ⓘ Free online encyclopedia. Did you know? page 94

নাৰায়ণ চন্দ্ৰ বৰকটকী

নাৰায়ণ চন্দ্ৰ বৰকটকী ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ এগৰাকী সাংসদ আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ আগেয়ে বৰকটকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ অসম ...

নৃপেন গোস্বামী

নৃপেন গোস্বামী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। গোস্বামী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।

বদৰুদ্দিন আজমল

বদৰুদ্দিন আজমল অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ। ২০০৯, ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ একেৰাহে তিনিবাৰ ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে। তেওঁ ২০০৪ চনত "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা", পিছলৈ ২০০৯ চনত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰি ...

মণি কুমাৰ চুব্বা

মণি কুমাৰ চুব্বা ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ ক্ৰমে দ্বাদশ, ত্ৰয়োদশ আৰু চতুৰ্দশ লোকসভাত তিনিবাৰৰ বাবে লোকসভাৰ সাংসদ আছিল। তেওঁ অসমৰ তেজপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ আগেয়ে তেওঁ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিধায়ক আছিল। চুব্বা ভাৰতীয় ...

লীলাধৰ কটকী

লীলাধৰ কটকী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২, ১৯৬৭ আৰু ১৯৭১ চনত ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কটকী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য।

হিতেন্দ্ৰ নাথ গোস্বামী

হিতেন্দ্ৰ নাথ গোস্বামী এজন ভাৰতীয় ৰাজনৈতিক নেতা আৰু বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ। ২০১৪ চনৰ ১০ মাৰ্চ তাৰিখে তেওঁ নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ইয়াৰ আগতে তেওঁ অসম গণ পৰিষদৰ সদস্য আছিল। ২০১৩ চনৰ ১৬ ফেব্ৰুৱাৰীত তেওঁ অসম গণ পৰিষদ ...

ৰাজেন গোহাঁই (ৰাজনীতিক)

ৰাজেন গোহাঁই এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা অসমৰ নগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। গোহাঁই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।

অসম গণ পৰিষদ (প্ৰগতিশীল)

অসম গণ পৰিষদ), ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল আছিল। ২০০৫ চনত দল বিৰোধী কাৰ্যকলাপৰ বাবে অসম গণ পৰিষদৰ পৰা বহিস্কৃত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত এই দলটো গঠন হৈছিল। ২০০৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে ...

অসম গণ সংগ্ৰাম পৰিষদ

অসম গণ সংগ্ৰাম পৰিষদ, ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ১৯৯৯ চনত অসম গণ সংগ্ৰাম পৰিষদ গঠিত হৈছিল। অসম গণ সংগ্ৰাম পৰিষদৰ সভাপতি যতীন্দ্ৰ কুমাৰ বৰগোহাঁই। ২০০১ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনত অসম গণ সংগ্ৰাম পৰি ...

অসম জাতীয় পৰিষদ

অসম জাতীয় পৰিষদ চমুকৈ অজাপ ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে এই দল গঠন কৰা হৈছিল। অসমৰ দুই ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দ্বাৰা গঠন কৰা হ ...

অসম জাতীয় সন্মিলন

অসম জাতীয় সন্মিলন ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল আছিল। অসম গণ পৰিষদৰ পৰা বিসম্বাদেৰে আতঁৰি যোৱা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ নেতৃত্বত ১৯৯৮ চনত এই দলটো গঠন হৈছিল। ২০০১ চনত অসম জাতীয় সন্মিলনৰ সাধাৰণ সম্পাদক হেমন্ত বৰ্মন আৰু আন বহু ...

অসম ভাৰতীয় জনতা পাৰ্টী

অসম ভাৰতীয় জনতা পাৰ্টী ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিভাজিত হৈ আতঁৰি গঠন হোৱা অসমৰ এটা ৰাজনৈতিক দল আছিল। অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক আৰু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত ২০০১ চনত এই দলটো গঠন হৈছিল। ২০০১ চনৰ অসম বি ...

ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল

ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল চমুকৈ ইউপিপিএল ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বড়োলেণ্ড অঞ্চলত সক্ৰিয়। ২০১৫ চনৰ ৫ আগষ্ট তাৰিখে দলটি গঠন কৰা হৈছিল। উৰ্খাউ গৌড়া ব্ৰহ্ম ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। দলটি ...

