ⓘ Free online encyclopedia. Did you know? page 98

হাৰ্হি দেৱালয়

হাৰ্হি দেৱালয় অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানা চহৰৰ পৰা প্ৰায় চাৰি কিঃমিঃ উত্তৰ-পূবে হাৰ্হি নদীৰ পাৰত অৱস্থিত এক দেৱালয়। ঢকুৱাখানত প্ৰচলিত জনশ্ৰুতি অনুসৰি হাৰ্হি শব্দটো পূৰ্বে সাৰ্হি আছিল। এই অঞ্চলৰ লোকে ‘‘সাৰ্হি’’ শব্দটো জাগ্ৰত অৰ্থত ব্য ...

ৰুদ্ৰপদ দেৱালয়

ৰুদ্ৰপদ দেৱালয় তেজপুৰ চহৰৰ উত্তৰ দিশত, ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা পাহাৰৰ ওপৰত অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি ভগৱান শিৱ‍ই তেওঁৰ বাওঁভৰিৰ এটা চাপ মন্দিৰৰ শিলাখণ্ড এটুকুৰাত এৰি থৈ গৈ ...

ৰুদ্ৰেশ্বৰ দেৱালয়

ৰুদ্ৰেশ্বৰ দেৱালয় বা ৰুদ্ৰেশ্বৰ মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উছৰ্গিত এখন মন্দিৰ। ই ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰৰ ৰুদ্ৰেশ্বৰ গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৭৪৯ খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ স্ম ...

ভাস্কৰাচাৰ্য

ভাস্কৰাচাৰ্য এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ কৰ্ণাটকৰ বিজাপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ "সিদ্ধান্ত শিৰোমণি" আৰু "কৰণ কৌতুহল" নামৰ দুখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল। সিদ্ধান্ত শিৰোমণি চাৰিটা ভাগত বিভক্ত আছিল- লীলাৱতী, বীজগণিত, গ্ৰহগণ ...

জ্যামিতি

জ্যামিতি গণিতশাস্ত্ৰৰ অন্তৰ্ভুক্ত এটা শাখা। এই বিষয়ত আকৃতিৰ বিষয়ে অধ্যয়ন কৰা হয়। জ্যামিতিক স্থান বা জগতৰ বিজ্ঞান হিচাপে গণ্য কৰা যায়। পাটীগণিতত যিদৰে গণনা সংক্ৰান্তিয় আমাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰা হয়, তেনেদৰে জ্যামিতিত স্থান বা ...

কোণ

কোণ, দুডাল সৰলৰেখাই এটা বিন্দুত উৎপন্ন কৰা চুক। বা এটা সাধাৰণ বিন্দুৰ পৰা যাত্ৰা কৰা দুডাল ৰশ্মিয়ে উক্ত বিন্দুত যি এটা চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে। ইয়াত ৰশ্মি বা ৰেখা দুডালক কোণটোৰ বাহু বুলি কোৱা হয়। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা ...

পাই

পাই হ’ল বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত, যি এক ধ্ৰূৱক: গণিতবিদৰ মতে পাই হ’ল বিশ্বৰ সবাতোকৈ সুন্দৰ সংখ্যা । গণিতৰ ইতিহাসৰ বিখ্যাত সংখ্যা πৰ বুৰঞ্জীও অতি বৈচিত্ৰ্যপূৰ্ণ আৰু দীঘলীয়া। পাই এটি গুৰুত্বপূৰ্ণ গাণিতিক তথা বৈজ্ঞানিক ধ্ৰুৱক। ইউক্লিডীয় জ্যা ...

পাইথেগাৰাছৰ উপপাদ্য

পাইথেগাৰাছৰ উপপাদ্য হল এটি তত্ব, জ্যামিতিৰ এই তত্বটো পাইথেগাৰাছে প্ৰথম প্ৰমাণ কৰিছিল। ইয়াৰ প্ৰথম প্ৰয়োগ বেবিলোনিয়া আৰু ভাৰতত হৈছিল। পাইথাগৰিয়ান তত্ব মতে এটি ত্ৰিভুজত যদি কোনো এটি কোণৰ জোখ ৯০ ডিগ্ৰী হয়, অৰ্থাৎ সমকোনী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহ ...

