ⓘ Free online encyclopedia. Did you know? page 84

ৰঙা পুলিচ

১৯৫৩ চনত যোৰহাটত মিলিত শিল্পী সমাজ নামৰ নামৰ এটা সাংস্কৃতিক অনুষ্ঠান গঢ়ি উঠে। নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰ-এ এই সমাজৰ গুৰি ধৰিছিল। সাধাৰণ সম্পাদক আছিল ভুবন ৰঞ্জন বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক আছিল আব্দুল মজিদ। অসমৰ কেবাগৰাকীও শিল্পী এই মিল ...

ৰণাংগন

ৰণাংগন হৈছে ২০১৩ চনৰ ১৯ এপ্ৰিলত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ডি জে ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে মৃণাল দাসে আৰু পৰিচালনা কৰিছে প্ৰণৱ জ্যোতি ভৰালীয়ে। ইয়াত অভিনয় কৰিছে ৰবি শৰ্মা, পল্লৱী মেধি, হিৰণ্য ডেকা, ব্ৰজেন ব ...

ৰত্নাকৰ (চলচ্চিত্ৰ)

ৰত্নাকৰ: মৰমৰ নতুন আখ্যান হৈছে ২০১৯ চনতৰ ১১ অক্টোবৰত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক-একছনধৰ্মী অসমীয়া বোলছবি। যতীন বৰাৰ প্ৰযোজনা, পৰিচালনাত নিৰ্মিত ছবিখনত মুখ্য চৰিত্ৰতো তেওঁ অভিনয় কৰিছে।

ৰাগ - দ্য ৰিদম অৱ লাভ

ৰাগ - দা ৰিদম অফ লাভ হৈছে ২০১৪ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য কৰাৰ লগতে পৰিচালনাৰ দায়িত্বত আছে ৰজনী বসুমতাৰী। অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ মুখ্য প্ৰযোজনা আৰু মান্না ফিল্মছৰ সহঃপ্ৰযোজনাত এ ...

ৰাগ-বিৰাগ

ৰাগ-বিৰাগ ১৯৯৬ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। ভবেন বৰুৱা আৰু খনিন বৰুৱা প্ৰযোজিত আৰু বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছে শ্বেৰ চৌধুৰীে। মূল চৰিত্ৰত অভিনয় কৰিছে জ্ঞানদা কাকতি, প্ৰাঞ্জল শইকীয়া, সাগৰ সংগম সৰকাৰ, চি ...

ৰামধেনু (চলচ্চিত্ৰ)

ৰামধেনু ২০১১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত আৰু মুনিন বৰুৱা পৰিচালিত এই ছবিখনে দৰ্শকৰ পৰা লাভ কৰে অভূতপূৰ্ব সঁহাৰি। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সক ...

ৰিচাং (চলচ্চিত্ৰ)

ৰিচাং হৈছে ২০১২ চনৰ ১১ মে তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰুবী ভিজনৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে পল্লৱী বৰুৱাই। বহুসংখ্যক অসমীয়া ভিচিডি ছবিৰ পৰিচালক মানস বৰুৱা পৰিচালিত এইখন প্ৰথম অসমীয়া বোলছবি। চলচ্চিত্ৰখনত বৰ্ণোৱা হৈছে এজন অনাথ ...

ৰূপহী (চলচ্চিত্ৰ)

ৰূপহী ১৯৪১ চনত মুক্তিপ্ৰাপ্ত চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ। পাৰ্বতি প্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত এই ছবিখনৰ একমাত্ৰ প্ৰিণ্টটো ১৯৭৮ চনত সোণাৰিৰ চিত্ৰগৃহত জুই লাগি ভস্মীভূত হয়। আনকি কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত ছবিখনৰ নিগেটিভো নষ্ট ...

