ⓘ Free online encyclopedia. Did you know? page 95

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় অসমৰ গুৱাহাটীত অৱস্থিত এখন চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ই উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন দন্ত চিকিৎসাৰ মহাবিদ্যালয়।‌ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ১৯৮২ চনত প্ৰতিস্থা কৰা হয়।‌ মহাবিদ্যালয়খন ভাৰ ...

গৌহাটী চিকিৎসা মহাবিদ্যালয়

গৌহাটী চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ নৰকাসুৰ পাহাৰত অৱস্থিত অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়। ১৯৬০ চনত অসম চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰে। জন্মলগ্নৰে পৰা ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক, স্নাতকোত্ত ...

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আয়ুৰ্বেদিক চিকিৎসাৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান। ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খন জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পথত অৱস্থিত। প্ৰথমতে ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক ...

চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়

চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে। চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয ...

চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ

চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে কাছাৰ জিলাৰ শিলচৰত এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে। চৰকাৰী দন্ত চিকি ...

ড° ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান

ড॰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান, চমুকৈ BBCI অসমৰ মুখ্য নগৰ গুৱাহাটীৰ গোপীনাথ বৰদলৈ নগৰ অঞ্চলত অৱস্থিত এখন স্বায়ত্তশাসিত কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ। এগৰাকী মহান চিকিৎসক আৰু স্বাধীনতা সংগ্ৰামী ড॰ ভুৱনেশ্বৰ বৰুৱাৰ নামেৰ না ...

ডিফু চিকিৎসা মহাবিদ্যালয়

ডিফু চিকিৎসা মহাবিদ্যালয় অসমৰ পূব কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০১৯ চনৰ ২৫ নৱেম্বৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ সপ্তম চিকিৎসা মহাবিদ্যালয়। অসমৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভা ...

তেজপুৰ চিকিৎসা মহাবিদ্যালয়

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হৈছে অসমৰ ষষ্ঠখন চিকিৎসা মহাবিদ্যালয়। অসমৰ মাননিয় মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৩ চনত এই মহাবিদ্যালয়খন উদ্বোধন কৰে। ভাৰতীয় চিকিৎসা পৰিষদৰ পৰিদৰ্শনৰ পিছত ২০১৪-১৫ বৰ্ষৰ পৰা ১০০ জন চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাম ...

ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়

ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়খন শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য ব ...

যোৰহাট চিকিৎসা মহাবিদ্যালয়

যোৰহাট চিকিৎসা মহাবিদ্যালয় হৈছে অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়। ই সমগ্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকৰ স্বাস্থ্য সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অসমৰৰ মাননিয় মুখ্যমন্ত্ৰী তৰ ...

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান

ভাৰতবৰ্ষত ব্ৰিটিছৰ আগমণৰ পৰাহে মানসিকভাৱে অসুস্থ লোকক আনৰপৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে ফাটেকত থোৱাৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমান ৮১ একৰ মাটিকালিৰ এই প্ৰতিষ্ঠানটোত মুঠ ৩৩৬ জন পুৰুষ-মহিলাৰ বাবে পৃথক পৃথক থকাৰ ব্যৱস্থা, চিকিৎসক-কৰ্মচাৰীৰ বাবে আৱাস, পেথ’ল ...

শিলচৰ চিকিৎসা মহাবিদ্যালয়

শিলচৰ চিকিৎসা মহাবিদ্যালয় অসম চৰকাৰে ১৯৬৮ চনত কাছাৰ জিলাৰ শিলচৰত প্ৰতিষ্ঠা কৰে। এইখন অসমৰ বৰাক উপত্যকাৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়। শিলচৰ চিকিৎসা মহাবিদ্যালয়ে অসমৰ লগতে মিজোৰাম, উত্তৰ ত্ৰিপুৰা, পশ্চিম মণিপুৰ আৰু দক্ষিণ মেঘালয়ক ...

