ⓘ বিজয় কুমাৰ ভাৰতৰ এজন শ্বুটাৰ। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হ ..

সত্ৰীয়া চিত্ৰকলা

অসমৰ সত্ৰসমূহত বা সত্ৰৰ সংস্পৰ্শত উৎপত্তি হোৱা কলাসমূহক সত্ৰীয়া চিত্ৰকলা বুলি কোৱা হয়। সত্ৰ স্থাপনৰ গুৰিতে আছিল শ্ৰীমন্ত শঙ্কৰদেৱ। সেয়ে তেওঁ‌ৰ নামেৰে সত্ৰীয়া কলাৰ আন এটা নাম শঙ্কৰী কলা হৈছে।

আমাক কিতাপ লাগে

আমাক কিতাপ লাগে হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৩ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন তেওঁ শ্ৰী বিজয় কুমাৰ দত্তৰ কৰকমলেষুত আগবঢ়াই একেবাৰে আদিতে এনেদৰে লিখিছে, "মৰমৰ বিজয়, তোমাৰ লগত চিনাকি হবৰ দিন ধৰি তুমি মোৰ লেখক-জীৱনত এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছা। মোৰ যোৱা সাত বছৰৰ সাহিত্য-চৰ্চাৰ লগত তোমাৰ নামটো অবিচ্ছেদ্যভাৱে জড়িত। আন্তৰিক প্ৰীতি আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে মোৰ এই কিতাপখন তোমাৰ নামত উছৰ্গা কৰিলো।"

পাৰ্ৱতী থিৰুভথু

পাৰ্ৱতী থিৰুভথু কট্টুৱাত্থা হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেত মালায়ালম ছবি জগতৰ পৰিচিত মুখ। ইয়াৰ উপৰি তেখেতে তামিল আৰু কন্নড় ভাষাৰ ছবিতো অভিনয় কৰিছে। কেৰালাৰ কলিকটত জন্মগ্ৰহণ কৰা পাৰ্ৱতীয়ে ২০০৬ চনত আউট অৱ ছিলেবাছ নামৰ মালায়ালম ভাষাৰ ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলায়। পাৰ্ৱতীয়ে নটবুক ২০০৬, মিলানা ২০০৭, পু ২০০৮, চিটি অৱ গোল্ড ২০১১, মাৰয়ান ২০১৩, বাংগালোৰ ডেইছ ২০১৪, উত্তম ভিলেইন ২০১৫, এন্নু নিণ্টে ময়ডিন ২০১৫, চাৰ্লি ২০১৫, টেক অফ ২০১৭, কুড়ে ২০১৮, উয়াৰে ২০১৯ আৰু ভায়ৰাছ ২০১৯ আদি ছবিত অভিনয় কৰ দৰ্শকৰ মাজত জনাজাত হৈছে। ২০১৭ চনত তেখেতে ইৰফান খানৰ বিপৰীতে কৰিব কৰিব ছিংগল নামৰ হ ...

                                     

ⓘ বিজয় কুমাৰ

বিজয় কুমাৰ ভাৰতৰ এজন শ্বুটাৰ। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হৰষৌৰ গাঁঁৱত, কুমাৰ বৰ্তমান ভাৰতীয় সেনাৰ ড’গ্ৰা ৰেজিমেন্ট ৰ ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত। তেওঁৰ খেলত বৰ্তমান পৃষ্ঠপোষকতা কৰে অলিম্পিক গ’ল্ড কুৱেষ্ট এ। তেওঁ Army Marksmanship Unit ত ২০০৩ চনৰ পৰা নিয়োজিত হৈ আছে। কুমাৰৰ প্ৰশিক্ষক ৰাছিয়াৰ পাৱেল স্মিৰ’ন’ভ।

                                     

1.1. শ্বুটিং কেৰিয়াৰ ২০০৬ - ২০০৯

২০০৬ চনৰ কমনৱেলথ খেলসমূহত বিজয় কুমাৰে ২ টা সোণৰ পদক অৰ্জন কৰে, ইয়াৰ ভিতৰত আছিল পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল একক শাখা আৰু দ্বৈত শাখা, দ্বৈত শাখাত তেওঁ পেম্বা তামাঙৰ সৈতে এই পদক দখল কৰে। একেবছৰৰে এচিয়ান গেমছটো তেওঁ এটা ব্ৰঞ্জৰ পদক দখল কৰে। তাৰ পাবছৰ এচিয়ান চেম্পিয়নশ্বিপৰ ২৫ মিটাৰ চেন্টাৰ ফায়াৰ পিষ্টলত তেওঁ দ্বিতীয় স্থান দখল কৰে।

