ⓘ Free online encyclopedia. Did you know? page 89

দিনজান

দিনজান ডিব্ৰুগড় জিলাৰ এখন সৰু চহৰ। ই অসমৰ চাহ উৎপাদনকাৰী অঞ্চলত অৱস্থিত। তিনিচুকীয়া দিনজানৰ আটাইতকৈ ওচৰৰ চহৰ। দ্বিতীয় বিশ্বযুদ্ধত দিনজান বিমানঘাটৰ পৰা CNAC ৰ C-47 উৰা মাৰি জাপানৰ বিৰুদ্ধে চীনৰ কুনমিংলৈ বিভিন্ন ৰচদ-পাতি লৈ গৈছিল। একে ধৰণৰ বিমান ...

দুধনৈ

দুধনৈ গোৱালপাৰা জিলাৰ পূব প্ৰান্তত অৱস্থিত। ইয়াৰ ভৌগোলিক অৱস্থান 25°59′0″N 90°44′0″E । দুধনৈ সাগৰ পৃষ্ঠৰ পৰা ৪৪ মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ মাজেৰে দুধনৈ নদী পাৰ হৈ গৈয়ে। জুলাই-আগষ্ট মাহত ইয়াৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৩° চেলচিয়াচলৈকে উঠে আৰু জানুৱ ...

দুলীয়াজান

দুলিয়াজান ডিব্ৰুগড় জিলাত অৱস্থিত এখন ঔদ্যোগিক চহৰ। ই ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৪৫ কিঃমিঃ পূবত অৱস্থিত। দুলিয়াজান ঘাইকৈ ইয়াৰ তেল আৰু গেছৰ লগত জড়িত উদ্যোগৰ বাবে জনাজাত। দেশৰ ভিতৰতে বৃহৎ তেল আৰু গেছ কোম্পানীৰ অন্যতম "অইল ইণ্ডিয়া লিমিটেড"ৰ মুখ্ ...

দেৰগাঁও

২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি দেৰগাঁৱৰ জনসংখ্যা ১৩,৩৬৪ জন৷ ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা৷ দেৰগাঁৱৰ গড় সাক্ষৰতাৰ হাৰ ৮৫%, পুৰুষ আৰু মহিলাৰ ক্ৰমান্বয়ে ৮৮% আৰু ৮১%৷ দেৰগাঁৱৰ মুঠ জনসংখ্যাৰ প্ৰায় ১০% ছয়বছৰৰ অনুৰ্ধৰ৷

ধিং

ধিং অসমৰ নগাঁও জিলাৰ উত্তৰ পশ্চিমে থকা এখন সৰু চহৰ। ধিং নগাঁও চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত অৱস্থিত। নগাঁও চহৰৰ পৰা মুখ্য বাটেৰে ধিং সংযোগ কৰা হৈছে। ধিং চহৰক গুৱাহাটীৰ পৰা ৰেল লাইনেৰে সংযোগ কৰা হৈছে। গুৱাহাটীৰ পৰা মৰিগাওঁ হৈ অহা বাট সবাতোকৈ স ...

ধুবুৰী

ধুবুৰী হল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। ১৮৮৩ চনত নগৰ খনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যৰ ৰাজধানী দিশপুৰৰ পৰা নগৰখনলৈ দুৰত্ব ২৮০ কি.মি.।

ধেমাজি

"ধেমাজি" শব্দটো চুতীয়া শব্দ "দেমা-জি"ৰ পৰা সৃষ্টি হৈছে যাৰ অৰ্থ হৈছে "অত্যধিক পানী"। প্ৰচলিত পৌৰাণিক জনবিশ্বাস মতে, "ধেমাজি" নামৰ উৎপত্তি এসময়ত সেই ঠাইত এখন নদীয়ে সঘনাই নিজৰ সূঁতি সলাইছিল তথা বানপানীৰ তাণ্ডৱলীলা চলোৱা বাবে, সেইসময়ৰ লোকসকলে ইয ...