পাস্কেলৰ ত্ৰিভুজ

পাস্কেলৰ ত্ৰিভুজ হ’ল এটা গাণিতিক ত্ৰিভুজ। এই ত্ৰিভুজটো এজন ফ্ৰান্সদেশৰ গণিতজ্ঞ ব্লেইজ পাস্কেলৰ নামেৰে নামাকৰণ কৰা হৈছে। এই ত্ৰিভুজৰ সহায়ত কিছুমান গণিতীয় সমাধান কৰিব পাৰি।

পৰিধি

এটা বৃত্তৰ পৰিধি তাৰ ব্যাসৰ পৰা নিৰ্ণয় কৰা হয়:- c = π ⋅ d {\displaystyle c=\pi \cdot d} অথবা, ব্যাসৰ পৰিবৰ্তে ব্যাসাৰ্ধৰ পৰাও পৰিধি নিৰ্ণয় কৰা যায়: c = 2 π ⋅ r {\displaystyle c=2\pi \cdot r}

পৰিসীমা

পৰিসীমা পৰিসীমা, ইংৰাজীৰ perimeter মানে হৈছে দুই মাত্ৰা বা পৰিসৰৰ একোটা আকৃতিৰ চাৰিওফালৰ পথটোৰ মুঠ দৈঘ্য। বৃত্তৰ ক্ষেত্ৰত এই পৰিসীমাক পৰিধি বুলি কোৱা হয়। বাস্তৱ ক্ষেত্ৰত গণিতৰ এই পৰিসীমা নিৰ্ণয় ব্যৱস্থাটোৰ যথেষ্ট প্ৰয়োগ দেখা যায়। এখন খেল পথাৰ ...

ফ্লেক্সাগন

ফ্লেক্সাগন এবিধ আমোদজনক আৰু বৈশিষ্ট্যপূৰ্ণ জ্যামিতিক চানেকি৷ ইয়াক মূলতঃ কাগজৰ টুকুৰাৰে প্ৰস্তুত কৰা হয়৷ ফ্লেক্সাগনবোৰৰ মূল বৈশিষ্ট্য হৈছে- ইয়াক ভাঁজ কৰিলে ইয়াৰ সন্মুখ আৰু পিছফালটোৰ বাহিৰেও আন ফাল বা পিঠি পাব পাৰি৷ এনেদৰে নতুনকৈ পোৱা ফাল বা পি ...

বিন্দু

বিন্দু এটি আকৃতি যাৰ দৈৰ্ঘ্য, বহলতা আৰু উচ্চতা নাই৷ বিন্দু ইউক্লিডিয়ান জ্যামিতিৰ প্ৰাথমিক তত্ত্ব, অৰ্থাৎ বিন্দুক তাতকৈ অধিক প্ৰাথমিক বস্তুৰে সংজ্ঞায়িত কৰিব পৰা নাযায়৷

বৃত্ত

ইউক্লিডীয় জ্যামিতিত, এটা স্থিৰ বিন্দুৰপৰা এক নিৰ্দিষ্ট দূৰত্বত একেই সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথকে বৃত্ত বোলা হয়। বৃত্তৰ ওপৰত অৱস্থিত যিকোনো দুটি বিন্দুৰ সংযোগকাৰী সৰলৰেখাংশকে জ্যা বোলা হয়। বৃত্তৰ কেন্দ্ৰগামী যিকোনো জ্যাকে তাৰ ব্যাস বোলা হয় ...

ব্যাস (জ্যামিতি)

জ্যামিতিত বৃত্তৰ ব্যাস ইংৰাজী: Diameter হ’ল এডাল কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম জ্যা। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়। Diameter শব্দটো গ্ৰীক ভাষা ...

স্থানাংক জ্যামিতি

স্থানাংক জ্যামিতি হল জ্যামিতিৰ এটা শাখা, যত সমতলত অৱস্থান কৰা এটা বিন্দুৰ স্থানক এযোৰ সংখ্যাৰ সহায়ত উপস্থাপন কৰা হয়। এই সংখ্যাযোৰক স্থানাংক বুলি কোৱা হয়। সমতলত এটা বিন্দুৰ অৱস্থান জানিবলৈ এযোৰ অক্ষ ব্যৱহাৰ কৰা হয়। y-অক্ষৰ পৰা এটা বিন্দুৰ দূৰত ...