অসমৰ সংমণ্ডল

প্ৰশাসনিক সুবিধাৰ বাবে অসমক পাঁচটা প্ৰশাসনিক বিভাগত ভাগ কৰা হৈছে। এই প্ৰশাসনিক বিভাগ বোৰকে সংমণ্ডল বোলা হয়। প্ৰতিটো সংমণ্ডল কেইখনমান জিলাৰ সমষ্টি। এই বিভাগ সমূহ সংমণ্ডলীয় কমিছনাৰৰ দ্বাৰা শাসিত।

অসমৰ স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদসমূহৰ তালিকা

প্ৰশাসনৰ সুবিধাৰ বাবে ভাৰতত স্বায়ত্বশাসনৰ ব্যৱস্থা আছে। চৰকাৰত স্থানীয় জনজাতীয় লোকৰ প্ৰত্যক্ষ যোগদানৰ বাবে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰণত কিছুমান স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হয়। ভাৰতত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা স্বায়ত্বশাসিত অঞ্চল সম ...

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ বা ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ অসমৰ এটা স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি ডিমা হাছাও জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা ...

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ অসমৰ এখন স্বায়ত্বশাসিত জিলা পৰিষদ। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ স্থানীয় প্ৰশাসন আৰু এই জিলাৰ পাৰ্বত্য জনজাতি সকলৰ উন্নয়নৰ বাবে এই পৰিষদ গঠন কৰা হৈছে। ইয়াৰ মু ...

দেউৰী স্বায়ত্বশাসিত পৰিষদ

দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্ত্বশাসিত অঞ্চলৰ পৰিষদ। দেউৰী জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ত্ব শাসনৰ বাবে অসম চৰকাৰে ২০০৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৭ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। দেউৰী জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, ...

বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ

বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। ইয়াৰ স্থাপনা হৈছে ২০২০ চনত।

মটক স্বায়ত্বশাসিত পৰিষদ

মটক স্বায়ত্বশাসিত পৰিষদ হৈছে জাতিগত মটক জনগোষ্ঠীৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৰতৰ অসম ৰাজ্যৰ এক স্বায়ত্বশাসিত প্ৰশাসনিক বিভাগ। এইটো ২০২০ চনত গঠন কৰা হৈছিল।

মিচিং স্বায়ত্বশাসিত পৰিষদ

মিচিং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। মিচিং জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজ ...

মৰাণ স্বায়ত্বশাসিত পৰিষদ

মৰাণ স্বায়ত্বশাসিত পৰিষদ মৰাণ জনগোষ্ঠীৰ উন্নয়ত আৰু সুৰক্ষাৰ বাবে ২০২০ চনত গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ বা স্বায়ত্বশাসিত পৰিষদ।

ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ

ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। ৰাভা জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। ৰাভা জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সাম ...

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসমৰ এটা আগশাৰীৰ ছাত্ৰ সংগঠন। ১৯৭৮ চনত গঠিত হোৱা এই ছাত্ৰ সংগঠনটোৰ উদ্যোগত ১৯৯৯ চনত অসমৰ ৰাজনৈতিক দল অসম গণ সংগ্ৰাম পৰিষদৰ জন্ম হৈছিল।

অসম বিজ্ঞান লেখক সংস্থা

অসম বিজ্ঞান লেখক সংস্থা ৰ প্ৰতিষ্ঠা হয় ১৯৯৯ চনৰ ২০ নৱেম্বৰত যোৰহাট জিলাৰ চন্দ্ৰকান্ত ভৱনত। প্ৰথমবাৰৰ বাবে দীনেশ চন্দ্ৰ গোস্বামীৰ নেতৃত্বত অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰতিষ্ঠা হয়। এই সংস্থা ২০০১ চনৰ ১০ জানুৱাৰী তাৰিখে ছ’চাইটিজ ৰেজিষ্ট্ৰেচন এক্ট XX ...

অসমীয়া যুৱ উন্নয়ন পৰিষদ

২০১৭ চনত তেজপুৰৰ মজিয়াত অসমীয়া যুৱ উন্নয়ন পৰিষদ গঠন হয়। ২০১৭ চনৰ আগষ্ট মাহৰ ১৬ তাৰিখত তেজপুৰত এক সাধাৰণ সভাৰ আয়োজন কৰা হয় আৰু এই সভা খনতেই অসমৰ যুৱ প্ৰজন্মৰ উন্নয়ন,বাল্য বিবাহ ৰোধ,শিশু শ্রমিক ৰোধ,শিক্ষাৰ দিশত সজাগতা আদি বিভিন্ন লক্ষ্য আগত ...