নলবাৰী নগৰ

প্ৰাচীন কালত পশ্চিম অসমক কামৰূপ বোলা হৈছিল, যাৰ মধ্য অসম দেৱকৰ সৈতে ভাল সম্পৰ্ক আছিল। কামৰূপ ৰাজ্য কিছুমান পীঠত বিভক্ত আছিল; নলবাৰী আছিল কামপীঠত। ঔপনিৱেশিক কাললৈকে অঞ্চলটোক কামৰূপেই বোলা হৈছিল। ১৯৮৫ চনত নলবাৰী জিলা সৃষ্টি হোৱাৰ আগলৈকে কামপীঠৰ কাষ ...

নাজিৰা

নাজিৰা আহোমৰ ৰাজত্ব কালত ৰাজধানী গড়গাওঁৰ দাঁতিকাষৰীয়া অঞ্চলৰূপে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল৷ জনশ্ৰুতি অনুসৰি নাজিৰাৰ নামটো নাও-জিৰা ৰ পৰা আহিছে, আহোম ৰাজত্ব কালত নাজিৰাত দিখৌ নৈত নাও জিৰণি দি থোৱা হৈছিল। সেই সেই নাও জিৰোৱাৰ পৰা নাজিৰা হ’ল বুলি বুৰ ...

নামৰূপ

নামৰূপ হৈছে পাটকাই পৰ্বত শ্ৰেণী ৰ নামনি অঞ্চলত অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত আৰু ডিব্ৰুগড় জিলাৰ এখন সৰু লোকপিয়ল নগৰ। নামৰূপৰ মাজেদি দিল্লী বা দিচাং নদী বৈ গৈছে। ই অসমৰ এখন উল্লেখযোগ্য উদ্যোগিক ঠাই। ডিব্ৰুগড় নগৰৰ পৰা নামৰূপলৈ দূৰত্ব প্ৰায় ৮০ ...

নাহৰকটীয়া

নাহৰকটীয়া, ঠাইখনৰ এই নামটোৰ উৎপত্তিৰ লগত জৰিত আছে নাহৰ নামৰ এজন তোলনীয়া আহোম ৰাজকুমাৰৰ হত্যাকাণ্ড। নাহৰ আছিল আহোম ৰজা চ্যুখাম্ফা ওৰফে খুৰা ৰজাৰ তোলনীয়া পুত্ৰ। স্থানীয় লোককথাৰ পৰা জানিব পৰা মতে ৰাজকুমাৰ নাহৰে আহোমৰ গণ্যমান্য ব্যক্তি তথা মন্ত্ৰ ...

পলাশবাৰী

২০১১ চনৰ লোকপিয়ল অনুসৰি পলাশবাৰীৰ মুঠ জনসংখ্যা ৪৭৪১ জন৷ ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ মুঠ জনসংখ্যাৰ ৯% ছয় বছৰৰ অনুৰ্ধৰ৷ পলাশবাৰীৰ গড় সাক্ষৰতাৰ হাৰ ৮০%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮৫% আৰু ৭৫%৷

পাঠশালা

পাঠশালা ভাৰত ৰ অসম ৰাজ্যৰ বজালী জিলাৰ অন্তৰ্গত এখন নগৰ। ই বজালী জিলাৰ সদৰ ঠাই। ভ্ৰাম্যমাণৰ বাটকটীয়া আৰু নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই নগৰ।

বঙাইগাঁও

বঙাইগাঁও হৈছে বঙাইগাঁও জিলাৰ সদৰ আৰু নামনি অসমৰ এক উল্লেখযোগ্য আৰু অসমৰ ৪ ৰ্থ বৃহত নগৰ। এই নগৰ অতীতত কোচ ৰাজ্যৰ ৰাজধানী আছিল। এই চহৰখন প্ৰধানকৈ দুটা ভাগত বিভক্ত সেয়া হৈছে বঙাইগাঁও মুল নগৰ আৰু নতুন বঙাইগাঁও । এই চহৰখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ প ...