ৰেখা

সংজ্ঞা: বিন্দুৰ গতিপথকে ৰেখা বোলে। বিন্দুৱে দিশ নসলোৱাকৈ পোনে পোনে গতি কৰিলে সৰল ৰেখা আৰু বক্ৰপথত গতি কৰিলে বক্ৰৰেখা ৰ সৃষ্টি হয়। একোডাল ৰেখা অসংখ্য বিন্দুৰ সমষ্টি। ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়। উদাহৰণস্বৰূপে ...

গেছ ধ্ৰুৱক

গেছ ধ্ৰুৱক হল এটা ভৌতিক ধ্ৰুৱক। ইয়াক পদাৰ্থ বিজ্ঞানৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে - আদৰ্শ গেছ সমীকৰণ আৰু নাৰ্নষ্ট সমীকৰণ। গেছ ধ্ৰুৱক বল্টজমেন ধ্ৰুৱকৰ সমতুল্য। এই ধ্ৰুৱকটো বয়লৰ সূত্ৰ, চাৰ্লচৰ সূত্ৰ, এভগেড্ৰৰ সূত্ৰ আৰু গে-লুছাকৰ সূ ...

পোহৰৰ বেগ

ভেকুৱামত পোহৰৰ বেগ, যাক সাধাৰণতে c ৰে বুজোৱা হয়, পদাৰ্থ বিজ্ঞানত বহুল ভাবে ব্যৱহৃত এক ভৌতিক ধ্ৰুৱক। ইয়াৰ মান সঠিকভাবে ২৯৯,৭৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড, ই এটা স্থিৰ সংখ্যা, আন্তৰ্জাতিক মান সময় একক আৰু এই ধ্ৰুবকৰ মানৰ পৰাই মিটাৰ এককক সংজ্ঞাবদ্ধ ক ...

প্লেংকৰ ধ্ৰুৱক

প্লেংকৰ ধ্ৰুবক হৈছে এটা মৌলিক ধ্ৰুবক সংখ্যা যাৰ মান শক্তিৰ এক কোৱান্টামৰ অন্তৰ্নিহিত শক্তি আৰু এই কোৱান্টামৰ কম্পনাঙ্কৰ অনুপাতৰ সমান। এই ধ্ৰুবকক h {\displaystyle \,h} দ্বাৰা সূচিত কৰা হয়। প্লেংকৰ ধ্ৰুবকৰ মান হল ৬.৬২৬১৯৬ × 10 −৩৪ জুল-ছেকেণ্ড, জাৰ ...

এয়াৰচেল

এয়াৰচেল গোট ভাৰতবৰ্ষৰ এটা মবাইল নেটৱৰ্ক পৰিচালন প্ৰতিষ্ঠান। তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় অৱস্থিত এই প্ৰতিষ্ঠানটোৱে ৱায়াৰলেছ ভয়্চ, বাৰ্তা সৰবৰাহ আৰু তথ্য সৰবৰাহৰ সেৱা আগবঢ়ায়। এয়াৰচেল মালয়েছিয়াৰ মাস্কিছ কমিউনিকেছনছ বেৰহেদ আৰু সিন্দ্য ...

ভাৰতৰ ডি টি এইছ অপাৰেটৰ

ভাৰতবৰ্ষত ঘৰলৈ পোনপটীয়া টেলিভিশ্যন দূৰদৰ্শন সেৱা আগবঢ়োৱা অপাৰেটৰ সমূহৰ তালিকা এখন তলত দিয়া হৈছে। DTH মানে ইংৰাজীত Direct-To-Home television আৰু অসমীয়াত সাধাৰণভাৱে ঘৰলৈ পোনপটীয়া টেলিভিশ্যন বুলি কব পাৰি। ডি টি এইছ সেৱাত গ্ৰাহকৰ ঘৰত এখন সংগ্ৰাহ ...