ৰেলৰ আলিৰ দুবৰি বন

ৰেলৰ আলিৰ দুবৰি বন ১৯৯৩ত মুক্তি পোৱা এখন অসমীয়া ছবি। ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল পুলক গগৈ। সঙ্গীত দশৰথ দাসৰ। গাইছিল বলিউদৰ কণ্ঠশিল্পী কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিয়ে। ছবিখনে ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজতক ...

ৰ’দ্‌ (চলচ্চিত্ৰ)

ৰ’দ্‌ ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ৷ এই চলচ্চিত্ৰখনৰ মুখ্য পৰিকল্পনাকাৰী হৈছে তপন বৰদলৈ৷ কাহিনী আৰু স্ক্ৰীণপ্লে গৌতম বৰুৱাৰ। স্ক্ৰীপ্ট লিখিছে চিৰন্তন মহন্ত, অসীম কৃষ্ণ আৰু ৰুপম দত্তই৷ এম বি প্ৰডাকশ্যনৰ বেনাৰত গৌতম বৰু ...

নিৰ্মলা মিশ্ৰ

নিৰ্মলা মিশ্ৰ এগৰাকী বিশিষ্ট বাঙালী আধুনিক গীত আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তেওঁৰ অৱদানৰ তালিকাত অসংখ্য চিৰসেউজ গীত আছে। তেওঁৰ বিখ্যাত আধুনিক গীতবোৰ হল- এমন একটা ঝিনুক খুঁজে পেলাম না, সেই একজন দিও না তাকে মন, আবেশে মুখ ৰেখে, বলো তো আৰ্শি, আম ...

প্ৰাগ চিনে বঁটা

প্ৰাগ চিনে বঁটা হৈছে অসমীয়া চেটেলাইট চেনেল প্ৰাগ নিউজ আৰু ৰেঙণিৰ দ্বাৰা আয়োজিত এক বছৰেকীয়া বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে- অসমীয়া বোলছবি উদ্যোগক সহযোগিতা কৰা আৰু যথোচিত স্বীকৃতিৰে ছবিজগতলৈ বৰঙনি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক ...

প্লাৱিতা বৰঠাকুৰ

প্লাৱিতা বৰঠাকুৰৰ পিতৃ প্ৰবীণ বৰঠাকুৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী আৰু মাতৃ এগৰাকী লেখিকা আৰু কবি। তেওঁৰ বায়েক পৰিণীতা বৰঠাকুৰ আৰু প্ৰিয়াংগী বৰঠাকুৰ দুয়োগৰাকী চলচ্চিত্ৰ জগতত সুপ্ৰতিষ্ঠিত। তেওঁ দুলিয়াজানৰ অইল ইণ্ডিয়া টাউনশ্বিপত নিজৰ শৈ ...

নাদিৰা বব্বৰ

নাদিৰা বব্বৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰৰ অভিনেত্ৰী আৰু পৰিচালক। ২০০১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা পাইছে। ভাৰতীয় থিয়েটাৰৰ তেওঁ এটা প্ৰতিষ্ঠিত নাম, যি মুম্বাই ভিত্তিক একজুটে নামৰ হিন্দী থিয়েটাৰ দল এটাৰ সৈতে জড়িত।

কথানদী

কথানদী ২০১৬ চনত মুক্তি লাভ কৰা ভাস্কৰ হাজৰিকা পৰিচালিত এখন হৰৰ ফেণ্টাচী প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ইয়াত সীমা বিশ্বাস, আদিল হুছেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্ত, কপিল বৰা, আশা বৰদলৈ আদিয়ে অভিনয় কৰিছিল। এই চলচ্চিত্ৰখনৰ কাহিনীৰ ভিত্তি অসমৰ কিছুমান ...