বদৰপুৰ

২০১১ চনৰ লোকপিয়ল অনুসৰি, বদৰপুৰৰ মুঠ জনসংখ্যা ১১,২৯১ জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ বদৰপুৰৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷ বদৰপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৮৪%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭৪% আৰু ৫৬%৷

বাইহাটা চাৰিআলি

বাইহাটা চাৰিআলি অসমৰ কামৰূপ জিলাত অৱস্থিত এটা সৰু উন্নয়নশীল অঞ্চল। ঠাইখন গুৱাহাটীৰ জালুকবাৰীৰ পৰা উত্তৰে প্ৰায় ৩০ কিলোমিটাৰ আঁতৰত অৱস্থিত। গুৱাহাটীৰ কাষৰীয়া এই ঠাইখন শৈক্ষিক, বাণিজ্যিক, যাতায়তৰ দিশৰ পৰা এটা গুৰুত্বপূৰ্ণ অঞ্চল।

বাসুগাঁও

জ্ঞানপীঠ জাতীয় বিদ্যালয় ৰাজা অজিত নাৰায়ন দেব ছোৱালী এম ই স্কূল নেতাজী সুভাষ বিদ্যানিকেতন বাসুগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয়

বিজনী

বিজনী 26.52°N 90.67°E  / 26.52; 90.67 ত অৱস্থিত৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৫৩ মিটাৰ ১৭৩ ফুট৷ বিজনীৰ আশে পাশে থকা গাওঁসমূহ হৈছে-ভেটাগাওঁ, বাটবাৰী, ছাতিয়ানগুৰী, লেচিয়াগাওঁ, আমগুৰী, পুৰাণ বিজনী, গেৰুকাবাৰী, শাকতোলা,গৰৈমাৰি, বাঘমাৰা, ...

বিলাসীপাৰা

২০১১ চনৰ লোকপিয়ল অনুসৰি বিলাসীপাৰাৰ মুঠ জনসংখ্যা ৩১,০৯০ জন ৷ ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ মুঠ জনসংখ্যাৰ ১৩% ছয় বছৰৰ অনুৰ্ধৰ৷ বিলাসীপাৰাৰ গড় সাক্ষৰতাৰ হাৰ ৬৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৪৭% আৰু ৬২%৷

বিশ্বনাথ চাৰিআলি

বিশ্বনাথ চাৰিআলি বিশ্বনাথ জিলাৰ সদৰ আৰু বিশ্বনাথ চাৰিআলি নগৰ বৰ্তমান বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অন্তৰ্গত। ই তেজপুৰৰ পৰা প্ৰায় ৭৫ কিঃমিঃ আৰু গুৱাহাটীৰ পৰা প্ৰায় ২৫৫ কিঃমিঃ নিলগত অৱস্থিত। বিশ্বনাথ মন্দিৰ বা গুপ্তকাশী আৰু বিশ্বনাথ ঘাট পৰ্যটকৰ বাবে এ ...

বোকাখাত

বোকখাত অঞ্চলটো মধ্যঅসমত অৱস্থিত৷ এই অঞ্চলৰ আশে পাশে কেইবাখনো উল্লেখযোগ্য পৰ্যটনস্থলী আছে৷ এই অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দুৰত্বত অৱস্থিত৷ ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে, যোৰহাট আৰু গুৱাহাটী৷ তাৰোপৰি বোকাখাতৰ নিকটতম ৰেলৱ ...

বোকাজান

বোকাজানৰ ভৌগোলিক অৱস্থান 26.02°N 93.78°E  / 26.02; 93.78. ৷ এই অঞ্চলৰ সাগৰ-পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ১৩৮ মিটাৰ অৰ্থাৎ ৪৫২ ফুট৷ এই অঞ্চল নাগালেণ্ডৰ ডিমাপুৰৰ পৰা প্ৰায় ১৫ কি:মি দুৰত্বত অৱস্থিত৷

বৰপেটা

বৰপেটা নগৰ বৰপেটা জিলাৰ সদৰ ঠাই। এই নগৰ গুৱাহাটী চহৰৰ পৰা ৯০ কি.মি. উত্তৰ-পশ্চিম দিশে অৱস্থিত। অসম বুৰঞ্জীত বৰপেটাক" সত্ৰভূমি” বুলি জনা যায়। বৰপেটা থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ ...