ভোডাফন ভাৰত

পূৰ্বতে ভোডাফন এছাৰ আৰু হাটচিছন এছাৰ নামেৰে প্ৰখ্যাত বৰ্তমানৰ ভোডাফন ভাৰত দেশৰ তৃতীয় বৃহত্তম মবাইল সেৱা যোগানকাৰী প্ৰতিষ্ঠান। গ্ৰাহকৰ পৰিসংখ্যাৰ তথ্যৰ পৰা এয়াৰটেল আৰু ৰিলায়েন্স কমিউনিকেছনছৰ পিছতেই ভোডাফন ভাৰতৰ স্থান। মহাৰাষ্ট্ৰৰ মুম্বাইত মুখ্য ...

ম’বাইল ফোন

মবাইল বা ম’বাইল ফোন বা চেলুলাৰ ফোন হ’ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ। ম’বাইল ফোনৰ অসমীয়া প্ৰতিশব্দ হ’ল ...

য়ুগস্লেভিয়াৰ দূৰভাষ নম্বৰ

য়ুগস্লেভিয়াৰ দূৰভাষ নম্বৰ সমূহৰ আৰম্ভণিতে থাকে ৩টা সংখ্যাযুক্ত স্থান সংকেত আৰু তাৰ পিছত ৬টা সংখ্যা। চাৰ্বিয়াত সাধাৰণতে নম্বৰসমূহ ১ৰে আৰম্ভ হয়, মেচিডনিয়াত ৯ৰে, ক্ৰৱেচিয়াত ৫ৰে, বচ্‌নিয়াত ৭ৰে আৰু মণ্টেনেগ্ৰত ৮ৰে।

আইনষ্টাইন-জিলাৰ্ডৰ চিঠি

আইনষ্টাইন-জিলাৰ্ডৰ চিঠি "ই. ফাৰ্মি আৰু এল. জিলাৰ্ডৰ কিছুমান শেহতীয়া কামৰ পৰা, যিবিলাকৰ বিষয়ে মোক পাণ্ডুলিপিৰে জনোৱা হৈছে, মই এই আশা কৰিব পৰা হৈছো যে নিকট ভৱিষ্যতত ইউৰেনিয়াম মৌলটোক এটা নতুন আৰু গুৰুত্বপূৰ্ণ শক্তিৰ উৎসলৈ পৰিণত কৰা হব পাৰে। পৰিস্ ...

এ লেটাৰ টু এ হিন্দু

এ লেটাৰ টু এ হিন্দু লিঅ টলষ্টয়ে তাৰক নাথ দাসলৈ ১৯০৮ চনৰ ১৪ ডিচেম্বৰত লিখা এখন চিঠি। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনৰ হকে ৰাছিয়াৰ লেখক আৰু চিন্তাবিদজনৰ পৰা সমৰ্থন বিচাৰি দাসে লিখা দুখন চিঠিৰ উত্তৰ আছিল এ লেটাৰ টু এ হিন্দু । ভাৰতীয় বাতৰি কাক ...

ডাক টিকট

ডাক টিকট হৈছে এবিধ বিশেষ প্ৰকাৰৰ মুদ্ৰিত কাগজৰ টুকুৰা, যি ডাক সেৱাৰ মাছুল পৰিশোধ কৰাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়। নানা বৰণৰ এই ডাক টিকট সমূহত দেশৰ ইতিহাস ঐতিহ্য, সংস্কৃতি, বৰেণ্য ব্যক্তিত্ব ইত্যাদি বিষয় ফুটি উঠে। প্ৰায় প্ৰতিখন দেশৰ ডাক ব্যৱস ...

পিন কড H0H 0H0

পিন কড H0H 0H0 কানাডাৰ ডাক বিভাগৰ দ্বাৰা পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰুৰ বাবে নিৰ্ধাৰিত পিন কড। কানাডাৰ ঠাই সমূহৰ ডাক বিভাগীয় পিন কড সমূহ ছটা বৰ্ণ-সংখ্যা বিশিষ্ট যি একো একোটা স্থানীয় এলেকা নিৰ্দিষ্ট কৰে। খ্ৰিষ্টিয়ান সকলৰ ঋষি চেইণ্ট নিকলাছ অফ মায়ে ...