গৌৰী বৰ্মন

গৌৰী বৰ্মন অসমৰ এগৰাকী চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা আছিল। ১৯৭০ৰ চাৰিজন পৰিচালকে চতুৰঙ্গ নামেৰে পৰিচালনা কৰা অপৰাজেয়়় ছবিৰ অন্যতম পৰিচালক আছিল।

চিম্পল গগৈ

চিম্পল গগৈৰ জন্ম হয় অসমৰ যোৰহাট জিলাত৷ তেওঁৰ পিতৃ সৰ্ব্বেশ্বৰ গগৈ আৰু মাতৃ পূৰ্ণিমা গগৈ৷ তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৯৮ চনত তেওঁ ৰাছিয়ালৈ যায় আৰু মস্কো ষ্টেট ইউনিভাৰ্ছিটি অফ কালচাৰ এণ্ড আৰ্টছৰ পৰা পৰিচ ...

জ্যোতিপ্ৰসাদ আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে তেখেতে বৰঙনি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি ...

ববী শৰ্মা বৰুৱা

ববী শৰ্মা বৰুৱা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ চলচ্চিত্ৰৰ মাধ্যমেৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক বিষয়সমূহ দাঙি ধৰে। তেওঁৰ প্ৰথমখন ছবি হৈছে অদম্য। এইখন ছবিয়ে বাংলাদেশৰ ঢাকা আন্তঃৰাষ্ট্ৰীয় চল ...

সুপ্ৰভা দেৱী

সুপ্ৰভা দেৱী আছিল এগৰাকী চলচ্চিত্ৰ প্ৰযোজিকা আৰু অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা। ১৯৮৪ চনত তেখেতে" নয়নমণি” আৰু ১৯৮৬ চনত" সৰবজান” বোলছবি পৰিচালনা কৰে। ১৯৮৫ চনত তেখেতে" শিল্পী দিৱস বঁটা” লাভ কৰিছিল।

কামিনী কৌশল

কামিনী কৌশল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। ১৯৪৬ চনত কান চলচ্চিত্ৰ উৎসৱত Golden Palm বিজয়ী নীচা নগৰ চলচ্চিত্ৰ যোগেৰে তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি হয়।বিমল ৰয়ৰ বিৰাজ বহু ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ১ ...

কেটৰিনা কাঈফ

কেটৰিনা কাঈফ হৈছে এগৰাকী ইংৰাজ অভিনেত্ৰী। কেটৰিনাই মূলতঃ হিন্দী ভাষাৰ ছবিত অভিনয় কৰি আহিছে। বলিউদৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰীলৈ নিজকে ৰূপান্তৰিত কৰা কেটৰিনা হিন্দী ছবি জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ তালিকাতো অন্তৰ্ভুক্ত। ব্ৰিটিছ হংকঙত জন্ ...

খুৰশীদ বানো

খুৰশীদ বানো এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী আছিল। ১৯৩১ চনত তেওঁ নিৰ্বাক চলচ্চিত্ৰৰে কৰ্মজীৱনৰ পাতনি মেলি একে বছৰৰ ভিতৰত সবাক চলচ্চিত্ৰত জড়িত হৈছিল। দুই দশক জুৰি চলচ্চিত্ৰত কৰ্মজীৱন অতিক্ৰম কৰাৰ পিছত ১৯৪৮ চনত দেশ বিভাজনৰ পিছত তেওঁ পাকিস্তানলৈ প্ৰ ...

চায়ৰা বানু

চায়ৰা বানু এগৰাকী ভাৰতীয় অভিনেত্ৰী। চায়ৰা বানো নামেৰেও জনাজান এইগৰাকী অভিনেত্ৰীয়ে ১৯৬১ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত অসংখ্যা বলীউডী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ আছিল হিন্দী চলচ্চিত্ৰ উদ্যোগৰ অতি জনপ্ৰিয় অভিনেত্ৰীসকলৰ অন্যতম। ১৯৬৩ চনৰ পৰা ১৯৬৯ চনলৈ ...

চালমা আগা

চালমা আগা এগৰাকী পাকিস্তানী কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ১৯৮০ আৰু ১৯৯০ৰ দশকত বহু কেইখন ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত অভিনয় আৰু কণ্ঠদান কৰিছে। বহু কেইজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালকৰ পৰা ছবিত কাম কৰাৰ বাবে আমন্ত্ৰণ পোৱা চালমাৰ জন্ম পাকিস্তানৰ ...

