ⓘ Free online encyclopedia. Did you know? page 90

গুৱাহাটী তাৰকাগৃহ

গুৱাহাটী তাৰকাগৃহ অসমৰ গুৱাহাটীত অৱস্থিত জ্যোতিৰ্বিজ্ঞানৰ শিক্ষা আৰু গৱেষণা কেন্দ্ৰ। ই অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে জ্যোতিৰ্বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। ১৯৯৪ চনৰ ১৭ আগষ্টত গুৱাহাটী তাৰকাগৃহ স্থাপন কৰা হৈছিল। সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰত গু ...

গুৱাহাটী যুদ্ধ সমাধিস্থান

গুৱাহাটী যুদ্ধ সমাধিস্থান অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এক সমাধিক্ষেত্ৰ। দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা কমন্‌ৱেল্‌থ সৈনিকৰ বাবে এই সমাধিস্থান আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ শিলপুখুৰী অঞ্চলৰ নৱগ্ৰহ পথত এই সমাধিস্থান আছে। ইয়াৰ পিছফালেই আছে নৱগ্ৰহ ...

গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা

গুৱাহাটী অসমৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰপলিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয়। প্ৰাচীন প্ৰাগজ্যোতিষ ...

চম্পাৱতী জলপ্ৰপাত

চম্পাৱতী বা চাপানালা জলপ্ৰপাত হৈছে অসমৰ নগাঁও জিলাৰ চাপানালা নামৰ গাঁৱত অৱস্থিত এটা বিখ্যাত জলপ্ৰপাত আৰু পৰ্যটনস্থলী৷ জলপ্ৰপাতটোৰ লগতে ইয়াৰ চৌপাশে থকা চাহ-বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ৷ জলপ্ৰপাতটিৰ তিনিটা ক ...

চানডুবি বিল

চানডুবি বিল অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু স ...

ছাগেলীকান্দা পুখুৰী

চাগৈলীকান্দা পুখুৰী হৈছে অসমৰ ওডালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত শিলপোটা মৌজাৰ নাহৰবাৰী গাঁৱত অৱস্থিত এটা ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ পুখুৰী। এই পুখুৰীটো ভূঞা ৰজাৰ দিনত খন্দা বুলি অনুমান কৰিব পাৰি। বুৰঞ্জীমতে দৰঙত ১২০০ ৰ পৰা ১৪০৩ খ্ৰীষ্টাব্ ...

ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়

ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় যোৰহাট জিলাৰ তিতাবৰত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ

ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ বা ডিগবৈ ৱাৰ চিমেট্ৰী অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এক সমাধিক্ষেত্ৰ। এই সমাধিক্ষেত্ৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আৰু বৰ্তমান ইয়াত ২০০টা সমাধি আছে। ইয়াৰে ১৯৪টা সমাধি চিনাক্ত আৰু ৬টা অচিনাক্ত। চিনাক্ত সমাধি সমূহৰ ১ ...

দীঘলীপুখুৰী

দীঘলীপুখুৰী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ কৃত্ৰিম পুখুৰী। এই পুখুৰীৰ প্ৰায় আধা মাইল দৈৰ্ঘ্যৰ বাবেই ইয়াৰ নাম দীঘলীপুখুৰী হয় বুলি জনা যায়। গুৱাহাটীত অৱস্থিত ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত ই অন্যতম।

নেতাই ধুবুনী ঘাট

নেতাই ধুবুনী ঘাট ধুবুৰী জিলাৰ বৰো বাজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নগৰৰ পৰা ঘাট লৈ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ আৰু গুৰু টেগ বাহাদুৰ পথেৰে ১৫ মিনিটৰ কম সময়ত পোৱা যায়।

পখীতীৰ্থ

পখীতীৰ্থ বা চামগুৰি বিল হৈছে নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল কিলোমিটাৰ দূৰত্বত অৱস্থিত এখনি জলভূমি। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়।

পোৱামক্কা

পোৱামক্কা অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান। চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ ...

বশিষ্ঠাশ্ৰম দেৱালয়

বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু বহু মাটি দান দিয়ে। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। গংগা নামৰ জুৰি বৈ যোৱ ...

বুঢ়া-বুঢ়ী থান

জনশ্ৰুতি অনুসৰি দুটা প্ৰকাণ্ড শিলক কেন্দ্ৰ কৰি এই থানৰ নামকৰণ কৰা হৈছে। শিল দুটাৰ এটা পাৰ্বতী আৰু আনটো মহাদেৱ শিৱ। অৰ্থাৎ থিয়কৈ থকা শিলটোক মহাদেৱ শিৱ বুঢ়া; আৰু পথালিকৈ বা শুই থকাৰ দৰে দৃশ্যমান শিলটোক পাৰ্বতী বুঢ়ী বুলি কোৱা হয়। এয়াই হৈছে বুঢ় ...