পিনকড

ডাক সূচকাংক বা পিনকড বা পিন নং ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনকডত 6টা সংখ্যা থাকে। পিনকড ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল।

ফিলাটেলি

ফিলাটেলি হৈছে ডাক টিকট, ডাক বিভাগৰ বুৰঞ্জী আৰু এই সম্পৰ্কীয় বিষয়ৰ এক সমূহিক অধ্যয়ন। কেৱল ডাক টিকট সংগ্ৰহ কৰাৰ উপৰিও ফিলাটেলিৰ অন্য গুৰুত্ব আছে। নগণ্য সংখ্যক বা কোনো ডাক টিকটৰ গৰাকী নোহোৱকৈও ফিলটেলিষ্ট হব পাৰি। উদাহৰণ স্বৰূপে অধ্যয়নমূলক ডাক টি ...

সেনা ডাক সেৱা (ভাৰত)

সেনা ডাক সেৱা -ই ভাৰতত সামৰিক মেইল প্ৰণালী হিচাপে কাম কৰে। সেনা ডাক সেৱা প্ৰণালীৰ এটা প্ৰাথমিক বিশেষত্ব হল - যাতে বিদেশ আৰু গৃহ দেশৰ মাজত পোষ্ট কৰা সামৰিক মেইলৰ বাবে প্ৰেৰকৰ সাধাৰণ ঘৰুৱা মেইল ট্ৰেফিকতকৈ অধিক ব্যয় নহয়। সেনা ডাক সেৱাৰ জৰিয়তে যুদ ...

ধঁপাত

ধঁপাত হৈছে ধঁপাত গছৰ পাত সংৰক্ষণ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ দ্ৰব্য। ধঁপাত গছৰ আদি নিবাস উত্তৰ আৰু দক্ষিণ আমেৰিকা। ধঁপাত গছৰ শুকান পাতক ধঁপাত বোলা হয়। ধঁপাত গছ ১২-১৮ ইঞ্চি ওখ হয়। ধঁপাত এবিধ নিচাজাতীয় পদাৰ্থ। ধঁপাত চিগাৰেট, বিড়ি, চুৰট, হোকা, আদি ...

নিকটিন

নিকটিন ‌ এক প্ৰকাৰৰ স্নায়ুবিষ, যি একধৰণৰ এচিটাইলকলিন সংগ্ৰাহকৰ ওপৰত প্ৰভাৱ পেলায়। ই মূলত ছলানেচি গোত্ৰৰ উদ্ভিদত পোৱা যায়। উদ্ভিদৰ পাত আৰু মূল নিকটিনৰ উৎস।

তৰল পদাৰ্থ

জুলীয়া বা তৰল হৈছে পদাৰ্থৰ তিনিবিধ ধ্ৰুপদী অৱস্থাৰ এটা । ইয়াৰ নিৰ্দিষ্ট আয়তন থাকিলেও কোনো নিৰ্দিষ্ট আকাৰ নাথাকে। ই ৰাসায়নিক বান্ধনীৰে সংযুক্ত অণু বা পৰমাণুৰে গঠিত। পানী পৃথিৱীৰ এক সহজলভ্য জুলীয়া পদাৰ্থ। গেছৰ দৰে জুলীয়া পদাৰ্থও প্ৰবাহীত হব প ...

প্লাজমা

প্লাজমা পদাৰ্থৰ তথাকথিত চতুৰ্থ অৱস্থা । ১৯২০ চনত ৰসায়নবিদ আৰভিং লেংমুৰিৰে পোনপ্ৰথমে প্লাজমা শব্দটো আগবঢ়াইছিল। প্লাজমা হৈছে আয়নিত গেছ যত মুক্ত ইলেক্ট্ৰন আৰু ধনাত্মক আয়নৰ সংখ্যা প্ৰায় সমান। আন্তঃনাক্ষত্ৰিক স্থানত, গেছ ক্ষৰণ টিউবত, নক্ষত্ৰৰ বাত ...

কণ্ডম

কণ্ডম হৈছে নুফুলোৱা বেলুনৰ দৰে এক বিশেষ নমনীয় সামগ্ৰী। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা গৰ্ভধাৰণ ৰোধ বা যৌনৰোগ আদিৰ সংক্ৰমণ ৰোধ কৰা হয়। কণ্ডম সাধাৰণতে পুৰুষ মহিলা উভয়ৰ বাবে উপলব্ধ পুৰুষৰ কণ্ডম, পুৰুষৰ উত্থিত পুৰুষাংগত পৰিধান কৰা হয়। ৰতিঃস্খলনৰ পিছত কণ্ড ...