বৰপেটা ৰোড

২০১১ চনৰ লোকপিয়ল অনুসৰি বৰপেটা ৰোডৰ মুঠ জনসংখ্যা ৫৭,০০০ জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ বৰপেটা ৰোড ৰ গড় সাক্ষৰতাৰ হাৰ ৭৪% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৫৭% আৰু ৫৩%৷

ভৈৰৱকুণ্ড

ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী। ঠাইখন অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত। ভৈৰৱকুণ্ড শীতকালত বনভোজকাৰী দল আৰু পৰ্যটকৰ আগমন হয়।

মাইবং

মাইবং অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ MAI আৰু BANG মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হল যথেষ্ট খাদ্য ৷

মাকুম

মাকুম অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ। মাকুম শব্দটো চীনা শব্দৰ পৰা উৎপত্তি হোৱা যাৰ অৰ্থ meeting point । প্ৰকৃততে এই অঞ্চলতে অসমৰ তিনিখন প্ৰধান চহৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা লগ হোৱাৰ বাবে ইয়াৰ নাম মাকুম হৈ পৰে। তদুপৰি এই মাকুমতে ৩৭ আ ...

মাঞ্জা (নগৰ)

মাঞ্জা অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন সৰু নগৰ। মাঞ্জা নগৰখন চোমনা নদী আৰু আৰু ডিফু নলাৰ পাৰত অৱস্থিত। নগৰখন চৌপাশে নীলা পাহাৰৰ আৱেষ্টনীৰ দ্বাৰা আবৃত হৈ আছে।

মাহুৰ

২০১১ চনৰ লোকপিয়ল অনুসৰি মাহুৰৰ মুঠ জনসংখ্যা ৫৪৮৫ জন৷ ইয়াৰে ৫৫% পুৰুষ আৰু ৪৫% মহিলা৷ মুঠ জনসংখ্যাৰ ১৩% ছয় বছৰৰ অনুৰ্ধৰ৷ মাহুৰৰ গড় সাক্ষৰতাৰ হাৰ ৭৬% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮০% আৰু ৭১% ৷

মুছলপুৰ

মুছলপুৰ অসমৰ বাক্সা জিলাৰ সদৰ। বাক্সা জিলা অসমৰ প্ৰশাসনিক জিলাৰ ভিতৰত এখন। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।

মৰাণ (নগৰ)

মৰাণ, ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ। নগৰখন ঔদ্যোগিক ভাৱে উন্নত। এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল। অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজত্বৰ ঐতিহ্য বহন ক ...

মৰাণহাট

মৰাণহাট শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া নগৰ। ডিব্ৰুগড় জিলাৰ মৰাণ লোকপিয়ল নগৰ আৰু শিৱসাগৰ জিলাৰ মৰাণহাট পৌৰনগৰক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে বিভাজন কৰিছে।

মৰিয়নি

ইতিহাসৰ পাতত মৰিয়নিৰ কথা উল্লেখ পোৱা নাযায়। ১৮২৮ ৰ পৰা ১৮৮৩ চন পৰ্যন্ত নিৰ্ভৰযোগ্য তথ্যৰ অভাৱত মৰিয়নিৰ ইতিহাস এতিয়াও সম্পূৰ্ণ পোহৰলৈ অহা নাই। মৰিয়নিৰ গুৰুত্ব বাঢ়ে কেৱল ৰেল চলাচলৰ বাবে।

যোৰহাট

যোৰহাট অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু যোৰহাট জিলাৰ সদৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিলমিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া আহোম ৰাজবংশই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা চকীহাট আৰু মাছৰহাট নাম ...