অৰণ্যক

অৰণ্যক বন্যপ্ৰাণী সম্পৰ্কীয় এখন বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিখ্যাত বন্যপ্ৰাণীৰ লগত জড়িত বেচৰকাৰী প্ৰতিষ্ঠান। এইখন ভাৰতৰ অন্যতম বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণাৰ পৰিৱেশিক প্ৰতিষ্ঠান। সমগ ...

কৃষক মুক্তি সংগ্ৰাম সমিতি

কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ এটা কৃষক সংগঠন। ২০০৫ চনত অসমৰ সক্ৰিয় ৰাজহুৱা কৰ্মী অখিল গগৈৰ নেতৃত্বত গঠিত এই সংগঠনটোৱে অসমৰ ৰাজহুৱা বিভিন্ন বিষয়ৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে। চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাত-ত সংঘটিত হৰলুকি উদ্ঘাটন, মহাত্ম ...

নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড

এনডিএফবি বা নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড হৈছে এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন যিয়ে বড়োসকলৰ বাবে এখন সাৰ্বভৌম বড়োলেণ্ডৰ পোষকতা কৰে। এই সংগঠনটো ভাৰত চৰকাৰে এক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। ১৯৮৬ চনত গঠন হোৱা বড়ো ছিকিউৰিটি ফৰ্চ ...

নেচাৰ্চ বেকন

নেচাৰ্চ বেকন হৈছে উত্তৰ-পূব ভাৰতৰ এক বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন। ১৯৮২ চনত সামাজিক উদ্যোগীৰ সংস্থা অশোকৰ সদস্য সৌম্যদ্বীপ দত্তই নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠা কৰে আৰু ১৯৯১ চনত সংগঠনটোৱে ভাৰতৰ ৰেজিষ্ট্ৰাৰ অফ ছ’চাইটীজ এক্ট বা সমিতি পঞ্জীকৰণ আইনৰ অধীনত পঞ ...

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হৈছে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সঙ্ঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শঙ্কৰাব্দ ন ...

সংযুক্ত মুক্তি বাহিনী, অসম

সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফা অসমৰ সাৰ্বভৌমত্ব দাবী কৰা ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত এটি সংগঠন। ১৯৯০ চনত সংগঠনটোক উগ্ৰপন্থীৰ শাৰীত ৰাখি নিষিদ্ধ ঘোষিত কৰা হয়। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সংগঠনটোক পৰ্য্যায়ক্ৰমে অন্যান্য গোটসমূহৰ শাৰীত ৰখা ...

সদৌ অসম কবি সন্মিলন

সদৌ অসম কবি সন্মিলন অসম সাহিত্য সভাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ কাব্য সংগঠন। আধুনিক কাব্যধাৰাক গতিশীল কৰি ৰাখিবলৈ এখন মুকলি মঞ্চৰ প্ৰযোজন অনুভৱ কৰি নামৰূপৰ ‘সমলয় কবি চক্ৰ’ৰ উদ্যোগত জনতাৰ কবি ৰাম গ‍গৈ প্ৰমুখ্যে বহুকেইজন বৰেণ্য কবিৰ যৌথ প্ৰচে ...

সদৌ অসম ছাত্ৰ সন্থা

সদৌ অসম ছাত্ৰ সন্থা অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন। বাংলাদেশৰ পৰা অসমলৈ হোৱা অনুপ্ৰবেশৰ বিৰুদ্ধে ছবছৰীয়া অসম আন্দোলনৰ নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিছিল। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অসম গণ পৰিষদ ...