কাছাৰ কংগ্ৰেছ

কাছাৰ কংগ্ৰেছ, ভাৰতৰ অসম ৰাজ্যৰ বৰাক উপত্যকাৰ এটা আঞ্চলিক ৰাজনৈতিক দল আছিল। ২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ আগে আগে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এটা বিসম্বাদী গোটৰ দ্বাৰা কাছাৰ কংগ্ৰেছ গঠন হৈছিল। কাছাৰ কংগ্ৰেছৰ নেতৃত্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ ...

গণ মুক্তি সংগ্ৰাম অসম

গণ মুক্তি সংগ্ৰাম অসম ভাৰতৰ অসমৰ এক নতুন আঞ্চলিক ৰাজনৈতিক দল। এই দল গঠনৰ ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৪থ দ্বি-বাৰ্ষিক অধিৱেশনত অখিল গগৈয়ে কৰে, ২০ মাৰ্চ ২০১৫ত, গান্ধীবাদী নেতা আন্না হাজাৰেৰ ভাষণৰ ঠিক পিছতেই। "এই দল ভাৰতৰ পুঁজীবাদ ব্যৱস্থাক সল ...

তৃণমূল গণ পৰিষদ

তৃণমূল গণ পৰিষদচমুকৈ তৃগপ-TGP ২০০০ চনত অসম গণ পৰিষদ দলৰ বিভাজনৰ দ্বাৰা গঠন হৈছিল। সেই সময়ৰ প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এই দলটো গঠন হৈছিল। দলটোৰ নিৰ্বাচনী প্ৰতীকচিহ্ন আছিল "কাপ-প্লেট"।

বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰন্ট

বড়ো পিপুলছ প্ৰগ্ৰেছিভ ফ্ৰন্ট ২০০৫ চনৰ ১২ এপ্ৰিলত গঠন হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল। ২০০৫ চনত প্ৰথমবাৰৰ বাবে হোৱা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াজ ডিষ্ট্ৰিক্টৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ উদ্দেশ্য এই দলটো গঠন কৰা হৈছিল।

সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনী

সংযুক্ত জনজাতি জাতীয় মুক্তি ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। সংযুক্ত জনজাতি জাতীয় মুক্তি অসম ভৈয়াম জনজাতি পৰিষদৰ পৰা বিভাজিত গোট অসম ভৈয়াম জনজাতি পৰিষদৰ উদ্যোগত ১৯৮৪ চনত গঠিত হৈছিল। সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনীয়ে অসমৰ বড়ো জন ...

সংযুক্ত সংখ্যালঘূ মৰ্চা

সংযুক্ত সংখ্যালঘূ মৰ্চা, অসম ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা), নাগৰিক অধিকাৰ সুৰক্ষা সমিতি) আৰু অন্যান্য ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ গোটৰ দ্বাৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলন আৰু অসম চুক্তিৰ ...

স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি

স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতি, ভাৰতৰ অসম ৰাজ্যৰ কাৰ্বি আংলং জিলাক সুকীয়া ৰাজ্য হিচাপে প্ৰতিস্থা কৰাৰ দাবীৰে গঢ় লৈ উঠা কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া লিবাৰেচন Liberation)ৰ এটা গণ সংগঠন আছিল। স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতিৰ অধীনত কেইবাটাও লোকস ...

ৰাইজৰ দল

ৰাইজৰ দল ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে এই দল গঠন কৰা হৈছিল। কৃষক নেতা আৰু তথ্য জনাৰ অধিকাৰ কৰ্মী অখিল গগৈ আৰু শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ মাজত ৰাজনৈতিক মতানক্যৰ এই দল অস্তিত্বল ...

পাথাৰকান্দি (বিধানসভা সমষ্টি)

পাথাৰকান্দি বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ২ হৈছে পাথাৰকান্দি বিধানসভা সমষ্টিৰ ক্ৰমাংক। পাথাৰকান্দি কৰিমগঞ্জ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্ত ...