বৰপেটা সত্ৰ

বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ। শ্ৰীশ্ৰীমাধৱদেৱে ১৫০৫ শকত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল। তেওঁ শ্ৰীমথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। বুঢ়া আতায়েই ...

মায়ং

মায়ং, অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান বুলিও অভিহিত কৰা হয়৷ মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দূৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷ ...

মৈদাম

মৈদাম হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। মৈদাম প্ৰথাৰে সৎকাৰ কৰা মৃতকৰ সমাধিকো মৈদাম বোলে। আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল। আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত লাহে লাহে মৃতদেহ সংস্ ...

যোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা

যোৰহাট জিমখানা ক্লাব: ১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা যোৰহাট জিমখানা ক্লাবটো স্থাপিত হৈছিল। স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে যত বিজয়ীক "গভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়। ইয়াত থকা নাইন হল গল্ফ কৰ্ছ এছিয়াৰ আটাইতকৈ পুৰ ...

শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ

শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউ সকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মান কৰা দ’ল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ। ইংৰাজী ১৭৩৪ চনত ৰানী অম্বিকাই কলুঞ্চপাৰ শিৱদেৱতাৰ নামত উৎসৰ্গা কৰি এটা পুখুৰী খন্দাইছিল। শিৱদেৱতাৰ নামত উৎৰ্সগা কৰাৰ বাবে ...

শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা

শিৱসাগৰ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আ ...

শোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা

শোণিতপুৰ জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই তেজপুৰ। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ইংৰাজী: Srimanta Sankaradeva Kalakshetra বা চমুলৈ কলাক্ষেত্ৰ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ, বৈষ্ণৱ গুৰু তথা ...

শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়

শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় হৈছে অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে ...

হাজো

হাজো ইংৰাজী: Hajo অসমৰ কামৰূপ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন ঠাই। ই গুৱাহাটীৰ পৰা প্ৰায় ২৪ কি:মি: দুৰত্বত অৱস্থিত। হাজোক হিন্দু, বৌদ্ধ আৰু মুছলিম ধৰ্মৰ এক প্ৰাচীন তীৰ্থস্থান হিচাপে জনা যায়। এই অঞ্চলটোত বহুতো প্ৰাচীন মছজিদ-মন্দিৰ আদি দে ...

অমৃতসৰৰ স্বৰ্ণমন্দিৰ

পঞ্জাবৰ সু্প্ৰাচীন নগৰ অমৃতসৰত আছে শিখসকলৰ মুখ্য গুৰুদ্বাৰ আৰু তীৰ্থ স্বৰ্ণমন্দিৰ ৷ স্বৰ্ণমন্দিৰ ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ৷ স্বৰ্ণ মন্দিৰতে আছে শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হাতে লিখা গ্ৰন্থ চাহিব৷ শিখসকলে গ্ৰন্থখন দেৱ জ্ঞান কৰে৷ স্বৰ্ণ মন্দিৰত পূজাৰ কো ...

জ্বালামুখী মন্দিৰ

জ্বালামুখী মন্দিৰ উত্তৰ ভাৰতত অৱস্থিত এটি বিখ্যাত শক্তিপীঠ। হিমাচল প্ৰদেশৰ কাংৰাৰ সমীপবৰ্তী জ্বালামুখী নামে চহৰত অৱস্থিত এই মন্দিৰ ভাৰতৰ একাৱন্নটা শক্তিপীঠৰ অন্যতম। ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে খণ্ডিত কৰা দেৱী সতীৰ জিভা ইয়াত পৰিছিল বুলি প ...

ৰাম মন্দিৰ, অযোধ্যা

ৰাম মন্দিৰ এটা হিন্দু মন্দিৰ যি ভাৰতৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰামৰ পবিত্ৰ জন্মভূমিৰ তীৰ্থস্থানত নিৰ্মাণ কৰা হৈছে। বহু হিন্দুসকলে বিশ্বাস কৰে যে এই স্থানটো ৰামৰ জন্মস্থান, যাক ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ হিচাবে উপাসনা কৰা হয়। মন্দিৰটোৰ নিৰ্মাণৰ কাম ...

তাজমহল

তাজমহল ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী আৰজুমান্দ বানু বেগম, যিগৰাকী মুমতাজ মহল নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল। সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছ ...

