ⓘ বান্ধোন, চলচ্চিত্ৰ. বান্ধোন ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম আৰু পৰিচালক ..

                                     

ⓘ বান্ধোন (চলচ্চিত্ৰ)

বান্ধোন ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম আৰু পৰিচালক জাহ্নু বৰুৱা।

                                     

1. কাহিনী

বান্ধোন চলচ্চিত্ৰখনৰ কাহিনীৰ ভিত্তি বৰ্তমানৰ সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি। ইয়াত মূল চৰিত্ৰ এহাল সৰল বৃদ্ধ দম্পতি দণ্ডেশ্বৰ আৰু কৱনী Hkawni। তেওঁলোকে বৰপুত্ৰৰ খবৰ ল’বলৈ মুম্বাই অভিমুখে যাত্ৰা কৰিছিল, কাৰণ তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ জীৱিত সন্তান ২৬/১১/২০০৮ৰ মুম্বাই আক্ৰমণৰ ঘটনাৰ পাছৰে পৰা নিখোজ অৱস্থাত আছিল। বৃদ্ধ দম্পতিহালে পাছত অনুভৱ কৰে যে তেওঁলোকে বৰ্তমানৰ সন্ত্ৰাস জৰ্জৰিত পৰিস্থিতি সম্পৰ্কে সম্পূৰ্ণ অনভিজ্ঞ।

                                     

2. নিৰ্মাণ

চলচ্চিত্ৰখনৰ মহুৰত গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম বিত্ত আৰু উন্নয়নৰ Assam State Film Finance and Development Corporation জোনাকী কম্পেক্সত অনুষ্ঠিত ১১ ডিচেম্বৰ ২০১১ তাৰিখে হৈছিল।

চিত্ৰগ্ৰহণ

২০১২ চনৰ ২ জানুৱাৰীৰপৰা অসম আৰু মুম্বাইৰ বিভিন্ন স্থানত চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল।

কলা-কুশলী

  • সম্পাদনা: চেৰাঘ তোড়ীৱালা
  • চিত্ৰগ্ৰহণ: সুমন দুৱৰা
  • সংগীত ব্যৱস্থাপনা: ধ্ৰুৱজ্যোতি ফুকন
  • সংলাপ: হিউ এন বৰুৱা
  • চিত্ৰনাট্য আৰু কাহিনী: জাহ্নু বৰুৱা
  • কাৰ্যবাহী প্ৰযোজক: ববিতা শৰ্মা আৰু নাজৰিন আহমেদ।
                                     

3. সন্মান তথা স্বীকৃতি

বান্ধোন চলচ্চিত্ৰখন ২০১২ বৰ্ষৰ ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হয়। মুম্বাইত অনুষ্ঠিত মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ ১৮-২৫ অক্টোবৰ, ২০১২ স্বৰ্ণালী ভাৰত ২০১২ India Gold 2012 শিতানত প্ৰদৰ্শিত হয়। চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰো একেটা অনুষ্ঠানতে কৰা হয়।

বোলছবিখনে ২০১২ চনৰ বেংগালুৰু চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ বোলছবিৰ বঁটা অৰ্জন কৰে।

২০১৩ চনৰ মাৰ্চত ঘোষিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই বোলছবিখনে শ্ৰেষ্ঠ অসমীয়া ভাষাৰ বোলছবি সন্মান লাভ কৰে। তাৰ লগতে এই ছবিৰ বাবে বিষ্ণু খাৰঘৰীয়াই বিচাৰকমণ্ডলীৰ বিশেষ উল্লেখৰ প্ৰমাণপত্ৰ লাভ কৰে।

                                     

4. বাহ্যিক সংযোগ

  • প্ৰম’ দৃশ্যশ্ৰাৱ্য ইউটিউবত
  • জাহ্নু বৰুৱাৰ ৱেবছাইট
  • প্ৰকাশিত বাতৰি আৰু চিত্ৰ, The Hindu Imagesত
  • Baandhoon সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য
  • ‘Mahurat’ of Jahnu Barua’s latest film
                                     
  • ASFFDC - এ ব গত বৰ ষব ৰত অন য প ৰয জন স স থ ৰ স ত য ট য ভ ব জ হ ন বৰ ৱ ৰ ব ন ধ ন ৰজন বস মত ৰ ৰ ৰ গ আদ ক ধৰ বহ ক ইখন অসম য ছব ৰ প ৰয জন
  • বহ দ ৰ, ব ন ধ ন কণ ক ৰ ৰ মধ ন আজ ন ফক ৰ চ হ ব, ফ ৰ ঙত হ ছ ত খ তৰ ক ইখনম ন গ ৰ ত বপ ৰ ণ চলচ চ ত ৰকৰ ম৷ আৰ চনত ত খ ত ৰ ষ ট ৰ য চলচ চ ত ৰ ব ট
  • পৰ চ লকৰ ৰ ষ ট ৰ য চলচ চ ত ৰ ব ট ল ভ কৰ ছ ল চনত ভ ৰতৰ উপৰ ষ ট ৰপত ৰ পৰ ত ও এই ব ট গ ৰহণ কৰ ছ ল ত ও জ হ ন বৰ ৱ ৰ ব ন ধ ন আৰ অজ য চলচ চ ত ৰৰ
  • ম ন ন বৰ ৱ পৰ চ ল ত আৰ ক ষ ণ ৰয গ প ল জ ল ন প ৰয জ ত এখন অসম য চলচ চ ত ৰ ড ভব ন দ ৰ ন থ শইক য ৰচ ত বহ পঠ ত য ত ক ন মৰ গল প আৰ প ছল আৱ হন
  • স ণৰ খ ৰ ন ল গ ম ক চ ৰ ণ চ ৰৰ প ত ক জয মত ব ন ধ ন ল ইতক ভ ট ব ক ন মহ সমৰ জ লম ল জ ন ক মহ প ৰ ষ
  • এদ ন স ন হময ৰ ঘৰত থ ক বল আহ স ন হময আৰ কণম ন ল ৰ পল ট ৰ ম জত এক ব ন ধ ন গঢ ল উঠ আৰ গণ তৰ শ ক ষক স ন হময পল ট ৰ য গ দ স পৰ শন য সম পৰ ক
  • প ষ ঠ ছ প ট ম বৰ, অক ট বৰত চ ত ৰগ হল আহ ব জ হ ন বৰ ৱ ৰ ব ন ধ ন দ স, অৰ ণল চন অসম য খবৰ গ ৱ হ ট প ষ ঠ অক ট বৰ,