লক্ষীপুৰ

লক্ষীপুৰ নামটোৰ উৎপত্তি সম্পৰ্কে প্ৰধানকৈ দুটা ধাৰণা প্ৰচলিত। প্ৰথমটোৰ মতে এই নামটো হিন্দুসকলৰ ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ পৰা আহিছে। দ্বিতীয়টো ধাৰণা অনুসৰি ইয়াত ৰাজত্ব কৰা প্ৰখ্যাত ডিমাছা ৰজা লক্ষ্মীনাৰায়ণৰ পৰা ঠাইখনৰ নামটো লক্ষীপুৰ হল।

লক্ষীপুৰ, গোৱালপাৰা

লক্ষীপুৰ হৈছে অসমৰ গোৱালপাৰা জিলা গোৱালপাৰা মহকুমাৰ এখন নগৰ। এই নগৰখন গোৱালপাৰা জিলা কাৰ্যালয়ৰ ৪৮ কিঃমিঃ পশ্চিমত অৱস্থিত। বৰ্তমান লক্ষীপুৰ নগৰত ৪টা ৱাৰ্ড আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি লক্ষীপুৰ নগৰ সমিতিত মুঠ জনসংখ্যা ১৫,৬৩৩ যাৰ ৮,০৪৬ জন পুৰুষ আৰ ...

লামডিং

লামডিং নামটোৰ উৎস ডিমাছা ভাষাৰ লামা আৰু ডিং শব্দ দুটা যাৰ অৰ্থ ক্ৰমান্বয়ে বাট আৰু পোন। গতিকে লামডিঙৰ সম্পূৰ্ণ অৰ্থ পোন আলিবাট। লামা শব্দৰ পৰা অন্য এটা কাষৰীয়া ৰেলৱে ষ্টেচনৰ লামাছাখং Lamasakhong ৰখা হৈছে, যাৰ অৰ্থ সৰু আলিবাটেৰে পূৰ্ণ উপত্যকা val ...

লিডু

লিডু অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন সৰু চহৰ। লিডু ৰেলৱে ষ্টেচন ভাৰতৰ পূব প্ৰান্তৰ ব্ৰডগজ ৰেলৱে ষ্টেচন। এই চহৰখনৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বাৰ্মাৰ মাজেদি চীনলৈ সামৰিক যোগানৰ পথ হিচাপে আমেৰিকান আৰু ইংৰাজ সেনাবাহিনীৰ ব ...

শদিয়া

শদিয়া হল উত্তৰ-পূৱ ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন সৰু নগৰ। ই তিনিচুকীয়া জিলাত অৱস্থিত। লোহিত নদীৰ পাৰত থকা এই চহৰখনৰ প্ৰায় চাৰিওকাষ হিমালয় পৰ্বতে আগুৰি আছে। শদিয়াক শতফুলৰ দেশ বুলিও জনাজাত। পিছে এই শতফুল নো কি সঠিক ভাৱে কোনোৱে নাজানে।

শিমলুগুৰি, শিৱসাগৰ

শিমলুগুৰি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ এখন সৰু নগৰ। শিমলুগুৰি নগৰখন দিখৌ নদীৰ পাৰত অৱস্থিত। বুৰঞ্জীয়ে গৰকা গড়গাঁও আৰু চৰাইদেউ নামৰ ঠাই দুখনিৰ মাজত নগৰখন গঢ় লৈ উঠিছে। ওচৰৰ এক বৃহৎ অঞ্চলৰ লোকৰ বাবে শিমলুগুৰি এক বাণিজ্য, শিক্ষা,পৰিৱহন কেন্দ্ৰ। অঞ ...

শিলঘাট

শিলঘাট হৈছে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত এখন চহৰ। নগাঁও চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৫২ কিলোমিটাৰ। শিলঘাটত থকা অন্যতম আকৰ্ষণীয় ঠাইসমূহ হৈছে হাতীমূৰা মন্দিৰ, কামাখ্যা দেৱালয়, ত্ৰিশূলধাৰী মন্দিৰ, সামন্তগিৰি আদি। ...

শিলচৰ

শিলচৰ ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ সদৰ চহৰ আৰু দক্ষিণ অসমৰ এটি প্ৰধান বাণিজ্যকেন্দ্ৰ। মণিপুৰৰ কিছু অংশ আৰু মিজোৰামৰ বাবে এই চহৰৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম। শিলচৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যবসায়ীয়ে বসতি স্থাপন কৰিছে। বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰক ...