উমিয়াম হ্ৰদ

উমিয়াম হ্ৰদ মেঘালয় ৰাজ্যৰ শ্বিলং নগৰৰ ১৫ কিলোমিটাৰ উত্তৰে অৱস্থিত এক জলাধাৰ। ১৯৬০-ৰ দশকত উমিয়াম নদীত বান্ধ দি ইয়াৰ সৃষ্টি কৰা হৈছিল। হ্ৰদ আৰু বান্ধৰ অৱবাহিকা অঞ্চল প্ৰায় ২২০ কিলোমিটাৰ বিস্তৃত।

অশ্বক্ৰান্ত মন্দিৰ

অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে। এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত। কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবৰ অৰ্থে শ্ৰীকৃষ্ণ কামৰূ ...

উমানন্দ

উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হল। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ ব ...

গোলাঘৰ

গোলাঘৰ বা খাৰঘৰ ইংৰাজী ভাষা: Golaghar or Kharghar হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা অন্যান্য পুৰণি কীৰ্ত্তি চিহ্ন সমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ। ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। স্বৰ্গদেও চক্ৰধ্বজ সি ...

পাণবাৰী মছজিদ

পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ ধুবুৰী চহৰৰ পৰা ২৫ কিঃমিঃ নিলগত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত। ১৫ আৰু ১৬ শতিকাত নিৰ্ম ...

বিল্বেশ্বৰ দেৱালয়

বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান ...

বিশ্বনাথ মন্দিৰ

বিশ্বনাথ মন্দিৰ শোণিতপুৰ জিলাৰ বিশ্বনাথ ঘাটত অৱস্থিত এটা মন্দিৰ। সম্ভৱত ৬৫০-৯৯০ খ্ৰীঃ ত শালস্তম্ভ বংশৰ ৰজাসকলে পোনপ্ৰথমে বিশ্বনাথৰ নামত শৈলমন্দিৰ স্থাপন কৰিছিল। ১৬১৫ চনত মোগল সেনাপতি সত্ৰাজিতে এই অঞ্চল আক্ৰমণ কৰি মন্দিৰৰ সোণ ৰূপৰ আহিলাৰ লগতে দুগৰ ...

কনকেশ্বৰ বৰুৱা

কনকেশ্বৰ বৰুৱা আছিল একেধাৰে অভিনেতা, গীতিকাৰ, সুৰকাৰ, গায়ক, চিত্ৰকৰ আদি৷ ব্ৰজনাথ শৰ্মা, ফণী শৰ্মা, চন্দ্ৰ চৌধুৰী আদি বিখ্যাত ব্যক্তিৰ সৈতে তেওঁ কলা-কৃষ্টিৰ চৰ্চা কৰিছিল৷ পিছলৈ নটৰাজ, পূৰ্বজ্যোতি আদি ভ্ৰাম্যমাণ নাট্যগোষ্ঠীসমূহতো তেওঁ যোগ দিছিল৷ ত ...

কমলেশ্বৰ বৰা

কমলেশ্বৰ বৰা অসমৰ এগৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱাৰ বিষয়া আৰু সমাজসেৱক আছিল। তেওঁ কামৰূপ জিলাৰ উপায়ুক্ত, শিক্ষা বিভাগৰ আয়ুক্ত সচিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ক্ষীৰধৰ বৰুৱা

ক্ষীৰধৰ বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ, গৱেষক আৰু জনপ্ৰিয় বিজ্ঞানৰ লেখক। তেখেতে বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে অসমৰ বিভিন্ন বাতৰি কাকত-আলোচনীত নিয়মীয়া প্ৰবন্ধ লিখাৰ উপৰি বিজ্ঞান জেউত ...

কৰুণা কান্ত কলিতা

কৰুণা কান্ত কলিতা অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত, ১৯৪৩ বৰ্ষৰ ১ মাৰ্চত। পিতৃৰ নাম নন্দিৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা।

গিৰিধৰ শৰ্মা

গিৰিধৰ শৰ্মা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ আছিল। ১৯৭৩ চনত ৰঙিয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত শৰ্মাদেৱে সভাপতিৰ আসন অলংকৃত কৰিছিল। এবছৰীয়া এই সময়খিনিত তেওঁ সাহিত্য সভা পত্ৰিকাখনিক মাহেকীয়া আলোচনীলৈ ৰূপান্তৰিত কৰিছিল। ইয়াৰ উপৰিও অসম ...