২০০৯ চনত বেইজিঙত অনুষ্ঠিত ISSF বিশ্বকাপত ৰেপিড ফায়াৰ পিষ্টলত কুমাৰে ৰূপৰ পদক লাভ কৰে, চুড়ান্ত খেলত তেওঁক কেইথ চেণ্ডাৰচনে ০.১ প‍ইণ্টত পৰাজিত কৰে।

                                     

1.2. শ্বুটিং কেৰিয়াৰ দিল্লী কমনৱেলথ খেলসমূহ, ২০১০

স্বদেশৰ ৰাজধানী চহৰত অনুষ্ঠিত প্ৰতিযোগিতা খনত বিজয়ে সৰ্বমুঠ তিনিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক দখল কৰে।

সোণৰ পদক সমূহ

১. পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল দ্বৈত শখা।

৭ অক্টোবৰ ২০১০ তাৰিখে গুৰপ্ৰীত সিং আৰু বিজয় কুমাৰে মুঠ ১১৬২ পইন্ট অৰ্জন কৰি কমনৱেলথ খেলসমূহৰ নতুন অভিলেখ গঢ়ে।

২. পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল একক শাখা

তেওঁ সৰ্বমুঠ ৭৮৭.৫ কোৱালিফাইং ৰাউণ্ডত ৫৮৩ আৰু চুড়ান্ত ৰাউণ্ডত ২০৪.৫ পইন্ট অৰ্জন কৰে, এই পইন্টেৰে তেওঁ ভাৰতীয় খেলুৱৈৰ কমনৱেলথ খেলসমূহত পুৰুষৰ ২৫মিটাৰ ৰেপিড ফায়াৰ পিষ্টলৰ একক শাখাৰ সৰ্বোচ্চ পইন্টৰ পূৰ্বৰ অভিলেখ ভংগ কৰে, ইয়াৰ আগতে সৰ্বোচ্চ পইন্ট আছিল ৭৭৮.২ যিটো অভিলেখ ২০০৬ চনৰ মেলৱৰ্ণ কমনৱেলথ খেলসমূহত স্থাপিত হৈছিল।

৩. পুৰুষৰ ২৫মিটাৰ চেন্টাৰ ফায়াৰ পিষ্টল দ্বৈত শাখা

হৰপ্ৰীত সিং ৫৮৬ আৰু বিজয় কুমাৰ ৫৭৩এ মুঠ ১১৫৯ পইন্ট অৰ্জন কৰে।

ৰূপৰ পদকসমূহ ১. পুৰুষৰ ২৫মিটাৰ ৰেপিড ফায়াৰ পিষ্টল

১০ অক্টোবৰ ২০১০ তাৰিখে ৫৭৪ পইন্ট অৰ্জনেৰে এই প্ৰতিযোগিতাৰ পুৰুষৰ ২৫মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত কুমাৰে ৰূপৰ পদক দখল কৰে, সোণৰ পদক দখল কৰে তেওঁৰ দ্বৈত প্ৰতিযোগিতাৰ সংগী হৰপ্ৰীত সিঙে ৫৮০ পইন্ট।

                                     

1.3. শ্বুটিং কেৰিয়াৰ লণ্ডন অলিম্পিক, ২০১২

বিজয় কুমাৰে লণ্ডন অলিম্পিক, ২০১২ত পুৰুষৰ ২৫মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত ৰূপৰ পদক দখল কৰেঅলিম্পিকত কুমাৰৰ গড় স্ক’ৰ আছিল ৯.৭৬৭, তেওঁ প্ৰথম পৰ্যায়ত ১০ ছেকেণ্ডত ৭ টা ইনাৰেৰে ২৯৩ পইন্ট অৰ্জন কৰে, কুমাৰৰ পদকটি আছিল লণ্ডন অলিম্পিকত ভাৰতৰ দ্বিতীয় পদক.

ইয়াৰ আগতে লণ্ডন অলিম্পিকৰ পুৰুষৰ ১০মিটাৰ এয়াৰ পিষ্টল শাখাৰ চুড়ান্ত খেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয় কুমাৰ, ২৮ জুলাইত অনুষ্ঠিত হোৱা এই খেলৰ প্ৰাৰম্ভিক ঘূৰণত কুমাৰে ৩১শ স্থানহে লাভ কৰে

                                     

2. পুৰস্কাৰ আৰু স্বীকৃতি

  • অৰ্জুন বঁটা, ২০০৭ চন
লণ্ডন অলিম্পিক ২০১২ৰ বাবে
  • ৰাজস্থান চৰকাৰৰ পৰা ₹ ৫০ লাখ ৭০,১০০ ডলাৰ নগদ ধনৰ পুৰস্কাৰ।
  • ভাৰতীয় সেনাৰ পৰা ₹ ৩০ লাখ ৪২,১০০ ডলাৰ নগদ ধনৰ পুৰস্কাৰ লগতে ছুবেদাৰৰ পৰা ছুবেদাৰ মেজৰ পদলৈ পদোন্নতি।
  • হিমাচল চৰকাৰৰ পৰা ₹ ১ কোটি ১,৪০,২০০ ডলাৰ নগদ ধনৰ পুৰস্কাৰ।
  • চিম’গা গ’ল্ড পেলেচৰ পৰা ৩ কেজি সোণ।
                                     
