ⓘ ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান. ২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্যবাহী স্থানৰ সংখ্যা হল ২৯ টা। ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐত ..

                                     

ⓘ ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান

২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্যবাহী স্থানৰ সংখ্যা হল ২৯ টা। ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান। ১৯৭২ চনৰ ১৭ অক্টোবৰ পৰা ২২ নবেম্বৰ পৰ্যন্ত ইউনেস্কোৰ এটি সাধাৰণ সম্মিলনৰ পাছত ১৯৯৭ চনৰ ১৭ নবেম্বৰত বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবাহী স্থানসমূহ সংৰক্ষণাৰ্থে উক্ত চনদটো গৃহীত হৈছিল। চনদত মুঠ ২৮টা অনুচ্ছেদ আছে। সাধাৰণভাবে স্মাৰক, স্মাৰকস্থল আৰু স্মাৰক স্তম্ভ বা কেন্দ্ৰসমূহ সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে প্ৰথম অনুচ্ছেদত বৰ্ণিত হৈছে। দ্বিতীয় অনুচ্ছেদত প্ৰাকৃতিক বিশেষত্ব, ভূতাত্বিক আৰু প্ৰাকৃতিক ভূগোল সংক্ৰান্ত স্থান আৰু প্ৰাকৃতিক স্থলসমূহক প্ৰাকৃতিক ঐতিহ্যবাহী স্থান আখ্যা দিয়া হৈছে। এই পৰ্যন্ত বিশ্ব ঐতিহ্য তালিকাত মুঠ ৯১১টা সম্পত্তি আছে। তৰে ৭১১টা সাংস্কৃতিক স্থান, ১৮০টা প্ৰাকৃতিক স্থান আৰু ২৭টা মিশ্ৰ সম্পত্তি। ভাৰত সহ ১৫২খন দেশ লৈ আছে এই স্থান সমূহ আছে ভাৰত সহ ১৮৭খন দেশে এই চনদত সাক্ষৰ কৰিছে। ভাৰতে এই চনদত সাক্ষৰ কৰে ১৯৭৭ চনৰ ১৪ নবেম্বৰত। ।

আগ্ৰা কিল্লা আৰু অজন্তা গুহা সৰ্বপ্ৰথম ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা পায়। ১৯৮৩ চনত সপ্তম বিশ্ব ঐতিহ্য অধিবেশনত উক্ত স্থানদুটা বিশ্ব ঐতিহ্যৰ মৰ্যাদা লাভ কৰিছিল। পৰৱৰ্তী বছৰসমূহত আৰু ২৬টা কেন্দ্ৰৰ নাম এই তালিকাত যুক্ত হয়। ২০১০ চনত বিশ্ব ঐতিহ্য স্বীকৃতিপ্ৰাপ্ত জয়পুৰৰ যন্তৰ মন্তৰ দেশৰ সাম্প্ৰতিক বিশ্ব ঐতিহ্যবাহী স্থান। ভাৰতৰ ২৯টা বিশ্ব ঐতিহ্য কেন্দ্ৰৰ মাজত ২৩টা সাংস্কৃতিক কেন্দ্ৰ আৰু অৱশিষ্ট ৬টা প্ৰাকৃতিক কেন্দ্ৰ। ইয়াৰোপৰি ৩৩টা কেন্দ্ৰ বা সম্পত্তিৰ নাম ভাৰতৰ সম্ভাব্য বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিছে।

                                     

1. ঐতিহ্যবাহী স্থানসমূহৰ তালিকা

নিম্নলিখিত সাৰণিত প্ৰতিটো বিশ্ব ঐতিহ্যবাহী স্থান সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া হল:

নাম: অসমীয়া নাম আৰু বিশ্ব ঐতিহ্যবাহী কমিটিৰ তালিকাভুক্ত ইংৰাজী নাম বন্ধনীত অঞ্চল: সংশ্লিষ্ট ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চল। ৰাজ্য বা কেন্দ্ৰশাসিত অঞ্চলৰ নাম সময়: প্ৰাচীনতম, সাধাৰণ নিৰ্মাণকাল ইউনেস্কো তথ্য: স্থানৰ ৰেফাৰেন্স সংখ্যা; বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে স্বীকৃতিলাভৰ বছৰ; যিটো বিভাগত স্বীকৃতিলাভ: i পৰা vi বিভাগৰ মাজত হলে সাংস্কৃতিক আৰু vii পৰা x বিভাগৰ মাজত হলে প্ৰাকৃতিক বৰ্ণনা: অঞ্চলটোৰ সাধাৰণ বৰ্ণনা