সদৌ অসম লেখিকা সমাৰোহ সমিতি

সদৌ অসম লেখিকা সমাৰোহ সমিতি অসমৰ এক বেচৰকাৰী সংগঠন যিয়ে সাহিত্যৰ জৰিয়তে অসমৰ নাৰী সমাজৰ বিকাশৰ হকে কাম কৰি আহিছে। ১৯৭৪ চনত স্থাপিত হোৱা এই সমিতিৰ সৰ্বমুঠ শাখাৰ সংখ্যা দুশতকৈও অধিক। সংগঠনটিৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত।

সদৌ টাই আহোম ছাত্ৰ সন্থা

সদৌ টাই আহোম ছাত্ৰ সন্থা বা চমুকৈ আটাছো হল অসমৰ এটা আগশাৰী জনগোষ্ঠীয় ছাত্ৰ সংগঠন। ই টাই আহোম জনগোষ্ঠীৰ ছাত্ৰ সমাজ মিলিত হৈ গঠন হৈছে। ই বৰ্তমান অসমৰ এটা বৃহৎ টাই আহোম জনগোষ্ঠীয় সংগঠন।

মালিনী থান

মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই। প্ৰতি বছৰে এই প্ৰৱিত্ৰ ঠাইত অনেক পৰ্যটকে ভিৰ কৰা দেখা যায়। এই ঠাই অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত। এই থানৰ ধ্বংসাৱশেষসমূ ...

ক্ৰিষ্টোফাৰ কলম্বাছ

ক্ৰিষ্টোফাৰ কলম্বাছ আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়। যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল । তথাপি তেখেতৰ অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত নতুন সংযোগ স্থাপন কৰিছিল, যাৰ ফলত আ ...

জেমছ কুক

কেপ্টেইন জেমছ কুক এজন ব্ৰিটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক আছিল। কুকে প্ৰশান্ত মহাসাগৰ ভ্ৰমণ কৰাৰ আগতে নিঊ ফাউণ্ডলেণ্ডৰ নিখুঁত নক্সা আঁকি ওলিয়াইছিল। অষ্ট্ৰেলিয়াৰ পূৱ পাৰ আৰু হাৱায় দ্বীপ ভ্ৰমণ কৰা তেওঁ প্ৰথম ইউৰোপী ...

টুৰ হেয়াৰ্ডাল

টুৰ হেয়াৰ্ডাল অক্টোবৰ ৬, ১৯১৪ – এপ্ৰিল ১৮, ২০০২) হৈছে বিশ্ববিখ্যাত ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ। তেওঁ কন্-টিকিৰে যাত্ৰা কৰাৰ বাবে জনাজাত।

ফা-হিয়েন

ফা-হিয়েনৰ জীৱনকাল ৩৭৩ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দ। বৃত্তিগতভাৱে তেওঁলোকৰ পৰিয়ালটো বৌদ্ধবিহাৰৰ লগত জড়িত আছিল। পৰিয়ালৰ চাৰিজন সন্তানৰ ভিতৰত ফাহিয়েন আটাইতকৈ সৰু। কিন্তু ডাঙৰ ককায়েকৰ মৃত্যুৰ বাবে ফাহিয়েন সৰুতেই বৌদ্ধবিহাৰৰ কামত জড়িত হয়। ...

ফাৰ্ডিনেণ্ড মেগালান

ফাৰ্ডিনেণ্ড মেগালান এজন পৰ্টুগীজ অভিযাত্ৰী আছিল যিয়ে ১৫১৯-২২ চনৰ ভিতৰত স্পেনিচ ৰজাৰ অধীনত ইষ্ট ইণ্ডিজলৈ এক অভিযানৰ আয়োজন কৰিছিল, যি আছিল পৃথিৱীৰ সমগ্ৰ বৃত্তাকায় সামৰি লোৱা প্ৰথমটো সফল অভিযান। ১৪৮০ চনত ফাৰ্ডিনেণ্ড মেগালান এক সম্ভ্ৰান্ত পৰ্টুগীজ ...

ভাস্কো দা গামা

ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি আছিল। তেওঁৰ ভ্ৰমণে এছিয়া আৰু ইউৰোপক সংযোগ কৰাৰ লগতে আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰকো সংযোগ কৰিছিল। তেওঁ প্ৰথমটো ভাৰতম ...

