ⓘ ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ. ভাৰতত ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আ ..

                                     

ⓘ ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

ভাৰতত ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।

ভাৰত চৰকাৰৰ অন্তৰ্গত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থকা জনগণনা ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিম্নোক্ত তালিকাখন প্ৰস্তুত কৰা হৈছে।

                                     

1. বাহ্যিক সংযোগ

  • ভাৰত চৰকাৰৰ কাৰ্যালয়িক ৱেবছাইত: ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

ref> "Official and Regional Languages of India". Mapsofindia.com. । আহৰণ কৰা হৈছে: 2013-02-07.

                                     
  • আৰ খন নগৰ আছ মহ নগৰ অসমত ম ত ৰ এখন ই আৰ স ইখন হ ছ গ ৱ হ ট মহ নগৰ ৰ জ যখনত ম ঠ জনস খ য জন অসম ভ ৰতৰ ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চলসম হ
  • থ ক ক ন ত ক ন দ ৰ য শ স ত অঞ চলসম হ প ৰত যক ষভ ৱ ভ ৰত চৰক ৰ শ সন কৰ স য হ ন মট ক ন দ ৰ য শ স ত অঞ চল ভ ৰতৰ ৰ ষ ট ৰপত য প ৰত ক ন দ ৰ য
  • কৰ ভ ৰতত খন ৰ জ য আৰ খন ক ন দ ৰ য শ স ত অঞ চল আছ ৰ জধ ন দ ল ল ৰ জ যৰ ন জৰ প ৰশ সন য ব যৱস থ আছ ক ন দ ৰ য শ স ত অঞ চলসম হ ক ন দ ৰ য চৰক ৰ