নাচিম বানু

নাচিম বানু এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আছিল। ‘সৌন্দৰ্যৰ ৰাণী’ অভিধা পোৱা নাচিমক ‘প্ৰথম ভাৰতীয় মহিলা চুপাৰষ্টাৰ বুলি গণ্য কৰা হয়। ১৯৩০ৰ দশকৰ মাজভাগৰ পৰা আৰম্ভ হোৱা তেওঁৰ অভিনয় জীৱন ১৯৫০ৰ দশকৰ মাজভাগলৈ অব্যাহত আছিল। তেওঁৰ প্ৰথম ছবি ছোহৰাব ...

মীনা কুমাৰী

মীনা কুমাৰী এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কবি আছিল। তেওঁ ট্ৰেজেদী কুইন নামেৰে বিশেষভাৱে জনাজাত আছিল। অভিনয় জগতত তেওঁ ১৯৩৯ চনৰ পৰা ১৯৭২ চনলৈ সক্ৰিয় হৈ আছিল। ৩৩ বছৰীয়া কৰ্মময় জীৱনত চাহিব বিবি ঔৰ গুলাম, পাকিজা, মেৰে অপনে, আৰতি, বেইজু বা ...

মীনা শোৰী

মীনা শোৰী হিন্দী-উৰ্দু আৰু পঞ্জাবী ভাষাৰ চলচ্চিত্ৰ অভিনেত্ৰী। পৰ্দাত তেওঁৰ নাম মীনা যদিও প্ৰকৃত নাম হ’ল- খুৰচিদ জাহান। চোহৰাব মোডীৰ ছিকন্দৰ ছবিত পাৰ্শ্ব চৰিত্ৰত অভিনয়ৰ ষোগে তেওঁ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে। তেওঁৰ এক থী লড়কী ছবিখন চুপাৰ-ডুপাৰ হিট ...

সুলক্ষণা পণ্ডিত

সুলক্ষণা প্ৰতাপ নাৰায়ণ পণ্ডিত এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু বলীউডৰ পূৰ্বৰ নায়িকা। সংগীত পৰিচালক জুটী যতীন-ললিত তেওঁৰ ভাতৃ। লাভ ষ্টোৰী ছবিৰে অভিনয় জগতত পদাৰ্পন কৰা অভিনেত্ৰী বিজয়তা পণ্ডিত তেওঁৰ ভনীয়েক। আনহাতে প্ৰখ্যাত শাস্ত্ৰীয় সংগীতৰ ...

কলীয়াভোমোৰা সেতু

কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰ ...

নতুন শৰাইঘাট দলং

নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং অসমৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী এখন এখলপীয়া পথ দলং। এই দলং খন পুৰণি শৰাইঘাট দলঙৰ কাষতে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণপাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে। ইয ...

নামদাঙৰ শিলৰ সাঁকো

দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ। ইয়াৰ প্ৰধান বিশেষত্ব হ’ল – দলংখন এটা মাথো শিলকেই কাটি কাটি তৈয়াৰ কৰা হৈছিল। বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ ওপৰেৰে গৈছে। আহোম ৰজাৰ দিনত তৈয়াৰ কৰা বিভিন্ন স্থাপত্য-ভাস্কৰ্য্যৰ ভিতৰত এই ...

নৰনাৰায়ণ সেতু

নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰেলপথ সংযোগী দলং৷ ১৬শ শতিকাৰ কোঁচ ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷ যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ন ...

বগীবিল দলং

বগীবিল দলং অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত নিৰ্মাণ কৰিবলৈ লোৱা ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং। ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰগাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াএই দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছ ...

শৰাইঘাট দলং

শৰাইঘাট দলং অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৮ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহ ...