হিউৱেন-চাং

হিউৱেন-চাং এজন বৌদ্ধ ধৰ্মীয় চীনা পৰিব্ৰাজক আছিল। তেখেত এজন বিশ্ববিখ্যাত তীৰ্থযাত্ৰী, যিজনে ষোল্ল বছৰ কাল ভাৰতত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থবোৰ সংস্কৃত ভাষাৰপৰা নিজৰ ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল। বৌদ্ধ ভীক্ষু ককায়েকৰ অনুপ্ৰেৰণাতে তেওঁ বৌদ্ধ ধৰ্ম ...

এপল ১১

এপল ১১ আছিল প্ৰথম মহাকাশ অভিযান যাৰ সহায়ত প্ৰথম বাৰৰ বাবে মানুহে চন্দ্ৰত ভৰি দিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২০ জুলাই ১৯৬৯ চনত এপল লুনাৰ মডুল ঈগলক চন্দ্ৰপৃষ্ঠত নমাইছিল। ইয়াৰ প্ৰায় ৬ঘণ্টাৰ পাছত নীল আৰ্মষ্ট্ৰঙে প্ৰথম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠ ...

ইউনিট ৭৩১

দ্বিতীয় বিশ্বযুদ্ধৰ দ্বিতীয় চীন-জাপান যুদ্ধৰ সময়ছোৱাত প্ৰাণনাশী মানৱ সম্পৰীক্ষা কৰা জাপানী সেনাৰ এটা গোপন জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ গৱেষণা আৰু বিকাশ গোটক ইউনিট ৭৩১ বোলা হয়। ৰাজকীয় জাপানী সেনাই কৰা কিছুমান কুখ্যাত যুদ্ধ অপৰাধৰ বাবে ই দায়ী আ ...

ইহুদী গণহত্যা

ইহুদী গণহত্যা বা হলকাষ্ট আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপীয় ইহুদী ধৰ্মালম্বী লোকসকলৰ ওপৰত কৰা গণহত্যা। ১৯৪১ চনৰ পৰা ১৯৪৫ চনৰ মাজত জাৰ্মান অধিকৃত ইউৰোপত নাজী জাৰ্মানী আৰু ইয়াৰ সহযোগীসকলে নিয়মিতভাবে প্ৰায় ৬০ লাখ ইহুদীক হত্যা কৰেছিল, এয়া আ ...

কামিকাজি

কামিকাজি, আনুষ্ঠানিকভাৱে Tokubetsu Kōgekitai বুলিলে দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰফালে মিত্ৰ পক্ষৰ জাহাজৰ ওপৰত আত্মঘাতী আক্ৰমণ চলোৱা জাপানী বৈমানিকসকলক বুজায়। পৰম্পাৰগত বিমান আক্ৰমণতকৈ অধিক ক্ষতি কৰিবলৈ এই পন্থা লোৱা হৈছিল। যুদ্ধৰ সময়ছোৱাত প্ৰায় ৩, ...

বিশ্বকাপ ক্ৰিকেট ২০১৯

বিশ্বকাপ ক্ৰিকেট ২০১৯ চনৰ ৩০ মেৰ পৰা ১৪ জুলাইলৈকে ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত কৰা হব, ই হৈছে দ্বাদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ১৯৭৫, ১৯৭৯, ১৯৮৩ আৰু ১৯৯৯ চনৰ সৈতে এইবাৰ ইংলেণ্ড আৰু ৱেলছে পঞ্চমবাৰলৈ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰ ...

মামী

মামী হল প্ৰাচীন ইজিপ্তৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা মানুহ মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল। সাধাৰণতে পুৰণি মিছৰৰ ৰাজপৰিয়ালৰ স ...

স্ফিংছ

স্ফিংছ ক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিল্পকলা বুলি বিশ্বাস কৰা হয়। ৪৫০০ বছৰ পুৰণি শিল্পকলাটো ইজিপ্তৰ এক উল্লেখযোগ্য পিৰামিড গিজাৰ কাষত অৱস্থিত। এটুকুৰা চূণৰ পাথৰত মহান স্ফিংছৰ নক্সা কটা হৈছে আৰু পৃথিৱীৰ ...