কলপাত

কলপাত হৈছে কলগছৰ পাত। অসমত কলপাতক কলাপাত বুলিও কোৱা হয়। এজোপা কলগছে ইয়াৰ জীৱন কালত প্ৰায় ৪০খিলা পৰ্যন্ত পাত মেলে। পাতবোৰ যথেষ্ট দীঘলীয়া আৰু বহল। লগতে ই নমনীয় আৰু পানীত নিভিজে বাবে ইয়াৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। ৰন্ধন কাৰ্য, বস্তু বন্ধা, ...

কাৰ্বন নেনটিউব

কাৰ্বন নেনটিউব হৈছে কাৰ্বনৰ এটি প্ৰতিৰূপ, যি চিলিণ্ডাৰ আকৃতিত উপলব্দ। স্থিতিস্থাপকতা ইয়াৰ প্ৰধান বৈশিষ্ট্য। ই দুটা প্ৰকাৰত উপলব্ধ: চিংগল ৱাল নেনটিউব বা এক স্তৰ বিশিষ্ট নেনটিউব হৈছে যাৰ ব্যাসৰেখা নেনমিটাৰত, তাৰ সমষ্টিয়ে SWCNTs বা ছিংগল ৱাল কাৰ্ব ...

কাৰ্বন পেপাৰ

কাৰ্বন পেপাৰ বা কাৰ্বনিক পেপাৰ ইংৰাজী: Carbon paper আৱিষ্কাৰ হৈছিল কোনো লিখনিৰ প্ৰতিলিপি বাৰে বাৰে কৰি থাকিব লগা হোৱাটো কিছু অসুবিধাজনক অৱস্থাৰ পৰা হাত সাৰিবলৈ কৰা চিন্তাৰ ফলতেই। বৰ্তমান অৱশ্যে মানুহে কাৰ্বন পেপাৰক চমুৱাই কেৱল কাৰ্বন বুলিয়েই কয় ...

চেনিটেৰী পেড

চেনিটেৰী নেপকিন, চেনিটেৰী টাৱেল, চেনিটেৰী পেড, মাহেকীয়াৰ পেড, বা পেড মহিলাই অন্তৰ্বাসৰ তলত পৰিধান কৰা এক শোষক সামগ্ৰী। মাহেকীয়া ঋতুস্ৰাৱ, সন্তান জন্মৰ পাছৰ স্ৰাৱ, স্ত্ৰীৰোগৰ অস্ত্ৰোপচাৰৰ পাছত, গৰ্ভপাতৰ পাছত বা যোনিৰ পৰা ওলোৱা তেজ শোষণ কৰিবলগীয় ...

প্লাষ্টিক

প্লাষ্টিক হৈছে সংশ্লেষিত বা অৰ্ধ-সংশ্লেষিত নমনীয় বহু বিধৰ পদাৰ্থ। সাঁচত ঢালি প্লাষ্টিকক বিভিন্ন আকাৰলৈ নিব পাৰি। প্লাষ্টিক সাধাৰণতে উচ্চ আণৱিক ভৰযুক্ত জৈৱিক বহুযোগী যৌগ। কিন্তু, প্ৰায়েই লগত আন মৌলও যোগ দিয়া হয়। সাধাৰণভাৱে প্লাষ্টিক খনিজ তৈল ৰ ...

বাৰুদ

বাৰুদ বা গানপাউদাৰ হৈছে ৰাসায়নিক বিস্ফোৰক। ইয়াক ছালফাৰ, এঙ্গাৰ আৰু যখা-ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ছালফাৰ আৰু এঙ্গাৰে ইন্ধন বা প্ৰজ্বালক হিচাপে কাম কৰে, আনহাতে যখাৰে জাৰক ৰূপে কাম কৰে। বাৰুদৰ জ্বলনময়ী বৈশিষ্ট্য তথা জ্বলনৰ ফলত উৎপন্ন হোৱা তাপ আ ...