গোঁহাই কমল আলি

গোঁহাই কমল আলি কোচ ৰাজ্যৰ ৰাজধানী কোচ বিহাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰা পথ। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল। ১৫৪৭ চনত গোঁহাই কমল আলি সম্পূৰ্ণ হয়।

ধোদৰ আলি

ধোদৰ আলি পথটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা দক্ষিণ-পূৱলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰ-বন্ধা হৈ তিতাবৰ, মৰিয়নি মাজেৰে নামৰূপৰ ওচৰৰ জয়পুৰত সংযুক্ত হৈছে। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় ২১২ কিঃমিঃ। এই পথটো উজনি অসমৰ চাৰিখন জিলা ৰ মাজেৰে পাৰ হৈ গৈছে |

ডিব্ৰুগড় বিমানবন্দৰ

ডিব্ৰুগড় বিমানবন্দৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো ডিব্ৰুগড় নগৰৰ উত্তৰ-পুব দিশত মোহনবাৰী নামৰ ঠাইত ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত। সেয়ে ইয়াক কেতিয়াবা "মোহনবাৰী বিমানবন্দৰ"ও বোলা হয়।

তেজপুৰ বিমানবন্দৰ

তেজপুৰ বিমানবন্দৰ ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ সমীপৱৰ্তী হলেশ্বৰ মন্দিৰৰ নিলগত অৱস্থিত। এই বিমানবন্দৰটো স্থানীয় লোকসকলৰ মাজত শালনীবাৰী বিমানকোঠ হিচাপে অধিক পৰিচিত। শালনীবাৰী নামে গাঁওখনত এই বন্দৰটো থকা হেতুকে এই না ...

লীলাবাৰী বিমানবন্দৰ

লীলাবাৰী বিমানবন্দৰ ভাৰতৰ অৰুণাচল প্ৰদেশৰ নিকটবৰ্তী অসম ৰাজ্যৰ লখিমপুৰ জিলাত অৱস্থিত এটি আন্তৰাজ্যিক বিমানবন্দৰ। এই বিমনন্দৰৰ দ্বাৰা অসম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যলৈ বিমানসেৱা উপলব্ধ হয়। বিমান বন্দৰটো উত্তৰ লখিমপুৰ নগৰৰ পৰা ৭ কিলোমিটাৰ দূৰৈত অৱস্থ ...

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপেও জনা যায়) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। অসমৰ গুৱাহাটী মহানগৰৰ সমীপৱৰ্তী বৰঝাৰত অৱস্থিত এই বিমানবন্দৰটো স্বাধীনতা সংগ্ৰামী ...

শিলচৰ বিমানবন্দৰ

শিলচৰ বিমানবন্দৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ কাছাৰ জিলাৰ শিলচৰত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো শিলচৰ নগৰৰ পৰা কিছু দূৰৈত কুম্ভিৰগ্ৰাম নামৰ ঠাইত অৱস্থিত। বিমানবন্দৰটো ১৯৪৪ চনত বৃটিছসকলে প্ৰতিষ্ঠা কৰে। শিলচৰ বিমানবন্দৰে বছৰি প্ৰায ...

ৰূপসী বিমানবন্দৰ

ৰূপসী বিমানবন্দৰ অসমৰ ধুবুৰী জিলাত অৱস্থিত এটা বিমানবন্দৰ। বিমানবন্দৰটো ধুবুৰী চহৰৰ পৰা প্ৰায় ২৩ কিঃমিঃ দূৰত্বত অৱস্থিত। এই বিমানবন্দৰটোত এটা একক অন্তঃদেশীয় টাৰ্মিনেল আছে। বিমানবন্দৰটোৰ ব্যস্ততম সময়ত যাত্ৰী পৰিচালনাৰ সক্ষমতা কম। বৰ্তমানে ইয়াৰ ...