সাপটগ্ৰাম

২০০১ চনৰ লোকপিয়ল অনুসৰি সাপটগ্ৰামৰ মুঠ জনসংখ্যা ১২,০৪৬ জন (পুৰুষ ৫১%, মহিলা ৪৯%, নগৰ খনৰ সাক্ষৰতাৰ হাৰ ৭৭% যিটো ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ (৫৯.৫%তকৈ অধিক, পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮২% হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ ৭২%।

সোণাৰি

সোণাৰি নগৰ ২৭.০৭° উত্তৰ অক্ষাংশ আৰু ৯৫.০৩° পূব দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৯৬ মিটাৰ ৩১৮ ফুট। নগৰখনৰ পশ্চিম-দক্ষিণ দিশেৰে টাউকাক নৈ বৈ গৈছে, যিখন গৈ দিচাং নৈত পৰিছে। নগৰৰ মাজেৰে পাৰ হৈ গৈছে ঐতিহাসিক ধোদৰ আলি। আহোম স্বৰ্গদেউসকলৰ ৰা ...

সৰভোগ

২০১১ চনৰ লোকপিয়ল অনুসৰি, সৰভোগৰ মুঠ জনসংখ্যা ৭৫৫৩ জন৷ ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ সৰভোগৰ গড় সাক্ষৰতাৰ হাৰ ৭৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮৩% আৰু ৭২% ৷ সৰভোগৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

সৰুপথাৰ

২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি, সৰুপথাৰৰ জনসংখ্যা ৯৮২৭ গৰাকী৷ ইয়াৰে ৫৫% পুৰুষ আৰু ৪৫% মহিলা৷ সৰুপথাৰৰ গড় সাক্ষৰতাৰ হাৰ ৬০%; ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৪% আৰু ৭৭% ৷ মুঠ জনসংখ্যাৰ প্ৰায় ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ সৰুপথাৰৰ গৰ ...

সৰ্থেবাৰী

সৰ্থেবাৰী বজালী জিলাৰ পূৱপ্ৰান্তত অৱস্থিত এখন নগৰ। ই অসম তথা উত্তৰ পূৱ ভাৰতৰ হস্ত নিৰ্মিত কাঁহৰ বাচন-বৰ্তনৰ বাবে বিখ্যাত। ইং ১৯৫৫ চনৰ ৩১ ডিচেম্বৰ তাৰিখে সৰ্থেবাৰীক এখন নগৰ ঘোষণা কৰে আৰু নগৰীয়া কাম কাজবোৰ নগৰ পালিকাৰ জৰিয়তে পৰিচালিত হয়। ইয়াৰ উ ...

হাইলাকান্দি

হাইলাকান্দি অসমৰ হাইলাকান্দি জিলাৰ এখন চহৰ আৰু হাইলাকান্দি জিলাৰ সদৰ ঠাই। হাইলাকান্দি অসমৰ তিনিখন বঙালী ভাষী জিলাৰ ভিতৰত অন্যতম। ই বৰাক উপত্যকা সংমণ্ডলত অৱস্থিত। হাইলাকান্দি নগৰ সমিতিৰ প্ৰথম অধ্যক্ষ মৌলৱী আব্দুল মাতলিব ডাঙৰীয়া ভাৰতৰ স্থানীয় প্ৰ ...

হাউলী

২০১১ চনৰ লোকপিয়ল অনুসৰি হাউলীৰ মুঠ জনসংখ্যা ১৫,৯৫৮ জন ৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১৪% ছয় বছৰৰ অনুৰ্ধৰ৷ হাউলী ৰ গড় সাক্ষৰতাৰ হাৰ ৬৩% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৯% আৰু ৫৬%৷

হাওৰাঘাট

২০১১ চনৰ লোকপিয়ল অনুসৰি হাওৰাঘাটৰ মুঠ জনসংখ্যা ৪৬৫৯ জন৷ ইয়াৰে ৫৮% পুৰুষ আৰু ৪২% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ হাওৰাঘাটৰ গড় সাক্ষৰতাৰ হাৰ ৮০% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৮৫% আৰু ৭৩% ৷