোমায ...

যমুনেশ্বৰী খাটনিয়াৰ

১৮৯৯ চনত গোলাঘাট নগৰত জন্ম গ্ৰহণ কৰা তেখেতৰ পিতৃ আছিল ভদৰাম শইকীয়াআৰু ভাতৃ প্ৰখ্যাত নাট্যকাৰ অভিনেতা সুৰেন্দ্ৰ নাথ শইকীয়া। ঘৰৰ পৰাই পঢ়া-শুনা আৰম্ভ কৰি মাধ্যমিক পৰ্য্যন্ত শিক্ষা সমাপ্ত কৰাৰ পিছত যমুনেশ্বৰী দেৱীয়ে ঘৰৰ ওচৰৰে মুদৈজানত বালিকা বিদ্ ...

যাদুৰাম ডেকা বৰুৱা

যাদুৰাম ডেকা বৰুৱা অসমৰ প্ৰথম অভিধান প্ৰণেতা। ১৮০১ চনত লখিমপুৰত জন্ম। তেওঁ ‘অসমীয়া-ইংৰাজী অভিধান’ নামেৰে এখন অভিধান প্ৰণয়ন কৰিছিল। অৱশ্যে অভিধানখন প্ৰকাশ নহ’ল।

ললিত চন্দ্ৰ নাথ

ললিত চন্দ্ৰ নাথ, বা জনপ্ৰিয়ভাবে যাক ললিত ওজা বুলি জনা যায়, এগৰাকী শুকনানী ওজাপালি আৰু দেওধনী নৃত্যৰ গুৰু আছিল। সঙ্গীত নাটক অকাডেমী বঁটা বিজেতা নাথে আজীৱন ওজাপালি আৰু দেওধনী নৃত্যৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰি গৈছিল। তেওঁ মনসা কাব্যৰো বিশাৰদ আছিল ...

লীলা গগৈ

ড॰ লীলা গগৈ এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ আছিল। গগৈ দেৱ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ ...

লেশধৰ শৰ্ম্মা

ঊনবিংশ শতিকাৰ শেষ ভাগত পুৰণিগুদামত দুৰ্গাপূজা আয়োজনৰ পৰম্পৰা আৰম্ভ হৈছিল। চাহ বাগিছাৰ প্ৰতিপত্তিশালী ব্যৱসায়ী দেৱনাথ বৰুৱাৰ উদ্যোগত আৰম্ভ হোৱা পূজাভাগত পোনপ্ৰথমে খেৰৰ সোপাৰে দেৱী-প্ৰতিমা তৈয়াৰ কৰা হৈছিল। ১৯০১ চনত লেৰেলা খনিকৰ ওৰফে লেশধৰ শৰ্ম্ম ...

লোকনাথ গোস্বামী

লোকনাথ গোস্বামী হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী। মঘাই বোলে ঢোলৰ মাত, আমোলমোল শেৱালিৰ গোন্ধ আদিৰ নিচিনা চিৰসেউজ গীতসমূহৰ জৰিয়তে তেওঁ ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

শশীকান্ত গগৈ

শশীকান্ত গগৈ অসমীয়া সাহিত্যৰ আৱাহন যুগৰ এজন জনপ্ৰিয় সাহিত্যিক আছিল । শশীকান্ত গগৈৰ হয় জন্ম ১৯১৬ চনত শিৱসাগৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ আতৰৰ বানমুখ পাত্ৰ-চেতিয়া গাঁৱত।

শিৱ প্ৰসাদ বৰুৱা

শিৱ প্ৰসাদ বৰুৱা অসমৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক, ৰাজনীতিবিদ তথা সমাজসেৱক ৷ অসমৰ সাংবাদিকতাৰ জগতত তেওঁক অন্যতম বাটকটীয়া বুলি গণ্য কৰা হয়৷ তেওঁৰ উদ্যোগতে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত বাতৰি প্ৰকাশিত হৈছিল৷ তেওঁৰ স্মৰণত ১৯৯৯ চনৰ পৰা কমল কুমাৰী ফ ...

সংযুক্তা পৰাশৰ

সংযুক্তা পৰাশৰ অসম কেডাৰৰ প্ৰথম অসমীয়া মহিলা আই পি এছ। বৰ্তমান তেওঁ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক পদত অধীস্থিত। ড০ সংযুক্তা পৰাশৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে ৮৫ সংখ্যক স্থান অধিকাৰ কৰিছিল। তাৰ পিছত প্ৰত্যাহ্বানে ...

সত্য প্ৰসাদ বৰুৱা

সত্য প্ৰসাদ বৰুৱা অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক হোৱাৰ লগতে এজন সাহিত্যিক, নিবন্ধকাৰ, সাংবাদিক আৰু নাট্য তত্ত্বৰ বিশিষ্ট গৱেষক আছিল। ডেকা বয়সতে তেখেতে নাটকত অভিনয় আৰম্ভ কৰাৰ লগতে লিখিবলৈও লয়। গুৱাহাটীৰ "সুন্দৰ সেৱী সংঘ ...

সত্যেন্দ্ৰনাথ শৰ্মা

সত্যেন্দ্ৰনাথ শৰ্মা অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গৱেষক, সমালোচক আৰু বুৰঞ্জীবিদ। তেখেতে অসম সাহিত্য সভাৰ ১৯৭৫ চনৰ তিতাবৰ অধিবেশনত সভাপতিত্ব কৰিছিল। অসমীয়া নাট, কাব্যসাহিত্য আৰু উপন্যাসৰ মূল্যাঙ্কনত তেখেতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে।

সবিতা গোস্বামী

সবিতা গোস্বামী আশীৰ দশকৰ অসমৰ প্ৰথমগৰাকী মহিলা সাংবাদিক। সবিতাই বিবিচি, ফ্ৰান্স সংবাদ সন্থা, ব্লিটচ আদি কাকতৰ হৈ কাম কৰিছিল আৰু নিৰপেক্ষ হৈ থাকি অসম আন্দোলন, চাউলখোৱাৰ গণহত্যা, সেইসময়ৰ নিৰ্বাচন আদিৰ ধাৰাবাহিক সংবাদ ৰাইজৰ মাজলৈ লৈ গৈছিল। শিক্ষক ৰ ...