ৰৰৈয়া বিমানবন্দৰ

যোৰহাট বিমানবন্দৰ ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ যোৰহাট জিলাত অৱস্থিত এটা বিমান বন্দৰ। ই যোৰহাট নগৰৰ পৰা দক্ষিণ পশ্চিম দিশে ৭ কি মি দূৰত অৱস্থিত৷ এই বন্দৰটো ৰৰৈয়া বিমানবন্দৰ নামেৰেও জনাজাত। ভাৰতীয় বিমানবন্দৰ প্ৰাধীকৰণৰ দ্বাৰা পৰিচালিত ৷ এই বিমান ...

অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ

অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ: বাইহাটা চাৰিআলি-তেজপুৰ-বান্দৰদোৱা-উত্তৰ লখিমপুৰ-জোনাই। ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ: শিলচৰ-আইজাল। ৩১ নংগ ৰাষ্ট্ৰীয় ঘাইপথ: কচুগাঁও -ছিদলী। বিজনীৰ ওচৰত ই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগিছে। ...

ধুবুৰী-ফুলবাৰী দলং

ধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপৰত প্ৰস্তাবিত এখন দলং। ধুবুৰী-ফুলবাৰী দলংখন ২০২৬–২৭ চনৰ মাজত শেষ হোৱাৰ পৰিকল্পনা কৰা হৈছে, এয়া নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলো ...

EMD GT46PAC

EMD GT46PAC একপ্ৰকাৰৰ ডিজেল-বৈদ্যুতিক যাত্ৰীবাহী ৰেলৰ ইঞ্জিন । মূল-চালিকা এটি ডিজেল ইঞ্জিনে চলোৱা পৰিৱৰ্তী বিদ্যুতাধাৰ পৰা পোৱা পৰিৱৰ্তী বিদ্যুত-প্ৰবাহৰ দ্বাৰা চালিত উভমুখী বৈদ্যুতিক মটৰে ইয়াক গতিশীল কৰি তোলে। ইয়াক প্ৰথমে জেনেৰেল মটৰ্চৰ ইলেক্ট্ ...

WDM2

WDM-2 ভাৰতীয় ৰেলৰ এক দীৰ্ঘ সময়ৰ প্ৰধান ডিজেল ইঞ্জিন। এই ইঞ্জিনশ্ৰেণীৰ প্ৰথম কেইটামান এলকোৰদ্বাৰা আমেৰিকান লকমটিভ কোম্পানী নিৰ্মিত আছিল আৰু ১৯৬২ চনত আমদানি কৰা হৈছিল। কিন্তু ১৯৬৪ চনৰপৰা এই শ্ৰেণীৰ ইঞ্জিনৰ নিৰ্মাণ প্ৰক্ৰিয়া বাৰানসীস্থিত ডিজেল ৰে ...

ভানাৰাস ৰেল ইঞ্জিন কাৰখানা

ভানাৰাস ৰেল ইঞ্জিন কাৰখানা ভাৰতীয় ৰেলৰ দ্বাৰা পৰিচালিত আৰু বাৰানসীৰ ডিৰেকাত অৱস্থিত এক কাৰখানা। ইয়াত ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন আৰু আনুষংগিক আহিলা-পাতি নিৰ্মাণ কৰা হয়। সম্প্ৰতি ই ভাৰতৰ বৃহত্তম ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন নিৰ্মাতা। ডিৰেকা DRW বা ...

গুৱাহাটী ৰেল ষ্টেচন

গুৱাহাটী ৰেল ষ্টেচন গুৱাহাটী চহৰৰ পল্টন বজাৰত অৱস্থিত। ই অসমৰ বৃহত্তম ৰেলৱে ষ্টেচন, আৰু ভাৰতৰ প্রথম সম্পূর্ণ-ভাবে সৌৰ-শক্তি দি চলুৱা ৰেল ষ্টেচন। ইয়াৰ কাষতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান অৱস্থিত। গুৱাহাটী ৰেল ষ্টেচনৰ ট্ৰেফিক হ্ৰাস কৰিবৰ বাব ...