ৰাতাবাৰী (বিধানসভা সমষ্টি)

ৰাতাবাৰী বিধান সভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১ হৈছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ ক্ৰমাংক। এই সমষ্টি অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ৰাতাবাৰী কৰিমগঞ্জ জিলাৰ পাঁচটা বিধানসভা সমষ্ ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫১

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫১ স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। ভোটগ্ৰহণ ২৫ অক্টোবৰ,১৯৫১ৰ পৰা ২১ ফেব্ৰুৱাৰী, ১৯৫২লৈ চলিছিল। সৰ্বপ্ৰথম ভোটগ্ৰহণ হিমাচল প্ৰদেশৰ চিনি জিলাত অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২ তৃতীয় লোকসভা গঠনৰ উদ্দেশ্যে ১৯৬২ চনৰ ১৯ ফেব্ৰুৱাৰীৰৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। পূৰ্বৱৰ্তী নিৰ্বাচনৰ দৰে এইটো নিৰ্বাচনত কোনো লোকসভা সমষ্টিতে দুজনকৈ সাংসদ নিৰ্বাচন কৰা হোৱা নাছিল। এই নিৰ্বাচনটোকে ধৰি পিছলৈ সকল ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬৭

১৯৬৭ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৪ৰ্থ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। ১৭ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ ভোটদান হোৱা এই নিৰ্বাচনটোত ৫২০খন এজনীয়া সদস্যৰ আসনে ভাৰতৰ ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল। বিগত নিৰ্বাচনটোতক ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭১

১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৫ম লোকসভা গঠন কৰিবলৈ অনুষ্ঠিত হৈছিল। এখনীয়া আসনৰ ৫১৮টা সমষ্টিয়ে ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল। কংগ্ৰেছ দল বিভাজন হোৱাৰ পিছতো ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে দৰিদ্ৰতা নিৰ্ ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭৭

১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ত বিভিন্ন ঘটনাপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসনৰ বাঘজৰী হেৰুৱাবলগীয়া হৈছিল। ২১মহীয়া অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থাৰ সামৰণি পেলাই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ষষ্ঠ লোকসভা গঠনৰ উ ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৮৯

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৮৯ নৱম লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত ৰাজীৱ গান্ধীৰ পৰাজয় হৈছিল, কাৰণ বিৰোধী দলবোৰে একগোট হৈ জাতীয় মৰ্চাৰ অধীনত এখন সংখ্যালঘু চৰকাৰ গঠন কৰিছিল। প্ৰধান মন্ত্ৰী হৈছিল বিশ্বনাথ প্ৰতাপ সিং। ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৬

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৬ ১১শ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনৰ ফলাফলে এখন ওলমা সংসদ দিবলৈ সক্ষম হৈছিল আৰু ফলস্বৰূপে ১৯৯৮ চনত ভাৰতবৰ্ষত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল। মাত্ৰ ২বছৰৰ চমু কালচোৱাত দেশখনে ৩জনকৈ ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৮

১৯৯৮ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ইন্দৰ কুমাৰ গুজৰাল চৰকাৰৰ পতন আৰু ১৯৯৬ চনত গঠন কৰা দ্বাদশ লোকসভাৰ ভঙ্গ হোৱাৰ পিছত অনুষ্ঠিত হৈছিল। জৈন কমিচনৰ প্ৰতিবেদনত ৰাজীৱ গান্ধী হত্যা ষড়যন্ত্ৰত দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম জড়িত বুলি উল্লেখ থকাৰ অভিযোগ উঠে। সেই আ ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৯

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৯৯ ৫ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ কাৰ্গিল যুদ্ধৰ কেইমাহমান পিছতে অনুষ্ঠিত হৈছিল। ত্ৰয়োদশ লোকসভা গঠন কৰাৰ উদ্দেশে অনুষ্ঠিত কৰা এই নিৰ্বাচনৰ এক বিশেষ ঐতিহাসিক গুৰুত্ব আছে। প্ৰথমবাৰৰ বাবে ভাৰতত বিভিন্ন ৰাজনৈতিক দলসমূহৰ দ্বাৰ ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪

ভাৰতৰ সাধাৰণ নিৰ্বাচন,২০১৪ ৰ যোগেদি দেশখনৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচন কৰি ষোড়শ লোকসভা গঠন কৰা হয়। ৭ এপ্ৰিল, ২০১৪ৰ পৰা ২৪ মে, ২০১৪লৈ মুঠ নটা পৰ্যায়ত হোৱা দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন। ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ভাৰতৰ মুঠ ভ ...