জেহিৰুদ্দিন আহমদ

জেহিৰুদ্দিন আহমদ আছিল অসমৰ শিক্ষা জগতৰ এজন কিংবদন্তি শিক্ষক আৰু সমাজ-সেৱক। তেখেত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু প্ৰায় বাৰ বছৰ এই বিদ্যালয়ৰে প্ৰধান শিক্ষক আছিল। শিক্ষকতাৰ সময়ছোৱাত তেখেতে শিক্ষা ব্যৱস ...

ৰজনীকান্ত দত্ত

ৰজনীকান্ত দত্ত হৈছে অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জোলাগাঁওত; ১৯৩৪ চনৰ ১৩ এপ্ৰিলত৷ তেখেতৰ পিতৃৰ নাম হাওবড়া দত্ত আৰু মাতৃৰ নাম গোলাপী দত্ত ৷ ২০১১ চনত কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ "জয়হৰ ...

সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী

সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী চমুকৈ এইমছ গুৱাহাটী অসমৰ কামৰূপ জিলাৰ চাংচাৰিত অৱস্থিত এখন ৰাজহুৱা চিকিৎসা প্ৰতিষ্ঠান। ২০১৭ চনৰ ২৬ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। ২০২১ চনৰ ১২ জানুৱাৰী ...

শংকৰদেৱ শিশু/বিদ্যা নিকেতন

শঙ্কৰদেৱ শিশু নিকেতন আৰু শঙ্কৰদেৱ বিদ্যা নিকেতন হৈছে বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা সঞ্চালিত এক শ্ৰেণীৰ বিদ্যালয়। গুৱাহাটীৰ অম্বিকাগিৰি নগৰত প্ৰতিষ্ঠা কৰা শঙ্কৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ হৈছে এই প্ৰকাৰৰ প্ৰথম বিদ্যালয়।

গামখাৰু

গামখাৰু হৈছে অসমীয়া পুৰুষ-মহিলা উভয়ে সৌন্দৰ্য বৰ্ধনৰ বাবে হাতত পিন্ধা খাৰু বিশেষ। গামখাৰু অসমীয়া গহনাৰ এবিধ পুৰণি অলংকাৰ। পুৰণি দিনত ইয়াৰ ব্যৱহাৰ সাধাৰণ আছিল যদিও বৰ্তমান বিহুৰ সময়তহে নাচনীৰ হাতত গাম খাৰু দেখা যায়। অসমীয়া পুৰুষ-মহিলা উভয়ে ...

জোনবিৰি (অলংকাৰ)

জোনবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ কাঁচি জোনটোৰ দৰে বা কব পাৰি ইয়াৰ আকাৰ অৰ্ধ-চন্দ্ৰৰ দৰে। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাএই অলংকাৰ পৰিধ ...

ঢোলবিৰি

ঢোলবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ ঢোল বাদ্যটোৰ দৰে। ঢোলবিৰিৰ অন্য এটা নাম হৈছে মতাবিৰি । আকৃতিত ডাঙৰ আৰু বাখৰ নোহোৱাকৈ গঢ়া ঢোলবিৰিটো আগতে কেৱল মতা মানুহেহে পিন্ধিছিল বাবে ...

থুৰীয়া

থুৰীয়া কাণত পিন্ধা এবিধ অলংকাৰ। এবিধ বিশেষ বাখৰেৰে এইবিধ অলংকাৰ সজোৱা হয়। থুৰীয়া পিন্ধিবলৈ কাণৰ ফুটাটো যথেষ্ট ডাঙৰ হ’ব লাগিছিল। সেইবাবে সকলোৱে ইয়াক পৰিধান কৰিব নোৱাৰিছিল। আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয় যাতে সকলোৱে পিন্ধিবা পাৰে ...

দুগদুগী

দুগদুগী এবিধ অসমীয়া সোণৰ বিশেষ লকেট। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ডিঙিৰপৰা বুকুলৈ ইয়াক ওলোমাই পিন্ধা হয়। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাএই অলংকাৰ পৰিধান কৰে। ৰঙালী বিহ ...

লোকাপাৰ

লোকাপাৰ হৈছে এবিধ আপুৰুগীয়া কাণত পিন্ধা অলংকাৰ। প্ৰধানকৈ অসমৰ যোৰহাট অঞ্চলত গঢ়োৱা এই অলংকাৰ বিধ পিঠিয়া-পিঠিয়কৈ থকা চাৰিটা পাৰ চৰাইৰ আৰ্হিৰ। সাধাৰণতে ইয়াত ৰঙা আৰু সেউজীয়া পাথৰে সোণত খচিত কৰি গঢ়োৱা হয়। লোকাপাৰক অসমীয়া মহিলাৰ অতি আদৰৰ আৰু হ ...