বিজুলী বাতি

বিজুলী বাতি বা বৈদ্যুতিক বাল্ব হৈছে এক পোহৰৰ উৎস যত ফিলামেণ্টৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ যোৱাৰ ফলত গৰম হৈ পোহৰৰ সৃষ্টি কৰে। গৰম ফিলামেণ্টডাল জ্বলি যোৱাৰ পৰা বচাবলৈ বায়ু শূন্য বা সম্ভ্ৰান্ত গেছেৰে পৰিপূ্ৰ্ণ কাঁচ বা কোৱাটৰ্জেৰে তৈয়াৰী পাত্ৰৰ ভিতৰত ...

ভেনিছিয়ান ব্লাইণ্ড

ভেনিছিয়ান ব্লাইণ্ড এবিধ পৰ্দা৷ আজিকালি বিভিন্ন আধুনিক কাৰ্যালয়,ভৱন আদিত পাতল ধাতু,ভিনাইল বা প্লাষ্টিকৰ দীঘল আৰু পাতল কিছুমান পাট বা আচ্ছাদনেৰে নিৰ্মিত এবিধ পৰ্দা দেখা যায়৷ এই পৰ্দাবিধৰ নাম ভেনিছিয়ান ব্লাইণ্ড৷

ভেলক্ৰ

ভেলক্ৰ শব্দটো দুটা ফৰাচী শব্দ "Velours" আৰু "Crocne" পৰা আহিছে। ১৯৪১ চনত ছুইছ অভিযন্তা জৰ্জ ডি মেষ্ট্ৰালে এই পদ্ধতি আবিষ্কাৰ কৰিছিল আৰু ১৯৫৫চনত তেওঁ ভেলক্ৰৰ পেটেণ্ট কৰিছিল।

হীৰা

হীৰা বা হীৰক হল এবিধ অতি মূল্যবান ৰত্ন। গহনা তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। বৰ্ণহীন এক ৰত্ন। ই বিশুদ্ধ উপাদান কাৰ্বনৰ পৰা সৃষ্টি হয়। প্ৰকৃততে হীৰা কাৰ্বনৰ এক বিশেষ ৰূপ মাত্ৰ। পৃথিৱীত প্ৰতি বছৰ প্ৰায় ২৬০০০ কে.জি. খনিজ হীৰা উত্তোলিত হয় যাৰ ...

জুক’ উপত্যকাৰ বনজুই (২০২০-২০২১)

২০২০-২০২১ চনৰ জুক’ উপত্যকাৰ বনজুই আৰম্ভ হয় ২০২০ চনৰ ২৯ ডিচেম্বৰত উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড আৰু মণিপুৰ সীমান্তত৷ এই বনজুয়ে জুক’ উপত্যকাৰ ২০০ একাৰ মাটিকালিৰ অৰণ্য থকা এক স্পৰ্শকাতৰ পৰিস্থিতিতন্ত্ৰ সম্পূৰ্ণ ধ্বংস কৰে৷ ২০২০ চনৰ ৯ জানুৱাৰীত এই বন জু ...

২০১৫ নেপাল ভূমিকম্প

২০১৫ নেপাল ভূমিকম্প ৭.৮ ৰিখটাৰ স্কেলত অহা এক প্ৰবল ভূমিকম্প যি ২৫ এপ্ৰিল ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ডত নেপাল, ভাৰত, পাকিস্তান, চীন, তিব্বত, বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিন এছিয়াক জোঁকাৰি গৈছিল। ভূমিকম্পৰ উপকেন্দ্ৰ ২ ...

গ্ৰেটা থুন্‌বাৰি

গ্ৰেটা থুন্‌বাৰি এগৰাকী চুইডিছ পৰিৱেশ কৰ্ম্মী। বিগত এটা বছৰ ধৰি তেওঁ জলবায়ু পৰিবৰ্তন সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰি আহিছে। ২০১৮ চনৰ আগষ্ট মাহত মাথোঁ পোন্ধৰ বছৰ বয়সত তেওঁ বিদ্যালয়ৰ শ্ৰেণী বৰ্জন কৰি চুইডিছ সংসদৰ সন্মুখত জলবা ...