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৯

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৯ সপ্তদশ লোকসভা গঠন কৰাৰ উদ্দেশ্যে ২০১৯ৰ ১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈ সাতটা স্তৰত অনুষ্ঠিত হ’ব। ভোটগণনা সম্পন্ন হ’ব ২৩ মে’ত। লোকসভা নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্য- অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা আৰু চিক্কিমৰ বিধানসভা নিৰ্ ...

অসমীয়া সাহিত্যৰ চানেকি

অসমীয়া সাহিত্যৰ চানেকি অসমীয়া সাহিত্যৰ চানেকি অসমৰ একমাত্ৰ প্ৰথম দৈনিক ই আলোচনী। প্ৰথমতে এই আলোচনীখন তিনিজন যুৱকৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছিল বোকাখাটৰ ৰিণ্টু কুৰ্মী, নুমলীগড়ৰ দুলাল ৰবিদাস আৰু যোৰহাটৰ ৰিংকু ৰাজোৱাৰৰ সহযোগত। অসমীয়া সাহিত্যৰ চানে ...

অসমীয়া ৱিকিউৎস

অসমীয়া ৱিকিউৎস ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিব ...

আমি অসমীয়া

আমি অসমীয়া অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে এই আলোচনীখন প্ৰথম সংখ্যাটি প্ৰকাশ হয়। ফেচবুকৰ ‘আমি অসমীয়া’ নামৰ এটি গোটৰ জৰিয়তে এই আলোচনীখনে আত্মপ্ৰকাশ কৰিছিল। আলোচনীখনক ১৮৬০ চনৰ "Societies Act XXI" অনুসৰি ২ ...

এনাজৰী

এনাজৰী হৈছে এখন দ্বিভাষীক আৰু প্ৰথম অসমীয়া অনলাইন আলোচনী। ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে এই ৱেৱছাইট গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ প্ৰসিদ্ধ সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰে। আলোচনীখনৰ মুখ্য সম্পাদক আৰু মুখ্য পৰিকল্পনাকাৰী হ’ল হিমজ্যোতি তালুকদাৰ। ...

চাকৰি ডট অৰ্গ

চাকৰি ডট অৰ্গ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিৰ নিয়োগ সংক্ৰান্তীয় বাতৰি প্ৰকাশ কৰা এটা ৱেবছাইট। ২০১০ চনৰ ১০ জুনত ইয়াক মুকলি কৰা হয়।

দৈনিক চুটি বুদ্ধি

দৈনিক চুটি বুদ্ধি হৈছে অসমীয়া বিদ্ৰূপাত্মক হাস্যৰসৰ ৱেবছাইট। সমাজ, ৰাজনীতি, শিক্ষা আদি সম্পৰ্কীয় ব্যঙ্গাত্মক, প্ৰহসন লিখনীৰ উপৰি কৌতুক, কাৰ্টুন, সাধু, আন ভাষাৰ তেনে লিখনিৰ অসমীয়া অনুবাদ আদি ইয়াত প্ৰকাশ কৰা হয়। ২০১১ চনৰ ১০ অক্টোবৰত এই ৱেবছাইট ...

নীলা চৰাই

মৌলিক, চিন্তা উদ্ৰেককাৰী আৰু নতুনত্ব থকা লেখা, আলোকচিত্ৰ, ছবি আদি প্ৰকাশেৰে অসমীয়া ভাষা-সাহিত্যলৈ ইউনিক’ডৰ মাধ্যমেৰে অৱদান আগবঢ়োৱা এই আলোচনীখনৰ উদ্দেশ্য।

প্ৰথম খবৰ

প্ৰথম খবৰ ‍ অসমীয়া ভাষাৰ এটা নিউজ পোৰ্টেল। ২০১৭ চনৰ ১৫ এপ্ৰিলত আৰম্ভ কৰা এই নিউজ পোৰ্টেলটোৱে ৰাজ্যখনৰ বিভিন্ন খবৰ প্ৰকাশ কৰি আহিছে। স্থানীয় সংবাদৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ ৰাজনৈতিক খবৰলৈ প্ৰখম খবৰত প্ৰকাশ হৈ আহিছে। নিউজ পোৰ্টেলটোৰ সম্পাদক হৈছে ৰু ...