  • অক ট বৰ চনত নগ ও জ ল ৰ প ৰণ গ দ মত জন ম হয ত ও ৰ দ উত কৰ ন ম আছ ল ব জয ক ম ৰ বৰ ৱ নগ ও চৰক ৰ ব দ য লয ৰ পৰ চনত ম ট ৰ ক পৰ ক ষ ত উত ত ৰ ণ
  • সম প দন শ ণ ত ব জয দ স, ম ন ন ব য ন ক লদ ক ম ৰ ভট ট চ ৰ য. কথ প ৰক শন. ISBN  - - - আয ষ ম ন দত ত ফ ব ৰ ৱ ৰ ক লদ ক ম ৰ ভট ট চ ৰ য
  • ব ৰ ন দ ৰ ক ম ৰ ভট ট চ ৰ য অক ট বৰ, আগষ ট, অসম য ভ ষ ৰ এজন গল পক ৰ, ঔপন য স ক, কব ন বন ধক ৰ আৰ স ব দ ক ত ও চনত ম ত য ঞ জয
  • . স গ তক ৰ ব ৰজ ন বৰ ৱ আৰ ৰম ন বৰ ৱ অসম য স ৰ গ ম শ ন ত ব জয দ স, ম ন ন ব য ন কথ বৰ ণ য. কথ প ৰক শন. প ষ ঠ - ISBN  -
  • কৰ চনৰ আজ ৰ দ নট ত চনৰ আজ ৰ দ নট ত প ৰস দ ধ ভ ৰত য ব যৱস য ব জয ম ল যৰ জন ম হ ছ ল প ৰখ য ত হল উদ চ ত ৰ ন ৰ ম ত ষ ট ভ ন এল ন স প লব ৰ গ
  • স ৰভ ক ম ৰ চল হ ই ৰ জ Saurabh Kumar Chaliha অসম য স হ ত যৰ ইত হ সত এট প ৰস দ ধ ছদ মন ম আজ ৱন প ৰচ ৰ, গ ল ম ৰ, যশস য আৰ খ য ত ৰ পৰ আ তৰত থ ক
  • চ ৰ খন ন ট মঞ চস থ কৰ এই ন টকসম হ আছ ল ব জয বসন ত শ ষ আফগ ন শ ৰ বৎসচ ন ত আৰ ক ৰব ল ইয ৰ ব জয বসন ত আৰ শ ষ আফগ ন ন টক দ খন পৰ চ লন
  • তৰ ন ক ম ৰ তথঘট ম খ ৰ জ ত ন ন আনন দ ত গম শ ধ ল য তত মপ ৰ গ প চ ন দ ত শ ৰ ক প ৰ থ গ বথ ৰম শ থ ক ৰ চ স ক মৰণ ন ইৰ থ লকণ থৰন থ ল বচল ব জয দ দ
  • দ ল প ছ হ ট লত থ ক আমন প ৱ ত ত ত য বল উডৰ চলচ চ ত ৰত ক ম কৰ থক ব জয চ ধ ৰ আৰ প য ষ ক ন ত ৰ য ৰ ওচৰল ত ও গ চ গ ল ত ল ভ প ন হ জৰ ক ও আহ ল
  • ন ট যদলৰ চ ৰস উজ অভ ন ত - পৰ চ লক চন দ ৰ চ ধ ৰ য এই ন টকসম হ আছ ল ব জয বসন ত শ ষ আফগ ন শ ৰ বৎসচ ন ত আৰ ক ৰব ল অৱশ য ইয ৰ দ খনম ন
  • ন ত আছ ল ত ও ৰ দল অভ ল খসহ এক ৰ হ ত ন ব ৰক অসমৰ ব ধ নসভ ন ৰ ব চনত ব জয স ব যস ত কৰ চনৰ পৰ চনল ত ও অসমৰ ম খ যমন ত ৰ হ চ ব দ য ত ব
  • চনত ম ক ত ল ভ কৰ এখন অসম য ভ ষ ৰ কথ ছব ছব খনৰ পৰ চ লক আছ ল হ মন ত ক ম ৰ দ স ম নব ন দ ৰ অধ ক ৰ য অৰ থ ফ ল মছৰ ব ন ৰত ছব খনৰ প ৰয জন কৰ ছ ল ৰঞ জ ত