ইউনেস্কোৱে ভাৰতৰ কোনো বিশ্ব ঐতিহ্যবাহী স্থানকে "বিপন্ন" ঘোষণা কৰা নাই।

                                     
  • ব শ ব ঐত হ যব হ স থ ন ব ইউন স ক ব শ ব ঐত হ যব হ স থ ন হ ছ ইউন স ক ৰ দ ব ৰ স ব ক ত আৰ প ৰণ ত ব শ ব ঐত হ যব হ স থ নৰ ত ল ক ত ল প বদ ধ হ ৱ ব শ ষ
  • ক লক - ছ মল ৰ ল একত ৰ তভ ৱ ভ ৰতৰ প ৰ বত য ৰ লপথ ই ৰ জ Mountain Railways of India ন ম ৰ ইউন স ক ব শ ব ঐত হ যব হ স থ ন ত ল ক ত অন তৰ ভ ক ত ঊনব শ
  • অধ ব শনত গ ৰ ট হ ম লয ন ৰ ষ ট ৰ য উদ য নক ব শ ব ঐত হ য ত ল ক ৰ অন তৰ ভ ক ত কৰ হয ইউন স ক ব শ ব ঐত হ যব হ স থ ন কম ট য এই ৰ ষ ট ৰ য উদ য নক উৎক ষ টতম
  • ৰ লৱ ক ব শ ব ঐত হ যব হ স থ নৰ মৰ য যদ দ য আৰ চনত ব শ ব ঐত হ যব হ স থ নৰ মৰ য যদ প ৱ দ ৰ জ ল হ ম লয ন ৰ লৱ ৰ স ত এক লগ ভ ৰতৰ প ৰ বত য
  • ইউন স ক ঐত হ যব হ স থ ন সম ত য ভ ৰতৰ গ ল প নগৰ জয প ৰক ব শ ব ঐত হ যব হ স থ নসম হৰ ত ল ক ত অন তৰ ভ ক ত কৰ ইয ত ইউন স ক ঐত হ যব হ স থ ন আম ৰ ক ল ল
  • চনত i ii iii আৰ iv ব ভ গত স স ক ত ক ঐত হ যব হ স থ ন হ চ ব ই ইউন স ক ব শ ব ঐত হ যব হ স থ নৰ অন তৰ ভ ক ত হয অভ ল খ ত স ম ৰকসম হ হ ল পঞ চৰথ
  • ক ল ল চনত স স ক ত ক ঐত হ যব হ স থ ন হ চ ব iii ন ব ভ গত ইউন স ক ব শ ব ঐত হ যব হ স থ নৰ অন তৰ ভ ক ত হয দ ৰ গট ভ ৰতৰ ৰ জ য উত তৰ প ৰদ শৰ আগ ৰ ৰ
  • ওচৰত থক ইল ৰ ভ ৰতৰ অন যতম প ৰধ ন পৰ যটনক ন দ ৰ চনত অজন ত গ হ সম হ ইউন স ক ব শ ব ঐত হ য ত ল ক ত স স ক ত ক ঐত হ যব হ স থ ন হ চ ব অন তৰ ভ ক ত
  • ইয ক ইউন স ক ৰ দ ব ৰ ব শ ব ঐত হ যব হ স থ নৰ ত ল ক ত অন তৰ ভ ক ত কৰ হয লগত ই ভ ৰতৰ প ৰথম ম শ ৰ ত ঐত হ যব হ স থ ন এই ৰ ষ ট ৰ য উদ য নৰ ন ম ক ঞ চনজ ঘ
  • উপলক ষ ভ ৰতৰ প ৰধ নমন ত ৰ য ল ল ক ল ল ৰ ল হ ৰ গ ট স লগ ন এট স থ নত জ ত য পত ক উত ত লন কৰ চনত এই ক ল ট ইউন স ক ব শ ব ঐত হ যব হ স থ ন হ চ প