মণিকূট (ই-আলোচনী)

মণিকূট অসমীয়া ভাষাত ইউনিকোডত প্ৰকাশিত এখন মাহেকীয়া মাল্টিমিডিয়া ই-আলোচনী। ২০১৮ চনৰ ১৫ আগষ্টত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ কৰা হয়। প্ৰথম দুবছৰ আলোচনীখন দুমহীয়া আছিল আৰু প্ৰতি দুমাহৰ মূৰত ১৬ তাৰিখে আলোচনীখন প্ৰকাশ পাইছিল। কিন্তু ২০২০ চনৰ ...

সংবাদ প্ৰহৰী

সংবাদ প্ৰহৰী৷ সত্য আৰু ন্যায়ৰ সপক্ষে কেৱল অসমীয়া ভাষাত প্ৰতিটো সংবাদ, সবাতোকৈ আগত পাঠক সমাজৰ আগত দাঙি ধৰাৰ উদ্দেশ্য আগত ৰাখি Save Media Solution A Unit of SAVEৰ দ্বাৰা পৰিচালিত প্ৰথমটো ৱেবমিডিয়া হৈছে ‘সংবাদ প্ৰহৰী’৷ বিশিষ্ট সাংবাদিক ছৈয়দ বুলব ...

সন্ধান ডট কম

সন্ধান হৈছে অসমীয়া ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷ তদুপৰি ২০১৬ চনত ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা ল ...

অসমৰ তেল শোধনাগাৰ

বৰ্তমান অসমত চাৰিটা তেল শোধনাগাৰ আছে। ডিগবৈত ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে প্ৰথমটো শোধনাগাৰ স্থাপন কৰিছিল। ইয়াৰ পাছত ক্ৰমে ১৯৬২ চনত গুৱাহাটীত প্ৰথমটো ৰাজহুৱা খণ্ডত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকাত, ১৯৭৯ চনত ৪৪৫.১৫ কোটি টকাত বঙাইগা ...

অসমৰ বয়ন শিল্প

অসমৰ বয়ন শিল্প বা হস্ততাঁত শিল্প অসমৰ এক গুৰুত্বপূৰ্ণ কুটিৰ শিল্প। অসমৰ বাবে গৌৰৱৰ কথা যে ভাৰতৰ মুঠ ২৮ লাখ তাঁতশালৰ ১৩ লাখ তাঁতশাল অসমতে আছে। বেছিভাগ তাঁতশালেই ভৰিৰে চলোৱা হয়। বাণিজ্যিকভাৱে বস্ত্ৰ উৎপাদন কৰা শুৱালকুছিৰ একাংশ তাঁতশালহে যন্ত্ৰচালিত।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ

অসমত দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদন হয়। ভাৰতত উৎপাদিত মুঠ চাহৰ পঁচপন্ন শতাংশ চাহপাত আৰু দেশৰ ৰপ্তানিৰ আশী শতাংশ চাহপাত অসমে বহন কৰে। সেইসূত্ৰে ১৯৬০চনৰ পৰাই অসমত এটা চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ চিন্তা-চৰ্চা চলি আছিল। গুৱাহাটী চাহ নিলাম সমিত ...

নগাঁও কাগজ কল

নগাঁও কাগজ কল অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত এক কাগজ কল। ১৯৭০ চনত প্ৰতিষ্ঠা কৰা এই উদ্যোগটোৰ উৎপাদন আৰম্ভ হয় ১৯৮৫ চনৰ পৰা। ই কলটো কাগজ উৎপাদনত এছিয়াৰ ভিতৰতে প্ৰথম।

লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ

লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ হৈছে অসম শক্তি উৎপাদন নিগমৰ অধীনস্থ এক গেছ ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প । ই শিৱসাগৰ নগৰৰ পৰা পূৱ দিশত প্ৰায় ৩০ কিঃ মিঃ দুৰত্বত ধোদৰ আলিৰ দাঁতিত মাইবেলা নামে ঠাইত অৱস্থিত । পূৰ্বৰ শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত এ ...